Home Ass Grammar (অসমীয়া ব্যাকৰণ) Assamese Grammar প্ৰথম-দশমলৈ ২০২৪

(অসমীয়া ব্যাকৰণ) Assamese Grammar প্ৰথম-দশমলৈ ২০২৪

0

(অসমীয়া ব্যাকৰণ) Assamese Grammar প্ৰথমৰ পৰা দশমলৈ

(অসমীয়া ব্যাকৰণ) Assamese Grammar প্ৰথমৰ পৰা দশমলৈ

(অসমীয়া ব্যাকৰণ Assamese Grammar) অসমীয়া ভাষা আমাৰ পৰিচয়ৰ এক অবিচ্ছেদ্য অংশ। সকলোতে মাতৃভাষাৰ স্থান অমূল্য। ব্যাকৰণৰ জ্ঞান ভাষা প্ৰয়োগৰ শুদ্ধতাক সুনিশ্চিত কৰে। এনেকৈয়ে আমাৰ চিন্তা-ভাবনা, অনুভৱ, আৰু মনৰ কথা স্পষ্টভাৱে ব্যক্ত কৰা যায়। এই প্ৰবন্ধত, আমি অসমীয়া ব্যাকৰণৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিম। যদি আপুনি এই ভাষাটো শুদ্ধভাৱে শিকিবলৈ ইচ্ছুক, তেন্তে এই প্ৰবন্ধ আপোনাৰ বাবে বহুত সহায়ক হ’ব।

তলত প্ৰথম শ্ৰেণীৰ (Class I) পৰা দশম শ্ৰেণীলৈ (Class X) অসমীয়া ব্যাকৰণৰ অধ্যায়সমূহ শ্ৰেণী অনুসৰি দিয়া হৈছে। সকলো শ্ৰেণীৰ ব্যাকৰণৰ বিভিন্ন অধ্যায় বিস্তৃত আৰু গভীৰভাৱে আলোচনা কৰা হৈছে।

১। প্ৰথম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ (Class I)

  • বৰ্ণ (Alphabet): স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ।
  • শব্দ চিনাকী (Introduction to Words): সৰু সৰু শব্দৰ  সৈতে চিনাকী ।
  • সংখ্যা ( Number): একক সংখ্যা।
  • ৰং আৰু আকাৰ (Colors and shapes): ৰং আৰু আকাৰৰ নাম।
  • বাক্য গঠন (Sentence structure): সৰল বাক্য গঠন।
  • ছবি চিহ্নিত শব্দ (Picture marked word): ছবিৰ সহায়ত শব্দ চিনা।

২। দ্বিতীয় শ্ৰেণীৰ অসমীয়া ব্যাকৰণ (Class II)

  • বৰ্ণমালা (The alphabet): স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণৰ সঠিক উচ্চাৰণ।
  • শব্দৰ গঠন (The structure of words): নতুন শব্দ শিকি বাক্যত ব্যৱহাৰ।
  • লিঙ্গ (Gender): পুপুলিংগ, স্ত্ৰীলিংগ।
  • বিশেষ্য (Noun): বস্তু বা ব্যক্তিৰ নাম।
  • বিশেষণ (adjective): বিশেষ্যৰ গুণ বৰ্ণনা কৰা শব্দ।
  • কাল (Tense): বৰ্তমান কালৰ সৰল ব্যৱহাৰ।
  • সংখ্যা (Number): এক আৰু বহুবচন।
  • বাক্য গঠন (sentence structure): সৰল বাক্য গঠন আৰু লিখা।

৩। তৃতীয় শ্ৰেণীৰ অসমীয়া ব্যাকৰণ (Class III)

  • বিশেষ্য (Noun): বস্তু, ব্যক্তি, ঠাই চিনাকি।
  • বিশেষণ (adjective): বিশেষ্যৰ গুণ বৰ্ণনা।
  • ক্ৰিয়া (Verb): কাৰ্যৰ নাম চিনা।
  • লিঙ্গ (Gender): পুলিংগ, স্ত্ৰীলিংগ।
  • বচন (Speech): একবচন আৰু বহুবচনৰ ব্যৱহাৰ।
  • সম্বন্ধবাচক শব্দ (Relative words): সম্পৰ্কৰ বুজ।
  • বাক্য গঠন (sentence structure): সৰল বাক্যৰ সঠিক গঠন।

৪। চতুৰ্থ শ্ৰেণীৰ অসমীয়া ব্যাকৰণ (Class IV)

  • বৰ্ণ (Alphabet): বৰ্ণৰ সঠিক উচ্চাৰণ আৰু লিখন।
  • সন্ধি (Sandhi): স্বৰবর্ণৰ যোগ।
  • সমাস (Compounding): তৎপুৰুষ সমাস।
  • বিশেষ্য আৰু বিশেষণ (Nouns and Adjectives): বিশেষ্য আৰু বিশেষণৰ ব্যৱহাৰ।
  • লিঙ্গ ( Gender): পুলিংগ, স্ত্ৰীলিংগ।
  • বচন (Speech): একবচন আৰু বহুবচনৰ সঠিক ব্যৱহাৰ।
  • ক্ৰিয়া (Verb): বৰ্তমান কালৰ ক্ৰিয়া।
  • কাৰক (Case): কাৰক পৰিচয় ।
  • বাক্য গঠন (Sentence structure): সৰল বাক্যৰ গঠন।

৫। পঞ্চম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ (Class V)

  • বৰ্ণ (Alphabet): স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ।
  • সন্ধি (Sandhi): স্বৰ সন্ধি, ব্যঞ্জন সন্ধি, বিসৰ্গ সন্ধি।
  • সমাস (Compounding): তৎপুৰুষ, দ্বন্দ্ব, অব্যয়ীভাব, বাহুব্ৰাহী।
  • লিঙ্গ (Gender): পুলিংগ, স্ত্ৰীলিংগ।
  • বচন (Speech): একবচন, বহুবচন।
  • কাল (Tense): বৰ্তমান, অতীত, ভৱিষ্যৎ।
  • কাৰক (Case): কৰ্ত্তা, কৰ্ম্ম, সম্প্ৰদান।
  • বিশেষ্য আৰু বিশেষণ (Noun and Adjective)
  • সর্বনাম (Pronoun)
  • ক্ৰিয়া (Verb)

৬। ষষ্ঠ শ্ৰেণীৰ অসমীয়া ব্যাকৰণ (Class VI)

  • অসমীয়া ভাষাৰ পৰিচয় (Introduction to Assamese Language)
  • বৰ্ণ আৰু বৰ্ণ বিভাজন (Letters and Classification)
  • শব্দ গঠন (Word Formation): মূল, প্ৰত্যয়, উপসৰ্গ।
  • সন্ধি (Sandhi): স্বৰ, ব্যঞ্জন, বিসৰ্গ।
  • সমাস (Compounding): তৎপুৰুষ, দ্বন্দ্ব, বাহুব্ৰাহী, অব্যয়ীভাব।
  • পদ পৰিচয় (Parts of Speech): বিশেষ্য, বিশেষণ, সৰ্বনাম, ক্ৰিয়া, অব্যয়।
  • লিঙ্গ (Gender): পুলিংগ, স্ত্ৰীলিংগ।
  • বচন (Speech): একবচন, বহুবচন।
  • কাল (Tense): বৰ্তমান, অতীত, ভৱিষ্যৎ।
  • কাৰক (Case): ৭টা কাৰকৰ ধাৰণা।
  • সন্ধি-বিচ্ছেদ (Sandhi-division)
  • প্ৰত্যয় আৰু উপসৰ্গ (Suffixes and Prefixes)
  • বিশেষ্যৰ ধৰণ (Types of Nouns)
  • অসমীয়া বাক্য গঠন (Assamese Sentence Formation)

৭। সপ্তম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ (Class VII)

  • বৰ্ণ (Alphabet): বৰ্ণৰ প্রকৃতি, শ্ৰেণীবিভাগ।
  • সন্ধি (Sandhi): বিস্তৃত সন্ধি আলোচনা।
  • সমাস (Compounding): সমাসৰ প্ৰকাৰ আৰু উদাহৰণ।
  • লিঙ্গ (Gender): পুলিংগ, স্ত্ৰীলিংগ।
  • বচন (Speech): বহুবচনৰ ব্যৱহাৰ।
  • পদ (Parts of Speech): বিশেষ্য, সৰ্বনাম, ক্ৰিয়া, বিশেষণ।
  • কাৰক (Case): কাৰকৰ প্ৰকৃতি আৰু ব্যৱহাৰ।
  • কাল (Tense): কালৰ উদাহৰণ আৰু গঠন।
  • শব্দ গঠন (Word Formation): উপসৰ্গ, প্ৰত্যয়।
  • বচনান্তৰ (Singular and Plural Conversion)
  • সম্বন্ধ বাচক শব্দ (Possessive Case)
  • বাক্য গঠন (Sentence Structure)

৮। অষ্টম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ (Class VIII)

  • অসমীয়া ভাষাৰ ইতিহাস (History of Assamese Language)
  • বৰ্ণমালা (Alphabet)
  • সন্ধি (Sandhi): সন্ধি-বিচ্ছেদৰ নিয়ম।
  • সমাস (Compounding): বিভিন্ন সমাসৰ ব্যাখ্যা।
  • পদ (Parts of Speech): বিশেষ্য, সৰ্বনাম, ক্ৰিয়া, বিশেষণ, অব্যয়।
  • লিঙ্গ (Gender): পুলিংগ, স্ত্ৰীলিংগ।
  • বচন (Speech): বচনৰ প্ৰকাৰ।
  • কাল (Tense): বৰ্ণনা আৰু ব্যৱহাৰ।
  • কাৰক (Case): ৭টা কাৰকৰ বিস্তৃত আলোচনা।
  • বাচ্য (Voice): ক্ৰিয়াৰ পৰিবৰ্তন।
  • বাক্যৰ প্রকৃতি (Nature of Sentences)
  • সম্বন্ধ বাচক (Possessive Constructions)

৯। নৱম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ (Class IX)

  • অসমীয়া ভাষাৰ উৎস আৰু গঠন (Origin and Formation of Assamese Language)
  • বৰ্ণ আৰু ধ্বনি (Sound and Phonetics)
  • সন্ধি আৰু সমাস (Sandhi and Compounding): সন্ধি-বিচ্ছেদ, সমাসৰ প্ৰকাৰ।
  • লিঙ্গ (Gender): পুলিংগ, স্ত্ৰীলিংগ।
  • বচন (Speech): বচনৰ ধৰণ আৰু ব্যৱহাৰ।
  • কাল (Tense): কালৰ প্ৰকাৰ আৰু উদাহৰণ।
  • কাৰক (Case): কাৰকৰ ধাৰণা আৰু ব্যৱহাৰ।
  • ক্ৰিয়া (Verb): ক্ৰিয়াৰ ধৰণ আৰু গঠন।
  • বাচ্য (Voice): কৰ্তৃবাচ্য, কৰ্মবাচ্য।
  • বাক্যৰ শ্ৰেণীবিভাগ (Classification of Sentences)
  • ৰচনাশৈলী (Composition)

১০। দশম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ (Class X)

  • অসমীয়া ভাষাৰ পূৰ্ণাংগ ইতিহাস (Complete History of Assamese Language)
  • বৰ্ণ আৰু ধ্বনি বিজ্ঞান (Phonetics and Phonology)
  • সন্ধি (Sandhi): সন্ধিৰ প্ৰকাৰৰ প্ৰকৃত ব্যৱহাৰ।
  • সমাস (Compounding): সমাসৰ বিৱৰণ আৰু উদাহৰণ।
  • ক্ৰিয়া (Verb): কৰ্তৃ-ক্ৰিয়া, ধাতু, ধাতুৰ বিভাজন।
  • পদ (Parts of Speech): বিশেষ্য, সৰ্বনাম, ক্ৰিয়া, বিশেষণ, অব্যয়ৰ ব্যৱহাৰ।
  • বাক্যৰ গঠন (Sentence Construction): বাচ্য, বাক্যান্তৰ।
  • কাৰক (Case): কাৰকৰ সম্পূর্ণ ধাৰণা।
  • লিঙ্গ (Gender): পুলিংগ, স্ত্ৰীলিংগ।
  • বচন (Speech): একবচন, বহুবচন পৰিবৰ্তন।
  • কাল (Tense): ত্ৰৈকালিক ব্যৱহাৰ।
  • ৰচনা (Essay Writing)

উপসংহাৰ

অসমীয়া ভাষা আমাৰ পৰিচয়ৰ এক গুৰুত্বপূৰ্ণ অংশ। ই ভাষাৰ সমৃদ্ধি বজাই ৰাখিবলৈ ব্যাকৰণৰ জ্ঞান আবশ্যক। এই প্ৰবন্ধত আলোচনা কৰা বিভিন্ন দিশে আপোনাক ভাষাটো শুদ্ধভাৱে আয়ত্ত কৰিবলৈ সহায় কৰিব। এই নিয়মবোৰ প্ৰত্যক্ষ কৰিলেঅসমীয়া ভাষা শুদ্ধ কৈ শিখিব পাৰিব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here