Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 Logic & Philosophy MCQ Chapter 2 (গ) আগমনৰ বস্তুগত ভিত্তি

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক তর্কবিজ্ঞান আৰু দৰ্শন (Logic & Philosophy) বিষয়ৰ Class 12 Logic & Philosophy MCQ Chapter 2 (গ) আগমনৰ বস্তুগত ভিত্তি, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 Logic & Philosophy MCQ Chapter 2 (গ) আগমনৰ বস্তুগত ভিত্তি

অধ্যায়-২ (গ)

আগমনৰ বস্তুগত ভিত্তি

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ পর্যবেক্ষণত কোনবোৰ ইন্দ্ৰিয়ৰ জড়িত হৈ থাকে?
(ক) চকু, কাণ, নাক, জিভা, ছালা
(খ) কেৱল চকু আৰু কাণ

(গ) কেৱল নাক আৰু জিভা
(ঘ) কেরল ছালা
উঃ (ক) চকু, কাণ, নাক, জিভা, ছালা
প্রঃ পর্যবেক্ষণত সদায় কি নিহিত থাকে?
(ক) কাকত
(খ) উদ্দেশ্য
(গ) কল্পনা
(ঘ) ক্রিয়া
উঃ (খ) উদ্দেশ্য
প্রঃ পৰ্যবেক্ষণ কি প্ৰকাৰৰ প্ৰত্যক্ষ?
(ক) অনিয়মিত
(খ) নিয়মিত
(গ) উদ্দেশ্য প্রণোদিত
(ঘ) অনিয়ন্ত্রিত
উঃ (গ) উদ্দেশ্য প্রণোদিত
প্রঃ পর্যবেক্ষণৰ সময়ত অপ্রয়োজনীয় বিষয়বোৰক কি কৰা হয়?
(ক) সংহতি কৰা হয়
(খ) বৰ্জন কৰা হয়
(গ) বৃদ্ধি কৰা হয়
(ঘ) অৱহেলা কৰা হয়
উঃ (খ) বৰ্জন কৰা হয়
প্রঃ পর্যবেক্ষণ কিয় সু-নিয়ন্ত্রিত হ’ব লাগে?
(ক) অলাগতিয়াল বিষয়বোৰ আঁতৰাবৰ বাবে
(খ) সকলো বিষয় মনত ৰাখিবলৈ
(গ) উদ্দেশ্য নোহোৱাকৈ প্রত্যক্ষ কৰিবলৈ
উঃ (ঘ) কেৱল দেখাৰ বাবে
বাবে উঃ (ক) অলাগতিয়াল বিষয়বোৰ আঁতৰাবৰ
প্রঃ বৈজ্ঞানিকভাবে পর্যবেক্ষণ কৰিবলৈ কিমান চর্ত পালন কৰিব লাগে?
(ক) দুটা
(খ) চাৰি
(গ) তিনিটা
(ঘ) এটাই
উঃ (গ) তিনিটা
প্রঃ তর্কবিদ জয়চিৰ মতে পৰ্যবেক্ষণৰ কিমান চর্ত আছে?
(ক) একো নাই
(খ) পাঁচটা
(গ) তিনিটা
(ঘ) দুটা

উঃ (গ) তিনিটা
প্রঃ পৰ্যবেক্ষণৰ বৌদ্ধিক চর্ত কি?
(ক শাৰীৰিক সুস্থতা
(খ) অনুসন্ধিৎসা
(গ) কুসংস্কাৰ
(ঘ) অজ্ঞতা
উঃ (খ) অনুসন্ধিৎসা
প্ৰঃপৰ্যবেক্ষণৰ শাৰীৰিক চৰ্তত কি অন্তর্ভুক্ত?
(ক) সুস্থ জ্ঞানেন্দ্রিয়
(খ) লক্ষ্যহীনতা
(গ) অন্ধবিশ্বাস
(ঘ) অসুস্থ দেহ
উঃ (ক) সুস্থ জ্ঞানেন্দ্রিয়
প্ৰঃ পর্যবেক্ষণৰ নৈতিক চর্ত কি?
(ক) পক্ষপাতিত্ব
(খ) কুসংস্কাৰ
(গ) নিৰপেক্ষ মন
(ঘ) ভুল ধাৰণা
উঃ (গ) নিৰপেক্ষ মন
প্রঃ পর্যবেক্ষণৰ সংজ্ঞা কি?
(ক) এটা অনিয়মিত প্রত্যক্ষ
(খ) কাকো নোদেখাৰ প্ৰক্ৰিয়া
(গ) উদ্দেশ্যসহ নিয়ন্ত্রিত প্রত্যক্ষ
(ঘ) অজ্ঞতা বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া
উঃ (গ) উদ্দেশ্যসহ নিয়ন্ত্রিত প্রত্যক্ষ
প্রঃ নিৰীক্ষণ কি?
(ক) কৃত্রিম পৰিৱেশত প্রত্যক্ষ কৰা
(খ) প্রাকৃতিক পৰিৱেশত প্রত্যক্ষ কৰা
(গ) কোনোধৰণৰ নিয়ন্ত্রণ নথকা প্রত্যক্ষ
(ঘ) মনগড়া প্রত্যক্ষ
উঃ (খ) প্রাকৃতিক পৰিৱেশত প্রত্যক্ষ কৰা
প্ৰঃ পৰীক্ষণত কি অন্তর্ভুক্ত থাকে?
(ক) কৃত্রিম পৰিৱেশ
(খ) প্রাকৃতিক পৰিৱেশ
(গ) উদ্দেশ্য নোহোৱা প্রত্যক্ষ
(ঘ) এলোমেলীয়া অৱলোকন
উঃ (ক) কৃত্রিম পৰিৱেশ
প্ৰঃ পৰীক্ষণ আৰু নিৰীক্ষণৰ মাজত মূল পার্থক্য কি?
(ক) পৰীক্ষণ কৃত্রিম, নিৰীক্ষণ প্রাকৃতিক

(খ) নিৰীক্ষণ কৃত্রিম, পৰীক্ষণ প্রাকৃতিক
(গ) পৰীক্ষণ অনিয়ন্ত্রিত, নিৰীক্ষণ নিয়ন্ত্রিত
(ঘ) উভয় একেই
উঃ (ক) পৰীক্ষণ কৃত্রিম, নিৰীক্ষণ প্রাকৃতিক
প্রঃ পৰীক্ষণত কি নিয়ন্ত্রণত থাকে?
(ক) পৰীক্ষণৰ বিষয়বস্তু আৰু পৰিৱেশ
(খ) কেৱল বিষয়বস্তু
(গ) কেৱল পৰিৱেশ
(ঘ) কিবা একো নহয়
উঃ (ক) পৰীক্ষণৰ বিষয়বস্তু আৰু পৰিৱেশ প্ৰঃ নিৰীক্ষণৰ মূল সুবিধা কি?
(ক) প্রাকৃতিক পৰিৱেশত প্রকৃত তথ্য লাভ
(খ) পৰীক্ষকৰ নিয়ন্ত্রণ
(গ) কৃত্রিম পৰিবেশ সৃষ্টি
(ঘ) প্ৰকৃতিৰ ওপৰত নিয়ন্ত্রণ
উঃ (ক) প্রাকৃতিক পৰিৱেশত প্রকৃত তথ্য লাভ
প্ৰঃ পৰীক্ষণৰ সুবিধা কি?
(ক) ধীৰ আৰু স্থিৰভাৱে প্ৰত্যক্ষ কৰিব পাৰি
(খ) কেৱল একবাৰহে প্ৰয়োগ কৰিব পাৰি
(গ) কাৰণ-কাৰ্যৰ সম্বন্ধ পৃথক কৰিব নোৱাৰে
(ঘ) একো নহয়
উঃ (ক) ধীৰ আৰু স্থিৰভাৱে প্ৰত্যক্ষ কৰিব পাৰি প্রঃ অপৰ্যবেক্ষণ দোষৰ মূল কাৰণ কি?
(ক) অন্ধবিশ্বাস আৰু কুসংস্কাৰ
(খ) অনুসন্ধিৎসা
(গ) ধৈর্য
(ঘ) সঠিক পর্যবেক্ষণ
উঃ (ক) অন্ধবিশ্বাস আৰু কুসংস্কাৰ প্রঃ ভ্রান্ত পর্যবেক্ষণ দোষ কেতিয়া হয়?
(ক) ভুলকৈ কোনো বস্তুৰ পৰ্যবেক্ষণ কৰিলে
(খ) সঠিকভাবে পর্যবেক্ষণ কৰিলে
(গ) তথ্য বুজিলে
(ঘ) পৰীক্ষণ কৰিলে
উঃ (ক) ভুলকৈ কোনো বস্তুৰ পৰ্যবেক্ষণ কৰিলে

প্রঃ পর্যবেক্ষণ দোষ কিমান প্ৰকাৰৰ?
(ক) এটাই
(খ) দুটা
(গ) তিনি
(ঘ) পাঁচটা
উঃ (খ) দুটা
প্রঃ ক’ত কাৰ্য-কাৰণ সম্বন্ধ পৃথক কৰিব পাৰি?
(ক) পৰীক্ষণত
(খ) নিৰীক্ষণত
(গ) উভয়তে
(ঘ) একোতে নহয়
উঃ (ক) পৰীক্ষণত
প্ৰঃপৰীক্ষণৰ ফল কি?
(ক) বাৰে বাৰে পুনৰাবৃত্তি কৰিব পাৰি
(খ) একবাৰহে হয়
(গ) অনিয়ন্ত্রিত হয়
(ঘ) অনুসন্ধান নোহোৱা হয়
উঃ (ক) বাৰে বাৰে পুনৰাবৃত্তি কৰিব পাৰি
প্ৰঃ পৰীক্ষণৰ ক্ষেত্ৰত পৰীক্ষক কি কৰিব পাৰে?
(ক) পৰিৱেশক নিয়ন্ত্ৰণ কৰিব পাৰে
(খ) পৰিবেশক নিয়ন্ত্ৰণ কৰিব নোৱাৰে
(গ) পৰীক্ষণৰ সময়ত পৰিবৰ্তন কৰিব নোৱাৰে
(ঘ) কেৱল নিৰীক্ষণ কৰিব পাৰে
উঃ (ক) পৰিৱেশক নিয়ন্ত্ৰণ কৰিব পাৰে
প্রঃ পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰিসৰ কিদৰে?
(ক) পৰীক্ষণত বেছি
(খ) নিৰীক্ষণত বেছি
(গ) দুয়ো একে
(ঘ) ক’তো নহয়
উঃ (খ) নিৰীক্ষণত বেছি
প্ৰঃ নিৰীক্ষণৰ ক্ষেত্ৰত পৰীক্ষকৰ কি থাকে?
(ক) বিষয়বস্তু আৰু পৰিৱেশৰ ওপৰত নিয়ন্ত্রণ থাকে
(খ) কোনো নিয়ন্ত্রণ নাথাকে
(গ) কেৱল পৰিৱেশৰ ওপৰত নিয়ন্ত্রণ থাকে
(ঘ) কেৱল বিষয়বস্তুৰ ওপৰত নিয়ন্ত্রণ থাকে
উঃ (খ) কোনো নিয়ন্ত্রণ নাথাকে
প্ৰঃ পৰীক্ষণৰ সুবিধা কি?
(ক) প্রকৃত পৰিৱেশত হয়

(খ) অপ্রাসংগিক বিষয়বোৰ বাদ দিব পাৰি
(গ) পৰীক্ষণত কাৰণ-কাৰ্যৰ সম্বন্ধ চাব নোৱাৰি
(ঘ) কোনো নিৰীক্ষণ নাথাকে
উঃ (খ) অপ্রাসংগিক বিষয়বোৰ বাদ দিব পাৰি
প্রঃ কাৰণ-কাৰ্যৰ পৰিমাণগত স্বভাৱ ক’ত লক্ষ্য কৰিব পাৰি?
(ক) পৰীক্ষণত
(খ) নিৰীক্ষণত
(গ) দুয়োতে
(ঘ) একোতে নহয়
উঃ (ক) পৰীক্ষণত
কি? প্ৰঃ নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ মূল সুবিধা
(ক) নিয়ন্ত্রিত পৰিৱেশত কৰা হয়
(খ) প্রাকৃতিক পৰিৱেশত কৰা হয়
(গ) পৰীক্ষক কোনো নিয়ন্ত্রণ নাথাকে
(ঘ) কাৰ্য-কাৰণ সম্পৰ্ক নিৰ্ণয় কৰিব নোৱাৰে
উঃ (ক) নিয়ন্ত্রিত পৰিৱেশত কৰা হয়
প্ৰঃ পৰীক্ষণৰ ফলাফল কেনেকৈ বিশ্লেষণ কৰিব পাবি?
(ক) সঠিকভাবে বিশ্লেষণ কৰিব পাৰি
(খ) অনিয়ন্ত্রিত হয়
(গ) পৰীক্ষকৰ ওপৰত নিৰ্ভৰ নকৰে
(ঘ) একো নহয়
উঃ (ক) সঠিকভাবে বিশ্লেষণ কৰিব পাৰি
প্রঃ ক’ত কার্য-কাৰণ সম্বন্ধ সহকাৰ্য আৰু সহসম্বন্ধৰ পৰা পৃথক কৰিব পাৰি?
(ক) পৰীক্ষণত
(খ) নিৰীক্ষণত
(গ) দুয়োতে
(ঘ) একোতে নহয়
উঃ (ক) পৰীক্ষণত
প্রঃ অপর্যবেক্ষণ দোষ কেতিয়া হয়?
(ক) প্রয়োজনীয় তথ্যসমূহ দেখা নহ’লেই
(খ) ভুল তথ্য দেখিলে
(গ) সঠিকভাৱে পৰীক্ষণ কৰিলে
(ঘ) একো নহয়
উঃ (ক) প্রয়োজনীয় তথ্যসমূহ দেখা নহ’লেই

হয়? প্রঃ নিৰীক্ষণত ক’ত প্রাকৃতিক ঘটনা প্রত্যক্ষ কৰা
(ক) গৱেষণাগাৰত
(খ) কৃত্রিম পৰিৱেশত
(গ) প্রাকৃতিক পৰিৱেশত
(ঘ) পৰীক্ষাগাৰত
উঃ (গ) প্রাকৃতিক পৰিৱেশত
প্ৰঃপৰীক্ষণত ঘটনা কিদৰে সৃষ্টি কৰা হয়?
(ক) প্রাকৃতিকভাৱে
(খ) কৃত্রিমভাবে
(গ) আকস্মিকভাবে
(ঘ) পৰীক্ষকৰ নিৰ্ধাৰণ অনুসৰি
উঃ (খ) কৃত্রিমভাবে
প্ৰঃ পৰীক্ষণৰ মূল উদ্দেশ্য কি?
(ক) কেতিয়াবা এটা ঘটনা কাকতত প্ৰকাশ কৰা
(খ) ঘটনা সৃষ্টিৰ দ্বাৰা কাৰণ নিৰ্ণয় কৰা
(গ) পৰিৱেশৰ পৰীক্ষা কৰা
(ঘ) কোনো বিষয়ৰ ওপৰত প্ৰবন্ধ লেখা
উঃ (খ) ঘটনা সৃষ্টিৰ দ্বাৰা কাৰণ নিৰ্ণয় কৰা
প্রঃ নিৰীক্ষণত পৰিৱেশ কিদৰে থাকে?
(ক) প্রাকৃতিক
(খ) কৃত্রিম
(গ) বিজ্ঞানাগাৰভিত্তিক
(ঘ) পৰীক্ষকৰ নিৰ্ধাৰিত
উঃ (ক) প্রাকৃতিক
প্রঃ পৰীক্ষণৰ ক্ষেত্ৰত পৰীক্ষকৰ ওপৰত প্রাকৃতিক পৰিস্থিতিৰ কেনে প্রভাব থাকে?
(ক) অধিক নিৰ্ভৰশীল
(খ) কম নিৰ্ভৰশীল
(গ) সম্পূর্ণ নিৰ্ভৰশীল
(ঘ) কেতিয়াবা নিৰ্ভৰশীল
উঃ (খ) কম নিৰ্ভৰশীল
প্রঃ “নিৰীক্ষণ হৈছে নিষ্ক্রিয় অভিজ্ঞতা আৰু পৰীক্ষণ হৈছে সক্রিয় অভিজ্ঞতা” এই মন্তব্য কেনেকুৱা?
(ক) সম্পূর্ণ সঠিক
(খ) সম্পূর্ণ ভুল
(গ) আংশিকভাৱে সত্য
(ঘ) একেবাৰে অগ্রহণযোগ্য
উঃ (গ) আংশিকভাবে সত্য
প্রঃ পৰীক্ষণৰ ক্ষেত্ৰত পৰীক্ষকৰ কি নিয়ন্ত্ৰণ থাকে?
(ক) পৰীক্ষাৰ বিষয়বস্তুৰ ওপৰত নিয়ন্ত্রণ থাকে
(খ) পৰীক্ষাৰ ফলাফল আগতিয়াকৈ স্থিৰ থাকে
(গ) পৰীক্ষণ স্বাভাৱিকভাবে সংঘটিত হয়
(ঘ) পৰীক্ষক কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰে
উঃ (ক) পৰীক্ষাৰ বিষয়বস্তুৰ ওপৰত নিয়ন্ত্রণ থাকে
হয়? প্ৰঃ নিৰীক্ষণৰ সময়ত ঘটনা কি ভাবে সংঘটিত
(ক) প্রকৃতিৰ নিয়ম অনুসৰি
(খ) পৰীক্ষকৰ নিৰ্ধাৰণ অনুসৰি
(গ) প্রকৃতিয়ে সৃষ্টি নকৰে
(ঘ) আকস্মিকভাবে
উঃ (ক) প্রকৃতিৰ নিয়ম অনুসৰি
প্রঃ তর্কবিজ্ঞানী জেভেনচৰ মতে নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত কিহৰ পাৰ্থক্য আছে?
(ক) মূলগত
(খ) পৰিমাণগত
(গ) কার্যগত
(ঘ) একো নহয়
উঃ (খ) পৰিমাণগত
প্ৰঃ পৰীক্ষণৰ ক্ষেত্ৰত পৰীক্ষক কি কৰিব পাৰে?
(ক) পৰীক্ষণৰ গতি সলনি কৰিব পাৰে
(খ) পৰীক্ষাৰ ফলাফল আগতিয়াকৈ স্থিৰ কৰিব
পাৰে
(গ) পৰীক্ষণ সম্পূর্ণভাৱে প্রাকৃতিকভাৱে কৰিব
(ঘ) পৰীক্ষণ অব্যাহত ৰাখিব নোৱাৰে
উঃ (ক) পৰীক্ষণৰ গতি সলনি কৰিব পাৰে
প্রঃ নিৰীক্ষণৰ উদ্দেশ্য কি?

(ক) প্রাকৃতিক ঘটনাৰ স্বৰূপ উদঘাটন কৰা
(খ) প্রাকৃতিক ঘটনা সৃষ্টি কৰা
(গ) পৰীক্ষাৰ ফলাফল আগতিয়াকৈ নিৰ্ধাৰণ
কৰা
(ঘ) বিজ্ঞানাগাৰৰ ব্যৱহাৰ উন্নত কৰা
উঃ (ক) প্রাকৃতিক ঘটনাৰ স্বৰূপ উদঘাটন কৰা
প্ৰঃ পৰীক্ষণৰ পৰিৱেশ ক’ত হয়?
(ক) গৱেষণাগাৰত
(খ) মুক্ত প্রকৃতিত
(গ) যিকোনো ঠাইত
(ঘ) কোনো নির্দিষ্ট স্থানত নহয়
উঃ (ক) গৱেষণাগাৰত
প্রঃ নিৰীক্ষণত কি উপায়েৰে বিষয়বস্তু নির্বাচন কৰা হয়?
(ক) উদ্দেশ্যপ্রণোদিতভাবে
(খ) যিকোনো বিষয়বস্তু গ্রহণ কৰা হয়
(গ) আকস্মিকভাৱে
(ঘ) আন ব্যক্তিৰ নিৰ্দেশনাত
উঃ (ক) উদ্দেশ্যপ্রণোদিতভাৱে
প্রঃ পৰীক্ষণত ব্যৱহৃত উপাদানবোৰ কি ধৰণৰ?
(ক) সম্পূর্ণ প্রাকৃতিক
(খ) কৃত্রিমভাবে প্রস্তুত কৰা
(গ) যিকোনো প্রাকৃতিক উপাদান
(ঘ) প্রাকৃতিক উপাদান সৃষ্টিৰ ক্ষেত্ৰত ব্যৱহৃত
উঃ (খ) কৃত্রিমভাবে প্রস্তুত কৰা
প্ৰঃ নিৰীক্ষণৰ সময়ত কি বিষয় নির্ধাৰণ কৰা
হয়?
(ক) প্রাকৃতিক নিয়ম অনুসৰি
(খ) পৰীক্ষকৰ মনোপৰামৰ্শ অনুসৰি
(গ) বিজ্ঞানীসকলৰ মতে
(ঘ) যিকোনো বিষয়ে
উঃ (ক) প্রাকৃতিক নিয়ম অনুসৰি
প্ৰঃ পৰীক্ষণত পৰীক্ষকৰ কি সুবিধা থাকে?
(ক) পৰীক্ষাৰ গতি সলনি কৰিব পাৰে

(খ) পৰীক্ষা স্থগিত কৰিব নোৱাৰে
(গ) সম্পূর্ণ প্রাকৃতিক ঘটনা নিৰ্ভৰশীল
(ঘ) পৰীক্ষা চলাকালীন কিবা কৰিব নোৱাৰে
উঃ (ক) পৰীক্ষাৰ গতি সলনি কৰিব পাৰে
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ পর্যবেক্ষণত কিমানটা ইন্দ্রিয় জড়িত থাকে?
উঃ পাঁচটা (চকু, কাণ, নাক, জিভা, ছাল)।
প্রঃ পর্যবেক্ষণত সদায় কি নিহিত থাকে?
উঃ উদ্দেশ্য।
প্রঃ পর্যবেক্ষণ কিদৰে হোৱা উচিত?
উঃ উদ্দেশ্যপ্রণোদিত।
প্রঃ পর্যবেক্ষণৰ সময়ত অপ্রয়োজনীয় বিষয়বোৰক কি কৰা হয়?
উঃ বৰ্জন কৰা হয়।
প্রঃ পর্যবেক্ষণ কিয় সু-নিয়ন্ত্রিত হ’ব লাগে?
উঃ অলাগতিয়াল বিষয়বোৰ আঁতৰাবৰ বাবে।
প্রঃ বৈজ্ঞানিকভাবে পর্যবেক্ষণ কৰিবলৈ কিমানটা চর্ত পালন কৰিব লাগে?
উঃ তিনিটা।
প্রঃ তর্কবিদ জয়চিৰ মতে পর্যবেক্ষণৰ কিমানটা চর্ত আছে?
উঃ তিনিটা।
প্রঃ. পৰ্যবেক্ষণৰ বৌদ্ধিক চর্ত কি?
উঃ অনুসন্ধিৎসা।
প্ৰঃ পৰ্যবেক্ষণৰ শাৰীৰিক চৰ্তত কি অন্তর্ভুক্ত?
উঃ সুস্থ জ্ঞানেন্দ্রিয়।
প্ৰঃ পৰ্যবেক্ষণৰ নৈতিক চর্ত কি?
উঃ নিৰপেক্ষ মন।
প্রঃ পর্যবেক্ষণ কি?
উঃ উদ্দেশ্যসহ নিয়ন্ত্রিত প্রত্যক্ষ।
প্রঃ নিৰীক্ষণ কি?
উঃ প্রাকৃতিক পৰিৱেশত প্রত্যক্ষ কৰা।
প্রঃ পৰীক্ষণত কি অন্তর্ভুক্ত থাকে?

উঃ কৃত্রিম পৰিৱেশ।
কি? প্ৰঃ পৰীক্ষণ আৰু নিৰীক্ষণৰ মাজত মূল পার্থক্য
উঃ পৰীক্ষণ কৃত্ৰিম, নিৰীক্ষণ প্রাকৃতিক।
প্রঃ পৰীক্ষণত কি নিয়ন্ত্রণত থাকে?
উঃ পৰীক্ষণৰ বিষয়বস্তু আৰু পৰিৱেশ।
প্ৰঃ নিৰীক্ষণৰ মূল সুবিধা কি?
উঃ প্রাকৃতিক পৰিৱেশত প্রকৃত তথ্য লাভ।
প্রঃ পৰীক্ষণৰ সুবিধা কি?
উঃ ধীৰ আৰু স্থিৰভাৱে প্ৰত্যক্ষ কৰিব পাৰি।
প্রঃ অপৰ্যবেক্ষণ দোষৰ মূল কাৰণ কি?
উঃ অন্ধবিশ্বাস আৰু কুসংস্কাৰ।
প্রঃ ভ্রান্ত পর্যবেক্ষণ দোষ কেতিয়া হয়?
উঃ ভুলকৈ কোনো বস্তুৰ পৰ্যবেক্ষণ কৰিলে।
প্রঃ পর্যবেক্ষণ দোষ কিমান প্ৰকাৰৰ?
উঃ দুটা।
প্রঃ কাৰ্য-কাৰণ সম্বন্ধ পৃথক কৰিব পাৰি ক’ত?
উঃ পৰীক্ষণত।
প্ৰঃ পৰীক্ষণৰ ফল কি?
উঃ বাৰে বাৰে পুনৰাবৃত্তি কৰিব পাৰি।
প্ৰঃ পৰীক্ষণৰ ক্ষেত্ৰত পৰীক্ষক কি কৰিব পাৰে?
উঃ পৰিৱেশক নিয়ন্ত্রণ কৰিব পাৰে।
প্রঃ পৰীক্ষণৰ তুলনাত নিৰীক্ষণৰ পৰিসৰ কেনেকুরা?
উঃ নিৰীক্ষণত বেছি।
প্ৰঃ নিৰীক্ষণৰ ক্ষেত্ৰত পৰীক্ষকৰ কি থাকে?
উঃ কোনো নিয়ন্ত্রণ নাথাকে।
প্রঃ পৰীক্ষণৰ সুবিধা কি?
উঃ অপ্রাসংগিক বিষয়বোৰ বাদ দিব পাৰি।
প্ৰঃ কাৰণ-কাৰ্যৰ পৰিমাণগত স্বভাৱ ক’ত লক্ষ্য কৰিব পাৰি?
উঃ পৰীক্ষণত।

প্ৰঃ নিৰীক্ষণৰ তুলনাত পৰীক্ষণৰ মূল সুবিধা কি?

উঃ নিয়ন্ত্রিত পৰিৱেশত কৰা হয়।
প্ৰঃ পৰীক্ষণৰ ফলাফল কেনেকৈ বিশ্লেষণ কৰিব পাৰি?
উঃ সঠিকভাবে বিশ্লেষণ কৰিব পাৰি।
প্রঃ কার্য-কাৰণ সম্বন্ধ সহকাৰ্য আৰু সহসম্বন্ধৰ পৰা পৃথক কৰিব পাৰি ক’ত?
উঃ পৰীক্ষণত।
প্রঃ অপর্যবেক্ষণ দোষ কেতিয়া হয়?
উঃ প্রয়োজনীয় তথ্যসমূহ দেখা নহ’লেই।
হয়? প্রঃ নিৰীক্ষণত ক’ত প্রাকৃতিক ঘটনা প্রত্যক্ষ কৰা
উঃ প্রাকৃতিক পৰিৱেশত।
প্ৰঃ পৰীক্ষণত ঘটনা কিদৰে সৃষ্টি কৰা হয়?
উঃ কৃত্রিমভাবে।
প্ৰঃ পৰীক্ষণৰ মূল উদ্দেশ্য কি?
উঃ ঘটনা সৃষ্টিৰ দ্বাৰা কাৰণ নিৰ্ণয় কৰা।
প্রঃ নিৰীক্ষণত পৰিৱেশ কিদৰে থাকে?
উঃ প্রাকৃতিক।
প্রঃ পৰীক্ষণৰ ক্ষেত্ৰত পৰীক্ষকৰ ওপৰত প্রাকৃতিক পৰিস্থিতিৰ কেনে প্ৰভাৱ থাকে?
উঃ কম নিৰ্ভৰশীল।
প্রঃ “নিৰীক্ষণ হৈছে নিষ্ক্রিয় অভিজ্ঞতা আৰু পৰীক্ষণ হৈছে সক্রিয় অভিজ্ঞতা” এই মন্তব্য কেনেকুৱা?
উঃ আংশিকভাবে সত্য।
প্ৰঃ পৰীক্ষণৰ ক্ষেত্ৰত পৰীক্ষকৰ কি নিয়ন্ত্রণ থাকে?
উঃ পৰীক্ষাৰ বিষয়বস্তুৰ ওপৰত নিয়ন্ত্রণ থাকে।
হয়? প্ৰঃ নিৰীক্ষণৰ সময়ত ঘটনা কি ভাবে সংঘটিত
উঃ প্ৰকৃতিৰ নিয়ম অনুসৰি।
প্রঃ তর্কবিজ্ঞানী জেভেনচৰ মতে নিৰীক্ষণ আৰু পৰীক্ষণৰ মাজত কিহৰ পাৰ্থক্য আছে?
উঃ পৰিমাণগত।

প্ৰঃ পৰীক্ষণৰ ক্ষেত্ৰত পৰীক্ষক কি কৰিব পাৰে?
উঃ পৰীক্ষণৰ গতি সলনি কৰিব পাৰে।
প্রঃ নিৰীক্ষণৰ উদ্দেশ্য কি?
উঃ প্রাকৃতিক ঘটনাৰ স্বৰূপ উদঘাটন কৰা।
প্ৰঃ পৰীক্ষণৰ পৰিৱেশ ক’ত হয়?
উঃ গৱেষণাগাৰত।
প্রঃ নিৰীক্ষণত কি উপায়েৰে বিষয়বস্তু নির্বাচন কৰা হয়?
উঃ উদ্দেশ্যপ্রণোদিতভাবে।
প্রঃ পৰীক্ষণত ব্যৱহৃত উপাদানবোৰ কি ধৰণৰ?
উঃ কৃত্রিমভাৱে প্ৰস্তুত কৰা।
হয়? প্ৰঃ নিৰীক্ষণৰ সময়ত কি বিষয় নির্ধাৰণ কৰা
উঃ প্রাকৃতিক নিয়ম অনুসৰি।
প্ৰঃ পৰীক্ষণত পৰীক্ষকৰ কি সুবিধা থাকে?
উঃ পৰীক্ষাৰ গতি সলনি কৰিব পাৰে।
প্রঃ পৰীক্ষণৰ ক্ষেত্ৰত পৰীক্ষাৰ ফলাফল আগতিয়াকৈ স্থিৰ থাকে নেকি?
উঃ নহয়।
প্রঃ নিৰীক্ষণৰ ফলাফল কেনেকৈ লাভ কৰা হয়?
উঃ প্রাকৃতিক পৰিবেশত প্রত্যক্ষ কৰাৰ জৰিয়তে।
প্রঃ পৰীক্ষণত অপ্রয়োজনীয় বিষয়বোৰ কেনেকৈ পৰিচালনা কৰা হয়?
উঃ বৰ্জন কৰা হয়।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment