Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Political Science MCQ Chapter 15 সাংবিধানিক ব্যৱস্থাৰ সংকট

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 15 সাংবিধানিক ব্যৱস্থাৰ সংকট, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Political Science MCQ Chapter 15 সাংবিধানিক ব্যৱস্থাৰ সংকট

শাখা-খ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি

অধ্যায়-৬

সাংবিধানিক ব্যৱস্থাৰ সংকট

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

প্রঃ জনতা পাৰ্টীৰ প্ৰথমগৰাকী সভাপতি কোন আছিল?
(ক) চাৰু মজুমদাৰ
(খ) অটল বিহাৰী বাজপেয়ী
(গ) জয়প্রকাশ নাৰায়ণ
(ঘ) জর্জ ফার্ণাণ্ডেজ
উঃ (গ) জয়প্রকাশ নাৰায়ণ
প্রঃ দায়বদ্ধ আমোলতন্ত্ৰৰ এটা বৈশিষ্ট্য কি?
(ক) ধর্মতান্ত্রিক মতবাদ

(খ) চৰকাৰী আদৰ্শৰ প্ৰতি আনুগত্য
(গ) সাংস্কৃতিক পৰিৱৰ্তন
(ঘ) ৰাজনৈতিক অস্থিৰতা
উঃ (খ) চৰকাৰী আদৰ্শৰ প্রতি আনুগত্য
প্রঃ কোনে কুৰি দফীয়া কাৰ্যসূচী প্রবর্তন কৰিছিল?
(ক) ইন্দিৰা গান্ধী
(খ) ৰাজীৱ গান্ধী
(গ) অটল বিহাৰী বাজপেয়ী
(ঘ) জর্জ ফার্ণাণ্ডেজ
উঃ (ক) ইন্দিৰা গান্ধী
প্রঃ দক্ষিণাত্যৰ ৰাজনৈতিক দলবোৰে কংগ্ৰেছৰ
বিৰুদ্ধে ঐক্যবদ্ধ হোৱা নাছিল এই তথ্য কিহৰ সময়ৰ লগত সম্পর্কিত?
(ক) ১৯৬২ চনৰ নিৰ্বাচন
(খ) ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা
(গ) ১৯৭৭ চনৰ নিৰ্বাচন
(ঘ) ১৯৮০ চনৰ নিৰ্বাচন
উঃ (খ) ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা
প্রঃ ‘সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপ’ বুলিলে কি বুজায়?
(ক) সংবাদ মাধ্যমৰ পুৰস্কাৰ
(খ) সংবাদ মাধ্যমৰ ওপৰত নিৰ্বাচনী প্ৰচাৰ
(গ) সংবাদ মাধ্যমৰ ওপৰত চৰকাৰৰ নিৰ্ধাৰিত সীমাবদ্ধতা
(ঘ) সংবাদ মাধ্যমৰ ৰাজনৈতিক প্ৰভাৱ
উঃ (গ) সংবাদ মাধ্যমৰ ওপৰত চৰকাৰৰ নিৰ্ধাৰিত সীমাবদ্ধতা
প্রঃ ‘প্রতিৰোধমূলক আটক’ বুলিলে কি বুজায়?
(ক) অভিযোগ উত্থাপনৰ আগতে আটক কৰা
(খ) ৰাজনৈতিক দলৰ মিটিঙত বাধা দিয়া
(গ) আন্দোলন দমনৰ বাবে গ্ৰেপ্তাৰ
(ঘ) চৰকাৰৰ সমালোচনা নিষিদ্ধ কৰা
উঃ (ক) অভিযোগ উত্থাপনৰ আগতে আটক

কৰা
প্রঃ উৎসর্গীকৃত আমোলতন্ত্র মানে কি?
(ক) নিজস্বৰাজনৈতিক ধাৰণাৰ প্ৰচাৰ
(খ) জনসাধাৰণৰ সুবিধাৰ বাবে কাম কৰা
(গ) চৰকাৰী মতাদৰ্শৰ প্রতি দায়বদ্ধতা
(ঘ) সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপ
উঃ (গ) চৰকাৰী মতাদৰ্শৰ প্রতি দায়বদ্ধতা
প্ৰঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত মৌলিক অধিকাৰসমূহৰ ওপৰত কি হৈছিল?
(ক) অধিকাৰবোৰ সুৰক্ষিত কৰিছিল
(খ) অধিকাৰবোৰ বাতিল হৈছিল
(গ) অধিকাৰবোৰ বিশেষকৈ সংশোধিত হৈছিল
(ঘ) অধিকাৰবোৰ সৰ্বসাধাৰণৰ বাবে উপলব্ধ আছিল
উঃ (খ) অধিকাৰবোৰ বাতিল হৈছিল
প্ৰঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত সংবাদ মাধ্যমৰ ওপৰত কোৱা হৈছিল-
(ক) বিনা নিৰীক্ষণে বাতৰি প্ৰকাশ কৰিব
(খ) চৰকাৰৰ অনুমোদন লৈ বাতৰি প্ৰকাশ কৰিব
(গ) কংগ্ৰেছৰ সমালোচনা কৰিব
(ঘ) সংবাদ মাধ্যমৰ ওপৰত কোনো বাধা নাছিল
উঃ (খ) চৰকাৰৰ অনুমোদন লৈ বাতৰি প্ৰকাশ
কৰিব
প্ৰঃ ইন্দিৰা গান্ধীৰ ১৯৭৫ চনৰ জৰুৰীকালীন ব্যৱস্থা ঘোষণা কৰাৰ এটা কাৰণ কি আছিল?
(ক) চাৰু মজুমদাৰৰ বিদ্ৰোহ
(খ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়
(গ) পাকিস্তানৰ লগত যুদ্ধ
(ঘ) জয়প্রকাশ নাৰায়ণৰ আন্দোলন
উঃ (খ) এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়
প্রঃ ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলত কি ঘটিছিল?
(ক) কংগ্রেছে বিপুল জয় লাভ কৰিছিল
(খ) জনতা পার্টীয়ে অধিকাৰ লাভ কৰিছিল

(গ) ৰাজনৈতিক অস্থিৰতা আৰম্ভ হৈছিল
(ঘ) ইন্দিৰা গান্ধীয়ে পুনৰ নিৰ্বাচিত হৈছিল
উঃ (খ) জনতা পার্টীয়ে অধিকাৰ লাভ কৰিছিল
প্রঃ কংগ্ৰেছ দলে ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত কেনে পৰিণতি ভুগিছিল?
(ক) সম্পূর্ণ বিজয় লাভ কৰিছিল
(খ) কেৱল দক্ষিণ ভাৰতত সফল হৈছিল
(গ) উত্তৰ ভাৰতত পূৰ্ণ আধিপত্য আছিল
(ঘ) সকলো অঞ্চলত সমানে জয়ী হৈছিল
উঃ (খ) কেবল দক্ষিণ ভাৰতত সফল হৈছিল
প্ৰঃ ১৯৭৫ চনৰ জৰুৰীকালীন ব্যৱস্থাৰ সময়ত ৰাজনৈতিক প্রতিদ্বন্দ্বীসকলৰ ওপৰত কি হৈছিল?
(ক) তেওঁলোকক মুকলি ৰাজনীতি কৰিবলৈ অনুমতি দিয়া হৈছিল
(খ) তেওঁলোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত থোৱা হৈছিল
(গ) তেওঁলোকৰ দল বিলুপ্ত কৰা হৈছিল
(ঘ) তেওঁলোকৰ ওপৰত কোনো প্রভাৱ নাছিল
উঃ (খ) তেওঁলোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰত থোৱা হৈছিল
প্রঃ শীর্ষ ন্যায়পালিকাৰ মুখ্য ন্যায়াধীশ হিচাপে এ এন ৰায়ক নিযুক্তি দিয়াৰ ঘটনা কোনৰ সৈতে সম্পর্কিত?
(ক) জনতা পার্টী চৰকাৰৰ সময়ত
(খ) ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত
(গ) নেহৰুৰ সময়ত
(ঘ) ১৯৮০ চনৰ কংগ্ৰেছ চৰকাৰৰ সময়ত
উঃ (খ) ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত
প্ৰঃ ইন্দিৰা গান্ধীৰ নেতৃত্বত ‘ৰাষ্ট্ৰীয়কৰণ’ৰ কি বিষয় সম্পর্কিত আছিল?
(ক) বেচৰকাৰী সংস্থাক শক্তি বৃদ্ধি দিয়া
(খ) বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণ
(গ) সংবাদ মাধ্যমৰ ৰাষ্ট্ৰীয়কৰণ

(ঘ) শিক্ষাৰ ৰাষ্ট্ৰীয়কৰণ
উঃ (খ) বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণ
প্রঃ জয়প্রকাশ নাৰায়ণে ১৯৭৪ চনত কি আহ্বান জনাইছিল?
(ক) কংগ্রেছক ভোট দিয়াৰ
(খ) সর্বাত্মক বিপ্লৱৰ
(গ) প্ৰদেশীয় চৰকাৰক অৱলম্বন কৰাৰ
(ঘ) ৰাজনৈতিক স্থিৰতাৰ
উঃ (খ) সর্বাত্মক বিপ্লৱৰ
প্রঃ জনতা পার্টীৰ গঠন কেনে এক পৰিস্থিতিৰ পৰা উদ্ভৱ হৈছিল?
(ক) কংগ্ৰেছৰ জয়ৰ পিছত
(খ) গণতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে
(গ) ৰাজনৈতিক আন্দোলন দমন কৰাৰ বাবে
(ঘ) পশ্চিমবংগত নাল আন্দোলন দমনৰ বাবে
উঃ (খ) গণতন্ত্ৰৰ পুনৰুদ্ধাৰৰ বাবে
প্ৰঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত কোনটো আইন প্রণয়ন কৰা হৈছিল?
(ক) মৌলিক অধিকাৰ শক্তিশালী কৰা আইন
(খ) নিবাৰক নিৰোধ আইন
(গ) সংবাদ মাধ্যমৰ সুৰক্ষা আইন
(ঘ) ভৌগোলিক পৰিসীমা বৃদ্ধি কৰা আইন
উঃ (খ) নিবাৰক নিৰোধ আইন
প্ৰঃ ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ পিছত ইন্দিৰা গান্ধীৰ দলৰ পৰিণতি কি হৈছিল?
(ক) দল অতিকৈ শক্তিশালী হৈ পৰিছিল
(খ) দলৰ সদস্যসকলে কংগ্ৰেছ ত্যাগ কৰিছিল
(গ) ইন্দিৰা গান্ধী নেতৃত্বত পৰাস্ত হৈছিল
(ঘ) নতুন দল গঠন কৰা হৈছিল
উঃ (গ) ইন্দিৰা গান্ধী নেতৃত্বত পৰাস্ত হৈছিল
প্ৰঃ ১৯৭৭ চনৰ জনতা চৰকাৰৰ মূল উদ্দেশ্য কি আছিল?
(ক) ইন্দিৰা গান্ধীক পুনৰ প্ৰতিষ্ঠা কৰা
(খ) ভাৰতত গণতান্ত্রিক ব্যৱস্থা পুনৰ উদ্ধাৰ কৰা

(গ) ৰাজনৈতিক অস্থিৰতা বৃদ্ধি কৰা
(ঘ) নতুন সাংবিধানিক নিয়ম প্রণয়ন
উঃ (খ) ভাৰতত গণতান্ত্রিক ব্যৱস্থা পুনৰ উদ্ধাৰ
কৰা
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ জয়প্রকাশ নাৰায়ণ কোন ৰাজ্যৰ লোক আছিল?
উঃ বিহাৰ।
প্রঃ কমিউনিষ্ট পার্টী অফ ইন্ডিয়া (মার্ক্সবাদী-লেলিনবাদী)-ৰ প্রতিষ্ঠাতা কোন আছিল?
উঃ চাৰু মজুমদাৰ।
প্রঃ ভাৰতত প্ৰথমবাৰৰ বাবে কেতিয়া জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছিল?
উঃ ১৯৭৫ চনত।
প্রঃ আয়োগৰ নেতৃত্ব কোনে দিছিল?
উঃ জে চি শ্বাহ।
প্রঃ গুজৰাট আৰু বিহাৰত ছাত্র আন্দোলনৰ নেতৃত্ব কোনে দিছিল?
উঃ জয়প্রকাশ নাৰায়ণ।
প্রঃ জনতা চৰকাৰ কেতিয়া ক্ষমতালৈ আহিছিল?
উঃ ১৯৭৭ চনত।
প্ৰঃ ইন্দিৰা গান্ধীৰ দ্বাৰা আৰম্ভ কৰা কুৰি দফীয়া কাৰ্যসূচীৰ অংগভুক্ত বিষয় কি আছিল?
উঃ দৰিদ্ৰতা দূৰীকৰণ।
প্ৰঃ কোন চৰকাৰৰ দিনত মণ্ডল আয়োগ নিযুক্তি দিয়া হৈছিল?
উঃ জনতা চৰকাৰৰ।
প্রঃ দায়বদ্ধ আমোলতন্ত্ৰৰ ধাৰণাটো কোনে উলিয়াইছিল?
উঃ ইন্দিৰা গান্ধীয়ে।
প্ৰঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থা ঘোষণা কৰা ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল?

উঃ ফকরুদ্দিন আলি আহমেদ।
প্ৰঃ গণতন্ত্ৰৰ পুনৰাৱৰ্তনৰ প্ৰতীক হিচাপে কোনে পৰিগণিত হৈছিল?
উঃ জয়প্রকাশ নাৰায়ণ।
প্ৰঃ চাৰু মজুমদাৰ কোন আছিল?
উঃ এজন সমাজবাদী নেতা আৰু নাল আন্দোলনৰ গুৰি ধৰোঁতা।
প্ৰঃ গণতন্ত্ৰৰ বক কংগ্ৰেছৰ নেতা কোন আছিল?
উঃ জগজীৱন ৰাম।
প্রঃ ভাৰতৰ কোনটো অঞ্চলত মা’বাদী-লেলিনবাদী গোট শক্তিশালী আছিল?
উঃ পশ্চিমবংগত।
প্রঃ ১৯৭৪ চনত ৰেলেৱে ধৰ্মঘটৰ নেতৃত্ব কোনে দিছিল?
উঃ জর্জ ফার্নান্ডেজ।
প্রঃশ্বাহ আয়োগ কেতিয়া নিযুক্তি দিয়া হৈছিল?
উঃ ১৯৭১ চনত।
প্রঃ ‘ইন্দিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা’ শ্লোগানটো কোনে দিছিল?
উঃ দেৱকান্ত বৰুৱাই।
প্রঃ কোনে ‘সর্বাত্মক বিপ্লৱ’ৰ আহ্বান জনাইছিল?
উঃ জয়প্রকাশ নাৰায়ণে।
প্রঃ মহামর্চা কেতিয়া গঠিত হৈছিল?
উঃ ১৯৭১ চনত।
প্রঃ জনতা পার্টী কেতিয়া গঠিত হৈছিল?
উঃ ১৯৭৭ চনত।
প্রঃ জনতা পার্টীৰ প্ৰথম সভাপতি কোন আছিল?
উঃ জয়প্রকাশ নাৰায়ণ।
প্রঃ দায়বদ্ধ আমোলতন্ত্ৰৰ এটা বৈশিষ্ট্য কি?
উঃ চৰকাৰী আদৰ্শৰ প্ৰতি আনুগত্য।
প্রঃ কুৰি দফীয়া কাৰ্যসূচী কোনে প্রবর্তন কৰিছিল?
উঃ ইন্দিৰা গান্ধীয়ে।

প্রঃ দক্ষিণাত্যৰ ৰাজনৈতিক দলবোৰে কংগ্ৰেছৰ বিৰুদ্ধে ঐক্যবদ্ধ হোৱা নাছিল এই তথ্য কিহৰ সময়ৰ লগত সম্পর্কিত?
উঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ।
প্রঃ ‘সংবাদ মাধ্যমৰ চেঞ্চৰশ্বিপ’ বুলিলে কি বুজায়?
উঃ সংবাদ মাধ্যমৰ ওপৰত চৰকাৰৰ নিৰ্ধাৰিত সীমাবদ্ধতা।
প্রঃ ‘প্রতিৰোধমূলক আটক’ বুলিলে কি বুজায়?
উঃ অভিযোগ উত্থাপনৰ আগতে আটক কৰা।
প্রঃ উৎসর্গীকৃত আমোলতন্ত্র মানে কি?
উঃ চৰকাৰী মতাদৰ্শৰ প্রতি দায়বদ্ধ আমোলতন্ত্র।
প্ৰঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত মৌলিক অধিকাৰসমূহৰ ওপৰত কি হৈছিল?
উঃ অধিকাৰসমূহ বাতিল কৰা হৈছিল।
প্ৰঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত সংবাদ মাধ্যমৰ ওপৰত কি হৈছিল?
উঃ চৰকাৰৰ অনুমোদন লৈ বাতৰি প্ৰকাশ কৰা হৈছিল।
প্রঃ ইন্দিৰা গান্ধীৰ ১৯৭৫ চনৰ জৰুৰীকালীন ব্যৱস্থা ঘোষণা কৰাৰ এটা কাৰণ কি আছিল?
উঃ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়।
প্ৰঃ ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফলত কি ঘটিছিল?
উঃ জনতা পার্টীয়ে অধিকাৰ লাভ কৰিছিল।
প্রঃ কংগ্ৰেছ দলে ১৯৭৭ চনৰ লোকসভা নিৰ্বাচনত কেনে পৰিণতি ভুগিছিল?
উঃ দক্ষিণ ভাৰতত মাত্র সফল হৈছিল।
প্ৰঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত ৰাজনৈতিক প্রতিদ্বন্দ্বীসকলৰ ওপৰত কি হৈছিল?
উঃ তেওঁলোকক গ্রেপ্তাৰ কৰা হৈছিল।
প্রঃ এ এন ৰায়ক মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়াৰ ঘটনা কেতিয়া হৈছিল?
উঃ ১৯৭৫ চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত।

প্রঃ ‘ৰাষ্ট্ৰীয়কৰণ’ৰ লগত ইন্দিৰা গান্ধীৰ সম্পর্কিত উদ্যোগ কি আছিল?
উঃ বেংকৰ ৰাষ্ট্ৰীয়কৰণ।
প্রঃ জয়প্রকাশ নাৰায়ণে ১৯৭৪ চনত কি আহ্বান জনাইছিল?
উঃ সর্বাত্মক বিপ্লৱৰ আহ্বান জনাইছিল।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment