আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক তর্কবিজ্ঞান আৰু দৰ্শন (Logic & Philosophy) বিষয়ৰ Class 12 Logic & Philosophy MCQ Chapter 6 ভাৱবাদ-আত্মগত আৰু বস্তুগত, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Logic & Philosophy MCQ Chapter 6 ভাৱবাদ-আত্মগত আৰু বস্তুগত
অধ্যায়-৬
ভাৱবাদ-আত্মগত আৰু বস্তুগত
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ “প্রত্যক্ষ ইতি বিদ্যতে” উক্তিটো কোনজন দার্শনিকৰ?
(ক) হেগেল
(খ) কার্ট
(গ) জর্জ বার্কলি
(ঘ) প্লেটো
উঃ (গ) জর্জ বার্কলি।
প্রঃ কোনজন দার্শনিকৰ মতে চিন্তা আৰু সত্তা একে?
(ক) হেগেল
(খ) জর্জ বার্কলি
(গ) প্লেটো
(ঘ) চক্রেটিছ
উঃ (ক) হেগেল।
প্রঃ আধুনিক দর্শনত বস্তুগত ভাববাদৰ প্ৰচাৰক কোন?
(ক) কার্ট
(খ) হেগেল
(গ) ডেকার্ট
(ঘ) চক্রেটিছ
উঃ (খ) হেগেল।
প্রঃ কোনজন দার্শনিকে আত্মগত ভাববাদ প্ৰচাৰ কৰে?
(ক) চক্রেটিছ
(খ) হেগেল
(গ) জর্জ বার্কলি
(ঘ) প্লেটো
উঃ (গ) জর্জ বার্কলি।
প্রঃ নিম্নলিখিত দার্শনিকসকলৰ ভিতৰত কোনজন ভাৱবাদী নহয়?
(ক) বার্কলি
(খ) জি ই মূৰ
(গ) ভিডলি
(ঘ) হেগেল
উঃ (খ) জি ই মূৰ।
প্রঃ “চিন্তা আৰু সত্তা পৰিশেষত একে”- এই উক্তিটো কাৰ?
(ক) বার্কলি
(খ) হেগেল
(গ) সক্রেটিছ
(ঘ) প্লেটো
উঃ (খ) হেগেল।
প্রঃ “প্রত্যক্ষ ইতি বিদ্যতে” কথাষাৰৰ অৰ্থ কি?
(ক) চিন্তা আৰু সত্তা পৃথক
(খ) বস্তুৰ অস্তিত্ব প্রত্যক্ষত নিৰ্ভৰশীল
(গ) চিন্তা আৰু বস্তু সম্পূর্ণ পৃথক
(ঘ) কোনোটিও নহয়
উঃ (খ) বস্তুৰ অস্তিত্ব প্রত্যক্ষত নিৰ্ভৰশীল।
প্রঃ দ্বন্দ্বাত্মক পদ্ধতিৰ মূল বক্তব্য কি?
(ক) চিন্তা আৰু বস্তু সম্পূর্ণ পৃথক
(খ) জড় আৰু চেতনৰ সংঘাতৰ দ্বাৰা উন্নতি
ঘটে
(গ) চিন্তা আৰু বস্তুৰ একত্র সমন্বয়
(ঘ) কোনোটিও নহয়
ঘটে। উঃ (খ) জড় আৰু চেতনৰ সংঘাতৰ দ্বাৰা উন্নতি
প্রঃ বস্তুগত ভাববাদৰ সংজ্ঞা কি?
(ক) বস্তুৰ অস্তিত্ব মনত নিৰ্ভৰশীল
(খ) পৰম ব্ৰহ্মৰ অস্তিত্ব অস্বীকাৰ কৰে
(গ) আধ্যাত্মিক শক্তিৰ প্রাধান্য স্বীকাৰ
(ঘ) কোনোটিও নহয়
উঃ (খ) পৰম ব্ৰহ্মাৰ অস্তিত্ব অস্বীকাৰ কৰে।
প্রঃ আত্মগত ভাববাদৰ সংজ্ঞা কি?
(ক) বস্তুৰ অস্তিত্ব স্বতন্ত্র
(খ) মনেই একমাত্র অস্তিত্ব
(গ) বস্তু আৰু মন একে
(ঘ) কোনোটিও নহয়
উঃ (খ) মনেই একমাত্র অস্তিত্ব।
প্রঃ নিম্নলিখিত কোনটো বস্তুগত ভাববাদৰ বৈশিষ্ট্য?
(ক) চিন্তা আৰু সত্তা পৃথক
(খ) চিন্তা আৰু সত্তা একত্র
(গ) চিন্তা আৰু মনৰ সমন্বয়
(ঘ) কোনোটিও নহয়
উঃ (খ) চিন্তা আৰু সত্তা একত্র।
কি? প্রঃ বস্তুগত ভাববাদৰ কেতবোৰ সমালোচনা
(ক) চিন্তা আৰু বস্তুৰ সমন্বয় নাথাকে
(খ) বস্তুগত ভাববাদ উদ্দেশ্যধর্মী নহয়
(গ) বস্তুগত ভাববাদৰ দ্বাৰা চিন্তা আৰু বস্তুৰ সমন্বয় বুজিব নোৱাৰি
(ঘ) উপর্যুক্ত সকলো
উঃ (ঘ) উপযুক্ত সকলো।
প্রঃ বার্কলিৰ আত্মগত ভাববাদৰ মূল বক্তব্য কি?
(ক) বস্তুৰ অস্তিত্ব মনত নিৰ্ভৰশীল
(খ) বস্তুৰ অস্তিত্ব নাই
(গ) চিন্তা আৰু বস্তু একে
(ঘ) কোনোটিও নহয়
উঃ (ক) বস্তুৰ অস্তিত্ব মনত নিৰ্ভৰশীল।
প্রঃ দ্বন্দ্বাত্মক বস্তুগত ভাববাদৰ মূল প্রস্তুতকাৰী কোন?
(ক) কার্ল মার্ক্স
(খ) হেগেল
(গ) সক্রেটিছ
(ঘ) ডেকার্ট
উঃ (ক) কার্ল মার্ক্স।
প্রঃ কার্য সংমিশ্রণ কিমান প্ৰকাৰৰ?
(ক) এটা
(খ) দুইটা
(গ) তিনি
(ঘ) চাৰি
উঃ (খ) দুইটা।
প্রঃ হেগেল কোন মতবাদেৰ প্ৰবক্তা?
(ক) বস্তুগত ভাববাদ
(খ) আত্মগত ভাববাদ
(গ) বস্তুবাদ
(ঘ) প্রাকৃতিক ভাৱবাদ
উঃ (ক) বস্তুগত ভাৱবাদ
প্রঃ হেগেলৰ মতে পৰম ধাৰণাই কি?
(ক) পৰম সত্তা
(খ) বস্তুগত জগত
(গ) পৃথিৱীৰ সকলো বস্তু
(ঘ) মানুহৰ সৃষ্ট ধাৰণা
উঃ (ক) পৰম সত্তা
প্রঃ হেগেলৰ বস্তুগত ভাৱবাদ অনুসৰি পৰম ধাৰণাই কি কৰে?
(ক) স্থিৰ হৈ থাকে
(খ) নিজকে ব্যক্ত কৰে
(গ) মাত্ৰ মানুহৰ মগজুত থাকে
(ঘ) কোনো পৰিবৰ্তন নঘটে
উঃ (খ) নিজকে ব্যক্ত কৰে
প্রঃ হেগেলৰ মতে পৰম সত্তাই কি ভাবেৰে অভিব্যক্তি লাভ কৰে?
(ক) প্ৰকৃতিৰ মাজেৰে
(খ) জীৱসকলৰ মাজেৰে
(গ) সংঘাতৰ মাজেৰে
(ঘ) উপৰোক্ত সকলো
উঃ (ঘ) উপৰোক্ত সকলো
প্রঃ হেগেলৰ মতে পৰম সত্তাৰ আত্মা কি?
(ক) অচেতন
(খ) চৈতন্যযুক্ত
(গ) বস্তুগত
(ঘ) ধ্বংসশীল
উঃ (খ) চৈতন্যযুত্ত
প্রঃ হেগেলৰ ভাৱবাদত সংঘাতৰ কি ভূমিকা আছে?
(ক) সংঘাত নাথাকে
(খ) সংঘাতেৰে পৰম সত্তা বিকশিত হয়
(গ) সংঘাত জগতৰ অন্তর্নিহিত নহয়
(ঘ) সংঘাতে জগত ধ্বংস কৰে
উঃ (খ) সংঘাতেৰে পৰম সত্তা বিকশিত হয়
প্রঃ হেগেলৰ মতে জগত অবিহনে পৰম সত্তা কেনেকুৱা?
(ক) অসম্পূর্ণ
(খ) পৰিপূৰ্ণ
(গ) অবাস্তৱ
(ঘ) মায়াময়
উঃ (ক) অসম্পূর্ণ
প্রঃ হেগেলৰ মতে পৰম সত্তাৰ অস্তিত্ব কেনেকুৱা?
(ক) স্থিৰ
(খ) গতিশীল
(গ) অচেতন
(ঘ) নাশর্মুক
উঃ (খ) গতিশীল
প্রঃ হেগেলৰ মতে পৰম ধাৰণাৰ মাজত থাকে?
(ক) সংঘাত
(খ) স্থিৰতা
(গ) অচেতনতা
(ঘ) অস্তিত্বহীনতা
উঃ (ক) সংঘাত
প্রঃ হেগেলৰ ভাৱবাদ অনুসৰি জগত কি?
(ক) পৰম ধাৰণাৰ আৱশ্যকীয় অংশ
(খ) মাত্ৰ মানুহৰ মনৰ সৃষ্টি
(গ) বাস্তৱত অস্তিত্বহীন
(ঘ) পৰম ধাৰণাৰ পৰা পৃথক
উঃ (ক) পৰম ধাৰণাৰ আৱশ্যকীয় অংশ
প্রঃ হেগেলৰ ভাৱবাদৰ এক প্রধান সমালোচনা কি?
(ক) ই উদ্দেশ্যধর্মী
(খ) ই অযুক্তিসংগত
(গ) ই ধাৰণাগত
(ঘ) ই বস্তুগত
উঃ (ক) ই উদ্দেশ্যধর্মী
প্রঃ হেগেলৰ মতে চিন্তা আৰু পৰম সত্তাৰ সম্পর্ক কি?
(ক) সম্পূর্ণ পৃথক
(খ) অভিন্ন
(গ) কোনো সম্পর্ক নাই
(ঘ) চিন্তা পৰম সত্তাৰ অন্তর্ভুক্ত নহয়
উঃ (খ) অভিন্ন
প্রঃ হেগেলৰ মতে বাস্তৱ জগত কেনেকুৱা?
(ক) পৰম সত্তাৰ বাহিৰৰ বস্তু
(খ) পৰম সত্তাৰ অভিব্যক্তি
(গ) মায়াময়
(ঘ) চেতনাৰ পৰিপন্থী
উঃ (খ) পৰম সত্তাৰ অভিব্যক্তি
হয়? প্রঃ হেগেলৰ মতে পৰম সত্তা কি দৰে বিকশিত
(ক) অৱচেতন ৰূপত
(খ) সংঘাত আৰু বিকাশৰ জৰিয়তে
(গ) নিবিড় ধ্যানৰ জৰিয়তে
(ঘ) ইহজগতৰ পৰা পৃথক হৈ
উঃ (খ) সংঘাত আৰু বিকাশৰ জৰিয়তে
প্রঃ বার্কলি কোন মতবাদেৰ প্ৰবক্তা?
(ক) বস্তুগত ভাৱবাদ
(খ) আত্মগত ভাৱবাদ
(গ) বস্তুবাদ
(ঘ) নৈসর্গিক ভাববাদ
উঃ (খ) আত্মগত ভাৱবাদ
প্রঃ বার্কলিৰ মতে অস্তিত্ব কিহৰ ওপৰত নির্ভৰশীল?
(ক) মানুহৰ চিন্তা
(খ) প্রত্যক্ষতা
(গ) বস্তুৰ অস্তিত্ব
(ঘ) পৰম সত্য
উঃ (খ) প্রত্যক্ষতা
প্ৰঃ বার্কলিৰ মতে যি বস্তু প্রত্যক্ষ কৰিব নোৱাৰি, তাৰ কি হয়?
(ক) অস্তিত্ব থাকে
(খ) অস্তিত্ব নাথাকে
(গ) পৰম সত্যত থাকে
(ঘ) এক অবাস্তৱ ধাৰণা
উঃ (খ) অস্তিত্ব নাথাকে
প্রঃ “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” কোন দার্শনিকৰ মতবাদ?
(ক) হেগেল
(খ) বার্কলি
(গ) প্লেটো
(ঘ) ডেকার্ত
উঃ (খ) বার্কলি
প্ৰঃ বার্কলিৰ মতে প্ৰকৃতিৰ অস্তিত্ব কি দৰে?
(ক) পৰম সত্য
(খ) ধাৰণাৰ দৰে
(গ) অচেতন
(ঘ) স্বতন্ত্র
উঃ (খ) ধাৰণাৰ দৰে
কি? প্রঃ বার্কলিৰ মতে বস্তু আৰু সংবেদনৰ সম্পর্ক
(ক) একে
(খ) পৃথক
(গ) বিপৰীত
(ঘ) অস্তিত্বহীন
উঃ (ক) একে
প্ৰঃ আধুনিক বাস্তৱবাদীৰ মতে বাৰ্কলিৰ মতবাদৰ সমস্যা কি?
(ক) বস্তু আৰু সংবেদন এক বুলি ধৰি লোৱা
(খ) বস্তু পৃথক বুলি ধৰা
(গ) বস্তুৰ অস্তিত্ব অস্বীকাৰ কৰা
(ঘ) প্রকৃতিকে সর্বশক্তিমান বুলি ধৰা
উঃ (ক) বস্তু আৰু সংবেদন এক বুলি ধৰি লোৱা
প্রঃ বার্কলিৰ ভাৱবাদ অনুসৰি পৃথিৱী কেনেকুৱা?
(ক) আত্মনিৰ্ভৰশীল
(খ) ব্যক্তিগত প্রত্যক্ষতাৰ ওপৰত নিৰ্ভৰশীল
(গ) বস্তুগত
(ঘ) পৰম ধাৰণাৰ সৃষ্টি
উঃ (খ) ব্যক্তিগত প্রত্যক্ষতাৰ ওপৰত নিৰ্ভৰশীল
প্রঃ আধুনিক বাস্তৱবাদী ই. জি. মূৰে বাৰ্কলিৰ মতবাদৰ সমালোচনা কি ৰূপে কৰিছিল?
(ক) বস্তু আৰু সংবেদন পৃথক বুলি স্বীকাৰ নকৰিলে
(খ) অস্তিত্ব অস্বীকাৰ কৰিলে
(গ) বস্তু আৰু আত্মা এক বুলি ক’লে
(ঘ) পৰম সত্য অস্বীকাৰ কৰিলে
উঃ (ক) বস্তু আৰু সংবেদন পৃথক বুলি স্বীকাৰ
নকৰিলে
প্রঃ আত্মগত ভাৱবাদৰ মূল সমস্যা কি?
(ক) ই বস্তুগত বস্তুৰ অস্তিত্ব অস্বীকাৰ কৰে
(খ) ই বিজ্ঞানৰ সৈতে মিলে নখায়
(গ) ই বস্তু আৰু চিন্তাৰ সম্পৰ্কক অবিহিত কৰে
(ঘ) উপৰোক্ত সকলো
উঃ (ঘ) উপৰোক্ত সকলো
প্রঃবার্কলিৰ মতে পৃথিৱী কেনেকৈ ধাৰণা কৰে?
(ক) পৰম সত্য হিচাপে
(খ) মানৱ প্রত্যক্ষতাৰ দ্বাৰা
(গ) আত্মচেতন ৰূপত
(ঘ) বস্তুগত স্বৰূপত
উঃ (খ) মানর প্রত্যক্ষতাৰ দ্বাৰা
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ “প্রত্যক্ষ ইতি বিদ্যতে” উক্তিটো কোনজন দার্শনিকৰ?
উঃ জর্জ বার্কলি।
প্রঃ কোনজন দার্শনিকে চিন্তা আৰু সত্তাক এক বুলি বিবেচনা কৰিছিল?
উঃ হেগেল।
প্রঃ আধুনিক দর্শনত বস্তুগত ভাববাদৰ প্ৰচাৰক কোন?
উঃ হেগেল।
প্রঃ কোনজন দার্শনিকে আত্মগত ভাববাদ প্ৰচাৰ কৰিছিল?
উঃ জর্জ বার্কলি।
প্রঃ “চিন্তা আৰু সত্তা পৰিশেষত একে” এই উক্তিটো কাৰ?
উঃ হেগেল।
প্রঃ “প্রত্যক্ষ ইতি বিদ্যতে” কথাষাৰৰ অৰ্থ কি?
উঃ বস্তুৰ অস্তিত্ব প্রত্যক্ষত নিৰ্ভৰশীল।
প্ৰঃ দ্বন্দ্বাত্মক পদ্ধতিৰ মূল বক্তব্য কি?
উঃ জড় আৰু চেতনৰ সংঘাতৰ দ্বাৰা উন্নতি ঘটে।
প্রঃ বস্তুগত ভাববাদৰ সংজ্ঞা কি?
উঃ পৰম ব্ৰহ্মৰ অস্তিত্ব অস্বীকাৰ কৰে।
প্ৰঃ আত্মগত ভাববাদৰ সংজ্ঞা কি?
উঃ মনেই একমাত্র অস্তিত্ব।
প্রঃ বস্তুগত ভাববাদৰ এটা বৈশিষ্ট্য কি?
উঃ চিন্তা আৰু সত্তা একত্র।
কি? প্রঃ বস্তুগত ভাববাদৰ সমালোচনাৰ এটা কাৰণ
উঃ চিন্তা আৰু বস্তুৰ সমন্বয় বুজিব নোৱাৰি।
প্ৰঃ বার্কলিৰ আত্মগত ভাববাদৰ মূল বক্তব্য কি?
উঃ বস্তুৰ অস্তিত্ব মনত নিৰ্ভৰশীল।
প্রঃ দ্বন্দ্বাত্মক বস্তুগত ভাববাদৰ মূল প্রস্তুতকাৰী কোন?
উঃ কার্ল মার্ক্স।
প্রঃ কার্য সংমিশ্রণ কিমান প্ৰকাৰৰ?
উঃ দুইটা।
প্রঃ হেগেল কোন মতবাদেৰ প্ৰবক্তা?
উঃ বস্তুগত ভাববাদ।
প্রঃ হেগেলৰ মতে পৰম ধাৰণাই কি?
উঃ পৰম সত্তা।
প্রঃ হেগেলৰ মতে পৰম ধাৰণাই কি কৰে?
উঃ নিজকে ব্যক্ত কৰে।
প্রঃ হেগেলৰ মতে পৰম সত্তাই কি ভাবেৰে অভিব্যক্তি লাভ কৰে?
উঃ সংঘাতৰ মাজেৰে।
প্রঃ হেগেলৰ মতে পৰম সত্তাৰ আত্মা কি?
উঃ চৈতন্যযুক্ত।
প্রঃ হেগেলৰ ভাৱবাদত সংঘাতৰ কি ভূমিকা আছে?
উঃ সংঘাতেৰে পৰম সত্তা বিকশিত হয়।
প্রঃ হেগেলৰ মতে জগত অবিহনে পৰম সত্তা কেনেকুৱা?
উঃ অসম্পূর্ণ।
প্রঃ হেগেলৰ মতে পৰম সত্তাৰ অস্তিত্ব কেনেকুৱা?
উঃ গতিশীল।
প্রঃ হেগেলৰ মতে পৰম ধাৰণাৰ মাজত থাকে?
উঃ সংঘাত।
প্রঃ হেগেলৰ ভাৱবাদ অনুসৰি জগত কি?
উঃ পৰম ধাৰণাৰ আৱশ্যকীয় অংশ।
উঃ ই উদ্দেশ্যধর্মী।
কি? প্রঃ হেগেলৰ ভাৱবাদৰ এক প্রধান সমালোচনা
প্রঃ হেগেলৰ মতে চিন্তা আৰু পৰম সত্তাৰ সম্পর্ক কি?
উঃ অভিন্ন।
প্রঃ হেগেলৰ মতে বাস্তৱ জগত কেনেকুৱা?
উঃ পৰম সত্তাৰ অভিব্যক্তি।
হয়? প্ৰঃ হেগেলৰ মতে পৰম সত্তা কেনেকৈ বিকশিত
উঃ সংঘাত আৰু বিকাশৰ জৰিয়তে।
প্রঃ বার্কলি কোন মতবাদেৰ প্ৰবক্তা?
উঃ আত্মগত ভাববাদ।
প্রঃ বার্কলিৰ মতে অস্তিত্ব কিহৰ ওপৰত নিৰ্ভৰশীল?
উঃ প্রত্যক্ষতা।
প্ৰঃ বার্কলিৰ মতে যি বস্তু প্রত্যক্ষ কৰিব নোৱাৰি, তাৰ কি হয়?
উঃ অস্তিত্ব নাথাকে।
প্রঃ “অস্তিত্ব প্রত্যক্ষ নিৰ্ভৰ” কোন দার্শনিকৰ মতবাদ?
উঃ বার্কলি।
প্ৰঃ বার্কলিৰ মতে প্ৰকৃতিৰ অস্তিত্ব কি দৰে?
উঃ ধাৰণাৰ দৰে।
কি? প্রঃ বার্কলিৰ মতে বস্তু আৰু সংবেদনৰ সম্পর্ক
উঃ একে।
প্রঃ আধুনিক বাস্তৱবাদীৰ মতে বাৰ্কলিৰ মতবাদৰ সমস্যা কি?
উঃ বস্তু আৰু সংবেদন এক বুলি ধৰি লোৱা।
প্রঃ বার্কলিৰ ভাৱবাদ অনুসৰি পৃথিৱী কেনেকুরা?
উঃ ব্যক্তিগত প্রত্যক্ষতাৰ ওপৰত নিৰ্ভৰশীল।
প্রঃ আধুনিক বাস্তৱবাদী ই. জি. মূৰে বাৰ্কলিৰ মতবাদৰ সমালোচনা কি ৰূপে কৰিছিল?
উঃ বস্তু আৰু সংবেদন পৃথক বুলি স্বীকাৰ নকৰিলে।
প্ৰঃ আত্মগত ভাৱবাদৰ মূল সমস্যা কি?
উঃ ই বস্তুগত বস্তুৰ অস্তিত্ব অস্বীকাৰ কৰে।
প্রঃ বার্কলিৰ মতে পৃথিৱী কেনেকৈ ধাৰণা কৰে?
উঃ মানৱ প্রত্যক্ষতাৰ দ্বাৰা।
প্ৰঃ হেগেলৰ মতে পৰম ধাৰণাৰ স্বভাৱ কি?
উঃ গতিশীল।
প্রঃ হেগেলৰ মতে সংঘাতৰ উদ্দেশ্য কি?
উঃ পৰম সত্তাৰ বিকাশ।
প্রঃ বার্কলিৰ মতে অস্তিত্বৰ বাবে কি আৱশ্যক?
উঃ প্রত্যক্ষ জ্ঞান।
প্রঃ হেগেলৰ মতে চিন্তা আৰু বস্তুৰ সম্পৰ্ক কি?
উঃ একত্র।
প্রঃ বস্তুগত ভাববাদত পৰম সত্তাৰ স্থান কি?
উঃ বস্তুৰ ওপৰত নিৰ্ভৰশীল।
প্রঃ বার্কলিৰ মতে বস্তুৰ অস্তিত্ব কেনেকৈ সুনিশ্চিত হয়?
উঃ প্রত্যক্ষৰ দ্বাৰা।
প্ৰঃ বার্কলিৰ মতে অস্তিত্বৰ মূল আধাৰ কি?
উঃ মন।
প্ৰঃ হেগেলৰ মতে বস্তুগত জগতৰ ভূমিকা কি?
উঃ পৰম সত্তাৰ বিকাশৰ অংশ।
কি? প্রঃ বার্কলিৰ মতে অস্তিত্ব আৰু জ্ঞানৰ সম্পর্ক
উঃ অস্তিত্ব জ্ঞানত নিৰ্ভৰশীল।
প্রঃ হেগেলৰ মতে সংঘাত কি আনে?
উঃ বিকাশ।
প্রঃ বার্কলিৰ মতে পৃথিৱী স্বতন্ত্রনে?
উঃ নহয়।
প্রঃ হেগেলৰ মতে পৰম সত্তা কি অনুভৱ কৰে?
উঃ নিজকে।
প্রঃ বার্কলিৰ মতে বস্তু কি ধৰণৰ?
উঃ মানসিক।
প্রঃ হেগেলৰ মতে পৰম ধাৰণাৰ লক্ষ্য কি?
উঃ আত্মপ্রকাশ।
প্রঃ বার্কলিৰ মতে বস্তু কেনেকৈ অৱস্থিত?
উঃ মনৰ ভিতৰত।
প্রঃ বস্তুগত ভাববাদৰ লক্ষ্য কি?
উঃ বস্তুৰ প্ৰধানতা স্বীকাৰ।
প্রঃ আত্মগত ভাববাদ কাক প্রমাণ কৰে?
উঃ মনক।
প্ৰঃ বার্কলিৰ মতে বস্তু আৰু চিন্তাৰ সম্পৰ্ক কি?
উঃ চিন্তা বস্তুৰ অস্তিত্বৰ কাৰণ।
প্রঃ হেগেলৰ মতে বস্তুৰ অস্তিত্ব কিহৰ ওপৰত নির্ভৰশীল?
উঃ পৰম ধাৰণাৰ ওপৰত।
প্ৰঃ আত্মগত ভাববাদৰ সীমাবদ্ধতা কি?
উঃ ই বস্তুৰ স্বাধীন অস্তিত্ব অস্বীকাৰ কৰে।
প্রঃ হেগেলৰ মতে চিন্তা কেনেকৈ বিকশিত হয়?
উঃ সংঘাতৰ মাজেৰে।
