Join WhatsApp

Join Now

Join Telegram

Join Now

Class 10 Maths MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন 2026

By Rabbi Masrur

Published On:

Class 10 Maths MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন

Class 10 Maths MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত Class 10 Maths MCQ Chapter 13 পৃষ্ঠকালি আৰু আয়তন Assamese Medium সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 13 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

অধ্যায়-১৩

পৃষ্ঠকালি আৰু আয়তন

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

👉 Read Also:

প্রশ্নঃ 3cm ব্যসার্ধযুক্ত তামৰ গোলক এটা গলাই 0.2cm ব্যাসযুক্ত তাঁৰত পৰিণত কৰা হ’ল। তাঁৰডালৰ দৈৰ্ঘ্য হ’ব-

(a) 34m

(c) 36m

(b) 35m

(d) 33m

উত্তৰঃ (c) 36m

প্রশ্নঃ যদি তিনিটা মুদ্রা একেলগে টচ্ কৰা হয়, তেনেহ’লে ফলাফলৰ সংখ্যা হ’ব-HSLC’25

(a) 6

(b) 3

(c) 9

(d) 8

উত্তৰঃ (d) ৪

প্রশ্নঃ এটা বেলন আৰু এটা শংকুৰ ভূমি ব্যাসার্ধ আৰু উচ্চতা একেই। বেলন আৰু শংকুটোৰ আয়তনৰ অনুপাত-

(a) 2:6

(b) 3:1

(c) 3:2

(d) 2:5

উত্তৰঃ (c) 3:1

প্রশ্নঃ এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হ’লে গোলকটোৰ ব্যাস হ’ব-

(a) 6 একক

(b) 2 একক

(c) 4 একক

(d) 3 একক

উত্তৰঃ (a) 6 একক

প্রশ্নঃ (-4, 6) বিন্দুটোরে A(-6, 10) আৰু B (3, -৪) সংযোগী ৰেখাখণ্ডক অন্তর্বিভক্ত কৰা অনুপাতটো হ’ল- HSLC ’24

(a) 3:2

(b) 2:3

(c) 7:2

(d) 2:7

সমাধানঃ (d) 2:7

প্রশ্নঃ 6cm, 8cm, 10cm ব্যাসার্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ’ল। নতুন গোলকটোৰ ব্যাসার্ধ হ’ব-

(a) 24cm

(b) 480cm.

(c) 48cm

(d) 12cm

উত্তৰঃ (d) 12cm

প্রশ্নঃ এটা গোলকৰ আয়তন 288r cm³। গোলকটোৰ ব্যাসার্ধ হ’ল-

(a) 4cm

(b) 6cm

(c) 2cm

(d) 8cm

উত্তৰঃ (b) 6cm

প্রশ্নঃ এটা পাত্র এটা খোলা অর্দ্ধগোলক আৰু তাৰ ওপৰত এটা খোলা বেলনেৰে গঠিত। অর্ধগোলকটোৰ ব্যাস 14cm আৰু পাত্রটোৰ মুঠ উচ্চতা 13cm। পাত্ৰটোৰ ভিতৰ পৃষ্ঠৰ কালি হ’ব-

(a) 527cm²

(b) 257cm²

(c) 725cm²

(d) 572cm²

উত্তৰঃ (d) 572cm²

প্রশ্নঃ একেই ভূমি ব্যাসার্ধযুক্ত দুটা গোটা গোলার্ধ সিহঁতৰ ভূমিৰে সংযোগ কৰা হ’ল। নতুন আকৃতিটোৰ বক্ৰপৃষ্ঠৰ কালি হ’ব-

একেই ভূমি ব্যাসার্ধযুক্ত দুটা গোটা গোলার্ধ সিহঁতৰ ভূমিৰে

প্রশ্নঃ দুটা গোলকৰ আয়তনৰ অনু পাত 64:27। সিহঁতৰ পৃষ্ঠকালিৰ অনুপাত হ’ব-

(a) 2:3

(b) 16:9

(c) 9:16

(d) 1:2

উত্তৰঃ (b) 16:9

প্রশ্নঃ এটা অর্দ্ধগোলকৰ আয়তন 32.71cm²। তেন্তে ইয়াৰ ব্যাসার্ধ হ’ব-

(a) 6.3cm

(b) 5.2cm

(c) 2.5cm

(d) 3.5cm

উত্তৰঃ (c) 2.5cm

প্রশ্নঃ বৃত্তৰ ভিতৰত থকা বিন্দু এটাৰ মাজেৰে টানিব পৰা স্পৰ্শকৰ সংখ্যা হ’ল- HSLC ’24

(a) 0

(b) 1

(c) 2

(d) 3

সমাধানঃ (a)0

প্রশ্নঃ 7cm ব্যাসার্ধযুক্ত এটা গোলকৰ মুঠ পৃষ্ঠকালি হ’ল-

(a) 462cm²

(b) 362cm²

(c) 460cm²

(d) 520cm²

উত্তৰঃ (a) 462cm²

প্রশ্নঃতলৰ কোনটো সমীকৰণৰ দুটা বাস্তব আৰু সমান মূল আছে?

(a) 3x²+14x-5=0

(b) 4x²+2x-1=0

(c) 9x²-6x+1=0

(d) x²-5x+4=0

সমাধানঃ (c) 9x²-6x+1=0

প্রশ্নঃ 24cm ওখ আৰু 6cm ভূমি ব্যাসার্ধ বিশিষ্ট এটা শংকু আৰ্হি প্ৰস্তুত কৰা মাটিৰে তৈয়াৰ কৰা হ’ল। যদি আর্হিটো এটা গোলক হয় তেনেহ’লে গোলকটোৰ ব্যাসার্ধ হ’ব-

(a) 6cm

(b) 5cm

(c) 8cm

(d) 10cm

উত্তৰঃ (a) 6cm

প্রশ্নঃ প্রত্যেকৰে আয়তন 64cm³ বিশিষ্ট দুটা ঘনক মূৰে মূৰে সংযোগ কৰা হ’ল। তেন্তে চৌপালটোৰ পৃষ্ঠকালি হ’ব-

(a) 192cm²

(b) 176cm²

(c) 128cm²

(d) 160cm²

উত্তৰঃ (c) 160cm²

প্রশ্নঃ যদি এটা বৃত্তৰ পৰিধি 22 cm হয়, তেনেহ’লে বৃত্তটোৰ এটা চোকৰ কালি হ’ব- HSLC ’24

প্রশ্নঃ যদি এটা বৃত্তৰ পৰিধি 22 cm হয়, তেনেহ'লে বৃত্তটোৰ এটা চোকৰ কালি হ'ব

প্রশ্নঃ 1cm ব্যাস আৰু 8cm দৈৰ্ঘ্যৰ তামৰ দণ্ড এডালৰ পৰা 18 মিটাৰ দৈৰ্ঘ্যৰ সুষম বেধৰ এডাল তাঁৰ প্ৰস্তুত কৰা হ’ল। তাঁৰডালৰ বেধ হ’ব-

প্রশ্নঃ 1cm ব্যাস আৰু 8cm দৈৰ্ঘ্যৰ তামৰ দণ্ড এডালৰ পৰা 18 মিটাৰ দৈৰ্ঘ্যৰ সুষম বেধৰ এডাল তাঁৰ

প্রশ্নঃ এটা গোলকৰ আয়তন 4851cm³। ইয়াৰ ব্যাস হ’ব-

(a) 11cm

(b) 10cm

(c) 22cm

(d) 21cm

উত্তৰঃ (d) 21cm

প্রশ্নঃ যদি a tan θ=x, bcotθ=y হয়, তেন্তে XYৰ মান হ’ব- HSLC ’24

(a) a + b

(b) -1

(c) 1

(d) ab

সমাধানঃ (d) ab

প্রশ্নঃ 4.2cm ব্যাসার্ধৰ ধাতুৰ গোলক এটা গলাই পেলোৱা হ’ল আৰু তাক পুনৰ 6cm ব্যাসার্ধৰ এটা বেলন আকৃতি দিয়া হ’ল। বেলনটোৰ উচ্চতা হ’ব-

(a) 2.74cm

(b) 5.74cm

(c) 4.74cm

(d) 3.74cm

উত্তৰঃ (a) 2.74cm

প্রশ্নঃ (x+2)³=x³-4 সমীকৰণৰ মূলৰ সংখ্যা হ’ল- HSLC ’24

(a) 3

(b) 1

(c) 4

(d) 2

সমাধানঃ (d) 2

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment