Communication Skills (Session 6 Writing Skills-Parts of Speech)
Employability Skills
Communication Skills (যোগাযোগ দক্ষতা)
Session: 6 Writing Skills-Parts of Speech (লিখন দক্ষতা-বাক্যাংশ)
Textual Question-Answers
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
A. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)
Read the questions carefully and circle the letter (a), (b), (c) or (d) that best answers the question. (প্রশ্নবোৰ মনোযোগ সহকাৰে পঢ়া আৰু সৰ্বশ্রেষ্ঠ উত্তৰ নিৰ্বাচন কৰিবলৈ (a), (b), (c) বা (d) বৃত্তাকাৰ কৰা।)
1. In which of the following, the underlined word is an adjective? (তলৰ কোনটো বাক্যত আণ্ডাৰলাইন কৰা শব্দটো বিশেষণ?)
(a) Radha has a red dress. (ৰাধাৰ এটা ৰঙা কাপোৰ আছে।)
(b) I can speak French. (মই ফ্রেঞ্চ ভাষা ক’ব পাৰোঁ।)
(c) ‘The Girl on the Train’ is a best-seller. (দ্য গার্ল অন দ্য ট্রেইন এটা সর্বাধিক বিক্রী হোৱা কিতাপ।)
(d) Abdul can swim fast. (আবদুলে বেগাই সাঁতুৰিব পাৰে।)
Ans: (a) and (c)
2. Which of these sentences is capitalised correctly? (তলৰ কোনটো বাক্যত ডাঙৰ হৰফ সঠিকভাবে ব্যৱহাৰ কৰা হৈছে?)
(a) Ravi and i are going to the movies. (ৰৱী আৰু মই চিনেমা চাবলৈ গৈ আছোঁ।)
(b) Salim is visiting India in july. (ছলিম জুলাই মাহত ভাৰতলৈ আহি আছে।)
(c) The Tiger is a strong animal. (বাঘ এটা শক্তিশালী জন্তু।)
(d) She is arriving on Monday. (তেওঁ সোমবাৰে আহি আছে।)
Ans: (c) and (d)
3. Which of these sentences are punctuated correctly? (তলৰ কোনটো বাক্যত যতিচিহ্ন সঠিকভাবে ব্যৱহৃত হৈছে?)
(a) When is the party. (পার্টী কেতিয়া।)
(b) I had bread omelette and a Banana for breakfast (মইজলপান হিচাপে ব্রেড অমলেট আৰু এটা কল খাইছিলোঁ।)
(c) I am so excited about my first foreign trip! (মই মোৰ প্ৰথম বিদেশ ভ্রমণৰ বাবে অতি উত্তেজিত!)
(d) This is Abdul’s notebook. (এইটো আবদুলৰ টোকাবহী।)
Ans: (c) and (d)
4. In which of these sentences can you find an adverb? (তলৰ কোনটো বাক্যত ক্রিয়া বিশেষণ পাব পাৰা?)
(a) Divya drinks milk everyday. (দিব্যাই প্রতি দিন গাখীৰ খায়।)
(b) Sanjay gifted me a new pen. (সঞ্জয়ে মোক এটা নতুন কলম উপহাৰ দিছে।)
(c) I opened the door lock. (মই দৰ্জাৰ তালা খুলিছিলোঁ।)
(d) Sita is 5-feet tall. (সীতা ৫ ফুট ওখ।)
Ans: (a) Divya drinks milk everyday.
B. Fill in the Blanks (খালী ঠাই পূৰণ কৰা)
Ans:
(a) The boy is swimming.
(b) The children are playing.
(c) The students are writing.
(d) Rahim is driving a car.
(e) Ms Sen is teaching.
(f) The cat is eating.
B. Subjective Question (বিষয়নিষ্ঠ প্রশ্ন)
1. Identify the conjunctions and prepositions from the list below and write these in the correct box. (তলৰ তালিকাৰ পৰা সংযোজক আৰু অব্যয় চিনাক্ত কৰা আৰু সঠিক বাকচত লিখা।) Over, Because, Under, And, Since, In, At, Although, Or, Up, On, Beside
Ans:
Conjunctions – (সংযোজক)
Because – কাৰণ
Since – যিহেতু পৰা
Although – যদিও
Or – অথবা, নাইবা
Explanation (ব্যাখ্যা): Conjunctions join two words, phrases, or clauses within a sentence. (সংযোজক শব্দবোৰে বাক্যৰ ভিতৰত দুইটা শব্দ বা বাক্যাংশক যোগ কৰে।)
Prepositions (অব্যয়)
Over – ওপৰত
Under – তলত
In – ভিতৰত
At – ত
Up – ওপৰলৈ
On – ওপৰত
Beside – কাষত
Explanation (ব্যাখ্যা): Prepositions are used to show the relationship of a noun or pronoun with another word-indicating place, time, or position (অব্যয় শব্দবোৰে কোনো বস্তু বা ব্যক্তিৰ স্থান, সময়, বা সম্পর্ক বুজাবলৈ ব্যৱহৃত হয়।)
