Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 General Science MCQ Chapte 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত SEBA Class 10 General Science MCQ Chapte 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 General Science MCQ Chapter 1 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 General Science MCQ Chapte 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

Class 10 General Science MCQ Chapte 8 জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

অধ্যায় – ৮

জীৱই কেনেকৈ বংশবিস্তাৰ কৰে

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্নঃ জীবই সাধাৰণতে কেনেকৈ বংশবিস্তাৰ কৰে?

(a) পৰিৱেশৰ মাধ্যমে

(b) খাদ্যৰ মাধ্যমে

(c) প্রজননৰ মাধ্যমে

(d) নিঃশ্বাসৰ মাধ্যমে

উত্তৰঃ (c) প্রজননৰ মাধ্যমে

প্রশ্নঃ প্রজননৰ উদ্দেশ্য কি?

(a) খাদ্য সংগ্রহ

(b) জীৱৰ সংখ্যা বৃদ্ধি

(c) শক্তি সংৰক্ষণ

(d) নির্বাসন

উত্তৰঃ (৮) জীৱৰ সংখ্যা বৃদ্ধি

প্রশ্নঃ জন্তুবোৰ কেনেকৈ প্ৰজনন কৰে?

(a) কৃত্রিমভাবে

(b) অযৌন প্রজননৰ মাধ্যমে

(c) যৌন প্রজননৰ মাধ্যমে

(d) নিঃশ্বাসৰ মাধ্যমে

উত্তৰঃ (c) যৌন প্রজননৰ মাধ্যমে

প্রশ্নঃ অযৌন প্রজননত কি প্রয়োজন হয়?

(a) দুটা পিতৃ-মাতৃ

(b) এটা কেৱল মাতৃ বা পিতৃ

(c) এটা কেৱল মাইটোচনড্রিয়া

(d) কেবল বীজ

উত্তৰঃ (৮) এটা কেৱল মাতৃ বা পিতৃ

প্রশ্নঃ জবা, সৰিয়হ আদি ফুলবোৰত পুংকেশৰ আৰু স্ত্রীকেশৰ দুয়োটা অংগই থাকে, সেয়েহে এইবোৰ……HSLC ’25

(a) একলিংগী

(c) জোৰা কলম

(b) উভয়লিংগী

(d) বিভংগন

উত্তৰঃ (b) উভয়লিংগী

প্রশ্নঃ অযৌন প্রজননৰ উদাহৰণ কোনটো?

(a) মানুহ

(b) বেক্টেৰিয়া

(c) কুকুৰ

(d) বিড়ালি

উত্তৰঃ (b) বেক্টেৰিয়া

প্রশ্নঃ উদ্ভিদত অযৌন প্রজননৰ এটা পদ্ধতি কি?

(a) অভ্যন্তৰীণ নির্বাস

(b) প্ৰসাৰণ

(c) পুষ্প বিকাশ

(d) পৰাগসংস্থান

উত্তৰঃ (৮) প্ৰসাৰণ

প্রশ্নঃ পটেটো বা আলু কিহৰ জৰিয়তে প্রজনন কবে?

(a) মুল

(b) ডাঠ গুটি

(c) পাত

(d) গুটি

উত্তৰঃ (b) ডাঠ গুটি

প্রশ্নঃ আমাৰ জিনীয় সাঁচৰ পৰা আমি আভাস

(a) এছিয়া মূলৰ

(b) আফ্রিকান মূলৰ

(c) ইউৰোপীয়ান মূলৰ

(d) আমেৰিকান মূলৰ

উত্তৰঃ (৮) আফ্রিকান মূলৰ

প্রশ্নঃ সৰু প্ৰাণীৰ মাজত পুড়ি ভাগ হৈ নতুন প্রাণী গঠন কৰাৰ পদ্ধতিক কি বোলে? HSLC ’25

(a) স্পৰ মুকলি

(b) মাইটোচিছ

(c) দ্বি-ভগ্ন

(d) পুষ্প বিকাশ

উত্তৰঃ (c) দ্বি-ভগ্ন

প্রশ্নঃ নিম্নোক্ত কোনটো অযৌন প্রজননৰ পদ্ধতি?

(a) পৰাগসংস্থান

(b) পুনঃজীবন

(c) অভ্যন্তৰীণ নিষেক

(d) বহিঃ-নিষেক

উত্তৰঃ (b) পুনঃজীবন

প্রশ্নঃ যৌন প্রজননত কি গঠিত হয়?

(a) এটা নতুন কোষ

(b) গামেট

(c) নির্জীর বস্তু

(d) কোষ কলা

উত্তৰঃ (b) গামেট

প্রশ্নঃ গামেটবোৰ একেলগ হোৱাৰ প্ৰক্ৰিয়াটোক কি বোলে?

(a) নিষেক

(c) বংশবৃদ্ধি

(b) উদ্ভাস

(d) পূর্ণতা

উত্তৰঃ (a) নিষেক

প্রশ্নঃ উদ্ভিদত পৰাগসংস্থাপন ক’ত ঘটে?

(a) মূলত

(b) গোটত

(c) বীজত

(d) ফুলত

উত্তৰঃ (d) ফুলত

প্রশ্নঃ নিষেচন নহ’লে ডিম্বকটোৰ কি হয়? HSLC ’25

(a) তৎক্ষণাৎ মৰি যায়

(b) প্রায় একদিন জীবিত অবস্থাত থাকে।

(c) প্রায় এক সপ্তাহ জীবিত অৱস্থাত থাকে।

(d) ওপৰৰ আটাইকেইটা

উত্তৰঃ (b) প্রায় একদিন জীৱিত অৱস্থাত থাকে।

প্রশ্নঃ পৰাগ ধূলিৰ স্থানান্তৰক কি বোলে?

(a) নিষেক

(b) পুনঃজীবন

(c) পৰাগসংস্থাপন

(d) বিয়পি পৰিবহণ

উত্তৰঃ (c) পৰাগসংস্থাপন

প্রশ্নঃ দুগ্ধ নিঃসৰণ কৰা হৰম’ন বিধ হ’ল………

(a) প্রলেক্টিন

(b) টেষ্ট’ষ্টেৰণ

(c) ইষ্ট্র’জেন

(d) বিলেক্সিন

উত্তৰঃ (a) প্রলেক্টিন।

প্রশ্নঃ মেণ্ডেলিভৰ তালিকা ব্যৱহাৰ কৰি নিৰ্ণয় কৰা ‘K’ মৌলটোৰ অক্সাইডৰ সংকেতটো হ’ল—–।

(a) K₂O

(b) K₂O₂

(c) KO

(d) K₂O₃

উত্তৰঃ (a) K₂O

প্রশ্নঃ তলত দিয়া কোনটো প্ৰাণীৰ প্ৰজননত মুকুলোদ্গম হোৱা দেখা যায়?

(a) বন্ধী প্রাণী

(c) শামুক

(b) কেঁচু

(d) তেজপিয়া

উত্তৰঃ (a) ৰন্ধী প্রাণী।

প্রশ্নঃ মানর স্ত্রীত প্ৰজননাত্মক দশাৰ আৰম্ভণি তলৰ কোনটোৱে সূচায়?

(a) শৰীৰৰ বৃদ্ধি

(b) চুলিৰ আকৃতিৰ পৰিৱৰ্তন

(c) কণ্ঠস্বৰ পৰিৱৰ্তন

(d) ঋতুস্রাব

উত্তৰঃ (d) ঋতুস্রাব।

প্রশ্নঃ এমিবাৰ দ্বি-বিভাজনৰ প্ৰক্ৰিয়া হ’ল-

(a) দ্বিখণ্ডন বা বিভাজন

(b) বিভংগন

(c) আংগিক বিস্তাৰণ

(d) পুনৰজীবন

উত্তৰঃ (a) দ্বিখণ্ডন বা বিভাজন।

প্রশ্নঃ পৰাগসংস্থাপন সাধাৰণতে কোনে কৰে?

(a) মানুহ

(b) পতংগ

(c) বিছা

(d) মাছ

উত্তৰঃ (b) পতংগ

প্রশ্নঃ নিচিনাক্ত কোনটো অভ্যন্তৰীণ নিষেকৰ উদাহৰণ?

(a) বেঙ

(c) চৰাই

(b) মাছ

(d) ডাঙৰ মাছ

উত্তৰঃ (c) চৰাই

প্রশ্নঃ অযৌন প্রজননৰ মুকুলোদগম সংঘটিত হয় ——– HSLC ’25

(a) ইষ্টত

(b) এমিবাত

(c) লেইচমেনিয়াত

(d) প্লাজম’ডিয়ামত

উত্তৰঃ (a) ইষ্টত

প্রশ্নঃ নতুন উদ্ভিদ গঠন কৰিবলৈ জাইগোট কি কবে?

(a) বিভাজিত হয়

(b) শুকাই যায়

(c) উদ্ভাস ঘটে

(d) শ্বাস প্রশ্বাস কৰে

উত্তৰঃ (a) বিভাজিত হয়

প্রশ্নঃ নিচিনাক্ত কোনটো প্ৰজননৰ মাধ্যমত উদ্ভিদ আৰু জন্তু উভয়তেই দেখা পোৱা যায়?

(a) পুনঃজীবন

(b) দ্বি-ভগ্ন

(c) গুটি গঠন

(d) যৌন প্রজনন

উত্তৰঃ (d) যৌন প্রজনন

প্রশ্নঃ দ্বিতীয় পৰ্যায়ৰ মৌলসমূহ একাদিক্রমে Li. ইহঁতৰ Be B, C, N, O, F আৰু Ne ভিতৰত কোনটো মৌলৰ পৰমাণু আটাইতকৈ ডাঙৰ?

(a) Li

(b) Be

(c) Ne

(d) F

ত্তৰঃ (a) Li

প্রশ্নঃ কোন প্ৰক্ৰিয়াৰ জৰিয়তে বীজ নতুন গছত পৰিণত হয়?

(a) প্রজনন

(c) অঙ্কুৰোদ্গম

(b) উৎপত্তি

(d) নিষেক

উত্তৰঃ (c) অঙ্কুৰোদ্গম

প্রশ্নঃ নিম্নোক্ত কোনটো অযৌন প্রজননৰ বৈশিষ্ট্য?

(a) বংশগত ভিন্নতা থাকে

(b) দুটা অভিভাৱক লাগে

(c) কম সময়তে অধিক সন্তান জন্মে

(d) নিষেক প্রয়োজন

উত্তৰঃ (c) কম সময়তে অধিক সন্তান জন্মে

প্রশ্নঃ জীৱই বংশবিস্তাৰ নকৰিলে কি হ’ব?

(a) অধিক খাদ্য পাব

(b) পৰিবেশ সুস্থ থাকিব

(c) জীৱৰ বংশ সমাপ্ত হ’ব

(d) উদ্ভিদ বৃদ্ধি পাব

উত্তৰঃ (c) জীৱৰ বংশ সমাপ্ত হ’ব

প্রশ্নঃ তলৰ কোনবিধ জীৱই পুনৰ জীৱন প্ৰক্ৰিয়াৰ দ্বাৰা বংশবিস্তাৰ কৰে?

(a) লেইমেনিয়া

(c) প্লেনেৰিয়া

(b) এমিবা

(d) প্লাজম’ডিয়াম

উত্তৰঃ (c) প্লেনেৰিয়া।

প্রশ্নঃ অযৌন প্রজননৰ মুকুলোদ্গম সংঘটিত য়-

(a) এমিবাত

(b) প্লাজম’ডিয়ামত

(c) লেইচমেনিয়াত

(d) ইষ্টত

উত্তৰঃ (d) ইষ্টত।

প্রশ্নঃ পৰাগধানীত পোৱা হয়-

(a) বেটুপাত

(c) পৰাগ ৰেণু

(b) ডিম্বক

(d) স্ত্রীকেশৰ

উত্তৰঃ (c) পৰাগ বেণু।

প্রশ্নঃ তলৰ কোনটো মানুহৰ দেহৰ পুং জনন অংগ?

(a) শুক্রবাহী নলী

(b) জৰায়ু

(c) ডিম্বাশয়

(d) ফেল’পিয়ান নলী

উত্তৰঃ (a) শুক্রবাহী নলী।

প্রশ্নঃ ফুলৰ কোন অংশত পুৰুষ গামেট থাকে?

(a) পুষ্পমুকুট

(c) পুংকেশৰ

(b) পুষ্পবৃন্ত

(d) গর্ভাশয়

উত্তৰঃ (c) পুংকেশৰ

প্রশ্নঃ শুক্রকোষে নিঃসৰণ কৰা হৰম’ন………?

(a) ইষ্ট্র’জেন

(c) অক্সিন

(b) টেষ্ট’ষ্টেৰণ

(d) ৰিলেক্সিন

উত্তৰঃ (b) টেষ্ট’ষ্টেৰণ।

প্রশ্নঃ পুংকেশৰৰ পৰা একে ফুলৰ গৰ্ভমুণ্ডত পৰাগৰেণু পৰাকে………. বোলে।

(a) সালোক সংশ্লেষণ

(b) স্ব-পৰাগযোগ

(c) ইতৰ পৰাগযোগ

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (৮) স্ব-পৰাগযোগ।

প্রশ্নঃ বীজে কি গঠন কৰে?

(a) ফল

(b) পাত

(c) মুলা

(d) নতুন গছ

উত্তৰঃ (d) নতুন গছ

প্রশ্নঃ এবিধ স্ত্রী যৌন হৰম’ন হ’ল-

(a) টেস্ট’ষ্টেৰণ

(b) ইষ্ট্র’জেন

(c) জিবাৰেলিন

(d) পিটুইটেৰি

উত্তৰঃ (৮) ইষ্ট্র’জেন।

প্রশ্নঃ শুক্রাণু আৰু ডিম্বাণুৰ মিলনক……. বোলে।

(a) নিষেচন

(c) বিভংগন

(b) মুকুলোদ্গম

(d) বিভাজন

উত্তৰঃ (a) নিষেচন।

প্রশ্নঃ পাউৰুটিত উৎপত্তি হোৱা ভেঁকুৰৰ প্ৰজাতিৰ নাম কি?

(a) থেল ‘ফাইটা

(b) ৰাইজ’ পাচ্

(c) ৰাইব’জ’ম

(d) এটাও নহয়।

উত্তৰঃ (b) ৰাইজ’পাচ্।

অতি চমু প্রশ্নোত্তৰ (VSA)

প্রশ্নঃ জীবই কেনেকৈ বংশবিস্তাৰ কৰে

উত্তৰঃ প্ৰজননৰ মাধ্যমে।

প্রশ্নঃ অযৌন প্রজননত কিমান অভিভাৱক লাগে?

উত্তৰঃ এটা অভিভাৱক।

প্রশ্নঃ যৌন প্রজননত কিমান অভিভাবক প্রয়োজন হয়?

উত্তৰঃ দুটা অভিভাবক।

প্রশ্নঃ উদ্ভিদত অযৌন প্রজননৰ এটি পদ্ধতি কি?

উত্তৰঃ প্ৰসাৰণ।

প্রশ্নঃ গুটিৰ পৰা নতুন উদ্ভিদ গঠনক কি বোলে?

উত্তৰঃ অঙ্কুরোদ্গম।

প্রশ্নঃ স্নাতুস্রার কেনেকৈ সংঘটিত হয়? HSLC ’20

উত্তৰঃ স্ত্রী ডিম্বাশয়ে প্রত্যেক মাহত একোটাকৈ ডিম্বকোষ উৎপন্ন কৰে। এই ডিম্ব কোষ নিষেচিত নহ’লে ডিম্বকোষটো ভাঙি তেজ আৰু শ্লেষ্মা হিচাপে যোনি পথেদি নির্গমন হয়। ইয়াকে স্নাতুস্ৰাৱ বুলি কোৱা হয়। এই প্রক্রিয়াটো চক্রাকাৰে প্রত্যেক মাহতে 2 ৰ পৰা ৪ দিন পর্যন্ত চলে।

প্রশ্নঃ গামেট দুটি মিলি কি গঠন কৰে?

উত্তৰঃ জাইগোট।

প্রশ্নঃদুবিধ স্ত্রী জনন আৰু দুবিধ পুং জনন হ’ৰমনৰ নাম লিখা।

উত্তৰঃ দুবিধ স্ত্রী জনন হ’ৰমনৰ নাম হ’ল-থলী উদ্দীপক হ’ৰমন আৰু লুটিনাইজিং হ’ৰমন।

দুবিধ পুং জনন হ’ৰমনৰ নাম হ’ল-প্ৰ’জেষ্টেৰণ আৰু বিলাক্সিন।

প্রশ্নঃভাইৰাছৰ দ্বাৰা হোৱা দুবিধ ৰোগৰ নাম লিখা।

উত্তৰঃ এইডছ আৰু ওবার্ট।

প্রশ্নঃ এড্রিনেলিন হৰম’নৰ কাম কি?

উত্তৰঃ মানুহ যেতিয়া খঙাল, উত্তেজিত বা ব্যাগ্র হৈ পৰে তেতিয়া এড্রিনেলিন হৰম’নে দেহত সমতা স্থাপনত সহায় কৰে।

প্রশ্নঃ কি প্রজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে? HSLC ’18

উত্তৰঃ পুৰুষ মহিলাৰ যৌন প্রজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে।

প্রশ্নঃ কি প্রজননত জিনীয় পদাৰ্থৰ বিনিময় ঘটে?

উত্তৰঃ যৌন প্রজননত।

প্রশ্নঃ কোনবিধ হৰম’নৈ পুৰুষৰ গৌণ চৰিত্ৰ বিকাশত সহায় কৰে?

উত্তৰঃ টেষ্ট’স্টেবন হ’ৰমনে।

প্রশ্নঃ পৰাগসংস্থাপন সাধাৰণতে কোনে কৰে?

উত্তৰঃ পতংগ বা বতাহে।

প্রশ্নঃ বেক্টেৰিয়াই কেনেকৈ প্রজনন কবে?

উত্তৰঃ দ্বি-ভগ্নৰ মাধ্যমে।

প্রশ্নঃ শুক্রাশয় আৰু প্ৰষ্টেট গ্রন্থিৰ ভূমিকা কি?

উত্তৰঃ শুক্রাশয় আৰু প্রষ্টেট গ্রন্থিৰ কাম হ’ল-শুক্রাণুৰ গতি পথত সহায় কৰা আৰু শুক্রাণুক পুষ্টিৰ যোগান ধৰা।

প্রশ্নঃ ইতৰ পৰাগযোগ কি? HSLC ’18

উত্তৰঃ কোনো ফুলৰ পৰাগধানীৰ পৰা পৰাগৰেণু সেই গছৰ অন্য ফুল বা একে প্রজাতিৰ অন্য ফুলৰ গৰ্ভমুণ্ডলৈ স্থানান্তৰ হোৱা প্রক্রিয়াক ‘ইতৰ পৰাগযোগ’ বোলে।

প্রশ্নঃ মানুহৰ শুক্রাশয়ৰ কাম কি?

উত্তৰঃ শুক্রাণু উৎপাদন কৰা আৰু টেষ্ট’ষ্টেৰণ নামৰ পুৰুষ হৰম’ন ক্ষৰণ কৰা।

প্রশ্নঃ দুবিধ গৰ্ভনিৰোধ পদ্ধতিৰ নাম লিখা।

উত্তৰঃ নিৰোধ পদ্ধতি আৰু শৈল্যকৰণ পদ্ধতি।

প্রশ্নঃ মানব দেহৰ কোন অংশত ডিম্বৰ নিষেচন হয়?

উত্তৰঃ ডিম্বনলী বা ফেল’পিয়ান টিউবত।

প্রশ্নঃ ভাইৰাছৰ দ্বাৰা হোৱা দুবিধ ৰোগৰ নাম লিখা।

উত্তৰঃ এইডছ আৰু ওৱার্ট।

প্রশ্নঃ ফল গঠনৰ আগতে উদ্ভিদত কি প্রক্রিয়া ঘটে?

উত্তৰঃ নিষেক।

প্রশ্নঃ গৰ্ভধাৰণ প্ৰতিৰোধৰ কাৰণে কি কি পদ্ধতি ব্যৱহাৰ কৰা হয়? HSLC ’15

উত্তৰঃ গৰ্ভধাৰণ প্ৰতিৰোধ কৰাৰ বিভিন্ন পদ্ধতি আছে, যেনে- কনডম, অৰেল কন্ট্রাচ্পেটিভ্ কপাৰ-টি আদি।

প্রশ্নঃ জীবই যদি বংশবিস্তাৰ নকৰে, তেন্তে কি হ’ব?

উত্তৰঃ জীৱৰ বংশ লুপ্ত হৈ যাব।

প্রশ্নঃ পুংকেশৰত কি থাকে?

উত্তৰঃ পুৰুষ গামেট।

প্রশ্নঃ গর্ভাশয়ত কি থাকে?

উত্তৰঃ মাতৃ গামেট।

প্রশ্নঃ নতুন উদ্ভিদ গঠনৰ বাবে গুটিত কি থাকে?

উত্তৰঃ ভ্রূণ।

প্রশ্নঃ পুনঃজীবন কোন প্রাণীত দেখা যায়?

উত্তৰঃ প্লেনাবিয়া।

প্রশ্নঃ পতংগে সাধাৰণতে কেনেকৈ ফুলৰ পৰা ফুললৈ পৰাগ লৈ যায়?

উত্তৰঃ মধু খোৱাৰ সময়ত।

প্রশ্নঃ উদ্ভিদত পৰাগ ধূলি কোন অংশলৈ স্থানান্তৰিত হয়?

উত্তৰঃ গর্ভাশয়লৈ।

প্রশ্নঃ গছত গুটি গঠন কেনেকৈ হয়?

উত্তৰঃ নিষেকৰ পিছত।

প্রশ্নঃ এড্রিনেলিন হ’ৰমনৰ কাম কি?

উত্তৰঃ মানুহ যেতিয়া খঙাল, উত্তেজিত বা ব্যাগ হৈ পৰে তেতিয়া এই হ’ৰমনে দেহত সমতা স্থাপনত সহায় কৰে।

প্রশ্নঃ কলাকৰ্ষণৰ সুবিধা কি?

উত্তৰঃ এজোপা মাতৃ উদ্ভিদৰ পৰা বহুতো ৰোগমুক্ত উদ্ভিদৰ সৃষ্টিত কলাকর্ষণে সহায় কৰে।

উত্তৰঃ শুকান HC1 য়ে H’ আয়ন মুক্ত কৰিব নোৱাৰে বাবে শুকান লিটমাছ ৰঙৰ পৰিৱৰ্তন ঘটাব নোৱাৰে।

প্রশ্নঃ এটা উদাহৰণৰ সৈতে প্রতিস্থাপন বিক্রিয়া ব্যাখ্যা কৰা।

উত্তৰঃ প্রতিস্থাপন বিক্ৰিয়াৰ উদাহৰণ হ’ল: Fe+ CuSO4(aq) → FeSO4(aq) +

প্রশ্নঃ বেক্টেৰিয়াৰ দ্বাৰা হোৱা দুবিধ যৌন ৰোগৰ নাম লিখা। HSLC ’18

উত্তৰঃ গণ’ৰিয়া আৰু চিফিলিচ।

প্রশ্নঃ পৰাগযোগ কাক বোলে? HSLC ’20

উত্তৰঃ সপুষ্পক উদ্ভিদৰ ক্ষেত্ৰত এটা ফুলৰ পৰাগ ৰেণু আন এটা ফুলৰ গৰ্ভমুণ্ডত পৰা পৰিঘটনাক পৰাগযোগ বোলে।

প্রশ্নঃ গৰ্ভধাৰণ প্ৰতিৰোধৰ কাৰণে কি কি পদ্ধতি ব্যৱহাৰ কৰা হয়?

উত্তৰঃ কনডম, অ’বেল কন্ট্রাচেপ্টিভ, কপাৰ-টি আদি ব্যৱহাৰ।

প্রশ্নঃ প্রায় সকলো ক্ষেত্রতে কার্বন আৰু ইয়াৰ যৌগ ইন্ধন হিচাপে ব্যৱহাৰ হয়। কিয়?

উত্তৰঃ কাৰ্বন আৰু কাৰ্বনৰ যৌগবোৰ যেতিয়া দহন কৰা হয় তেতিয়া যথেষ্ট পৰিমানে তাপ উৎপন্ন হয়। সেইবাবে ইবোৰক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়।

প্রশ্নঃ মানব দেহৰ কোন অংশত ডিম্বৰ নিষেচন হয়?

উত্তৰঃ ডিম্বনলী বা ফেল ‘পিয়ান টিউবত।

প্রশ্নঃ খাদ্য সঞ্চয় কৰা বীজৰ অংশটোৰ নাম লিখা।

উত্তৰঃ বীজপত্র।

প্রশ্নঃ এটা বহিঃ-নিষেকৰ উদাহৰণ?

উত্তৰঃ মাছ।

প্রশ্নঃ এটা অভ্যন্তৰীণ নিষেকৰ উদাহৰণ?

উত্তৰঃ চৰাই।

প্রশ্নঃ নিষেকৰ ফলত কি গঠন হয়?

উত্তৰঃ জাইগোট।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment