আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেট ত Class 10 Maths MCQ Chapter 12 ত্রিকোণমিতিৰ পৰিচয় Assamese Medium সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 12 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।
Class 10 Maths MCQ Chapter 12 বৃত্ত সম্বন্ধীয় কালি
অধ্যায় – ১২
বৃত্ত সম্বন্ধীয় কালি
বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)
প্রশ্নঃ প্রতি মিটাৰ 24 টকা হাৰত এখন বৃত্তাকাৰ পথাৰৰ বেৰ দিয়া কামত 5280 টকা খৰচ হয়। পথাৰখন প্রতি বর্গমিটাৰত 0.50 টকা হাৰত হাল বোৱা খৰচ হ’ব-
(a) 1925 টকা
(b) 2125 টকা
(c) 1725 টকা
(d) 2225 টকা
উত্তৰঃ (a) 1925 টকা
প্রশ্নঃ 10cm ব্যাসার্ধৰ এটা বৃত্তৰ এডাল জ্যাই কেন্দ্রত এটা সমকোণ উৎপন্ন কৰে। গঠন হোৱা বৃত্তকলাটোৰ কালি হ’ব-
(a) 50.78cm²
(b) 58.50cm²
(c) 78.50cm²
(d) 28.50cm²
উত্তৰঃ (c) 78.50cm²
প্রশ্নঃ দুটা বৃত্তৰ ব্যাসার্ধ যথাক্রমে 8cm আৰু 6cm। প্রদত্ত বৃত্ত দুটাৰ কালিৰ সমষ্টি আন এটা বৃত্তৰ কালিৰ সমান হ’লে সেই বৃত্তটোৰ ব্যাসার্ধ হ’ব-
(a) 10cm
(b) 14cm
(c) 48cm
(d) 5cm
উত্তৰঃ (a) 10cm
প্রশ্নঃ এডাল ৰেখাখণ্ডক 2:4 অনুপাতত ভাগ কৰা হ’ল। ৰশ্মিত ইয়াক কেইটা ভাগত ভাগ কৰা হ’ব-
(a) 8
(b) 2
(c) 3
(d) 6
উত্তৰঃ (d) 6
প্রশ্নঃ বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্রী মাপ 1। বৃত্তকলাটোৰ কালি হ’ব-
প্রশ্নঃ এটা বৃত্তৰ পৰিধি 44cm হ’লে ইয়াৰ কালি হ’ব-
(a) 176cm²
(b) 34cm²
(c) 154cm²
(d) 254cm²
উত্তৰঃ (c) 154cm²
প্রশ্নঃ যদি f(x) = kx²-8x+6 ৰ শূণ্যৰ সমষ্টি 4 হয়, তেন্তে k ৰ মান হ’ব HSLC ’24
(a) 6
(b) 8
(c) 2
(d) 1
সমাধানঃ (c) 2
প্রশ্নঃ R ব্যাসার্ধযুক্ত এটা বৃত্তৰ P (ডিগ্রীত) কোণৰ এটা বৃত্তকলাৰ কালি-
প্রশ্নঃ যদি এটা বৃত্তৰ পৰিধি আৰু কালি সাংখ্যিকভাবে সমান হয়, তেন্তে বৃত্তটোৰ ব্যাসার্ধ হ’ল-
(a) 2 একক
(c) 4 একক
(b) একক
(d) 7 একক
উত্তৰঃ (a) 2 একক
প্রশ্নঃ 4cm ব্যাসার্ধযুক্ত আৰু 30° কোণৰ এটা বৃত্তৰ বৃত্তকলাটোৰ কালি হ’ব-
(a) 46.1cm²
(b) 42cm²
(c) 41.9cm²
(d) 4.19cm²
উত্তৰঃ (d) 4.19cm²
প্রশ্নঃ দুটা লুডুগুটি একেলগে মাৰি পঠিয়ালে দুয়োটাতে একে সংখ্যা নোপোৱাৰ সম্ভাবিতা কিমান? HSLC 25
প্রশ্নঃ বৃত্তৰ আটাইতকৈ ডাঙৰ জ্যাডালক কোরা হয়- HSLC ’24
(a) ব্যাসার্ধ
(b) চাপ
(c) ব্যাস
(d) মুখ্য চাপ
সমাধানঃ (c) ব্যাস
প্রশ্নঃ যদি এটা বৃত্তৰ ব্যাসার্ধ 21cm আৰু কেন্দ্রীয় কোণ 120°। তেন্তে গঠন হোৱা বৃত্তখণ্ডটোৰ কালি হ’ব
প্রশ্নঃ 6cm ব্যাসার্ধযুক্ত আৰু 60° কোণৰ এটা বৃত্তৰ বৃত্তকলাটোৰ কালি হ’ব-
প্রশ্নঃ এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দৈর্ঘ্য 14cm। 5 মিনিটত ঘড়ীৰ কাঁটাডালৰ দ্বাৰা ঘূৰণৰ কালি হ’ব-
প্রশ্নঃ kx + 2y = 5 আৰু 3x + y = 1 বৈখিক সমীকৰণযোৰৰ একক সমাধান থাকিব যদি- HSLC ’24
(a) k = 0
(b) k≠6
(c) k=2
(d) k=3
সমাধানঃ (b) k≠6
প্রশ্নঃ এটা নির্দিষ্ট বিন্দুৰ পৰা X একক দূৰত্বত থাকি ঘূৰি থকা বিন্দুৰ কক্ষপথক বোলে-
(a) এটা চতুর্ভুজ
(b) এটা বৃত্ত
(c) এটা আয়ত
(d) এটা অর্ধবৃত্ত
উত্তৰঃ (b) এটা বৃত্ত।
প্রশ্নঃ বৃত্তৰ কেন্দ্ৰত কোণটোৰ ডিগ্রী মাপ θ। বৃত্তকলাটোৰ কালি হ’ব-
প্রশ্নঃ এটা বৃত্তৰ ব্যাস AB। কেন্দ্ৰৰ স্থানাংক (2, -3) আৰু B ৰ স্থানাংক (1, 4) হ’লে A ৰ স্থানাংক হ’ব- HSLC ’24