Join WhatsApp

Join Now

Join Telegram

Join Now

Automobile and Their Components (Session 4 Lubrication System)

By Rabbi Masrur

Published On:

Automobile and Their Components Session 4 Lubrication System (তেল দ্ৰৱণ ব্যৱস্থা)

Four Wheeler Service Technician

Automobile and Their Components (মটৰগাড়ী আৰু  ইয়াৰ অংশবোৰ)

Session: 4 Lubrication System (তেল দ্ৰৱণ ব্যৱস্থা)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)

1. List the parts which require lubrication. (কোন কোন অংশত তেল লগোৱাৰ প্ৰয়োজন হয় তাৰ তালিকা লিখা)

Ans:

List the parts which require lubrication

S.No. Name of Parts. (ক্র. নং অংশৰ নাম)

1. Engine bearings (ইঞ্জিন বেয়াৰিংচ)

2. Piston and cylinder (পিষ্টন আৰু চিলিণ্ডাৰ)

3. Camshaft and crankshaft (কেমচ্যাফ্ট আৰু ক্রেঙ্কচ্যাফ্ট)

4. Gearbox parts (গিয়াৰবক্সৰ অংশবোৰ)

5. Wheel bearings (চকাৰ বেয়াৰিংচ)

2. Prepare a poster showing lubrication system. (তৈলকৰণ প্রণালী দেখুৱাই এটা পোষ্টাৰ তৈয়াৰ কৰা।)

Ans:

A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

1. The lubrication system in an engine delivers oil to the moving parts to reduce friction and assist in keeping the parts cool. (এটা ইঞ্জিনৰ লুব্রিকেচন প্রণালীয়ে চলন্ত অংশত তেল দিয়ে যাতে ঘর্ষণ কম হয় আৰু অংশবোৰ ঠাণ্ডা ৰাখিবলৈ সহায় কৰে)

2. The viscosity index indicates the relative change of viscosity with temperature. (ভিচক ‘চিটি সূচকে উষ্ণতাৰ লগে লগে ভিচক চিটিৰ পৰিৱৰ্তন দেখুৱায়।)

3. Flash point is the minimum temperature at which oil vapours form an explosive mixture with air. (ফ্লেছ পইন্ট হৈছে সামান্যতম তাপমাত্রা য’ত তেলৰ বাষ্প বতাহৰ লগত বিস্ফোৰক মিশ্রণ ঘটায়)

4. Pour point is the temperature at which a lubricant cease to flow when cooled under standard conditions. (প’ৰ পইন্ট হৈছে সেই তাপমাত্রা য’ত এটা লুব্রিকেন্ট ঠাণ্ডা হ’লে বহি যোৱা বন্ধ কৰে)

B. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1. Which property of lubricating oil is crucial for maintaining hydrodynamic lubrication? (হাইড্র ‘ডাইনামিক লুব্রিকেচন বজাই ৰাখিবলৈ লুব্রিকেচন তেলৰ কোন গুণটো অতি প্রয়োজনীয়?)

a) Flash point (ফ্রেশ পইন্ট)

b) Viscosity (ভিচক’চিটি)

c) Pour point (প’ৰ পইন্ট)

d) Cleanliness (পৰিচ্ছন্নতা)

Ans: (b) Viscosity (ভিচক’চিটি)

2. What is the significance of the flash point of a lubricant? (এটা লুব্রিকেন্টৰ ফ্লেচ পইন্টৰ গুৰুত্ব কি?)

Ans: a) It measures the oil’s ability to pour at low temperatures. (এইটো তেলৰ নিম্ন তাপত বৈ যাব পৰা ক্ষমতা দেখুৱায়)

b) It indicates the temperature at which the oil becomes solid. (এইটো সেই উষ্ণতা দেখুৱায় য’ত তেল কঠিন হয়)

c) It is the minimum temperature at which the oil vapors form an explosive mixture with air. (এইটো সামান্যতম তাপ য’ত তেলৰ বাষ্প বতাহৰ লগত বিস্ফোৰক মিশ্রণ ঘটায়)

d) It measures the oil’s resistance to oxidation. (এইটো তেলৰ অক্সিডেচনৰ প্ৰতিৰোধ ক্ষমতা পৰিমাপ কৰে।)

Ans: (c) It is the minimum temperature at which the oil vapors form an explosive mixture with air. (এইটো সামান্যতম তাপ য’ত তেলৰ বাষ্প বতাহৰ লগত বিস্ফোৰক মিশ্রণ ঘটায়)

3. What type of lubricant is described as having a semi-solid state? (কোন ধৰণৰ লুব্রিকেন্ট অর্ধ-গোটা ৰূপত থাকে?)

a) Mineral oil (মিনাৰেল তেল)

b) Grease (গ্রীজ)

c) Vegetable oil (ভেষজ তেল)

d) Synthetic oil (কৃত্রিম তেল)

Ans: (b) Grease (গ্রীজ)

4. Which type of lubricant is commonly used for varying temperature conditions in automotive engines? (কোন ধৰণৰ লুব্রিকেন্ট গাড়ীৰ ইঞ্জিনত ভিন্ন তাপ পৰিস্থিতিত ব্যৱহাৰ কৰা হয়?)

a) Multi-grade oil (মাল্টি-গ্রেড তেল)

b) Emulsions (ইমলচন)

c) Solid lubricant (কঠিন লুব্রিকেন্ট)

d) Mono-grade oil (ম’ন’-গ্রেড তেল)

Ans: (a) Multi-grade oil (মাল্টি-গ্রেড তেল)

Activities (কার্য-কলাপ)

Checklist for Assessment Activity (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)

Use the following checklist to see if you’ve met all the requirements for understanding the lubrication system. (লুব্রিকেচন প্রণালী বুজিবলৈ সকলো প্রয়োজনীয় ধাপ পূৰণ হৈছে নে নাই, তাৰ বাবে তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা)

Part A

Share importance of the lubrication used in a vehicle. (গাড়ীত ব্যৱহৃত লুব্রিকেচনৰ গুৰুত্ব বর্ণনা কৰা)

Ans: Lubrication in a vehicle reduces friction, prevents wear of parts, removes heat, keeps parts clean, and increases the life of the engine. (গাড়ীৰ লুব্রিকেচনে ঘর্ষণ কমায়, অংশবোৰ ক্ষয় হোৱাৰ পৰা ৰক্ষা কৰে, তাপ আঁতৰায়, অংশবোৰ পৰিচ্ছন্ন ৰাখে আৰু ইঞ্জিনৰ আয়ু বৃদ্ধি কৰে।)

Part B

What is the meaning of lubricants? (লুব্রিকেন্টৰ অৰ্থ কি?)

Ans: Lubricants are substances like oil and grease which reduce friction between moving parts. (লুব্রিকেন্ট হৈছে তেল আৰু গ্ৰীজৰ দৰে পদার্থ, যি চলন্ত অংশৰ মাজত ঘৰ্ষণ কমায়)

What are the different types of lubricant used in automobiles? (গাড়ীত ব্যৱহাৰ কৰা লুব্রিকেন্টৰ বিভিন্ন ধৰণ কি কি?)

Ans: The different types of lubricants used in automobiles are liquid lubricants (oil), semi-solid lubricants (grease), and solid lubricants (graphite, molybdenum). (গাড়ীত ব্যৱহাৰ কৰা লুব্রিকেন্টৰ ধৰণ হৈছে তৰল লুব্রিকেন্ট (তেল), অর্ধ-গোটা লুব্রিকেন্ট (গ্রীজ) আৰু কঠিন লুব্রিকেন্ট (গ্রাফাইট, ম’লিবডেনাম))

Differentiate between different types of lubricants. (বিভিন্ন লুব্রিকেন্টৰ মাজত পার্থক্য লিখা)

Ans: Oils are liquid and flow easily, grease is thick and semi-solid, and solid lubricants are in powder or solid form. (তেল হৈছে তৰল আৰু সহজে বৈ যায়, গ্রীজ ঘন আৰু অর্ধ-কঠিন, আৰু কঠিন লুব্রিকেন্ট গোটা ৰূপত থাকে।)

Flash point and Pour point ——– explain. (ফ্লেচ পইন্ট আৰু প’ৰ পইন্ট বুজাই লিখা।)

Ans: Flash point is the lowest temperature at which oil vapors catch fire with air. Pour point is the lowest temperature at which oil stops flowing. (ফ্লেচ পইন্ট হৈছে সামান্যতম তাপ য’ত তেলৰ বাষ্পে বতাহৰ লগত জুই জ্বলায়। প’ৰ পইন্ট হৈছে সামান্যতম তাপ য’ত তেল বৈ যোৱা বন্ধ কৰে।)

Importance of properties of lubricants. (লুব্রিকেন্টৰ গুণবোৰৰ গুৰুত্ব বর্ণনা কৰা।)

Ans: Properties of lubricants like viscosity, flash point, and pour point are important because they help in selecting the right lubricant for vehicles and ensure safety and performance. (লুব্রিকেন্টৰ ভিচক’চিটি, ফ্লেচ পইন্ট আৰু প’ৰ পইন্টৰ দৰে গুণবোৰ গুৰুত্বপূৰ্ণ, কাৰণ এইবোৰে গাড়ীৰ বাবে উপযুক্ত লুব্রিকেন্ট বাছনি কৰাত সহায় কৰে আৰু সুৰক্ষা আৰু কার্যক্ষমতা নিশ্চিত কৰে।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment