Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Logic & Philosophy MCQ Chapter 5 বাস্তৱবাদ-সৰল আৰু বৈজ্ঞানিক

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক তর্কবিজ্ঞান আৰু দৰ্শন (Logic & Philosophy) বিষয়ৰ Class 12 Logic & Philosophy MCQ Chapter 5 বাস্তৱবাদ-সৰল আৰু বৈজ্ঞানিক, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Logic & Philosophy MCQ Chapter 5 বাস্তৱবাদ-সৰল আৰু বৈজ্ঞানিক

অধ্যায়-৫

বাস্তৱবাদ-সৰল আৰু বৈজ্ঞানিক

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ মুখ্য গুণ কাক বোলে?
(ক) যি গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল
হয়
(খ) যি গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল
নহয়
(গ) যি গুণ বস্তুৰ পৰিবেশত পৰিবৰ্তিত হয়
(ঘ) যি গুণ কেৱল মানুহৰ ক্ষেত্ৰত প্রযোজ্য
উঃ (খ) যি গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল
নহয়
প্রঃ গৌণ গুণ কাক বোলে?
(ক) যি গুণ বস্তুৰ আকাৰ, ওজন আদি নির্ধাৰণ
কৰে
(খ) যি গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল
হয়
(গ) যি গুণ ধ্রুবীয় আৰু অপৰিবৰ্তনীয় হয়
(ঘ) যি গুণ বস্তুৰ কেবল বাহ্যিক স্বৰূপ নির্ধাৰণ
কৰে
উঃ (খ) যি গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল
হয়
প্রঃ ‘পূর্ব-নির্ধাৰিত শৃংখলা মতবাদ’ কোন
দার্শনিকৰ নামৰ সৈতে জড়িত?
(ক) ডেকার্ট
(খ) কাল্ট
(গ) লাইবনিজ
(ঘ) প্লেটো
উঃ (গ) লাইবনিজ
প্রঃ আধুনিক দৰ্শনৰ পিতৃ কাক কোৱা হয় ?গ্ধগ্ধ
(ক) চক্রাটিছ
(খ) ডেকার্ট
(গ) হেগেল
(ঘ) এৰিষ্টটল

উঃ (খ) ডেকার্ট
প্রঃ বাস্তৱবাদ কি?
(ক) বস্তুৰ অস্তিত্ব জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল বুলি মানে
(খ) জ্ঞানৰ বিষয়-বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে বুলি
মানে
(গ) বাহ্য জগত কেবল মানুহৰ চিন্তাৰ সৃষ্টি বুলি
ধৰে
(ঘ) বস্তুৰ অস্তিত্বৰ যিকোনো চিন্তা নাকচ কৰে
উঃ (খ) জ্ঞানৰ বিষয়-বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে বুলি মানে
প্ৰঃ গৌণ গুণৰ এটা উদাহৰণ কি?
(ক) আকাৰ
(খ) ওজন
(গ) বং
(ঘ) আয়তন
উঃ (গ) বং
প্রঃ ‘সবল বাস্তৱবাদ’ নামটো কোন দার্শনিকৰ
গ্ৰন্থত প্রথম ব্যৱহাৰ হৈছিল?
(ক) ডেকার্ট
(খ) ডুৰান্ট ড্রেক
(গ) জন ল’ক
(ঘ) কাণ্ট
উঃ (খ) ডুৰান্ট ড্রেক
প্রঃ তলত দিয়া কোনটো মুখ্য গুণৰ অন্তর্ভুক্ত?
(ক) গন্ধ
(খ) শব্দ
(গ) ওজন
(ঘ) সোৱাদ
উঃ (গ) ওজন
প্রঃ বাস্তৱবাদৰ প্ৰধান ভাগ কিমান?
(ক) দুটা
(খ) চাৰিটা
(গ) পাঁচটা
(ঘ) তিনিটা
উঃ (খ) চাৰিটা
প্রঃ বিজ্ঞানসন্মত বাস্তববাদ কি?
(ক) বস্তুৰ অস্তিত্ব মনৰ পৰিৱৰ্তনত নিৰ্ভৰশীল
বুলি ধৰে
(খ) জ্ঞানক এক প্রত্যক্ষ প্রক্রিয়া হিচাপে ধৰে
(গ) বিজ্ঞানে প্রতিপন্ন কৰা তথ্যসমূহক প্রধান্য দিয়ে

(ঘ) জীৱন ধর্মীয় মতবাদৰ সমৰ্থক
উঃ (গ) বিজ্ঞানে প্রতিপন্ন কৰা তথ্যসমূহক প্রধান্য দিয়ে
প্রঃ গৌণ গুণ কেনে ধৰণৰ?
(ক) অপৰিবৰ্তনীয়
(খ) ধ্রুবীয়
(গ) পৰিবৰ্তনশীল
(ঘ) সাদৃশ্যমূলক
উঃ (গ) পৰিবৰ্তনশীল
প্রঃতলত দিয়া কোনটো গৌণ গুণৰ উদাহৰণ?
(ক) আয়তন
(খ) টে’চাৰ
(গ) আকৃতি
(ঘ) সোৱাদ
উঃ (ঘ) সোৱাদ
প্রঃ তিলত দিয়া কোনটো বাস্তৱবাদ আৰু ভাববাদৰ মাজৰ পার্থক্য?
(ক) বাস্তৱবাদে বস্তুৰ অস্তিত্বক মানে, ভাববাদে নমানে
(খ) ভাববাদ জ্ঞানৰ স্বতন্ত্র অস্তিত্বক মানে
(গ) বাস্তৱবাদ মনৰ প্রাধান্য দিয়ে
(ঘ) ভাববাদ বস্তুৰ স্বতন্ত্র অস্তিত্বক মানে
উঃ (ক) বাস্তৱবাদে বস্তুৰ অস্তিত্বক মানে, ভাববাদে নমানে
প্রঃ তলত দিয়া কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ বৈশিষ্ট্য?
(ক) বস্তুৰ অস্তিত্বক অস্বীকাৰ কৰে
(খ) বিজ্ঞানৰ দ্বাৰা তথ্য নিৰ্ধাৰণ কৰে
(গ) জ্ঞান কেবল ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল
(ঘ) মন আৰু বস্তুৰ মাজত কোনো সম্পর্ক নাই
উঃ (খ) বিজ্ঞানৰ দ্বাৰা তথ্য নিৰ্ধাৰণ কৰে
প্রঃ কোনটো গুণ সকলোৰে ক্ষেত্ৰত একে?
(ক) মুখ্য গুণ
(খ) গৌণ গুণ
(গ) দর্শন গুণ
(ঘ) আধ্যাত্মিক গুণ
উঃ (ক) মুখ্য গুণ
প্রঃ বাহ্যিক জগত কেনেকৈ জনা যায় বুলি সৰল বাস্তৱবাদ বিশ্বাস কৰে?

(ক) ইন্দ্ৰিয়ৰ মাধ্যমেৰে
(খ) অন্তর্দৃষ্টিৰ মাধ্যমেৰে
(গ) বিজ্ঞানৰ মাধ্যমেৰে
(ঘ) মনৰ মাধ্যমেৰে
উঃ (ক) ইন্দ্ৰিয়ৰ মাধ্যমেৰে
প্রঃ তলত দিয়া কোনটো সৰল বাস্তৱবাদৰ অসুবিধা?
(ক) ই ভ্রান্ত প্রত্যক্ষৰ ব্যাখ্যা দিব নোৱাৰে
(খ) ই বৈজ্ঞানিক দৃষ্টিকোণ সমর্থন কৰে
(গ) ই চিন্তা আৰু অভিজ্ঞতাক মূল বিষয় ভাবে
(ঘ) ই প্রাকৃতিক নিয়মসমূহক মানি নলয়
উঃ (ক) ই ভ্রান্ত প্রত্যক্ষৰ ব্যাখ্যা দিব নোৱাৰে
প্রঃ তলত দিয়া কোনজন দার্শনিক বাস্তৱবাদৰ সমর্থক?
(ক) কান্ট
(খ) প্লেটো
(গ) আৰিষ্টটল
(ঘ) চক্রেটিছ
উঃ (গ) এৰিষ্টটল
প্রঃ তলত দিয়া কোনটো মুখ্য গুণৰ অন্তর্ভুক্ত নহয়?
(ক) আকাৰ
(খ) ওজন
(গ) বং
(ঘ) আয়তন
উঃ (গ) বং
প্রঃ নিচে দিয়া কোনটো গৌণ গুণ?
(ক) বেগ
(খ) বং
(গ) স্থান
(ঘ) আয়তন
উঃ (খ) বং
প্রঃ বিজ্ঞানসম্মত বাস্তৱবাদৰ প্ৰৱক্তা কোন?
(ক) প্লেটো
(খ) জন ল’ক
(গ) এৰিষ্টটল
(ঘ) ডেকার্ট
উঃ (খ) জন ল’ক
প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে বস্তুৰ গুণ কিমান প্ৰকাৰৰ?
(ক) এটা
(খ) দুটা
(গ) তিনি
(ঘ) চাৰি

উঃ (খ) দুটা
প্রঃ বিজ্ঞানসম্মত বাক্তৱবাদত মুখ্য গুণ কোনটো?
(ক) বং
(খ) সোৱাদ
(গ) আকাৰ
(ঘ) গন্ধ
উঃ (গ) আকাৰ
প্ৰঃ গৌণ গুণৰ উদাহৰণ কি?
(ক) ওজন
(খ) সোৱাদ
(গ) আয়তন
(ঘ) পৰিমাণ
উঃ (খ) সোৱাদ
প্রঃ বিজ্ঞানসম্মত বাস্তৱবাদত জ্ঞান কিদৰে লাভহয়?
(ক) পৰোক্ষভাৱে
(খ) প্রত্যক্ষভাবে
(গ) কল্পনাৰ জৰিয়তে
(ঘ) ধাৰণাৰ জৰিয়তে
উঃ (ক) পৰোক্ষভাবে
প্রঃ “সৰল বাস্তৱবাদ” শব্দটো প্রথমে কোন দার্শনিকে ব্যৱহাৰ কৰিছিল?
(ক) জন ল’ক
(খ) ডুৰান্ট ড্রেক
(গ) ডেকার্ট
(ঘ) লাইবনিজ
উঃ (খ) ডুৰান্ট ড্রেক
প্রঃ তলত দিয়া কোনটো সৰল বাস্তৱবাদৰ বৈশিষ্ট্য?
(ক) বস্তুৰ অস্তিত্ব মনত নিৰ্ভৰশীল
(খ) বস্তু মনৰ পৰা স্বতন্ত্র
(গ) বস্তু কল্পনাৰ সৃষ্টি
(ঘ) বস্তুৰ অস্তিত্ব জ্ঞাতাৰ ওপৰত নিৰ্ভৰশীল
উঃ (খ) বস্তু মনৰ পৰা স্বতন্ত্র
প্রঃ “আধুনিক দর্শনৰ পিতৃ” হিচাপে কাক জনা যায়?
(ক) প্লেটো
(খ) ডেকার্ট
(গ) জন ল’ক
(ঘ) কান্ট
উঃ (খ) ডেকার্ট

প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে গৌণ গুণ কি?

(ক) পৰিৱৰ্তনশীল
(খ) অপৰিৱৰ্তনীয়
(গ) জ্ঞাতাৰ মনত নিৰ্ভৰশীল নহয়
(ঘ) বস্তুৰ মৌলিক বৈশিষ্ট্য
উঃ (ক) পৰিৱৰ্তনশীল
প্রঃ কেঁচা আম টেঙা লাগে, এইটো কি গুণৰ উদাহৰণ?
(ক) মুখ্য গুণ
(খ) গৌণ গুণ
(গ) অপৰিবৰ্তনীয় গুণ
(ঘ) বস্তুগত গুণ
উঃ (খ) গৌণ গুণ
প্রঃ তলত দিয়া কোনটো নব্য বাস্তৱবাদৰ অংশ নহয়?
(ক) বিজ্ঞানসম্মত বাস্তববাদ
(খ) সৰল বাস্তৱবাদ
(গ) নব্য বিচাৰমূলক বাস্তৱবাদ
(ঘ) নব্য বাস্তৱবাদ
উঃ (খ) সৰল বাস্তববাদ
প্রঃ “পূর্বনির্ধাৰিত শৃংখলা মতবাদ” কোনে আগবঢ়াইছিল?
(ক) লাইবনিজ
(গ) জন ল’ক
(খ) প্লেটো
(ঘ) এৰিষ্টটল
উঃ (ক) লাইবনিজ
প্রঃ কোনটো বাস্তৱবাদৰ শাখা নহয়?
(ক) নব্য বাস্তৱবাদ
(খ) নব্য বিচাৰমূলক বাস্তৱবাদ
(গ) পৰীক্ষামূলক বাস্তৱবাদ
(ঘ) ভাববাদ
উঃ (ঘ) ভাববাদ
প্রঃ “প্রকৃতি একৰূপতা বিধি” অনুসৰি প্ৰকৃতি কেনেকৈ কাম কৰে?
(ক) সদায় একে ধৰণৰ
(খ) অনিয়মিতভাবে

(গ) পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল
(ঘ) ব্যাখ্যাতীত
উঃ (ক) সদায় একে ধৰণৰ
প্ৰঃ সৰল বাস্তৱবাদৰ মতে জ্ঞান কেনেকুৱা?
(ক) পৰোক্ষ
(খ) আত্মগত
(গ) প্রত্যক্ষ
(ঘ) কল্পনাৰ ওপৰত নিৰ্ভৰশীল
উঃ (গ) প্রত্যক্ষ
প্রঃ “সৰল বাস্তৱবাদ” কোনটো দোষৰ বাবে সমালোচিত হয়?
(ক) ই ভ্রমাত্মক জ্ঞান ব্যাখ্যা কৰিব নোৱাৰে
(খ) ই বস্তুৰ অস্তিত্ব অস্বীকাৰ কৰে
(গ) ই কেবলমাত্র মুখ্য গুণ স্বীকাৰ কৰে
(ঘ) ই বিজ্ঞানৰ নিয়মসমূহ অস্বীকাৰ কৰে
উঃ (ক) ই ভ্রমাত্মক জ্ঞান ব্যাখ্যা কৰিব নোৱাৰে
প্রঃ তিলত দিয়া কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ অসুবিধা?
(ক) ই পৃথিৱীৰ অস্তিত্ব অস্বীকাৰ কৰে
(খ) ই বস্তুৰ গুণ সম্পর্ক সন্দেহ কৰে
(গ) ই জ্ঞানক পৰোক্ষ বুলি ভাবে
(ঘ) ই ভাববাদক সমর্থন কৰে
উঃ (গ) ই জ্ঞানক পৰোক্ষ বুলি ভাবে
প্রঃ তলত দিয়া কোনটো বস্তুৰ মুখ্য গুণ?
(ক) গন্ধ
(খ) ওজন
(গ) সোৱাদ
(ঘ) সাপেক্ষতা
উঃ (খ) ওজন
প্রঃ তলত দিয়া কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ মৌলিক বিশ্বাস?
(ক) বস্তুৰ অস্তিত্ব মনত নিৰ্ভৰশীল
(খ) বস্তুৰ গুণ ব্যক্তিনিৰ্ভৰশীল
(গ) গুণ মুখ্য আৰু গৌণ ভাগত বিভক্ত
(ঘ) জ্ঞান কল্পনাৰ সৃষ্টি
উঃ (গ) গুণ মুখ্য আৰু গৌণ ভাগত বিভক্ত

প্রঃ “সৰল বাস্তৱবাদ” আৰু “বিজ্ঞানসন্মত বাস্তৱবাদ”ৰ মাজৰ পাৰ্থক্য কি?
(ক) বিজ্ঞানসম্মত বাস্তৱবাদ পৰোক্ষ জ্ঞানক স্বীকাৰ কৰে
(খ) সৰল বাস্তৱবাদ কেবল বাহ্যিক জগতক স্বীকাৰ কৰে
(গ) বিজ্ঞানসন্মত বাস্তববাদ মন-নিৰ্ভৰশীলতা অস্বীকাৰ কৰে
(ঘ) ওপৰত উল্লেখিত সকলো
উঃ (ঘ) ওপৰত উল্লেখিত সকলো
প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে বস্তুৰ গুণ কেতিয়া পৰিৱৰ্তন হয়?
(ক) সদায়
(খ) স্থান, কাল, ব্যক্তি অনুসৰি
(গ) কেতিয়াও নহয়
(ঘ) মনৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰে
উঃ (খ) স্থান, কাল, ব্যক্তি অনুসৰি
প্রঃ তলত দিয়া কোনটো বিজ্ঞানসম্মত বাস্তৱবাদৰ বৈশিষ্ট্য?
(ক) জ্ঞান প্রত্যক্ষ হয়
(খ) বস্তুৰ গুণ সম্পূর্ণ নিৰ্ভৰশীল
(গ) জ্ঞান এক পৰোক্ষ প্রক্রিয়া
(ঘ) জ্ঞান মানৱ কল্পনাৰ সৃষ্টি
উঃ (গ) জ্ঞান এক পৰোক্ষ প্রক্রিয়া
প্রঃ তলত দিয়া কোনটো সৰল বাস্তৱবাদৰ সীমাবদ্ধতা?
(ক) ই ভ্রমাত্মক জ্ঞান ব্যাখ্যা কৰিব নোৱাৰে
(খ) ই প্রকৃত জ্ঞানৰ উৎস অস্বীকাৰ কৰে
(গ) ই বিজ্ঞানত প্রমাণিত নহয়
(ঘ) ই কেবল মানসিক জ্ঞান স্বীকাৰ কৰে
উঃ (ক) ই ভ্রমাত্মক জ্ঞান ব্যাখ্যা কৰিব নোৱাৰে
প্রঃ বাহ্যজগতক প্রত্যক্ষভাৱে জানিব পৰা যায় বুলি যে মতবাদ বিশ্বাস কৰে তাক কি কোৱা হয়?
(ক) নব্য বাস্তরবাদ

(খ) ভাববাদ
(গ) বিজ্ঞানসন্মত বাস্তৱবাদ
(ঘ) সৰল বাস্তৱবাদ
উঃ (ঘ) সৰল বাস্তববাদ
প্রঃ বিজ্ঞানসম্মত বাস্তৱবাদৰ মতে জ্ঞান কেনেকুরা?
(ক) সম্পূর্ণ ব্যক্তিনিৰ্ভৰশীল
(খ) সম্পূর্ণ মনৰ নিৰ্ভৰশীল
(গ) পৰোক্ষভাৱে লাভ কৰা যায়
(ঘ) কল্পনাৰ দ্বাৰা সৃষ্টি হয়
উঃ (গ) পৰোক্ষভাৱে লাভ কৰা যায়
প্রঃ নিচে দিয়া কোনটো মুখ্য গুণৰ উদাহৰণ?
(ক) বং
(খ) গন্ধ
(গ) আকাৰ
(ঘ) সোৱাদ
উঃ (গ) আকাৰ
প্রঃ “সৰল বাস্তৱবাদ”ৰ মতে বস্তু কেনেকুৱা?
(ক) মনৰ পৰা স্বতন্ত্র
(খ) ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল
(গ) কল্পনাৰ সৃষ্টি
(ঘ) মনৰ দ্বাৰাই গঠন হোৱা
উঃ (ক) মনৰ পৰা স্বতন্ত্র
প্রঃ বিজ্ঞানসম্মত বাস্তৱবাদৰ মতে জ্ঞান কিদৰে লাভ হয়?
(ক) অনুভৱৰ দ্বাৰা
(খ) পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা
(গ) পৰোক্ষভাৱে
(ঘ) উপনিবেশৰ দ্বাৰা
উঃ (গ) পৰোক্ষভাবে
প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে কিয় গৌণ গুণ ব্যক্তিনির্ভৰশীল?
(ক) কাৰণ গৌণ গুণ অভিজ্ঞতাৰ ওপৰত নির্ভৰশীল
(খ) কাৰণ গৌণ গুণ বস্তুৰ মৌলিক গুণ
(গ) কাৰণ গৌণ গুণ সম্পূর্ণ অপৰিবৰ্তনীয়

যায় (ঘ) কাৰণ গৌণ গুণ প্রত্যক্ষভাবে লাভ কৰা
উঃ (ক) কাৰণ গৌণ গুণ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল
প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদৰ মূল উদ্দেশ্য কি?
(ক) ভাববাদৰ সমৰ্থন
(খ) বস্তুৰ গুণৰ বৈশিষ্ট্য ব্যাখ্যা কৰা
(গ) জ্ঞানৰ পৰোক্ষ প্রকৃতি ব্যাখ্যা কৰা
(ঘ) মনৰ অস্তিত্ব অস্বীকাৰ কৰা
উঃ (গ) জ্ঞানৰ পৰোক্ষ প্রকৃতি ব্যাখ্যা কৰা
প্রঃ নীচে দিয়া কোনটো সৰল বাস্তৱবাদৰ সমস্যা?
(ক) ই পৃথিৱীৰ অস্তিত্ব অস্বীকাৰ কৰে
(খ) ই ব্যক্তিগত অভিজ্ঞতা স্বীকাৰ নকৰে
(গ) ই ভুল ধাৰণাৰ ব্যাখ্যা দিব নোৱাৰে
(ঘ) ই বিজ্ঞানসন্মত বাস্তৱবাদৰ সৈতে একে
উঃ (গ) ই ভুল ধাৰণাৰ ব্যাখ্যা দিব নোৱাৰে
প্রঃ তলত দিয়া কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ সমালোচনা?
(ক) ই সৰল বাস্তৱবাদতকৈ উন্নত
(খ) ই ভাববাদক সমর্থন কৰে
(গ) ই জ্ঞানক পৰোক্ষ ভাবে
(ঘ) ই পৃথিৱীৰ অস্তিত্ব অস্বীকাৰ কৰে
উঃ (গ) ই জ্ঞানক পৰোক্ষ ভাবে
প্রঃ “প্রকৃতি একৰূপতা বিধি” অনুসৰি, প্ৰকৃতি কিদৰে আচৰণ কৰে?
(ক) অনিয়মিতভাবে
(খ) পৰিস্থিতিৰ ওপৰত নিৰ্ভৰশীল
(গ) সদায় একে ধৰণৰ
(ঘ) ব্যাখ্যাতীত
উঃ (গ) সদায় একে ধৰণৰ
প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদত “মুখ্য গুণ” আৰু “গৌণ গুণ”ৰ মাজত পার্থক্য কি?
(ক) মুখ্য গুণ মনৰ পৰা স্বতন্ত্র, গৌণ গুণ

মননিৰ্ভৰশীল
যায় (খ) মুখ্য গুণ কেবল অনুভূতিৰ দ্বাৰা লাভ কৰা
(গ) গৌণ গুণ সদায় অপৰিবৰ্তনীয়
(ঘ) মুখ্য গুণ ব্যক্তিগত অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল
উঃ (ক) মুখ্য গুণ মনৰ পৰা স্বতন্ত্র, গৌণ গুণ মননিৰ্ভৰশীল
প্রঃ তলত দিয়া কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ বৈশিষ্ট্য?
(ক) জ্ঞান মননিৰ্ভৰশীল
(খ) বস্তুৰ অস্তিত্ব প্ৰমাণ কৰিব নোৱাৰি
(গ) বস্তুৰ অস্তিত্ব স্বীকাৰ কৰে
(ঘ) কেবলমাত্র ভাববাদত বিশ্বাসী
উঃ (গ) বস্তুৰ অস্তিত্ব স্বীকাৰ কৰে
প্রঃ তিলত দিয়া কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰিব নোৱাৰি?
(ক) অনুভৱৰ প্ৰভাৱ
(খ) ব্যক্তিগত অভিজ্ঞতা
(গ) ভুল ধাৰণা
(ঘ) বস্তুৰ উপস্থিতি
উঃ (গ) ভুল ধাৰণা
প্রঃ কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ এটা সীমাবদ্ধতা?
(ক) ই বস্তুৰ অস্তিত্ব অস্বীকাৰ কৰে
(খ) ই বস্তুৰ গুণ সম্পূর্ণ নিৰ্ভৰশীল ভাবে
(গ) ই জ্ঞানৰ সত্যতা প্রমাণ কৰিব নোৱাৰে
(ঘ) ই কেবলমাত্ৰ মনৰ ওপৰত নিৰ্ভৰ কৰে
উঃ (গ) ই জ্ঞানৰ সত্যতা প্রমাণ কৰিব নোৱাৰে
প্রঃ নিচে দিয়া কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ মূল ভিত্তি?
(ক) জ্ঞান কল্পনাৰ ওপৰত নিৰ্ভৰশীল
(খ) জ্ঞান পৰোক্ষভাৱে লাভ কৰা হয়

(গ) জ্ঞান পৃথিৱীৰ অস্তিত্ব অস্বীকাৰ কৰে
(ঘ) জ্ঞান ইন্দ্ৰিয়ৰ দ্বাৰা পৰিচালিত নহয়
উঃ (খ) জ্ঞান পৰোক্ষভাৱে লাভ কৰা হয়
প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে, কিয় গৌণ গুণ ব্যক্তিনির্ভৰশীল?
(ক) কাৰণ ই অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল
(খ) কাৰণ ই নিৰ্ভৰশীল নহয়
(গ) কাৰণ ই মনৰ পৰা স্বতন্ত্র
(ঘ) কাৰণ ই কেবল অনুভৱৰ ওপৰত নিৰ্ভৰ
কৰে
উঃ (ক) কাৰণ ই অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল
প্ৰঃ “সৰল বাস্তৱবাদ”ৰ মতে জ্ঞান কেনেকুৱা?
(ক) পৰোক্ষ
(খ) প্রত্যক্ষ
(গ) কল্পনামূলক
(ঘ) মনৰ দ্বাৰাই নিৰ্মিত
উঃ (খ) প্রত্যক্ষ
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ মুখ্য গুণ কাক বোলে?
নহয়। উঃ যি গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল
প্রঃ গৌণ গুণ কাক বোলে?
উঃ যি গুণ জ্ঞাতাৰ মনৰ ওপৰত নিৰ্ভৰশীল।
প্রঃ ‘পূর্ব-নির্ধাৰিত শৃংখলা মতবাদ’ কোন দার্শনিকৰ সৈতে জড়িত?
উঃ লাইবনিজ।
প্রঃ আধুনিক দৰ্শনৰ পিতৃ কাক কোৱা হয়?
উঃ ডেকার্ট।
প্রঃ বাস্তববাদ কি?
উঃ জ্ঞানৰ বিষয়-বস্তুৰ স্বতন্ত্র অস্তিত্ব আছে বুলি মানে।
প্রঃ গৌণ গুণৰ এটা উদাহৰণ কি?
উঃ ৰং।
প্রঃ ‘সৰল বাস্তৱবাদ’ শব্দটো কোন দার্শনিকে প্রথম ব্যৱহাৰ কৰিছিল?

উঃ ডুৰান্ট ড্রেক।
প্রঃ তলত দিয়া কোনটো মুখ্য গুণৰ অন্তর্ভুক্ত?
উঃ ওজন।
প্ৰঃ বাস্তৱবাদৰ প্ৰধান ভাগ কিমান?
উঃ চাৰিটা।
প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদ কি?
উঃ বিজ্ঞানে প্রতিপন্ন কৰা তথ্যসমূহক প্রধান্য দিয়ে।
প্রঃ গৌণ গুণ কেনে ধৰণৰ?
উঃ পৰিবৰ্তনশীল।
প্রঃ তলত দিয়া কোনটো গৌণ গুণৰ উদাহৰণ?
উঃ সোৱাদ।
প্রঃ বাস্তৱবাদ আৰু ভাববাদৰ মাজৰ পাৰ্থক্য কি?
উঃ বাস্তৱবাদে বস্তুৰ অস্তিত্বক মানে, ভাববাদে নমানে।
প্রঃ বিজ্ঞানসম্মত বাস্তৱবাদৰ বৈশিষ্ট্য কি?
উঃ বিজ্ঞানৰ দ্বাৰা তথ্য নির্ধাৰণ কৰে।
প্রঃ কোনটো গুণ সকলোৰে ক্ষেত্ৰত একে?
উঃ মুখ্য গুণ।
প্রঃ বাহ্যিক জগত কেনেকৈ জনা যায় বুলি সৰল বাস্তৱবাদ বিশ্বাস কৰে?
উঃ ইন্দ্ৰিয়ৰ মাধ্যমেৰে।
প্রঃ তলত দিয়া কোনটো সৰল বাস্তৱবাদৰ অসুবিধা?
উঃ ই ভ্রান্ত প্রত্যক্ষৰ ব্যাখ্যা দিব নোৱাৰে।
প্রঃ তলত দিয়া কোনজন দার্শনিক বাস্তৱবাদৰ সমর্থক?
উঃ এৰিষ্টটল।
প্রঃ তলত দিয়া কোনটো মুখ্য গুণৰ অন্তর্ভুক্ত নহয়?
উঃ বং।
প্রঃ তলত দিয়া কোনটো গৌণ গুণ?
উঃ বং।
প্রঃ বিজ্ঞানসম্মত বাস্তৱবাদৰ প্ৰৱক্তা কোন?

উঃ জন ল’ক।
প্রঃ বিজ্ঞানসম্মত বাস্তৱবাদৰ মতে বস্তুৰ গুণ কিমান প্ৰকাৰৰ?
উঃ দুটা।
প্রঃ বিজ্ঞানসম্মত বাস্তববাদত মুখ্য গুণ কোনটো?
উঃ আকাৰ।
প্ৰঃ গৌণ গুণৰ উদাহৰণ কি?
উঃ সোৱাদ।
হয়? প্রঃ বিজ্ঞানসম্মত বাস্তৱবাদত জ্ঞান কিদৰে লাভ
উঃ পৰোক্ষভাবে।
প্রঃ “সৰল বাস্তৱবাদ” শব্দটো কোন দার্শনিকে ব্যৱহাৰ কৰিছিল?
উঃ ডুৰান্ট ড্রেক।
প্রঃ তলত দিয়া কোনটো সৰল বাস্তববাদৰ বৈশিষ্ট্য?
উঃ বস্তু মনৰ পৰা স্বতন্ত্র।
প্রঃ “আধুনিক দৰ্শনৰ পিতৃ” হিচাপে কাক জনা যায়?
উঃ ডেকার্ট।
কি? প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে গৌণ গুণ
উঃ পৰিৱৰ্তনশীল।
প্রঃ কেঁচা আম টেঙা লাগে, এইটো কি গুণৰ উদাহৰণ?
উঃ গৌণ গুণ।
প্রঃ কোনটো নব্য বাস্তৱবাদৰ অংশ নহয়?
উঃ সৰল বাস্তৱবাদ।
প্রঃ “পূর্বনির্ধাৰিত শৃংখলা মতবাদ” কোনে আগবঢ়াইছিল?
উঃ লাইবনিজ।
প্রঃ কোনটো বাস্তরবাদৰ শাখা নহয়?
উঃ ভাববাদ।

প্রঃ “প্রকৃতি একৰূপতা বিধি” অনুসৰি প্ৰকৃতি কেনেকৈ কাম কৰে?
উঃ সদায় একে ধৰণৰ।
প্ৰঃ সৰল বাস্তৱবাদৰ মতে জ্ঞান কেনেকুৱা?
উঃ প্রত্যক্ষ।
প্রঃ “সৰল বাস্তৱবাদ” কোনটো দোষৰ বাবে সমালোচিত হয়?
উঃ ই ভ্রমাত্মক জ্ঞান ব্যাখ্যা কৰিব নোৱাৰে।
প্রঃ তলত দিয়া কোনটো বিজ্ঞানসম্মত বাস্তৱবাদৰ অসুবিধা?
উঃ ই জ্ঞানক পৰোক্ষ বুলি ভাবে।
প্রঃ তলত দিয়া কোনটো বস্তুৰ মুখ্য গুণ?
উঃ ওজন।
প্রঃ তলত দিয়া কোনটো বিজ্ঞানসম্মত বাস্তৱবাদৰ মৌলিক বিশ্বাস?
উঃ গুণ মুখ্য আৰু গৌণ ভাগত বিভক্ত।
প্রঃ “সৰল বাস্তৱবাদ” আৰু “বিজ্ঞানসন্মত বাস্তৱবাদ”ৰ মাজৰ পাৰ্থক্য কি?
উঃ ওপৰত উল্লেখিত সকলো।
প্রঃ বিজ্ঞানসম্মত বাস্তৱবাদৰ মতে বস্তুৰ গুণ কেতিয়া পৰিৱৰ্তন হয়?
উঃ স্থান, কাল, ব্যক্তি অনুসৰি।
প্রঃ তলত দিয়া কোনটো বিজ্ঞানসম্মত বাস্তৱবাদৰ বৈশিষ্ট্য?
উঃ জ্ঞান এক পৰোক্ষ প্রক্রিয়া।
প্রঃ তলত দিয়া কোনটো সৰল বাস্তৱবাদৰ সীমাবদ্ধতা?
উঃ ই ভ্রমাত্মক জ্ঞান ব্যাখ্যা কৰিব নোৱাৰে।
প্রঃ বাহ্যজগতক প্রত্যক্ষভাৱে জানিব পৰা যায় বুলি যে মতবাদ বিশ্বাস কৰে তাক কি কোৱা হয়?
উঃ সৰল বাস্তৱবাদ।
প্রঃ বিজ্ঞানসম্মত বাস্তৱবাদৰ মতে জ্ঞান কেনেকুৱা?
উঃ পৰোক্ষভাৱে লাভ কৰা যায়।

প্রঃ তলত দিয়া কোনটো মুখ্য গুণৰ উদাহৰণ?
উঃ আকাৰ।
প্রঃ “সৰল বাস্তৱবাদ”ৰ মতে বস্তু কেনেকুৱা?
উঃ মনৰ পৰা স্বতন্ত্র।
প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে জ্ঞান কিদৰে লাভ হয়?
উঃ পৰোক্ষভাৱে।
প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদৰ মতে কিয় গৌণ গুণ ব্যক্তিনির্ভৰশীল?
উঃ কাৰণ গৌণ গুণ অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল।
প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদৰ মূল উদ্দেশ্য কি?
উঃ জ্ঞানৰ পৰোক্ষ প্রকৃতি ব্যাখ্যা কৰা।
প্রঃ তলত দিয়া কোনটো সৰল বাস্তৱবাদৰ সমস্যা?
উঃ ই ভুল ধাৰণাৰ ব্যাখ্যা দিব নোৱাৰে।
প্রঃ তলত দিয়া কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ সমালোচনা?
উঃ ই জ্ঞানক পৰোক্ষ ভাবে।
প্রঃ “প্রকৃতি একৰূপতা বিধি” অনুসৰি, প্ৰকৃতি কিদৰে আচৰণ কৰে?
উঃ সদায় একে ধৰণৰ।
প্রঃ বিজ্ঞানসন্মত বাস্তৱবাদত “মুখ্য গুণ” আৰু “গৌণ গুণ”ৰ মাজত পার্থক্য কি?
উঃ মুখ্য গুণ মনৰ পৰা স্বতন্ত্র, গৌণ গুণ মননিৰ্ভৰশীল।
প্রঃ তলত দিয়া কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ বৈশিষ্ট্য?
উঃ বস্তুৰ অস্তিত্ব স্বীকাৰ কৰে।
প্রঃ তলত দিয়া কোনটো বিজ্ঞানসম্মত বাস্তৱবাদৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰিব নোৱাৰি?
উঃ ভুল ধাৰণা।
প্রঃ কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ এটা সীমাবদ্ধতা?

উঃ ই জ্ঞানৰ সত্যতা প্রমাণ কৰিব নোৱাৰে।
প্রঃ তিলত দিয়া কোনটো বিজ্ঞানসন্মত বাস্তৱবাদৰ মূল ভিত্তি?
উঃ জ্ঞান পৰোক্ষভাৱে লাভ কৰা হয়।
প্রঃ বিজ্ঞানসন্মত বাস্তববাদৰ মতে, কিয় গৌণ গুণ ব্যক্তিনির্ভৰশীল?
উঃ কাৰণ ই অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰশীল।
প্রঃ “সৰল বাস্তৱবাদ”ৰ মতে জ্ঞান কেনেকুৱা?
উঃ প্রত্যক্ষ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment