আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক তর্কবিজ্ঞান আৰু দৰ্শন (Logic & Philosophy) বিষয়ৰ Class 12 Logic & Philosophy MCQ Chapter 3 প্রকল্প, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Logic & Philosophy MCQ Chapter 3 প্রকল্প
অধ্যায়-৩
প্রকল্প
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ প্রকল্প কাক বোলে?
(ক) নিশ্চিত সত্যক প্রমাণ কৰা সিদ্ধান্ত
(খ) কার্য-কাৰণ সম্পৰ্কীয় অনুমানিক ধাৰণা
(গ) যিকোনো তথ্যৰ সংগ্ৰহ
(ঘ) নিয়মবোৰৰ ক্ৰমিক তালিকা
উঃ (খ) কাৰ্য-কাৰণ সম্পৰ্কীয় অনুমানিক ধাৰণা প্রঃ প্ৰকল্পৰ বিশেষ বৈশিষ্ট্য কি?
(ক) ই অস্থায়ী হয়
(খ) ই অনন্য হয়
(গ) ই নতুন কিছু সৃষ্টি কৰে
(ঘ) উপৰোক্ত সকলো
উঃ (ঘ) উপৰোক্ত সকলো
প্রঃ নিম্নলিখিত কোনটো প্ৰকল্পৰ প্ৰকাৰ নহয়?
(ক) কর্তা সম্পর্কীয় প্রকল্প
(খ) নিয়ম সম্পর্কীয় প্রকল্প
(গ) কাৰ্যকাৰী প্ৰকল্প
(ঘ) বর্ণনামূলক প্রকল্প
উঃ (গ) কাৰ্যকাৰী প্রকল্প
প্রঃ কর্তা সম্পর্কীয় প্ৰকল্পৰ বৈশিষ্ট্য কি?
(ক) ঘটনাৰ নিয়ম জনা যায় কিন্তু কর্তা জনা
নাযায়
(খ) ঘটনাৰ কৰ্তা জনা যায় কিন্তু নিয়ম অজ্ঞাত থাকে
(গ) ঘটনা কেনেকৈ হ’ল সেই বিষয়ে ধাৰণা কৰা হয়
(ঘ) উপৰোক্ত সকলো
উঃ (ক) ঘটনাৰ নিয়ম জনা যায় কিন্তু কর্তা জনা
নাযায়
প্রঃ নিয়ম সম্পর্কীয় প্ৰকল্পৰ উদাহৰণ কি?
(ক) কোনো চুৰি হোৱাৰ পিছত চোৰ চিনাক্ত
কৰা
(খ) কোনো ঘটনা কেনেকৈ হ’ল তাক জনা
(গ) কোনে চুৰি কৰিলে জানো, কিন্তু কিদৰে কৰিলে জানিব পৰা নাযায়
(ঘ) পৰিৱেশগত অৱস্থাৰ প্ৰভাৱ বুজা
উঃ (গ) কোনে চুৰি কৰিলে জানো, কিন্তু কিদৰে কৰিলে জানিব পৰা নাযায়
প্রঃ পাৰিপার্শ্বিক সংস্থিতি সম্পর্কীয় প্ৰকল্পৰ বৈশিষ্ট্য কি?
(ক) ই শুধুমাত্র নিয়ম সম্পর্কীয়
(খ) ঘটনাৰ পৰিৱেশৰ প্ৰভাৱ বুজিবলৈ ব্যৱহাৰ
কৰা হয়
(গ) ই কোনো নতুন নিয়ম সৃষ্টি কৰে
(ঘ) উপৰোক্ত সকলো
উঃ (খ) ঘটনাৰ পৰিৱেশৰ প্ৰভাৱ বুজিবলৈ ব্যৱহাৰ কৰা হয়
প্ৰঃ বৈধ প্ৰকল্পৰ এটা গুৰুত্বপূৰ্ণ চৰ্ত কি?
(ক) ই প্রাসংগিক হ’ব লাগিব
(খ) ই কাল্পনিক হ’ব লাগিব
(গ) ই অনিশ্চিত হ’ব লাগিব
(ঘ) ই অস্পষ্ট হ’ব লাগিব
উঃ (ক) ই প্রাসংগিক হ’ব লাগিব
প্রঃ তদর্থ প্ৰকল্পৰ উদ্দেশ্য কি?
(ক) কোনো সু-প্রতিষ্ঠিত মতবাদ ব্যাখ্যা কৰা
(খ) সম্পূর্ণ নতুন নিয়ম সৃষ্টি কৰা
(গ) কোনো ঘটনা পৰীক্ষা নকৰাকৈ গ্ৰহণ কৰা
(ঘ) শুধুমাত্র অনুমান কৰা
উঃ (ক) কোনো সু-প্রতিষ্ঠিত মতবাদ ব্যাখ্যা
কৰা
প্রঃ অস্তিত্বশীল কাৰণ কাক বোলে?
(ক) যি কাৰণক ইন্দ্ৰিয়ৰ সহায়ত প্রত্যক্ষ কৰিব পৰা যায়
(খ) যিকোনো অনুমানিক কাৰণ
(গ) যি কাৰণ পৰীক্ষা নকৰাকৈ গ্ৰহণ কৰা হয়
(ঘ) যিকোনো অজান কাৰণ
উঃ (ক) যি কাৰণক ইন্দ্ৰিয়ৰ সহায়ত প্রত্যক্ষ
কৰিব পৰা যায়
প্রঃ বর্ণনামূলক প্ৰকল্পৰ লক্ষ্য কি?
(ক) জটিল ঘটনা বা তথ্যৰ সু-শৃংখলিত সম্বন্ধ
নিৰ্ণয় কৰা
(খ) নতুন ঘটনা সৃষ্টি কৰা
(গ) অতীত ঘটনা পৰীক্ষা নকৰাকৈ গ্ৰহণ কৰা
(ঘ) কেবল অনুমান কৰা
উঃ (ক) জটিল ঘটনা বা তথ্যৰ সু-শৃংখলিত সম্বন্ধ নিৰ্ণয় কৰা
প্রঃ কোনটো বৈধ প্রকল্পৰ চৰ্ত নহয়?
(ক) প্রকল্প অনির্দিষ্ট, অস্পষ্ট, উদ্ভট বা কাল্পনিক
হওয়া
(খ) প্রাসংগিকতা
(গ) সত্যাপনীয়তা
(ঘ) সু-প্রতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতিপূর্ণতা
উঃ (ক) প্রকল্প অনির্দিষ্ট, অস্পষ্ট, উদ্ভট বা কাল্পনিক হওয়া
প্ৰঃ পৰীক্ষণমূলক চৰম দৃষ্টান্তৰ উদ্দেশ্য কি?
(ক) সাধাৰণ ক্ষেত্ৰৰ বাহিৰে অধ্যয়ন কৰা
(খ) যিকোনো অনুমান গ্রহণ কৰা
(গ) নতুন নিয়ম সৃষ্টি কৰা
(ঘ) যিকোনো তথ্যৰ প্ৰমাণ অনুসন্ধান নকৰা
উঃ (ক) সাধাৰণ ক্ষেত্ৰৰ বাহিৰে অধ্যয়ন কৰা
প্রঃ কার্যকৰী প্রকল্প কেতিয়া গ্রহণ কৰা হয়?
(ক) যেতিয়া পূর্ণ নিৰ্ভৰযোগ্য প্রমাণ নাথাকে
(খ) যেতিয়া কোনো তথ্য সম্পূর্ণ সঠিক হয়
(গ) যেতিয়া পৰীক্ষা নকৰাকৈ সিদ্ধান্ত লোৱা
হয়
(ঘ) যেতিয়া সম্পূর্ণ তথ্য উপলব্ধ হয়
উঃ (ক) যেতিয়া পূর্ণ নিৰ্ভৰযোগ্য প্রমাণ নাথাকে
প্রঃ তলৰ কোনটো উদাহৰণ কৰ্তা সম্পর্কীয় প্ৰকল্পৰ?
(ক) ইউৰেনাচ গ্ৰহৰ কক্ষপথৰ বিচ্যুতিৰ অধ্যয়ন
(খ) বিজ্ঞানৰ নতুন নিয়ম সৃষ্টি
(গ) বন্যাৰ ফলাফল অধ্যয়ন
(ঘ) নতুন ঔষধৰ প্ৰয়োগ
উঃ (ক) ইউৰেনাচ গ্ৰহৰ কক্ষপথৰ বিচ্যুতিৰ অধ্যয়ন
প্রঃ তলৰ কোনটো নিয়ম সম্পর্কীয় প্রকল্পৰ উদাহৰণ?
(ক) কোনে চুৰি কৰিলে জানো কিন্তু কেনেকৈ কৰিলে জানো নে?
(খ) কোনো অজান পৰিস্থিতি বুজা
(গ) ঘটনাৰ প্ৰাসংগিকতা পৰীক্ষা
(ঘ) পৰিৱেশগত তথ্য অনুসন্ধান
উঃ (ক) কোনে চুৰি কৰিলে জানো কিন্তু কেনেকৈ কৰিলে জানো নে?
প্রঃ কোনটো ব্যাখ্যামূলক প্ৰকল্পৰ বৈশিষ্ট্য?গ্ধগ্ধ
(ক) পৰীক্ষাৰ দ্বাৰা অনুমানৰ সত্যতা যাচাই কৰা
(খ) সুধি লোৱা ধাৰণা
(গ) কেবল অনুমান কৰা
(ঘ) কোনো নতুন নিয়ম সৃষ্টি
উঃ (ক) পৰীক্ষাৰ দ্বাৰা অনুমানৰ সত্যতা যাচাই
কৰা
প্রঃ পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প কেতিয়া গঠন কৰা হয়?
(ক) যেতিয়া কোনো ঘটনাৰ কৰ্তা আৰু নিয়ম জনা যায়, কিন্তু পৰিৱেশ জনা নাযায়
(খ) যেতিয়া কর্তা আৰু নিয়ম দুয়োটা অজ্ঞাত থাকে
(গ) যেতিয়া কোনো ঘটনাৰ কেৱল পৰিৱেশ জনা যায়
(ঘ) যেতিয়া ঘটনাৰ নিয়ম আৰু পৰিৱেশ দুয়োটাই জনা থাকে
উঃ (ক) যেতিয়া কোনো ঘটনাৰ কৰ্তা আৰু নিয়ম জনা যায়, কিন্তু পৰিৱেশ জনা নাযায়
প্রঃ নিম্নলিখিত কোনটো বৰ্ণনামূলক প্ৰকল্পৰ উদাহৰণ?
(ক) বিজ্ঞানত কোনো নতুন নিয়ম সৃষ্টি
(খ) কোনো জটিল ঘটনা বা তথ্যৰ সু-শৃংখলিত সম্মন্ধ নির্ণয়
(গ) কেৱল অনুমান কৰা
(ঘ) যিকোনো তথ্যৰ সঁচা-অসঁচা পৰীক্ষা নকৰাকৈ গ্ৰহণ কৰা
উঃ (খ) কোনো জটিল ঘটনা বা তথ্যৰ সু-শৃংখলিত সম্বন্ধ নির্ণয়
প্রঃ সাদৃশ্যমূলক প্ৰকল্পৰ বৈশিষ্ট্য কি?
(ক) এক শ্ৰেণীৰ ক্ষেত্ৰত যি সত্য, অন্য শ্ৰেণীতো সত্য হব বুলি ধৰা হয়
(খ) কেবল ঘটনা সুশৃংখলিত কৰি ৰখা হয়
(গ) এটা ঘটনা পৰীক্ষা নকৰাকৈ গ্ৰহণ কৰা হয়
(ঘ) যিকোনো অনুমান সঠিক বুলি ধৰা হয়
উঃ (ক) এক শ্ৰেণীৰ ক্ষেত্ৰত যি সত্য, অন্য শ্ৰেণীতো সত্য হব বুলি ধৰা হয়
হয়? প্রঃ কাৰ্যকৰী প্ৰকল্প সাধাৰণতে কিয় গ্ৰহণ কৰা
(ক) যেতিয়া পৰীক্ষা সম্পূর্ণ নহয়
(খ) যেতিয়া পৰীক্ষা কৰা হ’ল
(গ) যেতিয়া তথ্য সম্পূর্ণ নিশ্চিত হয়
(ঘ) যেতিয়া কোনো সন্দেহ নাথাকে
উঃ (ক) যেতিয়া পৰীক্ষা সম্পূৰ্ণ নহয়
প্ৰঃ পৰীক্ষণমূলক চৰম দৃষ্টান্তৰ প্ৰধান উদ্দেশ্য
কি?
(ক) সাধাৰণ ক্ষেত্ৰৰ বাহিৰে অধ্যয়ন কৰা
(খ) নতুন নিয়ম সৃষ্টি কৰা
(গ) কোনো তথ্য পৰীক্ষা নকৰাকৈ গ্ৰহণ কৰা
(ঘ) অনুমান সঠিক বুলি ধৰা
উঃ (ক) সাধাৰণ ক্ষেত্ৰৰ বাহিৰে অধ্যয়ন কৰা
প্রঃ তদর্থ প্রকল্প সাধাৰণতে কি বাবে ব্যৱহাৰ কৰা হয়?
(ক) কোনো সু-প্রতিষ্ঠিত মতবাদ ব্যাখ্যা কৰিবলৈ
(খ) সম্পূর্ণ নতুন নিয়ম সৃষ্টি কৰিবলৈ
(গ) কোনো ঘটনা পৰীক্ষা নকৰাকৈ গ্ৰহণ কৰিবলৈ
(ঘ) অনুমান সঠিক বুলি ধৰিবলৈ
উঃ (ক) কোনো সু-প্রতিষ্ঠিত মতবাদ ব্যাখ্যা কৰিবলৈ
প্রঃ অস্তিত্বশীল কাৰণ কাক বোলে?
(ক) যি কাৰণ ইন্দ্ৰিয়ৰ সহায়ত প্রত্যক্ষ কৰা যায়
(খ) যিকোনো অনুমানিক কাৰণ
(গ) যি কাৰণ পৰীক্ষা নকৰাকৈ গ্ৰহণ কৰা হয়
(ঘ) যিকোনো অজান কাৰণ
উঃ (ক) যি কাৰণ ইন্দ্ৰিয়ৰ সহায়ত প্রত্যক্ষ কৰা
যায়
প্রঃ কিহে কোনো প্রকল্পক সত্যাপনীয় কৰে?
(ক) যথাযথ পৰীক্ষা আৰু তথ্যৰ সৈতে মিল
খোৱা
(খ) অনুমান সঠিক বুলি ধৰা
(গ) যিকোনো তথ্যৰ সঁচা-অসঁচা পৰীক্ষা নকৰাকৈ গ্ৰহণ কৰা
(ঘ) তথ্য সংগ্ৰহ নকৰাকৈ সিদ্ধান্ত গ্রহণ কৰা
উঃ (ক) যথাযথ পৰীক্ষা আৰু তথ্যৰ সৈতে মিল খোৱা
প্রঃ কর্তা সম্পর্কীয় প্রকল্পৰ উদাহৰণ কি?
(ক) কোনো চুৰিৰ ঘটনাত চোৰক চিনি
নোপোৱা
(খ) কোনো চুৰি কেনেকৈ হ’ল জানিব পৰা
নাযায়
(গ) পৰিবেশগত তথ্যৰ ওপৰত ভিত্তি কৰা
(ঘ) তথ্য সংগ্ৰহ নকৰাকৈ সিদ্ধান্ত লোৱা
উঃ (ক) কোনো চুৰিৰ ঘটনাত চোৰক চিনি নোপোৱা
প্রঃ নিয়ম সম্পৰ্কীয় প্ৰকল্পৰ মূল বিষয়টো কি?
(ক) ঘটনাৰ কৰ্তা জনা যায় কিন্তু কেনেকৈ হ’ল জানিব পৰা নাযায়
(খ) কেৱল ঘটনা অনুমান কৰা হয়
(গ) পৰিবেশগত তথ্য সংগ্ৰহ কৰা হয়
(ঘ) নতুন নিয়ম সৃষ্টি কৰা হয়
উঃ (ক) ঘটনাৰ কৰ্তা জনা যায় কিন্তু কেনেকৈ হ’ল জানিব পৰা নাযায়
প্রঃ পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্পত কিহে গুৰুত্বপূৰ্ণ?
(ক) ঘটনা সংঘটিত হোৱাৰ পৰিৱেশ
(খ) কেৱল কৰ্তাৰ চিনাক্তকৰণ
(গ) নতুন নিয়ম সৃষ্টি
(ঘ) কেবল অনুমান কৰা
উঃ (ক) ঘটনা সংঘটিত হোৱাৰ পৰিৱেশ
প্রঃ ব্যাখ্যামূলক প্রকল্প কেতিয়া গঠন কৰা হয়?
(ক) যেতিয়া কোনো ঘটনা বুজিব নোৱাৰি তাৰ ব্যাখ্যা বিচাৰিব লগা হয়
(খ) যেতিয়া তথ্য সংগ্ৰহ নকৰাকৈ সিদ্ধান্ত গ্রহণ কৰা হয়
(গ) যেতিয়া কেৱল অনুমান কৰা হয়
(ঘ) যেতিয়া তথ্যৰ প্ৰমাণ নাথাকে
উঃ (ক) যেতিয়া কোনো ঘটনা বুজিব নোৱাৰি তাৰ ব্যাখ্যা বিচাৰিব লগা হয়
প্রঃ কোনটো নিয়ম সম্পৰ্কীয় প্ৰকল্পৰ উদাহৰণ?
(ক) চুৰি হোৱাৰ পিছত চোৰক চিনাক্ত কৰা কিন্তু পদ্ধতি নজনাৰ ঘটনা
(খ) পৰিবেশগত তথ্য সংগ্ৰহ কৰা
(গ) কেৱল অনুমান কৰা
(ঘ) তথ্য সংগ্ৰহ নকৰাকৈ সিদ্ধান্ত লোৱা
উঃ (ক) চুৰি হোৱাৰ পিছত চোৰক চিনাক্ত কৰা কিন্তু পদ্ধতি নজনাৰ ঘটনা
হয়? প্রঃ কাৰ্যকৰী প্ৰকল্প সাধাৰণতে কিয় গঠন কৰা
(ক) যেতিয়া নিৰ্ভৰযোগ্য তথ্য নাথাকে
(খ) যেতিয়া তথ্য সম্পূর্ণ নিশ্চিত হয়
(গ) যেতিয়া কোনো সন্দেহ নাথাকে
(ঘ) যেতিয়া তথ্যৰ প্ৰমাণ নাথাকে
উঃ (ক) যেতিয়া নিৰ্ভৰযোগ্য তথ্য নাথাকে
প্রঃ কোনটো প্রকল্প কর্তা সম্পর্কীয় প্রকল্পৰ অন্তর্ভুক্ত?
(ক) কাৰ্যকৰী প্ৰকল্প
(খ) নিয়ম সম্পর্কীয় প্রকল্প
(গ) বর্ণনামূলক প্রকল্প
(ঘ) ব্যাখ্যামূলক প্রকল্প
উঃ (ঘ) ব্যাখ্যামূলক প্রকল্প
প্রঃ নিয়ম সম্পর্কীয় প্ৰকল্পৰ অন্য নাম কি?
(ক) কর্তা সম্পর্কীয় প্রকল্প
(খ) বর্ণনামূলক প্রকল্প
(গ) কাৰ্যকৰী প্ৰকল্প
(ঘ) সাদৃশ্যমূলক প্রকল্প
উঃ (খ) বর্ণনামূলক প্রকল্প
প্ৰঃ প্ৰকল্পৰ প্ৰথম স্তৰটো কি?
(ক) সিদ্ধান্ত নিঃসৰণ
(খ) প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ
(গ) প্রকল্প গঠন
(ঘ) বাস্তৱ ঘটনাৰ লগত মিল আছে নে নাই
লক্ষ্য কৰা
উঃ (খ) প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ
প্রঃ ষ্টেবিঙৰ মতে প্রকল্পৰ কিমান প্ৰকাৰ আছে?
(ক) ৩
(খ) ৪
(গ) ৫
(ঘ) ৬
উঃ (ক) ৩
প্ৰঃ বৈধ প্ৰকল্পৰ চাৰিটা চৰ্তৰ ভিতৰত কোনটো অন্তর্ভুক্ত?
(ক) প্রাসংগিকতা
(খ) অবৈধ অনুমান
(গ) তথ্যৰ অভাৱ
(ঘ) অসংগতি
উঃ (ক) প্রাসংগিকতা
প্রঃ কর্তা সম্পর্কীয় প্ৰকল্পৰ অন্য নাম কি?
(ক) কাৰ্যকৰী প্ৰকল্প
(খ) সাদৃশ্যমূলক প্রকল্প
(গ) ব্যাখ্যামূলক প্রকল্প
(ঘ) নিয়ম সম্পর্কীয় প্রকল্প
উঃ (গ) ব্যাখ্যামূলক প্রকল্প
প্রঃ নিয়ম সম্পর্কীয় প্রকল্পৰ উদ্দেশ্য কি?
(ক) তথ্য সংগ্রহ
(খ) ঘটনাৰ বৰ্ণনা আৰু সংগতি সন্ধান
(গ) অনুমান সৃষ্টি
(ঘ) পৰীক্ষণ
উঃ (খ) ঘটনাৰ বৰ্ণনা আৰু সংগতি সন্ধান
প্ৰঃ প্ৰকল্পৰ স্তৰ চাৰিটা কি কি?
(ক) সিদ্ধান্ত নিঃসৰণ, পৰীক্ষা, তথ্য সংগ্রহ, প্রমাণীকৰণ
(খ) প্রাকৃতিক ঘটনা নিৰীক্ষণ, প্রকল্প গঠন, সিদ্ধান্ত নিঃসৰণ, বাস্তৱ ঘটনাৰ লগত তুলনা
(গ) ঘটনা ব্যাখ্যা, সিদ্ধান্ত গ্রহণ, পৰীক্ষা, তথ্য সংগ্রহ
(ঘ) তথ্য বিশ্লেষণ, অনুমান সৃষ্টি, সত্যাপন, কাৰণ সন্ধান
উঃ (খ) প্রাকৃতিক ঘটনা নিৰীক্ষণ, প্রকল্প গঠন, সিদ্ধান্ত নিঃসৰণ, বাস্তৱ ঘটনাৰ লগত তুলনা
প্ৰঃ প্ৰকল্পৰ স্তৰ কেইটা?
(ক) ২
(খ) ৩
(গ) ৪
(ঘ) ৫
গ্ধগ্ধউঃগ্ধগ্ধ (গ) ৪
প্রঃ বৈধ প্ৰকল্পৰ এটা গুৰুত্বপূর্ণ চর্ত কি?গ্ধগ্ধ
(ক) সু-প্রতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতিপূর্ণতা
(খ) অনুমানৰ অভাৱ
(গ) তথ্যৰ অভাৱ
(ঘ) অসংগতি
উঃ (ক) সু-প্রতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতিপূর্ণতা
প্ৰঃ পৰীক্ষাৰ সময়ত কিয় অপ্রয়োজনীয় তথ্য বাদ দিব লাগে?
(ক) সময় বচোৱাৰ বাবে
(খ) প্ৰকল্পৰ সঠিকতা নিশ্চিত কৰিবলৈ
(গ) ডাটা সংহত কৰিবলৈ
(ঘ) তথ্য ৰক্ষা কৰিবলৈ
উঃ (খ) প্রকল্পৰ সঠিকতা নিশ্চিত কৰিবলৈ প্রঃ বর্ণনামূলক প্ৰকল্পৰ উদ্দেশ্য কি?
(ক) তথ্যৰ সংগতি নির্ণয়
(খ) অনুমান সৃষ্টি
(গ) সিদ্ধান্ত গ্রহণ
(ঘ) পৰীক্ষা
উঃ (ক) তথ্যৰ সংগতি নির্ণয়
প্রঃ ব্যাখ্যামূলক প্রকল্পত কি কৰা হয়?
(ক) তথ্য সংগ্রহ
(খ) অনুমান কৰা আৰু পৰীক্ষা কৰা
(গ) সিদ্ধান্ত নিঃসৰণ
(ঘ) প্রমাণীকৰণ
উঃ (খ) অনুমান কৰা আৰু পৰীক্ষা কৰা
প্রঃ কর্তা সম্পর্কীয় আৰু নিয়ম সম্পর্কীয় প্ৰকল্পৰ মাজৰ মূল পার্থক্য কি?
(ক) ঘটনা বুজাৰ পদ্ধতি
(খ) তথ্য সংগ্ৰহৰ পদ্ধতি
(গ) পৰীক্ষাৰ ধৰণ
(ঘ) সিদ্ধান্ত গ্ৰহণৰ পদ্ধতি
গ্ধগ্ধউঃগ্ধগ্ধ (ক) ঘটনা বুজাৰ পদ্ধতি
প্ৰঃ প্ৰকল্পৰ প্ৰমাণীকৰণ কিমান প্ৰকাৰৰ?
(ক) ১
(খ) ২
(গ) ৩
(ঘ) ৪
উঃ (খ) ২
প্রঃ প্রকল্পত সিদ্ধান্ত নিঃসৰণৰ গুৰুত্ব কি?গ্ধগ্ধ
(ক) অনুমান পৰীক্ষা কৰিবলৈ
(খ) তথ্য সংগ্ৰহ কৰিবলৈ
(গ) পৰীক্ষা কৰিবলৈ
(ঘ) অভিজ্ঞতা লাভ কৰিবলৈ
উঃ (ক) অনুমান পৰীক্ষা কৰিবলৈ
প্ৰঃ কাৰ্যকৰী প্ৰকল্পৰ মূল উদ্দেশ্য কি?
(ক) তথ্য সংগ্রহ
(খ) পৰীক্ষা আৰু বিশ্লেষণ
(গ) সিদ্ধান্ত গ্রহণ
(ঘ) সমস্যা সমাধান
উঃ (ঘ) সমস্যা সমাধান
প্ৰঃ সিদ্ধান্ত নিঃসৰণৰ পাছত কি কৰা হয়?
(ক) অনুমান কৰা
(খ) তথ্য সংগ্ৰহ কৰা
(গ) বাস্তৱ ঘটনাৰ লগত তুলনা কৰা
(ঘ) পৰীক্ষা কৰা
উঃ (গ) বাস্তৱ ঘটনাৰ লগত তুলনা কৰা
প্ৰঃ চোৰ ধৰা প্ৰকল্প কোনটো প্ৰকল্পৰ উদাহৰণ?
(ক) নিয়ম সম্পর্কীয় প্রকল্প
(খ) বর্ণনামূলক প্রকল্প
(গ) কর্তা সম্পর্কীয় প্রকল্প
(ঘ) সাদৃশ্যমূলক প্রকল্প
উঃ (গ) কর্তা সম্পর্কীয় প্রকল্প
প্রঃ কিহে ব্যাখ্যামূলক প্রকল্প গঠনত সহায় কৰে?
(ক) সংগৃহীত তথ্য
(খ) অনুমান
(গ) পৰীক্ষা
(ঘ) সকলো
উঃ (ঘ) সকলো
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ প্রকল্প কাক বোলে?
উঃ কাৰ্য-কাৰণ সম্পৰ্কীয় অনুমানিক ধাৰণা।
প্রঃ প্ৰকল্পৰ বিশেষ বৈশিষ্ট্য কি?
উঃই অস্থায়ী, অনন্য আৰু নতুন কিছু সৃষ্টি কৰে।
প্রঃ নিম্নলিখিত কোনটো প্ৰকল্পৰ প্ৰকাৰ নহয়?
উঃ কার্যকাৰী প্রকল্প।
প্রঃ কর্তা সম্পর্কীয় প্রকল্পৰ বৈশিষ্ট্য কি?
উঃ ঘটনাৰ নিয়ম জনা যায় কিন্তু কর্তা জনা নাযায়।
প্রঃ নিয়ম সম্পর্কীয় প্ৰকল্পৰ উদাহৰণ কি?
উঃ কোনে চুৰি কৰিলে জানো, কিন্তু কিদৰে কৰিলে জানিব পৰা নাযায়।
প্রঃ পাৰিপাৰ্শ্বিক সংস্থিতি সম্পৰ্কীয় প্ৰকল্পৰ বৈশিষ্ট্য কি?
উঃ ঘটনাৰ পৰিৱেশৰ প্ৰভাৱ বুজিবলৈ ব্যৱহাৰ কৰা হয়।
প্ৰঃ বৈধ প্ৰকল্পৰ এটা গুৰুত্বপূৰ্ণ চর্ত কি?
উঃ ই প্রাসংগিক হ’ব লাগিব।
প্রঃ তদর্থ প্ৰকল্পৰ উদ্দেশ্য কি?
উঃ কোনো সু-প্রতিষ্ঠিত মতবাদ ব্যাখ্যা কৰা।
প্রঃ অস্তিত্বশীল কাৰণ কাক বোলে?
উঃ যি কাৰণক ইন্দ্ৰিয়ৰ সহায়ত প্রত্যক্ষ কৰিব পৰা যায়।
প্ৰঃ বর্ণনামূলক প্ৰকল্পৰ লক্ষ্য কি?
উঃ জটিল ঘটনা বা তথ্যৰ সু-শৃংখলিত সম্বন্ধ নিৰ্ণয় কৰা।
প্রঃ কোনটো বৈধ প্রকল্পৰ চৰ্ত নহয়?
উঃ প্রকল্প অনির্দিষ্ট, অস্পষ্ট, উদ্ভট বা কাল্পনিক হওয়া।
প্ৰঃ পৰীক্ষণমূলক চৰম দৃষ্টান্তৰ উদ্দেশ্য কি?
উঃ সাধাৰণ ক্ষেত্ৰৰ বাহিৰে অধ্যয়ন কৰা।
প্রঃ কাৰ্যকৰী প্ৰকল্প কেতিয়া গ্রহণ কৰা হয়?
উঃ যেতিয়া পূর্ণ নিৰ্ভৰযোগ্য প্রমাণ নাথাকে।
প্রঃ কর্তা সম্পর্কীয় প্ৰকল্পৰ উদাহৰণ কি?
উঃ ইউৰেনাচ গ্ৰহৰ কক্ষপথৰ বিচ্যুতিৰ অধ্যয়ন।
প্রঃ নিয়ম সম্পর্কীয় প্ৰকল্পৰ উদাহৰণ কি?
উঃ কোনে চুৰি কৰিলে জানো কিন্তু কেনেকৈ কৰিলে জানো নে?
প্রঃ ব্যাখ্যামূলক প্ৰকল্পৰ বৈশিষ্ট্য কি?
উঃ পৰীক্ষাৰ দ্বাৰা অনুমানৰ সত্যতা যাচাই কৰা।
প্রঃ পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্প কেতিয়া গঠন কৰা হয়?
উঃ যেতিয়া কোনো ঘটনাৰ কৰ্তা আৰু নিয়ম জনা যায়, কিন্তু পৰিৱেশ জনা নাযায়।
প্রঃ বর্ণনামূলক প্ৰকল্পৰ উদাহৰণ কি?
উঃ কোনো জটিল ঘটনা বা তথ্যৰ সু-শৃংখলিত সম্বন্ধ নির্ণয়।
প্রঃ সাদৃশ্যমূলক প্ৰকল্পৰ বৈশিষ্ট্য কি?
উঃ এক শ্ৰেণীৰ ক্ষেত্ৰত যি সত্য, অন্য শ্রেণীতো সত্য হব বুলি ধৰা হয়।
হয়? প্রঃ কার্যকৰী প্রকল্প সাধাৰণতে কিয় গ্ৰহণ কৰা
উঃ যেতিয়া পৰীক্ষা সম্পূর্ণ নহয়।
কি? প্ৰঃ পৰীক্ষণমূলক চৰম দৃষ্টান্তৰ প্রধান উদ্দেশ্য
উঃ সাধাৰণ ক্ষেত্ৰৰ বাহিৰে অধ্যয়ন কৰা।
প্রঃ তদর্থ প্রকল্প সাধাৰণতে কি বাবে ব্যৱহাৰ কৰা হয়?
উঃ কোনো সু-প্রতিষ্ঠিত মতবাদ ব্যাখ্যা কৰিবলৈ।
প্রঃ অস্তিত্বশীল কাৰণ কাক বোলে?
উঃ যি কাৰণ ইন্দ্ৰিয়ৰ সহায়ত প্রত্যক্ষ কৰা যায়।
প্রঃ কিহে কোনো প্রকল্পক সত্যাপনীয় কৰে?
উঃ যথাযথ পৰীক্ষা আৰু তথ্যৰ সৈতে মিল খোৱা।
প্রঃ কর্তা সম্পর্কীয় প্ৰকল্পৰ উদাহৰণ কি?
উঃ কোনো চুৰিৰ ঘটনাত চোৰক চিনি নোপোৱা।
প্রঃ নিয়ম সম্পৰ্কীয় প্ৰকল্পৰ মূল বিষয়টো কি?
উঃ ঘটনাৰ কৰ্তা জনা যায় কিন্তু কেনেকৈ হ’ল জানিব পৰা নাযায়।
প্রঃ পাৰিপাৰ্শ্বিক সংস্থিতি সম্পর্কীয় প্রকল্পত কিহে গুৰুত্বপূর্ণ?
উঃ ঘটনা সংঘটিত হোৱাৰ পৰিৱেশ।
প্রঃ ব্যাখ্যামূলক প্রকল্প কেতিয়া গঠন কৰা হয়?
উঃ যেতিয়া কোনো ঘটনা বুজিব নোৱাৰি তাৰ ব্যাখ্যা বিচাৰিব লগা হয়।
প্রঃ নিয়ম সম্পর্কীয় প্ৰকল্পৰ উদাহৰণ কি?
উঃ চুৰি হোৱাৰ পিছত চোৰক চিনাক্ত কৰা কিন্তু পদ্ধতি নজনাৰ ঘটনা।
হয়? প্রঃ কাৰ্যকৰী প্ৰকল্প সাধাৰণতে কিয় গঠন কৰা
উঃ যেতিয়া নিৰ্ভৰযোগ্য তথ্য নাথাকে।
প্রঃ কোনটো প্রকল্প কর্তা সম্পর্কীয় প্ৰকল্পৰ অন্তর্ভুক্ত?
উঃ ব্যাখ্যামূলক প্রকল্প।
প্রঃ নিয়ম সম্পর্কীয় প্রকল্পৰ অন্য নাম কি?
উঃ বর্ণনামূলক প্রকল্প।
প্ৰঃ প্ৰকল্পৰ প্ৰথম স্তৰটো কি?
উঃ প্রাকৃতিক ঘটনাৱলীৰ নিৰীক্ষণ।
প্রঃ ষ্টেবিঙৰ মতে প্রকল্পৰ কিমান প্ৰকাৰ আছে?
উঃ ৩
প্ৰঃ বৈধ প্ৰকল্পৰ চাৰিটা চৰ্তৰ ভিতৰত কোনটো অন্তর্ভুক্ত?
উঃ প্রাসংগিকতা।
প্রঃ কর্তা সম্পর্কীয় প্ৰকল্পৰ অন্য নাম কি?
উঃ ব্যাখ্যামূলক প্রকল্প।
প্রঃ নিয়ম সম্পর্কীয় প্ৰকল্পৰ উদ্দেশ্য কি?
উঃ ঘটনাৰ বৰ্ণনা আৰু সংগতি সন্ধান।
প্ৰঃ প্ৰকল্পৰ স্তৰ চাৰিটা কি কি?
উঃ প্রাকৃতিক ঘটনা নিৰীক্ষণ, প্রকল্প গঠন, সিদ্ধান্ত নিঃসৰণ, বাস্তৱ ঘটনাৰ লগত তুলনা।
প্ৰঃ প্ৰকল্পৰ স্তৰ কেইটা?
উঃ ৪
প্ৰঃ বৈধ প্ৰকল্পৰ এটা গুৰুত্বপূৰ্ণ চর্ত কি?
উঃ সু-প্রতিষ্ঠিত প্ৰকল্পৰ সৈতে সংগতিপূর্ণতা।
প্ৰঃ পৰীক্ষাৰ সময়ত কিয় অপ্রয়োজনীয় তথ্য বাদ দিব লাগে?
উঃ প্ৰকল্পৰ সঠিকতা নিশ্চিত কৰিবলৈ।
প্রঃ বর্ণনামূলক প্ৰকল্পৰ উদ্দেশ্য কি?
উঃ তথ্যৰ সংগতি নির্ণয়।
প্রঃ ব্যাখ্যামূলক প্রকল্পত কি কৰা হয়?
উঃ অনুমান কৰা আৰু পৰীক্ষা কৰা।
প্রঃ কর্তা সম্পর্কীয় আৰু নিয়ম সম্পর্কীয় প্ৰকল্পৰ মাজৰ মূল পার্থক্য কি?
উঃ ঘটনা বুজাৰ পদ্ধতি।
প্ৰঃ প্ৰকল্পৰ প্ৰমাণীকৰণ কিমান প্ৰকাৰৰ?
উঃ ২
প্রঃ প্রকল্পত সিদ্ধান্ত নিঃসৰণৰ গুৰুত্ব কি?
উঃ অনুমান পৰীক্ষা কৰিবলৈ।
প্রঃ কাৰ্যকৰী প্ৰকল্পৰ মূল উদ্দেশ্য কি?
উঃ সমস্যা সমাধান।
প্ৰঃ সিদ্ধান্ত নিঃসৰণৰ পাছত কি কৰা হয়?
উঃ বাস্তৱ ঘটনাৰ লগত তুলনা কৰা।
প্রঃ কিহে ব্যাখ্যামূলক প্রকল্প গঠনত সহায় কৰে?
উঃ সংগৃহীত তথ্য, অনুমান আৰু পৰীক্ষা।
প্ৰঃ চোৰ ধৰা প্ৰকল্প কোনটো প্ৰকল্পৰ উদাহৰণ?
উঃ কর্তা সম্পর্কীয় প্রকল্প।
