Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Logic & Philosophy MCQ Chapter 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক তর্কবিজ্ঞান আৰু দৰ্শন (Logic & Philosophy) বিষয়ৰ Class 12 Logic & Philosophy MCQ Chapter 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Logic & Philosophy MCQ Chapter 4 মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

অধ্যায়-৪

মিলৰ পৰীক্ষণমূলক অনুসন্ধান পদ্ধতি

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ সহ-পৰিৱৰ্তন প্রণালী কি?
(ক) কাৰ্য-কাৰণ সম্পৰ্ক চাবলৈ ব্যৱহাৰ কৰা
প্রণালী
(খ) গুণগত পৰিৱৰ্তনৰ ক্ষেত্ৰত প্রয়োজনীয় প্রণালী
(গ) পৰীক্ষামূলক প্রণালী নহয়
(ঘ) অভিজ্ঞতাৰ বাহিৰত ব্যৱহাৰ কৰিব পৰা প্ৰণালী
উঃ (ক) কাৰ্য-কাৰণ সম্পৰ্ক চাবলৈ ব্যৱহাৰ কৰা প্রণালী
প্রঃ সহ-পৰিৱৰ্তন প্ৰণালীৰ এটা সুবিধা কি?
(ক) এই প্রণালী গুণগত পৰিৱৰ্তনৰ ক্ষেত্ৰত প্রয়োজনীয়
(খ) ইয়াক অভিজ্ঞতাৰ বাহিৰত প্ৰয়োগ কৰিব নোৱাৰি
(গ) বায়ুৰ চাপ, মধ্যাকর্ষণ শক্তি আদি ক্ষেত্রত ব্যৱহাৰ কৰিব পাৰি
(ঘ) এই প্রণালী নানাকাৰণবাদ দোষৰ পৰা মুক্ত নহয়
উঃ (গ) বায়ুৰ চাপ, মধ্যাকর্ষণ শক্তি আদি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি
প্রঃ সহ-পৰিৱৰ্তন প্ৰণালীৰ এটা অসুবিধা কি?
(ক) এই প্রণালী অভিজ্ঞতাৰ বাহিৰত প্রয়োগ কৰিব নোৱাৰি
(খ) গুণগত পৰিৱৰ্তনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিব
পাৰি
(গ) নিৰীক্ষণমূলক প্রণালী
(ঘ) এই প্রণালী সম্পূর্ণভাৱে পৰীক্ষামূলক
উঃ (ক) এই প্রণালী অভিজ্ঞতাৰ বাহিৰত প্ৰয়োগ কৰিব নোৱাৰি
প্রঃ মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ সুবিধা কি?
(ক) কাৰ্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কার্য নিৰ্ণয় কৰিব পাৰি
(খ) একমাত্ৰ নিৰীক্ষণ প্রণালী
(গ) নানাকাৰণ সম্ভাৱনাৰ পৰা মুক্ত
(ঘ) সীমিত ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি
উঃ (ক) কাৰ্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কাৰ্য নিৰ্ণয় কৰিব পাৰি
প্রঃ মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ এটা অসুবিধা কি?
(ক) নিৰীক্ষণৰ দোষ থাকিব পাৰে
(খ) অন্বয়ী পদ্ধতিৰ এক নিম্ন স্তৰ
(গ) কাৰ্য-কাৰণ সম্পৰ্ক নির্ণয় কৰিব নোৱাৰি
(ঘ) পৰীক্ষামূলক প্রণালী নহয়
উঃ (ক) নিৰীক্ষণৰ দোষ থাকিব পাৰে
প্রঃ পৰিশেষ প্ৰণালীৰ সুবিধা কি?
(ক) কাৰ্য-কাৰণ পৃথকভাৱে নিৰ্ণয় কৰিব নোৱাৰি
(খ) সীমিত ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি
(গ) ৰসায়ন বিজ্ঞান আৰু জ্যোতির্বিজ্ঞানত তথ্য লাভৰ বাবে সহায়ক
(ঘ) অনিশ্চিত কাৰ্য-কাৰণ সম্পৰ্ক দেখুৱায়

উঃ (গ) ৰসায়ন বিজ্ঞান আৰু জ্যোতির্বিজ্ঞানত তথ্য লাভৰ বাবে সহায়ক
প্রঃ পৰিশেষ প্ৰণালীৰ এটা অসুবিধা কি?
(ক) পৰীক্ষামূলক প্রণালী
(খ) সীমিত ক্ষেত্রত ব্যৱহাৰ কৰিব পাৰি
(গ) কাৰ্য-কাৰণ সম্পৰ্ক নিশ্চিতভাবে দেখুৱায়
(ঘ) এই প্রণালী সহজ প্রয়োগযোগ্য
উঃ (খ) সীমিত ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি
প্রঃ অনুসন্ধানৰ ফলাফল কিমান পৰীক্ষাৰ পিছত নিশ্চিত হ’ব?
(ক) এটা
(গ) বহু বাৰ
(খ) দুটা
(ঘ) নিশ্চিত নহয়
উঃ (গ) বহু বাৰ
প্রঃ কোনটো অনুসন্ধান পদ্ধতি পৰীক্ষা আৰু তুলনাত ভিত্তি কৰি সিদ্ধান্ত লয়?
(ক) অন্বয়ী প্রণালী
(খ) ব্যতিৰেকী প্রণালী
(গ) সহ-পৰিৱৰ্তন প্রণালী
(ঘ) পৰিশেষ প্ৰণালী
উঃ (খ) ব্যতিৰেকী প্ৰণালী
প্রঃ অন্বয়ী প্রণালী কেনেকৈ কাৰণ নিৰ্ণয় কৰে?
(ক) অভিজ্ঞতাৰ ভিত্তিত
(খ) অনুমানৰ ভিত্তিত
(গ) সাধাৰণত্বৰ ভিত্তিত
(ঘ) ধাৰণাৰ ভিত্তিত
উঃ (গ) সাধাৰণত্বৰ ভিত্তিত
প্রঃ অনুসন্ধান পদ্ধতিৰ অন্তিম পর্যায় ক’নটো?
(ক) পৰীক্ষা
(খ) তথ্য সংগ্রহ
(গ) সিদ্ধান্ত গঠন
(ঘ) অনুমান
উঃ (গ) সিদ্ধান্ত গঠন
প্রঃ কোনটো অনুসন্ধান পদ্ধতি সর্বাধিক ব্যৱহৃত?
(ক) অন্বয়ী প্রণালী
(খ) ব্যতিৰেকী প্রণালী

(গ) সহ-পৰিৱৰ্তন প্রণালী
(ঘ) পৰিশেষ প্ৰণালী
উঃ (খ) ব্যতিৰেকী প্ৰণালী
প্রঃ অনুসন্ধানৰ মূল উদ্দেশ্য কি?
(ক) অনুমান কৰা
(খ) পৰীক্ষা কৰা
(গ) কাৰণ-কাৰ্য সম্পৰ্ক আৱিষ্কাৰ কৰা
(ঘ) তথ্য সংগ্ৰহ কৰা
উঃ (গ) কাৰণ-কাৰ্য সম্পৰ্ক আৱিষ্কাৰ কৰা প্রঃ অনুসন্ধান কেতিয়া সম্পূর্ণ হয়?
(ক) অনুমান কৰাৰ পিছত
(খ) পৰীক্ষাৰ পিছত
(গ) সিদ্ধান্ত গঠনৰ পিছত
(ঘ) তথ্য সংগ্ৰহৰ পিছত
উঃ (গ) সিদ্ধান্ত গঠনৰ পিছত
প্রঃ অনুসন্ধানত পৰীক্ষা কিয় প্রয়োজনীয়?
(ক) অনুমান নিশ্চিত কৰিবলৈ
(খ) তথ্য সংগ্ৰহ কৰিবলৈ
(গ) সিদ্ধান্ত লোৱাত সহায় কৰিবলৈ
(ঘ) কাকো সহায় নকৰে
উঃ (ক) অনুমান নিশ্চিত কৰিবলৈ
প্রঃ কোনটো অনুসন্ধান পদ্ধতিয়ে সঠিক ফলাফল দিয়ে?
(ক) অনুমানভিত্তিক
(খ) ব্যতিৰেকী
(গ) সহ-পৰিৱৰ্তন
(ঘ) পৰিশেষ
উঃ (খ) ব্যতিৰেকী
হয়? প্রঃ অনুসন্ধানৰ ফলাফল বিশ্বাসযোগ্য কেতিয়া
(ক) অনুমানৰ পিছত
(খ) বহু পৰীক্ষাৰ পিছত
(গ) একো প্রমাণ নাথাকিলে
(ঘ) তথ্য সংগ্ৰহৰ পিছত
উঃ (খ) বহু পৰীক্ষাৰ পিছত
প্ৰঃ মিলৰ অনুসন্ধান পদ্ধতিৰ উদ্দেশ্য কি?

(ক) অনুমান কৰা
(খ) কাৰণ-কাৰ্য সম্পৰ্ক আৱিষ্কাৰ কৰা
(গ) পৰীক্ষা নকৰাকৈ সিদ্ধান্ত লোৱা
(ঘ) ধাৰণাসমূহ অস্বীকাৰ কৰা
উঃ (খ) কাৰণ-কাৰ্য সম্পৰ্ক আৱিষ্কাৰ কৰা
প্রঃ মিলৰ অনুসন্ধান পদ্ধতিৰ দুটা মৌলিক পদ্ধতি কি?
(ক) অন্বয়ী প্রণালী আৰু ব্যতিৰেকী প্ৰণালী
(খ) অনুমান আৰু পৰীক্ষা
(গ) তত্ত্ব আৰু সিদ্ধান্ত
(ঘ) অপসৰণ আৰু তুলনা
উঃ (ক) অন্বয়ী প্রণালী আৰু ব্যতিৰেকী প্রণালী প্রঃ অনুসন্ধানৰ প্ৰথম পদক্ষেপ কি?
(ক) পৰীক্ষা
(খ) ধাৰণা গঠন
(গ) সিদ্ধান্ত লোৱা
(ঘ) তথ্য সংগ্রহ
উঃ (খ) ধাৰণা গঠন
প্ৰঃ মিলৰ মতে আগমনৰ মূল লক্ষ্য কি?
(ক) তত্ত্ব গঠন
(খ) আৱিষ্কাৰ কৰা
(গ) অনুমান কৰা
(ঘ) তথ্য সংগ্রহ
উঃ (খ) আৱিষ্কাৰ কৰা
প্রঃ অন্বয়ী প্রণালী কিমানটা দৃশ্যমান ঘটনাত আধাৰিত?
(ক) এক
(খ) দুই বা ততোধিক
(গ) পাঁচ
(ঘ) দহ
উঃ (খ) দুই বা ততোধিক
প্রঃ কাৰ্যৰ কোনো ক্ষতি নকৰাকৈ পূৰ্বৱৰ্তী ঘটনাৰ যি অংশ বৰ্জন কৰিব নোৱাৰি, সেই অংশ কাৰ্যটোৰ কাৰণ বা কাৰণৰ অংগ হ’বই লাগিব-এই সূত্রটো কোনটো পদ্ধতিৰ ওপৰত আধাৰিত?
(ক) অন্বয়ী প্রণালী
(খ) ব্যতিৰেকী প্রণালী
(গ) সহ-পৰিৱৰ্তন প্রণালী
(ঘ) পৰিশেষ প্ৰণালী
উঃ (খ) ব্যতিৰেকী প্রণালী

প্ৰঃ ব্যতিৰেকী প্ৰণালীত কিমানটা দৃশ্যমান ঘটনাৰ প্ৰয়োজন?
(ক) এক
(খ) দুটা
(গ) তিনিটা
(ঘ) পাঁচটা
উঃ (খ) দুটা
প্রঃ কোনটো পদ্ধতিৰ দ্বাৰা কাৰণ আৰু কাৰ্যৰ মাজত পৰিমাণগত সম্পৰ্ক বিচাৰ কৰা হয়?
(ক) অন্বয়ী প্রণালী
(খ) ব্যতিৰেকী প্ৰণালী
(গ) সহ-পৰিৱৰ্তন প্রণালী
(ঘ) পৰিশেষ প্ৰণালী
উঃ (গ) সহ-পৰিৱৰ্তন প্রণালী
প্ৰঃ মিলৰ অনুসন্ধান পদ্ধতিৰ কিমানটা প্ৰকাৰ আছে?
(ক) তিনিটা
(খ) চাৰিটা
(গ) পাঁচটা
(ঘ) সাতটা
উঃ (গ) পাঁচটা
প্রঃ পৰিশেষ প্ৰণালী কিহৰ ওপৰত আধাৰিত?
(ক) অনুমান
(খ) পৰীক্ষা
(গ) অপসৰণ
(ঘ) তুলনা
উঃ (গ) অপসৰণ
প্রঃ অনুসন্ধান পদ্ধতিৰ অন্তিম লক্ষ্য কি?
(ক) সিদ্ধান্ত গঠন
(খ) অনুমান কৰা
(গ) তথ্য সংগ্রহ
(ঘ) পৰীক্ষা নকৰাকৈ সিদ্ধান্ত লোৱা
উঃ (ক) সিদ্ধান্ত গঠন
কি? প্ৰঃ মিলৰ অনুসন্ধান পদ্ধতিৰ মতে শুদ্ধ ধাৰণা
(ক) উদ্দেশ্য প্রয়াসী
(খ) উদ্দেশ্যবিহীন
(গ) স্বতঃসিদ্ধ
(ঘ) অনুমানভিত্তিক
উঃ (ক) উদ্দেশ্য প্রয়াসী
প্রঃ কোনটো অনুসন্ধান পদ্ধতি সর্বাধিক নিশ্চিত?

(ক) অন্বয়ী প্রণালী
(খ) ব্যতিৰেকী প্রণালী
(গ) সহ-পৰিৱৰ্তন প্রণালী
(ঘ) পৰিশেষ প্ৰণালী
উঃ (খ) ব্যতিৰেকী প্রণালী
প্রঃ অনুসন্ধান পদ্ধতিত অনুশীলন কিয় প্রয়োজনীয়?
(ক) অধিক তথ্য সংগ্ৰহৰ বাবে
(খ) ভুল এৰাই নিশ্চিত সিদ্ধান্ত লোৱাৰ বাবে
(গ) অনুমান কৰিবলৈ
(ঘ) অনুমান প্ৰমাণ কৰিবলৈ
বাবে উঃ (খ) ভুল এৰাই নিশ্চিত সিদ্ধান্ত লোৱাৰ
প্রঃ অনুসন্ধান পদ্ধতিৰ মাধ্যমে কিবা এটা সিদ্ধান্ত কিদৰে লোৱা হয়?
(ক) অনুমানৰ দ্বাৰা
(খ) পৰীক্ষাৰ দ্বাৰা
(গ) ধাৰণাৰ দ্বাৰা
(ঘ) অনুমান ভিত্তিক সিদ্ধান্ত
উঃ (খ) পৰীক্ষাৰ দ্বাৰা
প্ৰঃ মিলৰ অনুসন্ধান পদ্ধতিৰ দ্বাৰা কিবা এটা সিদ্ধান্ত কিদৰে নিশ্চিত কৰা হয়?
(ক) অনুমানৰ দ্বাৰা
(খ) পৰীক্ষাৰ দ্বাৰা
(গ) তথ্য সংগ্ৰহৰ দ্বাৰা
(ঘ) অনুমান ভিত্তিক সিদ্ধান্ত
উঃ (খ) পৰীক্ষাৰ দ্বাৰা
প্রঃ কোনটো অনুসন্ধান পদ্ধতিয়ে অধিক সঠিক তথ্য দিয়ে?
(ক) অনুমানভিত্তিক
(খ) ব্যতিৰেকী
(গ) সহ-পৰিৱৰ্তন
(ঘ) পৰিশেষ
উঃ (খ) ব্যতিৰেকী
প্রঃ মিলৰ অনুসন্ধান পদ্ধতিৰ বৈশিষ্ট্য কি?
(ক) অনুমান ভিত্তিক

(খ) পৰীক্ষা ভিত্তিক
(গ) ধাৰণা ভিত্তিক
(ঘ) অনুশীলন ভিত্তিক
উঃ (খ) পৰীক্ষা ভিত্তিক
প্রঃ কোনটো পদ্ধতি অনুসন্ধানত কাৰণ আৰু কাৰ্যৰ সম্পৰ্ক উদঘাটন কৰে?
(ক) সহ-পৰিৱৰ্তন
(খ) পৰিশেষ
(গ) অন্বয়ী
(ঘ) অনুমান
উঃ (গ) অন্বয়ী
প্রঃ অনুসন্ধান পদ্ধতি কেনেকৈ গঠন কৰা হয়?
(ক) অনুমানৰ মাধ্যমে
(খ) পৰীক্ষাৰ মাধ্যমে
(গ) তথ্য সংগ্ৰহৰ মাধ্যমে
(ঘ) অনুমান ভিত্তিক সিদ্ধান্ত
উঃ (খ) পৰীক্ষাৰ মাধ্যমে
প্ৰঃ মিলৰ পৰীক্ষামূলক অনুসন্ধান পদ্ধতিৰ উদ্দেশ্য ………………. ?
(ক) মাত্ৰ অনুমান কৰা
(খ) কাৰ্য-কাৰণ সম্পৰ্ক আৱিষ্কাৰ কৰা
(গ) বিষয়ক বিভ্রান্তি সৃষ্টি কৰা
(ঘ) মতামত গঠন কৰা
উঃ (খ) কাৰ্য-কাৰণ সম্পৰ্ক আৱিষ্কাৰ কৰা
প্রঃ মিলৰ আগমন পদ্ধতিৰ মৌলিক প্রণালী ……………….. ?
(ক) পৰীক্ষা আৰু বিশ্লেষণ
(খ) অনুমান আৰু ব্যাখ্যা
(গ) অন্বয়ী প্রণালী আৰু ব্যতিৰেকী প্ৰণালী
(ঘ) পর্যবেক্ষণ আৰু সিদ্ধান্ত
উঃ (গ) অন্বয়ী প্রণালী আৰু ব্যতিৰেকী প্ৰণালী
প্রঃ অন্বয়ী প্রণালীত কিমানটা দৃষ্টান্তৰ প্রয়োজন?
(ক) এটা
(খ) দুটা বা ততোধিক
(গ) তিনি
(ঘ) চাৰি
উঃ (খ) দুটা বা ততোধিক

প্রঃ কোনটো পৰীক্ষামূলক পদ্ধতি কাৰণ আৰু কাৰ্যৰ পৰিমাণগত সম্পৰ্ক বিচাৰ কৰে?
(ক) সহ-পৰিৱৰ্তন প্রণালী
(খ) ব্যতিৰেকী প্রণালী
(গ) অন্বয়ী প্রণালী
(ঘ) পৰিশেষ প্রণালী
উঃ (ক) সহ-পৰিৱৰ্তন প্রণালী
প্রঃ ব্যতিৰেকী প্ৰণালী কিমান দৃষ্টান্তৰ ওপৰত নিৰ্ভৰ কৰে?
(ক) এটা
(খ) দুটা
(গ) তিনি
(ঘ) চাৰি
উঃ (খ) দুটা
প্রঃ অন্বয়ী প্রণালীৰ সুবিধা……………….. ?
(ক) সীমিত ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি
(খ) কার্য-কাৰণ সম্পৰ্ক চিনাক্ত কৰিব নোৱাৰি
(গ) কোনো মহাজাগতিক ঘটনাৰ বিশ্লেষণৰ
বাবে সহায়ক
(ঘ) পৰীক্ষামূলক নহয়
উঃ (গ)
প্রঃ অন্বয়ী প্রণালীৰ এটা অসুবিধা কি?
(ক) দৃষ্টান্তৰ সংখ্যা কম হলে ভুল সিদ্ধান্ত হ’ব
পাৰে
(খ) পৰীক্ষামূলক প্রণালী
(গ) কাৰ্য-কাৰণ নিৰ্ণয় কৰিব নোৱাৰি
(ঘ) একমাত্ৰ নিৰীক্ষণৰ দ্বাৰা ব্যৱহাৰ কৰিব নোৱাৰি
উঃ (ক) দৃষ্টান্তৰ সংখ্যা কম হলে ভুল সিদ্ধান্ত হ’ব পাৰে
প্ৰঃ ব্যতিৰেকী প্ৰণালীৰ সুবিধা কি?
(ক) অন্বয়ী প্ৰণালীৰ উন্নত ৰূপ
(খ) সীমিত ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি
(গ) কাৰ্য-কাৰণ সম্পর্ক নিশ্চিতভাৱে প্রমাণ কৰিব পাৰে
(ঘ) নিৰীক্ষণমূলক নহয়

উঃ (গ) কাৰ্য-কাৰণ সম্পর্ক নিশ্চিতভাৱে প্রমাণ কৰিব পাৰে
প্ৰঃ ব্যতিৰেকী প্ৰণালীৰ এটা অসুবিধা কি?
(ক) নানাকাৰণ সম্ভাৱনাৰ পৰা মুক্ত নহয়
(খ) পৰীক্ষামূলক নহয়
(গ) কাৰ্য-কাৰণ সম্পর্ক নিশ্চিতভাৱে নির্ণয় কৰিব নোৱাৰে
(ঘ) সহ পৰিৱৰ্তন প্রণালীৰ এক অংশ
উঃ (ক) নানাকাৰণ সম্ভাৱনাৰ পৰা মুক্ত নহয়
প্রঃ সহ-পৰিশেষ প্ৰণালীৰ সংজ্ঞা কি?
(ক) পৰীক্ষামূলক প্রণালী
(খ) কার্য-কাৰণ সম্পর্ক চাবলৈ ব্যৱহৃত প্ৰণালী
(গ) গুণগত পৰিৱৰ্তন চাবলৈ ব্যৱহাৰ কৰা
প্রণালী
(ঘ) অভিজ্ঞতাৰ বাহিৰত ব্যৱহাৰ কৰিব পৰা প্রণালী
উঃ (খ) কাৰ্য-কাৰণ সম্পৰ্ক চাবলৈ ব্যৱহৃত প্রণালী
প্রঃ সহ-পৰিশেষ প্ৰণালী ব্যতিৰেকী প্ৰণালীৰ এক উন্নত সংস্কৰণ কিয়?
(ক) পৰীক্ষামূলক নহয়
(খ) কাৰ্য-কাৰণ সম্পর্ক চাবলৈ অধিক উন্নত
(গ) অন্বয়ী প্ৰণালীৰ বিকল্প
(ঘ) সীমিত ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি
উঃ (খ) কার্য-কাৰণ সম্পর্ক চাবলৈ অধিক উন্নত প্ৰঃ ব্যতিৰেকী প্ৰণালীৰ উপযুক্ত উদাহৰণ কি?
(ক) শব্দ আৰু বায়ুৰ সম্পৰ্ক
(খ) ধুমুহা আৰু বৰষুণ
(গ) আগ্নেয়গিৰিৰ উদ্‌গীৰণ
(ঘ) গাত নতি লগা মানুহৰ শাৰীৰিক অৱস্থা
উঃ (ক) শব্দ আৰু বায়ুৰ সম্পৰ্ক
প্রঃ সহ-পৰিৱৰ্তন প্রণালীত পৰিৱৰ্তন নিৰ্ণয়ৰ সীমা কিমান?
(ক) আন পৰীক্ষাৰ দ্বাৰা নিশ্চিত কৰিব লাগে

(খ) সম্পূর্ণভাৱে পৰীক্ষামূলক
(গ) পৰীক্ষা নকৰাকৈ নিশ্চিত কৰা যায়
(ঘ) কাৰ্য-কাৰণ সম্পর্ক দেখা নাযায়
উঃ (ক) আন পৰীক্ষাৰ দ্বাৰা নিশ্চিত কৰিব লাগে
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ সহ-পৰিৱৰ্তন প্রণালী কি?
উঃ কাৰ্য-কাৰণ সম্পৰ্ক চাবলৈ ব্যৱহাৰ কৰা প্রণালী।
প্রঃ সহ-পৰিৱৰ্তন প্ৰণালীৰ এটা সুবিধা কি?
উঃ বায়ুৰ চাপ, মধ্যাকর্ষণ শক্তি আদি ক্ষেত্রত ব্যৱহাৰ কৰিব পাৰি।
প্রঃ সহ-পৰিৱৰ্তন প্ৰণালীৰ এটা অসুবিধা কি?
উঃ এই প্রণালী অভিজ্ঞতাৰ বাহিৰত প্ৰয়োগ কৰিব নোৱাৰি।
প্রঃ মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ সুবিধা কি?
উঃ কাৰ্যৰ পৰা কাৰণ আৰু কাৰণৰ পৰা কাৰ্য নিৰ্ণয় কৰিব পাৰি।
প্রঃ মিশ্র অন্বয়ী ব্যতিৰেকী প্ৰণালীৰ এটা অসুবিধা কি?
উঃ নিৰীক্ষণৰ দোষ থাকিব পাৰে।
প্রঃ পৰিশেষ প্ৰণালীৰ সুবিধা কি?
উঃ ৰসায়ন বিজ্ঞান আৰু জ্যোতির্বিজ্ঞানত তথ্য লাভৰ বাবে সহায়ক।
প্রঃ পৰিশেষ প্ৰণালীৰ এটা অসুবিধা কি?
উঃ সীমিত ক্ষেত্ৰত ব্যৱহাৰ কৰিব পাৰি।
প্রঃ অনুসন্ধানৰ ফলাফল কিমান পৰীক্ষাৰ পিছত নিশ্চিত হ’ব?
উঃ বহু পৰীক্ষাৰ পিছত।
প্রঃ কোনটো অনুসন্ধান পদ্ধতি পৰীক্ষা আৰু তুলনাত ভিত্তি কৰি সিদ্ধান্ত লয়?
উঃ ব্যতিৰেকী প্রণালী।
প্রঃ অন্বয়ী প্রণালী কেনেকৈ কাৰণ নিৰ্ণয় কৰে?
উঃ সাধাৰণত্বৰ ভিত্তিত।

প্রঃ অনুসন্ধান পদ্ধতিৰ অন্তিম পর্যায় কি?
উঃ সিদ্ধান্ত গঠন।
প্রঃ কোনটো অনুসন্ধান পদ্ধতি সর্বাধিক ব্যৱহৃত?
উঃ ব্যতিৰেকী প্রণালী।
প্রঃ অনুসন্ধানৰ মূল উদ্দেশ্য কি?
উঃ কাৰণ-কাৰ্য সম্পৰ্ক আৱিষ্কাৰ কৰা।
প্রঃ অনুসন্ধান কেতিয়া সম্পূর্ণ হয়?
উঃ সিদ্ধান্ত গঠনৰ পিছত।
প্রঃ অনুসন্ধানত পৰীক্ষা কিয় প্রয়োজনীয়?
উঃ অনুমান নিশ্চিত কৰিবলৈ।
প্রঃ কোনটো অনুসন্ধান পদ্ধতিয়ে সঠিক ফলাফল দিয়ে?
উঃ ব্যতিৰেকী প্রণালী।
হয়? প্ৰঃ অনুসন্ধানৰ ফলাফল বিশ্বাসযোগ্য কেতিয়া
উঃ বহু পৰীক্ষাৰ পিছত।
প্রঃ মিলৰ অনুসন্ধান পদ্ধতিৰ উদ্দেশ্য কি?
উঃ কাৰণ-কাৰ্য সম্পৰ্ক আৱিষ্কাৰ কৰা।
প্ৰঃ মিলৰ অনুসন্ধান পদ্ধতিৰ দুটা মৌলিক পদ্ধতি কি?
উঃ অন্বয়ী প্রণালী আৰু ব্যতিৰেকী প্রণালী।
প্রঃ অনুসন্ধানৰ প্ৰথম পদক্ষেপ কি?
উঃ ধাৰণা গঠন।
প্ৰঃ মিলৰ মতে আগমনৰ মূল লক্ষ্য কি?
উঃ আৱিষ্কাৰ কৰা।
প্রঃ অন্বয়ী প্রণালী কিমানটা দৃশ্যমান ঘটনাত আধাৰিত?
উঃ দুই বা ততোধিক।
প্রঃ কোনটো অনুসন্ধান পদ্ধতি অভিজ্ঞতাৰ ভিত্তিত কাৰণ নির্ণয় কৰে?
উঃ অন্বয়ী প্রণালী।
প্ৰঃ ব্যতিৰেকী প্ৰণালীৰ মূল উদ্দেশ্য কি?
উঃ কাৰ্য-কাৰণ সম্পৰ্ক পৰীক্ষা কৰা।

প্রঃ সহ-পৰিৱৰ্তন প্রণালী কেতিয়া প্রয়োগ কৰিব নোৱাৰি?
উঃ অভিজ্ঞতাৰ বাহিৰত।
হয়? প্রঃ অন্বয়ী প্রণালী কোনটো ক্ষেত্রত ব্যবহৃত
উঃ প্রাকৃতিক বিজ্ঞানত।
প্রঃ ব্যতিৰেকী প্রণালী কিয় গুৰুত্বপূর্ণ?
উঃ সঠিক কাৰণ নিৰূপণ কৰিবলৈ।
প্রঃ অনুসন্ধানৰ তথ্য সংগ্ৰহৰ প্ৰধান উৎস কি?
উঃ পৰীক্ষা।
প্রঃ কোনটো অনুসন্ধান পদ্ধতি সীমিত ক্ষেত্রত ব্যৱহৃত হয়?
উঃ পৰিশেষ প্রণালী।
প্রঃ মিশ্র অন্বয়ী ব্যতিৰেকী প্রণালী কোনটো দোষৰ পৰা মুক্ত?
উঃ নানাকাৰণ সম্ভাৱনাৰ পৰা।
প্রঃ অনুসন্ধান পদ্ধতিৰ সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উঃ পৰীক্ষাৰ শুদ্ধতাৰ ওপৰত।
প্রঃ অন্বয়ী প্রণালীৰ এটা সীমাবদ্ধতা কি?
উঃ কেতিয়াবা ভুল সিদ্ধান্ত দিব পাৰে।
প্রঃ পৰিশেষ প্ৰণালী কিদৰে কাৰণ নিৰূপণ
কৰে?
উঃ পৰীক্ষা আৰু সিদ্ধান্তৰ যোগেদি।
প্রঃ কোনটো অনুসন্ধান পদ্ধতিয়ে সিদ্ধান্ত গঠনত সহায় কৰে?
উঃ পৰিশেষ প্ৰণালী।
প্রঃ সহ-পৰিৱৰ্তন প্রণালীতে পৰীক্ষা কৰা যায়নে?
উঃ হয়, কিন্তু সীমিত ক্ষেত্রত।
প্রঃ ব্যতিৰেকী প্ৰণালীৰ সফলতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উঃ পৰীক্ষা আৰু তুলনাৰ ওপৰত।
প্রঃ অন্বয়ী প্রণালী ক’ত অধিক প্রয়োগ হয়?

উঃ বিজ্ঞানৰ বিভিন্ন শাখাত।
প্রঃ অন্বয়ী প্রণালী কেনে তথ্যৰ ওপৰত নিৰ্ভৰশীল?
উঃ সাধাৰণ তথ্যৰ ওপৰত।
প্ৰঃ ব্যতিৰেকী প্ৰণালী কেনেকৈ কাৰণ নিৰূপণ কৰে?
উঃ তুলনাৰ জৰিয়তে।
প্রঃ পৰিশেষ প্ৰণালী কোনটো ক্ষেত্রত অধিক ব্যৱহৃত হয়?
উঃ ৰসায়ন আৰু পদার্থ বিজ্ঞানত।
প্রঃ অনুসন্ধানৰ সকলো তথ্য কি সঠিক হয়?
উঃ নহয়, পৰীক্ষাৰ ওপৰত নিৰ্ভৰ কৰে।
প্রঃ কোনটো অনুসন্ধান পদ্ধতি তুলনাত ভিত্তি কৰি সিদ্ধান্ত লয়?
উঃ ব্যতিৰেকী প্রণালী।
প্রঃ অন্বয়ী প্রণালীৰ এটা গুরুত্বপূর্ণ দিশ কি?
উঃ সাধাৰণত্ব ভিত্তিক সিদ্ধান্ত লোৱা।
প্রঃ সহ-পৰিৱৰ্তন প্রণালীত কি কাৰণ-কার্য সম্পর্ক নির্ণয় হয়?
উঃ হয়, কিন্তু সীমিত ক্ষেত্রত।
প্রঃ অনুসন্ধান পদ্ধতিৰ প্ৰধান গুণ কি?
উঃ তথ্যৰ পৰীক্ষা আৰু সিদ্ধান্ত গঠন।
প্রঃ ব্যতিৰেকী প্রণালী কেনেকৈ কাৰণ নির্ণয় কৰে?
উঃ একে কাৰ্যৰ তুলনাৰ জৰিয়তে।
প্রঃ পৰিশেষ প্ৰণালীৰ এটা অপ্রয়োজনীয়তা কি?
উঃ সকলো ক্ষেত্রত ব্যৱহাৰ কৰিব নোৱাৰি।
প্রঃ অনুসন্ধানৰ লক্ষ্য কি?
উঃ নূতন তথ্য আৱিষ্কাৰ কৰা।
প্রঃ অন্বয়ী প্রণালী কেনেকৈ কাজ কৰে?
উঃ সাধাৰণত্বৰ ভিত্তিত।
প্রঃ সহ-পৰিৱৰ্তন প্রণালী কেতিয়া ভুল হব পাবে?
উঃ পৰীক্ষাৰ অভাৱত।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment