Join WhatsApp

Join Now

Join Telegram

Join Now

Innovation and Development (Session 1 Innovation and Development)

By Rabbi Masrur

Published On:

Innovation and Development (Session 1 Innovation and Development)

Job Role: Four Wheeler Service Technician

Innovation and Development (উদ্ভাৱন আৰু উন্নয়ন)

Session: 1 Innovation and Development (উদ্ভাৱন আৰু উন্নয়ন)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

Exercise: Assignment (অনুশীলনীঃ আৰোপিত কর্ম)

Ans:

List the top 10 innovations in the automobile sector. (গাড়ী ক্ষেত্রত শীর্ষ ১০টা নতুন উদ্ভাৱনৰ নাম লিখা।)

S. No. Name of Innovation (ক্রম. উদ্ভাৱনৰ নাম)

1. Electric vehicles (EVs). (বৈদ্যুতিক গাড়ী)

2. Hybrid vehicles (হাইব্রিড গাড়ী)

3. Autonomous or self-driving cars (স্বয়ংচালিত গাড়ী)

4. Advanced airbag systems. (উন্নত এয়াৰব্যাগ প্রণালী)

5. Anti-lock braking system (ABS) (এন্টি-লক ব্রেকিং প্রণালী)

6. GPS navigation system. (জি.পি.এছ, পথ-নির্দেশ প্রণালী)

7. Vehicle-to-vehicle communication (V2V) (গাড়ীৰ সৈতে গাড়ীৰ যোগাযোগ প্রণালী)

8. Night vision assist technology. (নিশা দৃষ্টি সহায়ক প্রযুক্তি)

9. Fuel-efficient engines. (জ্বালানী-সাশ্রয়ী ইঞ্জিন)

10. Parking assist systems. (পার্কিং সহায়ক প্রণালী)

A. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

1. Crash testing helps make vehicles safer through months of different tests and analysis. (গাড়ীক অধিক নিৰাপদ কৰিবলৈ ক্রেশ টেস্টে বহু মাহৰ বিভিন্ন পৰীক্ষা আৰু বিশ্লেষণৰ সহায় কৰে।)

2. The useful life of consumer electronics is typically 3-5 vears, compared to 15+ years for automobiles. (ভোক্তা ইলেক্ট্রনিকচৰ উপযোগী আয়ুষ্কাল সাধাৰণতে ৩-৫ বছৰ, গাড়ীৰ ক্ষেত্ৰত যি ১৫+ বছৰৰো অধিক হয়।)

B. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1. What is one reason for innovation in the automobile industry? (গাড়ী উদ্যোগত উদ্ভাৱনৰ এটা কাৰণ কি?)

A) Lack of competition. (প্রতিযোগিতাৰ অভাৱ)

B) Marketplace competition (বজাৰ প্ৰতিযোগিতা)

C) Government regulations. (চৰকাৰী নিয়ম-কানুন)

D) Consumer demand. (গ্ৰাহকৰ দাবী)

Ans: B) Marketplace competition (বজাৰ প্ৰতিযোগিতা)

2. What does a crash test primarily help improve? (ক্রেছ টেস্টে প্রধানকৈ কি উন্নত কৰে?)

A) Fuel efficiency. (জ্বালানীৰ দক্ষতা)

B) Engine performance. (ইঞ্জিনৰ কাৰ্যক্ষমতা)

C) Aerodynamic design. (বায়ুগত গঠন)

D) Safety of the vehicle (গাড়ীৰ সুৰক্ষা)

Ans: D) Safety of the vehicle (গাড়ীৰ সুৰক্ষা)

3. What is the role of microprocessors in automobiles? (গাড়ীত মাইক্ৰ’প্রচেছৰৰ ভূমিকা কি?)

A) To control airbag deployment. (এয়াৰব্যাগৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰিবলৈ)

B) To operate the car’s infotainment system. (গাড়ীৰ ইনফোটেইনমেন্ট প্রণালী চলাবলৈ)

C) To optimize fuel economy and minimize emissions. (জ্বালানী সাশ্রয়ী কৰিবলে আৰু ধোঁৱা হ্রাস কৰিবলে)

D) To manage the car’s lighting system (গাড়ীৰ পোহৰৰ প্ৰণালী নিয়ন্ত্ৰণ কৰিবলৈ)

Ans: C) To optimize fuel economy and minimize emissions. (জ্বালানী সাশ্রয়ী কৰিবলৈ আৰু ধোঁৱা হ্রাস কৰিবলৈ)

4. What technology assists drivers in seeing further at night using thermal imaging? (তাপ-চিত্ৰ ব্যৱহাৰ কৰি নিশাত দূৰলৈ দেখা পাবলৈ কোন প্রযুক্তিয়ে সহায় কৰে?)

A) Blind-spot detection. (অদৃশ্য স্থান চিনাক্তকৰণ)

B) Night vision assist. (নিশা দৃষ্টি সহায়ক)

C) Sensitive airbag systems. (সংবেদনশীল এয়াৰব্যাগ প্রণালী)

D) Rollover prevention, (উলটনি প্রতিবন্ধকতা)

Ans: B) Night vision assist, (নিশা দৃষ্টি সহায়ক)

Activities (কার্য-কলাপ)

Checklist for Assessment Activity (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)

Use the following checklist to see if you’ve met all the requirements for the assessment activity. (মূল্যাংকনৰ কাৰ্যৰ প্রয়োজনীয়তা পূৰণ হ’ল নে নাই তদাৰক কৰিবলৈ তলৰ চেকলিষ্ট ব্যৱহাৰ কৰা।)

Part A

Differentiate between old and new technology. (পুৰণি আৰু নতুন প্রযুক্তিৰ মাজত পার্থক্য লিখা।)

Ans: Old technology in automobiles used simple mechanical systems like manual brakes, carburetors, and basic lighting, (পুৰণি গাড়ী প্রযুক্তিত সাধাৰণ যান্ত্ৰিক প্ৰণালী ব্যৱহাৰ হৈছিল, যেনে ম্যানুৱেল ব্রেক, কাৰ্বৰেটৰ আৰু সাধাৰণ বাতি।)

New technology uses advanced electronic systems like ABS brakes, fuel injection, GPS, and hybrid engines, (নতুন প্রযুক্তিত উন্নত ইলেক্ট্রনিক প্ৰণালী ব্যৱহাৰ হয়, যেনে ABS ব্রেক, ফুবেল ইঞ্জেকশন, GPS আৰু হাইব্রিড ইঞ্জিন।)

Old technology focused only on moving the vehicle, but new technology focuses on safety, comfort, and efficiency. (পুৰণি প্রযুক্তিয়ে কেরল গাড়ী চলোৱা উদ্দেশ্যেৰ ওপৰত গুৰুত্ব দিছিল, কিন্তু নতুন প্রযুক্তিয়ে সুৰক্ষা, সঁচলতা আৰু দক্ষতাৰ ওপৰত গুৰুত্ব দিয়ে।)

Part B

Discuss in class the following (তলত দিয়াবোৰ শ্ৰেণীকোঠাত আলোচনা কৰা)

Why vehicle manufacturers invest in Research and Development for vehicles? (গাড়ী নির্মাতাই কিয় গৱেষণা আৰু উন্নয়নত বিনিয়োগ কৰে?)

Ans: Manufacturers invest in Research and Development to make safer, more efficient, and eco-friendly vehicles. (নির্মাতাসকলে অধিক সুৰক্ষিত, অধিক দক্ষ আৰু পৰিৱেশ-মিত্ৰ গাড়ী তৈয়াৰ কৰিবলৈ গৱেষণা আৰু উন্নয়নত বিনিয়োগ কৰে।)

It also helps them compete in the market and meet customer needs. (ইবজাৰত প্ৰতিযোগিতা কৰিবলৈ আৰু গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিবলৈ সহায় কৰে।)

What are the different types of innovations used in automobiles? (গাড়ীত ব্যৱহাৰ কৰা উদ্ভাৱনৰ বিভিন্ন ধৰণ কি কি?)

Ans: Some innovations are electric vehicles, hybrid cars, self-driving systems, GPS navigation, airbags, ABS, and night vision assist. (কিছুমান উদ্ভাৱন হৈছে বৈদ্যুতিক গাড়ী, হাইব্রিড গাড়ী, স্বয়ংচালিত প্রণালী, GPS পথ-নির্দেশ, এয়াৰব্যাগ, ABS আৰু নিশা দৃষ্টি সহায়ক প্রযুক্তি।)

What are advantages of using new innovations? (নতুন উদ্ভাৱন ব্যৱহাৰ কৰাৰ লাভবোৰ কি কি?)

Ans: New innovations make vehicles safer, save fuel, reduce pollution, and give more comfort to passengers. (নতুন উদ্ভাবনে গাড়ী অধিক সুৰক্ষিত কৰে, জ্বালানী সাশ্রয় কৰে, দূষণ কমায় আৰু যাত্ৰীক অধিক আৰাম দিয়ে।)

They also help manufacturers gain more sales and reputation. (ই নির্মাতাসকলক অধিক বিক্রী আৰু খ্যাতি লাভ কৰাতো সহায় কৰে।)

How innovation takes place in auto sector? (গাড়ী ক্ষেত্রত উদ্ভাবন কেনেদৰে হয়?)

Ans: Innovation takes place through research, testing, use of new materials, and adoption of modern technology. (উদ্ভাবন গৱেষণা, পৰীক্ষা, নতুন পদাৰ্থৰ ব্যৱহাৰ আৰু আধুনিক প্রযুক্তি গ্ৰহণৰ জৰিয়তে হয়।)

Companies study customer needs and create new designs and systems to meet them. (প্রতিষ্ঠানসমূহে গ্ৰাহকৰ প্ৰয়োজন অধ্যয়ন কৰে আৰু সেই প্রয়োজন পূৰণ কৰিবলৈ নতুন নক্সা আৰু প্ৰণালী সৃষ্টি কৰে।)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment