Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Logic & Philosophy MCQ Chapter 8 ধর্ম 2026

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক তর্কবিজ্ঞান আৰু দৰ্শন (Logic & Philosophy) বিষয়ৰ Class 12 Logic & Philosophy MCQ Chapter 8 ধর্ম, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Logic & Philosophy MCQ Chapter 8 ধর্ম

অধ্যায়-৮

ধর্ম

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ Religion শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?
(ক) Religatio
(খ) Religare
(গ) Religius
(ঘ) Relic
উঃ (খ) Religare
প্রঃ Religare শব্দটোৰ অৰ্থ কি?
(ক) বিশ্বাস
(খ) বন্ধন
(গ) মুক্তি
(ঘ) উপাসনা
উঃ (খ) বন্ধন
প্রঃ ‘ধর্ম’ শব্দটোৰ উৎপত্তি কোনটো সংস্কৃত শব্দৰ পৰা হৈছে?
(ক) ধর্মা
(খ) ধৃত
(গ) ধূ
(ঘ) ধর্মিক
উঃ (গ) ধূ
প্রঃ ধৰ্মৰ মূল উদ্দেশ্য কি?
(ক) ধৰ্ম প্ৰচাৰ কৰা
(খ) সমাজত শান্তি ৰক্ষা কৰা
(গ) ব্যক্তিগত আৰু সামাজিক নির্দেশনা প্রদান
কৰা
(ঘ) বিশ্বাসৰ বিস্তাৰ কৰা
উঃ (গ) ব্যক্তিগত আৰু সামাজিক নির্দেশনা প্রদান কৰা
প্রঃ কোন দার্শনিকৰ মতে “আমাৰ সকলো কর্তব্যক ঐশ্বৰিক আদেশৰূপে স্বীকাৰ কৰি লোৱাই ধর্ম”?
(ক) চক্রেটিছ
(খ) প্লেটো
(গ) কান্ট
(ঘ) হেগেল
উঃ (গ) কান্ট

প্রঃ “জীৱাত্মাই নিজকে পৰাত্মা ৰূপে জনাৰ নামেই ধর্ম” কোন দার্শনিকৰ মত?
(ক) চক্রেটিছ
(খ) প্লেটো
(গ) হেগেল
(ঘ) কনফুচিয়াছ
উঃ (গ) হেগেল
প্ৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজত সাদৃশ্য কি?
(ক) দুয়োটাই ঐশ্বৰিক
(খ) দুয়োটাই মানরকেন্দ্রিক
(গ) দুয়োটাই বিজ্ঞানসন্মত
(ঘ) দুয়োটাই ঐতিহ্যভিত্তিক
উঃ (খ) দুয়োটাই মানৱকেন্দ্রিক
প্রঃ নীতি অবিহনে ধর্ম সম্ভৱ নে?
(ক) সম্ভৱ
(খ) সম্ভৱ নহয়
(গ) কেতিয়াবা সম্ভৱ
(ঘ) পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে
উঃ (খ) সম্ভৱ নহয়
প্রঃ ‘চিন্তা আৰু স্বভাৱ পৰিশেষত অভিন্ন’- এই উক্তিটো কোনে কৰিছিল?
(ক) চক্রেটিছ
(খ) বেইন
(গ) প্লেটো
(ঘ) হেগেল
উঃ (খ) বেইন
প্রঃ ধৰ্মৰ মানসিক উপাদান আছে নে?
(ক) আছে
(খ) নাই
(গ) কেতিয়াবা দেখা যায়
(ঘ) কেৱল সমাজত দেখা যায়
উঃ (ক) আছে
প্রঃ ধৰ্মৰ দুটা দিশ কি?
(ক) ঐশ্বৰিক আৰু নৈতিক
(খ) আধ্যাত্মিক আৰু সামাজিক
(গ) সমাজতান্ত্রিক আৰু ঐশ্বৰিক
(ঘ) বিজ্ঞানভিত্তিক আৰু আধ্যাত্মিক
উঃ (খ) আধ্যাত্মিক আৰু সামাজিক

প্রঃ “ধর্ম হৈছে অনুভূতি স্পর্শিত নৈতিকতা”-কোনে কৈছিল?
(ক) চক্রেটিছ
(খ) হেগেল
(গ) মেথিউ আর্ণল্ড
(ঘ) প্লেটো
উঃ (গ) মেথিউ আর্নল্ড
প্রঃ ধৰ্মৰ লগত জড়িত উপাদান কেইটা কি?
(ক) বিশ্বাস, ৰহস্যবাদ আৰু অনুভূতি
(খ) সমাজ, বিজ্ঞান আৰু নীতি
(গ) ৰাজনীতি, শক্তি আৰু উন্নতি
(ঘ) ঐতিহ্য, শিক্ষা আৰু সংগীত
উঃ (ক) বিশ্বাস, ৰহস্যবাদ আৰু অনুভূতি
কি? প্রঃ ধর্ম আৰু নৈতিকতাৰ মাজৰ প্ৰধান পার্থক্য
(ক) ধর্ম ঈশ্বৰকেন্দ্ৰিক আৰু নৈতিকতা মানৱকেন্দ্রিক
(খ) ধর্ম নৈতিকতা সৃষ্টি কৰে
(গ) নৈতিকতা ধর্ম সৃষ্টি কৰে
(ঘ) কোনো পার্থক্য নাই
উঃ (ক) ধর্ম ঈশ্বৰকেন্দ্ৰিক আৰু নৈতিকতা মানৱকেন্দ্রিক
প্রঃ ‘Religion’ শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে?
(ক) গ্রীক
(খ) লেটিন
(গ) হিব্রু
(ঘ) সংস্কৃত
উঃ (খ) লেটিন
প্ৰঃ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি?
(ক) ই সমাজত সাম্য বজাই ৰাখে
(খ) ই ব্যক্তিগত আধ্যাত্মিকতা গঢ়ি তোলে
(গ) ই ৰাজনৈতিক প্রভাৱ বিস্তাৰ কৰে
(ঘ) ই কেবল ঐতিহ্য নিৰ্ভৰশীল
উঃ (খ) ই ব্যক্তিগত আধ্যাত্মিকতা গঢ়ি তোলে
প্রঃ ধর্ম কোন উপায়েৰে প্রকাশ পায়?
(ক) সামাজিক ক্রিয়া-কাণ্ড
(খ) ব্যাক্তিগত ধ্যান

(গ) ধর্মীয় সংগীত
(ঘ) ৰাজনৈতিক বিতর্ক
উঃ (ক) সামাজিক ক্রিয়া-কাণ্ড
প্রঃ কোন দার্শনিকৰ মতে ধৰ্ম এক অনুভৱ?
(ক) চক্রেটিছ
(খ) প্লেটো
(গ) কনফুচিয়াছ
(ঘ) মেক টেগার্ট
উঃ (ঘ) মেক টেগার্ট
প্রঃ ধৰ্মৰ আনুষ্ঠানিক দিশটো কি?
(ক) নৈতিকতা
(খ) আচাৰ-অনুষ্ঠান
(গ) সমাজসেৱা
(ঘ) ব্যক্তিগত সাধনা
উঃ (খ) আচাৰ-অনুষ্ঠান
প্রঃ ধৰ্মক কেনেকৈ পৰিচালনা কৰা হয়?
(ক) ধর্মীয় নেতাৰ দ্বাৰা
(খ) সামাজিক নিয়ম-নীতিৰে
(গ) চৰকাৰৰ নিয়ম-নীতিৰে
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্ৰঃ ‘নৈতিকতা’ৰ বিপৰীত শব্দ কি?
(ক) অধার্মিকতা
(খ) অসৎ প্রৱণতা
(গ) অন্যায়
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্রঃ ধৰ্মৰ লক্ষ্য কি?
(ক) আত্মিক মুক্তি
(খ) সমাজৰ শৃংখলা ৰক্ষা
(গ) মানুহৰ মন শান্ত কৰাটো
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্রঃ কোনটো ধৰ্মৰ মূল শিক্ষাসমূহত দয়া আৰু অহিংসা গুৰুত্বপূর্ণ?
(ক) হিন্দুধম
(গ) জৈন ধর্ম
(খ) বৌদ্ধ ধর্ম
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্রঃ ‘ধর্মীয় বিশ্বাস’ কেনেকৈ গঠিত হয়?
(ক) পৰিয়ালৰ দ্বাৰা

(খ) সমাজৰ দ্বাৰা
(গ) ব্যাক্তিগত অভিজ্ঞতাৰ দ্বাৰা
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্ৰঃ নৈতিকতাৰ মূল ভিত্তি কি?
(ক) সৎ প্রবণতা
(খ) দয়া
(গ) সুবিচাৰ
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্রঃ ধৰ্ম কেনেকৈ সমাজৰ লগত জড়িত?
(ক) এটি সামাজিক প্রতিষ্ঠান হিচাপে
(খ) আচাৰ-অনুষ্ঠানৰ জৰিয়তে
(গ) নৈতিক শিক্ষাৰ জৰিয়তে
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্ৰঃ ধৰ্মৰ নৈতিক মূল্যবোধসমূহ কি?
(ক) সৎ প্রবণতা
(খ) দয়া
(গ) ন্যায়
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্রঃ কোনটো বিশ্বাস ধৰ্মৰ অংশ নহয়?
(ক) ঈশ্বৰৰ অস্তিত্ব
(খ) আত্মাৰ অস্তিত্ব
(গ) বিজ্ঞানৰ আধুনিক প্রগতি
(ঘ) স্বৰ্গ-নৰকৰ ধাৰণা
উঃ (গ) বিজ্ঞানৰ আধুনিক প্রগতি
প্রঃ ধর্মীয় আচৰণ কোনে নির্ধাৰণ কৰে?
(ক) ধর্মগ্রন্থ
(খ) ধর্মীয় নেতা
(গ) সমাজ
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্রঃ ‘নৈতিকতা’ কেনেকৈ বিকাশ লাভ কৰে?
(ক) সামাজিক শিক্ষাৰ জৰিয়তে
(খ) ব্যক্তিগত অভিজ্ঞতাৰ জৰিয়তে
(গ) ধর্মীয় শিক্ষাৰ জৰিয়তে
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো

কি? প্ৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজত মূল পার্থক্য
(ক) ধর্ম ধর্মীয় বিশ্বাসত আধাৰিত, নৈতিকতা মানৱ আচৰণত
বিষয় (খ) নৈতিকতা সমাজ কেন্দ্রিক, ধর্ম আত্মিক
(গ) ধর্ম আনুষ্ঠানিক, নৈতিকতা অনানুষ্ঠানিক
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্ৰঃ নৈতিক শিক্ষাৰ উদ্দেশ্য কি?
(ক) ভাল মানৱ সৃষ্টি কৰা
(খ) সমাজত ন্যায় প্রতিষ্ঠা কৰা
(গ) দায়িত্বশীল নাগৰিক গঠন
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্রঃ ফিৰেন্টে আগবঢ়োৱা ধৰ্মৰ সংজ্ঞা অনুসৰি ধর্ম কি?
(ক) এক বৈজ্ঞানিক ধাৰণা
(খ) এক বিশেষ সামাজিক নিয়ম
(গ) এক বা একাধিক সত্ত্বাত বিশ্বাস
(ঘ) সমাজ ব্যৱস্থাৰ এক অংশ
উঃ (গ) এক বা একাধিক সত্ত্বাত বিশ্বাস প্রঃ হেগেলৰ মতে ধৰ্ম ক’ত অৱস্থিত?
(ক) সমাজত
(খ) মানুহৰ ঐশ্বৰিক আত্মাত
(গ) ৰাজনৈতিক কাঠামুত
(ঘ) মানুহৰ দৈনন্দিন জীৱনত
উঃ (খ) মানুহৰ ঐশ্বৰিক আত্মাত
প্রঃ শ্লেয়াৰমেকাৰৰ মতে ধৰ্ম কি?
(ক) সমাজৰ এক অংশ
(খ) নৈতিক শক্তিৰ উৎস
(গ) ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰশীলতা
(ঘ) এক বিশেষ ৰীতি-নীতি
উঃ (গ) ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰশীলতা

প্রঃ ধৰ্মৰ এক সর্বজনীন সংজ্ঞা কিয় দিয়াটো কঠিন?
(ক) ধৰ্মৰ ধাৰণা সময় অনুসৰি সলনি হয়
(খ) সকলো ধর্ম একে ধৰণৰ নহয়
(গ) বিভিন্ন দার্শনিকে ভিন্ন মত প্রকাশ কৰিছে
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্রঃ টাইললৰৰ মতে ধর্ম কি?
(ক) আধ্যাত্মিক জীৱত বিশ্বাস
(খ) সমাজৰ গঠন প্রণালী
(গ) এক নৈতিক দর্শন
(ঘ) এক ঐতিহাসিক পৰম্পৰা
উঃ (ক) আধ্যাত্মিক জীৱত বিশ্বাস
প্রঃ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি?
(ক) ই কোনো এক উচ্চতৰ শক্তিত বিশ্বাস কৰে
(খ) ই বিজ্ঞানৰ লগত সম্পর্কিত
(গ) ই কেৱল ব্যক্তিগত চিন্তাধাৰা
(ঘ) ই কেৱল এক অনুভৱ
কৰে উঃ (ক) ই কোনো এক উচ্চতৰ শক্তিত বিশ্বাস
প্ৰঃ ফ্ৰেজাৰৰ মতে ধৰ্মৰ মূল উদ্দেশ্য কি?
(ক) সমাজৰ নিয়ন্ত্রণ
(খ) উচ্চতৰ শক্তিক প্রসন্ন কৰা
(গ) আধ্যাত্মিক জীবন ব্যবস্থা
(ঘ) এক ব্যক্তিগত বিশ্বাস
উঃ (খ) উচ্চতৰ শক্তিক প্রসন্ন কৰা
প্রঃ ধৰ্মৰ লগত কি জড়িত?
(ক) আচাৰ আৰু অনুষ্ঠান
(খ) বৈজ্ঞানিক চিন্তা
(গ) ৰাজনৈতিক ব্যৱস্থা
(ঘ) কেৱল ব্যক্তি চিন্তাধাৰা
উঃ (ক) আচাৰ আৰু অনুষ্ঠান
প্রঃ নৈতিকতা কাক কোৱা হয়?
(ক) ব্যক্তিগত বিশ্বাস

(খ) মানুহৰ আচৰণৰ নৈতিক মূল্য বিচাৰ কৰা পদ্ধতি
(গ) ধর্মীয় আচাৰ-অনুষ্ঠান
(ঘ) সমাজৰ প্ৰচলিত নিয়ম
উঃ (খ) মানুহৰ আচৰণৰ নৈতিক মূল্য বিচাৰ কৰা পদ্ধতি
প্রঃ ধর্ম আৰু নৈতিকতাৰ মাজৰ এক প্রধান পার্থক্য কি?
(ক) ধর্ম মানৱকেন্দ্রিক আৰু নৈতিকতা ঈশ্বৰকেন্দ্ৰিক
(খ) ধর্ম ঈশ্বৰকেন্দ্রিক আৰু নৈতিকতা মানবকেন্দ্রিক
(গ) ধর্ম আৰু নৈতিকতা একে
(ঘ) নৈতিকতা কেৱল ব্যক্তিগত বিশ্বাস
উঃ (খ) ধর্ম ঈশ্বৰকেন্দ্ৰিক আৰু নৈতিকতা মানবকেন্দ্রিক
প্ৰঃ নৈতিকতা কিদৰে ধৰ্মৰ লগত সংযুক্ত?
(ক) নৈতিক আচৰণ ধৰ্মৰ অংগ
(খ) নৈতিকতা সমাজৰ নিয়ম
(গ) নৈতিকতা ব্যক্তি চিন্তা
(ঘ) নৈতিকতা কেৱল শাস্ত্রীয় নিয়ম
উঃ (ক) নৈতিক আচৰণ ধৰ্মৰ অংগ
প্রঃ ধর্ম কেনেকৈ নৈতিকতাৰ ওপৰত প্ৰভাৱ পেলায়?
(ক) ধর্ম নৈতিক চিন্তাক প্ৰেৰণা দিয়ে
(খ) ধর্ম নৈতিকতাক ধ্বংস কৰে
(গ) ধর্ম নৈতিকতাৰ লগত সম্পর্ক নাই
(ঘ) নৈতিকতা ধৰ্মৰ ওপৰত প্ৰভাৱ পেলায়
উঃ (ক) ধর্ম নৈতিক চিন্তাক প্ৰেৰণা দিয়ে
প্ৰঃ কান্টৰ মতে ধৰ্মৰ উৎস কি?
(ক) আধ্যাত্মিক জ্ঞান
(খ) নৈতিক শক্তি
(গ) ঈশ্বৰীয় আদেশ
(ঘ) ৰাজনৈতিক চিন্তা
উঃ (খ) নৈতিক শক্তি
প্রঃ মার্টিনিউৰ মতে ধৰ্মৰ উৎপত্তি কেনেকৈ হৈছে?
(ক) নৈতিক বাধ্যতা আৰু দায়িত্ববোধৰ পৰা
(খ) মানৱ ইতিহাসৰ পৰা
(গ) ৰাজনৈতিক স্থিতিৰ পৰা
(ঘ) সামাজিক পৰিৱৰ্তনৰ পৰা
উঃ (ক) নৈতিক বাধ্যতা আৰু দায়িত্ববোধৰ পৰা প্রঃ বর্ণাশ্রম ধৰ্মৰ উদ্দেশ্য কি?
(ক) সমাজত বৈষম্য সৃষ্টি কৰা
(খ) মানৱ জীৱন সুশৃঙ্খল কৰাৰ প্ৰয়াস
(গ) কেৱল ব্রাহ্মণৰ স্বাৰ্থ ৰক্ষা কৰা
(ঘ) ৰাজনৈতিক স্থিতি ৰক্ষা কৰা
উঃ (খ) মানৱ জীৱন সুশৃঙ্খল কৰাৰ প্ৰয়াস প্রঃ ব্ৰহ্মচার্য আশ্ৰমৰ মূল উদ্দেশ্য কি?
(ক) শিক্ষালাভ
(খ) সংসাৰ ধৰ্ম পালন
(গ) বাণিজ্য কৰা
(ঘ) ৰাজনীতি শিকিব
উঃ (ক) শিক্ষালাভ
প্রঃ গার্হস্থ্য আশ্রমত ব্যক্তিজনৰ দায়িত্ব কি?
(ক) সংসাৰ পৰিচালনা কৰা
(খ) বুদ্ধিজীৱী হোৱা
(গ) সন্ন্যাসী হোৱা
(ঘ) ধৰ্ম প্ৰচাৰ কৰা
উঃ (ক) সংসাৰ পৰিচালনা কৰা
প্রঃ সন্ন্যাস আশ্ৰমৰ মূল উদ্দেশ্য কি?
(ক) সংসাৰৰ পৰা মুক্তি
(খ) ৰাজনীতি কৰ্ম
(গ) ধন-সম্পত্তি বৃদ্ধি
(ঘ) ধৰ্ম প্ৰচাৰ
উঃ (ক) সংসাৰৰ পৰা মুক্তি
প্ৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজৰ সাদৃশ্য কি?
(ক) দুয়োটাই আত্মাৰ অমৰত্বৰ ওপৰত বিশ্বাস কৰে
(খ) দুয়ো পৃথক সম্প্রদায়

(গ) দুয়ো ব্যক্তিগত চিন্তা
(ঘ) নৈতিকতা সমাজত প্রয়োগ নহয়
উঃ (ক) দুয়োটাই আত্মাৰ অমৰত্বৰ ওপৰত বিশ্বাস কৰে
প্রঃ নৈতিকতা কি সাধন কৰে?
(ক) সমাজত সুন্দৰ জীৱন নিশ্চিত কৰে
(খ) কেবল ব্যক্তিগত শান্তি প্রদান কৰে
(গ) কেৱল ধর্মীয় নিয়ম পালন কৰে
(ঘ) ৰাজনৈতিক স্থিতি ৰক্ষা কৰে
উঃ (ক) সমাজত সুন্দৰ জীৱন নিশ্চিত কৰে
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ Religion শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?
উঃ Religare
প্রঃ Religare শব্দটোৰ অৰ্থ কি?
উঃ বন্ধন
প্রঃ ‘ধর্ম’ শব্দটোৰ উৎপত্তি কোনটো সংস্কৃত শব্দৰ পৰা হৈছে?
উঃ ধূ
প্ৰঃ ধৰ্মৰ মূল উদ্দেশ্য কি?
কৰা উঃ ব্যক্তিগত আৰু সামাজিক নির্দেশনা প্রদান
প্রঃ কোন দার্শনিকৰ মতে “আমাৰ সকলো কর্তব্যক ঐশ্বৰিক আদেশৰূপে স্বীকাৰ কৰি লোৱাই ধর্ম”?
উঃ কান্ট
প্রঃ “জীৱাত্মাই নিজকে পৰাত্মা ৰূপে জনাৰ নামেই ধর্ম” কোন দার্শনিকৰ মত?
উঃ হেগেল
প্ৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজত সাদৃশ্য কি?
উঃ দুয়োটাই মানৱকেন্দ্রিক
প্রঃ নীতি অবিহনে ধর্ম সম্ভর নে?
উঃ সম্ভৱ নহয়

প্রঃ ‘চিন্তা আৰু স্বভাৱ পৰিশেষত অভিন্ন’- এই উক্তিটো কোনে কৰিছিল?
উঃ বেইন
প্রঃ ধৰ্মৰ মানসিক উপাদান আছে নে?
উঃ আছে
প্রঃ ধৰ্মৰ দুটা দিশ কি?
উঃ আধ্যাত্মিক আৰু সামাজিক
প্রঃ “ধর্ম হৈছে অনুভূতি স্পর্শিত নৈতিকতা”
– কোনে কৈছিল?
উঃ মেথিউ আর্ণল্ড
প্রঃ ধৰ্মৰ লগত জড়িত উপাদান কেইটা কি?
উঃ বিশ্বাস, ৰহস্যবাদ আৰু অনুভূতি
কি? প্রঃ ধর্ম আৰু নৈতিকতাৰ মাজৰ প্ৰধান পার্থক্য
উঃ ধর্ম ঈশ্বৰকেন্দ্রিক আৰু নৈতিকতা মানরকেন্দ্রিক
প্রঃ ‘Religion’ শব্দটো কোন ভাষাৰ পৰা লোৱা হৈছে?
উঃ লেটিন
প্রঃ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি?
উঃ ই ব্যক্তিগত আধ্যাত্মিকতা গঢ়ি তোলে
প্রঃ ধৰ্ম কোন উপায়েৰে প্ৰকাশ পায়?
উঃ সামাজিক ক্রিয়া-কাণ্ড
প্রঃ কোন দার্শনিকৰ মতে ধর্ম এক অনুভব?
উঃ মেক টেগার্ট
প্রঃ ধৰ্মৰ আনুষ্ঠানিক দিশটো কি?
উঃ আচাৰ-অনুষ্ঠান
প্রঃ কোনটো বিশ্বাস ধৰ্মৰ অংশ নহয়?
উঃ বিজ্ঞানৰ আধুনিক প্রগতি
প্রঃ ফিৰেন্টে আগবঢ়োৱা ধৰ্মৰ সংজ্ঞা অনুসৰি ধর্ম কি?
উঃ এক বা একাধিক সত্ত্বাত বিশ্বাস
প্রঃ হেগেলৰ মতে ধৰ্ম ক’ত অৱস্থিত?
উঃ মানুহৰ ঐশ্বৰিক আত্মাত

প্রঃ শ্লেয়াৰমেকাৰৰ মতে ধৰ্ম কি?
উঃ ঈশ্বৰৰ ওপৰত একান্ত নিৰ্ভৰশীলতা
প্রঃ টাইললৰৰ মতে ধর্ম কি?
উঃ আধ্যাত্মিক জীৱত বিশ্বাস
প্রঃ ধৰ্মৰ এক গুৰুত্বপূৰ্ণ বৈশিষ্ট্য কি?
উঃই কোনো এক উচ্চতৰ শক্তিত বিশ্বাস কৰে
প্ৰঃ ফ্ৰেজাৰৰ মতে ধৰ্মৰ মূল উদ্দেশ্য কি?
উঃ উচ্চতৰ শক্তিক প্রসন্ন কৰা
প্রঃ ধৰ্মৰ লগত কি জড়িত?
উঃ আচাৰ আৰু অনুষ্ঠান
প্রঃ নৈতিকতা কাক কোৱা হয়?
উঃ মানুহৰ আচৰণৰ নৈতিক মূল্য বিচাৰ কৰা পদ্ধতি
প্রঃ ধর্ম আৰু নৈতিকতাৰ মাজৰ এক প্রধান পার্থক্য কি?
উঃ ধর্ম ঈশ্বৰকেন্দ্রিক আৰু নৈতিকতা মানৱকেন্দ্রিক
প্ৰঃ নৈতিকতা কিদৰে ধৰ্মৰ লগত সংযুক্ত?
উঃ নৈতিক আচৰণ ধৰ্মৰ অংগ
প্রঃ ধর্ম কেনেকৈ নৈতিকতাৰ ওপৰত প্ৰভাৱ পেলায়?
উঃ ধর্ম নৈতিক চিন্তাক প্ৰেৰণা দিয়ে
প্ৰঃ কান্টৰ মতে ধৰ্মৰ উৎস কি?
উঃ নৈতিক শক্তি
প্রঃ মার্টিনিউৰ মতে ধৰ্মৰ উৎপত্তি কেনেকৈ হৈছে?
উঃ নৈতিক বাধ্যতা আৰু দায়িত্ববোধৰ পৰা
প্রঃ বর্ণাশ্রম ধৰ্মৰ উদ্দেশ্য কি?
উঃ মানব জীৱন সুশৃঙ্খল কৰাৰ প্ৰয়াস
প্ৰঃ ব্ৰহ্মচাৰ্য আশ্ৰমৰ মূল উদ্দেশ্য কি?
উঃ শিক্ষালাভ
প্রঃ গার্হস্থ্য আশ্রমত ব্যক্তিজনৰ দায়িত্ব কি?
উঃ সংসাৰ পৰিচালনা কৰা
প্রঃ সন্ন্যাস আশ্ৰমৰ মূল উদ্দেশ্য কি?

উঃ সংসাৰৰ পৰা মুক্তি
প্ৰঃ ধৰ্ম আৰু নৈতিকতাৰ মাজৰ সাদৃশ্য কি?
উঃ দুয়োটাই আত্মাৰ অমৰত্বৰ ওপৰত বিশ্বাস
কৰে
প্রঃ নৈতিকতা কি সাধন কৰে?
উঃ সমাজত সুন্দৰ জীৱন নিশ্চিত কৰে
প্রঃ ধৰ্মৰ সামাজিক দিশ কি?
উঃ আচাৰ-অনুষ্ঠান আৰু ধর্মীয় প্রথা
প্রঃ ধৰ্মৰ বৈশিষ্ট্যসমূহ কি?
উঃ উপৰিউক্ত সকলো
প্রঃ ধর্ম কেনেকৈ বিকশিত হয়?
উঃ সমাজ আৰু সংস্কৃতিৰ প্ৰভাৱত
প্রঃ ধর্ম কোনবিধ বিশ্বাসৰ ওপৰত নিৰ্ভৰশীল?
উঃ ঈশ্বৰ আৰু আধ্যাত্মিকতা
প্রঃ ধর্ম কেনেকৈ নৈতিকতাৰ অংশ হয়?
উঃ নৈতিক শিক্ষাৰ জৰিয়তে
প্রঃ নৈতিকতা কেনেকৈ প্রয়োগ কৰা হয়?
উঃ ব্যক্তিগত আৰু সামাজিক জীৱনত
প্ৰঃ ধৰ্মৰ মূল উৎস কি?
উঃ ঐশ্বৰিক বিশ্বাস আৰু নৈতিক শিক্ষা
প্রঃ ধর্ম কিয় গুৰুত্বপূর্ণ?
উঃ ই ব্যক্তি আৰু সমাজক নৈতিক দিশ প্রদান
কৰে
প্ৰঃ ঈশ্বৰ শব্দৰ মূল সংস্কৃত শব্দ কি?
উঃ ঈশ
প্রঃ ঈশ্বৰক কেনেকৈ পৰিভাষা কৰা হয়?
উঃ সর্বশক্তিমান, সর্বব্যাপী আৰু সৰ্বজ্ঞ সত্তা
হিচাপে
প্রঃ আধ্যাত্মিকতা কি?
উঃ আধ্যাত্মিকতা হৈছে মানৱ আত্মা বা সত্তাৰ উন্নতিৰ প্রক্রিয়া
প্ৰঃ ঈশ্বৰৰ অস্তিত্ব প্রমাণ কৰিবলৈ কোন তত্ত্ব ব্যৱহাৰ কৰা হয়?
উঃ ঐহিক, নৈতিক, আর্হি-সম্বন্ধীয় আৰু দার্শনিক তত্ত্ব
প্ৰঃ ঈশ্বৰ আৰু ধৰ্মৰ মাজত কি সম্পর্ক আছে?
উঃ ধৰ্ম ঈশ্বৰ আৰু আধ্যাত্মিকতাৰ প্ৰতি বিশ্বাসৰ ওপৰত আধাৰিত
প্রঃ ভগৱান আৰু ঈশ্বৰৰ মাজত পাৰ্থক্য কি?
উঃ ভগৱান বিশেষ ধৰ্মৰ অনুসৰি উপাসিত হ’ব
পাবে, ঈশ্বৰ সকলোৰে বাবে একেই
প্রঃ আধ্যাত্মিক জীবন কেনেকৈ গঢ়িব পাৰি?
উঃ ধ্যান, যোগ, নৈতিক জীৱন আৰু আত্মচিন্তাৰ জৰিয়তে
প্রঃ ঈশ্বৰ সংক্ৰান্ত ত্রিত্ববাদ (Trinity) কোন ধৰ্মৰ সৈতে জড়িত?
উঃ খ্রীষ্টান ধর্ম
হয়? প্ৰঃ ঈশ্বৰৰ অস্তিত্ব নকৰাৰ মতবাদক কি কোৱা
উঃ নাস্তিক্যবাদ
প্রঃ ঈশ্বৰপ্ৰেম কি?
গ্ধগ্ধউঃ ঈশ্বৰৰ প্ৰতি গভীৰ ভক্তি আৰু আত্মসমর্পণ
প্রঃ আধ্যাত্মিক জ্ঞানৰ প্ৰধান লক্ষ্য কি?
উঃ আত্মসাক্ষাৎ আৰু মুক্তি লাভ
হয়? প্রঃ কোন ধৰ্মত নিৰাকাৰ ঈশ্বৰত বিশ্বাস কৰা
উঃ ইছলাম আৰু শিখ ধর্ম
কি? প্রঃ ঈশ্বৰবাদ আৰু নাস্তিক্যবাদক মাজৰ পাৰ্থক্য
উঃ ঈশ্বৰবাদ ঈশ্বৰৰ অস্তিত্বত বিশ্বাস কৰে, নাস্তিক্যবাদ অস্বীকাৰ কৰে
প্রঃ ভগৱানক কেনেকৈ উপলব্ধি কৰিব পাৰি?
উঃ আত্মঅনুসন্ধান, ধর্মীয় সাধনা আৰু যোগৰ জৰিয়তে
প্রঃ আধ্যাত্মিক জীৱনৰ সুবিধা কি?
উঃ মানসিক শান্তি, আত্মজ্ঞান, আৰু নৈতিক উন্নতি লাভ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment