Join WhatsApp

Join Now

Join Telegram

Join Now

Automobile and Their Components (Session 2 Body or Superstructure)

By Rabbi Masrur

Published On:

Automobile and Their Components Session 2 Body or Superstructure

Four Wheeler Service Technician

Automobile and Their Components (মটৰগাড়ী আৰু  ইয়াৰ অংশবোৰ)

Session: 2 Body or Superstructure (বডি বা অতিৰিক্ত গঠন)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

1. The body shell of an automobile is formed by joining struc-tural assemblies into an integral shell using electric spot welding. (এখন অট’ম’বাইলৰ বডি শ্বেল বৈদ্যুতিক স্পট বেল্ডিং ব্যৱহাৰ কৰি গঠনসমূহক সংযুক্ত কৰি এটা অখণ্ড শ্বেল ৰূপে গঠন কৰা হয়।)

2. The floor assembly is generally the first part of the body to be assembled, followed by the pillars, rails, and panels to form the complete body. (ফ্ল’ৰ এছেম্বলি সাধাৰণতে বডিৰ প্ৰথম অংশ হিচাপে সংযুক্ত কৰা হয়, তাৰ পাছত পিলাৰ, ৰেইলচ আৰু পেনেল সংযুক্ত কৰি সম্পূৰ্ণ বডি গঠন কৰা হয়।)

3. Door windows are held in place by fasteners and each door is equipped with a check arm to prevent it from opening too far. (দুৱাৰ জানলীবোৰ ফাষ্টেনাৰ দ্বাৰা স্থিৰ কৰি ধৰি ৰখা হয় আৰু প্ৰত্যেক দুৱাৰত ইয়াক অতিদূৰলৈ খোলাৰ পৰা ৰোধ কৰিবলৈ চেক আর্ম সংলগ্ন থাকে।)

4. The windshield and back window are curved to improve visibility and are provided with weather strips for sealing. (উইন্ডশিল্ড আৰু পিছৰ জানলীৰ দৃশ্যমানতা উন্নত কৰিবলৈ বেঁকা কৰা হয় আৰু চিলিংৰ বাবে বতৰ স্ট্রিপ প্ৰদান কৰা হয়।)

Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1. What is the primary purpose of the body inner trimming in a car? (গাড়ীৰ বডিৰ ভিতৰৰ ট্রিমিংৰ মুখ্য উদ্দেশ্য কি?)

a) To add weight to the vehicle. (গাড়ীৰ ওজন বৃদ্ধি কৰা)

b) To reduce mechanical components’ vibrations and improve car appearance and comfort. (যান্ত্রিক অংশৰ কম্পন হ্রাস কৰা আৰু গাড়ীৰ আকাৰ আৰু আৰাম উন্নত কৰা)

c) To increase fuel efficiency. (ইন্ধনৰ কাৰ্যক্ষমতা বৃদ্ধি কৰা)

d) To make the car faster. (গাড়ীটো অধিক দ্রুত কৰা)

Ans: b) To reduce mechanical components’ vibrations and improve car appearance and comfort. (যান্ত্রিক অংশৰ কম্পন হ্রাস কৰা আৰু গাড়ীৰ ৰূপ আৰু আৰাম উন্নত কৰা)

2. Which component of the car body is used to cover the engine compartment? (গাড়ীৰ বডিৰ কোন অংশটো ইঞ্জিন অংশটো ঢাকিবলৈ ব্যৱহৃত হয়?)

a) Deck lid (ডেক লিড)

b) Bumper (বাম্পাৰ)

c) Hood (হুড)

d) Floor assembly (ফ্ল’ৰ এচেম্বলি)

Ans: c) Hood. (হুড)

3. How is the rear seat of a car generally constructed? (গাড়ীৰ পেছৰ চিট সাধাৰণতে কেনেকৈ নিৰ্মাণ কৰা হয়?)

a) It is a single piece of metal, (এটা ধাতুৰ একক টুকুৰা)

b) It consists of two separate parts: the back and the cushion. (দুটা পৃথক অংশৰ পৰা গঠিতঃ পিছৰ অংশ আৰু গদী)

c) It is a single piece of upholstered leather. (এটা একক আবৃত চামৰাৰ টুকুৰা)

d) It is made from a solid block of foam. (এটা কঠিন ফোমৰ ব্লকৰে নির্মিত)

Ans: b) It consists of two separate parts: the back and the cushion (দুটা পৃথক অংশৰ পৰা গঠিতঃ পিছৰ অংশ আৰু গদী)

4. What material is commonly used to line the edges of the luggage compartment opening? (লাগেজ কম্পার্টমেন্ট খোলাৰ আঁৰত সাধাৰণতে কোন ধৰণৰ সামগ্ৰী ব্যৱহৃত হয়?)

a) Steel strips (স্টীল স্ট্রিপচ)

b) Plastic clips (প্লাস্টিক ক্লিপচ)

c) Fabric covers (কাপোৰৰ ঢাকনি)

d) Rubber weather strips (ৰাবাৰ ৱেদাৰ ষ্ট্ৰিপচ)

Ans: d) Rubber weather strips. (ৰাবাৰ বেদাৰ স্ট্রিপচ)

Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)

1. List the different parts of the vehicle body. (গাড়ীৰ বডিৰ বিভিন্ন অংশৰ তালিকা প্রস্তুত কৰা)

S.No. Different parts of the vehicle body. (ক্ৰনং গাড়ীৰ বডিৰ বিভিন্ন অংশ)

1. Hood (হুড)

2. Bumper (বাম্পাৰ)

3. Roof (ছাদ)

4. Doors (দৰজা)

5. Windows (উইন্ডো)

6. Trunk or Boot (ট্রাঙ্ক বা বুট)

7. Fenders (ফেণ্ডাৰ)

8. Windshield (বাইগুশিল্ড)

2. Prepare a poster showing different parts of a body of a vehicle. (গাড়ীৰ বডিৰ বিভিন্ন অংশ দেখুৱাই এখন পোষ্টাৰ প্ৰস্তুত কৰা)

Ans:

Prepare a poster showing different parts of a body of a vehicle

Activities (কার্য-কলাপ)

Checklist for Assessment Activity (মূল্যায়ন কাৰ্যকলাপৰ পৰীক্ষণ তালিকা)

Use the following checklist to see if you’ve met all the requirements for pollution control. (প্রদূষণ নিয়ন্ত্ৰণৰ সকলো আৱশ্যকতা পূৰণ হৈছে নে নাই চাবলৈ তলত দিয়া চেকলিষ্ট ব্যৱহাৰ কৰা।)

Part A

Share importance of the body of a vehicle. (গাড়ীৰ বডিৰ গুৰুত্ব বৰ্ণনা কৰা)

Ans: The body of a vehicle protects passengers, provides shape and structure, and supports mechanical components. (গাড়ীৰ বডিয়ে যাত্ৰীসকলক সুৰক্ষা দিয়ে, আকাৰ আৰু গঠন প্ৰদান কৰে, আৰু যান্ত্রিক অংশসমূহ সমর্থন কৰে।)

Part B

(Discuss in class the following) (তলত দিয়াবোৰ শ্ৰেণীত আলোচনা কৰা)

What is the meaning of body in a vehicle? (গাড়ীত বডিৰ অর্থ কি?)

Ans: The body is the outer structure of the vehicle that protects passengers and holds mechanical components. (বডি হৈছে গাড়ীৰ বাহ্যিক গঠন, যি যাত্রীসকলক সুৰক্ষা দিয়ে আৰু যান্ত্রিক অংশ ধৰি ৰাখে।)

What are the different components of the vehicle body? (গাড়ীৰ বডিৰ বিভিন্ন অংশসমূহ কি কি?)

Ans: Hood, bumper, doors, roof, windows, trunk, boot, fenders, windshield. (হুড, বাম্পাৰ, দৰজা, ছাদ, উইন্ডো, ট্রাঙ্ক, বুট, ফেণ্ডাৰ, উইগুশীল্ড আদি।)

Differentiate between hood and bumper. (হুড আৰু বাম্পাৰৰ মাজত পাৰ্থক্য কৰা।)

Ans: Hood covers and protects the engine compartment, whereas bumper is at the front or rear to absorb shocks in minor collisions. (হুড ইঞ্জিন খণ্ড ঢাকি সুৰক্ষা দিয়ে, আৰু বাম্পাৰ সামান্য দুর্ঘটনাত ধাক্কা শোষণ কৰিবলৈ সন্মুখত বা পিছফালে থাকে।)

Name two important components used in a vehicle body. (গাড়ীৰ বডিত ব্যৱহৃত দুটা গুৰুত্বপূৰ্ণ অংশৰ নাম লিখা।)

Ans: Hood and windshield. (হুড আৰু উইণ্ডশ্বীল্ড)

Write about the importance of windshield. (উইণ্ডশ্বীল্ডৰ গুৰুত্বৰ বিষয়ে লিখা।)

Ans: The windshield protects passengers from wind, dust, rain, and insects, and provides clear visibility for the driver. (উইগুশীল্ডে

যাত্রীসকলক বতাহ, ধূলি, বৰষুণ আৰু পোক-পতঙ্গৰ পৰা ৰক্ষা কৰে আৰু চালকৰ বাবে সুস্পষ্ট দৃশ্য প্রদান কৰে।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment