আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 5 সাম্প্রতিক দক্ষিণ এচিয়া, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Political Science MCQ Chapter 5 সাম্প্রতিক দক্ষিণ এচিয়া
শাখা-ক সমসাময়িক বিশ্ব ৰাজনীতি (নম্বৰ ৫০)
অধ্যায়-৫
সাম্প্রতিক দক্ষিণ এচিয়া
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQs)
প্রঃ দক্ষিণ এছিয়া বুলিলে কি বুজায়?
(ক) কেৱল ভাৰত আৰু নেপাল
(খ) ভাৰত আৰু চীন
(গ) সাতখন দেশৰ সমষ্টি
(ঘ) দক্ষিণ-পূৱ এছিয়া
উঃ (গ) সাতখন দেশৰ সমষ্টি
প্রঃ চীন দক্ষিণ এছিয়াৰ অংশ হয়নে?
(ক) হয়
(খ) নহয়
(গ) আংশিক
(ঘ) কোনো এটা নহয়
উঃ (খ) নহয়
প্রঃ দক্ষিণ এছিয়া মণ্ডলত প্রথমে কোনখন দেশে নিজৰ অৰ্থনীতিৰ উদাৰীকৰণ কৰিছিল?
(ক) পাকিস্তান
(খ) বাংলাদেশ
(গ) শ্রীলংকা
(ঘ) ভাৰত
উঃ (গ) শ্রীলংকা
প্রঃ চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল?
(ক) চৌ এন লাই
(খ) দেং জিয়াওপিং
(গ) মাও চে টুং
(ঘ) কিম জং উন
উঃ (গ) মাও চে টুং
প্রঃ SAARC-ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) South Asian Association for Regional Cooperation
(খ) South Asian Area for Rapid Cooperation
(গ) South Asia Association for Resource Cooperation
(ঘ) South Asian Alliance for Rural Co-ordination
উঃ (ক) South Asian Association for Regional Cooperation
প্রঃ ইছলামাবাদত অনুষ্ঠিত ১২ তম SAARC শীর্ষ সন্মিলনত SAFTA স্বাক্ষৰ কৰা হৈছিল’- উক্তিটো শুদ্ধনে?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) আংশিক শুদ্ধ
(ঘ) কোনোটো নহয়
উঃ (ক) শুদ্ধ
প্রঃ শ্রীলংকাৰ ৰাজনীতি সম্প্ৰদায়ৰ দ্বাৰা অবদমিত।
(ক) তামিল
(গ) সিংহলি
(খ) বৌদ্ধ
(ঘ) হিন্দু
উঃ (গ) সিংহলি
প্ৰঃ ভাৰতৰ ‘পূৱলৈ চোৱা নীতি’-ৰ অংশ কোন দেশ?
(ক) মালদ্বীপ
(খ) বাংলাদেশ
(গ) ভুটান
(ঘ) চীন
উঃ (খ) বাংলাদেশ
প্রঃ ১৯৯৮ চনত ভাৰতে ক’ত পাৰমাণবিক পৰীক্ষা সম্পন্ন কৰিছিল?
(ক) ৰাজস্থান
(খ) গুজৰাট
(গ) পাখৰাণ
(ঘ) হিমাচল প্রদেশ
উঃ (গ) পাখৰাণ
প্রঃ SAARC-ৰ মূল উদ্দেশ্য কি?
(ক) দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত সহযোগ
স্থাপন
(খ) পূর্বএছিয়া দেশসমূহক সহায়
(গ) শক্তি বিভাজন
(ঘ) সংস্কৃতিক উন্নতি
উঃ (ক) দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত সহযোগ স্থাপন
প্রঃ চতুর্দশ SAARC শীর্ষ সম্মিলন কোন ঠাইত অনুষ্ঠিত হৈছিল?
(ক) ঢাকা
(খ) নতুন দিল্লী
(গ) কলম্বো
(ঘ) ইছলামাবাদ
উঃ (খ) নতুন দিল্লী
প্রঃ কোন গৰাকী ভাৰতীয় প্রধানমন্ত্রীয়ে লাহোৰলৈ বাছ যাত্ৰা কৰিছিল?
(ক) জৱাহৰলাল নেহৰু
(খ) ইন্দিৰা গান্ধী
(গ) অটল বিহাৰী বাজপেয়ী
(ঘ) ৰাজীৱ গান্ধী
উঃ (গ) অটল বিহাৰী বাজপেয়ী
প্রঃ পঞ্চদশ SAARC শীর্ষ সম্মিলন ক’ত অনুষ্ঠিত হৈছিল?
(ক) মালদ্বীপ
(খ) কলম্বো
(গ) নতুন দিল্লী
(ঘ) কাঠমাণ্ডু
গ্ধগ্ধউঃগ্ধগ্ধ (খ) কলম্বো
প্রঃ কোন বছৰত মালদ্বীপত বহুদলীয় ব্যৱস্থাৰ পৰিৱৰ্তন হৈছিল?
(ক) ২০০০
(খ) ২০০৫
(গ) ২০০৮
(ঘ) ১৯৯৫
উঃ (খ) ২০০৫
প্রঃ SAARC কোন বছৰত গঠিত হৈছিল?
(ক) ১৯৭৫
(খ) ১৯৮০
(গ) ১৯৮৫
(ঘ) ১৯৯০
উঃ (গ) ১৯৮৫
প্রঃ শ্রীলংকা কোন চনত স্বাধীন হৈছিল?
(ক) ১৯৪৫
(খ) ১৯৪৭
(গ) ১৯৪৮
(ঘ) ১৯৫০
উঃ (গ) ১৯৪৮
প্রঃ ভাৰত আৰু পাকিস্তানে কোন চনত পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল?
(ক) ১৯৭৫
(খ) ১৯৮৫
(গ) ১৯৯৮
(ঘ) ২০০০
উঃ (গ) ১৯৯৮
প্রঃ কোন চনত ভাৰতে শ্রীলংকালৈ শান্তি বাহিনী প্ৰেৰণ কৰিছিল?
(ক) ১৯৮৫
(খ) ১৯৮৭
(গ) ১৯৯০
(ঘ) ১৯৯৫
উঃ (খ) ১৯৮৭
প্রঃ বাংলাদেশ কেতিয়া পাকিস্থানৰ অংশ আছিল?
(ক) ১৯৪৭ ৰ পৰা ১৯৭১ চনলৈ
(খ) ১৯৫০ ৰ পৰা ১৯৭৫ চনলৈ
(গ) ১৯৪৭ ৰ পৰা ১৯৬৫ চনলৈ
(ঘ) ১৯৫৫ ৰ পৰা ১৯৭০ চনলৈ
উঃ (ক) ১৯৪৭ ৰ পৰা ১৯৭১ চনলৈ
প্রঃ SAFTA মানে কি?
(ক) South Asia Free Transport Agreement
(খ) South Asian Free Trade Agreement
(গ) South Asia Free Trade Area
(ঘ) South Asian Finance and Trade Alliance
উঃ (গ) South Asia Free Trade Area
প্রঃ শ্রীলংকাৰ পৰস্পৰ বিবাদমান দুটা গোটৰ নাম কি?
(ক) বৌদ্ধ আৰু তামিল
(খ) তামিল আৰু সিংহলি
(গ) হিন্দু আৰু বৌদ্ধ
(ঘ) খ্রীষ্টান আৰু হিন্দু
উঃ (খ) তামিল আৰু সিংহলি
প্রঃ Look East Policy (পূর্বলৈ চোৱা নীতি)ৰ উদ্দেশ্য কি?
(ক) পূৱ এছিয়াৰ দেশসমূহৰ সৈতে অর্থনৈতিক সম্পৰ্ক বৃদ্ধি কৰা
(খ) ভাৰতৰ শক্তি উন্নয়ন
(গ) পচিম এছিয়াৰ লগত চুক্তি
(ঘ) মিঠা পানী সমাধান কৰা
উঃ (ক) পূৱ এছিয়াৰ দেশসমূহৰ সৈতে অর্থনৈতিক সম্পর্ক বৃদ্ধি কৰা
প্রঃ ভাৰত আৰু বাংলাদেশে সহযোগিতাৰ ক্ষেত্রত কি বিষয়ত একমত হৈছিল?
(ক) আর্থিক সহযোগিতা আৰু চোৰাংসন্ত্রাস বন্ধ কৰা
(খ) নিৰাপত্তা চুক্তি আৰু সেনা বিনিময়
(গ) পাৰমাণৱিক চুক্তি
(ঘ) কেৱল জলবায়ুৰ বিষয়
উঃ (ক) আর্থিক সহযোগিতা আৰু চোৰাংসন্ত্রাস বন্ধ কৰা
প্রঃ LTTE মানে কি?
(ক) Local Tamil Tiger of East
(খ) Liberation Tigers of Tamil Eelam
(গ) Liberation Tamil Troops of East
(ঘ) Local Tigers for Tamil Equality
উঃ (খ) Liberation Tigers of Tamil Eelam
প্রঃ ২০০৬ চনত নেপালত কি পৰিৱৰ্তন ঘটিছিল?
(ক) ৰাজতন্ত্ৰৰ পুনঃস্থাপন
(খ) গণতন্ত্ৰৰ প্ৰতিষ্ঠা
(গ) সামৰিক শাসনৰ প্ৰতিষ্ঠা
(ঘ) নতুন চুক্তি
উঃ (খ) গণতন্ত্ৰৰ প্ৰতিষ্ঠা
প্রঃ SAARC ৰ দুখন পৰ্যেবেক্ষক দেশৰ নাম কি?
(ক) চীন আৰু জাপান
(খ) ৰাছিয়া আৰু চীন
(গ) আমেৰিকা আৰু ইণ্ডোনেচিয়া
(ঘ) বাংলাদেশ আৰু মালয়েছিয়া
উঃ (ক) চীন আৰু জাপান
প্রঃ ভাৰত আৰু পাকিস্তানৰ সংঘাতৰ মুখ্য কাৰক কি?
(ক) সীমা বিবাদ আৰু সন্ত্রাসবাদ
(খ) পানী সমস্যাৰ বিষয়ে
(গ) মাটিৰ বিষয়ে
(ঘ) কেৱল ৰাজনৈতিক সমস্যা
উঃ (ক) সীমা বিবাদ আৰু সন্ত্রাসবাদ
প্রঃ ভাৰত আৰু বাংলাদেশৰ মাজত সহযোগিতাৰ এটি উদাহৰণ কি?
(ক) সীমান্ত সমস্যাৰ সমাধান
(খ) একেলগে সন্ত্রাসবিৰোধী অভিযান
(গ) বৈদেশিক বাণিজ্য আৰু যাতায়ত
(ঘ) কেৱল জলবায়ুৰ সমস্যা
উঃ (গ) বৈদেশিক বাণিজ্য আৰু যাতায়ত
প্ৰঃ ছাৰ্ক গঠনৰ উদ্দেশ্য কি আছিল?
(ক) দক্ষিণ এছিয়াৰ উন্নয়ন
(খ) একমত হোৱা
(গ) সামৰিক সহযোগিতা
(ঘ) কেৱল ৰাজনৈতিক সম্পর্ক
উঃ (ক) দীক্ষণ এছিয়াৰ উন্নয়ন
প্রঃ SAARC ৰ সদস্য দেশৰ সংখ্যা কিমান?
(ক) ৫
(খ) ৬
(গ) ৭
(ঘ) ৮
উঃ (ঘ) ৮
প্রঃ শ্রীলংকাৰ তামিল সমস্যা সমাধানৰ বাবে কোনে সহায় আগবঢ়াইছিল?
(ক) চীন
(খ) ভাৰত
(গ) পাকিস্তান
(ঘ) বাংলাদেশ
উঃ (খ) ভাৰত
প্রঃ কেৰালা আৰু তামিলনাডুৰ মাজত পৰিস্থিতি উত্তপ্ত কৰাৰ পিছত কোন সৰৱ আছিল?
(ক) LTTE
(খ) শ্রীলংকা চৰকাৰ
(গ) সিংহলি গোষ্ঠী
(ঘ) ভাৰত চৰকাৰ
উঃ (ক) LTTE
প্রঃ নেপালৰ লগত ভাৰতৰ কিদৰে সম্পর্ক?
(ক) বন্ধুত্বৰ
(খ) ৰাজনৈতিক সংঘাতৰ
(গ) বিশেষ সহযোগিতাৰ
(ঘ) কেবল ব্যৱসায়ৰ
উঃ (গ) বিশেষ সহযোগিতাৰ
প্রঃ ভাৰতৰ পূৰ্বলৈ চোৱা নীতিৰ অংশীদাৰী কোন?
(ক) বাংলাদেশ
(খ) শ্রীলংকা
(গ) নেপাল
(ঘ) পাকিস্তান
উঃ (খ) শ্রীলংকা
প্ৰঃ ২০০১ চনৰ আগ্রা সম্মিলনৰ বিষয়বস্তু কি আছিল?
(ক) কাশ্মীৰ সমস্যা
(খ) পাৰমাণৱিক অস্ত্র
(গ) ভাৰত-পাকিস্থান সম্পর্ক
(ঘ) সকলো বিষয় একে সময়ত
উঃ (ঘ) সকলো বিষয় একে সময়ত
প্ৰঃ মালদ্বীপৰ ৰাজনৈতিক পৰিৱৰ্তন কোন বছৰত ঘটিছিল?
(ক) ২০০০
(গ) ২০১০
(খ) ২০০৫
উঃ (খ) ২০০৫
(ঘ) ১৯৯৫
প্রঃ Look East Policy কোন চনত আৰম্ভহৈছিল?
(ক) ১৯৯১
(খ) ১৯৮৫
(গ) ২০০০
(ঘ) ১৯৭৫
উঃ (ক) ১৯৯১
প্ৰঃ ছাৰ্কৰ প্ৰথম শীর্ষ সম্মিলন ক’ত হৈছিল?
(ক) ঢাকা
(খ) কাঠমাণ্ডু
(গ) নতুন দিল্লী
(ঘ) কলম্বো
উঃ (ক) ঢাকা
প্রঃ বাংলাদেশৰ মুক্তিযুদ্ধ কোন চনত শেষ হৈছিল?
(ক) ১৯৭১
(খ) ১৯৭৫
(গ) ১৯৮০
(ঘ) ১৯৬৫
উঃ (ক) ১৯৭১
প্রঃ কেবল দক্ষিণ এছিয়া বিষয়ক ক’ত সংস্থা গঠন হৈছিল?
(ক) ইছলামাবাদ
(খ) কাঠমাণ্ডু
(গ) কলম্বো
(ঘ) নতুন দিল্লী
উঃ (খ) কাঠমাণ্ডু
প্রঃ নেপালত গণতন্ত্র কিয় মজবুত হ’ব পৰা নাই?
(ক) ৰাজনৈতিক বিবাদ
(খ) ৰাজতন্ত্ৰৰ প্ৰভাৱ
(গ) সামৰিক অভ্যুত্থান
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্ৰঃ ভাৰত আৰু পাকিস্তানৰ কাশ্মীৰ সংঘাতৰ মূল কাৰণ কি?
(ক) পানী সমস্যাৰ বিষয়ে
(খ) ৰাজনৈতিক দখল
(গ) জমি অধিকাৰৰ বিবাদ
(ঘ) কেৱল সামৰিক সমস্যা
উঃ (গ) জমি অধিকাৰৰ বিবাদ
প্রঃ SAFTAৰ মূল উদ্দেশ্য কি?
(ক) সামৰিক সহযোগিতা বৃদ্ধি
(খ) আর্থিক আৰু বাণিজ্যিক মুক্তি
(গ) ৰাজনৈতিক সম্পর্ক স্থাপন
(ঘ) পৰ্যটনৰ উন্নতি
উঃ (খ) আর্থিক আৰু বাণিজ্যিক মুক্তি
প্রঃ LTTEৰ গঠন কোন বছৰত হৈছিল?
(ক) ১৯৭৬
(খ) ১৯৮৩
(গ) ১৯৮০
(ঘ) ১৯৭৫
উঃ (ক) ১৯৭৬
প্রঃ ১৯৯৮ চনত পাকিস্থানে পাৰমাণৱিক পৰীক্ষা ক’ত কৰিছিল?
(ক) কাশ্মীৰ
(খ) ছাগাই পাহাৰ
(গ) পাখৰাণ
(ঘ) পেশাৱাৰ
উঃ (খ) ছাগাই পাহাৰ
প্রঃ ১৯৮৫ চনত ছার্ক গঠনৰ প্ৰথম অধিৱেশন ক’ত হৈছিল?
(ক) ইছলামাবাদ
(খ) ঢাকা
(গ) কলম্বো
(ঘ) কাঠমাণ্ডু
উঃ (খ) ঢাকা
প্ৰঃ SAARC ৰ লগত কোন চুক্তি নহয়?
(ক) SAFTA
(খ) সাংস্কৃতিক সহযোগিতা
(গ) সামৰিক চুক্তি
(ঘ) বিজ্ঞান সহযোগিতা
উঃ (গ) সামৰিক চুক্তি
প্রঃ তামিল গোষ্ঠী শ্রীলংকাৰ কোনো অঞ্চলত থাকে?
(ক) উত্তৰ আৰু পূৱ
(খ) পশ্চিম আৰু পূৱ
(গ) দক্ষিণ
(ঘ) পশ্চিম
উঃ (ক) উত্তৰ আৰু পূর
প্রঃ বাংলাদেশৰ জন্মৰ পিছৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
(ক) শেখ মুজিবুৰ ৰহমান
(খ) জিয়া-উৰ-ৰহমান
(গ) হাজি মোহাম্মদ
(ঘ) শেখ হাসিনা
উঃ (ক) শেখ মুজিবুৰ ৰহমান
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ দক্ষিণ এছিয়া বুলিলে কি বুজায়?
উঃ বাংলাদেশ, ভুটান, মালদ্বীপ, ভাৰত, নেপাল, পাকিস্তান আৰু শ্রীলংকা।
প্রঃ চীন দক্ষিণ এছিয়াৰ অংশ হয়নে?
উঃ নহয়।
প্রঃ দক্ষিণ এছিয়া মণ্ডলত প্রথমে কোনখন দেশে অৰ্থনীতিৰ উদাৰীকৰণ কৰিছিল?
উঃ শ্রীলংকা।
প্ৰঃ চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল?
উঃ মাও চে টুং।
প্রঃ SAARC-ৰ সম্পূৰ্ণ ৰূপ কি?
South Asian Association for Regional Cooperation |
প্রঃ ইছলামাবাদত ১২ তম SAARC শীর্ষ সন্মিলনত কি স্বাক্ষৰ কৰা হৈছিল?
উঃ SAFTA
প্রঃ শ্রীলংকাৰ ৰাজনীতি কোন গোষ্ঠীৰ দ্বাৰা অরদমিত?
উত্তৰ: সিংহলি।
দেশ? প্ৰঃ ভাৰতৰ পূৱলৈ চোৱা নীতিৰ অংশ কোন
উঃবাংলাদেশ।
প্রঃ ভাৰতে ক’ত ১৯৯৮ চনত পাৰমাণবিক পৰীক্ষা সম্পন্ন কৰিছিল?
উঃ পাখৰাণ।
প্রঃ SAARC-ৰ মূল উদ্দেশ্য কি?
উত্তৰ: সহযোগ স্থাপন আৰু বিভিন্ন ক্ষেত্ৰত উন্নয়ন।
প্রঃ চতুর্দশ SAARC শীর্ষ সম্মিলন ক’ত হৈছিল?
উঃ নতুন দিল্লী।
প্রঃ কোন গৰাকী ভাৰতীয় প্রধানমন্ত্রীয়ে লাহোৰলৈ বাছত গৈছিল?
উঃ অটল বিহাৰী বাজপেয়ী।
প্রঃ পঞ্চদশ SAARC শীর্ষ সন্মিলন ক’ত হৈছিল?
উঃ কলম্বো।
প্রঃ কোন বছৰত মালদ্বীপত বহুদলীয় ব্যৱস্থাৰ পৰিৱৰ্তন হৈছিল?
উঃ ২০০৫ চনত।
প্রঃ SAARC কোন বছৰত গঠিত হৈছিল?
উঃ ১৯৮৫ চনত।
প্রঃ শ্রীলংকা কোন চনত স্বাধীন হৈছিল?
উঃ ১৯৪৮ চনত।
প্ৰঃ ভাৰত আৰু পাকিস্তানে পাৰমাণবিক পৰীক্ষা কোন চনত কৰিছিল?
উঃ ১৯৯৮ চনত।
প্রঃ কোন চনত ভাৰতে শ্রীলংকালৈ শান্তি বাহিনী প্ৰেৰণ কৰিছিল?
উঃ ১৯৮৭ চনত।
প্রঃ বাংলাদেশ কোন চনত পাঞ্ছিতানৰ পৰা পৃথক হৈছিল?
উঃ ১৯৭১ চনত।
প্রঃ SAFTAৰ উদ্দেশ্য কি?
উঃ দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত মুক্ত বাণিজ্য অঞ্চল সৃষ্টি।
প্রঃ শ্রীলংকাৰ তামিল গোষ্ঠী কোন ঠাইত থাকে?
উঃ উত্তৰ আৰু পূর্ব অঞ্চলত।
প্রঃ LITEৰ পূৰ্ণ ৰূপ কি?
উঃ Liberation Tigers of Tamil Eelam |
প্রঃ Look East Policyৰ লক্ষ্য কি?
উঃ দক্ষিণ-পূৱ এছিয়াৰ দেশসমূহৰ সৈতে অর্থনৈতিক সম্পর্ক বৃদ্ধি।
প্রঃ নেপালত গণতন্ত্র কিদৰে স্থাপন হৈছিল?
উঃ ২০০৬ চনত ৰাষ্ট্ৰব্যাপী আন্দোলনৰ ফলত।
প্ৰঃ ছাৰ্কৰ পৰ্যেবেক্ষক দেশ দুটা কোন?
উঃ চীন আৰু জাপান।
প্ৰঃ ছাৰ্কৰ প্ৰথম শীর্ষ সন্মিলন ক’ত হৈছিল?
উঃ ঢাকা।
প্রঃ বাংলাদেশৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল?
উঃ শেখ মুজিবুৰ ৰহমান।
প্রঃ Look East Policy কোন চনত আৰম্ভহৈছিল?
উঃ ১৯৯১ চনত।
প্রঃ SAARC-ৰ সদস্য দেশ কিমান?
উঃ ৮ খন।
প্রঃ ভাৰতে ২০০১ চনত আগ্রা সন্মিলনত কি আলোচনা কৰিছিল?
উঃ কাশ্মীৰ সমস্যা, পাৰমাণৱিক অস্ত্ৰ আৰু সম্পর্ক।
প্রঃ দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত SAARCৰ ভূমিকা কি?
উঃ সহযোগ আৰু শান্তি স্থাপন।
প্রঃ শ্রীলংকাৰ ৰাষ্ট্ৰীয় সমস্যা কি?
উঃ তামিল আৰু সিংহলি গোষ্ঠীৰ সংঘাত।
প্রঃ নেপালৰ লগত ভাৰতৰ সম্পৰ্ক কিয় বিশেষ?
উঃ পাচপ’ৰ্ট আৰু ভিছা নোহোৱাকৈ যাতায়ত।
কি? প্রঃ বাংলাদেশৰ পৰা ভাৰতলৈ প্ৰব্ৰজনৰ সমস্যা
উঃ অসমত জনসংখ্যা বৃদ্ধি আৰু ৰাজনৈতিক অস্থিৰতা।
প্রঃ পাকিস্তানে কাশ্মীৰত কি ধৰণৰ ভূমিকা লৈছে?
উঃ সন্ত্রাসবাদীক মদত।
প্রঃ ১৯৯৮ চনত পাকিস্থানে পাৰমাণৱিক পৰীক্ষা ক’ত কৰিছিল?
উঃ ছাগাই পাহাৰত।
প্রঃ শ্রীলংকাৰ তামিল সমস্যা সমাধানৰ বাবে কোনে সহায় কৰিছিল?
উঃ ভাৰত।
প্ৰঃ ছাৰ্ক গঠনৰ উদ্দেশ্য কি আছিল?
উঃ আর্থ-সামাজিক উন্নতি আৰু সহযোগ।
প্রঃ ১৯৭১ চনত বাংলাদেশৰ মুক্তিযুদ্ধৰ মুখ্য কাৰণ কি আছিল?
উঃ ভাষা আৰু সাংস্কৃতিক অধিকাৰ।
প্রঃ Look East Policyৰ সফল দেশ কোন?
উঃ ইণ্ডোনেচিয়া, থাইলেণ্ড, মালয়েছিয়া।
হয়? প্ৰঃ ছাৰ্কৰ বৈঠকক প্রধানত কিদৰে বিবেচনা কৰা
উঃ দক্ষিণ এছিয়া অঞ্চলৰ শান্তি স্থাপন।
প্রঃ SAFTAৰ লাভ কি?
উঃ মুক্ত বাণিজ্যৰ সুবিধা।
প্রঃ বাংলাদেশত ছাৰ্কৰ কাৰ্যসূচী কি?
উঃ আন্তঃদেশীয় সহযোগ।
