Join WhatsApp

Join Now

Join Telegram

Join Now

Communication Skills (Session 7 Writing Skills-Sentences)

By Rabbi Masrur

Published On:

Communication Skills (Session 7 Writing Skills-Sentences)

Employability Skills

Communication Skills (যোগাযোগ দক্ষতা)

Session: 7 Writing Skills-Sentences (লিখন দক্ষতা-বাক্য)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

A. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1. Identify the object, verb and subject in the sentence, “The car crashed into a tree.’ (‘গাড়ীখন এটা গছত খুন্দিয়ালে’ বাক্যটোত কর্ম, ক্রিয়া আৰু কৰ্তা চিনাক্ত কৰা।)

(a) Object: a tree; Verb: crashed; Subject: the car. (কর্ম: এটা গছ; ক্রিয়া: খুন্দিয়ালে; কর্তা: গাড়ীখন)

(b) Object: The car, Verb: crashed; Subject: a tree. (কর্ম: গাড়ীখন; ক্রিয়া: খুন্দিয়ালে; কর্তা: এটা গছ)

(c) Object: crashed; Verb: the tree; Subject: the car. (কর্ম: খুন্দিয়ালে; ক্রিয়া: গছখন; কর্তা: গাড়ীখন)

(d) Object: crashed; Verb: the car, Subject: the tree. (কর্ম: খুন্দিয়ালে; ক্রিয়া: গাড়ীখন; কর্তা: গছখন)

Ans: (a)

2. Identify the indirect object in the sentence, “The band played music for the audience.’ (‘বেগুটোৱে দর্শকৰ বাবে সংগীত বজালে’ বাক্যত পৰোক্ষ কৰ্ম চিনাক্ত কৰা।)

(a) The band. (বেগুটো)

(b) played. (বজালে)

(c) music. (সংগীত)

(d) audience. (দর্শক)

Ans: (d)

3. Which of these is an imperative sentence? (তলৰ কোনটো বাক্য আদেশসূচক বাক্য?)

(a) Switch off the fan. (ফেনটো বন্ধ কৰা।)

(b) Sheila has gone to the market. (শীলাই বজাৰলৈ গৈছে।)

(c) Where are my pen colours? (মোৰ ৰঙীন কলমবোৰ ক’ত?)

(d) Oh no! I missed my flight. (অ’ নহয! মই মোৰ বিমান মিচ কৰিলোঁ।)

Ans: (a)

4. Which of these sentences is in active voice? (তলব কোনটো বাক্য কর্তৃবাচ্যত আছে?)

(a) A movie is being watched by them. (এটা চলচ্চিত্ৰ তেওঁলোকৰ দ্বাৰা দেখা হৈ আছে।)

(b) The car was repaired by Raju. (গাড়ীখন ৰাজুৰ দ্বাৰা মৰামতি কৰা হৈছিল।)

(c) He is reading a book. (তেওঁ এটা কিতাপ পঢ়ি আছে।)

(d) The thief was being chased by a policeman. (চোৰজনক এজন আৰক্ষীয়ে খেদি আছিল।)

Ans: (c)

B. Subjective Question (বিষয়নিষ্ঠ প্রশ্ন)

1. Write two sentences of each type of sentence-statement, question, exclamatory and order. (প্ৰতিটো বাক্যৰ প্ৰকাৰৰ বাবে দুইটা বাক্য লিখা-বিৱৰণমূলক, প্রশ্নমূলক, বিস্ময়সূচক আৰু আদেশসূচক।)

Ans:

Statement (বিৱৰণমূলক বাক্য)

1. I am reading a book. (মই এটা কিতাপ পঢ়ি আছোঁ।)

2. The sun rises in the east, (সূর্য্য পূবপিনে উদয় হয়।)

Question (প্রশ্নমূলক বাক্য)

1. Where is my bag? (মোৰ মোনাটো ক’ত?)

2. Are you coming to school today? (তুমি আজি বিদ্যালয়লৈ আহি আছানে?)

Exclamatory (বিস্ময়সূচক বাক্য)

1. What a beautiful flower! (কিমান ধুনীয়া ফুল।)

2. Oh no I lost my pen. (অ’নহয়। মই মোৰ কলমখন হেৰুৱালোঁ।)

Order (Imperative) (আদেশসূচক বাক্য)

1. Please close the door. (অনুগ্রহ কৰি দৰ্জাটো বন্ধ কৰক।)

2. Stand in a straight line. (পোনকৈ এটা শাৰীত থিয় দিয়া।)

2. Which is your favourite food, dish or cuisine? Write two paragraphs about your favourite food, dish or cuisine. Each paragraph should have a minimum of five sentences. Make sure you follow all the rules about sentences and paragraphs you have learnt. (তোমাৰ প্ৰিয় খাদ্য, পদ বা ৰন্ধনশৈলী কোনটো? তোমাৰ প্রিয় খাদ্য, পদ বা ৰন্ধনশৈলী সম্পর্কে দুটা অনুচ্ছেদ লিখা। প্রতিটো অনুচ্ছেদত কমেও পাঁচটা বাক্য থাকিব লাগে। তুমি শিকা বাক্য লিখাৰ সকলো নিয়ম পালন নিশ্চিত কৰা।)

Ans: (a)

Paragraph 1: My favourite food is ‘pizza’. (মোৰ প্ৰিয় খাদ্য হৈছে ‘পিজ্জা’।) I love its soft bread and tasty toppings. (মই ইয়াৰ কোমল ব্রেড আৰু সুস্বাদু টপিংচবোৰভাল পাওঁ।) Cheese is my favourite part of pizza. (চীজ হৈছে মোৰ পিজ্জাৰ এটা প্রিয় অংশ।) I often eat pizza with my family on weekends. (মই প্রায়ে পিজ্জা সপ্তাহান্তত পৰিয়ালৰ সৈতে খাওঁ।) It is both delicious and filling. (এইটো সুস্বাদু আৰু পেট ভৰাই খাব পৰা খাদ্য।)

Paragraph 2: Pizza comes in many varieties like Margherita, Veggie, and Pepperoni. (পিজ্জাৰ বহুবিধ প্ৰকাৰ আছে মাৰ্ঘেৰিটা, ভেজি আৰু পেপৰনি।) I enjoy trying new flavours whenever I visit a restaurant. (মই েেযতিয়া ৰষ্টুৰেণ্টলৈ যাওঁ তেতিয়া নতুন স্বাদ লোৱাৰ চেষ্টা কৰোঁ।) It can be eaten for lunch, dinner, or even as a snack. (ই মধ্যাহ্নভোজন, ৰাতি ভোজন বা স্নেক হিচাপে খাব পাৰি।) Making pizza at home is also fun. (ঘৰত পিজ্জা বনোৱা স্ফূৰ্তিৰ কাম।) I always share it with my friends and family. (মই সদায় ইয়াক বন্ধু-বান্ধৱী আৰু পৰিয়ালৰ সৈতে ভাগ-বতৰা কৰোঁ।)

3. Practice speaking in active and passive voice with your classmates. Also, try to identify the different parts of sentences while you speak. (তোমাৰ সহপাঠীসকলৰ সৈতে কর্তৃবাচ্য আৰু কৰ্মবাচ্যৰ বাক্যৰ অভ্যাস কৰা। লগতে, তুমি কথা পাতোঁতে বাক্যৰ বিভিন্ন অংশ চিনাক্ত কৰিবলৈ চেষ্টা কৰা।)

Ans: Practise yourself with your classmate.

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment