আপুনি যদি ইংৰাজী মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেটত Class 10 English Automotive Self-Management Skills (Session 5 Self Regulation-Time Management) Question Answer Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত Automotive subject ৰ প্রথম ভাগ Job Role: Four Wheeler Service Technician আৰু দ্বিতীয় ভাগ Employability Skills ইংৰাজী আৰু অসমীয়া মাধ্যমত সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Self-Management Skills (Session 5 Self Regulation-Time Management)
Employability Skills
Self-Management Skills (আত্ম-ব্যৱস্থাপনা দক্ষতা)
Session: 5 Self Regulation-Time Management (আত্ম নিয়ন্ত্রণ-সময় ব্যৱস্থাপনা)
Textual Question-Answers
👉 Read Also:
- Basic Computer Operation
- Performing Basic File Operations
- Computer Care and Management
- Computer Security and Privacy
- Entrepreneurship and Society
- Qualities & Functions of an Entrepreneur
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
A. Subjective Question (বিষয়নিষ্ঠ প্রশ্ন)
1. What is time management and how can you manage your time? (সময় ব্যৱস্থাপনা কি আৰু তুমি তোমাৰ সময় কেনেকৈ ব্যৱস্থাপন কৰিব পাৰা?)
Ans: Time management is the ability to plan and control how much time you spend on activities. You can manage your time by making a schedule, setting priorities, avoiding distractions, and completing tasks on time. (সময় ব্যৱস্থাপনা হৈছে কামত কিমান সময় দিয়াৰ পৰিকল্পনা আৰু নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা। তুমি সময় সূচী তৈয়াৰ কৰি, কামৰ প্রাধান্য ঠিক কৰি, বিভ্রান্তি এৰি আৰু কামসমূহ সময়মতে সম্পূর্ণ কৰি সময় ব্যৱস্থাপনা কৰিব পাৰা।)
2. How can tracking your time help you? (তোমাৰ সময় অনুসৰণ কাৰ্যই কেনেকৈ তোমাক সহায় কৰিব পাৰে?)
Ans: Tracking my time helps me understand how I spend it, identify wasted time, and improve productivity. (মোৰ সময় অনুসৰণ কৰাটোয়ে মই কেনেদৰে সময় খৰচ কৰো, মোৰ অপচয় হোৱা সময় আৰু উৎপাদনশীলতা বুজাত সহায় কৰে।)
