Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Political Science MCQ Chapter 4 ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 4 ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Political Science MCQ Chapter 4 ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ

শাখা-ক সমসাময়িক বিশ্ব ৰাজনীতি (নম্বৰ ৫০)

অধ্যায়-৪

ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQs)

প্রঃ ইউৰোপীয় ইউনিয়নৰ মুদ্রা কি?
(ক) ডলাৰ
(খ) ইউৰো
(গ) পাউণ্ড
(ঘ) ইয়েন
উঃ (খ) ইউৰো
প্রঃ মার্শাল পৰিকল্পনা কোন বছৰত আৰম্ভহৈছিল?
(ক) ১৯৪৫
(খ) ১৯৪৮
(গ) ১৯৫০
(ঘ) ১৯৫৫
উঃ (খ) ১৯৪৮

প্রঃ ব্যাংকক ঘোষণা পত্ৰ কেতিয়া স্বাক্ষৰিত হৈছিল?
(ক) ১৯৬৫
(খ) ১৯৬৭
(গ) ১৯৭০
(ঘ) ১৯৭৫
উঃ (খ) ১৯৬৭
প্ৰঃ চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল?
(ক) চাং কাই শেক
(খ) দালাই লামা
(গ) মাও চে টুং
(ঘ) দেং শিয়াওপিং
উঃ (গ) মাও চে টুং
প্রঃ ‘খোলা দুৱাৰৰ নীতি’ চীনত কোন বছৰত আৰম্ভ হৈছিল?
(ক) ১৯৭৬
(খ) ১৯৭৮
(গ) ১৯৮০
(ঘ) ১৯৮২
উঃ (খ) ১৯৭৮
প্রঃ একক বজাৰ কোন বছৰত সৃষ্টি হৈছিল?
(ক) ১৯৯০
(খ) ১৯৯২
(গ) ১৯৯৩
(ঘ) ১৯৯৫
উঃ (গ) ১৯৯৩
প্ৰঃ ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীয়ে কোন বছৰত চীন ভ্ৰমণ কৰিছিল?
(ক) ১৯৮৫
(খ) ১৯৮৮
(গ) ১৯৯০
(ঘ) ১৯৯২
4-455 (12) 82
প্রঃ ইউৰোপীয় পৰিষদ কোন বছৰত স্থাপন হৈছিল?
(ক) ১৯৪৭
(খ) ১৯৪৯
(গ) ১৯৫০
(ঘ) ১৯৫৫
উঃ (খ) ১৯৪৯
প্রঃ চীন কেতিয়া বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল?
(ক) ১৯৯৮
(খ) ২০০০

(গ) ২০০১
(ঘ) ২০০৫
উঃ (গ) ২০০১
প্রঃ মেকমোহন লাইন কোন দুখন ৰাষ্ট্ৰক পৃথক কৰে?
(ক) ভাৰত আৰু বাংলাদেশ
(খ) ভাৰত আৰু চীন
(গ) ভাৰত আৰু মিয়ানমাৰ
(ঘ) চীন আৰু বাংলাদেশ
উঃ (খ) ভাৰত আৰু চীন
প্ৰঃ SEZ ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) Special Economic Zone
(খ) Special Export Zone
(গ) South Economic Zone
(ঘ) Small Economic Zone
উঃ (ক) Special Economic Zone
প্রঃ ASEAN কোন বছৰত গঠিত হৈছিল?
(ক) ১৯৬৫
(খ) ১৯৬৭
(গ) ১৯৭০
(ঘ) ১৯৭২
উঃ (খ) ১৯৬৭
প্রঃ ASEAN ৰ বৰ্তমান সদস্য সংখ্যা কিমান?
(ক) ৮
(খ) ৯
(গ) ১০
(ঘ) ১২
উঃ (গ) ১০
প্রঃ দালাই লামা ১৯৫০ চনত চীনৰ কি আছিল?
(ক) চৰকাৰী প্ৰধান
(খ) ধর্মীয় নেতা
(গ) সামৰিক নেতা
(ঘ) ৰাজনৈতিক নেতা
উঃ (খ) ধর্মীয় নেতা
প্ৰঃ ভাৰত আৰু চীনৰ মাজত যুদ্ধ কোন বছৰত হৈছিল?
(ক) ১৯৬০
(গ) ১৯৬৫
(খ) ১৯৬২
(ঘ) ১৯৭১
উঃ (খ) ১৯৬২

প্রঃ মিৰুখটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
(ক) ১৯৯০
(খ) ১৯৯১
(গ) ১৯৯২
(ঘ) ১৯৯৩
উঃ (গ) ১৯৯২
প্ৰঃ চাৰিটা আধুনিকীকৰণৰ উদ্দেশ্য কি?
(ক) আর্থিক উন্নয়ন
(খ) ৰাজনৈতিক উন্নয়ন
(গ) বিজ্ঞান, কৃষি, উদ্যোগ আৰু প্ৰতিৰক্ষা
(ঘ) বিদেশনীতি উন্নয়ন
উঃ (গ) বিজ্ঞান, কৃষি, উদ্যোগ আৰু প্ৰতিৰক্ষা
কি? প্ৰঃ চীনৰ নিবনুৱা সমস্যাৰ এক প্ৰধান কাৰণ
(ক) জনসংখ্যা বৃদ্ধি
(খ) উন্নত শিক্ষা
(গ) উচ্চ প্রযুক্তি
(ঘ) অধিক বিদেশী বিনিয়োগ
উঃ (ক) জনসংখ্যা বৃদ্ধি
প্ৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ইউৰোপীয় সদস্য ৰাষ্ট্ৰ কিহত হৈছে?
(ক) আমেৰিকা
(খ) ইংলেণ্ড আৰু ফ্রান্স
(গ) ফ্রান্স আৰু কানাডা
(ঘ) জার্মানী আৰু ব্রাজিল
উঃ (খ) ইংলেণ্ড আৰু ফ্রান্স
প্রঃ মার্শাল পৰিকল্পনা কোন বিষয়ৰ সৈতে জড়িত?
(ক) আমেৰিকাৰ সামৰিক সাহায্য
(খ) ইউৰোপৰ অৰ্থনৈতিক পুনৰজীৱন
(গ) এচিয়ানৰ গঠন
(ঘ) বাণিজ্য পৰিকল্পনা
উঃ (খ) ইউৰোপৰ অৰ্থনৈতিক পুনৰজীৱন
প্রঃ ‘ইউৰোপীয় সংঘই এটা ৰাষ্ট্ৰৰ ৰূপ লৈছে’-এই মন্তব্যৰ কাৰণ কি?
(ক) সংগঠনৰ পতাকা, সংগীত, মুদ্রা আছে

(খ) সংবিধান নাই
(গ) সদস্য ৰাষ্ট্ৰবোৰ একক ৰাষ্ট্ৰৰ দৰে চলে
(ঘ) সকলো
গ্ধগ্ধউঃগ্ধগ্ধ (ঘ) সকলো
প্রঃ কোন চনত ASEAN আঞ্চলিক মঞ্চ গঠন কৰা হৈছিল?
(ক) ১৯৯২
(খ) ১৯৯৪
(গ) ১৯৯৬
(ঘ) ১৯৯৮
উঃ (খ) ১৯৯৪
প্রঃ ভাৰত ASEAN ৰ সদস্য নে?
(ক) হয়
(খ) নহয়
(গ) আংশিকভাবে
(ঘ) পোনপটীয়াকৈ জড়িত
উঃ (খ) নহয়
প্রঃ মার্শাল পৰিকল্পনা কোন দেশৰ উদ্যোগ আছিল?
(ক) ইংলেণ্ড
(খ) চীন
(গ) আমেৰিকা যুক্তৰাষ্ট্ৰ
(ঘ) জার্মানী
উঃ (গ) আমেৰিকা যুক্তৰাষ্ট্ৰ
প্ৰঃ মেকমোহন লাইনৰ বিবাদৰ মূল ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ দ্বন্দ্ব কেতিয়া আৰম্ভ হৈছিল?
(ক) ১৯৪৫
(খ) ১৯৬২
(গ) ১৯৭১
(ঘ) ১৯৮৮
উঃ (খ) ১৯৬২
প্ৰঃ SEZ ৰ লক্ষ্য কি?
(ক) বিশেষ অর্থনৈতিক অঞ্চল
(খ) সামৰিক অঞ্চল
(গ) ৰাজনৈতিক খণ্ড
(ঘ) প্রশাসনিক প্রকল্প
উঃ (ক) বিশেষ অর্থনৈতিক অঞ্চল
প্রঃ এছিয়ান গঠনৰ প্ৰধান লক্ষ্য কি আছিল?

(ক) সামৰিক সহায়
(খ) অর্থনৈতিক সহযোগিতা
(গ) ৰাজনৈতিক দ্বন্দ্ব
(ঘ) মুদ্রা বিনিময়
উঃ (খ) অর্থনৈতিক সহযোগিতা
প্ৰঃ কোন বছৰত চীনৰ ‘খোলা দুৱাৰৰ নীতি’ ঘোষণা কৰা হয়?
(ক) ১৯৭৬
(খ) ১৯৭৮
(গ) ১৯৮০
(ঘ) ১৯৮৫
উঃ (খ) ১৯৭৮
প্রঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপীয় দেশসমূহৰ মুখ্য প্রত্যাহ্বান কি আছিল?
(ক) জনসংখ্যা বৃদ্ধি
(খ) অর্থনৈতিক সংকট
(গ) যুদ্ধ বেহাই
(ঘ) বাণিজ্যিক শক্তি বৃদ্ধি
উঃ (খ) অর্থনৈতিক সংকট
প্ৰঃ ভাৰত আৰু চীনৰ মাজত সর্তক সমর্থনৰ সমস্যাৰ এটা বিশেষ সময় কি?
(ক) ১৯৬৫
(খ) ১৯৬২
(গ) ১৯৭১
(ঘ) ১৯৮৮
উঃ (খ) ১৯৬২
প্ৰঃ ভাৰতৰ লগত FIA স্বাক্ষৰ কৰা এছিয়ান ৰাষ্ট্ৰ কোৱা দ্বিপাক্ষিক দেশবোৰ কি?
(ক) থাইলেণ্ড আৰু ইন্দোনেচিয়া
(খ) ইন্দোনেচিয়া আৰু ফিলিপাইনছ
(গ) থাইলেণ্ড আৰু চিঙ্গাপুৰ
(ঘ) মালয়েচিয়া আৰু থাইলেণ্ড
উঃ (গ) থাইলেণ্ড আৰু চিঙ্গাপুৰ
প্রঃ দালাই লামাক ভাৰতৰ আশ্রয় দিয়া কোন চনত বিবাদৰ সৃষ্টি কৰিছিল?
(ক) ১৯৫০
(খ) ১৯৫৫
(গ) ১৯৬০
(ঘ) ১৯৬২
উঃ (গ) ১৯৬০

প্রঃ চীনৰ নতুন অর্থনৈতিক নীতিয়ে কি উদ্দেশ্য সাধন কৰে?
(ক) কৃষি উন্নয়ন
(খ) বিদেশী বিনিয়োগ বৃদ্ধি
(গ) জনসংখ্যা হ্রাস
(ঘ) সামৰিক শক্তি বৃদ্ধি
উঃ (খ) বিদেশী বিনিয়োগ বৃদ্ধি
প্রঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কোন সমষ্টি বিশেষকৈ আর্থিক পুনৰ সংহতিৰ বাবে জড়িত আছিল?
(ক) এছিয়ান
(খ) ইউৰোপীয় সংঘ
(গ) ৰাষ্ট্ৰসংঘ
(ঘ) বিশ্ব বাণিজ্য সংগঠন
উঃ (খ) ইউৰোপীয় সংঘ
প্রঃ দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত চীন কি ধৰণৰ চৰকাৰী ব্যৱস্থা পালে?
(ক) পূর্ণ গণতান্ত্রিক
(খ) সাম্যবাদী
(গ) সামৰিক শাসন
(ঘ) পূৰ্ণ ৰাজতান্ত্রিক
উঃ (খ) সাম্যবাদী
প্ৰঃচীনৰ অৰ্থনৈতিক নিৰ্ভৰশীলতাৰ ক্ৰান্তিকাল কেতিয়া আৰম্ভ হৈছিল?
(ক) ১৯৭৫
(গ) ১৯৮০
উঃ (খ) ১৯৭৮
(খ) ১৯৭৮
(ঘ) ১৯৮৫
প্রঃ এছিয়ানৰ গঠন কোন বৰ্ণনাৰ বাবে কৰা হৈছিল?
(ক) ৰাজনৈতিক সম্পর্ক
(খ) সামৰিক সংঘাত
(গ) আর্থিক একতা আৰু সম্পর্ক
(ঘ) পৰিবেশৰ উন্নতি
উঃ (গ) আর্থিক একতা আৰু সম্পৰ্ক

প্রঃ মার্শাল পৰিকল্পনা কি উদ্দেশ্যৰ বাবে কৰা হৈছিল?
(ক) এছিয়ান দেশৰ লগত সহায়
(খ) ইউৰোপৰ অৰ্থনীতি পুনৰ স্থাপন
(গ) সামৰিক প্ৰচেষ্টা
(ঘ) বিজ্ঞানশিক্ষা বৃদ্ধি
উঃ (খ) ইউৰোপৰ অর্থনীতি পুনৰ স্থাপন
প্রঃ কোনে “মুক্ত দ্বাৰ” নীতিৰ মূল উদ্দেশ্য ঘোষণা কৰিছিল?
(ক) দালাই লামা
(খ) দেং শিয়াওপিং
(গ) মাও চে টুং
(ঘ) চাং কাই শেক
উঃ (খ) দেং শিয়াওপিং
প্রঃ চীন কোন বছৰত বিশ্ব বাণিজ্য সংস্থা
(WTO)ৰ অংশ হৈছিল?
(ক) ২০০০
(খ) ২০০১
(গ) ২০০২
(ঘ) ২০০৫
উঃ (খ) ২০০১
প্রঃ মার্শাল পৰিকল্পনা কোন বিষয়ৰ লগত জড়িত?
(ক) ইউৰোপৰ পুনৰ উন্নতি
(খ) সামৰিক প্রতিযোগিতা
(গ) বিজ্ঞান শিক্ষাৰ বিকাশ
(ঘ) ৰাজনৈতিক সংগঠন
উঃ (ক) ইউৰোপৰ পুনৰ উন্নতি
প্রঃ এছিয়ান গঠনৰ মূল উদাহৰণ কি?
(ক) ৰাজনৈতিক সহায়
(খ) অর্থনৈতিক সহযোগিতা
(গ) সামৰিক শক্তি
(ঘ) বিজ্ঞান আৰু প্রযুক্তি
উঃ (খ) অর্থনৈতিক সহযোগিতা
প্রঃ মেকমোহন লাইনৰ বিবাদ কোন কোন দুখন ৰাষ্ট্ৰৰ মাজত?
(ক) ভাৰত আৰু মিয়ানমাৰ
(খ) ভাৰত আৰু চীন

(গ) মিয়ানমাৰ আৰু বাংলাদেশ
(ঘ) ভাৰত আৰু বাংলাদেশ
উঃ (খ) ভাৰত আৰু চীন
প্ৰঃ ইউৰোপীয় সংঘৰ মূল অর্থনৈতিক লক্ষ্য কি?
(ক) পৰিৱেশ উন্নতি
(খ) একক বজাৰৰ সৃষ্টি
(গ) সামৰিক সহায়
(ঘ) ৰাজনৈতিক শক্তি বৃদ্ধি
উঃ (খ) একক বজাৰৰ সৃষ্টি
প্রঃ ১৯৬৭ চনত ব্যাংকক ঘোষণা পত্রত কিমান ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল?
(ক) ৩
(খ) ৪
(গ) ৫
(ঘ) ৬
উঃ (গ) ৫
প্ৰঃ চাৰিটা আধুনিকীকৰণৰ অন্তৰ্ভুক্ত ক্ষেত্ৰ কোনটো?
(ক) ৰাজনীতি
(খ) উদ্যোগ
(গ) সামৰিক আৰু শিক্ষা
(ঘ) প্রযুক্তি
উঃ (খ) উদ্যোগ
প্রঃ এচিয়ান আঞ্চলিক মঞ্চৰ মূল উদ্দেশ্য কি?
(ক) ৰাজনৈতিক দ্বন্দ্ব
(খ) অর্থনৈতিক পৰিৱৰ্তন
(গ) সম্পর্ক উন্নতি
(ঘ) সামৰিক সহায়
উঃ (গ) সম্পর্ক উন্নতি
প্রঃ চীনৰ নতুন অর্থনৈতিক নীতিৰ মূল উদ্দেশ্য কি আছিল?
(ক) আর্থিক অগ্রগতি আৰু প্রযুক্তি
(খ) সামৰিক শক্তি বৃদ্ধি
(গ) ৰাজনৈতিক সম্পর্ক
(ঘ) জনসংখ্যা হ্রাস
উঃ (ক) আর্থিক অগ্রগতি আৰু প্ৰযুক্তি প্রঃ দালাই লামাৰ চিন্তাধাৰা কোন দেশৰ পৰা উদ্ভুত?
(ক) ভাৰত
(খ) চীন
(গ) তিবৃত
(ঘ) নেপাল
উঃ (গ) তিবৃত
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ইউৰোপীয় ইউনিয়নৰ মুদ্রা কি?
উঃ ইউৰোপীয় ইউনিয়নৰ মুদ্রা ইউৰো।
প্রঃ মার্শাল পৰিকল্পনা কি?
উঃ আমেৰিকাই ইউৰোপৰ অৰ্থনীতিৰ পুনৰ উত্থানৰ বাবে দিয়া সাহাৰ্যৰ পৰিকল্পনাক মার্শাল পৰিকল্পনা বুলি কোৱা হয়।
প্রঃ ব্যাংকক ঘোষণা পত্ৰ কেতিয়া স্বাক্ষৰিত হৈছিল?
উঃ ১৯৬৭ চনত ব্যাংকক ঘোষণা পত্র স্বাক্ষৰিত হৈছিল।
প্রঃ চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা কোন আছিল?
উঃ চীনৰ কমিউনিষ্ট বিপ্লৱৰ নেতা মাও চে টুং আছিল।
প্রঃ ‘খোলা দুৱাৰৰ নীতি’ কোন বছৰত ঘোষণা কৰা হৈছিল?
উঃ চীনৰ খোলা দুৱাৰৰ নীতি ১৯৭৮ চনত ঘোষণা কৰা হৈছিল।
প্রঃ একক বজাৰ কোন বছৰত সৃষ্টি হৈছিল?
উঃ একক বজাৰ সৃষ্টি ১৯৯৩ চনত হৈছিল।
প্রঃ ৰাজীৱ গান্ধীয়ে কোন বছৰত চীন ভ্রমণ কৰিছিল?
উঃ ৰাজীৱ গান্ধীয়ে ১৯৮৮ চনত চীন ভ্রমণ কৰিছিল।
প্রঃ ইউৰোপীয় পৰিষদ কোন বছৰত স্থাপন হৈছিল?
উঃ ইউৰোপীয় পৰিষদ ১৯৪৯ চনত স্থাপন হৈছিল।
প্রঃ চীন কোন বছৰত বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল?
উঃ চীন ২০০১ চনত বিশ্ব বাণিজ্য সংগঠনৰ সদস্য হৈছিল।
প্রঃ মেকমোহন লাইন কোন দুখন ৰাষ্ট্ৰক পৃথক কৰে?
উঃ মেকমোহন লাইন ভাৰত আৰু চীনক পৃথক কৰে।
প্ৰঃ SEZ ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ SEZৰ সম্পূৰ্ণ ৰূপ Special Economic Zone |
প্রঃ ASEAN কোন বছৰত গঠিত হৈছিল?
উঃ ASEAN ১৯৬৭ চনত গঠিত হৈছিল।
প্রঃ ASEAN ৰ বৰ্তমান সদস্য সংখ্যা কিমান?
উঃ ASEAN ৰ বৰ্তমান সদস্য সংখ্যা ১০।
প্রঃ দালাই লামা কোন আছিল?
উঃ দালাই লামা চীনৰ ৰাজনৈতিক আৰু ধর্মীয় নেতা আছিল।
প্ৰঃ ভাৰত আৰু চীনৰ মাজত যুদ্ধ কোন বছৰত হৈছিল?
উঃ ভাৰত আৰু চীনৰ মাজত যুদ্ধ ১৯৬২ চনত হৈছিল।
প্রঃ মিৰুখটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
উঃ মিৰুখটৰ সন্ধি ১৯৯২ চনত স্বাক্ষৰিত হৈছিল।
প্ৰঃ চাৰিটা আধুনিকীকৰণৰ অন্তৰ্ভুক্ত ক্ষেত্ৰ কি?
উঃ বিজ্ঞান, উদ্যোগ, কৃষি আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা চাৰিটা আধুনিকীকৰণৰ ক্ষেত্ৰ।
কি? প্রঃ চীনৰ নিবনুৱা সমস্যাৰ এক প্ৰধান কাৰণ
উঃ জনসংখ্যা বৃদ্ধি চীনৰ নিবনুৱা সমস্যাৰ এক প্রধান কাৰণ।
প্ৰঃ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ইউৰোপীয় সদস্য ৰাষ্ট্ৰ কেইবা?
উঃ ইউৰোপীয় সদস্য ৰাষ্ট্ৰ দুটা হ’ল বৃটেইন আৰু ফ্রান্স।
প্রঃ মার্শাল পৰিকল্পনা কোন দেশৰ উদ্যোগ আছিল?
উঃ মার্শাল পৰিকল্পনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগ আছিল।
প্রঃ মেকমোহন লাইনৰ বিবাদৰ মূল ৰাষ্ট্ৰ কোনটো?
উঃ মেকমোহন লাইনৰ বিবাদৰ মূল ৰাষ্ট্ৰ হ’ল চীন।
প্রঃ এছিয়ানৰ গঠন কোন চনত হৈছিল?
উঃ এছিয়ানৰ গঠন ১৯৬৭ চনত হৈছিল।
প্রঃ এছিয়ানৰ মঞ্চ কোন চনত গঠন কৰা হৈছিল?
উঃ এছিয়ান মঞ্চ ১৯৯৪ চনত গঠন কৰা হৈছিল।
প্ৰঃ ভাৰতৰ লগত FTA চুক্তি কৰা এছিয়ান ৰাষ্ট্ৰসমূহ কি?
উঃ ভাৰতৰ লগত চুক্তি কৰা ৰাষ্ট্ৰসমূহ হ’ল থাইলেণ্ড আৰু চিঙ্গাপুৰ।
প্রঃ দালাই লামাক ভাৰতৰ আশ্রয় দিয়া কেতিয়া হৈছিল?
উঃ দালাই লামাক ১৯৫৯ চনত ভাৰতত আশ্রয় দিয়া হৈছিল।
প্রঃ চীনৰ নতুন অর্থনৈতিক নীতিৰ মূল লক্ষ্য কি আছিল?
উঃ বিদেশী বিনিয়োগ বৃদ্ধি চীনৰ নতুন অর্থনৈতিক নীতিৰ মূল লক্ষ্য আছিল।
প্রঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত উদ্ভৱ হোৱা মুখ্য সমস্যাবোৰ কি আছিল?
উঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ অৰ্থনীতিৰ সংকট মুখ্য সমস্যা আছিল।
প্রঃ মার্শাল পৰিকল্পনা কি বিষয়ৰ লগত জড়িত?
উঃ মার্শাল পৰিকল্পনা ইউৰোপৰ অৰ্থনৈতিক পুনৰজীৱনৰ লগত জড়িত।
প্রঃ মেকমোহন লাইনৰ দ্বন্দ্ব কোন দেশৰ মাজত?
উঃ মেকমোহন লাইনৰ দ্বন্দ্ব ভাৰত আৰু চীনৰ মাজত।
প্রঃ ইউৰোপীয় সংঘৰ মুদ্রা কি?
উঃ ইউৰোপীয় সংঘৰ মুদ্রা ইউৰো।
প্রঃ এচিয়ানৰ পূৰ্বৰ সদস্য ৰাষ্ট্ৰ কেইখন?
উঃ ইন্দোনেচিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ড।
প্রঃ মার্শাল পৰিকল্পনাৰ সময়ত কোন কেইবছৰ ধৰি সাহাৰ্য দিয়া হৈছিল?
উঃ মার্শাল পৰিকল্পনাৰ সময়ত ১৯৪৮ চনৰ পৰা ১৯৫১ চনৰ ভিতৰত সাহাৰ্য দিয়া হৈছিল।
প্ৰঃ চীনৰ নতুন অর্থনৈতিক নীতিয়ে কিদৰে বিদেশী ধন আহৰণ কৰে?
উঃ বিদেশী উদ্যোগ স্থাপন কৰি আৰু বিনিয়োগৰ বাবে অনুমতি প্রদান কৰি।
প্রঃ এছিয়ান কোন অঞ্চলৰ সংগঠন?
উঃ এছিয়ান দক্ষিণ-পূব এচিয়াৰ দেশসমূহৰ সংগঠন।
প্রঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কোন দেশ বাণিজ্যিক শক্তি হিচাপে ওলাই আহে?
উঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত আমেৰিকা বাণিজ্যিক শক্তি হিচাপে ওলাই আহে।
প্রঃ মার্শাল পৰিকল্পনা কোন দেশৰ উদ্যোগ আছিল?
উঃ মার্শাল পৰিকল্পনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ উদ্যোগ আছিল।
প্রঃ একক বজাৰ সৃষ্টি কোন বছৰত হৈছিল?
উঃ একক বজাৰ সৃষ্টি ১৯৯৩ চনত হৈছিল।
প্রঃ দালাই লামা কোন অঞ্চলৰ নেতা আছিল?
উঃ দালাই লামা তিবৃতৰ নেতা আছিল।
প্রঃ চীন কোন বছৰত বিশ্ব বাণিজ্য সংস্থাৰ সদস্য হৈছিল?
উঃ চীন ২০০১ চনত বিশ্ব বাণিজ্য সংস্থাৰ সদস্য হৈছিল।
প্রঃ খোলা দুৱাৰ নীতিৰ উদ্দেশ্য কি আছিল?
উঃ চীনত বিদেশী বিনিয়োগ আকর্ষণ আৰু উৎপাদনশীলতা বৃদ্ধি।
প্রঃ মেকমোহন লাইন কোন দুখন দেশক পৃথক কৰে?
উঃ মেকমোহন লাইন ভাৰত আৰু চীনক পৃথক কৰে।
প্রঃ এছিয়ান গঠন কৰাৰ সময়ত প্রাথমিক সদস্য সংখ্যা কিমান আছিল?
উঃ এছিয়ান গঠন কৰাৰ সময়ত প্রাথমিক সদস্য সংখ্যা ৫ আছিল।
প্রঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ অৰ্থনীতিৰ কি অৱস্থা হৈছিল?
উঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ অৰ্থনীতি ৰুগ্ন হৈছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment