আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 14 কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনঃ প্রতিষ্ঠা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Political Science MCQ Chapter 14 কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনঃ প্রতিষ্ঠা
শাখা-খ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি
অধ্যায়-14
কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি প্ৰত্যাহ্বান আৰু পুনঃ প্রতিষ্ঠা
বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)
প্রঃ ভাৰতত কোন দশকক ‘বিপদজ্জনক দশক’ হিচাপে আখ্যা দিয়া হৈছে?
(ক) ১৯৫০
(খ) ১৯৬০
(গ) ১৯৭০
(ঘ) ১৯৮০
উঃ (খ) ১৯৬০
প্রঃ লাল বাহাদুৰ শাস্ত্রী কোন ৰাজ্যৰ লোক আছিল?
(ক) পশ্চিম বংগ
(খ) উত্তৰ প্ৰদেশ
(গ) বিহাৰ
(ঘ) পঞ্জাব
উঃ (খ) উত্তৰ প্ৰদেশ
প্রঃ লাল বাহাদুৰ শাস্ত্ৰীৰ পাছত ভাৰতৰ প্ৰধান মন্ত্রী কোন হৈছিল?
(ক) মোৰাজী দেশাই
(খ) ইন্দিৰা গান্ধী
(গ) ৰাজীৱ গান্ধী
(ঘ) গুলজাৰীলাল নন্দা
উঃ (খ) ইন্দিৰা গান্ধী
প্রঃ DMK ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) Dravida Munnetra Kazhagam
(খ) Democratic Movement of Kerala
(গ) Dravidian March for Kerala
(ঘ) Dravida Ministry of Knowledge
উঃ (ক) Dravida Munnetra Kazhagam
প্ৰঃ SVD ৰ পূৰ্ণ ৰূপ কি?
(ক) Samaj Vikas Dal
(খ) Sanyukt Vidhayak Dal
(গ) Socialist Visionary Democratic
(ঘ) Strong Visionary Department
উঃ (খ) Sanyukt Vidhayak Dal
প্ৰঃ ভাৰতৰ ৰাজনৈতিক ইতিহাসত কোন চনক স্মৰণীয় বর্ষ হিচাপে গণ্য কৰা হয়?
(ক) ১৯৫৭
(খ) ১৯৬২
(গ) ১৯৬৭
(ঘ) ১৯৭২
উঃ (গ) ১৯৬৭
প্রঃ কোনটো অঞ্চলৰ লগত ‘আয়া ৰাম, গয়া
ৰাম’ বাক্যাংশটো জড়িত?
(ক) পশ্চিম বংগ
(গ) হাৰিয়ানা
(খ) উত্তৰ প্ৰদেশ
(ঘ) তামিলনাডু
উঃ (গ) হাৰিয়ানা
প্ৰঃ ভাৰতত মৰ্চা চৰকাৰ কেতিয়া আৰম্ভহৈছিল?
(ক) ১৯৫২
(খ) ১৯৫৭
(গ) ১৯৬৭
(ঘ) ১৯৭১
উঃ (গ) ১৯৬৭
প্রঃ চতুর্থ সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
(ক) ১৯৬২
(খ) ১৯৬৭
(গ) ১৯৭২
(ঘ) ১৯৭৭
উঃ (খ) ১৯৬৭
প্ৰঃ ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্রেছে লোকসভাত কিমানখন আসন লাভ কৰিছিল?
(ক) ২৭০
(খ) ২৮৩
(গ) ৩০০
(ঘ) ৩২০
উঃ (খ) ২৮৩
প্রঃ ‘দলত্যাগ’ৰ অৰ্থ কি?
(ক) দলত যোগদান কৰা
(খ) দলৰ ভবিষ্যত নির্ধাৰণ কৰা
(গ) দল ত্যাগ কৰি আন এটা দলত যোগদান
কৰা
(ঘ) নতুন দল গঠন কৰা
উঃ (গ) দল ত্যাগ কৰি আন এটা দলত যোগদান
কৰা
প্রঃ ‘ছিণ্ডিকেট’ শব্দে কি বুজায়?
(ক) দলত নির্বাচনী গোট
(খ) শক্তিশালী নেতা গোট
(গ) চৰকাৰৰ নেতৃত্বৰ পৰিৱৰ্তন
(ঘ) জনসাধাৰণৰ একমত
উঃ (খ) শক্তিশালী নেতা গোট
প্রঃ লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধান মন্ত্রী আছিল।
(ক) প্রথম
(গ) তৃতীয়
(খ) দ্বিতীয়
(ঘ) চতুর্থ
উঃ (খ) দ্বিতীয়
প্রঃ ‘জয় জোৱান, জয় কিষাণ’ শ্লোগানটোৰ স্রষ্টা কোন?
(ক) মহাত্মা গান্ধী
(খ) লাল বাহাদুৰ শাস্ত্রী
(গ) ইন্দিৰা গান্ধী
(ঘ) ৰাজীৱ গান্ধী
উঃ (খ) লাল বাহাদুৰ শাস্ত্রী
প্রঃ কংগ্ৰেছ ছিণ্ডিকেটৰ নেতৃত্ব কোনে লৈছিল?
(ক) ইন্দিৰা গান্ধী
(খ) কে. কামৰাজ
(গ) জৱাহৰলাল নেহৰু
(ঘ) মণি শংকৰ
উঃ (খ) কে. কামৰাজ
প্রঃ ‘দ্রাবিড়া মুন্নেটা কাজাগাম’ কোন ৰাজ্যৰ আঞ্চলিক দল?
(ক) কর্ণাটক
(খ) কেৰালা
(গ) তামিলনাডু
(ঘ) অন্ধ্রপ্রদেশ
উঃ (গ) তামিলনাডু
প্রঃ ‘ইন্দিৰা হটাও’ শ্লোগানটো কোনে দিছিল?
(ক) ইন্দিৰা গান্ধী
(খ) এছ, নিজামিংগাপ্পা
(গ) লাল বাহাদুৰ শাস্ত্রী
(ঘ) মোৰাজী দেশাই
উঃ (খ) এছ, নিজামিংগাপ্পা
প্রঃ দলত্যাগ বিৰোধী আইন কিমান চনত প্রণয়ন কৰা হৈছিল?
(ক) ১৯৭১
(খ) ১৯৭৭
(গ) ১৯৮৫
(ঘ) ১৯৮৯
উঃ (গ) ১৯৮৫
প্ৰঃ ভাৰতৰ প্ৰথম মহিলা প্রধান মন্ত্রী কোন আছিল?
(ক) লালিতা পৱাৰ
(খ) ইন্দিৰা গান্ধী
(গ) সোনিয়া গান্ধী
(ঘ) ৰাজেশ্বৰী দেৱী
উঃ (খ) ইন্দিৰা গান্ধী
প্রঃ ‘গৰীবি হটাও’ শ্লোগানটো কোন দলৰ আছিল?
(ক) জনতা দল
(খ) কংগ্ৰেছ দল
(গ) সমাজবাদী দল
(ঘ) বিজেপি
উঃ (খ) কংগ্ৰেছ দল
প্রঃ ‘আয়া ৰাম, গয়া ৰাম’ বাক্যাংশটো কিয় জনপ্রিয়?
(ক) ভোটগণনা সন্দর্ভত
(খ) দল সলনি কাৰ্যৰ বাবে
(গ) দলৰ গঠন কাৰ্যৰ বাবে
(ঘ) নির্বাচনী কৌশলৰ বাবে
উঃ (খ) দল সলনি কাৰ্যৰ বাবে
প্ৰঃ চীনৰ লগত ভাৰতৰ যুদ্ধ কিমান চনত হৈছিল?
(ক) ১৯৬২
(খ) ১৯৬৫
(গ) ১৯৭১
(ঘ) ১৯৭৫
উঃ (ক) ১৯৬২
প্রঃ ১৯৭১ চনৰ যুদ্ধত ভাৰতৰ জয়ৰ পাছত ইন্দিৰা গান্ধীৰ পদবী কি হৈছিল?
(ক) জননেত্রী
(খ) দুর্গা
(গ) জনমুখী নেত্রী
(ঘ) ভাৰতৰ লৌহমহিলা
উঃ (ঘ) ভাৰতৰ লৌহ মহিলা
প্ৰঃ চৰকাৰৰ হুইপ শব্দৰ অৰ্থ কি?
(ক) বিধানসভাবৰ নির্দেশ
(খ) দলীয় নেতাৰ কঠোৰ নিৰ্দেশ
(গ) দলত নেতৃত্ব
(ঘ) ৰাজনৈতিক আলোচনা
উঃ (খ) দলীয় নেতাৰ কঠোৰ নিৰ্দেশ
প্রঃ ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত কোনটো সমস্যা আছিল?
(ক) খাদ্য সংকট
(খ) অর্থনৈতিক মন্দা
(গ) নেতৃত্বৰ অভাৱ
(ঘ) সকলো
উঃ (ঘ) সকলো
প্ৰঃ ১৯৬৫ চনত ভাৰতৰ যুদ্ধ কোন দেশৰ লগত হৈছিল?
(ক) চীন
(খ) পাকিস্তান
(গ) বাংলাদেশ
(ঘ) নেপাল
উঃ (খ) পাকিস্তান
প্রঃ ‘অনা-কংগ্রেছবাদ’ শব্দটোৰ উদ্ভৱ কোনে কৰিছিল?
(ক) মহাত্মা গান্ধী
(খ) মনোহৰ লোহিয়া
(গ) সুভাষ চন্দ্র বসু
(ঘ) ইন্দিৰা গান্ধী
উঃ (খ) মনোহৰ লোহিয়া
প্ৰঃ মৰ্চা চৰকাৰৰ গঠন কোন চনত প্রথম হৈছিল?
(ক) ১৯৫২
(খ) ১৯৬৭
(গ) ১৯৭১
(ঘ) ১৯৮০
উঃ (ক) ১৯৫২
প্রঃ ভাৰতত দলত্যাগ প্রবণতা কিমান চনত গুৰুত্ব সহকাৰে প্ৰচলিত হৈছিল?
(ক) ১৯৬২
(খ) ১৯৬৭
(গ) ১৯৭১
(ঘ) ১৯৮৫
উঃ (খ) ১৯৬৭
প্রঃ ১৯৬৭ চনত কোনখন ৰাজ্যত ‘আয়া ৰাম, গয়া ৰাম’ ঘটনাই ৰাজনৈতিক প্ৰভাৱ পেলাইছিল?
(ক) উত্তৰ প্ৰদেশ
(খ) পশ্চিম বংগ
(গ) হাৰিয়ানা
(ঘ) অন্ধ্র প্রদেশ
উঃ (গ) হাৰিয়ানা
প্রঃ ইন্দিৰা গান্ধীৰ নেতৃত্বত কোনটো শ্লোগান জনপ্রিয় হৈছিল?
(ক) গৰীবি হটাও
(খ) জয় হিন্দ
(গ) জয় বিজ্ঞান
(ঘ) আত্মনিৰ্ভৰ ভাৰত
উঃ (ক) গৰীবি হটাও
প্ৰঃ ভাৰতৰ প্ৰথম মৰ্চা চৰকাৰ কোন ৰাজ্যত গঠন হৈছিল?
(ক) পঞ্জার
(খ) হাৰিয়ানা
(গ) উৰিষ্যা
(ঘ) পশ্চিম বংগ
উঃ (ক) পঞ্জাব
প্রঃ ১৯৬৭ চনত কংগ্ৰেছৰ পৰাজয়ৰ মুখ্য কাৰণ কি আছিল?
(ক) নেতৃত্বৰ অভাৱ
(খ) অর্থনৈতিক সংকট
(গ) দলৰ বিভাজন
(ঘ) সকলো
উঃ (ঘ) সকলো
প্রঃ ১৯৬৭ চনত কিমানখন ৰাজ্যত কংগ্রেছে সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল?
(ক) চাৰিখন
(খ) সাতখন
(গ) নখন
(ঘ) দহখন
উঃ (খ) সাতখন
প্রঃ ভাৰতত কোন জনসভাই ‘ইন্দিৰা হটাও’ শ্লোগান দিছিল?
(ক) কংগ্রেছ
(খ) জনতা দল
(গ) মিত্রজোট
(ঘ) বিজেপি
উঃ (গ) মিত্রজোঁট
প্রঃ ‘জয় জোৱান, জয় কিষাণ” শ্লোগান কোনটো ক্ষেত্রত প্রধান হৈ পৰিছিল?
(ক) ভাৰতৰ সীমান্ত সুৰক্ষা আৰু কৃষি উন্নয়ন
(খ) দেশৰ গঠন
(গ) নির্বাচনী পৰিৱৰ্তন
(ঘ) শৈক্ষিক পৰিকল্পনা
উঃ (ক) ভাৰতৰ সীমান্ত সুৰক্ষা আৰু কৃষি উন্নয়ন
প্রঃ লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু ক’ত হৈছিল?
(ক) দিল্লী
(খ) তাসখেন্দ
(গ) মস্কো
(ঘ) মুম্বাই
উঃ (খ) তাচখন্দ
প্রঃ ১৯৬৭ চনৰ নিৰ্বাচনত কোন দল সর্বাধিক আসন লাভ কৰিছিল?
(ক) জনতা দল
(খ) বিজেপি
(গ) কংগ্রেছ
(ঘ) ডিএমকে
উঃ (গ) কংগ্রেছ
প্ৰঃ মৰ্চা চৰকাৰৰ এটা বৈশিষ্ট্য কি?
(ক) ক্ষণস্থায়ী
(খ) একদলীয় চৰকাৰ
(গ) শক্তিশালী নির্বাচনী নেতৃত্ব
(ঘ) একমত আদৰ্শৰ চৰকাৰ
উঃ (ক) ক্ষণস্থায়ী
প্রঃ ইন্দিৰা গান্ধীয়ে কোন চনত ভাৰতীয় বেংক ৰাষ্ট্ৰীয়কৰণ কৰিছিল?
(ক) ১৯৬৯
(খ) ১৯৭১
(গ) ১৯৬৭
(ঘ) ১৯৭৫
উঃ (ক) ১৯৬৯
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ভাৰতত কোন দশকক ‘বিপদজ্জনক দশক’ বুলি কোৱা হয়?
উঃ ১৯৬০ দশকক।
প্ৰঃ লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম কোন ৰাজ্যত হৈছিল?
উঃ উত্তৰ প্ৰদেশ।
প্রঃ লাল বাহাদুৰ শাস্ত্ৰীৰ পাছত কোনে ভাৰতৰ প্রধান মন্ত্রী হৈছিল?
উঃ ইন্দিৰা গান্ধী।
প্রঃ DMK ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ Dravida Munnetra Kazhagam |
প্ৰঃ SVD ৰ পূৰ্ণ ৰূপ কি?
উঃ Sanyukt Vidhayak Dal |
প্ৰঃ ভাৰতৰ ৰাজনৈতিক ইতিহাসত কোন চনক স্মৰণীয় বর্ষ বুলি কোৱা হয়?
উঃ ১৯৬৭ চনক।
প্ৰঃ কোনটো ৰাজ্যৰ লগত ‘আয়া ৰাম, গয়া ৰাম’ বাক্যাংশটো জড়িত?
উঃ হাৰিয়ানা।
প্ৰঃ মৰ্চা চৰকাৰ কেতিয়া আৰম্ভ হৈছিল?
উঃ ১৯৬৭ চনত।
প্রঃ চতুৰ্থ সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
উঃ ১৯৬৭ চনত।
প্রঃ ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছে লোকসভাত কিমানখন আসন লাভ কৰিছিল?
উঃ ২৮৩ খন।
প্রঃ ‘দলত্যাগ’ৰ অৰ্থ কি?
কৰা। উঃ দল ত্যাগ কৰি আন এটা দলত যোগদান
প্রঃ ‘ছিণ্ডিকেট’ শব্দে কি বুজায়?
উঃ শক্তিশালী ৰাজনৈতিক নেতা গোট।
প্রঃ লাল বাহাদুৰ শাস্ত্ৰী ভাৰতৰ কিমান নম্বৰ প্রধান মন্ত্রী আছিল?
উঃ দ্বিতীয়।
প্রঃ ‘জয় জোৱান, জয় কিষাণ’ শ্লোগানটোৰ স্রষ্টা কোন?
উঃ লাল বাহাদুৰ শাস্ত্রী।
প্রঃ কংগ্ৰেছ ছিণ্ডিকেটৰ নেতৃত্ব কোনে লৈছিল?
উঃ কে. কামৰাজ।
প্রঃ ‘দ্রাবিড়া মুন্নেটা কাজাগাম’ কোন ৰাজ্যৰ আঞ্চলিক দল?
উঃ তামিলনাডুৰ।
প্রঃ ‘ইন্দিৰা হটাও’ শ্লোগান কোনে দিছিল?
উঃ এছ. নিজামিংগাপ্পাই।
প্রঃ দলত্যাগ বিৰোধী আইন কিমান চনত প্রণয়ন হৈছিল?
উঃ ১৯৮৫ চনত।
প্ৰঃ ভাৰতৰ প্ৰথম মহিলা প্রধান মন্ত্রী কোন আছিল?
উঃ ইন্দিৰা গান্ধী।
প্রঃ ‘গৰীবি হটাও’ শ্লোগান কোন দলৰ আছিল?
উঃ কংগ্ৰেছ দলৰ।
প্রঃ ‘আনা-কংগ্রেছবাদ’ শব্দটো কোনে প্রচলিত কৰিছিল?
উঃ মনোহৰ লোহিয়াই।
প্ৰঃ চীনৰ লগত ভাৰতৰ যুদ্ধ কিমান চনত হৈছিল?
উঃ ১৯৬২ চনত।
প্রঃ পাকিস্তানৰ লগত ভাৰতৰ দ্বিতীয়খন যুদ্ধ কিমান চনত হৈছিল?
উঃ ১৯৬৫ চনত।
প্রঃ ১৯৭১ চনৰ যুদ্ধৰ পাছত ইন্দিৰা গান্ধীক কি উপাধি দিয়া হৈছিল?
উঃ ভাৰতৰ লৌহ মহিলা।
প্রঃ ‘হুইপ’ শব্দৰ অর্থ কি?
উঃ দলীয় নেতাৰ দ্বাৰা সদস্যক দিয়া নির্দেশ।
প্রঃ ১৯৬৭ চনত মর্চা চৰকাৰ কোনখন ৰাজ্যত প্রথম গঠন হৈছিল?
উঃ পাঞ্জাব।
প্রঃ ‘আয়া ৰাম, গয়া ৰাম’ বাক্যাংশৰ উৎস কি?
পৰা। উঃ গয়া ৰাম নামৰ বিধায়কৰ দল সলনিৰ ঘটনাৰ
প্রঃ ১৯৬৭ চনত কংগ্ৰেছ কোন ৰাজ্যত সংখ্যা গৰিষ্ঠতা হেৰুৱাইছিল?
উঃ সাতখন ৰাজ্যত।
প্রঃ ১৯৬৭ চনত কংগ্ৰেছৰ পৰাজয়ৰ মুখ্য কাৰণ কি আছিল?
উঃ নেতৃত্বৰ অভাৱ আৰু অর্থনৈতিক সংকট।
প্ৰঃ মৰ্চা চৰকাৰৰ এটা মুখ্য বৈশিষ্ট্য কি?
উঃ মৰ্চা চৰকাৰ ক্ষণস্থায়ী।
