Join WhatsApp

Join Now

Join Telegram

Join Now

Automobile and Their Components (Session 1 Chassis)

By Rabbi Masrur

Published On:

Automobile and Their Components Session 1 Chassis (চেচিছ)

Four Wheeler Service Technician

Automobile and Their Components (মটৰগাড়ী আৰু  ইয়াৰ অংশবোৰ)

Session: 1 Chassis (চেচিছ)

Textual Question-Answers

Check Your Progress (তোমাৰ প্ৰগতি পৰীক্ষা কৰা)

A. Fill in the Balnks (খালী ঠাইসমূহ পূৰণ কৰা)

1……… is one in which the engine is fitted outdside the driver cabin or seat, like in cars and old Tara-trucks. (. হৈছে তেনে এটা চেচিছ য’ত ইঞ্জিনটো চালকৰ কেবিন বা ছিটৰ বাহিৰত থাকে, পুৰণি গাড়ী আৰু টৰা-ট্রাকত থকাৰ দৰে।)

Ans: Full forward chassis (ফুল ফৰৱাৰ্ড চেছিছ)

2. …………………. has half of the engine inside the driver’s cabin and the remainin half outside, providing better visibility of the road to the driver. ( …………………. ত ইঞ্জিনৰ আধা অংশ চালকৰ কেবিনৰ ভিতৰত আৰু আধা অংশ বাহিৰত থাকে, যাৰ ফলত চালকে ৰাস্তাৰ দৃশ্য ভালদৰে দেখিবলৈ পায়।)

Ans: Semi-forward chassis (চেমি-ফৰৱাৰ্ড চেচিছ)

3. …………………. allows for increased floor space in the vehicle by fitting the entire engine inside the driver cabin. …………. ত ইঞ্জিন সম্পূৰ্ণৰূপে চালকৰ কেবিনৰ ভিতৰত লগোৱা হয় আৰু ইয়াৰ ফলত গাড়ীৰ ভিতৰৰ মজিয়াৰ ঠাই বৃদ্ধি পায়।)

Ans: Bus chassis (বাছ চেচিছ)

4. The main disadvantage of an …………………. is that in the event of an accident, it is difficult to repair and properly align. (………………….. ৰ মুখ্য অসুবিধা হৈছে, দুর্ঘটনা ঘটিলে মৰামতি আৰু সঠিকভাবে মিলাই লোৱা কঠিন হয়।)

Ans: intergral frame chassis (সংগল্প গঠনৰ চেচিছ)

B. Multiple Choice Questions (বহুবিকল্প প্রশ্ন)

1. What is the main advantage of a frameless or integral frame chassis over a conventional chassis frame? (পৰম্পৰাগত চেচিছ ফ্ৰেমৰ তুলনাত ফ্রেমহীন বা সংগল্প ফ্রেম চেচিছৰৰ মুখ্য সুবিধা কি?)

(a) Increase weight. (ওজন বৃদ্ধি হয়)

(b) Lower centre of gravity. (কেন্দ্রাকর্ষণ শক্তি তললৈ নামি যায়)

(c) More expensive (অধিক খৰচী)

(d) Decreased floor space. (মজিয়াৰ স্থান হ্রাস পায়)

Ans: (b) Lower centre of gravity. (কেন্দ্রাকর্ষণ শক্তি তললৈ নামি যায়)

2. In a semi-forward chassis, the engine is: (চেমি ফৰৱাৰ্ড চেচিছতত ইঞ্জিন থাকেঃ)

(a) Fully inside the driver’s cabin. (সম্পূর্ণ চালকৰ কেবিনৰ ভিতৰত)

(b) Fully outside the driver’s cabin. (সম্পূৰ্ণ চালকৰ কেবিনৰ বাহিৰত)

(c) Half inside and half outside the driver’s cabin. (ড্রাইভাৰ কেবিনৰ আধা ভিতৰত আৰু আধা বাহিৰত)

(d) Located at the back of the chassis. (চেচিছৰ পিঠিত)

Ans: (c) Half inside and half outside the driver’s cabin. (ড্ৰাইভাৰ কেবিনৰ আধা ভিতৰত আৰু আধা বাহিৰত)

3. Which type of chassis arrangement does not require a long propeller shaft? (কোন ধৰণৰ chassis arrangement ত দীঘল propeller shaft ৰ প্ৰয়োজন নহয়?)

(a) Engine at the back chassis. (পিছফালে ইঞ্জিন থকা চেচিছ)

(b) Full forward chassis. (সম্পূর্ণ আগফালে থকা চেচিছ)

(c) Semi-forward chassis. (আধা-আগফালে থকা চেচিছ)

(d) Converntional chassis. (পৰম্পৰাগত চেচিছ)

Ans: (a) Engine at the back chassis. (পিছফালে ইঞ্জিন থকা চেচিছ)

4. What type of section is used in long members of a chas-sis frame? (চেচিছ ফ্ৰেমৰ দীঘল member ত কোন ধৰণৰ section ব্যৱহাৰ কৰা হয়?)

(a) Box Section. (বাকচ আকাৰৰ ছেকচন)

(b) Tubular Section. (নলীয়া ছেকচন)

(c) Channel Section. (চেনেল আকাৰৰ ছেকচন)

(d) Beam Section. (বিম আকাৰৰ ছেকচন)

Ans: (c) Channel Section. (চেনেল আকাৰৰ ছেকচন)

Exercise: Assignment (অনুশীলনীঃ আবোপিত কর্ম)

1. List of the types of chassis (চেচিছৰ ধৰণৰ তালিকা দিয়া)

Ans:

S. No. Types of chassis (ক্র. নং চেচিছৰ ধৰণ)

1. Full forward chassis. (সম্পূর্ণ আগফালে থকা চেচিছ)

2. Semi-forward chassis. (আধা-আগফালে থকা চেচিছ)

3. Bus chassis. (বাছ চেচিছ)

4. Engine at back chassis. (পিছফালে ইঞ্জিন থকা চেচিছ)

5. Conventional chassis frame. (পৰম্পৰাগত চেচিছ ফ্রেম)

6. Integral (frameless) chassis. (অখণ্ড বা ফ্রেম নথকা চেচিছ)

2. Prepare a poster showing chassis used in a vehicle. (গাড়ীত ব্যৱহৃত চেচিছৰ ছবি থকা এখন পোষ্টাৰ সজোৱা)

Ans:

Prepare a poster showing chassis used in a vehicle

Activities (কার্য-কলাপ)

(Checklist for Assessment Activity) (মূল্যায়ন কাৰ্যৰ বাবে চেকলিষ্ট)

Use the following checklist to see if you ‘ve met all the requirements for chassis frame and automovile body. (চেচিছ ফ্রেম আৰু গাড়ীৰ বডিৰ সকলো আৱশ্যকীয় শর্ত পূৰণ হ’ল নে নাই চাবলৈ তলত দিয়া চেকলিষ্ট ব্যৱহাৰ কৰা)

Part A

Share characteristics of chassis frame. (চেচিছ ফ্ৰেমৰ বৈশিষ্ট্যবোৰ লিখা।)

Ans: Characteristics of chassis frame–

(a) Strong base of the vehicle

(b) Supports engine, gearbox, clutch, axles, etc.

(c) Provides shape and strength

(d) Absorbs vibrations and load

উঃ চেচিছ ফ্ৰেমৰ বৈশিষ্ট্য-

(ক) গাড়ীৰ শক্তিশালী ভিত্তি

(খ) ইঞ্জিন, গিয়াৰবক্স’, ক্লাছ, এক্সেল আদি সমর্থন কৰে

(গ) আকৃতি আৰু শক্তি যোগায়

(ঘ) কম্পন আৰু ভাৰ সহ্য কৰে

Part B

1. What is the meaning of chassis? (চেচিছৰ অৰ্থ কি?)

Ans: Chassis is the base frame of a vehicle on which the body and machinery are fixed. (চেচিছ হৈছে গাড়ীৰ ভিত্তি ফ্রেম য’ত গাড়ীৰ বডি আৰু যন্ত্রপাতি লগোৱা হয়।)

2. What are the different types of chassis frames used in automobiles? (গাড়ীত ব্যৱাহৰ হোৱা চেচিছ ফ্ৰেমৰ বিভিন্ন ধৰণবোৰ কি কি?)

Ans: Different types of chassis framese used in automobiles are-full forward, semi-forward, bus chassis, engine at back chas-sis, conventional chassis, and integral frame chassis. (মটৰ গাড়ীত ব্যৱহাৰ হোৱা বিভিন্ন ফ্ৰেমৰ চেচিছবোৰ হ’ল- সম্পূর্ণ আগফালে থকা চেচিছ, আধা-আগফালে থকা চেচিছ, বাছ চেচিছ, পিছফালে ইঞ্জিন থকা চেচিছ, পৰম্পৰাগত চেচিছ, আৰু অখণ্ড (ফ্রেম নথকা) চেচিছ।)

3. Classification of chassis. (চেচিছৰ প্ৰকাৰীকৰণ)

Ans:

Based on engine location: (ইঞ্জিনৰ অৱস্থান অনুসৰি)

Full forward (সম্পূর্ণ আগফালে থকা চেচিছ)

Semi-forward (আধা-আগফালে থকা চেচিছ)

Bus chassis (বাছ চেচিছ)

Engine at back chassis (পিছফালে ইঞ্জিন থকা চেচিছ)

Based on construction: (গঠন অনুসৰি)

Conventional frame chassis (পৰম্পৰাগত চেচিছ ফ্রেম)

Integral (frameless) chassis (অখণ্ড বা ফ্রেম নথকা চেচিছ)

4. Section used in chassis (চেচিছত ব্যৱহৃত ছেকচন)

Ans: Channel section, Box section, Tubular section. (চেনেল ছেকচন, বাকচ ছেকচন, নলীয়া ছেকচন)

5. Advantage of integral frame chassis over conventional chassis. (পম্পৰাগত চেচিছৰ তুলনাত অখণ্ড ফ্রেম চেচিছৰ সুবিধা)

Ans: It has a ‘lower centre of gravity’, so the vehicle is more stable and safer. (ইয়াৰ ‘কেন্দ্ৰাকৰ্ষণ শক্তিৰ স্থান তললৈ থাকে’, ফলত গাড়ী অধিক স্থিৰ আৰু সুৰক্ষিত হয়।)

Additional Question-Answers (অতিৰিক্ত প্রশ্ন-উত্তৰ)

1. Fill in the Balnks. (খালী ঠাইসমূহ পূৰণ কৰা)

(a) Chassis is used for ________.

Ans: Chassis is used for supporting the whole vehicle. (চেচিছ ব্যৱহৃত হয় গাড়ীৰ সম্পূৰ্ণ ভাৰ সমৰ্থন কৰিবলৈ)

(b) Channel section is used ________.

Ans: Channel section is used in long members of chassis. (চেছিছৰ দীঘল সদস্যবোৰত চেনেল চেকচন ব্যৱহাৰ কৰা হয়।)

(c) Tubular section is used in _______,_______ model.

Ans: Tubular section is used in two-wheeler, scooter model. (টিউবুলাৰ চেকচন ব্যৱহৃত হয় টু হুইলাৰ, স্কুটাৰ আৰ্হিত)

(d) In bus chassis, the whole engine is fitted in the _______ cabin.

Ans: In bus chassis, the whole engine is fitted in the driver’s cabin. (বাছ চেচিছত, গোটেই ইঞ্জিনটো চালকৰ কেবিনত সংযুক্ত থাকে)

(e) Chassis is the ______ sisting of the frame with the part of a _______ vehicle con _______ and machinery.

Ans: Chassis is the main part of a motor vehicle consisting of the frame with the engine and machinery. (চেছিছ হৈছে এখন মটৰ বাহনৰ মুখ্য অংশ, য’ত ফ্ৰেমৰ সৈতে ইঞ্জিন আৰু যন্ত্রাংশ থাকে।)

2. Tick the correct answer: (শুদ্ধ উত্তৰত টিক মার্ক দিয়া)

(iii) Chassis is made of (চেচিছ তৈয়াৰ কৰা হয়)

(a) wood (কাঠ)

(b) Oil (তেল)

(c) Metal (ধাতু)

(d) Plastic (প্লাষ্টিট)

Ans: (c) Metal (ধাতু)

(i) Channel section is made of (চেনেল চেকচন তৈয়াৰ কৰা হয়)

(a) Iron (লো)

(b) steel (তীখা)

(c) wood (কাঠ)

(d) aluminium (এলুমিনিয়াম)

Ans: (b) Steel (তীখা)

(ii) A chassis is used for (চেচিছ এখন ব্যৱহাৰ কৰা হয়)

(a) Carrying the bolt (বল্ট বহন কৰা

(b) Opening the board (ব’র্ড খোলা)

(c) Fixing the autobody (গাড়ীৰ বডি ফিক্স কৰা)

(d) Folding the nut. (নাট ভাঁজ কৰা)

Ans: (c) Fixing the autobody (গাড়ীৰ বডি ফিক্স কৰা).

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment