Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Political Science MCQ Chapter 10 এটা দলৰ আধিপত্যৰ যুগ

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 10 এটা দলৰ আধিপত্যৰ যুগ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Political Science MCQ Chapter 10 এটা দলৰ আধিপত্যৰ যুগ

শাখা-খ স্বাধীনোত্তৰ কালৰ ভাৰতীয় ৰাজনীতি

অধ্যায়-10

এটা দলৰ আধিপত্যৰ যুগ

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQs)

প্রঃ কংগ্ৰেছ দলটো কেতিয়া গঠন হৈছিল?
(ক) ১৮৮২ চনত
(খ) ১৮৮৫ চনত
(গ) ১৮৯০ চনত
(ঘ) ১৮৭৫ চনত

উঃ (খ) ১৮৮৫ চনত
প্ৰঃ কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক কোন আছিল?
(ক) মহাত্মা গান্ধী
(খ) জৱাহৰলাল নেহৰু
(গ) এলান অক্টোভিয়ান হিউম
(ঘ) বাল গংগাধৰ তিলক
উঃ (গ) এলান অক্টেভিয়ান হিউম
প্ৰঃ ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল?
(ক) মহাত্মা গান্ধী
(খ) সৰ্দাৰ বল্লভভাই পটেল
(গ) ড° বি. আব. আম্বেদকাৰ
(ঘ) জৱাহৰলাল নেহৰু
উঃ (গ) ড° বি. আৰ. আম্বেদকাৰ
প্ৰঃ ভাৰতৰ সংবিধান কেতিয়াৰ পৰা বলবৎ
হৈছিল?
(ক) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ
(খ) ১৯৫০ চনৰ ২৬ জানুৱাৰী
(গ) ১৯৪৭ চনৰ ১৫ আগষ্ট
(ঘ) ১৯৫১ চনৰ ১৫ আগষ্ট
উঃ (খ) ১৯৫০ চনৰ ২৬ জানুৱাৰী
প্রঃ ভাৰতত প্রথম সাধাৰণ নির্বাচন কেতিয়া হৈছিল?
(ক) ১৯৪৭ চনত
(খ) ১৯৫০ চনত
(গ) ১৯৫২ চনত
(ঘ) ১৯৫৭ চনত
উঃ (গ) ১৯৫২ চনত
প্ৰঃ ভাৰতৰ প্ৰথম মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল?
(ক) টি. এন. শেশান
(খ) সুকুমাৰ সেন
(গ) অশোক লাভাসা
(ঘ) কে. কে. ভেনুগোপাল
উঃ (খ) সুকুমাৰ সেন
প্ৰঃ ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে মুঠ কিমান আসন লাভ কৰিছিল?
(ক) ২৬৪ খন
(খ) ৪৮৯ খন
(গ) ৩৬৪ খন
(ঘ) ৩০০ খন
উঃ (গ) ৩৬৪ খন
প্রঃ ভাৰতৰ দ্বিতীয় সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
(ক) ১৯৫৭ চনত
(খ) ১৯৫৫ চনত
(গ) ১৯৬২ চনত
(ঘ) ১৯৬০ চনত
উঃ (ক) ১৯৫৭ চনত
প্রঃ কংগ্রেছ দলে পোন প্রথমে কোনখন ৰাজ্যত পৰাজিত হৈছিল?
(ক) পশ্চিম বংগ
(গ) তামিলনাডু
উঃ (খ) কেৰালা
(খ) কেৰালা
(ঘ) উত্তৰ প্ৰদেশ
প্রঃ অসমত জনতা দলে প্রথম চৰকাৰ কেতিয়া গঠন কৰিছিল?
(ক) ১৯৭৭ চনত
(খ) ১৯৮৫ চনত
(গ) ১৯৭৫ চনত
(ঘ) ১৯৭০ চনত
উঃ (ক) ১৯৭৭ চনত
প্রঃ অসম গণ পৰিষদে কিমান চনত ৰাজ্যত চৰকাৰ গঠন কৰিছিল?
(ক) ১৯৮০ চনত
(গ) ১৯৭৫ চনত
(খ) ১৯৮৫ চনত
(ঘ) ১৯৯০ চনত
উঃ (খ) ১৯৮৫ চনত
প্ৰঃ ভাৰতৰ সাম্যবাদী দল (CPI) কেতিয়া গঠন হৈছিল?
(ক) ১৯২০ চনত
(খ) ১৯২৪ চনত
(গ) ১৯৩০ চনত
(ঘ) ১৯৪৮ চনত
উঃ (খ) ১৯২৪ চনত
প্রঃ কোন দেশত বলছেভিক বিপ্লৱ হৈছিল?
(ক) চীন
(খ) ফ্রান্স
(গ) ছোভিয়েট ৰাছিয়া
(ঘ) জার্মানী
উঃ (গ) ছোভিয়েট বাছিয়া
প্ৰঃ ভাৰতৰ সংবিধানৰ খচৰা কেতিয়া স্বাক্ষৰিত হৈছিল?
(ক) ১৯৪৭ চনৰ ১৫ আগষ্ট
(খ) ১৯৪৮ চনৰ ১৫ আগষ্ট
(গ) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ
(ঘ) ১৯৫০ চনৰ ২৬ জানুৱাৰী
উঃ (গ) ১৯৪৯ চনৰ ২৬ নৱেম্বৰ
প্রঃ ‘ভাৰতীয় জনসংঘ’ৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
(ক) লাল বাহাদুৰ শাস্ত্রী
(খ) শ্যামা প্রসাদ মুখার্জী
(গ) মহাত্মা গান্ধী
(ঘ) জৱাহৰলাল নেহৰু
উঃ (খ) শ্যামা প্রসাদ মুখার্জী
প্ৰঃ ১৯৫২ চনৰ সাধাৰণ নির্বাচনক কিয় ‘মাইলৰ খুটি’ বুলি কোৱা হয়?
(ক) দৰিদ্ৰতা আৰু অশিক্ষাই গণতন্ত্রত বাধা নহয়
বুলি প্ৰমাণ কৰি
(খ) কংগ্ৰেছৰ একাধিপত্যৰ বাবে
(গ) নির্বাচনী প্ৰক্ৰিয়াৰ সঠিক পৰিচালনাৰ বাবে
(ঘ) ভোটদাতাৰ অধিকাৰৰ বাবে
উঃ (ক) দৰিদ্ৰতা আৰু অশিক্ষাই গণতন্ত্রত বাধা নহয় বুলি প্ৰমাণ কৰি
প্রঃ সংবিধানে মাত্র এটা দলৰ শাসন অনুমোদন জনোৱা দেশসমূহ কোন?
(ক) চীন আৰু চিৰিয়া
(খ) ভাৰত আৰু শ্রীলংকা
(গ) চীন আৰু ৰাছিয়া
(ঘ) উত্তৰ কোৰিয়া আৰু চীন
উঃ (ক) চীন আৰু চিৰিয়া
প্ৰঃ ভাৰতৰ দলীয় ব্যৱস্থাৰ এটা বৈশিষ্ট্য কি?
(ক) একদলীয় ব্যবস্থা
(খ) বহুদলীয় ব্যৱস্থা
(গ) মাত্র দুটামান দল
(ঘ) স্বাধীন প্ৰাৰ্থীৰ আধিপত্য

উঃ (খ) বহুদলীয় ব্যবস্থা
প্ৰঃ ভাৰতীয় জনসংঘৰ মূল নীতি কি আছিল?
(ক) ধৰ্মনিৰপেক্ষতা
(খ) এক দেশ, এক সংস্কৃতি, এক জাতি
(গ) ৰাজনৈতিক একাধিপত্য
(ঘ) সমাজবাদ
উঃ (খ) এক দেশ, এক সংস্কৃতি, এক জাতি
প্ৰঃ অসম গণ পৰিষদৰ প্ৰথম চৰকাৰৰ মুখ্যমন্ত্ৰী কোন আছিল?
(ক) ফণী ভূষণ চৌধুৰী
(খ) প্রফুল্ল কুমাৰ মহন্ত
(গ) তৰুণ গগৈ
(ঘ) হিমন্ত বিশ্ব শর্মা
উঃ (খ) প্রফুল্ল কুমাৰ মহন্ত
প্রঃ ভাৰতৰ কোনখন সাধাৰণ নির্বাচনক ‘ৰাজনৈতিক ভূমিকম্প’ বুলি কোৱা হয়?
(ক) ১৯৫২ চনৰ নিৰ্বাচন
(খ) ১৯৬২ চনৰ নিৰ্বাচন
(গ) ১৯৬৭ চনৰ নিৰ্বর্বাচন
(ঘ) ১৯৭১ চনৰ নিৰ্বাচন
উঃ (গ) ১৯৬৭ চনৰ নিৰ্বাচন
প্রঃ ‘সমাজবাদী দল’ কেতিয়া গঠন হৈছিল?
(ক) ১৯৩৫ চনত
(খ) ১৯৪৮ চনত
(গ) ১৯৫১ চনত
(ঘ) ১৯৬৫ চনত
উঃ (খ) ১৯৪৮ চনত
প্ৰঃ ‘ভাৰতৰ সাম্যবাদী মার্ক্সবাদী দল’ কেতিয়া গঠন হৈছিল?
(ক) ১৯৫৭ চনত
(খ) ১৯৫৯ চনত
(গ) ১৯৬৪ চনত
(ঘ) ১৯৭০ চনত
উঃ (গ) ১৯৬৪ চনত
প্রঃ ভাৰতীয় জনসংঘ কিমান চনত প্রতিষ্ঠিত হৈছিল?
(ক) ১৯৫১ চনত
(খ) ১৯৫২ চনত
(গ) ১৯৫৫ চনত
(ঘ) ১৯৫০ চনত

উঃ (ক) ১৯৫১ চনত
প্রঃ ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত কিমানখন ৰাষ্ট্ৰীয় দল প্রতিদ্বন্দ্বিতা কৰিছিল?
(ক) ১০ খন
(খ) ১২ খন
(গ) ১৪ খন
(ঘ) ১৬ খন
উঃ (গ) ১৪ খন
প্রঃ ভাৰতৰ সংবিধান কিয় বিশেষ?
(ক) ই ক্ষুদ্র দেশৰ বাবে হৈছে
(খ) ই বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান
(গ) ই ইংৰাজীয় ল’ৰ ভিত্তিত আছে
(ঘ) ই মাত্ৰ ধাৰাবাহিকতা নিশ্চিত কৰে
উঃ (খ) ই বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান
প্রঃ ভাৰতৰ সংবিধান সভাৰ বৈঠক প্রথম কেতিয়া অনুষ্ঠিত হৈছিল?
(ক) ১৯৪৬ চনৰ ৯ ডিচেম্বৰ
(খ) ১৯৪৭ চনৰ ১৫ আগষ্ট
(গ) ১৯৪৬ চনৰ ১৫ ডিচেম্বৰ
(ঘ) ১৯৪৭ চনৰ ২৬ জানুৱাৰী
উঃ (ক) ১৯৪৬ চনৰ ৯ ডিচেম্বৰ
প্রঃ ‘অসহযোগ আন্দোলন’ কোন বছৰত আৰম্ভহৈছিল?
(ক) ১৯২০ চনত
(খ) ১৯২৫ চনত
(গ) ১৯১৯ চনত
(ঘ) ১৯৩০ চনত
উঃ (ক) ১৯২০ চনত
প্ৰঃ ভাৰতৰ প্ৰথম তিনিটা নিৰ্বাচনৰ সময়ক কোন দলৰ একাধিপত্যৰ যুগ বুলি কোৱা হয়?
(ক) কংগ্রেছ
(খ) ভাৰতীয় জনতা দল
(গ) সমাজবাদী দল
(ঘ) ভাৰতীয় সাম্যবাদী দল
উঃ (ক) কংগ্রেছ
প্ৰঃ ভাৰতৰ ৰাজনীতিত ‘বাওঁপন্থী দল’বোৰৰ এক প্রধান উদ্দেশ্য কি?
(ক) শ্রমিক শ্ৰেণীৰ একনায়কত্ব প্রতিষ্ঠা

(খ) ব্যক্তিগত সম্পত্তিৰ অধিকাৰ প্ৰতিৰক্ষা
(গ) সাম্প্রদায়িকতা শক্তিশালী কৰা
(ঘ) সামন্তবাদৰ প্ৰতি সমর্থন
উঃ (ক) শ্রমিক শ্ৰেণীৰ একনায়কত্ব প্রতিষ্ঠা
প্ৰঃ ভাৰতৰ সংবিধান সভাৰ মুঠ সদস্য কিমান আছিল?
(ক) ২৯৯ জন
(খ) ৩৫০ জন
(গ) ৪০০ জন
(ঘ) ২৭৫ জন
উঃ (ক) ২৯৯ জন
প্রঃ কংগ্ৰেছ দলত “আদর্শগত সমন্বয়” বুলিকে কোৱা হয়?
(ক) সকলো শ্ৰেণীৰ লোকৰ লগত সংহতি
(খ) মাত্ৰ উচ্চ শ্ৰেণীৰ লোকৰ সমৰ্থন
(গ) দলৰ সাম্প্রদায়িক মনোভার
(ঘ) মাত্ৰ ৰাজনৈতিক নেতা সকলৰ গোট
উঃ (ক) সকলো শ্ৰেণীৰ লোকৰ লগত সংহতি
প্রঃ ১৯৫২ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ মুঠ ভোটৰ শতকৰা কিমান আছিল?
(ক) ৩০%
(খ) ৪৫%
(গ) ৫০%
(ঘ) ৬০%
উঃ (খ) ৪৫%
প্রঃ বাওঁপন্থী দলসমূহৰ মতে ব্যক্তিগত সম্পত্তিৰ ওপৰত সম্পূর্ণ নিষেধাজ্ঞা হ’ব লাগে। ইয়াৰ মূল উদ্দেশ্য কি?
(ক) সকলো সম্পত্তি চৰকাৰৰ নিয়ন্ত্ৰণত থকা
(খ) মানুহৰ ব্যক্তিগত অধিকাৰ বাঢ়োৱা
(গ) বিত্তৱানৰ সংখ্যা বৃদ্ধি কৰা
(ঘ) জনসাধাৰণক কষ্ট দিয়াৰ উদ্দেশ্যে
থকা উঃ (ক) সকলো সম্পত্তি চৰকাৰৰ নিয়ন্ত্ৰণত
প্ৰঃ ভাৰতৰ দলীয় ব্যৱস্থাৰ এক বৈশিষ্ট্য কি?
(ক) একদলীয় শাসন
(খ) শাসনৰ পৰিপূৰ্ণ সাম্য
(গ) ব্যক্তিৰ আধিপত্য

(ঘ) মাত্র সাম্প্রদায়িক দল
উঃ (গ) ব্যক্তিৰ আধিপত্য
প্রঃ ১৯৬২ চনৰ চীন-ভাৰত যুদ্ধৰ পাছত ভাৰতৰ ৰাজনীতিত কি প্রভাৱ পৰিছিল?
(ক) সাম্প্রদায়িক দলসমূহৰ বৃদ্ধি
(খ) কংগ্ৰেছ দলৰ শক্তি হ্রাস
(গ) সাম্যবাদী দলৰ একাধিপত্য
(ঘ) বাওঁপন্থী দলৰ অধিকাৰ শক্তিশালী হোৱা
উঃ (খ) কংগ্ৰেছ দলৰ শক্তি হ্রাস
প্রঃ কংগ্ৰেছৰ নেতাসকলৰ ভিতৰত ‘নেহৰু-গান্ধী পৰিয়ালৰ’ চৰিত্ৰৰ ওপৰত অভিযোগ কি?
(ক) দলৰ শৃংখলা সংহত কৰা
(খ) ব্যক্তিগত আধিপত্য প্রতিষ্ঠা কৰা
(গ) বাওঁপন্থা সমর্থন কৰা
(ঘ) সাম্প্রদায়িক নীতি প্ৰচাৰ কৰা
উঃ (খ) ব্যক্তিগত আধিপত্য প্রতিষ্ঠা কৰা
প্ৰঃ ভাৰতৰ ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে ভোটদানত কাৰ প্ৰধান ভূমিকা থাকে?
(ক) মাত্র লোকসভাৰ সদস্যৰ
(খ) মাত্ৰ ৰাজ্যসভাৰ সদস্যৰ
(গ) লোকসভা আৰু বিধান সভাৰ সদস্যৰ
(ঘ) লোকসভা আৰু ৰাজ্যসভাৰ সদস্যৰ
উঃ (গ) লোকসভা আৰু বিধান সভাৰ সদস্যৰ
প্ৰঃ ভাৰতৰ সংবিধান সভাই কিমান সময়ত সংবিধান প্রস্তুত কৰিছিল?
(ক) ২ বছৰ ১১ মাহ ১৮ দিন
(খ) ৩ বছৰ
(গ) ১ বছৰ ৬ মাহ
(ঘ) ৪ বছৰ
উঃ (ক) ২ বছৰ ১১ মাহ ১৮ দিন
প্রঃ ‘স্বাধীনতা আন্দোলন’ৰ মুখ্য উদ্দেশ্য কি আছিল?
(ক) কংগ্ৰেছ দল গঠন কৰা
(খ) ৰাজনৈতিক শক্তি বৃদ্ধি কৰা

(গ) বৃটিছ শাসনৰ পৰা মুক্তি লাভ কৰা
(ঘ) ভাৰতত ৰাজা-বাদৰ পুনঃস্থাপন কৰা
উঃ (গ) বৃটিছ শাসনৰ পৰা মুক্তি লাভ কৰা
প্রঃ ভাৰতত প্রথম ষ্টীল কাৰখানা কোনে স্থাপন কৰিছিল?
(ক) ৰতন টাটা
(খ) জাহাঙ্গীৰ টাটা
(গ) জামছেদজি টাটা
(ঘ) কাশীনাথ সেন
উঃ (গ) জামছেদজি টাটা
প্ৰঃ ভাৰতত প্রথম মহিলা প্রধান মন্ত্রী কোন আছিল?
(ক) চন্দ্রিকা কুমাৰতুঙ্গা
(খ) ইন্দিৰা গান্ধী
(গ) চৌধুৰী চাৰণ সিং
(ঘ) চন্দ্রা প্রভা সাইকিয়া
উঃ (খ) ইন্দিৰা গান্ধী
প্ৰঃ ভাৰতৰ সংবিধানৰ মূল গুণ কি?
(ক) সংহতি
(খ) সাম্য
(গ) ধৰ্মনিৰপেক্ষতা
(ঘ) সকলো
উঃ (ঘ) সকলো
প্রঃ ১৯৪৮ চনত “বিশ্ব স্বাস্থ্য সংস্থা” (WHO) কেতিয়া গঠন কৰা হৈছিল?
(ক) ৭ এপ্রিল
(খ) ১ জানুৱাৰী
(গ) ৫ মার্চ
(ঘ) ১৫ আগষ্ট
উঃ (ক) ৭ এপ্রিল
প্রঃ ভাৰতৰ কোনখন ৰাজ্যত জনঘনত্ব সর্বাধিক?
(ক) উত্তৰ প্ৰদেশ
(খ) পশ্চিম বংগ
(গ) বিহাৰ
(ঘ) কেৰালা
উঃ (গ) বিহাৰ
প্রঃ অসমৰ প্ৰথম মুখ্যমন্ত্রী কোন আছিল?
(ক) গোপীনাথ বৰদলৈ
(খ) ফণী ভূষণ চৌধুৰী

(গ) মহেন্দ্র নাথ দের
(ঘ) তৰুণ গগৈ
উঃ (ক) গোপীনাথ বৰদলৈ
প্রঃ ‘বিৰোধী দল’ক ভাৰতত এক ‘বিভাজিত সদন’ বুলি কিয় কোৱা হয়?
(ক) ঐক্যৰ অভাৱৰ বাবে
(খ) সমষ্টিগত নেতৃত্বৰ বাবে
(গ) সমাজবাদৰ প্ৰচাৰৰ বাবে
(ঘ) শাসনত কোনো প্রভাব নথকাৰ বাবে
উঃ (ক) ঐক্যৰ অভাৱৰ বাবে
প্রঃ ভাৰতৰ ৰাজনৈতিক নিৰ্বাচনৰ বেলট কাকতত কি থাকে?
(ক) দলৰ চিহ্ন
(খ) প্রার্থীৰ নাম
(গ) উপৰোক্ত দুয়োটা
(ঘ) কোনোটা নহয়
উঃ (গ) উপৰোক্ত দুয়োটা
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ কংগ্ৰেছ দল কেতিয়া প্রতিষ্ঠিত হৈছিল?
উঃ ১৮৮৫ চনত।
প্ৰঃ কংগ্ৰেছ দলৰ প্ৰতিষ্ঠাপক কোন আছিল?
উঃ এলান অক্টোভিয়ান হিউম।
প্ৰঃ ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সভাপতি কোন আছিল?
উঃ ড০ বি. আৰ. আম্বেদকাৰ।
হয়? প্ৰঃ ভাৰতৰ সংবিধান কেতিয়াৰ পৰা বলবৎ কৰা
উঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী।
প্ৰঃ ভাৰতৰ প্ৰথম সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
উঃ ১৯৫২ চনত।
প্ৰঃ ভাৰতৰ প্ৰথম মুখ্য নির্বাচনী আয়ুক্ত কোন আছিল?
উঃ সুকুমাৰ সেন।
প্রঃ ভাৰতৰ সংবিধান কেতিয়া স্বাক্ষৰিত হৈছিল?
উঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰ।
প্ৰঃ ভাৰতৰ সংবিধানৰ খচৰা তৈয়াৰ কৰিবলৈ কিমান সময় লাগিছিল?
উঃ ২ বছৰ ১১ মাহ ১৮ দিন।
প্রঃ ভাৰতৰ দ্বিতীয় সাধাৰণ নির্বাচন কেতিয়া অনুষ্ঠিত হৈছিল?
উঃ ১৯৫৭ চনত।
প্ৰঃ ভাৰতৰ প্রথম প্রধানমন্ত্রী কোন আছিল?
উঃ জৱাহৰলাল নেহৰু।
প্রঃ কংগ্ৰেছ দল কোনখন ৰাজ্যত প্রথম পৰাজিত হৈছিল?
উঃ কেৰালা।
প্রঃ অসমত জনতা দলে প্রথম চৰকাৰ কেতিয়া গঠন কৰিছিল?
উঃ ১৯৭৭ চনত।
প্রঃ অসম গণ পৰিষদে কেতিয়া চৰকাৰ গঠন কৰিছিল?
উঃ ১৯৮৫ চনত।
প্ৰঃ ভাৰতৰ প্ৰথমখন সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে মুঠ কিমান আসন লাভ কৰিছিল?
উঃ ৩৬৪ খন।
প্ৰঃ ভাৰতীয় জনসংঘ কোন চনত গঠিত হৈছিল?
উঃ ১৯৫১ চনত।
প্ৰঃ ভাৰতৰ কোনখন সাধাৰণ নিৰ্বাচনক ‘মাইলৰ খুটি’ বুলি অভিহিত কৰা হয়?
উঃ ১৯৫২ চনৰ সাধাৰণ নির্বাচন।
প্রঃ ভাৰতৰ কোনখন সাধাৰণ নির্বাচনক ‘ইতিহাসৰ সৰ্ববৃহৎ জুৱা’ বুলি কোৱা হৈছিল?
উঃ ১৯৫২ চনৰ সাধাৰণ নির্বাচন।
প্রঃ কোন দেশত বলছেভিক বিপ্লৱ হৈছিল?
উঃ ছোভিয়েট ৰাছিয়া।
প্রঃ ‘সমাজবাদী দল’ কেতিয়া গঠন হৈছিল?
উঃ ১৯৪৮ চনত।

প্ৰঃ ভাৰতৰ সাম্যবাদী মার্ক্সবাদী দল কেতিয়া গঠন হৈছিল?
উঃ ১৯৬৪ চনত।
প্রঃ কংগ্ৰেছ দলক কিয় “আদর্শগত সমন্বয়” থকা দল বুলি কোৱা হয়?
উঃ ইয়াৰ সংগঠনত সকলো শ্ৰেণীৰ লোকৰ অংশগ্রহণ থাকে।
প্ৰঃ ভাৰতৰ সংবিধানক বিশ্বৰ সৰ্ববৃহৎ লিখিত সংবিধান কিয় কোৱা হয়?
উঃ ইয়াৰ মুঠ ৩৯৫টা ধাৰা আৰু ১২টা সময়পত্র আছে।
প্ৰঃ ভাৰতৰ কোনখন নির্বাচনক “ৰাজনৈতিক ভূমিকম্প” বুলি কোৱা হয়?
উঃ ১৯৬৭ চনৰ সাধাৰণ নির্বাচন।
প্ৰঃ বাওঁপন্থী দলৰ মূল উদ্দেশ্য কি?
উঃ শ্রমিক শ্রেণীৰ একনায়কত্ব প্রতিষ্ঠা।
প্রঃ ভাৰতত কোনখন সাধাৰণ নিৰ্বাচনৰ সময়ত কংগ্ৰেছৰ একাধিপত্য শেষ হৈছিল?
উঃ ১৯৭৭ চনৰ সাধাৰণ নির্বাচন।
প্রঃ ভাৰতৰ সংবিধান সভাৰ প্ৰথম অধিবেশন কেতিয়া হৈছিল?
উঃ ১৯৪৬ চনৰ ৯ ডিচেম্বৰ।
প্ৰঃ ভাৰতত লোকসভাৰ মুঠ কয়খন আসন আছে?
উঃ ৫৪৩ খন।
প্রঃ ভাৰতৰ সংবিধানৰ প্রস্তাৱনা কোনে লিখিছিল?
উঃ ড° বি. আৰ. আম্বেদকাৰ।
প্ৰঃ ভাৰতৰ সংবিধানৰ খচৰা কেতিয়া তৈয়াৰ হৈছিল?
উঃ ১৯৪৮ চনত।
প্ৰঃ ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত কিমান ৰাষ্ট্ৰীয় দল অংশগ্রহণ কৰিছিল?
উঃ ১৪ খন।

প্ৰঃ ভাৰতত ‘বিৰোধী দল ‘ক এক বিভাজিত সদন কিয় বোলা হয়?
উঃ বিৰোধী দলসমূহৰ মাজত ঐক্যৰ অভাৱ থাকে।
প্রঃ ভাৰতৰ সংবিধান কোন দেশৰ পৰা ধৰ্মনিৰপেক্ষ নীতি গ্রহণ কৰিছে?
উঃ আমেৰিকা।
প্ৰঃ ভাৰতীয় জনসংঘৰ মূল আদর্শ কি আছিল?
উঃ এক দেশ, এক জাতি, এক সংস্কৃতি।
প্রঃ ১৯৫২ চনৰ নিৰ্বাচনত কংগ্ৰেছৰ মুঠ ভোটৰ শতাংশ কিমান আছিল?
উঃ ৪৫ শতাংশ।
প্ৰঃ ভাৰতৰ সংবিধানৰ মূল উদ্দেশ্য কি?
উঃ সাম্য, স্বাধীনতা আৰু ধৰ্মনিৰপেক্ষতা নিশ্চিত কৰা।
প্রঃ সংবিধান সভাৰ মুঠ কিমান সদস্য আছিল?
উঃ ২৯৯ জন।
প্ৰঃ ভাৰতৰ স্বাধীনতা আন্দোলনৰ মুখ্য উদ্দেশ্য কি আছিল?
উঃ বৃটিছ শাসনৰ পৰা মুক্তি লাভ কৰা।
প্ৰঃ ভাৰতৰ কোনটো নিৰ্বাচনৰ সময়ত ‘ইতিহাসৰ সৰ্ববৃহৎ জুৱা’ কোৱা হৈছিল?
উঃ ১৯৫২ চনৰ সাধাৰণ নির্বাচন।
প্ৰঃ সংবিধানৰ খচৰা কেতিয়া গ্রহণ কৰা হৈছিল?
উঃ ১৯৪৯ চনৰ ২৬ নৱেম্বৰ।
প্রঃ ভাৰতত চূড়ান্ত ক্ষমতা কাক অন্তর্ভুক্ত?
উঃ জনসাধাৰণ।
প্রঃ অসম গণ পৰিষদৰ প্ৰথম মুখ্যমন্ত্রী কোন আছিল?
উঃ প্রফুল্ল কুমাৰ মহন্ত।
প্ৰঃ ভাৰতত বাওঁপন্থী দলৰ মূল উদ্দেশ্য কি?
উঃ সাম্য আৰু শ্রমিক শ্ৰেণীৰ অধিকাৰ প্ৰতিষ্ঠা।
প্ৰঃ কংগ্ৰেছৰ আধিপত্যৰ সময় কোনটি আছিল?
উঃ ১৯৫২ চনৰ পৰা ১৯৭৭ চন।

প্ৰঃ ভাৰতৰ কোনখন নির্বাচনক “মাইলৰ খুটি” বুলি অভিহিত কৰা হৈছে?
উঃ ১৯৫২ চনৰ সাধাৰণ নির্বাচন।
প্ৰঃ ভাৰতৰ কোনখন ৰাজনৈতিক দলৰ আদৰ্শ হ’ল “সমাজবাদ”?
উঃ সমাজবাদী দল।
প্ৰঃ ভাৰতৰ সংবিধানক মুঠ কিমান ভাষাত লিখা হৈছিল?
উঃ দুটা ভাষাত (ইংৰাজী আৰু হিন্দী)।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment