Join WhatsApp

Join Now

Join Telegram

Join Now

Self-Management Skills (Session 2 Self Awareness-Strength & Weakness)

By Rabbi Masrur

Published On:

আপুনি যদি ইংৰাজী মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেটত Class 10 English Automotive Self-Management Skills (Session 2 Self Awareness-Strength & Weakness) Question Answer Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত Automotive subject ৰ প্রথম ভাগ Job Role: Four Wheeler Service Technician আৰু দ্বিতীয় ভাগ Employability Skills ইংৰাজী আৰু অসমীয়া মাধ্যমত সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Self-Management Skills (Session 2 Self Awareness-Strength & Weakness)

Employability Skills

Self-Management Skills (আত্ম-ব্যৱস্থাপনা দক্ষতা)

Session: 2 Self Awareness-Strength & Weakness (আত্ম-সচেতনতা – শক্তি আৰু দুৰ্বলতা)

Textual Question-Answers

👉 Read Also:

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

1. Fill in the table given below to prepare an action plan to build upon your strengths and overcome your weak-nesses. (তলৰ টেবুলখন পূৰণ কৰি তোমাৰ শক্তিৰ ওপৰত আধাৰ কৰি আগুৱাবলৈ আৰু তোমাৰ দুৰ্বলতাবোৰ অতিক্ৰম কৰিবলৈ এটা কাৰ্য্যপন্থা তৈয়াৰ কৰা।)

Ans:

Strengths (শক্তি): Confidence (আত্ম-বিশ্বাস), Hard work (অটল পৰিশ্ৰম), Honesty (সততা), Creativity (সৃষ্টিশীলতা), Patience (ধৈর্য্য) Weakness (দুর্বলতা)ঃ Fear of speaking in public (সর্বসম্মুখত কথা ক’বলৈ ভয়), Lack of focus (মনোযোগৰ অভাৱ), Impatience (অধৈর্য্যতা), Overthinking (অতি চিন্তা কৰা), Laziness (আলস্য)

Action plan (কাৰ্য্যপন্থা)ঃ Practice speaking in front of a mirror and participate in group discussions regularly. (দাপোণৰ আগত কথা কোৱাৰ অভ্যাস কৰা আৰু নিয়মিতভাবে দলীয় আলোচনাত অংশ গ্রহণ কৰা।)

Make a daily study schedule and remove distractions while studying. (দৈনন্দিন অধ্যয়ন সময়সূচী তৈয়াৰ কৰা আৰু অধ্যয়নৰ সময়ত মন বিঘ্নিত কৰা বস্তু আঁতৰ কৰা।)

Practice patience by staying calm and waiting for results without frustration. (শান্ত থাকি ফলাফলৰ বাবে অধৈর্য্য নোহোৱাকৈ ধৈৰ্য্যৰ অভ্যাস কৰা।)

Use creative hobbies like drawing or writing to express thoughts positively. (চিন্তা ভাল দিশত প্রকাশ কৰিবলৈ ছবি আঁকা বা লেখা যেনেকুৱা সৃষ্টিশীল শখৰ অভ্যাস কৰা।)।

Set small daily goals and reward ownself for completing them. (প্রতিদিনে সৰু লক্ষ্য স্থিৰ কৰা আৰু সম্পূৰ্ণ কৰিলে নিজকে প্ৰেৰণা দিয়া।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment