Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Political Science MCQ Chapter 17 আঞ্চলিক প্রত্যাশা

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 17 আঞ্চলিক প্রত্যাশা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Political Science MCQ Chapter 17 আঞ্চলিক প্রত্যাশা

শাখা-খ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি

অধ্যায়-17

আঞ্চলিক প্রত্যাশা

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQs)

প্রঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ সময়ত জম্মু আৰু কাশ্মীৰৰ ৰজা কোন আছিল?
(ক) হৰি সিং
(খ) ৰণজিত সিং
(গ) গুলাব সিং
(ঘ) বলবন্ত সিং
উঃ (ক) হৰি সিং

প্ৰঃ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰৰ বিষয়ে উল্লেখ আছে?
(ক) ৩৫৭
(খ) ৩৭০
(গ) ৩৫৮
(ঘ) ৩৭৫
উঃ (খ) ৩৭০
প্রঃ পঞ্জাৱৰ ‘আকালি দল’ কিমান চনত গঠন কৰা হৈছিল?
(ক) ১৯১৫
(খ) ১৯২০
(গ) ১৯৩০
(ঘ) ১৯৪০
উঃ (খ) ১৯২০
প্রঃ লালডেংগা কোন আছিল?
(ক) মিজো জাতীয় মৰ্চাৰ জন্মদাতা
(খ) নাগা নেচনেল কাউন্সিলৰ নেতা
(গ) অৰুণাচলৰ মুখ্যমন্ত্ৰী
(ঘ) অসম আন্দোলনৰ নেতা
উঃ (ক) মিজো জাতীয় মৰ্চাৰ জন্মদাতা
প্রঃ অসম আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
(ক) ১৯৭৮
(খ) ১৯৭৯
(গ) ১৯৮০
উঃ (খ) ১৯৭৯
(ঘ) ১৯৮১
প্রঃ কোন চনত গোৱা ভাৰতৰ অংগৰূপে অন্তর্ভুক্ত হৈছিল?
(ক) ১৯৮৫
(গ) ১৯৮৯
(খ) ১৯৮৭
উঃ (খ) ১৯৮৭
(ঘ) ১৯৯০
প্রঃ নগা নেচনেল কাউন্সিলৰ নায়ক কোন আছিল?
(ক) টংমালেঙ
(খ) এ জেদ ফিজো
(গ) এন টি ৰামাৰাও
(ঘ) হৰি সিং
উঃ (খ) এ জেদ ফিজো
প্রঃ আনন্দপুৰ চাহিব প্রস্তাৱ কেতিয়া গৃহীত হৈছিল?

(ক) ১৯৭০
(খ) ১৯৭২
(গ) ১৯৭৩
(ঘ) ১৯৭৫
উঃ (গ) ১৯৭৩
প্ৰঃ ভাৰত চৰকাৰে অপাৰেচন ব্লু ষ্টাৰ কেতিয়া চলাইছিল?
(ক) ১৯৮৩
(খ) ১৯৮৪
(গ) ১৯৮৫
(ঘ) ১৯৮৬
উঃ (খ) ১৯৮৪
প্রঃ চিকিমত প্রথম বিধানসভা নির্বাচন কেতিয়া হৈছিল?
(ক) ১৯৭৩
(খ) ১৯৭৪
(গ) ১৯৭৫
(ঘ) ১৯৭৬
উঃ (খ) ১৯৭৪
প্রঃ চিকিম কেতিয়া ভাৰতৰ লগত চামিল হৈছিল?
(ক) ১৯৭৩
(খ) ১৯৭৪
(গ) ১৯৭৫
(ঘ) ১৯৭৬
উঃ (গ) ১৯৭৫
প্রঃ AASUৰ সম্পূৰ্ণ ৰূপটো কি?
(ক) All Assam Students Union
(খ) Assam All Students Unity
(গ) Assam Academy for Students
(ঘ) None of the above
উঃ (ক) All Assam Students Union
প্রঃ নেচনেল কনফাৰেন্স কেতিয়া গঠন হৈছিল?
(ক) ১৯৪৫
(খ) ১৯৪৭
(গ) ১৯৪৮
(ঘ) ১৯৫০
উঃ (গ) ১৯৪৮
প্রঃ ‘তেলেগু দেশম’ৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
(ক) এন টি ৰামাৰাও
(খ) চন্দ্রবাবু নাইডু
(গ) কিৰণ কুমাৰ
(ঘ) এন কে পাল
উঃ (ক) এন টি ৰামাৰাও
প্রঃ কোন চনত নাগালেণ্ড ৰাজ্য গঠিত হৈছিল?

(ক) ১৯৬০
(খ) ১৯৬১
(গ) ১৯৬২
(ঘ) ১৯৬৩
উঃ (ঘ) ১৯৬৩
প্ৰঃ আঞ্চলিকতাবাদৰ সৃষ্টিৰ কাৰণ কোন?
(ক) আর্থিক বৈষম্য
(খ) সাংস্কৃতিক ঐতিহ্য
(গ) ৰাজনৈতিক দ্বন্দ্ব
(ঘ) উচ্চ শিক্ষাৰ অভাৱ
উঃ (ক) আর্থিক বৈষম্য
প্রঃ ১৯৮৭ চনত কোনটো ৰাজ্য পুনৰ গঠন কৰা হৈছিল?
(ক) গোৱা
(খ) মনিপুৰ
(গ) মিজোৰাম
(ঘ) ত্ৰিপুৰা
উঃ (গ) মিজোৰাম
প্ৰঃ চিকিম ভাৰতৰ কিমান তম ৰাজ্য?
(ক) ২০
(খ) ২১
(গ) ২২
(ঘ) ২৩
উঃ (গ) ২২
প্ৰঃ MNFৰ সম্পূৰ্ণ ৰূপ কি?
(ক) Mizo National Front
(খ) Mizoram National Freedom
(গ) Mizo Nationalist Front
(ঘ) None of the above
উঃ (গ) Mizo Nationalist Front
প্রঃ পঞ্জার একর্ড কেতিয়া স্বাক্ষৰিত হৈছিল?
(ক) ১৯৮০
(খ) ১৯৮৫
(গ) ১৯৮৮
(ঘ) ১৯৯০
উঃ (খ) ১৯৮৫
প্ৰঃ আঞ্চলিকতাবাদৰ সৃষ্টিৰ কাৰক কোনটো নহয়?
(ক) অর্থনৈতিক বৈষম্য
(খ) আঞ্চলিক সমস্যা
(গ) পৰিস্থিতিগত উন্নতি
(ঘ) কেন্দ্রীয় নীতিত অবহেলা

উঃ (গ) পৰিস্থিতিগত উন্নতি
প্রঃ সংবিধানৰ ৩৭০ অনুচ্ছেদৰ তাৎপর্য কি?
(ক) জম্মু-কাশ্মীৰৰ বিশেষ মর্যাদা প্রদান কৰে
(খ) ৰাজ্যসমূহৰ বিকেন্দ্ৰীকৰণ নির্ণয় কৰে
(গ) ভাষাগত বৈচিত্র্য সুৰক্ষিত কৰে
(ঘ) সেনা বাহিনীৰ সংগঠন নিৰূপণ কৰে
উঃ (ক) জম্মু-কাশ্মীৰৰ বিশেষ মর্যাদা প্রদান
কৰে
প্ৰঃ ‘অপাৰেচন ব্লু ষ্টাৰ’ৰ উদ্দেশ্য কি আছিল?
(ক) পঞ্জাৱৰ পানী সংকট সমাধান
(খ) সন্ত্রাসবাদী শক্তিক নিয়ন্ত্ৰণ কৰা
(গ) ৰাজনৈতিক দলসমূহৰ ঐক্য স্থাপন
(ঘ) ভাষাগত সমস্যাৰ সমাধান
উঃ (খ) সন্ত্রাসবাদী শক্তিক নিয়ন্ত্ৰণ কৰা
প্রঃ ‘সাতভনী’ বুলিলে কি বুজা যায়?
(ক) অসমৰ সাতখন ৰাজহুৱা সংস্থা
(খ) উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য
(গ) ভাৰতৰ সাতখন বৃহৎ নদী
(ঘ) ভাষাগত বৈচিত্র্য্যৰ সাৰথি
উঃ (খ) উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ অসম আন্দোলনৰ দুটা প্ৰধান কাৰণ কি আছিল?
উঃ বিদেশী প্রব্রজন আৰু আর্থিক অসমতা।
প্ৰঃ আঞ্চলিকতাবাদৰ সৃষ্টিৰ কাৰক কোনটো নহয়?
উঃ পৰিস্থিতিগত উন্নতি।
প্রঃ সংবিধানৰ ৩৭০ অনুচ্ছেদৰ তাৎপর্য কি আছিল?
উঃ জম্মু-কাশ্মীৰৰ বিশেষ মর্যাদা প্রদান।
প্ৰঃ ‘অপাৰেচন ব্লু ষ্টাৰ’ৰ উদ্দেশ্য কি আছিল?
উঃ সন্ত্রাসবাদী শক্তিক নিয়ন্ত্ৰণ কৰা।
প্রঃ ‘সাতভনী’ বুলিলে কি বুজা যায়?

উঃ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্য।
প্ৰঃ ১৯৮৫ চনত কৰা অসম চুক্তিৰ মুখ্য উদ্দেশ্য কি আছিল?
উঃ বিদেশী নাগৰিক চিনাক্ত কৰা।
প্ৰঃ ভাৰতৰ সংবিধান কেতিয়া প্রচলিত হয়?গ্ধগ্ধ
উঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী।
প্ৰঃ ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি কোন আছিল?
উঃ ড° ৰাজেন্দ্ৰ প্রসাদ।
প্রঃ কেতিয়া ভাৰত স্বাধীন হৈছিল?
উঃ ১৯৪৭ চনৰ ১৫ আগষ্ট।
প্ৰঃ ভাৰতৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিছিল কোনে?
উঃ ড° বি. আৰ. আম্বেদকাৰে।
প্রঃ অজল অনাচল পৰিকল্পনা কেনে সমস্যা সমাধানৰ বাবে আছিল?
উঃ খৰাং আৰু খেতি উন্নয়নৰ বাবে।
প্রঃ ভাৰতৰ জাতীয় পতাকাত মুঠ কিমানটা ৰং আছে?
উঃ তিনিটা।
প্রঃ ‘পৰমাণু শক্তি কমিশন’ কেতিয়া স্থাপন কৰা হৈছিল?
উঃ ১৯৪৮ চনত।
প্ৰঃ ভাৰতত নেহৰু-লিয়াকত চুক্তি কেতিয়া হৈছিল?
উঃ ১৯৫০ চনত।
প্রঃ ভাৰতত প্ৰথমখন পৰিকল্পনা কেতিয়া আৰম্ভহৈছিল?
উঃ ১৯৫১ চনত।
প্রঃ ডি. ডি. টি.ৰ পূৰ্ণ ৰূপ কি?
উঃ ডাই-ক্ল’ৰো-ডাই-ফেনাইল-ট্রাইক্ল’ৰ’ইথেইন।
প্রঃ মেঘালয় শব্দৰ আক্ষৰিক অর্থ কি?
উঃ মেঘৰ বাসস্থান।
প্রঃ অসমৰ জাতীয় ফুল কোনটো?
উঃ কোমল শ্বেত কমল।

প্রঃ অসমৰ জাতীয় জন্তু কোনটো?
উঃ এশিঙীয়া গঁড়।
প্ৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ বৃহত্তম নদী কোনটো?
উঃ ব্রহ্মহ্মপুত্র।
প্ৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজধানী গুৱাহাটী কেতিয়া স্থাপিত হৈছিল?
উঃ ১৯৭২ চনত।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment