আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Political Science MCQ Chapter 3 আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য
শাখা-ক সমসাময়িক বিশ্ব ৰাজনীতি (নম্বৰ ৫০)
অধ্যায়-৩
আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত যুক্তৰাষ্ট্ৰৰ আধিপত্য
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQs)
প্রঃ এক মেৰু ব্যৱস্থা বুলিলে কি বুজা?
(ক) বিশ্ব বাণিজ্য
(খ) পৃথিৱীৰ মাত্ৰ এটা কেন্দ্রীয় শক্তি
(গ) ক’ম্পিউটাৰ নেটৱৰ্ক
(ঘ) আন্তর্জাতিক সহযোগিতা
উঃ (খ) পৃথিৱীৰ মাত্র এটা কেন্দ্রীয় শক্তি
প্রঃ ১১’ বুলিলে কি বুজা?
(ক) ১১ চেপ্তেম্বৰত হোৱা বিমান আক্রমণ
(খ) নিউক্লিয়াৰ যুদ্ধ
(গ) আন্তঃৰাষ্ট্ৰীয় শান্তি চুক্তি
(ঘ) বাণিজ্যিক বিপর্যয়
উঃ (ক) ১১ চেপ্তেম্বৰত হোৱা বিমান আক্রমণ
প্রঃ অপাৰেচন ডেজার্ট স্ট্রম কি উদ্দেশ্যে চলোৱা হৈছিল?
(ক) সন্ত্রাসবাদৰ বিৰুদ্ধে
(খ) কুৱেটক ইৰাকৰ কবলৰ পৰা মুক্ত কৰিবলৈ
(গ) চীনৰ সামৰিক শক্তি কমাবলৈ
(ঘ) বিশ্ব বাণিজ্য সহজ কৰিবলৈ
উঃ (খ) কুৱেটক ইৰাকৰ কবলৰ পৰা মুক্ত কৰিবলৈ
প্রঃ গোলকীয় গাঁও বুলিলে কি বুজায়?
(ক) এটা নতুন দেশ
(খ) বিশ্বৰ সংকোচিত ৰূপ
(গ) এটা নতুন প্রযুক্তি
(ঘ) মহাকাশ সংযোগ
উঃ (খ) বিশ্বৰ সংকোচিত ৰূপ
প্রঃ নমনীয় শক্তি মানে কি?
(ক) সামৰিক শক্তি
(খ) চিন্তাধাৰাৰ প্ৰভাৱ বিস্তাৰৰ শক্তি
(গ) অর্থনৈতিক সংকট
(ঘ) যুদ্ধৰ সময়ত সহযোগিতা
উঃ (খ) চিন্তাধাৰাৰ প্ৰভাৱ বিস্তাৰৰ শক্তি
প্রঃ NATO ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) North Atlantic Treaty Organisation
(খ) National Atlantic Treaty Organisation
(গ) North Asian Treaty Organisation
(ঘ) National Aeronautics Treaty Organisation
উঃ (ক) North Atlantic Treaty Organisation
প্রঃ অপাৰেচন এনডিউৰিং ফ্রিডম কেনেকৈ জড়িত?
(ক) আফগানিস্তানৰ তালিবান আৰু অল-কাইদাৰ বিৰুদ্ধে
(খ) চীন আৰু ভাৰতৰ সমঝোতাৰ বাবে
(গ) ইৰাকৰ স্বাধীনতাৰ বাবে
(ঘ) বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে
উঃ (ক) আফগানিস্তানৰ তালিবান আৰু অল-কাইদাৰ বিৰুদ্ধে
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ আৰম্ভণি কেতিয়া হৈছিল?
(ক) ১৯৭৫
(খ) ১৯৯১
(গ) ২০০১
(ঘ) ১৯৮০
উঃ (খ) ১৯৯১
প্রঃ ‘অল-কাইদা’ কি?
(ক) এজন ব্যক্তি
(খ) সন্ত্রাসবাদী সংগঠন
(গ) সামৰিক মহড়া
(ঘ) এটা দেশ
উঃ (খ) সন্ত্রাসবাদী সংগঠন
প্রঃ ‘সহজ শক্তি হিচাপে আধিপত্য’ কি বুজায়?
(ক) সাংস্কৃতিক, আদর্শগত আৰু জীৱন শৈলীৰ দ্বাৰা প্ৰভাৱ বিস্তাৰ
(খ) সামৰিক শক্তিৰ দ্বাৰা
(গ) নতুন প্রযুক্তিৰ ব্যৱহাৰ
(ঘ) তেল উৎপাদনৰ প্ৰভাৱ
উঃ (ক) সাংস্কৃতিক, আদর্শগত আৰু জীৱন শৈলীৰ দ্বাৰা প্ৰভাৱ বিস্তাৰ
প্রঃ অপাৰেচন ইনফিনিট ৰিচ কেনেকৈ জড়িত?
(ক) আফগানিস্তান আৰু চুডানত সন্ত্রাসবাদী ঘাঁটিৰ ওপৰত আক্ৰমণ
(খ) পাকিস্তানৰ সৈতে শান্তি স্থাপন
(গ) ভাৰতৰ সহযোগিতাৰ বাবে
(ঘ) ইজিপ্তৰ সামৰিক শক্তি বৃদ্ধি
উঃ (ক) আফগানিস্তান আৰু চুডানত সন্ত্রাসবাদী ঘাঁটিৰ ওপৰত আক্ৰমণ
প্রঃ গৱান্টানামো কিবা?
(ক) এক গণতান্ত্রিক দেশ
(খ) কিউবাৰ এখন নৌঘাটি
(গ) এটা প্রযুক্তি প্রতিষ্ঠান
(ঘ) এটা সন্ত্রাসবাদী সংগঠন
উঃ (খ) কিউবাৰ এখন নৌঘাটি
প্রঃ মার্কিন যুক্তৰাষ্ট্রে কিয় ইৰাক আক্ৰমণ কৰিছিল?
(ক) বাণিজ্যিক সংযোগ স্থাপনৰ বাবে
(খ) ইৰাকৰ তৈল ক্ষেত্ৰসমূহ দখল কৰিবলৈ
(গ) নর্থ কোৰিয়াৰ ওপৰত প্ৰভাৱ বিস্তাৰৰ বাবে
(ঘ) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ বাবে
উঃ (খ) ইৰাকৰ তৈল ক্ষেত্ৰসমূহ দখল কৰিবলৈ
প্রঃ ১৮৮১ চনত মার্কিন যুক্তৰাষ্ট্ৰত স্থাপিত প্ৰথমখন বাণিজ্যিক স্কুলৰ নাম কি?
(ক) কেমব্রিজ স্কুল
(খ) হার্ভার্ড স্কুল
(গ) হার্টন স্কুল
(ঘ) প্রিন্সটন স্কুল
উঃ (গ) হার্টন স্কুল
প্রঃ Purchasing Power Parity (PPP) বুজায় –
(ক) মুদ্রা ক্রয়-বিক্রয়ৰ অনুপাত
(খ) সামৰিক শক্তি
(গ) উৎপাদন বৃদ্ধি
(ঘ) সংস্কৃতিৰ বিস্তাৰ
উঃ (ক) মুদ্রা ক্রয়-বিক্রয়ৰ অনুপাত
প্রঃ বিশ্ব আধিপত্যৰ মূল শিপা ক’ত আছিল?
(ক) প্রাচীন ৰোমত
(খ) প্রাচীন গ্রীচত
(গ) ভাৰতবৰ্ষত
(ঘ) মার্কিন যুক্তৰাষ্ট্ৰত
উঃ (খ) প্রাচীন গ্রীচত
প্রঃ মার্কিন আধিপত্যৰ এটা উদাহৰণ দিয়া।
(ক) চিলিকন ভেলি
(খ) ইণ্টাৰনেটৰ বুৰঞ্জী
(গ) মুক্ত অর্থনীতি
(ঘ) মার্চেন্ট বেংক
উঃ (গ) মুক্ত অর্থনীতি
প্রঃ ১১’ আক্রমণত কিমান লোকৰ মৃত্যু হৈছিল?
(ক) ২০০০ জন
(খ) ৩০০০ জন
(গ) ৪০০০ জন
(ঘ) ১০০০ জন
উঃ (খ) ৩০০০ জন
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জর্জ এইচ ডবি. উ বুশ্ব কোন সময়ত উপসাগৰীয় যুদ্ধত জড়িত আছিল?
(ক) প্রথম উপসাগৰীয় যুদ্ধত
(খ) দ্বিতীয় উপসাগৰীয় যুদ্ধত
(গ) ২০০১ চনৰ যুদ্ধত
(ঘ) কিউবাৰ যুদ্ধত
উঃ (ক) প্রথম উপসাগৰীয় যুদ্ধত
প্রঃ কঠিন শক্তি মানে কি?
(ক) সংস্কৃতিৰ দ্বাৰা আধিপত্য বিস্তাৰ
(খ) সামৰিক শক্তি আৰু অস্ত্রশস্ত্ৰৰ দ্বাৰা প্ৰভাৱ বিস্তাৰ
(গ) বাণিজ্যিক কৌশল
(ঘ) গণতন্ত্ৰৰ বিস্তাৰ
উঃ (খ) সামৰিক শক্তি আৰু অস্ত্রশস্ত্ৰৰ দ্বাৰা প্রভাৱ বিস্তাৰ
প্রঃ গঠনমূলক শক্তি হিচাপে যোগাযোগৰ এক উদাহৰণ কি?
(ক) সামৰিক আক্ৰমণ
(খ) সাগৰীয় পথ
(গ) মুদ্রা বিনিময়
(ঘ) শ্রমিক বিনিময়
উঃ (খ) সাগৰীয় পথ
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ গণমাধ্যমৰ এক প্রধান শক্তি কি?
(ক) দেশৰ ভিতৰত জনমত গঠন কৰা
(খ) সামৰিক অভিযানৰ নেতৃত্ব লোৱা
(গ) বিশ্ব বাণিজ্যৰ নিয়ন্ত্রণ
(ঘ) তৈল উৎপাদন বৃদ্ধি কৰা
উঃ (ক) দেশৰ ভিতৰত জনমত গঠন কৰা
প্রঃ ‘অল-কাইদা’ৰ নেতা ওচামা-বিন-লাডেনক কেতিয়া হত্যা কৰা হৈছিল?
(ক) ২০০৯ চনত
(খ) ২০১১ চনত
(গ) ২০০৫ চনত
(ঘ) ২০০১ চনত
উঃ (খ) ২০১১ চনত
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ বিৰোধৰ এটা কাৰণ কি?
(ক) ভাৰতৰ গোটনৈতিক নিৰপেক্ষ নীতি
(খ) ভাৰতৰ বাণিজ্য নীতি
(গ) ইন্টাৰনেটৰ প্ৰসাৰ
(ঘ) চীনৰ সৈতে সম্পর্ক
উঃ (ক) ভাৰতৰ গোটনৈতিক নিৰপেক্ষ নীতি
প্ৰঃ ভাৰতৰ মুঠ ছফটৱেৰ ৰপ্তানিৰ কিমান শতাংশ আমেৰিকাই গ্রহণ কৰে?
(ক) ৫০%
(খ) ৬৫%
(গ) ৭৫%
(ঘ) ৮০%
উঃ (খ) ৬৫%
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰত প্রথম MBA পাঠ্যক্রম কেতিয়া আৰম্ভ কৰা হৈছিল?
(ক) ১৮৮১ চনত
(খ) ১৯০৮ চনত
(গ) ১৯৫০ চনত
(ঘ) ২০০০ চনত
উঃ (গ) ১৯৫০ চনত
প্রঃ শীতল যুদ্ধৰ সময়ত “বুগু জিনচ” কিয় জনপ্রিয় আছিল?
(ক) আমেৰিকাৰ গুণগত সামগ্রী
(খ) ৰাজনৈতিক প্রভাৱ বিস্তাৰ
(গ) বাণিজ্যিক বিপ্লৱ
(ঘ) নৰম শক্তিৰ প্ৰভার
উঃ (ঘ) নৰম শক্তিৰ প্ৰভাৱ
প্রঃ অপাৰেচন ইনফিনিট বিচ কেনেকৈ সংঘটিত হৈছিল?
(ক) ইজিপ্তৰ ওপৰত আক্ৰমণ
(খ) সন্ত্রাসবাদীৰ ঘাঁটিৰ ওপৰত মিছাইল আক্রমণ
(গ) সামৰিক গৱেষণাৰ উদ্দেশ্যে
(ঘ) নতুন মুদ্ৰা প্ৰসাৰ
উঃ (খ) সন্ত্রাসবাদীৰ ঘাঁটিৰ ওপৰত মিছাইল আক্রমণ
কি? প্রঃ গোলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ
(ক) ইন্টাৰনেট
(খ) সামৰিক শক্তি
(গ) তৈল
(ঘ) ন্যায্য বিচাৰ
উঃ (ক) ইন্টাৰনেট
প্রঃ ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ লগে লগে আমেৰিকাই কি শক্তি লাভ কৰিছিল?
(ক) বাণিজ্যিক শক্তি
(খ) এককেন্দ্রিক আধিপত্য
(গ) সামৰিক শক্তি
(ঘ) বিজ্ঞানৰ নেতৃত্ব
উঃ (খ) এককেন্দ্রিক আধিপত্য
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ শক্তি প্রয়োগৰ বাধা হিচাপে NATO কেনেকৈ কাম কৰে?
(ক) মার্কিন নীতি সমর্থন কৰে
(খ) মার্কিন অভিযানৰ ওপৰত সীমা আৰোপ
কৰে
(গ) সন্ত্রাসবাদীৰ ঘাঁটিবোৰ নিৰ্ণয় কৰে
(ঘ) নতুন চুক্তি সম্পাদন কৰে
উঃ (খ) মার্কিন অভিযানৰ ওপৰত সীমা আৰোপ কৰে
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ এক মেৰু ব্যৱস্থা বুলিলে কি বুজা?
উঃ পৃথিৱীৰ মাত্ৰ এটা কেন্দ্রীয় শক্তি থকা ব্যৱস্থাক এক মেৰু ব্যৱস্থা বোলা হয়।
প্রঃ নমনীয় শক্তি কি?
উঃ চিন্তাধাৰা আৰু আদৰ্শৰ প্ৰভাৱ বিস্তাৰৰ শক্তিক নমনীয় শক্তি বোলা হয়।
প্রঃ কঠিন শক্তি কি?
উঃ সামৰিক শক্তি আৰু অস্ত্ৰৰ দ্বাৰা প্ৰভাৱ বিস্তাৰক কঠিন শক্তি বোলা হয়।
প্রঃ ‘গোলকীয় গাঁও’ বুলিলে কি বুজায়?
উঃ তথ্য-প্রযুক্তি আৰু সংযোগ ব্যৱস্থাৰ দ্বাৰা সংকোচিত হোৱা বিশ্বখনক ‘গোলকীয় গাঁও’ বোলা হয়।
প্রঃ অপাৰেচন ডেজার্ট ষ্ট্ৰমৰ উদ্দেশ্য কি আছিল?
উঃ কুৱেটক ইৰাকৰ কবলৰ পৰা মুক্ত কৰাৰ উদ্দেশ্যই অপাৰেচন ডেজার্ট স্ট্রম চলোৱা হৈছিল।
প্রঃ ১১’ কি বুজায়?
উঃ ১১ চেপ্তেম্বৰত আমেৰিকাত সন্ত্রাসবাদীৰ বিমান আক্রমণক ‘৯। ১১’ বোলা হয়।
প্রঃ ১১’ আক্রমণত কিমান লোকৰ মৃত্যু হৈছিল?
উঃ এই আক্রমণত ৩,০০০ জন লোকৰ মৃত্যু হৈছিল।
প্রঃ ‘অল-কাইদা’ কি?
উঃ অল-কাইদা হৈছে এজন সন্ত্রাসবাদী সংগঠন।
প্রঃ অপাৰেচন এনডিউৰিং ফ্রিডম কেতিয়া আৰম্ভ হৈছিল?
উঃ ২০০১ চনত অপাৰেচন এনডিউৰিং ফ্রিডম আৰম্ভ হৈছিল।
প্রঃ NATO ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ NATO ৰ সম্পূৰ্ণ ৰূপ হৈছে North Atlantic Treaty Organisation |
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্যৰ আৰম্ভণি কেতিয়া হৈছিল?
উঃ ১৯৯১ চনত মার্কিন যুক্তৰাষ্ট্ৰৰ আধিপত্য আৰম্ভ হৈছিল।
প্রঃ গৱান্টানামো কিবা?
উঃ গৱান্টানামো হৈছে কিউবাৰ এখন নৌঘাটি।
প্রঃ গোলকীয় ৰাজহুৱা পণ্যৰ উদাহৰণ কি?
উঃ ইন্টাৰনেট হৈছে গোলকীয় ৰাজহুৱা পণ্যৰ এটা উদাহৰণ।
প্রঃ মার্কিন যুক্তৰাষ্ট্রে ইৰাক আক্ৰমণৰ প্ৰধান উদ্দেশ্য কি আছিল?
উঃ ইৰাকৰ তৈল ক্ষেত্ৰসমূহ দখল কৰা আছিল মূল উদ্দেশ্য।
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰত প্ৰথম MBA পাঠ্যক্রম কেতিয়া আৰম্ভ হৈছিল?
উঃ মার্কিন যুক্তৰাষ্ট্ৰত প্ৰথম MBA পাঠ্যক্রম ১৯৫০ চনত আৰম্ভ হৈছিল।
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰত প্রথম বাণিজ্যিক স্কুলৰ নাম কি?
উঃ প্রথম বাণিজ্যিক স্কুলৰ নাম হার্টন স্কুল।
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ গণমাধ্যমৰ ভূমিকা কি?
উঃ গণমাধ্যমে জনমত গঠনৰ সৈতে আভ্যন্তৰীণ নীতি প্রভাৱিত কৰে।
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰ আৰু ভাৰতৰ মাজৰ এটা সহযোগিতাৰ বিষয় কি?
উঃ ভাৰতৰ ছফটৱেৰ ৰপ্তানিৰ ৬৫% মার্কিন যুক্তৰাষ্ট্ৰই গ্ৰহণ কৰে।
কি? প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ শক্তি প্রয়োগৰ এটা বাধা
উঃ NATO মার্কিন যুক্তৰাষ্ট্ৰৰ শক্তি প্ৰয়োগৰ এটা বাধা।
প্রঃ ‘সহজ শক্তি’ বুলিলে কি বুজায়?
উঃ সাংস্কৃতিক আৰু আদর্শগত প্রভাৱ বিস্তাৰক সহজ শক্তি বোলা হয়।
প্রঃ শীতল যুদ্ধত মার্কিন যুক্তৰাষ্ট্ৰৰ সাংস্কৃতিক প্ৰভাৱৰ উদাহৰণ কি?
উঃ শীতল যুদ্ধৰ সময়ত বুগু জিনচ জনপ্রিয় হোৱা এজন উদাহৰণ।
প্রঃ গঠনমূলক শক্তি হিচাপে এক উদাহৰণ কি?
উঃ সাগৰীয় পথ গঠনমূলক শক্তিৰ এটা উদাহৰণ।
প্রঃ অপাৰেচন ইনফিনিট বিচ কি আছিল?
উঃ সন্ত্রাসবাদীৰ ঘাঁটিৰ ওপৰত মিছাইল আক্ৰমণ অপাৰেচন ইনফিনিট বিচ আছিল।
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ সামৰিক আধিপত্যৰ উদাহৰণ কি?
উঃ চেইন বোমাৰ ব্যৱহাৰ মার্কিন যুক্তৰাষ্ট্ৰৰ সামৰিক আধিপত্যৰ উদাহৰণ।
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ শক্তি প্ৰয়োগৰ সংবিধানৰ বাধা কি?
উঃ সংবিধানৰ মতে আইন বিভাগে কাৰ্যপালিকাৰ সিদ্ধান্ত বাধা দিব পাৰে।
প্রঃ অপাৰেচন ডেজার্ট ষ্ট্ৰমৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল?
উঃ জর্জ এইচ ডবি.উ বুশ্ব সেই সময়ত ৰাষ্ট্ৰপতি আছিল।
প্রঃ Purchasing Power Parity (PPP) বুজায় কি?
উঃ মুদ্ৰাৰ ক্ৰয় ক্ষমতাৰ অনুপাতক Purchasing Power Parity (PPP) বোলা হয়।
প্রঃ সন্ত্রাসবাদৰ বিৰুদ্ধে মার্কিন যুক্তৰাষ্ট্ৰৰ যুদ্ধৰ উদাহৰণ কি?
উঃ অপাৰেচন এনডিউৰিং ফ্রিডম সন্ত্রাসবাদৰ বিৰুদ্ধে যুদ্ধৰ উদাহৰণ।
প্ৰঃ মার্কিন যুক্তৰাষ্ট্ৰৰ চৰকাৰৰ তিনিটা বিভাগ কি কি?
উঃ কার্যপালিকা, আইন বিভাগ আৰু ন্যায়পালিকা মার্কিন চৰকাৰৰ বিভাগ।
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ শক্তিৰ অভ্যন্তৰীণ সমস্যাৰ এটা উদাহৰণ কি?
উঃ মার্কিন গণমাধ্যমৰ দ্বাৰা জনমত গঠন শক্তিৰ অভ্যন্তৰীণ সমস্যা।
প্রঃ মার্কিন যুক্তৰাষ্ট্রে ইৰাক কেতিয়া আক্রমণ কৰিছিল?
উঃ মার্চ ২০০৩ চনত মার্কিন যুক্তৰাষ্ট্রে ইৰাক আক্ৰমণ কৰিছিল।
প্রঃ ‘অল-কাইদা’ৰ নেতা ওচামা-বিন-লাডেনক কেতিয়া হত্যা কৰা হৈছিল?
উঃ ২০১১ চনৰ ২ মেত ওচামা-বিন-লাডেনক হত্যা কৰা হৈছিল।
প্রঃ গোলকীয় গাঁওৰ প্ৰধান কাৰণ কি?
উঃ তথ্য প্রযুক্তি আৰু সংযোগ ব্যৱস্থাই গোলকীয় গাঁৱঁৰ সৃষ্টি কৰিছে।
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ সৰ্ববৃহৎ আধিপত্য কি?
উঃ মার্কিন যুক্তৰাষ্ট্ৰৰ এককেন্দ্রিক শক্তি আধিপত্য।
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ সামৰিক অভিযানে বিশ্ব ৰাজনীতিত কেনেকৈ ভূমিকা লয়?
উঃ মার্কিন যুক্তৰাষ্ট্ৰৰ সামৰিক অভিযানে ইণ্টাৰনেচনেল কৌশলগত শক্তি প্রয়োগ কৰে।
প্রঃ সন্ত্রাসবাদৰ বিৰুদ্ধে মার্কিন অভিযানৰ এটা উদ্দেশ্য কি?
উঃ সন্ত্রাসবাদীৰ ঘাঁটি ধ্বংস কৰা উদ্দেশ্য আছিল।
প্রঃ গোলকীয় বাণিজ্যৰ এটা উদাহৰণ কি?
উঃ আন্তঃৰাষ্ট্ৰীয় মুক্ত অর্থনীতি গোলকীয় বাণিজ্যৰ উদাহৰণ।
প্রঃ মার্কিন যুক্তৰাষ্ট্রে আফগানিস্তানত কিয় আক্ৰমণ কৰিছিল?
উঃ সন্ত্রাসবাদৰ প্রতিহত কৰিবলৈ মার্কিন যুক্তৰাষ্ট্রে আক্ৰমণ কৰিছিল।
প্রঃ সাগৰীয় পথৰ প্ৰধান ভূমিকা কি?
উঃ ই বিশ্ব বাণিজ্য সহজ কৰে।
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ গণমাধ্যমৰ শক্তি কি?
উঃ ই দেশৰ নীতি-নিয়ন্ত্রণত ভূমিকা লয়।
প্রঃ অপাৰেচন ডেজার্ট ষ্ট্ৰমৰ সময়ত কিমান সৈনিক আছিল?
উঃ ৬৬০,০০০ সৈনিক অপাৰেচন ডেজার্ট ষ্ট্ৰমত অংশগ্ৰহণ কৰিছিল।
কি? প্রঃ গোলকীয় ৰাজহুৱা পণ্যৰ প্ৰধান সুবিধা
উঃ ই বিশ্বজুৰি প্রযুক্তি সহজলভ্য কৰে।
প্রঃ NATO কেনেকৈ মার্কিন যুক্তৰাষ্ট্ৰৰ শক্তি নিয়ন্ত্রণ কৰে?
উঃ NATO ৰ দ্বাৰা মার্কিন অভিযানৰ সীমা নির্ধাৰণ কৰা হয়।
প্রঃ মার্কিন যুক্তৰাষ্ট্ৰৰ সাংস্কৃতিক প্ৰভাৱৰ এটা উদাহৰণ কি?
কৰে। উঃ আমেৰিকান চলচ্চিত্র বিশ্বত প্রভাব বিস্তাৰ
প্রঃ ইণ্টাৰনেটৰ উপকাৰিতা কি?
উত্তৰ: ই যোগাযোগ আৰু তথ্য বিনিময় সহজ কৰে।
প্রঃ শীতল যুদ্ধৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰৰ মূল প্রভার কি আছিল?
উঃ সাংস্কৃতিক আৰু আদর্শগত আধিপত্য আছিল।
