Self-Management Skills (Session 3 Self Motivation)
Employability Skills
Self-Management Skills (আত্ম-ব্যৱস্থাপনা দক্ষতা)
Session: 3 Self Motivation (আত্ম-অভিৰুচন)
Textual Question-Answers
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
A. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)
Read the questions carefully and circle the letter (a), (b), (c) or (d) that best answers the question. (প্রশ্নবোৰ মনোযোগ সহকাৰে পঢ়া আৰু সৰ্বশ্রেষ্ঠ উত্তৰ নিৰ্বাচন কৰিবলৈ (a), (b), (c) বা (d) বৃত্তাকাৰ কৰা।)
1. What makes you complete work or studies without others cheering you? (আনে উৎসাহ নিদিয়াকৈও কোনটো বস্তুয়ে তোমাক কাম বা অধ্যয়ন সম্পূর্ণ কৰিবলৈ প্ৰেৰণা দিয়ে?)
(a) Self-confidence (আত্ম-বিশ্বাস)
(b) Communication (যোগাযোগ)
(c) Self-motivation (আত্ম-প্ৰেৰণা)
(d) Self-esteem (আত্ম-সম্মান)
Ans: (c) Self-motivation (আত্ম-প্ৰেৰণা)
2. Which of the following are types of motivation? (তলৰ কোনবোৰ প্ৰেৰণাৰ ধৰণ?)
(a) Internal (অভ্যন্তৰীণ)
(b) Intermediate (মধ্যবর্তী)
(c) External (বাহ্যিক)
(d) Extensive (প্ৰসাৰিত)
Ans: (a) Internal (অভ্যন্তৰীণ) and (c) External (বাহ্যিক)
3. Ravi works hard to get the best student award at the end of year. What type of motivation is this? (ববিয়ে বছৰৰ শেষত সর্বশ্রেষ্ঠ ছাত্র বঁটা পাবলৈ কঠোৰ পৰিশ্ৰম কৰে। এই প্ৰেৰণাটো কোন ধৰণৰ?)
(a) Internal (অভ্যন্তৰীণ)
(b) External (বাহ্যিক)
(c) Both internal and external (অভ্যন্তৰীণ আৰু বাহ্যিক দুয়োটা)
(d) Not any specific type of motivation (প্ৰেৰণাৰ কোনো নির্দিষ্ট ধৰণ নহয়)
Ans: (b) External (বাহ্যিক)
