Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Political Science MCQ Chapter 7 সাম্প্ৰতিক বিশ্বত নিৰাপত্তা

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 7 সাম্প্ৰতিক বিশ্বত নিৰাপত্তা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Political Science MCQ Chapter 7 সাম্প্ৰতিক বিশ্বত নিৰাপত্তা

শাখা-ক সমসাময়িক বিশ্ব ৰাজনীতি (নম্বৰ ৫০)

অধ্যায়-৭

সাম্প্ৰতিক বিশ্বত নিৰাপত্তা

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQs)

প্রঃ নিৰাপত্তা বুলিলে কি বুজা?
(ক) বিপদসঙ্কুল পৰিস্থিতি
(খ) বিপৰ্যয়ৰ সুৰক্ষা ব্যবস্থা
(গ) যুদ্ধ আৰু সংঘাত
(ঘ) পৰমাণু শক্তি
উঃ (খ) বিপৰ্যয়ৰ সুৰক্ষা ব্যবস্থা
প্ৰঃ পৰম্পৰাগত নিৰাপত্তাৰ এটা উপাদান কি?

(ক) শক্তিৰ ভাৰসাম্য
(খ) দৰিদ্ৰতা
(গ) গ্লোবেল উষ্ণতা
(ঘ) মহামাৰী
উঃ (ক) শক্তিৰ ভাৰসাম্য
প্রঃ সন্ত্রাসবাদ কেতিয়া ভাৰতৰ সংসদ ভৱনত আক্ৰমণ কৰিছিল?
(ক) ২০০১ চনত
(খ) ১৯৯৯ চনত
(গ) ১৯৮৪ চনত
(ঘ) ২০০৫ চনত
উঃ (ক) ২০০১ চনত
প্রঃ আধুনিক বিশ্বত ভয়ৰ এটা উৎস কি?
(ক) প্রযুক্তিগত উন্নয়ন
(খ) সন্ত্রাসবাদ
(গ) জনসংখ্যা বৃদ্ধি
(ঘ) সাংস্কৃতিক উন্নতি
উঃ (খ) সন্ত্রাসবাদ
প্রঃ আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্রত
সন্ত্রাসবাদীৰ আক্ৰমণ কেতিয়া হৈছিল?
(ক) ২০০০ চনত
(খ) ২০০১ চনৰ ১১ চেপ্তেম্বৰত
(গ) ১৯৯৫ চনত
(ঘ) ২০০৩ চনত
উঃ (খ) ২০০১ চনৰ ১১ চেপ্তেম্বৰত
প্ৰঃ ভাৰতে প্ৰথমবাৰৰ বাবে পাৰমাণৱিক পৰীক্ষা কেতিয়া সম্পন্ন কৰিছিল?
(ক) ১৯৬৫ চনত
(খ) ১৯৭৪ চনত
(গ) ১৯৮৮ চনত
(ঘ) ১৯৯১ চনত
উঃ (খ) ১৯৭৪ চনত
প্রঃ নিৰাপত্তা প্রতিক্রিয়া ব্যৱস্থা বুলিলে কি বুজা?
(ক) সামৰিক বিৰোধ
(খ) তথ্য বিনিময় প্রক্রিয়া
(গ) ভাৰসাম্য ৰক্ষা
(ঘ) অস্ত্র উদ্ভাবন
উঃ (খ) তথ্য বিনিময় প্রক্রিয়া
প্ৰঃ মৈত্রী সংঘৰ উদ্দেশ্য কি?
(ক) বাণিজ্য উন্নতি

(খ) সামৰিক আক্রমণ প্রতিহত কৰা
(গ) জনসংখ্যা নিয়ন্ত্রণ
(ঘ) পৰিৱেশ সংৰক্ষণ
উঃ (খ) সামৰিক আক্রমণ প্রতিহত কৰা
প্রঃ আভ্যন্তৰীণভাবে স্থানচ্যুত লোক বুলিলে কি বুজা?
(ক) আন্তর্জাতিক পৰিব্ৰাজক
(খ) দেশৰ ভিতৰত স্থানান্তৰিত লোক
(গ) শৰণাৰ্থী
(ঘ) দৰিদ্ৰ লোক
উঃ (খ) দেশৰ ভিতৰত স্থানান্তৰিত লোক প্রঃ মানৱীয় নিৰাপত্তাৰ মূল উদ্দেশ্য কি?
(ক) সামৰিক শক্তি বৃদ্ধি
(খ) অভাৱ আৰু ভয়ৰ পৰা মুক্তি
(গ) অর্থনৈতিক উন্নয়ন
(ঘ) পৰমাণু অস্ত্ৰ সংৰক্ষণ
উঃ (খ) অভাৱ আৰু ভয়ৰ পৰা মুক্তি প্রঃ ‘নিৰাপত্তা’ শব্দৰ অৰ্থ কি?
(ক) সুৰক্ষাৰ ব্যৱস্থা
(খ) বিপদৰ অভাৱ
(গ) সামাজিক শান্তি
(ঘ) সামৰিক শক্তি
উঃ (ক) সুৰক্ষাৰ ব্যৱস্থা
প্রঃ পৰম্পৰাগত নিৰাপত্তা কৌশলৰ এটা উপাদান কি?
(ক) গোলকীয় উষ্ণতা
(খ) ক্ষমতাৰ ভাৰসাম্য
(গ) দৰিদ্ৰতা
(ঘ) শিক্ষা বিস্তাৰ
উঃ (খ) ক্ষমতাৰ ভাৰসাম্য
প্রঃ গোলকীয় নিৰাপত্তাৰ ওপৰত ভাবুকি সৃষ্টি কৰা দুটা কাৰক উল্লেখ কৰা।
(ক) জনসংখ্যা বৃদ্ধি আৰু শিক্ষা
(খ) সন্ত্রাসবাদ আৰু দৰিদ্ৰতা

(গ) জনমূৰি আয় আৰু খাদ্য উৎপাদন
(ঘ) গ্রীণহাউচ প্রভাব আৰু শক্তি সংকট
উঃ (খ) সন্ত্রাসবাদ আৰু দৰিদ্ৰতা
প্রঃ সন্ত্রাসবাদীয়ে ভাৰতৰ সংসদ ভৱনত কেতিয়া আক্ৰমণ কৰিছিল?
(ক) ২০০০ চনত
(খ) ২০০১ চনত
(গ) ২০০২ চনত
(ঘ) ১৯৯৯ চনত
উঃ (খ) ২০০১ চনত
কি? প্রঃ আধুনিক বিশ্বত দেখা দিয়া এটা ভয়ৰ উৎস
(ক) বৈদ্যুতিক শক্তি
(খ) সন্ত্রাসবাদ
(গ) আন্তর্জাতিক ভ্রমণ
(ঘ) জনসংখ্যা বৃদ্ধি
উঃ (খ) সন্ত্রাসবাদ
প্রঃ আণৱিক শক্তি সম্পন্ন দুখন দেশৰ নাম কি?
(ক) জাপান আৰু চীন
(খ) ভাৰত আৰু চীন
(গ) ভাৰত আৰু বাংলাদেশ
(ঘ) আমেৰিকা আৰু জাপান
উঃ (খ) ভাৰত আৰু চীন
প্রঃ আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্রত সন্ত্রাসবাদীয়ে আক্রমণ কেতিয়া কৰিছিল?
(ক) ২০০১ চনৰ ১১ চেপ্তেম্বৰত
(খ) ২০০২ চনৰ ১১ চেপ্তেম্বৰত
(গ) ২০০১ চনৰ ১২ চেপ্তেম্বৰত
(ঘ) ২০০০ চনৰ ১১ ডিচেম্বৰত
উঃ (ক) ২০০১ চনৰ ১১ চেপ্তেম্বৰত
প্ৰঃপৰমাণৱিক অস্ত্র-নিসম্প্ৰসাৰণ চুক্তি কেতিয়া সম্পাদিত হৈছিল?
(ক) ১৯৭২ চনত
(খ) ১৯৬৮ চনত
(গ) ১৯৭৪ চনত
(ঘ) ১৯৬৫ চনত
উঃ (খ) ১৯৬৮ চনত
প্রঃ ‘অস্ত্র-শস্ত্র নিয়ন্ত্রণ’ শব্দৰ অৰ্থ কি?
(ক) নতুন অস্ত্ৰৰ বিকাশ
(খ) অস্ত্ৰৰ উদ্ভাৱন আৰু প্ৰসাৰণ নিয়ন্ত্রণ

(গ) সামৰিক শক্তিৰ বৃদ্ধি
(ঘ) সামাজিক স্থিৰতা
উঃ (খ) অস্ত্ৰৰ উদ্ভাৱন আৰু প্ৰসাৰণ নিয়ন্ত্রণ
প্রঃ ‘নিৰাপত্তা প্রতিক্রিয়া ব্যবস্থা’ বুলিলে কি বুজায়?
(ক) সামৰিক শক্তি প্ৰসাৰণ
(খ) তথ্য বিনিময় প্রক্রিয়া
(গ) দৰিদ্ৰতা প্ৰতিৰোধ
(ঘ) জলবায়ু পৰিৱৰ্তন
উঃ (খ) তথ্য বিনিময় প্রক্রিয়া
প্রঃ মৈত্রী সংঘ বুলিলে কি বুজায়?
(ক) সামৰিক মিত্ৰতা
(খ) দৰিদ্ৰতা প্ৰতিৰোধ
(গ) শিক্ষাৰ বিস্তাৰ
(ঘ) পৰমাণৱিক শক্তিৰ সৃষ্টি
উঃ (ক) সামৰিক মিত্রতা
প্রঃ আভ্যন্তৰীণভাৱে স্থানচ্যুত লোক কাক কোৱা হয়?
(ক) যি লোক নিজ ৰাজ্যত থাকি স্থান সলনি
কৰে
(খ) যি লোক দেশৰ সীমা পাৰ নকৰে
(গ) যি লোক নিজৰ ঘৰ এৰি যায়
(ঘ) সকলো উত্তৰ সঠিক
উঃ (ঘ) সকলো উত্তৰ সঠিক
প্রঃ ‘মানৱীয় নিৰাপত্তা’ৰ মূল উদ্দেশ্য কি?গ্ধগ্ধ
(ক) অভাৱ আৰু ভয়ৰ পৰা মুক্তি
(খ) সামৰিক শক্তি বৃদ্ধি
(গ) দৰিদ্ৰতা সৃষ্টি
(ঘ) সম্পদৰ বণ্টন
উঃ (ক) অভাৱ আৰু ভয়ৰ পৰা মুক্তি
প্রঃ ভাৰতে কেতিয়া প্রথমে পাৰমাণৱিক পৰীক্ষণ কৰিছিল?
(ক) ১৯৬৮ চনত
(খ) ১৯৭৪ চনত
(গ) ১৯৭২ চনত
(ঘ) ১৯৭০ চনত

উঃ (খ) ১৯৭৪ চনত
প্রঃ গোলকীয় ভাবুকিৰ এটা উদাহৰণ কি?
(ক) শিক্ষাৰ প্ৰসাৰণ
(খ) গোলকীয় উষ্ণতা বৃদ্ধি
(গ) জনসংখ্যা হ্রাস
(ঘ) দৰিদ্ৰতা প্ৰতিৰোধ
উঃ (খ) গোলকীয় উষ্ণতা বৃদ্ধি
প্রঃ মানুহ কিয় প্রব্রজন কৰে?
(ক) উন্নত জীৱনৰ সন্ধানত
(খ) দেশৰ সীমা সুৰক্ষিত কৰিবলৈ
(গ) গোলকীয় উষ্ণতাৰ বাবে
(ঘ) প্রাকৃতিক দুৰ্যোগৰ বাবে
উঃ (ক) উন্নত জীৱনৰ সন্ধানত
প্রঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ কি?
(ক) বৃদ্ধি পোৱা জনসংখ্যা
(খ) হ্রাস পোৱা খাদ্য উৎপাদন
(গ) বায়ুমণ্ডলৰ দূষণ
(ঘ) দৰিদ্ৰতাৰ প্ৰসাৰণ
উঃ (গ) বায়ুমণ্ডলৰ দূষণ
কি? প্রঃ সন্ত্রাসবাদৰ ফলত বিশ্বত সৃষ্টি হোৱা সমস্যা
(ক) সামাজিক স্থিৰতা
(খ) অভাৱ আৰু ভয়
(গ) নিৰাপত্তাৰ বৃদ্ধি
(ঘ) জনসংখ্যাৰ হ্রাস
উঃ (খ) অভাৱ আৰু ভয়
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ‘নিৰাপত্তা’ শব্দৰ অৰ্থ কি?
উঃ ‘নিৰাপত্তা’ শব্দৰ অৰ্থ হৈছে সুৰক্ষাৰ ব্যৱস্থা।
প্রঃ পৰম্পৰাগত নিৰাপত্তা কৌশলৰ মূল উপাদান কি?
উঃ পৰম্পৰাগত নিৰাপত্তাৰ মূল উপাদান হৈছে ক্ষমতাৰ ভাৰসাম্য।

প্রঃ গোলকীয় নিৰাপত্তাৰ ওপৰত ভাবুকি সৃষ্টি কৰা দুটা কাৰক কি?
উঃ সন্ত্রাসবাদ আৰু দৰিদ্ৰতা গোলকীয় নিৰাপত্তাৰ ওপৰত ভাবুকি সৃষ্টি কৰে।
প্রঃ সন্ত্রাসবাদীয়ে ভাৰতৰ সংসদত আক্ৰমণ কেতিয়া কৰিছিল?
উঃ ২০০১ চনৰ ১৩ ডিচেম্বৰত ভাৰতৰ সংসদত আক্রমণ হৈছিল।
প্রঃ আধুনিক বিশ্বৰ এটা ভয়ৰ উৎস কি?
উঃ আধুনিক বিশ্বৰ এটা ভয়ৰ উৎস হৈছে সন্ত্রাসবাদ।
প্রঃ আণরিক শক্তি সম্পন্ন দুখন দেশৰ নাম কি?
দেশ। উঃ ভাৰত আৰু চীন আণবিক শক্তি সম্পন্ন
প্রঃ আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্রত সন্ত্রাসবাদী আক্রমণ কেতিয়া হৈছিল?
উঃ ২০০১ চনৰ ১১ চেপ্তেম্বৰত এই আক্রমণ হৈছিল।
প্ৰঃ পৰমাণবিক অস্ত্র-নিসম্প্ৰসাৰণ চুক্তি কেতিয়া সম্পাদিত হৈছিল?
উঃ ১৯৬৮ চনত এই চুক্তি সম্পাদিত হৈছিল।
প্রঃ ‘অস্ত্র-শস্ত্র নিয়ন্ত্রণ’ শব্দৰ মূল অর্থ কি?
উঃ অস্ত্ৰৰ উদ্ভাৱন আৰু প্ৰসাৰণ নিয়ন্ত্ৰণ হৈছে এই শব্দৰ অৰ্থ।
প্রঃ ‘নিৰাপত্তা প্রতিক্রিয়া ব্যৱস্থা’ৰ অৰ্থ কি?
উঃ তথ্য বিনিময়ৰ প্ৰক্ৰিয়া নিৰাপত্তা প্রতিক্রিয়া ব্যবস্থা।
প্রঃ মৈত্রী সংঘ কি উদ্দেশ্যে গঠন কৰা হয়?
উঃ মৈত্রী সংঘ সামৰিক মিত্রতা উদ্দেশ্যে গঠন কৰা হয়।
প্রঃ আভ্যন্তৰীণভাৱে স্থানচ্যুত লোক কাক বোলে?
উঃ যিসকলে নিজৰ দেশৰ সীমা পাৰ নকৰে তেওঁলোকক বোলে।

প্রঃ ‘মানবীয় নিৰাপত্তা’ৰ উদ্দেশ্য কি?
উঃ অভাৱ আৰু ভয়ৰ পৰা মুক্তি মানৱীয় নিৰাপত্তাৰ উদ্দেশ্য।
প্রঃ ভাৰতে প্রথমে পাৰমাণৱিক পৰীক্ষণ কেতিয়া কৰিছিল?
উঃ ভাৰতে ১৯৭৪ চনত প্রথমে পাৰমাণৱিক পৰীক্ষণ কৰিছিল।
প্রঃ গোলকীয় ভাবুকিৰ এটা উদাহৰণ কি?
উঃ গোলকীয় উষ্ণতা হৈছে গোলকীয় ভাবুকিৰ এটা উদাহৰণ।
প্রঃ মানুহ কিয় প্রব্রজন কৰে?
উঃ উন্নত জীৱনৰ সন্ধানত মানুহ প্ৰব্ৰজন কৰে।
প্রঃ গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ কি?
উঃ বায়ুমণ্ডলৰ দূষণ গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ।
প্রঃ সন্ত্রাসবাদৰ ফলত কি সমস্যা সৃষ্টি হয়?
হয়। উঃ সন্ত্রাসবাদৰ ফলত অভাৱ আৰু ভয় সৃষ্টি
প্রঃ ৰাসায়নিক অস্ত্র নিষিদ্ধকৰণ চুক্তিত কিমানখন দেশ সন্মত হৈছিল?
উঃ ১৮১ খন দেশ এই চুক্তিত সন্মত হৈছিল।
প্ৰঃ মানৱ অধিকাৰৰ উদাহৰণ কি?
উঃ শিক্ষাৰ অধিকাৰ মানৱ অধিকাৰৰ উদাহৰণ।
প্ৰঃ পৰমাণৱিক অস্ত্র নিষিদ্ধকৰণ চুক্তি কেনেকৈ সহায় কৰে?
উঃ ই পৰমাণৱিক অস্ত্ৰৰ প্ৰসাৰণ ৰোধ কৰে।
প্রঃ দৰিদ্ৰতা কিয় এটা ভাবুকি?
উঃ দৰিদ্ৰতা সামাজিক শান্তি নষ্ট কৰে।
প্রঃ কিবা এটা অস্ত্র নিয়ন্ত্ৰণৰ উদাহৰণ দিয়া।
উঃ পৰমাণৱিক অস্ত্র নিষিদ্ধকৰণ চুক্তি এজন উদাহৰণ।
প্রঃ গোলকীয় উষ্ণতা বৃদ্ধি কিদৰে প্ৰভাৱিত কবে?
উঃ ই জলবায়ু পৰিৱৰ্তন ঘটায়।

প্ৰঃ জনসংখ্যা বৃদ্ধিৰ কাৰণ কি?
উঃ খাদ্য আৰু স্বাস্থ্য সেৱাৰ উন্নতি জনসংখ্যা বৃদ্ধি কৰে।
প্রঃ সন্ত্রাসবাদে পৰম্পৰাগত নিৰাপত্তাক কেনেকৈ প্ৰভাৱিত কৰে?
উঃ সন্ত্রাসবাদে দেশৰ সুৰক্ষাত ভাবুকি সৃষ্টি কৰে।
প্রঃ আণৱিক শক্তি দেশৰ বাবে কিয় গুৰুত্বপূর্ণ?
উঃ ই সামৰিক শক্তি বৃদ্ধি কৰে।
প্রঃ নিৰাপত্তা কৌশলৰ উদ্দেশ্য কি?
উঃ দেশৰ সীমা সুৰক্ষিত ৰাখিবই উদ্দেশ্য।
কি? প্রঃ বৈশ্বিক নিৰাপত্তাৰ এক আধুনিক উদাহৰণ
উঃ গ্রীণহাউচ প্রভাৱ বৈশ্বিক নিৰাপত্তাৰ উদাহৰণ।
প্রঃ ভাৰত কিয় মৈত্রী সংঘৰ সদস্য?
উঃ ভাৰত শান্তি আৰু সহযোগিতা আগবঢ়ায়।
প্রঃ পৰিবেশ দূষণে মানৱ নিৰাপত্তাত কি প্রভাৱ পেলায়?
উঃ ই স্বাস্থ্য আৰু জীৱনমানৰ ক্ষতি কৰে।
প্রঃ ক্ষমতাৰ ভাৰসাম্য কেনেকৈ নিৰ্ধাৰিত হয়?
উঃ সামৰিক শক্তি আৰু মিত্ৰতাৰ দ্বাৰা।
প্রঃ সন্ত্রাসবাদে জনসাধাৰণক কেনেকৈ প্ৰভাৱিত
কৰে?
উঃ সন্ত্রাসবাদে ভয় আৰু অনিশ্চয়তা সৃষ্টি কৰে।
প্রঃ পৰমাণৱিক অস্ত্র কিয় নিষিদ্ধ কৰা উচিত?
উঃ ই বৃহৎ ধ্বংস আৰু মৃত্যু ঘটায়।
প্রঃ ‘মানৱীয় বিকাশ’ বুলিলে কি বুজায়?
উঃ মানুহৰ জীৱনমানৰ উন্নতি।
প্রঃ সমাজত শান্তি কিদৰে অৱস্থান কৰিব পাৰে?
উঃ শিক্ষা আৰু সুৰক্ষাৰ যোগেদি।
প্রঃ জলবায়ু পৰিৱৰ্তনৰ এখন প্ৰভাৱ কি?
উঃ বন্যাৰ সংখ্যা বৃদ্ধি।
প্রঃ নিৰাপত্তাৰ প্ৰধান দিশ কি?
উঃ সুৰক্ষাৰ ব্যৱস্থা।

প্রঃ ‘গ্রীণহাউচ প্রভাৱ’ শব্দৰ অৰ্থ কি?
উঃ বায়ুমণ্ডল গৰম হোৱাৰ প্ৰক্ৰিয়া।
প্রঃ ‘ভৱিষ্যতৰ নিৰাপত্তা’ কি ভাবে নির্ধাৰণ কৰিব পাৰি?
উঃ পৰিৱেশ সুৰক্ষিত ৰাখি।
প্ৰঃ মৈত্রী সংঘৰ উদ্দেশ্য কি?
উঃ দেশসমূহৰ মাজত সহযোগিতা।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment