Session 4
Self Regulation-Goal Setting
(আত্ম-নিয়ন্ত্ৰণ–ল্য নিৰ্ধাৰণ)
Textual Question-Answers
Check Your Progress (তোমাৰ ¶গতি পৰীা কৰা)
A. Subjective Question (ব্যক্তিনি ¶)
1. What is Goal Setting? (লক্ষ্য নিৰ্ধাৰণ কি?)
Ansজ্ঞ Goal setting is the process of deciding what you want to achieve and planning how to achieve it. (লক্ষ্য নিৰ্ধাৰণ হৈছে যি কাম কৰিব খুজা হৈছে তাৰ পৰিকল্পনা কৰা আৰু কেনেকৈ সফল হ’ব তাৰ বােব পৰিকল্পনা কৰা এক প্ৰক্ৰিয়া।)
2. In SMART goals, what does ‘S’ stand for? Explain. (SMART লক্ষ্যত ‘S’ বুলিলে কি বুজায়? ব্যাখ্যা কৰা।)
Ansজ্ঞ ‘S’ stands for Specific. It means the goal should be clear and exact. (‘S’ ৰ অৰ্থ হৈছে নিৰ্দিষ্ট (Specific)। ইয়াৰ মানে হৈছে লক্ষ্যটো স্পষ্ট আৰু সঠিক হ’ব লাগে।)
3. What is the best way to work on long-term goals? (দীৰ্ঘম্যাদি লক্ষ্যসমূহত কাম কৰাৰ সৰ্বোত্তম পদ্ধতি কি?)
Ansজ্ঞ The best way is to break them into smaller steps and work on them regularly. (সৰ্বোত্তম পদ্ধতি হৈছে ডাঙৰ লক্ষ্যবোৰক সৰু সৰু ধাপত ভাগ কৰা আৰু নিয়মিতভাৱে কাম কৰা।)
0 0 0