Join WhatsApp

Join Now

Join Telegram

Join Now

Communication Skills (Session 4 Communication Cycle & Importance)

By Rabbi Masrur

Published On:

আপুনি যদি ইংৰাজী মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেটত Class 10 English Automotive Communication Skills (Session 4 Communication Cycle & Importance) Question Answer Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত Automotive subject ৰ প্রথম ভাগ Job Role: Four Wheeler Service Technician আৰু দ্বিতীয় ভাগ Employability Skills ইংৰাজী আৰু অসমীয়া মাধ্যমত সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Communication Skills (Session 4 Communication Cycle & Importance)

Employability Skills

Communication Skills (যোগাযোগ দক্ষতা)

Session: 4 Communication Cycle & Importance (যোগযোগ চক্র আৰু গুৰুত্ব)

Textual Question-Answers

👉 Read Also:

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

A. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

Read the questions carefully and circle the letter (a), (b), (c) or (d) that best answers the question. (প্রশ্নবোৰ মনোযোগ সহকাৰে পঢ়া আৰু সৰ্বশ্রেষ্ঠ উত্তৰ নিৰ্বাচন কৰিবলৈ (a), (b), (c) বা (d) বৃত্তাকাৰ কৰা।)

1. Which of these are examples of positive feedback? (তলৰ কোনবোৰ ধনাত্মক প্রতিক্ৰিয়াৰ উদাহৰণ?)

(a) Excellent, your work has improved. (উত্তম, তোমাৰ কামত উন্নতি হৈছে।)

(b) I noticed your dedication towards the project. (মই প্রকল্পটোৰ প্রতি তোমাৰ নিষ্ঠা লক্ষ্য কৰিছো।)

(c) You are always doing it the wrong way. (তুমি সদায় ভুল পদ্ধতিত কাম কৰিছা।)

(d) All of the above (উপৰোক্ত সকলো)

Ans: (d)

2. Which of these are examples of negative feedback? (তলৰ কোনবোৰ ঋণাত্মক প্রতিক্ৰিয়াৰ উদাহৰণ?)

(a) I hate to tell you this but your drawing skills are poor. (মই এইটো ক’বলৈ বেয়া পাইছোঁ যেতোমাৰ অংকনবোৰ নিম্ন মানৰ।)

(b) You can surely improve your drawing (তুমি নিশ্চয় তোমাৰ অংকনবোৰ উন্নত কৰিব পাৰা।)

(c) This is a good drawing but you can do better. (এইটো এটা ভাল ছবি, কিন্তু তুমি আৰু ভালকৈ কৰিব পাৰা।)

(d) None of the above (উপৰোক্ত কোনোটো নহয়)

Ans: (a)

3. Which of the following are effective components of a good feedback? (তলৰ কোনবোৰ ভাল প্রতিপ্রতিক্ৰিয়াৰ ফলপ্রসূ অংশ?)

(a) Detailed and time consuming. (বিস্তাৰিত আৰু সময় খৰচী)

(b) Direct and honest. (পোনাপুনি আৰু সৎ)

(c) Specific. (নির্দিষ্ট)

(d) Opinion-based. (মতামত-ভিত্তিক)

Ans: (b) and (c)

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment