Join WhatsApp

Join Now

Join Telegram

Join Now

Communication Skills (Session 5 Barriers to Effective Communication)

By Rabbi Masrur

Published On:

Communication Skills (Session 5 Barriers to Effective Communication)

Employability Skills

Communication Skills (যোগাযোগ দক্ষতা)

Session: 5 Barriers to Effective Communication (কাৰ্যকৰী যোগাযোগৰ প্ৰতিবন্ধকসমূহ)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

A. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

Read the questions carefully and circle the letter (a), (b), (c) or (d) that best answers the question. (প্রশ্নবোৰ মনোযোগ সহকাৰে পঢ়া আৰু সৰ্বশ্রেষ্ঠ উত্তৰ নিৰ্বাচন কৰিবলৈ (a), (b), (c) বা (d) বৃত্তাকাৰ কৰা।)

1. Which of these is NOT a common communication barrier? (তলৰ কোনটো সাধাৰণ যোগাযোগৰ বাধা নহয়?)

(a) Linguistic barrier. (ভাষাগত বাধা)

(b) Interpersonal barrier, (ব্যক্তিগত বা আন্তঃব্যক্তিক বাধা)

(c) Financial barrier. (আর্থিক বাধা)

(d) Organisational barrier. (সংগঠনিক বাধা)

Ans: (c)

2. Which of these are ways to overcome communication barriers? (তলৰ কোনবোৰ যোগাযোগৰ বাধা অতিক্ৰম কৰাৰ উপায়?)

(a) Respecting each other’s differences. (পৰস্পৰে পৰস্পৰৰ পাৰ্থক্যক সন্মান কৰা)

(b) Using a translator. (অনুবাদক ব্যৱহাৰ কৰা)

(c) Not communicating at all. (একেবাৰে যোগাযোগ নকৰা)

(d) Using your own language for comfort. (নিজৰ ভাষাত কথা পাতা যাতে সহজ লাগে)

Ans: (a) and (b)

B. Subjective Question (বিষয়নিষ্ঠ প্রশ্ন)

1. Write down the common communication barriers you may come across when you move to a new city or country. (নতুন এখন চহৰ বা দেশলৈ যোৱাৰ সময়ত তুমি মুখামুখি হোৱা সাধাৰণ যোগাযোগ বাধাবোৰ লিখা।)

Ans: When we move to a new city or country, we may face several communication barriers. (যেতিয়া আমি নতুন এখন চহৰ বা দেশলৈ যাওঁ, তেতিয়া আমি বহু যোগাযোগ বাধাৰ সন্মুখীন হ’ব পাৰো।)

The first barrier is the ‘language difference’, which makes it difficult to express ourselves properly. (প্রথম বাধা হৈছে ‘ভাষাৰ পাৰ্থক্য’, যাৰ ফলত আমি নিজৰ কথা সঠিকভাবে প্রকাশ কৰিব নোৱাৰো।)

The second barrier is ‘cultural difference’, as people may have different customs, manners, and ways of greeting (দ্বিতীয় বাধা হৈছে ‘সাংস্কৃতিক পার্থক্য’, কাৰণ মানুহৰ বেলেগ ধৰণৰ আচাৰ-ব্যৱহাৰ আৰু শুভেচ্ছা জনোৱাৰ পদ্ধতি থাকিব পাৰে।)

Another barrier is ‘accent and pronunciation’, which sometimes creates misunderstanding. (আন এটা বাধা হৈছে ‘উচ্চাৰণ আৰু স্বৰভঙ্গী’, যিয়ে কেতিয়াবা ভুল-বুজাবুজি সৃষ্টি কৰে।)

‘Lack of confidence’ also becomes a barrier, because we may feel shy or nervous to talk with strangers. (‘আত্মবিশ্বাসৰ অভাব’ও এটা বাধা, কাৰণ আমি নতুন মানুহৰ সৈতে কথা পাতিবলৈ লাজ বা ভয় অনুভৱ কৰিব পাৰো।)

Finally, ‘technological or environmental barriers’ like poor internet, noise, or distractions may also affect communication. (অন্ততঃ ‘প্রযুক্তিগত বা পৰিবেশজনিত বাধা’ যেনে ইণ্টাৰনেটৰ সমস্যা, শব্দ, বা মনোযোগ বিভ্রাটেও যোগাযোগত প্রভাৱ পেলাব পাৰে।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment