Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Political Science MCQ Chapter 13 ভাৰতৰ বৈদেশিক সম্পর্ক

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 13 ভাৰতৰ বৈদেশিক সম্পর্ক, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Political Science MCQ Chapter 13 ভাৰতৰ বৈদেশিক সম্পর্ক

শাখা-খ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি

অধ্যায়-13

ভাৰতৰ বৈদেশিক সম্পর্ক

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

প্ৰঃ ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত বিদেশ নীতিৰ উল্লেখ আছে?
(ক) ৪২ নং অনুচ্ছেদ
(খ) ৫১ নং অনুচ্ছেদ
(গ) ৩৭ নং অনুচ্ছেদ
(ঘ) ৪৪ নং অনুচ্ছেদ
উঃ (খ) ৫১ নং অনুচ্ছেদ
প্ৰঃ স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল?
(ক) মহাত্মা গান্ধী
(খ) জৱাহৰলাল নেহৰু
(গ) লাল বাহাদুৰ শাস্ত্রী
(ঘ) সৰ্দাৰ পেটেল
উঃ (খ) জৱাহৰলাল নেহৰু
প্রঃচীনে কোন চনত তিবৃতক অন্তর্ভুক্ত কৰিছিল?
(ক) ১৯৪৯ চনত
(খ) ১৯৫০ চনত
(গ) ১৯৫১ চনত
(ঘ) ১৯৫২ চনত
উঃ (খ) ১৯৫০ চনত
প্রঃ চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?
(ক) ১৯৬০ চনত

(খ) ১৯৬১ চনত
(গ) ১৯৬২ চনত
(ঘ) ১৯৬৩ চনত
উঃ (গ) ১৯৬২ চনত
প্রঃ NEFA ই কি সূচায়?
(ক) North-East Frontline Area
(খ) North-East Frontier Agency
(গ) North-Eastern Forest Area
(ঘ) North-East Freedom Area
উঃ (খ) North-East Frontier Agency
প্রঃপঞ্চশীল নীতি কোন ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ চুক্তিৰ ফলাফল?
(ক) পাকিস্তান
(খ) চীন
(গ) আমেৰিকা
(ঘ) ৰাছিয়া
উঃ (খ) চীন
প্রঃ কোন চনত চিমলা চুক্তি কৰা হৈছিল?
(ক) ১৯৭১ চনত
(খ) ১৯৭২ চনত
(গ) ১৯৭৩ চনত
(ঘ) ১৯৭৪ চনত
উঃ (খ) ১৯৭২ চনত
প্রঃ কার্গিল যুদ্ধ কিমান চনত হৈছিল?
(ক) ১৯৯৮ চনত
(খ) ১৯৯৯ চনত
(গ) ২০০০ চনত
(ঘ) ২০০১ চনত
উঃ (খ) ১৯৯৯ চনত
প্রঃ CTBT ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) Comprehensive Test Bomb Treaty
(খ) Comprehensive Test Ban Treaty
(গ) Central Test Ban Treaty
(ঘ) Complete Test Ban Treaty
উঃ (খ) Comprehensive Test Ban Treaty
প্ৰঃ ভাৰতৰ বিদেশ নীতিৰ মুখ্য উদ্দেশ্য কি?
(ক) সাম্রাজ্যবাদৰ প্ৰসাৰণ
(খ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সহযোগিতা

(গ) সামৰিক প্ৰসাৰণ
(ঘ) ৰাষ্ট্ৰসংঘৰ নীতিৰ বিৰোধিতা
উঃ (খ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সহযোগিতা
প্ৰঃ ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত বিদেশ নীতিৰ উল্লেখ আছে?
(ক) ৫১ নং অনুচ্ছেদত।
(খ) ৭১ নং অনুচ্ছেদত
(গ) ৫০ নং অনুচ্ছেদত
(ঘ) ৫৩ নং অনুচ্ছেদত
উঃ (ক) ৫১ নং অনুচ্ছেদত
প্ৰঃ ভাৰতৰ বিদেশ নীতিৰ বাটকটীয়া কোন?
(ক) মহাত্মা গান্ধী
(খ) জৱাহৰলাল নেহৰু
(গ) ইন্দিৰা গান্ধী
(ঘ) ড° বি আৰ আম্বেদকাৰ
উঃ (খ) জৱাহৰলাল নেহৰু
প্রঃ কোন চনত চীনে তিবৃতক চামিল কৰি লয়?
(ক) ১৯৫০
(খ) ১৯৬০
(গ) ১৯৭০
(ঘ) ১৯৪৯
উঃ (ক) ১৯৫০
প্রঃ চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?
(ক) ১৯৫৯
(খ) ১৯৬২
(গ) ১৯৭১
(ঘ) ১৯৫০
উঃ (খ) ১৯৬২
প্রঃ তাছখণ্ড চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
(ক) ১৯৬২
(খ) ১৯৬৬
(গ) ১৯৭২
(ঘ) ১৯৫০
উঃ (খ) ১৯৬৬
প্রঃ চিমলা চুক্তি কেতিয়া কৰা হৈছিল?
(ক) ১৯৭২
(খ) ১৯৬৬
(গ) ১৯৭১
(ঘ) ১৯৭৫
উঃ (ক) ১৯৭২
প্রঃ বাংলাদেশ আৰু পাকিস্তানৰ মাজত যুদ্ধ কোন চনত হৈছিল?

(ক) ১৯৬২
(খ) ১৯৭১
(গ) ১৯৭৫
(ঘ) ১৯৮৫
উঃ (খ) ১৯৭১
প্রঃ চীন আৰু ভাৰতৰ সীমাৰেখা হিচাপে কোন ৰেখা নিৰ্ধাৰণ কৰা হৈছিল?
(ক) McMahon Line
(খ) Radcliffe Line
(গ) Durand Line
(ঘ) Maginot Line
উঃ (ক) McMahon Line
প্রঃ কাশ্মীৰ বিভাজনৰ দায়িত্ব কোনে দিছিল?
(ক) ৰাষ্ট্ৰসংঘ
(খ) পাকিস্তান
(গ) ভাৰত
(ঘ) চীন
উঃ (ক) ৰাষ্ট্ৰসংঘ
প্ৰঃ ভাৰত আৰু চীনৰ মাজত সংঘাতৰ মূল কাৰণ কি আছিল?
(ক) ভূমি বিতর্ক
(খ) জলবায়ু
(গ) বাণিজ্যিক বিবাদ
(ঘ) ৰাজনৈতিক মতপার্থক্য
উঃ (ক) ভূমি বিতর্ক
প্রঃ কোন দেশৰ সৈতে ভাৰতৰ পঞ্চশীলৰ চুক্তি স্বাক্ষৰ হৈছিল?
(ক) পাকিস্তান
(খ) চীন
(গ) শ্রীলংকা
(ঘ) ম্যানমাৰ
উঃ (খ) চীন
প্ৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল?
(ক) ১৯২০
(খ) ১৯৪৫
(গ) ১৯৫০
(ঘ) ১৯৬০
উঃ (খ) ১৯৪৫
প্ৰঃ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য দেশৰ সংখ্যা কিমান?
(ক) ১০
(খ) ৫
(গ) ৭
(ঘ) ১৫

উঃ (খ) ৫
প্ৰঃ ভাৰতৰ প্ৰথম ৰাজ্যপাল কোন আছিল?
(ক) ৰাজাগোপালাচাৰী
(খ) বি আৰ আম্বেদকাৰ
(গ) সৰদা মুখার্জী
(ঘ) জৱাহৰলাল নেহৰু
উঃ (ক) ৰাজাগোপালাচাৰী
প্ৰঃ ভাৰতৰ স্বাধীনতাৰ সময়ত কোন ৰাজ্য অংগীভূত কৰা হোৱা নাছিল?
(ক) হায়দৰাবাদ
(গ) গোৱা
(খ) ত্ৰিপুৰা
(ঘ) মণিপুৰ
উঃ (গ) গোৱা
প্রঃ ভাৰতত ৰাষ্ট্ৰীয় পঞ্চায়ত চৰকাৰৰ বিকাশ কেতিয়া হৈছিল?
(ক) ১৯৫২
(খ) ১৯৫৯
(গ) ১৯৬২
(ঘ) ১৯৭৫
উঃ (খ) ১৯৫৯
প্রঃ ভাৰত আৰু পাকিস্তানৰ মাজত সর্বপ্রথম যুদ্ধ কেতিয়া হৈছিল?
(ক) ১৯৪৭-৪৮
(খ) ১৯৬৫
(গ) ১৯৭১
(ঘ) ১৯৯৯
উঃ (ক) ১৯৪৭-৪৮
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ভাৰতীয় সংবিধানৰ কোন অনুচ্ছেদত বিদেশ নীতিৰ উল্লেখ আছে?
উঃ ৫১ নং অনুচ্ছেদত
প্ৰঃ স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী কোন আছিল?
উঃ জৱাহৰলাল নেহৰু
প্রঃচীনে কোন চনত তিবৃতক অন্তর্ভুক্ত কৰিছিল?
উঃ ১৯৫০
প্রঃ চীনে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল?
উঃ ১৯৬২

প্রঃ NEFA ই কি সূচায়?
উঃ North-East Frontier Agency
প্রঃপঞ্চশীল নীতি কোন ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ চুক্তিৰ ফলাফল?
উঃ চীন
প্রঃ কোন চনত চিমলা চুক্তি কৰা হৈছিল?
উঃ ১৯৭২
প্রঃ কার্গিল যুদ্ধ কিমান চনত হৈছিল?
উঃ ১৯৯৯
প্রঃ CTBT ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ Comprehensive Test Ban Treaty
প্ৰঃ ভাৰতৰ বিদেশ নীতিৰ মুখ্য উদ্দেশ্য কি?
উঃ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সহযোগিতা
প্ৰঃ ভাৰতৰ বিদেশ নীতিৰ বাটকটীয়া কোন?
উঃ জৱাহৰলাল নেহৰু
প্রঃ তাছখণ্ড চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল?
উঃ ১৯৬৬
প্রঃ বাংলাদেশ আৰু পাকিস্তানৰ মাজত যুদ্ধ কোন চনত হৈছিল?
উঃ ১৯৭১
প্ৰঃ চীন আৰু ভাৰতৰ সীমাৰেখা হিচাপে কোন ৰেখা নির্ধাৰণ কৰা হৈছিল?
উঃ McMahon Line
প্ৰঃ কাশ্মীৰ বিভাজনৰ দায়িত্ব কোনে লৈছিল?
উঃ ৰাষ্ট্ৰসংঘ
প্ৰঃ ভাৰত আৰু চীনৰ মাজত সংঘাতৰ মূল কাৰণ কি আছিল?
উঃ ভূমি বিতর্ক
প্রঃ কোন দেশৰ সৈতে ভাৰতৰ পঞ্চশীলৰ চুক্তি স্বাক্ষৰ হৈছিল?
উঃ চীন
প্ৰঃ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল?
উঃ ১৯৪৫

প্ৰঃ ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য দেশৰ সংখ্যা কিমান?
উঃ ৫
প্ৰঃ ভাৰতৰ স্বাধীনতাৰ সময়ত কোন ৰাজ্য অংগীভূত কৰা হোৱা নাছিল?
উঃ গোৱা
প্রঃ ভাৰতত ৰাষ্ট্ৰীয় পঞ্চায়ত চৰকাৰৰ বিকাশ কেতিয়া হৈছিল?
উঃ ১৯৫৯
প্রঃ ভাৰত আৰু পাকিস্তানৰ মাজত সর্বপ্রথম যুদ্ধ কেতিয়া হৈছিল?
উঃ ১৯৪৭-৪৮
প্ৰঃ ভাৰতৰ সৰ্বাধিক কাল স্থায়ী হোৱা ৰাষ্ট্ৰপতি কোন আছিল?
উঃ সৰ্বপল্লী ৰাধাকৃষ্ণণ

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment