আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক ৰাজনীতি বিজ্ঞান বিষয়ৰ Class 12 Political Science MCQ Chapter 1 শীতল যুদ্ধ, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Political Science MCQ Chapter 1 সমসাময়িক বিশ্ব ৰাজনীতি
শাখা-ক সমসাময়িক বিশ্ব ৰাজনীতি (নম্বৰ ৫০)
অধ্যায়-১
শীতল যুদ্ধ
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQs)
প্রঃ প্রঃ শীতল যুদ্ধ কি?
(ক) সামৰিক সংঘৰ্ষ
(খ) ঠাণ্ডা পৰিৱেশ
(গ) বিশ্ব ৰাজনীতিত আধিপত্য স্থাপনক লৈ প্রতিযোগিতা
(ঘ) আর্থিক মিত্রতা
উঃ (গ) বিশ্ব ৰাজনীতিত আধিপত্য স্থাপনক লৈ প্রতিযোগিতা
প্রঃ শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?
(ক) ১৯৪০ চনত
(খ) ১৯৪৫ চনত
(গ) ১৯৫০ চনত
(ঘ) ১৯৬০ চনত
উঃ (খ) ১৯৪৫ চনত
প্রঃ NATO ৰ সম্পূৰ্ণ ৰূপটো কি?
(ক) National Atlantic Treaty Organisation
(খ) North Atlantic Treaty Organisation
(গ) North Asia Treaty Organisation
(ঘ) National Alliance Treaty Organisation
উঃ (খ) North Atlantic Treaty Organisation
প্রঃ বাৰশ্ব চুক্তি কেতিয়া সম্পাদন কৰা হৈছিল?
(ক) ১৯৫০ চনত
(খ) ১৯৫৫ চনত
(গ) ১৯৬০ চনত
(ঘ) ১৯৬৫ চনত
উঃ (খ) ১৯৫৫ চনত
প্রঃ NIEO ৰ সম্পূৰ্ণ ৰূপটো কি?
(ক) New International Economic Order
(খ) National Industrial Economic Order
(গ) Neutral Industrial Economic Organisation
(ঘ) None International Economic Organisation
উঃ (ক) New International Economic Order
প্রঃ LOCS মানে কি?
(ক) Line of Controls
(খ) Lines of Communications
(গ) Level of Conflicts
(ঘ) Line of Cooperation
উঃ (ক) Line of Controls
প্রঃ NAM ৰ উদ্দেশ্য কি?
(ক) সাম্যবাদৰ প্ৰচাৰ
(খ) নিৰপেক্ষ ভূমিকা গ্রহণ
(গ) সামৰিক সংহতি
(ঘ) আৱশ্যক নহয়
উঃ (খ) নিৰপেক্ষ ভূমিকা গ্রহণ
প্রঃ কিউবা সংকট কি ধৰণৰ সমস্যা আছিল?
(ক) আর্থিক
(খ) সামৰিক
(গ) ৰাজনৈতিক
(ঘ) কুটনৈতিক
উঃ (খ) সামৰিক
প্রঃ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত কোন দুখন চহৰত আণবিক বোমা নিক্ষেপ কৰা হৈছিল?
(ক) টোকিঅ’ আৰু ওছাকা
(খ) হিৰোশ্বিমা আৰু নাগাচাকি
(গ) কিয়’টো আৰু হিৰোশ্বিমা
(ঘ) নাগাচাকি আৰু ওছাকা
উঃ (খ) হিৰোশ্বিমা আৰু নাগাচাকি
প্রঃ গোণ্ডী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক কোন?
(ক) মহাত্মা গান্ধী
(খ) জচিব ব্রজ টিটু
(গ) জৱাহৰলাল নেহৰু
(ঘ) নেলছন মেন্ডেলা
উঃ (খ) জচিব ব্রজ টিটু
প্রঃ ১৯৯০ চনত কি বৃহৎ ঘটনা সংঘটিত হৈছিল?
(ক) কিউবা সংকট
(খ) জার্মানীৰ একত্ৰিকৰণ
(গ) শীতল যুদ্ধৰ অন্ত
(ঘ) WTO ৰ গঠন
উঃ (খ) জার্মানীৰ একত্ৰিকৰণ
প্রঃ CENTO ৰ উদ্দেশ্য কি?
(ক) সামৰিক মিত্ৰতা
(খ) স্বাধীন বিদেশ নীতি গ্রহণ
(গ) সাম্যবাদৰ প্ৰচাৰ
(ঘ) পৃথকীকৰণ
উঃ (খ) স্বাধীন বিদেশ নীতি গ্রহণ প্রঃ দ্বিতীয় বিশ্বযুদ্ধৰ মিত্রশক্তি কোন?
(ক) আমেৰিকা, জার্মানী, জাপান
(খ) আমেৰিকা, বৃটেইন, ছোভিয়েট ৰাছিয়া
(গ) জাপান, ইটালী, জার্মানী
(ঘ) ফ্রান্স, জার্মানী, ইটালী
উঃ (খ) আমেৰিকা, বৃটেইন, ছোভিয়েট ৰাছিয়া প্রঃ শীতল যুদ্ধৰ অন্ত কেতিয়া হৈছিল?
(ক) ১৯৮৫ চনত
(খ) ১৯৯০ চনত
(গ) ১৯৯১ চনত
(ঘ) ২০০০ চনত
উঃ (গ) ১৯৯১ চনত
প্রঃ শীতল যুদ্ধ কি প্রধানকৈ দেখুৱাইছিল?
(ক) ৰাজনৈতিক প্রতিযোগিতা
(খ) সামৰিক দ্বন্দ্ব
(গ) অর্থনৈতিক সংকট
(ঘ) বিজ্ঞানৰ উন্নতি
উঃ (ক) ৰাজনৈতিক প্রতিযোগিতা
প্রঃ শীতল যুদ্ধ কেতিয়া অন্ত পৰে?
(ক) ১৯৯০ চনত
(খ) ১৯৯১ চনত
(গ) ১৯৯২ চনত
(ঘ) ১৯৮৯ চনত
উঃ (খ) ১৯৯১ চনত
প্রঃ শীতল যুদ্ধৰ সময়ছোৱাত দুই মহাশক্তি ক’ত কেন্দ্রীভূত হৈছিল?
(ক) আমেৰিকা আৰু ইউৰোপ
(খ) আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া
(গ) ছীন আৰু জাপান
(ঘ) ভাৰত আৰু পাকিস্তান
উঃ (খ) আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া
প্রঃ শীতল যুদ্ধৰ সময়ত কেৱল সামৰিক প্রতিযোগিতা আছিল নে?
(ক) হয়
(খ) নহয়
(গ) অৱস্থাভেদে
(ঘ) নিশ্চিত নহয়
উঃ (খ) নহয়
প্রঃ NATO কেতিয়া গঠিত হৈছিল?
(ক) ১৯৪৫ চনত
(খ) ১৯৪৯ চনত
(গ) ১৯৫০ চনত
(ঘ) ১৯৫৫ চনত
উঃ (খ) ১৯৪৯ চনত
প্রঃ শীতল যুদ্ধৰ সময়ত WTO কি আছিল?
(ক) এটা সামৰিক চুক্তি
(খ) এটা অর্থনৈতিক চুক্তি
(গ) এটা ৰাজনৈতিক সংঘ
(ঘ) এটা বাণিজ্য সংঘ
উঃ (খ) এটা অর্থনৈতিক চুক্তি
প্রঃ শীতল যুদ্ধৰ সময়ত কিউবা সংকট কেতিয়া হৈছিল?
(ক) ১৯৬০ চনত
(খ) ১৯৬১ চনত
(গ) ১৯৬২ চনত
(ঘ) ১৯৬৩ চনত
উঃ (গ) ১৯৬২ চনত
প্রঃ Warsaw Pact ক’ত সম্পাদন কৰা হৈছিল?
(ক) পেৰিছত
(খ) মস্ক’ত
(গ) ৱাৰশ্বত
(ঘ) ব্রাছেলছত
উঃ (গ) বাৰশ্বত
প্রঃ Warsaw Pact ৰ উদ্দেশ্য কি আছিল?
(ক) NATOৰ সৈতে সহযোগিতা
(খ) ছোভিয়েট ৰাছিয়াৰ প্ৰভাৱ বৃদ্ধিৰ বাবে
(গ) সাম্যবাদী ৰাষ্ট্ৰবোৰৰ মিত্ৰতাক মজবুত কৰা
(ঘ) সামৰিক বিস্তাৰ
কৰা উঃ (গ) সাম্যবাদী ৰাষ্ট্ৰবোৰৰ মিত্ৰতাক মজবুত
প্রঃ শীতল যুদ্ধৰ সময়ত কোনো দেশ নিজকে নিৰপেক্ষ ৰূপে উপস্থাপন কৰিছিল নে?
(ক) হয়
(গ) অবস্থাভেদে
(খ) নহয়
(ঘ) নিশ্চিত নহয়
উঃ (ক) হয়
প্রঃ Non-Aligned Movement (NAM)ৰ আৰম্ভণি কোনে কৰিছিল?
(ক) মহাত্মা গান্ধী
(খ) নেহৰু, টিটু আৰু নাসাৰ
(গ) স্টালিন
(ঘ) চার্লছ ডিগ’ল
উঃ (খ) নেহৰু, টিটু আৰু নাছাৰ
প্রঃ শীতল যুদ্ধৰ সময়ছোৱাত ক’ত পূর্ব পশ্চিমৰ বাচাঁনিৰ সীমা আছিল?
(ক) LOC
(খ) Berlin Wall
(গ) Maginot Line
(ঘ) সৰু মুৰৰ দেশ
উঃ (খ) Berlin Wall
প্রঃ UNOৰ গঠনত কেৱল পাঁচখন স্থায়ী সদস্য দেশ কিয় আছিল?
(ক) তেওঁলোক শক্তিশালী আছিল
(খ) তেওঁলোকক অধিক সমর্থন দিয়া হৈছিল
(গ) ই দ্বিতীয় বিশ্বযুদ্ধৰ বিজয়ী ৰাষ্ট্ৰ আছিল
(ঘ) অবস্থাভেদে
উঃ (গ) ই দ্বিতীয় বিশ্বযুদ্ধৰ বিজয়ী ৰাষ্ট্ৰ আছিল প্রঃ UNO কেতিয়া গঠিত হৈছিল?
(ক) ১৯৪৫ চনত
(খ) ১৯৪৬ চনত
(গ) ১৯৪৪ চনত
উঃ (ক) ১৯৪৫ চনত
(ঘ) ১৯৪৭ চনত
প্রঃ Nuclear Non-Proliferation Treaty
(NPT) ৰ লক্ষ্য কি?
(ক) শীতল যুদ্ধ সমাপ্ত কৰা
(খ) আণৱিক অস্ত্র সম্প্ৰসাৰণ ৰোধ কৰা
(গ) আণৱিক শক্তি উন্নয়ন কৰা
(ঘ) শান্তি স্থাপন
উঃ (খ) আণরিক অস্ত্ৰ সম্প্ৰসাৰণ ৰোধ কৰা
প্রঃ UNO ৰ আটাইতকৈ প্রধান উদ্দেশ্য কি?
(ক) যুদ্ধক প্রোৎসাহিত কৰা
(খ) শান্তি স্থাপন
(গ) ৰাজনৈতিক দ্বন্দ্ব
(ঘ) ৰাষ্ট্ৰসমূহৰ ভিতৰত সহযোগিতা বৃদ্ধি কৰা
উঃ (খ) শান্তি স্থাপন
প্রঃ শীতল যুদ্ধৰ সময়ত চীন কোনৰ মিত্ৰ আছিল?
(ক) আমেৰিকা যুক্তৰাষ্ট্ৰ
(খ) ছোভিয়েট ৰাছিয়া
(গ) নিজে স্বতন্ত্র আছিল
(ঘ) NAM ৰ সদস্য আছিল
উঃ (গ) নিজে স্বতন্ত্র আছিল
প্রঃ শীতল যুদ্ধত তৃতীয় বিশ্বৰ ভূমিকা কি আছিল?
(ক) শক্তিৰ অংশ আছিল
(খ) নিৰপেক্ষ অৱস্থান লৈছিল
(গ) সামৰিক মিত্ৰ আছিল
(ঘ) UNO ৰ অংশ আছিল
উঃ (খ) নিৰপেক্ষ অবস্থান লৈছিল
প্রঃ কিউবা সংকটৰ সময়ত ছোভিয়েট ৰাছিয়াই কিউবালৈ কি পাৰমাণবিক ক্ষেপণাস্ত্র পঠাইছিল?
(ক) বিমান
(খ) মিছাইল
(গ) যুদ্ধ জাহাজ
(ঘ) ৰাডাৰ
উঃ (খ) মিছাইল
প্রঃ UNO ৰ আটাইতকৈ প্রধান সংস্থা কি?
(ক) UNESCO
(খ) UNICEF
(গ) General Assembly
(ঘ) World Bank
উঃ (গ) General Assembly
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ শীতল যুদ্ধ কিয় আৰম্ভ হৈছিল?
উঃ ৰাজনৈতিক, সামৰিক, আৰু অর্থনৈতিক আধিপত্যৰ বাবে।
প্রঃ শীতল যুদ্ধৰ কাৰ্যকাল কিমান আছিল?
উঃ প্রায় ৪৫ বছৰ (১৯৪৭-১৯৯১)।
প্রঃ শীতল যুদ্ধত কেৱল যুদ্ধ হৈছিল নে?
উঃ নহয়, ই ৰাজনৈতিক আৰু অর্থনৈতিক প্রতিযোগিতাও আছিল।
প্রঃ শীতল যুদ্ধৰ সময়ছোৱাত কোন দুখন মহাশক্তি আছিল?
উঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়া।
প্ৰঃ NATO ৰ গঠনৰ উদ্দেশ্য কি আছিল?
উঃপশ্চিমা ৰাষ্ট্ৰসমূহৰ সামৰিক সহযোগিতা।
প্রঃ Warsaw Pact কোন পক্ষৰ অধীনত আছিল?
উঃ ছোভিয়েট ৰাছিয়াৰ।
প্রঃ শীতল যুদ্ধৰ সময়ছোৱাত কেৱল কোনো এটা দেশৰ মিত্ৰ নোহোৱা ৰাষ্ট্ৰক কি বুলি কোৱা হৈছিল?
উঃ নিৰপেক্ষ দেশ।
প্রঃ শীতল যুদ্ধৰ সময়ত UN ৰ ভূমিকা কি আছিল?
উঃ বিশ্ব শান্তি স্থাপন।
প্রঃ কিউবা সংকট কেতিয়া হৈছিল?
উঃ ১৯৬২ চনত।
প্রঃ Berlin Wall কেতিয়া ভাঙি দিয়া হয়?
উঃ ১৯৮৯ চনত।
প্রঃ UNO ৰ পূৰ্ণৰূপ কি?
উঃ United Nations Organization |
প্রঃ শীতল যুদ্ধৰ সময়ত কোন দেশে আণবিক শক্তি বৃদ্ধিত অগ্রণী ভূমিকা লৈছিল?
উঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।
প্রঃ Non-Aligned Movement (NAM)
নেতৃত্ব কোনে দিছিল?
উঃ জৱাহৰলাল নেহৰু।
প্রঃ শীতল যুদ্ধৰ সময়ত সাম্যবাদৰ মুখ্য সমর্থক কোন আছিল?
উঃ ছোভিয়েট ৰাছিয়া।
প্রঃ শীতল যুদ্ধৰ সময়ত পুঁজিবাদৰ মুখ্য সমর্থক কোন আছিল?
উঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।
প্রঃ শীতল যুদ্ধত আর্থিক প্রতিযোগিতাৰ মুখ্য অংশ কি আছিল?
উঃ উন্নত দেশবোৰৰ বিনিয়োগ।
প্রঃ UNO কেতিয়া গঠন কৰা হৈছিল?
উঃ ১৯৪৫ চনত।
প্রঃ Nuclear Non-Proliferation Treaty (NPT) ৰ লক্ষ্য কি আছিল?
উঃ আণবিক অস্ত্র সম্প্ৰসাৰণ ৰোধ কৰা।
প্রঃ শীতল যুদ্ধৰ সময়ত কেনেধৰণৰ যুদ্ধ হৈছিল?
উঃ আদৰ্শ আৰু প্ৰভাৱৰ যুদ্ধ।
প্রঃ Marshall Plan ৰ উদ্দেশ্য কি আছিল?
উঃ ইউৰোপীয় দেশসমূহৰ পুনর্নিমাণ।
প্রঃ কেৰিয়ান যুদ্ধ শীতল যুদ্ধৰ অংশ নে?
উঃ হয়।
প্রঃ শীতল যুদ্ধৰ সময়ত ছোভিয়েট বাছিয়াই কি ধৰণৰ ৰাষ্ট্ৰক মিত্ৰ কৰি তুলিছিল?
উঃ সাম্যবাদী ৰাষ্ট্ৰ।
প্রঃ Space Race কোনে আৰম্ভ কৰিছিল?
উঃ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াই।
প্রঃ শীতল যুদ্ধৰ সময়ত ক’ত ‘Proxy War’ হৈছিল?
উঃ ভিয়েটনামত।
প্রঃ Berlin Wall কিয় গঢ়ি উঠিছিল?
উঃ পূর্ব আৰু পশ্চিম বার্লিন পৃথক কৰিবলৈ।
প্রঃ শীতল যুদ্ধৰ সময়ত ছোভিয়েট ৰাছিয়াৰ মুখ্য নেতৃত্বত কোন আছিল?
উঃ জ’ছেফ স্টালিন।
প্রঃ শীতল যুদ্ধৰ সময়ত আমেৰিকাৰ মুখ্য নেতৃত্বত কোন আছিল?
উঃ হাৰী ট্রুমেন।
প্রঃ কিউবা সংকট কোনৰ মাজত হৈছিল?
উঃ আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত।
প্রঃ Arms Race ৰ সময়ত মুখ্য প্রতিযোগিতা কি আছিল?
উঃ আণৱিক অস্ত্ৰৰ উন্নয়ন।
প্রঃ শীতল যুদ্ধৰ সময়ত কোন দেশ মুনলৈ মানুহ প্ৰেৰণ কৰিছিল?
উঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।
প্রঃ Vietnam War কিয় হৈছিল?
উঃ আদৰ্শৰ প্ৰভাৱ বিস্তাৰৰ বাবে।
প্রঃ শীতল যুদ্ধৰ সময়ত ক’ত সাম্যবাদী আৰু পুঁজিবাদী ৰাষ্ট্ৰৰ সংঘাত হৈছিল?
উঃ কোৰিয়া আৰু ভিয়েটনামত।
প্রঃ শীতল যুদ্ধৰ সময়ছোৱাত সাম্যবাদৰ প্ৰতীক কি আছিল?
উঃ ছোভিয়েট ৰাছিয়া।
প্রঃ শীতল যুদ্ধৰ অন্ত পৰাৰ কাৰণ কি আছিল?
উঃ ছোভিয়েট ৰাছিয়াৰ পতন।
প্রঃ শীতল যুদ্ধৰ সময়ত বাণিজ্যিক প্রতিযোগিতা কোনে বেছি কৰিছিল?
উঃ আমেৰিকা।
প্ৰঃ UNO ৰ মুখ্য লক্ষ্য কি?
উঃ বিশ্ব শান্তি স্থাপন।
প্রঃ কেৰিয়ান যুদ্ধত কোনে জয়ী হৈছিল?
উঃ কোনো পক্ষেও জয়ী হোৱা নাছিল।
প্রঃ শীতল যুদ্ধৰ সময়ত ছোভিয়েট ৰাছিয়াৰ অৰ্থনীতিৰ আধাৰ কি আছিল?
উঃ সাম্যবাদ।
প্রঃ শীতল যুদ্ধৰ সময়ত আমেৰিকাৰ অৰ্থনীতিৰ আধাৰ কি আছিল?
উঃ পুঁজিবাদ।
প্রঃ শীতল যুদ্ধৰ সময়ত ছোভিয়েট ৰাছিয়া কেনেধৰণৰ পৰীক্ষা কৰিছিল?
উঃ আণৱিক অস্ত্ৰৰ।
প্রঃ Iron Curtain কি?
উঃ পূর্ব ইউৰোপ আৰু পশ্চিম ইউৰোপৰ মাজৰ ৰাজনৈতিক সীমা।
প্রঃ Warsaw Pact কেতিয়া গঠিত হৈছিল?
উঃ ১৯৫৫ চনত।
প্রঃ Arms Race কোনে আৰম্ভ কৰিছিল? গ্ধগ্ধ
উঃ ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা।
প্রঃ শীতল যুদ্ধত কোন দেশৰ নেতৃত্বত NATO আছিল?
উঃ আমেৰিকা যুক্তৰাষ্ট্ৰ।
প্রঃ শীতল যুদ্ধৰ সময়ত ছোভিয়েট ৰাছিয়াৰ মুখ্য সহযোগী দেশ কোন আছিল?
উঃ কিউবা।
প্রঃ UNO ৰ শান্তি মিছন ক’ত প্রথম ব্যৱহাৰ হৈছিল?
উঃ কেৰিয়াত।
প্রঃ শীতল যুদ্ধৰ সময়ত ‘Third World Countries’ ক’ত আছিল?
উঃ উন্নয়নশীল ৰাষ্ট্ৰসমূহ।
প্রঃ শীতল যুদ্ধৰ সময়ত ছোভিয়েট ৰাছিয়াৰ বিজ্ঞানৰ উন্নতিৰ প্ৰধান ক্ষেত্র কি আছিল?
উঃ মহাকাশ অনুসন্ধান।
প্রঃ শীতল যুদ্ধত কোনৰ মাজত ব্যৱসায়িক
সংঘাত হৈছিল?
উঃ পশ্চিমা আৰু সাম্যবাদী দেশৰ মাজত।
প্রঃ UNO ৰ স্থায়ী সদস্যৰ সংখ্যা কিমান?
উঃ পাঁচ।
