আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক তর্কবিজ্ঞান আৰু দৰ্শন (Logic & Philosophy) বিষয়ৰ Class 12 Logic & Philosophy MCQ Chapter 7 নীতিবিদ্যা, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Logic & Philosophy MCQ Chapter 7 নীতিবিদ্যা
অধ্যায়-৭
নীতিবিদ্যা
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ ‘Ethics’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
(ক) লেটিন
(খ) গ্রীক
(গ) সংস্কৃত
(ঘ) ইংৰাজী
উঃ (খ) গ্রীক
প্রঃ ‘Moral’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
(ক) লেটিন
(খ) গ্রীক
(গ) ইংৰাজী
(ঘ) হিন্দী
উঃ (ক) লেটিন
প্রঃ ‘Mores’ শব্দটোৰ অৰ্থ কি?
(ক) অভ্যাস বা ৰীতি-নীতি
(খ) ধর্ম
(গ) আইন
(ঘ) আদর্শ
উঃ (ক) অভ্যাস বা ৰীতি-নীতি
প্রঃ ‘Ethos’ শব্দটোৰ অৰ্থ কি?
(ক) বিজ্ঞান
(খ) ধর্ম
(গ) ৰীতি-নীতি বা অভ্যাস
(ঘ) নীতি-শিক্ষা
উঃ (গ) ৰীতি-নীতি বা অভ্যাস
প্রঃ নীতি-শাস্ত্র কি?
(ক) ৰাজনীতিৰ অংশ
(খ) মানুহৰ আচৰণৰ নৈতিক মূল্যৰ বিচাৰ কৰা বিজ্ঞান
(গ) সমাজ বিজ্ঞানৰ এটা শাখা
(ঘ) ধর্মশাস্ত্ৰৰ অংগ
উঃ (খ) মানুহৰ আচৰণৰ নৈতিক মূল্যৰ বিচাৰ কৰা বিজ্ঞান
প্রঃ পুৰুষাৰ্থ কিমান প্ৰকাৰৰ?
(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫
উঃ (গ) ৪
প্ৰঃ নৈতিক বিচাৰৰ বিষয়-বস্তু কি?
(ক) ঐচ্ছিক ক্রিয়া
(খ) বাধ্যতামূলক ক্রিয়া
(গ) স্বয়ংক্রিয়া
(ঘ) দৈহিক ক্রিয়া
উঃ (ক) ঐচ্ছিক ক্রিয়া
প্রঃ উদ্দেশ্যই লক্ষ্য পূৰণ কৰেনে?
(ক) কৰে
(খ) নকৰে
(গ) সময় অনুসৰি কৰে
(ঘ) কেৱল ধর্মীয় ক্ষেত্ৰত কৰে
উঃ (ক) কৰে
প্ৰঃ নৈতিক বিচাৰৰ বিষয়-বস্তুৰ অন্তৰ্গত কি?
(ক) স্বয়ংক্রিয়া
(খ) অভ্যাসজনিত ক্রিয়া
(গ) সহজাত ক্রিয়া
(ঘ) শিশুৰ ক্ৰিয়া
উঃ (খ) অভ্যাসজনিত ক্রিয়া
প্ৰঃ নৈতিকতা আৰু ধৰ্মৰ মাজত সাদৃশ্য কি?
(ক) উভয়েই কর্মফলৰ ওপৰত বিশ্বাস কৰে
(খ) উভয়েই মানুহৰ সৎ-অসৎ আচৰণৰ বিচাৰ
কৰে
(গ) উভয়েই ধর্মীয় অনুশাসনৰ অংশ
(ঘ) উভয়েই আইন-শৃংখলাৰ ওপৰত ভিত্তি কৰে
উঃ (খ) উভয়েই মানুহৰ সৎ-অসৎ আচৰণৰ
বিচাৰ কৰে
প্রঃ নীতিবিদ্যা বিষয়নিষ্ঠ বিজ্ঞান হয়নে?
(ক) হয়
(খ) নহয়
(গ) কিছু ক্ষেত্রত হয়
(ঘ) কেৱল ধর্মীয় ক্ষেত্রত হয়
উঃ (খ) নহয়
প্ৰঃ নৈতিক কৰ্মৰ এটা উদাহৰণ কি?
(ক) শিক্ষকৰ আদৰ্শ মানি চলা
(খ) খেলা-ধূলাত জয়লাভ কৰা
(গ) কোনো নিয়ম নাথকা কাম কৰা
(ঘ) কেৱল ধন উপার্জন কৰা
উঃ (ক) শিক্ষকৰ আদর্শ মানি চলা
প্রঃ ঐচ্ছিক ক্রিয়া কাক বোলে?
(ক) অজানিতে সংঘটিত ক্রিয়া
(খ) বাধ্যতামূলক ক্রিয়া
(গ) কৰ্তাৰ সজাগ মনোবৃত্তিৰে কৰা ক্ৰিয়া
(ঘ) দৈহিক গতিবিধি
উঃ (গ) কৰ্তাৰ সজাগ মনোবৃত্তিৰে কৰা ক্রিয়া
প্রঃ অভিপ্রায়ৰ অৰ্থ কি?
(ক) উদ্দেশ্য
(খ) কর্ম
(গ) ফল
(ঘ) সময়
উঃ (ক) উদ্দেশ্য
প্ৰঃ মানৱ জীৱনৰ সুখ আৰু আনন্দৰ উৎস কি?
(ক) ধর্ম
(খ) কর্ম
(গ) অর্থ
(ঘ) মোক্ষ
উঃ (খ) কর্ম
প্রঃ ত্রিবর্গ কি?
(ক) ধর্ম, অর্থ আৰু কাম
(খ) সত্য, শিৱ, সুন্দৰ
(গ) প্রেম, ভক্তি, কৰুণা
(ঘ) গতি, স্থিতি, পৰিবৰ্তন
উঃ (ক) ধর্ম, অর্থ আৰু কাম
প্ৰঃ নৈতিক বিচাৰৰ মূল উপাদান কি?
(ক) অভিপ্রায়
(খ) ফল
(গ) ক্ষমতা
(ঘ) ধন
উঃ (ক) অভিপ্রায়
প্রঃ “নীতিশাস্ত্র বিষয়নিষ্ঠ বিজ্ঞান”। কথাষাৰ শুদ্ধনে?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) কেতিয়াবা শুদ্ধ
(ঘ) কেৱল ধর্মীয় ক্ষেত্রত শুদ্ধ
উঃ (খ) অশুদ্ধ
প্ৰঃ নৈতিক বিচাৰৰ প্ৰধান লক্ষ্য কি?
(ক) ব্যক্তি বিশেষৰ উন্নতি
(খ) সমাজৰ শৃংখলা ৰক্ষা
(গ) পৰম শ্রেয় সাধন
(ঘ) ধর্মীয় অনুশাসন পালন
উঃ (গ) পৰম শ্রেয় সাধন
প্রঃ নীতিবিদ্যাৰ আদর্শ কি?
(ক) মঙ্গল সাধন
(খ) ক্ষমতা লাভ
(গ) ধন উপার্জন
(ঘ) ধৰ্ম প্ৰচাৰ
উঃ (ক) মঙ্গল সাধন
প্ৰঃ নৈতিক বিচাৰৰ বিষয়বস্তু কি?
(ক) ঐচ্ছিক ক্রিয়া
(খ) স্বয়ংক্রিয়া
(গ) সহজাত ক্রিয়া
(ঘ) শিশুৰ ক্ৰিয়া
উঃ (ক) ঐচ্ছিক ক্রিয়া
প্রঃ এজন উন্মাদ ব্যক্তিৰ ক্ৰিয়াক নৈতিক কর্ম বুলি ক’ব পাৰিনে?
(ক) হয়
(খ) নহয়
(গ) কেতিয়াবা
(ঘ) অৱস্থা অনুসৰি
উঃ (খ) নহয়
প্রঃ দুটা অনৈতিক কৰ্মৰ উদাহৰণ কি?
(ক) দান-ধ্যান
(খ) শিশুৰ ক্ৰিয়া, চুৰি কৰা
(গ) শিক্ষা, পৰিশ্ৰম
(ঘ) সহানুভূতি, মিতব্যয়িতা
উঃ (খ) শিশুৰ ক্ৰিয়া, চুৰি কৰা
প্রঃ অভ্যাসজনিত ক্রিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু হিচাপে গণ্য কৰাৰ কাৰণ কি?
(ক) ইয়াৰ ভাল-বেয়া বিচাৰ কৰা হয়
(খ) ই স্বতঃস্ফূর্তভাবে হয়
(গ) ইয়াক বাধ্যতামূলক কোৱা হয়
(ঘ) ই শুদ্ধ আৰু অশুদ্ধ হ’ব পাৰে
উঃ (ক) ইয়াৰ ভাল-বেয়া বিচাৰ কৰা হয়
উঠে? প্ৰঃ নৈতিক বিচাৰৰ স্বীকাৰ্য কেতিয়া সত্য হৈ
(ক) মানুহৰ ব্যক্তিত্ব থাকিলে
(খ) বিচাৰ বুদ্ধি থাকিলে
(গ) ইচ্ছাৰ স্বাধীনতা থাকিলে
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্রঃ পুৰুষাৰ্থৰ কিমান প্ৰকাৰৰ?
(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫
উঃ (গ) ৪
প্রঃ ভাৰতীয় শাস্ত্র মতে মোক্ষ লাভৰ উপায়সমূহ কি কি?
(ক) কর্মযোগ, ভক্তিযোগ, জ্ঞানযোগ
(খ) যোগ ব্যায়াম, ধ্যান, তপস্যা
(গ) ভক্তি, কর্ম, ধন
(ঘ) ধন, সুখ, জীবিকা
উঃ (ক) কর্মযোগ, ভক্তিযোগ, জ্ঞানযোগ
প্রঃ বস্তুনিষ্ঠ বিজ্ঞানৰ উদাহৰণ কি?
(ক) পদার্থ বিজ্ঞান
(খ) নীতিশাস্ত্র
(গ) আদর্শ বিজ্ঞান
(ঘ) সাহিত্য
উঃ (ক) পদার্থ বিজ্ঞান
প্রঃ আদর্শ বিজ্ঞানৰ মূল উদ্দেশ্য কি?
(ক) সত্যৰ সন্ধান কৰা
(খ) আদর্শ স্থাপন কৰা
(গ) বস্তুগত পৰীক্ষা কৰা
(ঘ) পৃথিৱীৰ গঠন বুজি পোৱা
উঃ (খ) আদর্শ স্থাপন কৰা
প্ৰঃ নৈতিক কৰ্মৰ বৈশিষ্ট্য কি?
(ক) ইচ্ছাৰ স্বাধীনতা থাকে
(খ) দায়বদ্ধতা থাকে
(গ) পৰমশ্রেয় হ’ল লক্ষ্য
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্রঃ উদ্দেশ্য আৰু অভিপ্রায়ৰ মাজৰ মূল পার্থক্য
কি?
(ক) উদ্দেশ্য বাহ্যিক, অভিপ্রায় মানসিক
(খ) উদ্দেশ্য মানসিক, অভিপ্রায় বাহ্যিক
(গ) অভিপ্রায় ইচ্ছালব্ধ নহয়
(ঘ) উদ্দেশ্য এক নির্দিষ্ট সিদ্ধান্ত নহয়
উঃ (ক) উদ্দেশ্য বাহ্যিক, অভিপ্রায় মানসিক প্রঃ কামনাৰ সংঘাত কেতিয়া সৃষ্টি হয়?
(ক) এটা কামনাৰ অভাৱত
(খ) একাধিক কামনা একেলগে জন্মিলে
(গ) কামনা থাকিলেও সিদ্ধান্ত নাথাকিলে
(ঘ) কামনাৰ প্ৰতি অনিহা থাকিলে
উঃ (খ) একাধিক কামনা একেলগে জন্মিলে
প্রঃ অভ্যাসজনিত ক্রিয়া কি?
(ক) ইচ্ছালব্ধভাৱে কৰা ক্ৰিয়া
(খ) স্বতঃস্ফূর্তভাবে হোৱা ক্রিয়া
(গ) সচেতনভাৱে কৰা ক্ৰিয়া
(ঘ) অনৈতিক ক্রিয়া
উঃ (খ) স্বতঃস্ফূর্তভাবে হোৱা ক্রিয়া প্ৰঃ সাধ্যৰ দ্বাৰা সাধনৰ সমৰ্থন কিয় নকৰিব?
(ক) কাৰণ উপায় অনৈতিক হ’ব পাৰে
(খ) কাৰণ উদ্দেশ্য অশুদ্ধ হ’ব পাৰে
(গ) কাৰণ সমাজে বাধা দিয়ে
(ঘ) কাৰণ নিয়ম মানিব লাগিব
উঃ (ক) কাৰণ উপায় অনৈতিক হ’ব পাৰে প্রঃ নীতিবিজ্ঞান কি?
(ক) এটা ব্যৱসায়
(খ) এটা আদর্শ বিজ্ঞান
(গ) এটা অযৌক্তিক বিষয়
(ঘ) এটা ধার্মিক পদ্ধতি
উঃ (খ) এটা আদর্শ বিজ্ঞান
প্ৰঃ নীতিশাস্ত্ৰৰ পৰিসৰ কিয় বিশাল?
(ক) ই সমাজত প্রভাৱ পেলায়
(খ) ই মানুহৰ আচৰণৰ বিষয়ে আলোচনা কৰে
(গ) ই নৈতিক আদর্শ স্থাপন কৰে
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্রঃ নীতিশাস্ত্ৰ কিহৰ লগত জড়িত?
(ক) সমাজ
(খ) আচাৰ-ব্যৱহাৰ
(গ) নৈতিকতা
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্রঃ কোনটো নৈতিক বিচাৰৰ স্বীকাৰ্য নহয়?
(ক) ব্যক্তিত্ব
(খ) বিচাৰ বুদ্ধি
(গ) ধন-সম্পত্তি
(ঘ) ইচ্ছাৰ স্বাধীনতা
উঃ (গ) ধন-সম্পত্তি
প্রঃ নৈতিক বাধ্যতা কি?
(ক) সমাজৰ দৰমহা
(খ) নৈতিক বিচাৰৰ ফল
(গ) চৰকাৰী নির্দেশ
(ঘ) ইচ্ছাৰ অনিয়ম
উঃ (খ) নৈতিক বিচাৰৰ ফল
প্ৰঃ কোনটো নৈতিক বিচাৰৰ অন্তৰ্ভুক্ত?
(ক) উচিত-অনুচিত
(খ) ভাল-বেয়া
(গ) মংগল-অমংগল
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্রঃ ব্যক্তিগত পৰিৱেশ নৈতিক বিচাৰক প্রভাবিত কৰে নেকি?
(ক) হয়
(গ) কেতিয়াবা
উঃ (ক) হয়
(খ) নহয়
(ঘ) অৱস্থা অনুসৰি
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ‘Ethics’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
উঃ গ্ৰীক ভাষাৰ পৰা।
প্রঃ ‘Moral’ শব্দটো কোন ভাষাৰ পৰা আহিছে?
উঃ লেটিন ভাষাৰ পৰা।
প্রঃ ‘Mores’ শব্দটোৰ অৰ্থ কি?
উঃ অভ্যাস বা ৰীতি-নীতি।
প্রঃ ‘Ethos’ শব্দটোৰ অৰ্থ কি?
উঃ ৰীতি-নীতি বা অভ্যাস।
প্রঃ নীতি-শাস্ত্র কি?
উঃ মানুহৰ আচৰণৰ নৈতিক মূল্যৰ বিচাৰ কৰা বিজ্ঞান।
প্ৰঃ পুৰুষাৰ্থ কিমান প্ৰকাৰৰ?
উঃ চাৰি প্ৰকাৰৰ।
প্ৰঃ নৈতিক বিচাৰৰ বিষয়-বস্তু কি?
উঃ ঐচ্ছিক ক্রিয়া।
প্রঃ উদ্দেশ্যই লক্ষ্য পূৰণ কৰেনে?
উঃ কৰে।
প্ৰঃ নৈতিক বিচাৰৰ বিষয়-বস্তুৰ অন্তৰ্গত কি?
উঃ অভ্যাসজনিত ক্রিয়া।
প্ৰঃ নৈতিকতা আৰু ধৰ্মৰ মাজত সাদৃশ্য কি?
কৰে। উঃ উভয়েই মানুহৰ সৎ-অসৎ আচৰণৰ বিচাৰ
প্রঃ নীতিবিদ্যা বিষয়নি বিজ্ঞান হয়নে?
উঃ নহয়।
প্রঃ নৈতিক কৰ্মৰ এটা উদাহৰণ কি?
উঃ শিক্ষকৰ আদৰ্শ মানি চলা।
প্রঃ ঐচ্ছিক ক্রিয়া কাক বোলে?
উঃ কৰ্তাৰ সজাগ মনোবৃত্তিৰে কৰা ক্রিয়া।
প্রঃ অভিপ্রায়ৰ অৰ্থ কি?
উঃ উদ্দেশ্য।
প্ৰঃ মানৱ জীৱনৰ সুখ আৰু আনন্দৰ উৎস কি?
উঃ কর্ম।
প্রঃ ত্রিবর্গ কি?
উঃ ধর্ম, অর্থ আৰু কাম।
প্ৰঃ নৈতিক বিচাৰৰ মূল উপাদান কি?
উঃ অভিপ্রায়।
প্রঃ “নীতিশাস্ত্র বিষয়নিষ্ঠ বিজ্ঞান” কথাষাৰ শুদ্ধনে?
উঃ অশুদ্ধ।
প্ৰঃ নৈতিক বিচাৰৰ প্ৰধান লক্ষ্য কি?
উঃ পৰম শ্রেয় সাধন।
প্রঃ নীতিবিদ্যাৰ আদর্শ কি?
উঃ মঙ্গল সাধন।
প্রঃ এজন উন্মাদ ব্যক্তিৰ ক্ৰিয়াক নৈতিক কর্ম বুলি ক’ব পাৰিনে?
উঃ নহয়।
প্রঃ দুটা অনৈতিক কৰ্মৰ উদাহৰণ কি?
উঃ শিশুৰ ক্ৰিয়া আৰু চুৰি কৰা।
প্রঃ অভ্যাসজনিত ক্রিয়াক নৈতিক অৱধাৰণৰ বিষয়বস্তু হিচাপে গণ্য কৰাৰ কাৰণ কি?
উঃ ইয়াৰ ভাল-বেয়া বিচাৰ কৰা হয়।
প্ৰঃ নৈতিক বিচাৰৰ স্বীকার্য কেতিয়া সত্য হৈ উঠে?
উঃ ওপৰৰ সকলো অৱস্থাত।
প্রঃ ভাৰতীয় শাস্ত্র মতে মোক্ষ লাভৰ উপায় কি?
উঃ কর্মযোগ, ভক্তিযোগ, জ্ঞানযোগ।
প্ৰঃ বস্তুনিষ্ঠ বিজ্ঞানৰ উদাহৰণ কি?
উঃ পদার্থ বিজ্ঞান।
প্রঃ আদর্শ বিজ্ঞানৰ মূল উদ্দেশ্য কি?
উঃ আদর্শ স্থাপন কৰা।
প্ৰঃ নৈতিক কৰ্মৰ বৈশিষ্ট্য কি?
উঃ ওপৰৰ সকলো বৈশিষ্ট্য থাকে।
প্রঃ উদ্দেশ্য আৰু অভিপ্রায়ৰ মাজৰ মূল পার্থক্য
কি?
উঃ উদ্দেশ্য বাহ্যিক, অভিপ্রায় মানসিক।
প্রঃ কামনাৰ সংঘাত কেতিয়া সৃষ্টি হয়?
উঃ একাধিক কামনা একেলগে জন্মিলে।
প্রঃ অভ্যাসজনিত ক্রিয়া কি?
উঃ স্বতঃস্ফূর্তভাৱে হোৱা ক্রিয়া।
প্ৰঃ সাধ্যৰ দ্বাৰা সাধনৰ সমৰ্থন কিয় নকৰিব?
উঃ কাৰণ উপায় অনৈতিক হ’ব পাৰে।
প্রঃ নীতিবিজ্ঞান কি?
উঃ এটা আদর্শ বিজ্ঞান।
প্ৰঃ নীতিশাস্ত্ৰৰ পৰিসৰ কিয় বিশাল?
উঃ ওপৰৰ সকলো কাৰণত।
প্রঃ নীতিশাস্ত্র কিহৰ লগত জড়িত?
উঃ ওপৰৰ সকলো বিষয়ৰ লগত।
প্রঃ কোনটো নৈতিক বিচাৰৰ স্ফীকাৰ্য নহয়?
উঃ ধন-সম্পত্তি।
প্রঃ নৈতিক বাধ্যতা কি?
উঃ নৈতিক বিচাৰৰ ফল।
প্রঃ কোনটো নৈতিক বিচাৰৰ অন্তৰ্ভুক্ত?
উঃ ওপৰৰ সকলো।
প্রঃ ব্যক্তিগত পৰিৱেশ নৈতিক বিচাৰক প্রভাবিত কৰে নেকি?
উঃ হয়।
প্ৰঃ নৈতিক বিচাৰৰ এটা উদাহৰণ কি?
উঃ দয়া আৰু সহানুভূতি।
প্ৰঃ নৈতিক বিচাৰৰ মূল উপাদান কোনটো?
উঃ অভিপ্রায়।
প্ৰঃ নৈতিক বিচাৰৰ মাজত নীতি-শিক্ষাৰ কি স্থান আছে?
উঃ মূল স্থান।
প্ৰঃ নৈতিক বিচাৰ কাক বোলে?
উঃ উচিত-অনুচিত বিচাৰ।
প্রঃ নৈতিকতাক সমাজত কিয় গুৰুত্ব দিয়া হয়?
উঃ সমাজৰ সুস্থ বিকাশৰ বাবে।
প্রঃ নৈতিক আদর্শ মানি চলাৰ সুবিধা কি?
উঃ মানুহৰ ব্যক্তিত্ব উন্নতি ঘটে।
প্রঃ নৈতিকতা কেনেকৈ গঠন হয়?
উঃ শিক্ষাৰ জৰিয়তে।
প্ৰঃ নৈতিক বিচাৰৰ ওপৰত কি নিৰ্ভৰ কৰে?
উঃ ব্যক্তিগত আৰু সামাজিক মানদণ্ড।
প্রঃ নৈতিক শিক্ষা কিয় দৰকাৰ?
উঃ সঠিক জীৱনধাৰা গঠন কৰাৰ বাবে।
প্ৰঃ নৈতিক বিচাৰৰ প্ৰধান লক্ষ্য হ’ল?
উঃ পৰম শ্রেয় সাধন।
