আপুনি যদি ইংৰাজী মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেটত Class 10 English Automotive Self-Management Skills (Session 1 Stress Management) Question Answer Solutions বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত Automotive subject ৰ প্রথম ভাগ Job Role: Four Wheeler Service Technician আৰু দ্বিতীয় ভাগ Employability Skills ইংৰাজী আৰু অসমীয়া মাধ্যমত সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Self-Management Skills (Session 1 Stress Management)
Employability Skills
Self-Management Skills (আত্ম-ব্যৱস্থাপনা দক্ষতা)
Session: 1 Stress Management (চাপ ব্যৱস্থাপনা)
Textual Question-Answers
👉 Read Also:
- Self Awareness – Strength & Weakness
- Self Motivation
- Self Regulation
- Self Regulation – Time Management
- Basic Computer Operation
Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)
A. Subjective Question (বিষয়নিষ্ঠ প্রশ্ন)
1. Describe stress and stress management in your own words. (তোমাৰ নিজৰ ভাষাত চাপ আৰু চাপ ব্যৱস্থাপনাৰ বিষয়ে বর্ণনা কৰা।)
Ans: Stress is the body’s natural reaction to pressure or challenges. It can affect how we feel, think, and behave. Stress management means using different methods to handle stress in a healthy way and stay calm. (চাপ হৈছে দেহৰ স্বাভাৱিক প্রতিক্রিয়া যেতিয়া কোনো ব্যক্তি হেঁচা বা কঠিন পৰিস্থিতিৰ সন্মুখীন হয়। ই আমাৰ অনুভৱ, চিন্তা আৰু আচৰণত প্ৰভাৱ পেলাব পাৰে। চাপ ব্যবস্থাপনা বুলিলে- বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰি স্বাস্থ্যসম্মতভাৱে চাপ নিয়ন্ত্ৰণ কৰি নিজকে শান্ত ৰখাক বুজায়।)
2. List your favorite stress management technique and elaborate why you find it the most effective. (তোমাৰ প্ৰিয় চাপ ব্যৱস্থাপনা কৌশলটো লিখা আৰু কিয় ই তোমাৰ বাবে আটাইতকৈ কাৰ্যকৰী বুলি ভাবা বিস্তাৰিত কৰা।)
Ans: My favorite stress management technique is deep breathing. It helps me calm down, relax my mind, and focus better. When I take slow, deep breaths, I feel peaceful and less worried. (মোৰ প্ৰিয় চাপ ব্যৱস্থাপনাৰ কৌশল হৈছে গভীৰ শ্বাস লোৱা। ই মোক শান্ত কৰে, মনক বিশ্রাম দিয়ে আৰু অধিক মনোনিৱেশ কৰিবলৈ সহায় কৰে। যেতিয়া মই ধীৰে ধীৰে গভীৰ শ্বাস লওঁ, তেতিয়া মই শান্ত আৰু চিন্তামুক্ত অনুভৱ কৰোঁ।)
👉 Read Also:
- Performing Basic File Operations
- Computer Care and Management
- Computer Security and Privacy
- Entrepreneurship and Society
- Qualities & Functions of an Entrepreneur
