Automobile and Their Components Session 3 Engine (ইঞ্জিন)
Four Wheeler Service Technician
Automobile and Their Components (মটৰগাড়ী আৰু ইয়াৰ অংশবোৰ)
Session: 3 Engine (ইঞ্জিন)
Textual Question-Answers
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)
1. List the components of an engine. (এটা ইঞ্জিনৰ অংশবোৰ লিখা।)
Ans:
S. No. Name of component (ক্র. নং অংশবোৰ নাম)
1. Cylinder (চিলিণ্ডাৰ)
2. Piston (পিষ্টন)
3. Connecting rod (কনেক্টিং ৰড)
4. Crankshaft (ক্রেংকছ্যাফট)
5. Valves (ভালভচ)
6. Spark plug (স্পার্ক প্লাগ)
7. Camshaft (কেমছ্যাফ্ট)
8. Flywheel (ফ্লাইহুইল)
9. Cooling system (কুলিং চিষ্টেম)
2. Prepare a poster showing engine used in automobiles. (গাড়ীত ব্যৱহাৰ হোৱা ইঞ্জিনৰ এখন পোষ্টাৰ তৈয়াৰ কৰা।)
Ans: A poster showing engine used in automobiles is prepared below: (তলত গাড়ীত ব্যৱহাৰ হোৱা ইঞ্জিন এখনৰ পোষ্টাৰ তৈয়াৰ কৰা হ’ল।)
A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)
1. Otto Cycle Engine and Diesel Cycle Engine are classifications based on the cycle of operation of an internal combustion engine. (অট্ট চাইকেল ইঞ্জিন আৰু ডিজেল চাইকেল ইঞ্জিন হ’ল আন্তঃদহন ইঞ্জিনৰ কাম কৰাৰ চক্ৰৰ ওপৰত ভিত্তি কৰি কৰা বৰ্গীকৰণ।)
2. The compression ratio of a petrol engine typically ranges from 8 to 9.5:1, while that of a diesel engine range from 16 to 22. (এটা পেট্রল ইঞ্জিনৰ কম্প্ৰেছন ৰেচিঅ’ সাধাৰণতে ৮ ৰ পৰা ৯.৫:১ হয়, আৰু এটা ডিজেল ইঞ্জিনৰ ক্ষেত্ৰত ১৬ ৰ পৰা ২২ হয়।)
3. Brake Horse Power (B.H.P.) is the actual power delivered at the crankshaft of the engine, considering various power losses. (ব্লেক হর্চ পাওৱাৰ (B.H.P.) হ’ল ইঞ্জিনৰ ক্ৰেংকচ্যাফটত বিভিন্ন শক্তি ক্ষতি বিবেচনা কৰি পোৱা প্ৰপ্রকৃত শক্তি।)
4. The stroke of an engine is defined as the distance travelled by the piston from the Top Dead Centre (T.D.C.) to the Bottom Dead Centre (B.D.C.). (এটা ইঞ্জিনৰ স্ট্রোক হ’ল পিষ্টনে টপ ডেড চেণ্টাৰ (T.D.C.)ৰ পৰা বটম ডেড চেণ্টাৰ (B.D.C.) লৈ যোৱা দূৰত্ব।)
Multiple Choice Questions (বহুবিকল্প প্রশ্ন)
1. What is the function of the ‘clearance volume’ in an engine? (এটা ইঞ্জিনত ‘ক্লিয়াৰেন্স ভলিউম’-ৰ কাৰ্য কি?)
Ans: a) It is the volume of fuel required for one complete cycle. (এয়া এটা সম্পূৰ্ণ চক্ৰৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ আয়তন।)
b) It is the volume of air in the carburetor. (এয়া কাৰ্বিউৰেটৰত থকা বায়ুৰ আয়তন।)
c) It is the space needed for fuel injection. (এয়া ইন্ধন ইনজেকচনৰ বাবে প্রয়োজনীয় ঠাই।)
d) It is the volume above the piston when it is at Top Dead Centre (T.D.C.). (ই যেতিয়া পিষ্টন Top Dead Centre (T.D.C.)ত থাকে, তেতিয়া তাৰ ওপৰত থকা আয়তন।)
Ans: (b) It is the volume of air in the carburetor. (এয়া কাৰ্বিৰেটৰত থকা বায়ুৰ আয়তন।)
2. Which type of engine is classified based on the fuel used? (ইন্ধনৰ ওপৰত ভিত্তি কৰি কোন ধৰণৰ ইঞ্জিন বৰ্গীকৰণ কৰা হয়?)
a) Four-cylinder engine (ফ’ৰ-চিলিণ্ডাৰ ইঞ্জিন)
b) Diesel engine (ডিজেল ইঞ্জিন)
c) V-type engine (ভি-টাইপ ইঞ্জিন)
d) Low-speed engine (কম গতিৰ ইঞ্জিন)
Ans: (c) V-type engine (ভি-টাইপ ইঞ্জিন)
3. What does Indicated Horse Power (I.H.P.)’ refer to in an engine? (এটা ইঞ্জিনত ‘Indicated Horse Power (I.H.P.)’ব অর্থ কি?)
a) The actual power at the crankshaft. (ক্রেঙ্কচ্যাফটত থকা আচল শক্তি)
b) The power lost due to friction. (ঘৰ্ষণৰ বাবে হেৰোৱা শক্তি)
c) The power developed within the engine cylinders. (ইঞ্জিনৰ চিলিণ্ডাৰসমূহত উৎপন্ন হোৱা শক্তি)
d) The power required to overcome wind resistance. (বতাহৰ প্ৰতিৰোধ অতিক্ৰম কৰিবলৈ প্রয়োজনীয় শক্তি)
Ans: (b) The power lost due to friction. (ঘৰ্ষণৰ বাবে হেৰোৱা শক্তি)
4. Which engine type uses air as a cooling method?
(কোন ধৰণৰ ইঞ্জিনে বায়ুক শীতল কৰাৰ উপায় হিচাপে ব্যৱহাৰ কৰে?)
a) Water-cooled engine, (পানীৰে শীতল কৰা ইঞ্জিন)
b) Air-cooled engine. (বায়ুৰে শীতল কৰা ইঞ্জিন)
c) Oil-cooled engine. (তেলেৰে শীতল কৰা ইঞ্জিন)
d) Hybrid-cooled engine, (হাইব্রিড শীতল কৰা ইঞ্জিন)
Ans: (d) Hybrid-cooled engine, (হাইব্রিড শীতল কৰা ইঞ্জিন)
Activities (কার্য-কলাপ)
Part A
Share classification of engine used in a vehicle. (এটা গাড়ীত ব্যৱহাৰ হোৱা ইঞ্জিনৰ বৰ্গীকৰণ লিখা।)
Ans: Engines in vehicles are classified as – (গাড়ীৰ ইঞ্জিনক এইদৰে বৰ্গীকৰণ কৰা হয়-)
1. Petrol engine (পেট্রল ইঞ্জিন)
2. Diesel engine (ডিজেল ইঞ্জিন)
3. Gas engine (গেছ ইঞ্জিন)
4. Electric engine (ইলেক্ট্রিক ইঞ্জিন)
Part B
Discuss in class the following (শ্রেণীত নিম্নলিখিত বিষয়সমূহ আলোচনা কৰা।)
Classification of engine. (ইঞ্জিনৰ বৰ্গীকৰণ)
Ans: Engines are classified based on fuel used, cylinder arrangement, cooling method, and speed, (ইঞ্জিনসমূহ ইন্ধন, চিলিণ্ডাৰৰ ব্যৱস্থা, শীতলকৰণ পদ্ধতি আৰু গতিৰ ওপৰত ভিত্তি কৰি বৰ্গীকৰণ কৰা হয়।)
Classification based on cylinder. (চিলিণ্ডাৰৰ ওপৰত ভিত্তি কৰি বৰ্গীকৰণ)
Ans: Single-cylinder, two-cylinder, four-cylinder, V-type, inline engines. (একক চিলিণ্ডাৰ, দ্বি চিলিণ্ডাৰ, চাৰি চিলিণ্ডাৰ, ভি-টাইপ, ইনলাইন ইঞ্জিনসমূহ।)
Capacity of an engine. (ইঞ্জিনৰ ক্ষমতা)
Ans: Engine capacity is the total volume displaced by all pistons in one complete cycle. (ইঞ্জিনৰ ক্ষমতা হৈছে এটা সম্পূর্ণ চক্রত সকলো পিষ্টনে স্থানান্তৰ কৰা মুঠ আয়তন।)
Name popular type of engine used in motorcycles. (মটৰচাইকেলত ব্যৱহৃত জনপ্রিয় ইঞ্জিনৰ নাম)
Ans: Single-cylinder and twin-cylinder engines are popular in motorcycles. (মটৰচাইকেলত একক চিলিণ্ডাৰ আৰু যোৰ চিলিণ্ডাৰ ইঞ্জিন জনপ্রিয়।)
Importance of an engine. (ইঞ্জিনৰ গুৰুত্ব)
Ans: An engine provides power to run vehicles and machines efficiently. (ইঞ্জিনে বাহন আৰু যন্ত্রসমূহ কাৰ্যকৰীভাবে চলাবলৈ শক্তি যোগায়।)