আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 6 আন্তর্জাতিক সংগঠনসমূহ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Political Science MCQ Chapter 6 আন্তর্জাতিক সংগঠনসমূহ
শাখা-ক সমসাময়িক বিশ্ব ৰাজনীতি (নম্বৰ ৫০)
অধ্যায়-৬
আন্তর্জাতিক সংগঠনসমূহ
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQs)
প্রঃ জাতিসংঘ কেতিয়া গঠিত হৈছিল?
(ক) ১৯৪০ চনত
(খ) ১৯৪৫ চনত
(গ) ১৯৫০ চনত
(ঘ) ১৯৫৫ চনত
উঃ (খ) ১৯৪৫ চনত
প্ৰঃ ৰাষ্ট্ৰসংঘৰ চনদৰ স্বাক্ষৰিত সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান আছিল?
(ক) ৪০
(খ) ৫০
(গ) ৫১
(ঘ) ৫৫
উঃ (গ) ৫১
প্রঃ কোনে কৈছিল- ‘যুদ্ধতকৈ বকবকনি বেছি ভাল’?
(ক) মার্টিন লুথাৰ কিং
(খ) উইনস্টন চার্চিল
(গ) মহাত্মা গান্ধী
(ঘ) আব্রাহাম লিংকন
উঃ (খ) উইনস্টন চার্চিল
প্ৰঃ জাতিসংঘৰ দিৱস কেতিয়া পালন কৰা হয়?
(ক) ১০ ডিচেম্বৰ
(খ) ২৪ অক্টোবৰ
(গ) ১৫ আগষ্ট
(ঘ) ২৫ নৱেম্বৰ
উঃ (খ) ২৪ অক্টোবৰ
প্ৰঃ ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য কি?
(ক) বৈজ্ঞানিক উন্নয়ন
(খ) বিশ্ব শান্তি ৰক্ষা
(গ) পর্যটন উন্নয়ন
(ঘ) কর্পৰেট গঠন
উঃ (খ) বিশ্ব শান্তি ৰক্ষা
প্ৰঃ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
(ক) লণ্ডন
(খ) পেৰিছ
(গ) নিউয়র্ক
(ঘ) জেনেভা
উঃ (গ) নিউয়র্ক
কি? প্রঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ মুখ্য উদ্দেশ্য
(ক) অর্থনৈতিক উন্নয়ন
(খ) শান্তি স্থাপন
(গ) সদস্য ৰাষ্ট্ৰসমূহৰ আলোচনা
(ঘ) ৰাজনৈতিক স্থিতিশীলতা
উঃ (গ) সদস্য ৰাষ্ট্ৰসমূহৰ আলোচনা
প্ৰঃ IAEA ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) International Atomic Energy Agency
(খ) International Association of Energy
Advancement
(গ) International Atomic and Energy Agency
(ঘ) International Atomic Energy Alliance
উঃ (ক) International Atomic Energy Agency
প্ৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিমান স্থায়ী সদস্য আছে?
(ক) ৩
(খ) ৫
(গ) ৭
(ঘ) ১০
উঃ (খ) ৫
প্রঃ ‘ভেটো ক্ষমতা’ বুলিলে কি বুজায়?
(ক) কোনো দেশৰ নিৰঙ্কুশ ক্ষমতা
(খ) নিৰাপত্তা পৰিষদত সিদ্ধান্ত বিৰোধৰ ক্ষমতা
(গ) সদস্যপদ প্ৰদানৰ ক্ষমতা
(ঘ) সদস্য ৰাষ্ট্ৰৰ নিৰ্বাচনী ক্ষমতা
উঃ (খ) নিৰাপত্তা পৰিষদত সিদ্ধান্ত বিৰোধৰ ক্ষমতা
প্ৰঃ ৰাষ্ট্ৰসংঘৰ প্ৰথম সচিব প্রধান কোন আছিল?
(ক) ড্যাগ হেমাৰস্কোল্ড
(খ) উ থান্ট
(গ) ট্রিগ্রভি লী
(ঘ) কফি আনান
উঃ (গ) ট্রিগ্রভি লী
প্রঃ UNESCO ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) United Nations Scientific Cooperation Organisation
(খ) United Nations Educational Scientific and Cultural Organisation
(গ) Universal Science and Culture Organisation
(ঘ) United Nations Economic Society Organisation
উঃ (খ) United Nations Educational
Scientific and Cultural Organisation
প্ৰঃ WTO ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) World Technology Organisation
(খ) World Trade Organisation
(গ) World Tax Organisation
(ঘ) World Tourism Organisation
উঃ (খ) World Trade Organisation
প্রঃ ‘Big Three’ বুলিলে কাক বুজায়?
(ক) ঝজেভেল্ট, চার্চিল, স্টেলিন
(খ) গান্ধী, চার্চিল, ষ্টেলিন
(গ) হিটলাৰ, চার্চিল, কজেভেল্ট
(ঘ) কজেভেল্ট, মহাত্মা গান্ধী, ষ্টেলিন
উঃ (ক) রুজেভেল্ট, চার্চিল, স্টেলিন
প্ৰঃ ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল?
(ক) ১৯৩৯
(খ) ১৯৪৫
(গ) ১৯৫০
(ঘ) ১৯৬০
উঃ (খ) ১৯৪৫
প্ৰঃ “মানৱ অধিকাৰ সংগ্ৰহৰ” কাম কৰা সংস্থাৰ এটি উদাহৰণ কি?
(ক) Red Cross
(খ) Amnesty International
(গ) WHO
(ঘ) WTO
উঃ (খ) Amnesty International
প্রঃ কোনটো দেশ ৰাষ্ট্ৰসংঘৰ সৰ্বাধিক বৰঙনিদাতা?
(ক) চীন
(খ) আমেৰিকা যুক্তৰাষ্ট্ৰ
(গ) ফ্রান্স
(ঘ) জার্মানী
উঃ (খ) আমেৰিকা যুক্তৰাষ্ট্ৰ
প্রঃ ২০১১ চনত কোন দেশৰ পাৰমাণৱিক কেন্দ্ৰত বিষ্ফোৰণ হৈছিল?
(ক) জার্মানী
(খ) চীন
(গ) জাপান
(ঘ) ৰাছিয়া
উঃ (গ) জাপান
প্ৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কিমান সদস্য থাকে?
(ক) ১০
(খ) ১৫
(গ) ২০
(ঘ) ২৫
উঃ (খ) ১৫
প্ৰঃ হিউমেন ৰাইট ৱাচ্চৰ মুখ্য কাৰ্যালয় ক’ত?
(ক) পেৰিছ
(খ) নিউয়র্ক
(গ) লণ্ডন
(ঘ) জেনেভা
উঃ (খ) নিউয়র্ক
প্ৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিৰে ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য কোন ৰাষ্ট্ৰবোৰ?
(ক) ইংলেণ্ড, চীন, ফ্রান্স, বাছিয়া
(খ) চীন, ভাৰত, ইংলেণ্ড, জার্মানী
(গ) ফ্রান্স, জাপান, চীন, জার্মানী
(ঘ) ৰাছিয়া, ভাৰত, ইংলেণ্ড, ফ্রান্স
উঃ (ক) ইংলেণ্ড, চীন, ফ্রান্স, ৰাছিয়া
প্ৰঃ ৰাষ্ট্ৰসংঘৰ নিৰস্ত্ৰীকৰণ আয়োগ কেতিয়া গঠন হৈছিল?
(ক) ১৯৫০
(গ) ২০১০
(খ) ২০০৫
(ঘ) ২০২০
উঃ (খ) ২০০৫
প্রঃ আন্তর্জাতিক পাৰমাণৱিক এজেঞ্চি কেতিয়া গঠন কৰা হৈছিল?
(ক) ১৯৪৫
(খ) ১৯৫৭
(গ) ১৯৬১
(ঘ) ১৯৭৮
উঃ (খ) ১৯৫৭
প্ৰঃ ৰাষ্ট্ৰসংঘৰ শীৰ্ষ কাৰ্যবাহী অংগৰ নাম কি?
(ক) সাধাৰণ পৰিষদ
(খ) নিৰাপত্তা পৰিষদ
(গ) জেনাৰেল চেক্রেটাৰিয়েট
(ঘ) ইকনমিক কাউন্সিল
উঃ (ক) সাধাৰণ পৰিষদ
প্ৰঃ ৰাষ্ট্ৰসংঘৰ দৰ্শন কি?
(ক) বিজ্ঞানৰ বিকাশ
(খ) বিশ্ব শান্তি আৰু উন্নয়ন
(গ) ৰাজনৈতিক স্থিতিশীলতা
(ঘ) জাতীয় চেতনা
উঃ (খ) বিশ্ব শান্তি আৰু উন্নয়ন
প্রঃ ৰাষ্ট্ৰসংঘৰ কাৰ্যকলাপৰ প্ৰথম লক্ষ্য কি?
(ক) আন্তঃৰাষ্ট্ৰীয় চুক্তি কৰা
(খ) শান্তি আৰু নিৰাপত্তা সুৰক্ষিত কৰা
(গ) বাণিজ্যৰ উন্নতি কৰা
(ঘ) মানৱ অধিকাৰৰ উলঙ্ঘন
উঃ (খ) শান্তি আৰু নিৰাপত্তা সুৰক্ষিত কৰা
প্ৰঃ ৰাষ্ট্ৰসংঘৰ উদ্যোগত সম্পূৰ্ণৰূপে নির্মূল কৰা ৰোগটো কি?
(ক) ডেংগু
(খ) কোরিড-১৯
(গ) মেহ
(ঘ) ছম্প’
উঃ (ঘ) ছম্প’
প্রঃ বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
(ক) নিউয়র্ক
(খ) লণ্ডন
(গ) জেনেভা
(ঘ) পেৰিছ
উঃ (গ) জেনেভা
কি? প্ৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত ‘ইউনিচেফ’ৰ কাম
(ক) স্বাস্থ্য সংহতি
(খ) শিশু অধিকাৰ সুৰক্ষা
(গ) পৰমাণু শক্তি উন্নয়ন
(ঘ) দৰিদ্ৰতাৰ অন্ত পৰা
উঃ (খ) শিশু অধিকাৰ সুৰক্ষা
প্রঃ শীতল যুদ্ধৰ সময়ত ৰাষ্ট্ৰসংঘৰ কি ভূমিকা আছিল?
(ক) যুদ্ধ সমর্থন কৰা
(খ) বিৰোধ সমাধানত সহায় কৰা
(গ) দেশ বিভাজন কৰা
(ঘ) নতুন সদস্য যোগ কৰা
উঃ (খ) বিৰোধ সমাধানত সহায় কৰা
প্রঃ ১৯৬১ চনত কোনটো সংস্থা গঠন হৈছিল?
(ক) হিউমেন ৰাইট বাচ
(খ) এমনেষ্টি ইন্টাৰনেচনেল
(গ) ৰেড ক্ৰছ
(ঘ) WTO
উঃ (খ) এমনেষ্টি ইন্টাৰনেচনেল
প্ৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা কিমান?
(ক) ৫
(খ) ১০
(গ) ১৫
(ঘ) ২০
উঃ (খ) ১০
প্রঃ ৰাষ্ট্ৰসংঘৰ উদ্যোগত কোনটো ধৰণৰ সামুহিক প্রচেষ্টা অধিক গুৰুত্ব পায়?
(ক) আর্থিক উন্নয়ন
(খ) পৰমাণু শক্তি উন্নয়ন
(গ) বিশ্ব শান্তি স্থাপন
(ঘ) বাণিজ্য সমন্বয়
উঃ (গ) বিশ্ব শান্তি স্থাপন
প্রঃ বিজয়লক্ষ্মী পণ্ডিত কোন ক্ষেত্রত জড়িত আছিল?
(ক) ৰাষ্ট্ৰসংঘৰ পৰা সদস্য বহিষ্কাৰ
(খ) ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ
(গ) পৰমাণু শক্তি গৱেষণা
(ঘ) বাণিজ্য সমিতি
উঃ (খ) ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষ
প্রঃ কোনে প্রথমে ভাৰতে নিৰস্ত্ৰীকৰণৰ সপক্ষে মাত দিছিল?
(ক) ইন্দিৰা গান্ধী
(খ) নেহৰু
(গ) লাল বাহাদুৰ শাস্ত্রী
(ঘ) সুভাষ চন্দ্র বসু
উঃ (খ) নেহৰু
প্ৰঃ ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত কোনটো সংস্থা স্বাস্থ্যৰ লগত জড়িত?
(ক) WHO
(খ) WTO
(গ) UNESCO
(ঘ) UNICEF
উঃ (ক) WHO
প্ৰঃ ৰাষ্ট্ৰসংঘৰ অধীনত ‘আন্তর্জাতিক ন্যায়ালয়’ ক’ত অৱস্থিত?
(ক) পেৰিছ
(গ) নিউয়র্ক
(খ) হেগ’
উঃ (খ) হেগ’
(ঘ) জেনেভা
প্রঃ কোন সংস্থাৰ কাম হ’ল মানৱ অধিকাৰ সুৰক্ষা কৰা?
(ক) Amnesty International
(খ) WTO
(গ) UNICEF
(ঘ) IAEA
উঃ (ক) Amnesty International
প্ৰঃ ৰাষ্ট্ৰসংঘৰ দ্বাৰা গঠিত পৰিৱেশ সংৰক্ষণ সংগঠনৰ নাম কি?
(ক) UNEP
(খ) UNICEF
(গ) UNESCO
(ঘ) WTO
উঃ (ক) UNEP
প্রঃ ‘হিউমেন ৰাইট ৱাচ’ পূর্বে কি নামেৰে জনাজাত আছিল?
(ক) নিউইয়র্ক বাচ
(খ) হেলচিনকি বাচ
(গ) ইউৰোপীয় মানৱ অধিকাৰ সংস্থা
(ঘ) গ্রীনপিছ
উঃ (খ) হেলচিনকি বাচ
প্ৰঃ ‘নিৰাপত্তা পৰিষদ’ত ভেটো শক্তিৰ অধিকাৰ কাক আছে?
(ক) স্থায়ী সদস্য ৰাষ্ট্ৰসমূহক
(খ) অস্থায়ী সদস্য ৰাষ্ট্ৰসমূহক
(গ) সাধাৰণ সদস্য ৰাষ্ট্ৰসমূহক
(ঘ) বিশেষ আমন্ত্ৰিত ৰাষ্ট্ৰসমূহক
উঃ (ক) স্থায়ী সদস্য ৰাষ্ট্ৰসমূহক
প্রঃ WHOৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
(ক) জেনেভা
(খ) নিউয়র্ক
(গ) লণ্ডন
(ঘ) ৰোম
উঃ (ক) জেনেভা
প্ৰঃ ৰাষ্ট্ৰসংঘৰ গঠনৰ লগত জড়িত থকা কাৰ্যকলাপৰ লক্ষ্য কি?
(ক) ৰাষ্ট্ৰৰ বিভাজন কৰা
(খ) বাণিজ্য বৃদ্ধি কৰা
(গ) আন্তঃৰাষ্ট্ৰীয় শান্তি স্থাপন
(ঘ) যুদ্ধ চলাই যোৱা
উঃ (গ) আন্তঃৰাষ্ট্ৰীয় শান্তি স্থাপন
প্রঃ কোনটো দিন ‘মানৱ অধিকাৰ দিৱস’ হিচাপে পালন কৰা হয়?
(ক) ২৪ অক্টোবৰ
(খ) ১০ ডিচেম্বৰ
(গ) ৮ মার্চ
(ঘ) ৫ জুন
উঃ (খ) ১০ ডিচেম্বৰ
প্ৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত ‘UNICEF’-ৰ পূৰ্ণ ৰূপ কি?
(ক) United Nations International Child Fund
(খ) United Nations Children’s Emergency Fund
(গ) Universal Nations Child Emergency Forum
(ঘ) United Nations Child Educational Forum
উঃ (খ) United Nations Children’s Emergency Fund
প্ৰঃ জাতিসংঘৰ অধীনত ‘অর্থনৈতিক আৰু সামাজিক পৰিষদ’ৰ কাম কি?
(ক) শিক্ষা আৰু সংস্কৃতিৰ উন্নয়ন
(খ) আর্থিক আৰু সামাজিক বিকাশ
(গ) পৰমাণু শক্তিৰ নিয়ন্ত্রণ
(ঘ) ৰাষ্ট্ৰীয় চৰকাৰৰ পৰিচালনা
উঃ (খ) আর্থিক আৰু সামাজিক বিকাশ
প্রঃ ১৯৭৮ চনত গঠিত সংস্থাটোৰ নাম কি?
(ক) Amnesty International
(খ) WTO
(গ) Human Rights Watch
(ঘ) UNICEF
উঃ (গ) Human Rights Watch
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ১. জাতিসংঘ কেতিয়া গঠিত হৈছিল?
উঃ ১৯৪৫ চনত।
প্রঃ জাতিসংঘৰ প্ৰথম সচিব প্রধান কোন আছিল?
উঃ ট্রিগ্রভি লী।
প্রঃ জাতিসংঘৰ মুখ্য কার্যালয় ক’ত অবস্থিত? উত্তৰঃ নিউয়ক চহৰত।
প্রঃ জাতিসংঘৰ সদস্যপদ লাভ কৰা ভাৰত কেতিয়া সদস্য হৈছিল?
উঃ ১৯৪৫ চনত।
প্ৰঃ জাতিসংঘৰ দিৱস কেতিয়া পালন কৰা হয়?
উত্তৰঃ ২৪ অক্টোবৰ।
প্রঃ জাতিসংঘৰ মূল উদ্দেশ্য কি?
উঃ বিশ্ব শান্তি ৰক্ষা কৰা।
প্ৰঃ ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ‘WHO’ৰ মুখ্য কাৰ্যালয় ক’ত অৱস্থিত?
উঃ জেনেভাত।
প্রঃ জাতিসংঘৰ ‘UNICEF’ৰ মূল কাম কি?
উঃ শিশু অধিকাৰ সুৰক্ষা কৰা।
প্রঃ WTOৰ সম্পূৰ্ণ ৰূপ কি?
উঃ World Trade Organisation।
প্রঃ UNESCOৰ সম্পূৰ্ণ ৰূপ কি?
United Nations Educational Scientific and Cultural Organisation |
প্রঃ IAEAৰ সম্পূৰ্ণ ৰূপ কি?
International Atomic Energy Agency |
প্ৰঃ জাতিসংঘৰ চনদত প্ৰাৰম্ভত কেইখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?
উঃ ৫১ খন।
প্ৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত কেইজন স্থায়ী সদস্য আছে?
উঃ ৫ জন।
প্ৰঃ স্থায়ী সদস্যৰ ভেটো ক্ষমতা কেনে?
উঃ সিদ্ধান্ত বিৰোধ কৰাৰ ক্ষমতা।
প্রঃ ‘Big Three’ বুলিলে কাক বুজায়?
উঃ কজেভেল্ট, চার্চিল আৰু ষ্টেলিন।
প্ৰঃ জাতিসংঘৰ সাধাৰণ পৰিষদৰ কাম কি?
উঃ সদস্য ৰাষ্ট্ৰসমূহৰ মাজত আলোচনা কৰা।
প্রঃ জাতিসংঘৰ নিৰস্ত্ৰীকৰণ আয়োগ কেতিয়া গঠন হৈছিল?
উঃ ২০০৫ চনত।
প্রঃ ‘Human Rights Watch’ পূর্বে কি নামেৰে জনা গৈছিল?
উঃ হেলচিনকি বাচ।
প্রঃ Amnesty International’ কেতিয়া গঠন হৈছিল?
উঃ ১৯৬১ চনত।
প্রঃ ‘Human Rights Watch’ কেতিয়া গঠন হৈছিল?
উঃ ১৯৭৮ চনত।
প্রঃ বিজয়লক্ষ্মী পণ্ডিত ৰাষ্ট্ৰসংঘৰ পৰিষদৰ কি আছিল?
উঃ প্রথমগৰাকী মহিলা অধ্যক্ষ।
প্রঃ জাতিসংঘৰ উদ্যোগত সম্পূর্ণরূপে কোন ৰোগ নির্মূল হৈছিল?
উঃ ছম্প’।
প্ৰঃ জাতিসংঘৰ UNICEF’ৰ পূৰ্ণ ৰূপ কি?
উঃ United Nations Children’s Emergency Fund |
কি? প্ৰঃ ৰাষ্ট্ৰসংঘৰ পৰিৱেশ সংৰক্ষণ সংগঠনৰ নাম
উঃ UNEP |
প্রঃ ‘Human Rights Watch’ৰ মুখ্য কাৰ্যালয় ক’ত?
উঃ নিউয়র্ক চহৰত।
প্ৰঃ জাতিসংঘৰ প্ৰথম উদাহৰণস্বৰূপ সংগঠন কোন?
উঃ লীগ অর নেচনচ।
প্ৰঃ জাতিসংঘৰ অন্তর্গত আন্তর্জাতিক ন্যায়ালয়
ক’ত অৱস্থিত?
উঃ হেগ’ চহৰত।
প্রঃ ২০১১ চনত কোন দেশৰ পাৰমাণৱিক কেন্দ্ৰত বিস্ফোৰণ হৈছিল?
উঃ জাপান।
প্ৰঃ ভাৰতে নিৰস্ত্ৰীকৰণৰ সপক্ষে কেতিয়া মাত দিছিল?
উঃ স্বাধীনতাৰ পিছত।
প্রঃ জাতিসংঘৰ উদ্যোগত কৰা শাসনৰ সহায়ৰ উদাহৰণ কি?
উঃ উপনিবেশিক দেশৰ বিকাশ।
প্ৰঃ জাতিসংঘৰ ‘WHO’ৰ মূল কাম কি?
উঃ স্বাস্থ্যৰ উন্নয়ন।
প্ৰঃ জাতিসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যৰ সংখ্যা কিমান?
উঃ ১০ জন।
প্ৰঃ জাতিসংঘৰ ‘IAEA’ কেতিয়া গঠন হৈছিল?
উঃ ১৯৫৭ চনত।
প্ৰঃ জাতিসংঘৰ পৰা বৃহৎ বৰঙনিদাতা কোন দেশ?
উঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।
প্রঃ জাতিসংঘৰ অন্তৰ্গত ‘UNEP’ৰ কাম কি?
উঃ পৰিৱেশ সংৰক্ষণ।
প্রঃ কোন দেশৰ লোকসকলৰ বাবে ‘UNICEF’ ই প্রধানত কাম কৰে?
উঃ শিশু।
প্রঃ কোনটো সংস্থা শান্তি আৰু উন্নয়নক কেন্দ্র কৰি কাম কৰে?
উঃ ৰাষ্ট্ৰসংঘ।
প্রঃ জাতিসংঘৰ “অর্থনৈতিক আৰু সামাজিক পৰিষদৰ কাম কি?
উঃ আর্থিক আৰু সামাজিক বিকাশ।
প্রঃ শীতল যুদ্ধৰ সময়ত জাতিসংঘৰ ভূমিকা কি আছিল?
উঃ শান্তি স্থাপনত সহায় কৰা।
প্রঃ কোনটো দিন ‘মানৱ অধিকাৰ দিৱস’ হিচাপে পালন কৰা হয়?
উঃ ১০ ডিচেম্বৰ।
কি? প্রঃ জাতিসংঘৰ লগত জড়িত’UNESCO’ৰ কাম
উঃ শিক্ষা আৰু সংস্কৃতিৰ উন্নয়ন।
