Latest Post

উদান্তপুৰৰ বিশ্ববিদ্যালয় Odantapur University
উদান্তপুৰৰ বিশ্ববিদ্যালয় Odantapur University (উদান্তপুৰৰ বিশ্ববিদ্যালয় Odantapur University) উদান্তপুৰৰ বিশ্ববিদ্যালয় প্ৰাচীন ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ এক অন্যতম বিশ্ববিদ্যালয় আছিল। এই বিশ্ববিদ্যালয়খন খ্ৰীষ্টীয় ৮ম শতাব্দীত বিশেষ খ্যাতি লাভ কৰে। এই বিশ্ববিদ্যালয়ৰ ...

আজাৰবাইজান । Azerbaijan: এ চমৎকাৰী দেশৰ পৰিচয়
আজাৰবাইজান । Azerbaijan: এ চমৎকাৰী দেশৰ পৰিচয়আজাৰবাইজানৰ ভৌগোলিক অৱস্থানআজাৰবাইজানৰ ইতিহাসআজাৰবাইজানৰ সংস্কৃতি আৰু সমাজআজাৰবাইজানৰ পৰ্যটন আৰু প্ৰাকৃতিক সৌন্দৰ্যআজাৰবাইজানৰ অৰ্থনীতিFAQউপসংহাৰ আজাৰবাইজান । Azerbaijan: এ চমৎকাৰী দেশৰ পৰিচয় আজাৰবাইজান । Azerbaijan, ...

অসমীয়াত আটলাণ্টিক চনদ Atlantic Charterৰ বিষয়
অসমীয়াত আটলাণ্টিক চনদ Atlantic Charterৰ বিষয় দ্বিতীয় মহাসমৰৰ সময়ত বিশ্বত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্যে ১৯৪১ চনত মাৰ্কিন ৰাষ্ট্রপতি ৰুছভেল্ট আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইষ্টন চাৰ্চিলে যৌভাৱে ৰচনা কৰা এক ঘোষণাপত্ৰৰ নাম হ’ল ...

শ্ৰীধান্যকটক বিশ্ববিদ্যালয় Dharanikota University
শ্ৰীধান্যকটক বিশ্ববিদ্যালয় Dharanikota University শ্ৰীধান্যকটক বিশ্ববিদ্যালয় প্ৰাচীন অম্ৰাৱতী নগৰৰ ওচৰত আছিল। ইয়াত হিন্দু আৰু বৌদ্ধ দুয়োবিধ শাস্ত্ৰ পঢ়া হৈছিল। এই বিশ্ববিদ্যালয় খ্ৰীষ্টপূৰ্ব এক শতিকালৈ বৰ্তি আছিল। এই বিশ্ববিদ্যালয়ৰ ...

অসমীয়াত আপেক্ষিকতাবাদ Theory of Relativity
পদাৰ্থ বিজ্ঞানত ‘আপেক্ষিকতাবাদ’ বিজ্ঞানী আইনষ্টাইনৰ মতবাদ। এই মতবাদ মূলত–দুটা সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথম, কোনো বস্তুৰ গতি অন্য-নিৰপেক্ষ হোৱা সম্ভৱ নহয়; দ্বিতীয়, স্থান আৰু কাল পৰস্পৰ সম্বন্ধযুক্ত, অৰ্থাৎ, আপেক্ষিক। ইয়াৰ এটাক ...

নালান্দা বিশ্ববিদ্যালয় Nalanda University ইতিহাসৰ বিষয়
নালান্দা বিশ্ববিদ্যালয় Nalanda University ইতিহাসৰ বিষয়নালান্দাৰ শিক্ষাৰ পৰিসৰনালান্দা বিশ্ববিদ্যালয়ৰ পতনআধুনিক যুগত নালান্দা বিশ্ববিদ্যালয়ৰ পুনৰুজ্জীৱননালান্দা বিশ্ববিদ্যালয়ৰ শিক্ষাৰ আধুনিকত্বউপসংহাৰ:FAQs: নালান্দা বিশ্ববিদ্যালয় Nalanda University ইতিহাসৰ বিষয় নালান্দা বিশ্ববিদ্যালয় Nalanda University ৰ ...

ই-কমাৰ্চ । E-Commerce কি? জানক অসমীয়াত
ই-কমাৰ্চ । E-Commerce কি? জানক অসমীয়াত ই-কমাৰ্চ হ’ল বৈদ্যুতিক বা ইলেকট্ৰনিক ব্যৱস্থাৰ সহায়ত তথ্য আদান-প্ৰদান যোগিদে কৰা বাণিজ্যিক লেন-দেন। ইয়াৰ দ্বাৰা কম্পিউটাৰৰ সহায়ত ঘৰতে বহি কোনো বস্তু ক্ৰয় ...

অসমীয়াত ইলোৰা । Ellora কি? in Assamese
“ইলোৰা । Ellora” মহাৰাষ্ট্রৰ ঔৰাংবাদ জিলাত অৱস্থিত প্ৰাচীন শিল্পকলাৰ বিখ্যাত সৰু পাহাৰ। পাহাৰটোৰ বিভিন্ন অংশত পঞ্চাছটাৰো অধিক গুহাত হিন্দু, বৌদ্ধ আৰু জৈনসকলৰ দেৱমূৰ্তি আৰু অন্যান্য শিল্পকলা সংৰক্ষিত হৈ ...

অসমীয়াত ইষ্ট। Ist? জানক জিৎ চেৰা প্ৰশ্নসমূহ
অসমীয়াত ইষ্ট। Ist? জানক জিৎ চেৰা প্ৰশ্নসমূহ (ইষ্ট। Ist) হৈছে ভেঁকুৰজাতীয় এককোষী পৰজীৱী উদ্ভিদ। ইয়াৰ সহায়ত বিভিন্ন জৈৱ পদাৰ্থৰ কিন্বন ক্ৰিয়া সাধিত হয়। ইষ্টত বিভিন্ন ধৰণৰ সূক্ষ্ম ৰাসায়নিক ...

What is EID? ঈদ। Ed কি? জানক অসমীয়াত
What is EID? ঈদ। Ed কি? জানক অসমীয়াত ঈদ মুছলমানসকলৰ পৱিত্ৰ উৎসৱ। ঈদ শব্দটো মূলতঃ আৰবী ভাষাৰ। ইয়াৰ অৰ্থ আনন্দ। ইয়াৰ আন এক অৰ্থ হ’ল ‘উভতি অহা’; অৰ্থাৎ, ...
