শ্ৰীধান্যকটক বিশ্ববিদ্যালয় Dharanikota University
শ্ৰীধান্যকটক বিশ্ববিদ্যালয় প্ৰাচীন অম্ৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শাস্ত্ৰ পঢ়া হৈছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকালৈ বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ৰ প্ৰধান শিক্ষক আছিল নাগাৰ্জুন।
You May Like:
- উজ্জয়িনী বিশ্ববিদ্যালয়। Ujjain University
- উদান্তপুৰৰ বিশ্ববিদ্যালয় Odantapur University
- নালান্দা বিশ্ববিদ্যালয় । Nalanda University
- তক্ষশীলা বিশ্ববিদ্যালয় | Takshila University