Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Social Question Paper Solved 2025 HSLC PDF

By Rabbi Masrur

Published On:

আপুনি যদি দশম শ্ৰেণীৰ HSLC ইংৰাজী বিষয়ৰ Previous year Class 10 Social Question Paper Solved 2025 HSLC PDF প্রশ্ন কাকত বিচাৰি আছে, তেন্তে নিচ্ছয় আপুনি সঠিক জাগাত উপনীত হৈছে। হয়, এই লিখনিত আমি previous year ৰ Class 10 Social Question Paper লগতে সমাধানও দিছো।

Class 10 Social Question Paper Solved 2025 HSLC PDF

বিষয় বিৱৰণ
Exam HSLC Exam Question Papers, 2025
Subject Social Science
Full Marks 90
Pass Marks 27

তলতৰ Link ত ক্লিক কৰি pdf download কৰক।

👉Download PDF

The figures in the margin indicate full marks for the questions
ক-শাখা
তলত দিয়া প্রশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিওৱা (প্রশ্ন নং ১ -ৰ পৰা প্রশ্ন নং ৪৫ লৈকে): ১০৪৫-৪৫
১। তলত দিয়া মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতিসমূহ বর্ধিত গভীৰতাৰ ক্ৰমত সজোৱা আৰু শুদ্ধ উত্তৰটো বছি উলিওৱা।
(ক) গভীৰ সমুদ্র গাত → সামুদ্রিক শৈলসিৰা সমুদ্রতলীয় দ্রোণী গভীৰ সমুদ্রতল মহীঢাল→
মহীসোপান
(খ) মহীসোপান মহীঢাল গভীৰ সমুদ্রতল সমুদ্রতলীয় দ্রোণী সামুদ্রিক শৈলসিৰা গভীৰ সমুদ্র খাত
(গ) মহীঢাল → মহীসোপান সমুদ্রতলীয় দ্রোনী গভীৰ সমুদ্রতল গভীৰ সমুদ্র খাত
সামুদ্রিক শৈলশিৰা
(ঘ) মহীসোপান মহীঢাল গভীৰ সমুদ্রতল সামুদ্রিক শৈলশিৰা গভীৰ সমুদ্র খাত→
সমুদ্রতলীয় দ্রোণী
২। তলত উল্লেখ কৰা জনগোটসমূহৰ অসমলৈ হোৱা প্ৰব্ৰজনৰ প্ৰৱাহ একাদিক্রমে সজোৱাঃ
(i) মংগোলীয়
(ii) অস্ট্রিক
(iii) আর্য
(iv) আহোম
(ক) (i) (ii) (iii) → (iv)
(খ) (ii)→(iii) (i) (iv)
(গ) (i)→(iv)→ (iii) → (ii)
(ঘ) (ii)(i) (iii) → (iv)
৩। তলত দিয়া কোনটো দহকত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ভাৰতবৰ্ষতকৈ নিম্ন হৈছিল?
(ক) 1901–1911
(খ) 1981–1991
(গ) 1991–2001
(ঘ) 1941-1951
৪। গণতান্ত্ৰিক চৰকাৰক কিয় অন্য প্ৰকাৰৰ চৰকাৰতকৈ অধিক ভাল বুলি গণ্য কৰা হয়?
(i) ইনাগৰিকসকলৰ মাজত সমতা বৃদ্ধি কৰে
(ii) ই অর্থনৈতিক প্রগতি নিশ্চিত কৰে
(iii) ইবাদ-বিবাদ মীমাংসাৰ এটা উপায় প্রদান কৰে।
(ক) (i), (ii)
(খ) (i), (iii)

(গ) (ii), (ii)
(ঘ) (i), (ii), (iii)
৫। তলত দিয়া প্রশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা বিৱৰণ দিয়া হৈছে। বিৱৰণকেইটা পড়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা।
দাবী (A): প্রস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জানিব পৰা যাব।
কাৰণ (R): প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখৰ আদর্শ, দর্শন আৰু লক্ষ্য।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
৬। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সভাপতি কোন হ’ব পাৰে?
(ক) কোনো উচ্চ ন্যায়ালয়ৰ প্রাক্তন মুখ্য ন্যায়াধীশ
(খ) উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ
(গ) কেনো উচ্চ ন্যায়ালয়ৰ এজন প্রাক্তন ন্যায়াধীশ
(ঘ) উচ্চতম ন্যায়লয়ৰ এজন প্রাক্তন ন্যায়াধীশ
৭। ৰাষ্ট্ৰসংঘৰ অভিকৰণসমূহ বাছি উলিওৱা
(i) সচিবালয়
(ii) ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ
(iii) সাধাৰ সভা
(iv) আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি
(ক) (iii), (iv)
(খ) (ii), (iv)
(গ) (i), (iv)
(ঘ) (i), (iii)
৮। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভা সম্পৰ্কত তলৰ কোনটো বা কোনকেইটা উক্তি সত্য?
(i) ইৰাষ্ট্ৰসংঘৰ বৃহত্বম অংগ
(ii) ইয়াৰ দহজন অস্থায়ী আৰু পাঁচজন স্থায়ী সদস্য আছে।
(iii) ইয়াৰ প্ৰধান কাম হৈছে আক্রান্ত সদস্য ৰাষ্ট্ৰসমূহে উত্থাপন কৰা গোচৰসমূহ নিষ্পত্তি কৰা।
(ক) কেবল (1) সত্য
(খ) (i) আৰু (ii) সত্য
(গ) (ii) আৰু (iii) সত্য
(ঘ) (i) আৰু (iii) সত্য
৯। চেকমুদ্রা সম্পর্কত তলত দিয়া অশুদ্ধ উক্তিকেইটা চিহ্নিত কৰাঃ
i) বিনিময়ৰ মাধ্যম হিচাপে চেক একোখনৰ সাধাৰণ গ্রহণযোগ্যতা আছে।
(ii) চেক মুদ্রা গ্রহণ কৰিবলৈ অমান্তি হোৱাটোরে আইন ভংগ কৰা বুজায়।
(iii) চেক মুদ্রা অর্থনৈতিক অপৰাধৰ জৰিয়তে সৃষ্টি কৰা হয়।
(iv) চেক হ’ল মুদ্রা পৰিশোধৰ এটা আদেশ আৰু বেংকৰ কাউন্টাৰত নগদীকৰণ কৰি ল’ব পাৰি।
(iv) চেক মুদ্রা কেবল কেন্দ্রীয় বেংকেহে ছপা আৰু বিতৰণ কৰিব পাৰে।
(ক) (i), (ii), (iii), (v)
(খ) (i), (ii), (iv), (v)
(গ) (ii), (iii), (iv), (v)
(ঘ) (i), (iii), (iv), (v)

১০। ৰমেনে এলাহাবাদ বেংকত বিছ হাজাৰ (20.000) টকাৰে এটা একাউন্ট খুলিলে। একাউন্ট খোলাৰ তিনি মাহৰ পিছত তেওঁ আকৌ একাউন্টত তিনি হাজাৰ (3,000) টকা জমা কৰিলে। বিত্তীয় বৰ্ষটোৰ শেষত বেংকে তেওঁৰ একাউন্টত পাঁচশ (500) টকাৰ সুত প্ৰদান কৰিলে।
ওপৰৰ পৰিস্থিতিটো বিচাৰ কৰি ৰমেনৰ বেংকত থকা একাউন্টটোৰ প্ৰকাৰ বাছি উলিওৱা।
(ক) চলিত আমানত একাউন্ট
(খ) স্থিৰ আমানত একাউন্ট
(গ) ৰেকাৰিং আমানত একাউন্ট
(ঘ) সঞ্চয় আমানত একাউন্ট
১১। তলৰ প্ৰশ্নটোত দাবী (A) হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ (R) হিচাপে এটা উক্তি দিয়া হৈছে। উক্তি দুটা বিচাৰ কৰি তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ বিকল্পটো বাছি উলিওৱা।
দাবী (A): মুদ্রাই হৈছে আটাইতকৈ তৰলীকৃত সম্পত্তি
কাৰণ (R): মুদ্রাক সামগ্ৰী আৰু সেৱালৈ তৎকালীনভবে আৰু প্রত্যক্ষভাবে মুদ্রাৰ গৰাকীয়ে বিচৰা ধৰণে ৰূপান্তৰিত কৰিব পাৰি।
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) আক (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(গ) (A) অসত্য কিন্তু (R) সত্য
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
১২। অর্থনৈতিক বিকাশ আৰু উন্নয়ন সম্পর্কে উক্তি (1) আৰু (ii) বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) অর্থনৈতিক উন্নয়ন হৈছে এটা গুণগত ধাৰণা, কিন্তু অর্থনৈতিক বিকাশ এটা পৰিমাণ সূচক ধাৰণা।
(ii) অর্থনৈতিক উন্নয়নৰ অর্থ সীমিত, কিন্তু অর্থনৈতিক বিকাশৰ অৰ্থ ব্যাপক।
(ক) (i) সত্য (ii) সত্য
(খ) (i) সত্য (ii) অসত্য
(গ) (1) অসত্য (ii) অসত্য
(ঘ) (i) অসত্য (ii) সত্য
১৩। নীটি আয়োগৰ অধ্যক্ষজন হ’ল
(ক) ৰাষ্ট্ৰপতি
(খ) কেন্দ্রীয় বিত্তমন্ত্রী
(গ) প্রধানমন্ত্রী
(ঘ) উপৰাষ্ট্রপতি
১৪। তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(1) গণতান্ত্রিক পৰিকল্পনা (a) প্রশাসন ব্যৱস্থাৰ একেবাৰে নিম্ন পর্যায়ত পৰিকল্পনা যুতকৰণত জড়িত হোৱা
(ii) অর্থনৈতিক পৰিকল্পনা (b) ৰাইজে পৰিকল্পনা যুগুতকৰণৰ বিভিন্ন পর্যায়ত অংশগ্রহণ কৰে
(iii) তৃণমূল পর্যায়ৰ পৰিকল্পনা (c) কেতবোৰ সুনির্দিষ্ট উন্নয়নৰ লক্ষ্যত উপনীত হোৱা।
(a) (i)→(a), (ii) → (c), (iii)→(b)
(b) (i)→(c), (ii) → (a), (iii)→(b)
(c) (i) (c), (ii) → (b), (iii)→(a)
(d) (i) (b), (ii)→ (c), (iii)→(a)
১৫। ১৯০৫ চনৰ বংগ বিভাজন সম্পর্কে তলৰ কোনকেইটা উক্তি সত্য?
(i) ১৮৫৭ চনৰ বিদ্ৰোহৰ পিছত ই ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখীয় ঘটনাৰ সূত্রপাত ঘটাইছিল।
(ii) ইয়াক বংগদেশৰ ক্রমবর্ধমান জাতীয় জাগৰণক মষিমূৰ কৰিবলৈ কাৰ্যকৰী কৰা হৈছিল।
(iii) শ্বিলঙক পর্ববংগ আৰু অসমৰ ৰাজধানী কৰা হৈছিল।
(iv) ই স্বদেশী আন্দোলনৰ সূত্রপাত ঘটাইছিল।

(ক) (i), (ii), (iv)
(খ) (i), (iii), (iv)
(গ) (ii), (iii), (iv)
(ঘ) (i), (ii), (ii), (iv)
১৬। গোপাল কৃষ্ণ গোখলেই ব্ৰিটিছ চৰকাৰক ‘নাইটহুড’ উপাধি ঘূৰাই দিয়াৰ কাৰণৰ সর্বোৎকৃষ্ট ব্যাখ্যা তলৰ কোনটোৱে আগবঢ়াইছে?
(ক) ব্ৰিটিছ চৰকাৰে যথোপযুক্ত শাসন প্রদানত ব্যর্থ হৈছিল বুলি তেখেতে ভাবিছিল।
(খ) ব্রিটিছ প্রশাসন ব্যৱস্থাত পোৱা স্থানক লৈ তেকেত অসন্তুষ্ট হৈছিল।
(গ) ব্রিটিছৰ বংগ বিভাজন নীতিৰ লগত তেওঁ অসন্মত হৈছিল।
(ঘ) তেখেতে ৰাজহুৱা জীৱনৰ পৰা সন্নাস ল’ব বিচাৰিছিল আৰু ব্যক্তিগত কাম-কাজত মনোনিৱেশ কৰিব খুজিছিল।
১৭। তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পটো বাছি উলিওৱা।
দাবী (A): ভাৰতত হোৱা স্বদেশী আনেন্দালনে থলুৱা সা-সামগ্রী বৃদ্ধি কৰিব বিচৰাৰ লগতে ব্ৰিটিছ সামগ্ৰীৰ ওপৰত নির্ভৰশীলতা হ্রাস কৰিব বিচাৰিছিল।
কাৰণ (R): স্বদেশী আন্দোলনে প্রধানতঃ ব্ৰিটিছৰ কৰ-কাটল আৰু চৰকাৰী ঋণৰ বিৰুদ্ধে প্রতিবাদ কৰাক লক্ষ্য কৰি লৈছিল।
(ক) (A) আৰু (R) উভয়ে সত্য, আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(খ) (A) সত্য, কিন্তু (R) অসত্য
(গ) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
(ঘ) (A) অসত্য, কিন্তু (R) সত্য
১৮। তলত দিয়াসকলৰ কোনে ভাৰতত স্বদেশী আন্দোলনৰ সময়ত ‘বন্দে মাতৰম’নামৰ এখন আলোচনী সম্পাদনা কৰিছিল?
(ক) অৰবিন্দ ঘোষ
(খ) কৃষ্ণকুমাৰ মিত্ৰ
(গ) সুবেন্দ্রনাথ বেনার্জী
(ঘ) কুমুদিনী মিশ্র
১৯। অসহযোগ আন্দোলনৰ বিষয়ে তলত দিয়া উক্তিকেইটা বিচাৰ কৰা। আন্দোলনটোৰ বিষয়ে তলত দিয়া বিকল্পবোৰৰ কোনটো বিকল্প শুদ্ধ?
(i) লোণ আইনত বিৰোধিতা কৰা হৈছিল।
(ii) ছাত্র-ছাত্রীসকলে চৰকাৰী বিদ্যালয় ত্যাগ কৰিছিল।
(iii) হিন্দু আৰু মুছলামসকলৰ মাজত একতা
(iv) মহিলাসকলে অংশ গ্রহণ কৰা নাছিল।
(ক) (i) আৰু (iv)
(খ) (ii) আৰু (iii)
(গ) (i) আৰু (ii)
(ঘ) (i), (ii), (iii) আৰু (iv
২০। তলৰ কোনকেইটা ১৯৪৭ চনৰ ভাৰত স্বাধীন আইনৰ দফা আছিল?
(i) ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।
(ii) প্রতিখন স্ব-শাসিত দেশতে ৰজাই নিযুক্তি দিয়া একোজনকৈ প্রধানমন্ত্রী থাকিব।
(iii) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই দেশ দুখনে ব্রিটিছ কমনরেলথত যোগ দিব নে নিদিয়ে নিজাববীয়ৈেক সিদ্ধান্ত ল’ব।

(iv) দুয়োখন দেশৰ বিধানমণ্ডলে কবল ব্রিটিছ সংসদৰ তত্ত্বাবধানতহে আইন প্রণয়ন কৰাৰ ক্ষমতা লাভ কৰিব।
(ক) (i) আৰু (ii)
(খ) (i) আৰু (iii)
(গ) (i) আক (iv)
(ঘ) (ii) আৰু (iv)
২১। সংঘটিত হোৱাৰ ক্ৰম অনুসৰি পুৰণিৰ পৰা নতুনলৈ তলত দিয়া ঐতিহাসিক ঘটনাসমূহ সজোৱাঃ
(i) আগষ্ট বিপ্লব
(ii) প্রত্যক্ষ দাবী দিরস
(iii) ছাইমন কমিছন
(iv) পূর্ণ স্বৰাজৰ দাবী
(ক) (i) (ii) (iii)→(iv)
(খ) (iii)→(iv)→(ii)→(i)
(গ) (i)→(ii) (iv)→(iii)
(ঘ) (iii)→(iv) (i)→(ii)
২২। তলত দিয়া দাবী (A) আৰু কাৰণ (R) ওপৰত ভিত্তি কৰি শুদ্ধ বিকল্পটো বাছি উলিওৱাঃ
দাবী (A): উনবিংশ শতিকাৰ শেষৰ দশককেইটাত অসমত এলানি কৃষক বিদ্রোহ সংঘটিত হৈছিল।
কাৰণ (R): কৃষকসকলে ৰাইজৰ মেলসমূহৰ জৰিয়তে নিজকে সংগঠিত কৰিছিল
(ক) (A) সত্য, কিন্তু (R) অসত্য
(খ) (A) অসত্য, কিন্তু (R) সত্য
(গ) (A) আৰু (R) দুয়োটাই সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(ঘ) (A) আৰু (R) দুয়োটাই সত্য; আক (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
২৩। মণিপুৰৰ বিদ্ৰোহৰ নেতাসকলৰ ক্ষেত্ৰত ব্ৰিটিছ চৰকাৰে লোৱা ব্যৱস্থাই অঞ্চলটোত পৰৱৰ্তী কালৰ প্ৰতিবাদী সংগ্রামক কেনেদৰে প্ৰভাৱিত কৰিছিল?
(ক) ব্রিটিছৰ কর্তৃত্বক প্রত্যাহবান জনাব পাৰি বুলি বুজিব পাৰি ই আৰু অধিক প্রতিবাদী ব্যবস্থা লোৱাত উৎসাহ যোগাইছিল।
(খ) বর্ধিত দমনমূলক ব্যৱস্থাই স্থানীয় প্রতিবাদৰ মাত্রা হ্রাস কৰিছিল।
(গ) ই ব্রিটিছ কর্তৃপক্ষ আৰু স্থানীয় নেতাসকলৰ মাজত সহযোগিতাৰ মনোভাব সৃষ্টি কৰিছিল।
(ঘ) ভৱিষ্যতৰ প্ৰতিবাদী আন্দোলনৰসমূহৰ ওপৰত ইয়াৰ কোনো গুৰুত্বপূর্ণ প্রভাব পৰা নাছিল।
২৪। হেৰম্বকান্ত বৰপূজাৰীৰ মতে, উজনি অসমৰ ভালেমান ব্রাহ্মণ পুৰোহিতে ১৮৫৭ চনৰ বিদ্ৰোহত যোগ দিছিল। ইয়াৰ শুদ্ধ কাৰণটো কি আছিল?
(ক) তেওঁলোকে আহোম অভিজাত শ্রেণীটোক সমর্থন জনাইছিল
(খ) ব্রিটিছসকলে অসম দখল কৰাৰ পিছত তেওঁলোকে তেওঁলোকৰ জীৱিকা হেৰুৱাইছিল।
(গ) ব্ৰিটিছসকলে তেওঁলোকৰ হাতৰ পৰা লাখেৰাজ (নিষ্কৰ) ভূমিৰ অতিৰিক্তখিনি কাঢ়ি লৈছিল।
(ঘ) তেওঁলোকে ব্ৰিটিছৰ পৰা ভাৰতক স্বাধীন কৰিব বিচাৰিছিল।
২৫। অসমত আবকাৰী কানিৰ সেৱন ১৯২০-বৰ্ষত ১৬১৫ মোনৰ পৰা হ্রাস হৈ ১৯২২-২৩ বর্ষত ৯৯৩মোন হৈছিলগৈ। তলৰ কোনটো বিৱৰণে কানিৰ সেৱন হ্ৰাস হোৱাৰ কথা শুদ্ধভভাবে ব্যাখ্যা কৰিছে।
(ক) কানি সেৱনৰ বুপ্ৰভাৱৰ কথা স্বীকাৰ কৰি ব্ৰিটিছ চৰকাৰে ইয়াৰ বিক্ৰী সীমিত কৰিছিল।
(খ) ৰাইজে কানি সেৱনৰ কুভাৱৰ কথা বুজি পাইছিল।
(গ) ৰাইজৰ মাজত কানিৰ চাহিদা হ্রাস পাইছিল
(ঘ) কংগ্ৰেছ কৰ্মীসকলৰ নেতত্বত গ্ৰহণ কৰা সৱল কানি-বিৰোধী কাৰ্যপন্থা
২৬। তলৰ বিকল্পবোৰৰ পৰা, মহাত্মা গান্ধীয়ে নেতৃত্ব দিয়া কাৰ্যসূচীটো আৰু স্বাধীনতা আন্দোলনটো বাছি উলিওৱা য’ত অসমৰ পৰা লীলাধৰ বৰুৱাই যোগ দিছিল।
(ক) ডান্ডি যাত্রা, অসহযোগ আন্দোলন
(খ) ডান্ডি যাত্রা, আইন অমান্য আন্দোলন
(গ) তিলক স্বৰাজ্য পুঁজিৰ মাধ্যমেৰে পুঁজি সংগ্রহ, অসহযোগ আন্দোলন
(ঘ) মুম্বাইৰ ঐতিহাসিক আগষ্ট সভা, ভাৰত ত্যাগ আন্দোলন
২৭। তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(i) অম্বিকাগিৰি ৰায় চৌধুৰী
(৪) জ্ঞান প্রদায়িনী সভা
(ii) পদ্মনাথ গোহাঁই বৰুৱা
(b) বন্দিনী ভাৰত
(iii) লক্ষ্মীনাথ বেজবৰুৱা
(c) আহোম সভা
(iv) আনন্দৰাম ঢেকিয়াল ফুকন
(d) বীণ ব’ৰাগী
(a) (i) (b), (ii)→ (c), (iii) (d), (iv)→(a)
(b) (i)→(d), (ii)→(a), (iii)→(c), (iv)→ (b)
(c) (i) (b), (ii)→ (c), (iii)→(a), (iv)→(d)
(d) (i)→(d), (ii)→ (a), (iii) (c), (iv)→ (c)
২৮। গান্ধাৰ শৈলী সম্পর্কে তলৰ কোনটো শুদ্ধ?
(ক) মুখ্য বিষয়বস্তু আছিল হিন্দু দের-দেবীসকল
(খ) ইয়াৰ বিকাশ প্রধানতঃ পশ্চিম উত্তৰ প্ৰদেশত হৈছিল
(গ) ই কেৱল মথুৰা শৈলীৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
(ঘ) ইগ্রীক-ৰোমান শৈলীৰ সতে সম্পর্কিত
২৯। ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্যই ইয়াৰ ঐতিহাসিক বিচিত্রতাক কেনেদৰে প্ৰতিফলিত কৰে?
(ক) একেধৰণৰ ৰাজনৈতিক ইতিহাসৰ যোগেদি
(খ) বেলেগ বেলেগ অঞ্চলক প্রতিনিধত্ব কৰা বিভিন্ন ভাষা, উৎসৱ আৰু শিল্প-কলাৰ জৰিয়তে
(গ) এটা একীভূত জাতীয় ভাষাৰ জৰিয়তে
(ঘ) কেৱল এবিধ স্থাপত্য শৈলীৰ জৰিয়তে
৩০। তলত দিয়াবোৰ মিলোৱা আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(ক) কথাকলি
(a) অন্ধ্রপ্রদেশ
(খ) ভাৰতনাট্যম
(b) তামিলনাডু
(গ) কথক
(c) কেৰেলা
(ঘ) কুচীপুড়ী
(d) উত্তৰ ভাৰত
(a) (i) (b), (ii) (c), (ii) (d), (iv)→(a)
(b) (i)→(b), (ii)→ (d), (iii)→ (a), (iv)→(c)
(c) (i)→(c), (ii)→(a), (iii) (b), (iv)→ (d)
(d) (i)→(a), (ii)→(c), (iii) (d), (iv)→ (b)
৩১। তলৰ প্ৰশ্নটোত দাবী (A) আৰু কাৰণ (R) হিচাপে দুটা উক্তি দিয়া হৈছে। উক্তিকেইটা পঢ়া আৰু শুদ্ধ বিকল্পাটো বাছি উলিওৱাঃ
দাবী (A): সিন্ধু উপত্যকাৰ ধৰ্ম ব্যৱস্থাত উপাসনাৰ ভিন্ন পন্থাৰ লগতে উপাস্য দেৱতাৰো বিবিধতা দেখা যায়।
কাৰণ (R): ভাৰত প্ৰাচীনতম ধর্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহনশীলতা, সহবর্তিতা আৰু সংমিশ্ৰণৰ এক উদাৰ নীতি গ্রহণ কৰিছিল।
(ক) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
(খ) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(গ) (A) সত্য (R) অসত্য

(ঘ) (A) অসত্য (R) সত্য
৩২। IUCN সম্পর্কে শুদ্ধ বাক্যবোৰ তলত দিয়া বিকল্পবোৰৰ পৰা বাছি উলিওৱা
(i) IUCN চনত গঠন কৰা হৈছিল
(ii) IUCN ৰ সম্পূৰ্ণ ৰূপটো হৈছে-Indian Union for Conservation of Nature.
(iii) IUCN উদ্যোগত বিশ্ব বন্যপ্রানী পুঁজি (WWF) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্র স্থাপন কৰা হৈছিল।
(iv) জর্জ ছিজহ’ম IUCN ৰ প্ৰতিষ্ঠপক সঞ্চালক প্রধান আছিল।
(ক) (i), (ii), (iii)
(খ) (ii), (iii), (iv)
(গ) (ii), (iv)
(ঘ) (i), (iii)
৩৩। চতুর্থক খণ্ড অর্থনীতিৰ বাবে তলৰ কোনটো বিকল্প শুদ্ধ?
(ক) সম্প্রদায় ভিত্তিক পর্যটন
(খ) আধুনিক পৰিৱেশ-অনুকূল প্রযুক্তিৰ বিষয়ে উদ্ভাবনীমূলক গবেষণা
(গ) এখন শপিং মলৰ বিক্ৰী কাৰ্যবাহী বিষয়া
(ঘ) ৰাজহুৱা পৰিবহণৰ বাবে সেউজ বাছ সেৱা
৩৪। তলত দুটি উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি।
উক্তিকেইটা পঢ়া আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
ঘটে। দাবী (A): সমাজিক পৰিৱৰ্তন ঘটাৰ লগে লগে সম্পদৰ ধাৰণা, আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰতো পৰিবৰ্তন
কাৰণ (R): মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান-প্রযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহু নিৰপেক্ষ আৰু প্ৰতিৰোধক সামগ্রী সম্পদলৈ ৰূপান্তৰিত হৈছে।
(ক) (A) আৰু (R) উভয়ে শুদ্ধ
(খ) (A) শুদ্ধ (R) অশুদ্ধ
(গ) (A) অশুদ্ধ (R) শুদ্ধ
(ঘ) (A) আৰু (R) উভয়ে অশুদ্ধ
৩৫। সম্পদৰ সংৰক্ষণ সম্পর্কত তলত দিয়া কোনকেইটা শুদ্ধ?
(i) দীর্ঘম্যাদী উন্নয়ন প্রক্রিয়া বিবেচনা কৰি সম্পদৰ মিতব্যয়ী ব্যৱহাৰ
(ii) নবীকৰণযোগ্য সম্পদৰ সলনি আৰু অধিক পৰিমাণে অনবীকৰণযোগ্য সম্পদৰ ব্যৱহাৰ
(iii) কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাব্য পূর্ণ ব্যৱহাৰ
(iv) ব্যৱহাৰ নকৰি কেৱল ভৱিষ্যতৰ বাবে সম্পদসমূহ সাঁচি ৰখা।
(ক) (i), (iv)
(খ) (i), (ii)
(গ) (ii), (iv) (ঘ) (i), (iii)
৩৬। তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি।
উক্তিকেইটাৰ ভিত্তিত সকলোতকৈ সঠিক উত্তৰটো বাছি উলিওৱা।
দাবী (A): অর্থনৈতিক ভূগোলত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ আৰু বিনিময়, আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয়।
কাৰণ (R): মানুহৰ জীৱনধাৰণ প্ৰণালী আৰু অর্থনৈতিক কার্যকলাপ স্থান-কাল ভেদে বেলেগ বেলেগ হয়।
(ক) (A) আৰু (R) উভয়ে সত্য আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
(খ) (A) আৰু (R) উভয়ে সত্য কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
(গ) (A) সত্য (R) অসত্য
(ঘ) (A) অসত্য (R) সত্য

৩৭। তলৰ শক্তিৰ উৎসবোৰৰ কোনটোৱে। কোনকেইটাই কার্বন ডাই-অক্সাইড উৎপন্ন নকৰে?
(i) বতাহশক্তি
(ii) ভূ-তাপীয় শক্তি
(iii) জলবিদ্যুৎশক্তি
(iv) জীবাষ্ম ইন্ধন
(ক) (i)
(খ) (i), (ii), (iii)
(গ) (i), (iv)
(ঘ) (i), (ii), (iii), (iv)
৩৮। তলৰ প্ৰশ্নটোত দাবী (A) হিচাপে এটা উক্তি দিয়াৰ পিছত কাৰণ (R) হিচাপে এটা উক্তি দিয়া হৈছে। এই উক্তিকেইটা বিচাৰ কৰি তলৰ বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
দাবী (A): বায়ুমণ্ডলত অত্যধিক পৰিমাণে ছালফাৰ ডাই-অক্সাইড আৰু নাইট্র’জেন ডাই-অক্সাইডৰ ঘনত্ব বৃদ্ধি পালে এছিড বৰষুণৰ সৃষ্টি হয়।
কাৰণ (R): তেনে ধৰণৰ বৰষুণে বন-বননি ধ্বংস কৰাৰ লগতে জলাশয়সমূহৰ পানীও প্ৰদূষিত কৰে।
(ক) (A) আৰু (R) অসত্য আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(খ) (A) সত্য, (R) অসত্য
(গ) (A) অসত্য (R) সত্য-
(ঘ) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়
৩৯। সুউচ্চ পর্বতসমূহ আৰু মেৰু অঞ্চলত থকা বৰফৰূপৰ গলনৰ ফলত কেনেধৰণৰ বিৰূপ প্ৰভাৱ পৰিব পাৰে?
(i) সাগৰ পৃষ্ঠৰ উত্থান
(ii) উপকূলীয় বিশাল অঞ্চল পানীত বুৰ যাব
(iii) পানীৰ নাটনিৰ সমস্যা সমাধান হ’ব
(iv) জৈৱ বৈচিত্র্যতা সুৰক্ষিত হ’ব
(ক) (i), (ii), (iii), (iv)
(খ) (i), (iii)
(গ) (ii), (iii)
(ঘ) (i), (ii)
৪০। নদ-নদীৰ পৰাত অৱস্থিত নগৰ অঞ্চলৰ প্ৰদূষণ সম্পৰ্কত তলত দিয়া উক্তি (1) আৰু (ii) বিচাৰ কৰা, আৰু শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলীয়া পদার্থই নগৰ অঞ্চলৰ মাজেদি বা কাযেদি প্রবাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে।
(ii) আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৰ্বমুঠ নদী দৈর্ঘ্যৰ ৫৫% ৰাসায়নিক সাৰৰ দৰে কৃষিজনিত প্ৰদূষকৰ দ্বাৰা প্ৰদূষিত হৈছে।
(ক) (1) আৰু (ii) দুয়োটাই সত্য
(খ) (i) আৰু (ii) দুয়োটাই অসত্য
(গ) (i) সত্য, (ii) অসত্য
(ঘ) (i) অসত্য, (ii) সত্য
৪১। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ সন্দৰ্ভত তলৰ উক্তিকেইটা বিচাৰ কৰা আৰু তলত দিয়া বিকল্পবোৰৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিওৱা।
(i) দিল্লী, বেংগালুৰু, গুৱাহাটী, পুণে আদি চহৰ ভূগর্ভস্থ পানীৰ নাটনিৰ সমস্যাৰ সন্মুখীন হৈছে।
(ii) পশ্চিমবংগ আৰু অসমৰ দৰে ৰাজ্যত নদ-নদীৰ গৰাখহনীয়া এক ভয়ানক পাৰিপার্শ্বিক সমস্যা।

(ক) (i) সত্য, (ii) অসত্য
(খ) (i) অসত্য (ii) সত্য
(গ) (i) আৰু (ii) উভয়ে সত্য
(ঘ) (i) আৰু (ii) উভয়ে অসত্য
৪২। উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোনকেইটা উক্তি শুদ্ধ?
(i) ৬৭% মাটি এই অঞ্চলৰ অন্তৰ্গত
(ii) পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০% এই অঞ্চলত বাস কৰে।
(iii) ৫৭% মাটি এই অঞ্চলৰ অন্তৰ্গত
(iv) পৃথিৱীৰ মুঠ জসংখ্যাৰ ৪০% এই অঞ্চলত বাস কৰে।
(ক) (i), (ii)
(খ) (i), (iv)
(গ) (ii), (iii) (ঘ) (iii), (iv)
৪৩। তলত উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাসাগৰখন চিনাক্ত কৰা।
(i) এই মহাসাগৰখনে পৃথিৱীৰ প্রায় এক তৃতীয়াংস ঠাই আগুৰি আছে।
(ii) এই মহাসাগৰখনৰ গড় গভীৰতা প্রায় ৫০০০ মিটাৰ
(iii) সামুদ্রিক খাতসমূহৰ ভিতৰত গভীৰতম মেৰিয়ানা খাতকে ধৰি এলিউছিয়ান, কিউবাইল, ফিলিপাইন, টোংগা, পেৰু-চিলি আদি খাত বিশেষভাবে উল্লেখযোগ্য।
(ক) ভাৰত মহাসাগৰ
(খ) প্রশান্ত মহাসাগৰ
(গ) আটলান্টিক মহাসাগৰ
(ঘ) উত্তৰ মহাসাগৰ
৪৪। তলৰ কোনটো যোৰ শুদ্ধভাৱে মিলি আছে?
(ক) দক্ষিণ আমেৰিকাঃ চাহাৰ মৰুভূমি
(খ) আটলান্টিক মহাসাগৰঃ মেৰিয়আ খাত
(গ) এছিয়াঃ বেৰিং প্রণালী
(ঘ) উত্তৰ আমেৰিকাঃ ডেথ ভেলী
৪৫। তলত দুটা উক্তি দিয়া হৈছে, এটাক দাবী (A) হিচাপে আৰু আনটোক কাৰণ (R) হিচাপে চিহ্নিত কৰি।
উক্তিকেইটা পঢ়া আৰু আটাইতকৈ উপযুক্ত উত্তৰটো বাছি উলিওৱা।
দাবী (A): উপকূলবর্তী ঠেক সমতল ভূমিৰ বাহিৰে আফ্রিকা মহাদেশৰ বেছি অংশই এখন বৃহৎ মালভূমি, এইখন মহাদেশত সুউচ্চ পর্বতশ্রেণী নাই।
কাৰণ (R): পূর প্রস্তুত থকা কিলিমাহাৰো শৃংগই আফ্রিকা মহাদেশৰ উচ্চতম স্থান।
(ক) (A) আৰু (R) উভয়ে সত্য; আৰু (R), (A) ৰ শুদ্ধ ব্যাখ্যা
(খ) (A) সত্য, (R) অসত্য
(গ) (A) অসত্য (R) সত্য
(ঘ) (A) আৰু (R) উভয়ে সত্য; কিন্তু (R), (A) ৰ শুদ্ধ ব্যাখ্যা নহয়।
খশাখা
৪৬। স্বদেশী আন্দোলত ব্যবহৃত প্ৰতিবাদৰ পদ্ধতিসমূহ ইয়াৰ পূৰ্বে হোৱা ১৮৫৭ চনৰ ভাৰতীয় বিদ্ৰোত ব্যৱহাৰ কৰা পদ্ধতিৰ সৈতে তুলনা কৰা। ২
৪৭। তলৰ ছবিখন (ৰংঘৰ) চোৱা আৰু তাৰ পিছত দিয়া প্ৰশ্নবোৰৰ উত্তৰ লিখা। ২+১
ৰংঘৰৰ যিকোনো দুটা স্থাপত্যগত বৈশিষ্ট্য চিনাক্ত কৰা। আহোম যুগত এই স্থাপত্যটো কিয় নির্মাণ কৰা হৈছিল?
অথবা

(কেবল দৃষ্টিহীন পৰীক্ষাৰ্থীসকলৰ বাবে)
অসমৰ বিভিন্ন সম্প্ৰদায়ৰ মাজত সামজিক ঐক্য সাধনে বিহু উৎসৱৰ প্ৰভাৱ বিশ্লেষণ কৰা। ৩
৪৮। জালিয়ানৱালা বাগৰ হত্যাকাণ্ডত জেনেৰেল ডায়াৰৰ ভূমিকা আৰু তেখেতৰ কাৰ্য ব্যৱস্থাৰ পৰৱৰ্তী প্রক্রিয়াসমূহ মূল্যায়ন কৰা। ২+২
৪৯। ব্ৰিটিছ চৰকাৰৰ সংগৃহীত ৰাজহৰ (টকাৰ হিচাপত) বিষয়ে দিয়া পৰিসংখ্যাৰ তথ্যসমূহ নিৰীক্ষণ কৰা আৰু তাৰ পিছৰ প্ৰশ্নকেটাৰ উত্তৰ দিয়া ২+২
জিলা
বর্ষ
কামৰূপ
১৮৩২-৩৩
১৮৪২-৪৩
১৮৫২-৫৩
১,১০,১৮১
২,৫২,৯৯১
২,৯৫,৯৯৬
দবং
৪১,৫০৬
১,৩৫,৪৫৪
১,৫৭,৭৯৫
নগাওঁ
৩১,৫০৯
১,১০,৩১৪
১,২৮,৮৭৩
শিৱসাগৰ
৮০,৮৪৩
১,১৪,৪৬৩
লখিমপুৰ
৩৪,৭৮০
৪৬,৫৫৩
(ক) দৰঙৰ তথ্যসমূহ তুলনা কৰা
(খ) কামৰূপ আৰু দৰঙৰ কৃষকসকলৰ ওপৰত পৰিৱৰ্তনটোৰ প্রভাৱ কি হৈছিল?
৫০। ‘জোনাকী’ কাকতৰ প্ৰথম সংখ্যাত চন্দ্ৰকুমাৰ আগৰৱালাই এইটো স্পষ্ট কৰি দিছিল যে শাসকসকলৰ ৰাজীতি ‘জোনাকী’ৰ আওতাৰ বাহিৰত থাকিব। ১+১+৩
(ক) বিৱৰণটোত ‘শাসকসকল’ বুলি কাক কোৱা হৈছে?
(খ) ‘জোনাকী’ কাকত কোনটো সংস্থাই প্রকাশ কৰিছিল?
(গ) যদি ৰাজনীতি ‘জোনাকী’ৰ বাহিৰত আছিল, তেন্তে ই কেনেকৈ জাতীয়তাবাদী চেতনাৰ বিকাশত অৰিহণা যোগাইছিল? অতি কমেও তিনিটা উদহৰণ দিয়া।
৫১। চিৰ প্রৱাহমান সম্পদ আৰু স্থানিক সম্পদ কাক বোলে? প্রত্যেকৰে উদাহৰণ দিয়া। ২
৫২। ‘দি আছাম ট্রিবিউন’ কাকতৰ (২৯ ডিচেম্বৰ, ২০২২) তলত দিয়া বাতৰিৰ শিৰোনামটো পঢ়া আৰু তাৰ পিছৰ
প্রশ্নটোৰ উত্তৰ দিয়াঃ ৩
“যা-বাহনৰ গতিৰ ক্ষেত্রত শীর্ষ ৫খন লেহেমীয়া চহৰৰ ভিতৰত গুৱাহাটীৰ নাম।”
যান-বাহনৰ লেহেমীয়া গতিৰ ফলত গুৱাহাটীয়ে সম্মুখীন হৈ অহা তিনিটা পাৰিৱেশিক সমস্যা উল্লেখ কৰা।
৫৩। অসমত জল পৰিবহণৰ উন্নয়নৰ সম্ভাৱনা আছেনে? তোমাৰ মন্তব্যৰ সমর্থনত চাৰিটা যুক্তি দিয়া। ৪
৫৪। তলৰ তালিকাখনত দিয়া বৈশিষ্ট্যবোৰৰ ভিত্তিত প্রশান্ত মহাসাগৰ আৰু আটলান্টিক মহাসাগৰৰ তুলনা কৰা।
তালিকাখন আঁকা আৰু তাত তোমাৰ উত্তৰসমূহ লিখাঃ ৫
ক্র. নং
বৈশিষ্ট্যসমূহ প্রশান্ত মহাসাগৰ আটলান্টিক মহাসাগৰ

অৱস্থিতি

মাটিকালি

গড় গভীৰতা
8
উল্লেখযোগ্য দ্বীপসমূহ (দুটা)
মহাসাগৰটিৰ উল্লেখযোগ্য সমুদ্রসমূহ (দুটা)
৫৫। অসমৰ এখন নক্সা মানচিত্র আঁকা আৰুতাত তলত দিয়াবোৰৰ যিকোনো দুটা নামসহ বহুওৱাঃ ৪
(ক) ব্ৰহ্মহ্মপুত্ৰৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগী এখন দলং
(খ) দেওহাঁহ দেখা পোৱা অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যান
(গ) অসমৰ এটা তেলশোধনাগাৰ
নাইবা

(কেবল দৃষ্টিহীন পৰীক্ষাৰ্থীৰ বাবে)

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment