Join WhatsApp

Join Now

Join Telegram

Join Now

SEBA Class 10 Maths MCQ Chapter 11 অংকন HSLC 2026

By Rabbi Masrur

Published On:

Class 10 Maths MCQ Chapter 11 অংকন

SEBA Class 10 Maths MCQ Chapter 11 অংকন

আপুনি যদি অসমীয়া মাধ্যম Class 10 ৰ ছাত্র বা ছাত্রী হয় তেনেহলে নিচ্ছই আপুনি ইন্টাৰনেটত SEBA Class 10 Maths MCQ Chapter 11 অংকন Solutions HSLC সমাধান বিচাৰি আছে? হয়। চিন্তা নকৰিব, আমাৰ এই প্রবন্ধত অসমীয়া মাধ্যমৰ Class 10 Maths MCQ Chapter 11 ৰ সম্পূৰ্ণ সমাধান বিনামূলীয়া কৈ যোগান ধৰা হৈছে।

অধ্যায় – ১১

অংকন

বহু বিকল্পধর্মী প্রশ্ন-উত্তৰ (MCQ)

👉 Read Also:

প্রশ্নঃ দুটা প্রদত্তবিন্দুৰ পৰা সমদূৰত্বত থকা বিন্দুৰ কক্ষ পথ কি হ’ব?

(a) বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ অন্তঃসমদ্বিকণ্ডক

(b) বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ বহিঃসমদ্বিখণ্ডক

(c) বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ লম্ব সমদ্বিখণ্ডক

(d) বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ সমদ্বিখণ্ডক

উত্তৰঃ (c) বিন্দু দুটা সংযোগী ৰেখাখণ্ডৰ লম্ব সমদ্বিখণ্ডক।

প্রশ্নঃ তিনিটা k দৈর্ঘ্যযুক্ত সদৃশ ঘনক মূৰে মূৰে অনুভূমিকভাবে সংযোগ কৰা হ’ল। সংযুক্ত আয়তীয় ঘনকটোৰ আয়তন ঘন এককত কিমান হ’ব? HSLC’25

(a) 27k³

(b) 18k³

(c) 9k³

(d) 3k³

উত্তৰঃ (d) 3k³

প্রশ্নঃ এটা বৃত্তৰ ব্যাস 40% বৃদ্ধি কৰিলে ইয়াৰ কালি বৃদ্ধি হ’ব-

(a) 96%

(b) 82%

(c) 80%

(d) 45%

উত্তৰঃ (a) 96%

প্রশ্নঃ এটা বৃত্তৰ ব্যাসার্দ্ধ 30% হ্রাস কৰিলে ইয়াৰ কালি হ্রাস হ’ব-

(a) 30%

(b) 45%

(c) 60%

(d) ওপৰৰ এটাও নহয়

উত্তৰঃ (d) ওপৰৰএটাও নহয়

প্রশ্নঃ 36 ছে. মি. আৰু 26 ছে. মি. ব্যাসবিশিষ্ট দুটা বৃত্তৰ পৰিধিৰ সমান এটা নতুন বৃত্ত হ’লে বৃত্তটোৰ ব্যাসার্দ্ধ-

(a) 28 cm

(b) 16 cm

(c) 42 cm

(d) 58 cm

উত্তৰঃ (a) 28 cm

প্রশ্নঃ এটা বৃত্তৰ কালি 38.5cm² বৃত্তটোৰ পৰিসীমা-

(a) 11 cm

(b) 12.1 cm

(c) 6.2 cm

(d) 22 cm

উত্তৰঃ (d) 22 cm

BC এডাল ৰেখাখণ্ড 53 অনুপাতত ভাগ কৰিবলৈ এডাল ৰশ্মি BX অংকণ কৰা হ'ল

প্রশ্নঃ তলত দিয়া সমীকৰণবিলাকৰ কোনটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ? HSLC ’24

(a) 2x = 3y

(b) x² – 3x + 5 = 0

(c) 3x + y = 0

(d) 3t + 7 = 8t – 2

সমাধানঃ (d) 3t + 7 = 8t – 2

প্রশ্নঃ এটা বেলন আৰু এটা শংকুৰ উচ্চতাৰ অনুপাত 2:3, আয়তনৰ অনুপাত 9:8 হ’লে সিহঁতৰ ব্যাসার্ধৰ অনুপাত হ’ব HSLC’25

(a) 27:16

(b) 9:16

(c) 4:3

(d) 3:4

উত্তৰঃ (b) 9:16

প্রশ্নঃ দুটা ঐক্যকেন্দ্রিক বৃত্তৰ ব্যাসার্দ্ধ ক্রমে 19 ছে. মি. আৰু 16 ছে. মি.। বৃত্ত দুটাৰ ভিতৰত থকা আঙঠিটোৰ কালি-

(a) 320c m²

(b) 340c m²

(c) 334c m²

(d) 330c m²

উত্তৰঃ (d) 330 cm²

প্রশ্নঃ এটা ঘনকৰ পৃষ্ঠকালি 600m² ঘনকটোৰ প্রতিটো দাঁতিৰ দৈর্ঘ্য হ’ল-

(a) 10 m

(b) 12 m

(c) 16 m

(d) 18 m

উত্তৰঃ (a) 10 m

প্রশ্নঃ উর্ধ্বক্রমত সজোৱা তথ্যৰাজি 25, 30, x+30, 35+x, 40+x ব মধ্যমা 35 হ’লে x ব মান হ’ব- HSLC ’24

(a) 35

(b) 5

(c) 25

(d) 10

সমাধানঃ (a)35

প্রশ্নঃ যদি বৃত্তৰ ব্যাসার্ধ 7 মিটাৰ হয়, তেন্তে বৃত্তৰ পৰিসৰ কিমান?

(a) 22 মিটাৰ।

(c) 14 মিটাৰ।

(b) 21 মিটাৰ।

(d) 44 মিটাৰ।

উত্তৰঃ (d) 44 মিটাৰ।

প্রশ্নঃ বৃত্তীয় আকাৰৰ পথাৰ এখনৰ পৰিসীমা 242m। পথাৰখনৰ কালি হ’ব-

(a) 4658.5m²

(b) 9317m²

(c) 1 8634m²

(d) 16634m²

উত্তৰঃ (a) 4658.5m²

প্রশ্নঃ যদি এটা বৃত্তৰ পৰিধি 22cm হয় তেনেহ’লে বৃত্তটোৰ এটা চোকৰ কালি হ’ব-

যদি এটা বৃত্তৰ পৰিধি 22cm হয় তেনেহ'লে বৃত্তটোৰ এটা চোকৰ কালি হ'ব-

প্রশ্নঃ এটা বৃত্তলৈ টনা এযোৰ স্পৰ্শক অংকণ কৰিব লাগে যাতে স্পর্শক দুটাই 35° কোণ উৎপন্ন কৰে, বৃত্তটোৰ দুডাল ব্যাসার্ধৰ মেৰু বিন্দুকেইটাত সেই স্পর্শক দুডাল অংকণ কৰিব লাগিব যিয়ে উৎপন্ন কৰা কোণ-

(a) 160°

(b) 90°

(c) 145°

(d) 130°

উত্তৰঃ (c) 145°

প্রশ্নঃ এটা বৃত্তলৈ টনা এযোৰ স্পৰ্শক অংকণ কৰিব লাগে যাতে স্পর্শক দুটাই 35° কোণ উৎপন্ন কৰে, বৃত্তটোৰ দুডাল ব্যাসার্ধৰ মেৰু বিন্দুকেইটাত সেই স্পর্শক দুডাল অংকণ কৰিব লাগিব যিয়ে উৎপন্ন কৰা কোণ-

(a) 90°

(b) 145°

(c) 130°

(d) 160°

উত্তৰঃ (b) 145°

প্রশ্নঃ এটা লুডু গুটি এবাৰ মাৰিলে 2 তকৈ ডঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাবিতা হ’ব- HSLC ’24

প্রশ্নঃ এটা লুডু গুটি এবাৰ মাৰিলে 2 তকৈ ডঙৰ মৌলিক সংখ্যা পোৱাৰ সম্ভাবিতা হ'ব

প্রশ্নঃ সমীকৰণৰ কোনো সমাধান নাথাকিব যেতিয়া-

প্রশ্নঃ সমীকৰণৰ কোনো সমাধান নাথাকিব যেতিয়া-

প্রশ্নঃ এডাল ৰেখাখণ্ডক 2:4 অনুপাতত ভাগ কৰা হ’ল। ৰশ্মিত ইয়াক কেইটা ভাগত ভাগ কৰা হ’ব-

(a) 4

(b) 2

(c) 8

(d) 6

উত্তৰঃ (d) 6

প্রশ্নঃ এটা পানীখোৱা গিলাচ এটা 14cm উচ্চতাৰ শংকুচ্ছেদ। ইয়াৰ দুই বৃত্তাকাৰ মূৰৰ ব্যাস 4cm আৰু 2cm। গিলাচৰ ধাৰণ ক্ষমতা নির্ণয় কৰা।

এটা পানীখোৱা গিলাচ এটা 14cm উচ্চতাৰ শংকুচ্ছেদ

প্রশ্নঃ এটা নির্দিষ্ট বিন্দুৰ পৰা X একক দূৰত্বত থাকি ঘূৰি থকা বিন্দুৰ কক্ষপথক বোলে-

(a) এটা বৃত্ত

(b) এটা অর্ধবৃত্ত

(c) এটা চতুর্ভুজ

(d) এটা আয়ত

উত্তৰঃ (৪) এটা বৃত্ত।

👉 Read Also:

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment