আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Political Science MCQ Chapter 12 পৰিকল্পিত বিকাশৰ ৰাজনীতি
শাখা-খ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি
অধ্যায়-12
পৰিকল্পিত বিকাশৰ ৰাজনীতি
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQs)
প্রঃ POSCO সম্পূর্ণ ৰূপটো কি?
(ক) Public Organization of Steel
Company
(খ) People’s Organization of Steel
Corporation
(গ) Pohang Iron and Steel Company
(ঘ) Pioneer Iron and Steel Corporation
উঃ (গ) Pohang Iron and Steel Company
প্ৰঃ ভাৰতৰ পৰিকলনা আয়োগ কেতিয়া গঠন কৰা হৈছিল?
(ক) ১৯৫১
(খ) ১৯৫০
(গ) ১৯৪৯
(ঘ) ১৯৫২
উঃ (খ) ১৯৫০
প্ৰঃ উন্নয়নৰ দুটা আদৰ্শৰ এটা হ’ল উদাৰ পুঁজিবাদী আদর্শ, আনটো কি?
(ক) সাম্যবাদী আদর্শ
(খ) গণতান্ত্রিক আদর্শ
(গ) একনায়কতান্ত্রিক আদর্শ
(ঘ) উদাৰবাদী আদর্শ
উঃ (ক) সাম্যবাদী আদর্শ
প্রঃ প্রথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভহৈছিল?
(ক) ১৯৫১
(খ) ১৯৫২
(গ) ১৯৫০
(ঘ) ১৯৫৩
উঃ (ক) ১৯৫১
প্রঃ FYP মানে কি?
(ক) Fixed Year Plan
(খ) Five Year Proposal
(গ) Five Year Plan
(ঘ) Final Year Plan
উঃ (গ) Five Year Plan
প্রঃ প্রথম পঞ্চবার্ষিক পৰিকল্পনাত অন্তর্ভুক্ত এটা বৃহৎ প্ৰকল্পৰ নাম কি?
(ক) তেন্ত্রী ডেম
(খ) ভাক্রানাঙ্গল বান্ধ
(গ) নার্মদা ডেম
(ঘ) হিৰাকুড বান্ধ
উঃ (খ) ভাক্রানাঙ্গল বান্ধ
প্রঃ ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠানৰ প্ৰতিষ্ঠাপক কোন আছিল?
(ক) ড° বি আৰ আম্বেদকাৰ
(খ) পি চি মহলানবীশ
(গ) পণ্ডিত নেহৰু
(ঘ) ড° ৰাজেন্দ্ৰ প্ৰসাদ
উঃ (খ) পি চি মহলানবীশ
প্ৰঃ ‘ভাৰতৰ গোৱাল’ বুলি কাক কোৱা হৈছিল?
(ক) ড° কুৰিয়েন
(খ) ভার্গিজ কুৰিয়েন
(গ) মহাত্মা গান্ধী
(ঘ) ড° আম্বেদকাৰ
উঃ (খ) ভার্গিজ কুৰিয়েন
প্রঃ AMUL ৰ সম্পূৰ্ণ ৰূপ কি?
(ক) Assam Milk Union Limited
(খ) Agricultural Milk Union Limited
(গ) Anand Milk Union Limited
(ঘ) Advanced Milk Union Limited
উঃ (গ) Anand Milk Union Limited
প্রঃ পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা?
(ক) দেশৰ সামগ্রিক উন্নয়ন
(খ) পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ সংযোগ
(গ) উন্নয়নৰ এক বিশদ আর্হি
(ঘ) সমগ্র জাতিৰ উত্থান
প্রঃ (গ) উন্নয়নৰ এক বিশদ আর্হি
উঃ ‘বাম্বে পৰিকল্পনা’ কোন বছৰত প্ৰস্তুত কৰা হৈছিল?
(ক) ১৯৪২
(খ) ১৯৪৪
(গ) ১৯৫০
(ঘ) ১৯৫১
উঃ (খ)
প্রঃ মিশ্র অর্থনীতিৰ অৰ্থ কি?
(ক) কেৱল পুঁজিবাদী ব্যৱস্থা
(খ) কেৱল সমাজবাদী ব্যৱস্থা
(গ) পুঁজিবাদী আৰু সমাজবাদী দুয়ো আর্হি
(ঘ) কেৱল কৃষি ভিত্তিক অর্থনীতি
উঃ (গ)
প্রঃ পৰিকল্পনা আয়োগ কিয় সংবিধান বহির্ভূত নিকায় বুলি গণ্য কৰা হয়?
(ক) সংবিধানত কোনো উল্লেখ নাই
(খ) কেৱল ৰাজহুৱা খণ্ডত কাম কৰে
(গ) ব্যক্তিগত খণ্ডত কোনো ভূমিকা নাই
(ঘ) সম্পদৰ পৰ্যাপ্ততা নাই
উঃ (ক)
প্রঃ পৰিকল্পনা আয়োগ কোন বছৰত গঠন কৰা
হৈছিল?
(ক) ১৯৪৭
(খ) ১৯৫০
(গ) ১৯৫৫
(ঘ) ১৯৬০
উঃ (খ)
প্ৰঃ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষজন কোন আছিল?
(ক) মহাত্মা গান্ধী
(খ) সৰ্বপল্লী ৰাধাকৃষ্ণন
(গ) পণ্ডিত জৱাহৰলাল নেহৰু
(ঘ) ইন্দিৰা গান্ধী
উঃ (গ)
প্ৰঃ পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য কি?
(ক) শিক্ষাৰ বিস্তাৰ
(খ) জনসংখ্যা বৃদ্ধি
(গ) জাতীয় আয় বৃদ্ধি আৰু জীৱনৰ মান উন্নত
কৰা
(ঘ) কেৱল উদ্যোগ বিকাশ
উঃ (গ)
প্রঃ ‘সেউজ বিপ্লব’ কোন বছৰত আৰম্ভ হৈছিল?
(ক) ১৯৫০
(খ) ১৯৬০
(গ) ১৯৬৫
(ঘ) ১৯৭০
উঃ (খ)
প্ৰঃ সেউজ বিপ্লৱৰ মূল উদ্দেশ্য কি আছিল?
(ক) শিল্প বিকাশ
(খ) খাদ্য শস্য উৎপাদন বৃদ্ধি
(গ) জনসংখ্যা নিয়ন্ত্রণ
(ঘ) ৰাসায়নিক উৎপাদন বৃদ্ধি
উঃ (খ)
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ POSCO ৰ সম্পূর্ণ ৰূপ কি?
উঃ Pohang Iron and Steel Company |
প্ৰঃ ভাৰতৰ পৰিকলনা আয়োগ কেতিয়া গঠন কৰা হৈছিল?
উঃ ১৯৫০।
প্রঃ উন্নয়নৰ দুটা আদৰ্শৰ এটা হ’ল উদাৰ পুঁজিবাদী আদর্শ, আনটো কি?
উঃ সাম্যবাদী আদর্শ।
প্রঃ প্রথম পঞ্চবার্ষিক পৰিকল্পনা কেতিয়া আৰম্ভহৈছিল?
উঃ ১৯৫১।
প্রঃ FYP মানে কি?
উঃ Five Year Plan |
প্রঃ প্রথম পঞ্চবার্ষিক পৰিকল্পনাত অন্তর্ভুক্ত এটা বৃহৎ প্ৰকল্পৰ নাম কি?
উঃ ভাক্রানাঙ্গল বান্ধ।
প্ৰঃ ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠানৰ প্ৰতিষ্ঠাপক কোন আছিল?
উঃ পি চি মহলানবীশ।
প্ৰঃ ‘ভাৰতৰ গোৱাল’ বুলি কাক কোৱা হৈছিল?
উঃ ভার্গিজ কুৰিয়েন।
প্রঃ AMUL ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ Anand Milk Union Limited।
প্রঃ পৰিকল্পিত উন্নয়ন বুলিলে কি বুজা?
উঃ উন্নয়নৰ এক বিশদ আর্হি।
প্রঃ ‘বম্বে পৰিকল্পনা’ কোন বছৰত প্ৰস্তুত কৰা হৈছিল?
উঃ ১৯৪৪।
প্রঃ মিশ্র অর্থনীতিৰ অৰ্থ কি?
উঃ পুঁজিবাদী আৰু সমাজবাদী দুয়ো আর্হি।
প্রঃ পৰিকল্পনা আয়োগ কিয় সংবিধান বহির্ভূত নিকায় বুলি গণ্য কৰা হয়?
উঃ সংবিধানত কোনো উল্লেখ নাই।
প্রঃ পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষজন কোন আছিল?
উঃ পণ্ডিত জৱাহৰলাল নেহৰু।
প্রঃ পৰিকল্পনাৰ প্ৰধান উদ্দেশ্য কি?
কৰা। উঃ জাতীয় আয় বৃদ্ধি আৰু জীৱনৰ মান উন্নত
প্রঃ ‘সেউজ বিপ্লর’ কোন বছৰত আৰম্ভ হৈছিল?
উঃ ১৯৬০।
প্রঃ সেউজ বিপ্লৱৰ মূল উদ্দেশ্য কি আছিল?
উঃ খাদ্য শস্য উৎপাদন বৃদ্ধি।
প্ৰঃ ভাৰতৰ নতুন অর্থনৈতিক নীতিৰ এজন বৈশিষ্ট্য কি?
উঃ উদাৰীকৰণ।
প্রঃ পৰিকল্পনা অন্তর্ভুক্ত বাজেট কি?
উঃ পৰিকল্পিত আঁচনিৰ বাবে প্রস্তুত বাজেট।
প্ৰঃ ভাৰতৰ পৰিকল্পনা আয়োগৰ নতুন নাম কি?
উঃ নীতি আয়োগ।
প্রঃ ‘পঞ্চায়ত’ শব্দৰ অৰ্থ কি?
উঃ পাঁজ জনৰ সভা।
প্রঃ দৰিদ্ৰতাৰ ৰেখা কি?
উঃ এটি আৱশ্যকীয় আয় সীমা।
প্ৰঃ ভাৰতত আর্থিক উদাৰীকৰণ কেতিয়া আৰম্ভহৈছিল?
উঃ ১৯৯১।
প্রঃ শ্বেত বিপ্লৱৰ মূল উদ্দেশ্য কি?
উঃ দুগ্ধ উৎপাদন বৃদ্ধি।
প্ৰঃ ভাৰতৰ ৰাজ্যিক পুনর্গঠন কেতিয়া হৈছিল?
উঃ ১৯৫৬।
প্রঃ WTO ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ World Trade Organization |
প্রঃ নীতি আয়োগৰ প্ৰথম চেয়াৰমেন কোন আছিল?
উঃ নৰেন্দ্ৰ মোডী।
প্রঃ হিৰাকুড বান্ধ ক’ত অৱস্থিত?
উঃ ওড়িশা।
প্রঃ আর্থিক সমতা কেনেকৈ সাধা যায়?
উঃ আয় আৰু সম্পদৰ সমবণ্টনৰ জৰিয়তে।
প্রঃ জনগণনা কার্য কিমান বছৰৰ মূৰে মূৰে হয়?
উঃ ১০ বছৰৰ মূৰে মূৰে।
প্রঃ ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা?
উঃ এটি বছৰত দেশৰ উৎপাদন আয়।
প্রঃ লাল ফিতাৰ বিষয় কি?
উঃ চৰকাৰী কাম-কাজৰ দীৰ্ঘসূত্রিতা।
প্ৰঃ ভাৰতৰ প্ৰথম উদ্যোগিক নীতি কেতিয়া ঘোষণা কৰা হৈছিল?
উঃ ১৯৪৮।
প্রঃ ভাৰতত উচ্চতম কৰ পৰিষদৰ সভাপতি কোন?
উঃ বিত্ত মন্ত্রী।
প্ৰঃ NAC ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ National Advisory Council।
হয়? প্ৰঃ দৰিদ্ৰ ৰেখাৰ ওপৰত থকা লোকক কি বোলা
উঃ নিম্ন মধ্যবিত্ত।
প্ৰঃ CIPET ৰ সম্পূৰ্ণ ৰূপ কি?
উঃ Central Institute of Plastics
Engineering and Technology |
প্রঃ পৰিকল্পিত আর্থিক ব্যৱস্থা কি?
উঃ কেন্দ্রীয়ভাৱে পৰিচালিত অর্থনীতি।
প্ৰঃ ভাৰতৰ অৰ্থনৈতিক সমীক্ষা কোন বছৰৰ পৰা আৰম্ভ হয়?
উঃ ১৯৫০।
প্রঃ AJEEVIKA মানে কি?
National Rural Livelihoods Mission |
প্ৰঃ মনৰেগা কাৰ পৰিকল্পনা?
উঃ চৰকাৰৰ এক সামাজিক সুৰক্ষা আঁচনি।
প্রঃ ‘সেউজ বিপ্লব’ৰ জনক কোন?
উঃ নৰ্মান বৰলগ।
প্রঃ সৰু উদ্যোগৰ উদাহৰণ কি?
উঃ হস্তশিল্প।
প্রঃ চাহ উদ্যোগ মূলত কোন ৰাজ্যত কেন্দ্রিত?
উঃ অসম।
প্রঃ অসম চাহ বাগিচাৰ প্ৰথম নাম কি আছিল?
উঃ চিৰাইদেউ।
প্ৰঃ ভাৰতৰ কাক ‘অর্থনৈতিক শৃংখলাৰ জনক’ বুলি জনা যায়?
উঃ পি চি মহলানবীশ।
প্ৰঃ ভাৰতৰ চাহ আমদানিৰ মুখ্য ৰাষ্ট্ৰ কোন?
উঃ আমেৰিকা।
প্ৰঃ সেউজ বিপ্লৱৰ বাবে ব্যৱহৃত প্ৰধান সাৰ কি?
উঃ ইউৰিয়া।
প্ৰঃ নৱউদাৰবাদৰ বৈশিষ্ট্য কি?
উঃ ব্যক্তিগত খণ্ডৰ বিকাশ।
প্ৰঃ ভাৰতত মূল ভোগ্যপণ্য কি?
উঃ ধান।
