Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Maths MCQ Chapter 14 পৰিসংখ্যা Assamese Medium

By Rabbi Masrur

Published On:

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত Class 10 Maths MCQ Chapter 14 পৰিসংখ্যা Assamese Medium সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 14 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

Class 10 Maths MCQ Chapter 14 পৰিসংখ্যা

Class 10 Maths MCQ Chapter 14 পৰিসংখ্যা Assamese Medium

অধ্যায় – ১৪

পৰিসংখ্যা

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

প্রশ্নঃ সঞ্চীয় বাৰংবাৰতা লেখৰ আন এটা নাম হ’ল-

(a) অ’জিভ

(b) মধ্যমাত

(c) স্তম্ভলেখ

(d) দণ্ডলেখ

উত্তৰঃ (c) অ’জিভ

1

প্রশ্নঃ PQ ৰেখাখণ্ড 5:7 অনুপাতত ভাগ কৰাৰ বাবে P বিন্দুৰ পৰা আঁকিবলৈ লোৱা ৰশ্মিটোক সমান অন্তৰালত ভাগ কৰিবলৈ কমেও কিমানটা বিন্দু চিহ্নিত কৰিব লাগিব? HSLC 25

(a) 7

(b) 5

(c) 12

(d) 2

উত্তৰঃ (c) 12

প্রশ্নঃ এটা তথ্যৰ মধ্যমা আৰু বহুলক যথাক্রমে 33 আৰু 45 হ’লে মধ্যমা-

(a) 35

(b) 27

(c) 17

(d) 30

উত্তৰঃ (b) 27

প্রশ্নঃ এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ a আৰু সাধাৰণ অন্তৰ d হ’লে 15 তম পদটো হ’ব-

(a) a + 14d

(b) d + 15a

(c) 15a + d

(d) a + 15d

উত্তৰঃ (a) a + 14d

2

প্রশ্নঃ এজন বলাৰে 10 খন ক্রিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ- 2, 6, 4, 5, 0, 3, 1, 3, 2, 3 তথ্যখিনিৰ বহুলক হ’ব-

(a) 2

(b) 3

(c) 1

(d) 5

উত্তৰঃ (b) 3

প্রশ্নঃ যদি sin A = cos 33°, A < 90° হয়, তেন্তে A ৰ মান হ’ব- HSLC ’24

(a) 90°

(b) 33°

(c) 27°

(d) 57°

সমাধানঃ (d) 57°

প্রশ্নঃ। r ব্যাসার্ধৰ এটা বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্রী মাপ θ. বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য হ’ল- HSLC ’24

প্রশ্নঃ। r ব্যাসার্ধৰ এটা বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্রী মাপ θ. বৃত্তকলাটোৰ এটা চাপৰ দৈৰ্ঘ্য হ'ল

প্রশ্নঃ এজন বলাৰে ৪ খন ক্রিকেট খেলত দখল কৰা উইকেটৰ সংখ্যা তলত দিয়া ধৰণৰ-3, 2, 0, 1, 6, 2, 1, 2 তথ্যখিনিৰ বহুলক হ’ব-

(a) 2

(b) 1

(c) 3

(d) 6

উত্তৰঃ (a) 2

প্রশ্নঃ এটা সমান্তৰ প্ৰগতিৰ n টা পদৰ যোগফল 3n²+n আৰু ইয়াৰ সাধাৰণ অন্তৰ 6 হ’লে প্রথম পদটো হ’ব-

(a) 3

(b) 2

(c) 4

(d) 1

উত্তৰঃ (c) 4

1

প্রশ্নঃ শ্রেণী অন্তৰাল 15.5-20.5 শ্রেণীসূচক হ’ব-

(a) 20

(b) 15.5

(c) 18

(d) 20.5

উত্তৰঃ (c) 18

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment