আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক তর্কবিজ্ঞান আৰু দৰ্শন (Logic & Philosophy) বিষয়ৰ Class 12 Logic & Philosophy MCQ Chapter 2 (খ) কাৰ্য-কাৰণ বিধি, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Logic & Philosophy MCQ Chapter 2 (খ) কাৰ্য-কাৰণ বিধি
অধ্যায়-২(খ)
কাৰ্য-কাৰণ বিধি
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ কাৰণ কাক বোলে?
(ক) যি কাৰ্যৰ পিছত ঘটে
(খ) যি কাৰ্যৰ আগত ঘটে
(গ) যি কাৰ্যৰ লগত সম্পর্ক নাই
(ঘ) যি কাৰ্যৰ অন্তত ঘটে
উঃ (খ) যি কাৰ্যৰ আগত ঘটে
প্ৰঃ কাৰণৰ গুণগত লক্ষণত কোনটো অন্তর্ভুক্ত নহয়?
(ক) কাৰণ আৰু কাৰ্য পৰস্পৰ সাপেক্ষ
(খ) কাৰণ কাৰ্যৰ পূৰ্ববর্তী ঘটনা
(গ) কাৰণ কাৰ্যৰ পিছত ঘটে
(ঘ) কাৰণ কাৰ্যৰ নিয়ত পূর্বৱৰ্তী ঘটনা
উঃ (গ) কাৰণ কাৰ্যৰ পিছত ঘটে
প্রঃ কাৰণ কাৰ্যৰ নিয়ত নিৰূপাধিক পূর্ববর্তী ঘটনা হ’বলৈ কি শর্ত আছে?
(ক) কাৰণ কাৰ্যৰ পাছত ঘটিব লাগিব
(খ) কাৰণ কাৰ্যৰ আগত সংঘটিত হ’ব লাগিব
(গ) কাৰণ কাৰ্যৰ মাজত আন কোনো পৰিৱৰ্তন নাথাকিব লাগিব
(ঘ) কাৰ্যৰ পৰিমাণ বৃদ্ধি হ’ব লাগিব
উঃ (খ) কাৰণ কাৰ্যৰ আগত সংঘটিত হ’ব লাগিব
প্ৰঃ কাৰণৰ পৰিমাণগত লক্ষণৰ মূলনীতি কি?
(ক) কাৰণ আৰু কাৰ্য অসমান
(খ) কাৰণ আৰু কাৰ্যৰ পৰিমাণ সমান
(গ) কাৰণৰ পৰিমাণ কার্যত বৃদ্ধি হয়
(ঘ) কাৰ্যৰ পৰিমাণ কাৰণত কমি যায়
উঃ (খ) কাৰণ আৰু কাৰ্যৰ পৰিমাণ সমান
প্ৰঃ তলৰৰ কি নহয়?
(ক) দ্ৰব্যৰ পৰিমাণ স্থিৰ থাকে
(খ) শক্তি হ্রাস-বৃদ্ধি হয়
(গ) কাৰণ আৰু কাৰ্য সমান
(ঘ) শক্তি ৰূপান্তৰিত হ’ব পাৰে
উঃ (খ) শক্তি হ্রাস-বৃদ্ধি হয়
প্রঃ নানা কাৰণবাদৰ মূল বক্তব্য কি?
(ক) একেটা কার্য একাধিক কাৰণৰ দ্বাৰা সৃষ্টি
হয়
(খ) কাৰ্য কেবল এটা কাৰণৰ দ্বাৰা সৃষ্টি হয়
(গ) কাৰ্য কোনো কাৰণ নোহোৱাকৈ সৃষ্টি হয়
(ঘ) কাৰণসমূহ সদায় একে হয়
উঃ (ক) একেটা কাৰ্য একাধিক কাৰণৰ দ্বাৰা
সৃষ্টি হয়
প্রঃ কাৰণ সমন্বয়ত কি হয়?
(ক) একাধিক কাৰণ একেলগে কার্য সৃষ্টি কৰে
(খ) কার্য কেবল এটা কাৰণৰ দ্বাৰা হয়
(গ) কাৰণ আৰু কাৰ্য সম্পর্কহীন
(ঘ) কাৰণসমূহ পাৰস্পৰিকভাৱে সম্পর্কহীন
উঃ (ক) একাধিক কাৰণ একেলগে কার্য সৃষ্টি
কৰে
কি? প্রঃ কাৰণ আৰু উপকাৰণৰ মাজৰ প্ৰধান পার্থক্য
(ক) উপকাৰণ কাৰণৰ অন্তৰ্গত
(খ) কাৰণ উপকাৰণৰ অন্তৰ্গত
(গ) উপকাৰণে কাৰ্য সৃষ্টি কৰে
(ঘ) কাৰণৰ কোনো প্রয়োজন নাই
উঃ (ক) উপকাৰণ কাৰণৰ অন্তৰ্গত
প্রঃ উপকাৰণ কাক বোলে?
(ক) যি কাৰণৰ অপৰিহাৰ্য অংশ
(খ) যি কাৰ্যৰ পিছত সংঘটিত হয়
(গ) যি কার্যক বাধা দিয়ে
(ঘ) যি কাৰণৰ ওপৰত নিৰ্ভৰ কৰে
উঃ (ক) যি কাৰণৰ অপৰিহাৰ্য অংশ
প্রঃ কার্য সংমিশ্রণ কি?
(ক) একাধিক কাৰণৰ মিলিত প্ৰভাৱ
(খ) এটা কাৰ্যৰ একেটা কাৰণ থাকে
(গ) কাৰ্য আৰু কাৰণ সম্পৰ্কহীন
(ঘ) কাৰ্যৰ পৰিমাণ কমে
উঃ (ক) একাধিক কাৰণৰ মিলিত প্ৰভাৱ
প্রঃ সমজাতীয় কার্য সংমিশ্ৰণৰ উদাহৰণ কি?
(ক) এটা কোঠাত একেলগে পাঁচডাল মমবাতি
জ্বলা
(খ) চাহ পাত, গাখীৰ, চেনী মিহলাই চাহ বনোৱা
(গ) কিতাপ এখন লিখা
(ঘ) বতাহৰ জোকাৰে গছ হালোৱা
উঃ (ক) এটা কোঠাত একেলগে পাঁচডাল মমবাতি জ্বলা
প্রঃ সক্রিয় উপকাৰণ কাক বোলে?
(ক) যিয়ে কার্য উদ্দীপিত কৰে
(খ) যিয়ে কাৰ্য বন্ধ কৰে
(গ) যি কাৰণক সহায় কৰে
(ঘ) যি কার্যক বাধা দিয়ে
উঃ (ক) যিয়ে কার্য উদ্দীপিত কৰে
প্রঃ নিষ্ক্রিয় উপকাৰণ কি?
(ক) যি সক্রিয় উপকাৰণৰ সহায়ক
(খ) যিয়ে কার্য উদ্দীপিত কৰে
(গ) যি কাৰ্যৰ বাবে দায়ী
(ঘ) যি কাৰ্য বন্ধ কৰে
উঃ (ক) যি সক্রিয় উপকাৰণৰ সহায়ক
প্রঃ এৰিষ্ট’টলৰ মতে কাৰণ কিমান প্ৰকাৰৰ?
(ক) দুই
(খ) তিনি
(গ) চাৰি
(ঘ) পাঁচ
উঃ (গ) চাৰি
প্ৰঃ উপাদান কাৰণৰ উদাহৰণ কি?
(ক) মাটিৰ এটা মূর্তি
(খ) বাতাসৰ সোঁতা
(গ) ৰ’দৰ তাপ
(ঘ) বিদ্যুতৰ শক্তি
উঃ (ক) মাটিৰ এটা মূর্তি
প্ৰঃ আকাৰগত কাৰণ কি?
(ক) বস্তু এটাক বিশেষ ৰূপ প্রদান কৰা
(খ) বস্তু এটাৰ উপাদান
(গ) বস্তু এটাৰ শক্তি
(ঘ) বস্তু এটাৰ পৰিমাণ
উঃ (ক) বস্তু এটাক বিশেষ ৰূপ প্রদান কৰা
প্রঃ নিমিত্ত কাৰণ কাক বোলে?
(ক) কাৰ্য উৎপন্ন কৰিবলৈ প্রয়োজনীয় শক্তি
(খ) কাৰ্য বন্ধ কৰিবলৈ প্রয়োজনীয় শক্তি
(গ) কাৰ্যৰ প্ৰধান কাৰণ
(ঘ) কাৰ্যৰ পৰিমাণ বৃদ্ধি কৰা কাৰণ
উঃ (ক) কাৰ্য উৎপন্ন কৰিবলৈ প্রয়োজনীয় শক্তি
প্রঃ পৰিণাম কাৰণ কাক বোলে?
(ক) যি উদ্দেশ্য পূৰণৰ বাবে কাৰ্য সংঘটিত হয়
(খ) যি কাৰ্যৰ বাবে বাধা সৃষ্টি কৰে
(গ) যি কার্যক সম্পূর্ণ বন্ধ কৰে
(ঘ) যি কাৰণক অস্পষ্ট কৰে
উঃ (ক) যি উদ্দেশ্য পূৰণৰ বাবে কাৰ্য সংঘটিত
হয়
প্রঃ কাৰণ সমন্বয় ক’ত দেখা যায়?
(ক) এখন ফুটবল খেলত দলীয় জয়
(খ) বতাহৰ গতিত গছ লৰোৱা
(গ) সৌৰ শক্তিৰ দ্বাৰা পোহৰ উৎপন্ন
(ঘ) পাখিৰ উৰিবলৈ ডাঙৰ ডেউকা
উঃ (ক) এখন ফুটবল খেলত দলীয় জয়
প্রঃ কার্য সংমিশ্রণ কি?
(ক) চাহ পাত, গাখীৰ, চেনী মিহলাই চাহ বনোৱা
(খ) এখন ঘড়ীৰ তুলি
(গ) এটা কোঠাত মমবাতি জ্বলা
(ঘ) বতাহত গছ লৰোৱা
উঃ (ক) চাহ পাত, গাখীৰ, চেনী মিহলাই চাহ বনোৱা
প্রঃ প্ৰকৃতিৰ একৰূপতা বিধি অনুসৰি প্ৰকৃতিয়ে একেই পৰিস্থিতিত কিদৰে আচৰণ কৰে?
(ক) সদায় একেদৰে
(খ) কেতিয়াবা ভিন্নভাবে
(গ) কেতিয়াবা একেদৰে, কেতিয়াবা ভিন্নভাবে
(ঘ) অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰে
উঃ (ক) সদায় একেদৰে
প্রঃ কাৰ্যকাৰণ বিধি অনুসৰি প্ৰতিটো ঘটনাৰ কিবা এটা থাকে।
(ক) ফলাফল
(খ) উদ্দেশ্য
(গ) কাৰণ
(ঘ) সময়সীমা
উঃ (গ) কাৰণ
প্রঃ কাৰ্যকাৰণ বিধি কি ধৰণৰ আগমন অনুমানৰ ভিত্তি?
(ক) বৈজ্ঞানিক
(খ) অবৈজ্ঞানিক
(গ) আংশিক বৈজ্ঞানিক
(ঘ) কোনো নহয়
উঃ (ক) বৈজ্ঞানিক
প্রঃ প্ৰকৃতিৰ একৰূপতা বিধি কেনেধৰণৰ নীতি?
(ক) স্বতঃসিদ্ধ মৌলিক নীতি
(খ) কেবল অনুমানমূলক
(গ) পৰীক্ষামূলক
(ঘ) প্রমাণসিদ্ধ
উঃ (ক) স্বতঃসিদ্ধ মৌলিক নীতি
প্ৰঃ কাৰ্যকাৰণ বিধিৰ প্ৰয়োগক্ষেত্র কেনেকুৱা?
(ক) সীমিত
(খ) বহল
(গ) নির্দিষ্ট ক্ষেত্ৰৰ বাবে
(ঘ) কেতিয়াবা সীমিত, কেতিয়াবা বহল
উঃ (ক) সীমিত
প্রঃ বৌদ্ধ দর্শনত কাৰ্যকাৰণ নিয়মক কি বুলি কোৱা হয়?
(ক) পৰম সত্য
(খ) প্রতীত্যসমুৎপাদ
(গ) নিয়তি বিধি
(ঘ) ধর্ম চক্র
উঃ (খ) প্রতীত্যসমুৎপাদ
প্রঃ ‘প্রতীত্য’ শব্দটোৰ অৰ্থ কি?
(ক) সৃষ্টি হোৱা
(খ) ধ্বংস হোৱা
(গ) পোৱা
(ঘ) পৰিবৰ্তন হোৱা
উঃ (গ) পোৱা
প্রঃ বুদ্ধৰ মতে জগতত কিবা বিনা কাৰণে ঘটিব নোৱাৰে, কাৰণ-
(ক) সকলো কিছুৰ কাৰণ থাকে
(খ) কিছুমান বস্তু আকস্মিকভাবে হয়
(গ) সময়ই সকলো সৃষ্টি কৰে
(ঘ) জগতটো অনিয়মিত
উঃ (ক) সকলো কিছুৰ কাৰণ থাকে
প্রঃ “কাৰণ হৈছে সদর্থক বা অনুকূল আৰু নঞর্থক বা প্রতিকূল উপকাৰণৰ সমষ্টি” এই উক্তিটো কোনে প্রকাশ কৰিছিল?
(ক) লাইৱনিজ
(খ) বুদ্ধ
(গ) কাৰভেথৰীড
(ঘ) প্লেটো
উঃ (গ) কাৰভেথৰীড
প্রঃ কাৰ্য আৰু কাৰণ একে সময়তে সংঘটিত হয় নে?
(ক) হয়
(খ) নহয়
(গ) কেতিয়াবা হয়
(ঘ) নিশ্চিত নহয়
উঃ (খ) নহয়
প্রঃ পূর্বস্থাপিত শৃংখলা মতবাদ কোনে আগবঢ়াইছিল?
(ক) প্লেটো
(খ) লাইৱনিজ
(গ) বুদ্ধ
(ঘ) আৰিস্টটল
উঃ (খ) লাইৱনিজ
প্রঃ বাস্তব কাৰণ কি?
(ক) যি কাৰ্য ঘটাব পাৰে
(খ) যি কাৰ্য ঘটাব নোৱাৰে
(গ) যিটো সম্ভৱপৰ কাৰণ
(ঘ) পৰীক্ষামূলক কাৰণ
উঃ (ক) যি কার্য ঘটাব পাৰে
প্রঃ কাৰ্য এটাৰ এটাতকৈ বেছি কাৰণ থাকিব পাৰেনে?
(ক) হয়
(খ) নহয়
(গ) কেতিয়ৱা হয়
(ঘ) নিশ্চিত নহয়
উঃ (খ) নহয়
প্ৰঃ কাৰ্যকাৰণ বিধিয়ে দৃষ্টান্তৰ ওপৰত কেনেকুৱা গুৰুত্ব দিয়ে?
(ক) অধিক গুৰুত্ব
(খ) কম গুৰুত্ব
(গ) কোনো গুৰুত্ব নেৰে
(ঘ) পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰে
উঃ (খ) কম গুৰুত্ব
প্রঃ প্রতীত্যসমুৎপাদ মতে জগতৰ সকলো ঘটনা কিবা এটা অবলম্বন কৰি উৎপন্ন হয়।
(ক) অনিয়ম
(খ) কাৰণ
(গ) আকস্মিকতা
(ঘ) অলীক ধাৰণা
উঃ (খ) কাৰণ
প্রঃ বৈজ্ঞানিক আগমন অনুমানৰ মূল ভিত্তি কি?
(ক) প্ৰকৃতিৰ একৰূপতা বিধি
(খ) দৈৱযোগ
(গ) আকস্মিকতা
(ঘ) পৰীক্ষা-নিৰীক্ষা
উঃ (ক) প্ৰকৃতিৰ একৰূপতা বিধি
প্রঃ প্রতীত্যসমূৎপাদৰ অৰ্থ কি?
(ক) নিজে সৃষ্টি হোৱা
(খ) অন্য কিবা এটাক অৱলম্বন কৰি উদ্ভৱ হোৱা
(গ) সৃষ্টিৰ শেষ
(ঘ) কার্য বিহীন অৱস্থা
উঃ (খ) অন্য কিবা এটাক অৱলম্বন কৰি উদ্ভৱ হোৱা
প্রঃ “কাৰ্যটো কাৰণৰ অনিৱাৰ্য ফল” এই মতবাদ কোনটো?
(ক) নিয়তিবাদ
(খ) পূর্বস্থাপিত শৃংখলা
(গ) কার্যকাৰণ বিধি
(ঘ) বৌদ্ধ তত্ত্ব
উঃ (গ) কাৰ্যকাৰণ বিধি
প্রঃ “প্রকৃতিৰ একৰূপতা বিধি” কেনেধৰণৰ নিয়ম?
(ক) অৱশ্য-স্বীকার্য
(খ) অনুমানমূলক
(গ) কেতিয়াবা প্রযোজ্য
(ঘ) সময়ৰ ওপৰত নিৰ্ভৰ কৰে
উঃ (ক) অৱশ্য-স্বীকার্য
প্ৰঃ কাৰ্য কাৰণৰ দ্বাৰা নিৰ্ধাৰিত হোৱাত কি প্রকাশ পায়?
(ক) নিয়মবদ্ধতা
(খ) অনিয়ম
(গ) দৈৱযোগ
(ঘ) আকস্মিকতা
উঃ (ক) নিয়মবদ্ধতা
প্রঃ কাৰ্যকাৰণ বিধিৰ বৈশিষ্ট্য কি?
(ক) কেবল অনুমানমূলক
(খ) সম্পূর্ণ নিশ্চিত
(গ) পৰীক্ষামূলক
(ঘ) পৰিবৰ্তনশীল
উঃ (খ) সম্পূর্ণ নিশ্চিত
প্রঃ সক্রিয় উপকাৰণৰ উদাহৰণ কি?
(ক) জ্বলন্ত জুই শিখা খেৰৰ দমত পেলাই দিলে
খেৰৰ দমটো জ্বলি উঠিল
(খ) পানীৰ সোঁতত কাগজ ভাঁহি যাবলৈ ধৰিলে
(গ) বতাহৰ জোকাৰে গছৰ পাত লৰিল
(ঘ) ৰ’দত ৰং উজলি গ’ল
উঃ (ক) জ্বলন্ত জুই শিখা খেৰৰ দমত পেলাই দিলে খেৰৰ দমটো জ্বলি উঠিল
প্রঃ নিষ্ক্রিয় উপকাৰণৰ উদাহৰণ কি?
(ক) মাটি, বালি, কংক্রিট একেলগে মিলাই চিমেন্ট বনোৱা
(খ) জ্বলন্ত দিয়াচলিৰ কাঠি শুকান খেৰত পেলাই দিলে খেৰটো জ্বলি উঠিল
(গ) ভোকাতুৰ মানুহৰ খাদ্য প্রাপ্তি
(ঘ) পানী, বতাহ আৰু তাপৰ মিলিত প্ৰভাৱ
উঃ (খ) জ্বলন্ত দিয়াচলিৰ কাঠি শুকান খেৰত পেলাই দিলে খেৰটো জ্বলি উঠিল
প্রঃ কার্য সংমিশ্রণ কেনেকৈ সৃষ্টি হয়?
(ক) একাধিক কাৰণ লগ হৈ এটা মিশ্র কার্য সৃষ্টি কৰে
(খ) এটা কাৰণৰ দ্বাৰা একাধিক কাৰ্য সৃষ্টি হয়
(গ) কাৰ্য কাৰণৰ পৰা সম্পূর্ণ পৃথক
(ঘ) কাৰ্য আৰু কাৰণ নির্বিশেষ
উঃ (ক) একাধিক কাৰণ লগ হৈ এটা মিশ্র কার্য সৃষ্টি কৰে
প্ৰঃ কাৰণ আৰু উপকাৰণৰ মূল তফাৎ কি?
(ক) উপকাৰণ কাৰণৰ অন্তৰ্গত
(খ) উপকাৰণ কাৰণৰ পৰা পৃথক
(গ) উপকাৰণ সদায় কাৰ্য সৃষ্টি কৰে
(ঘ) কাৰণ উপকাৰণৰ অবিহনে অপ্রাসংগিক
উঃ (ক) উপকাৰণ কাৰণৰ অন্তৰ্গত
প্ৰঃ পৰিণাম কাৰণৰ প্ৰধান লক্ষ্য কি?
(ক) কাৰ্যৰ উদ্দেশ্য পূৰণ কৰা
(খ) কাৰ্য সৃষ্টি নকৰা
(গ) কাৰণৰ গঠন নিৰূপণ কৰা
(ঘ) কাৰ্যৰ পৰিমাণ কমোৱা
উঃ (ক) কাৰ্যৰ উদ্দেশ্য পূৰণ কৰা
প্ৰঃ কাৰণ সমন্বয়ৰ উদাহৰণ কি?
(ক) ফুটবল খেলত দলীয় সহযোগিতা
(খ) এটা মোমবাতি জ্বলা
(গ) এটা কাৰণৰ দ্বাৰা একাধিক কাৰ্য সৃষ্টি
(ঘ) পানী, তাপ, বতাহৰ সম্পৰ্কহীনতা
উঃ (ক) ফুটবল খেলত দলীয় সহযোগিতা
প্রঃ সমজাতীয় কার্য সংমিশ্ৰণৰ বৈশিষ্ট্য কি?
(ক) কাৰণবোৰৰ প্ৰত্যেকে একেই ধৰণৰ কার্য
সৃষ্টি কৰে
(খ) কাৰণবোৰৰ কাৰ্য সম্পূর্ণ পৃথক হয়
(গ) কাৰণবোৰৰ সম্পর্ক নাই
(ঘ) কার্য সংমিশ্রণ অসম্ভর
উঃ (ক) কাৰণবোৰৰ প্ৰত্যেকে একেই ধৰণৰ কাৰ্য সৃষ্টি কৰে
প্রঃ বিজাতীয় কার্য সংমিশ্ৰণৰ উদাহৰণ কি?
(ক) হাইড্রজেন আৰু অক্সিজেন মিহলাই পানী
সৃষ্টি কৰা
(খ) এটা কোঠাত পাঁচডাল মমবাতি জ্বলা
(গ) এটা মোমবাতিৰ জুই জ্বলা
(ঘ) এটা ফেন ঘূৰি থকা
উঃ (ক) হাইড্রজেন আৰু অ’িজৈন মিহলাই পানী
সৃষ্টি কৰা
প্রঃ নিম্নলিখিত কোনটো কার্য সংমিশ্রণ নহয়?
(ক) পানী, চাহপাত, চেনী, গাখীৰ মিহলাই চাহ
বনোৱা
(খ) এটা পাখি উৰিবলৈ ডেউকা মেলিছে
(গ) বতাহ আৰু বৃষ্টিৰ মিলিত প্ৰভাৱ
(ঘ) বেলি আৰু মাটিৰ তাপে উদ্ভিদৰ বৃদ্ধিত
সহায় কৰা
উঃ (খ) এটা পাখি উৰিবলৈ ডেউকা মেলিছে
প্রঃ এৰিষ্ট ‘টলৰ মতে কাৰণ কেইবিধ?
(ক) দুই
(খ) তিনি
(গ) চাৰি
(ঘ) পাঁচ
উঃ (গ) চাৰি
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ কাৰণ কাক বোলে?
উঃ যি কাৰ্যৰ আগত ঘটে।
প্ৰঃ কাৰণ কাৰ্যৰ পিছত সংঘটিত হ’ব পাৰেনে?
উঃ নহয়।
প্রঃ কাৰণ কাৰ্যৰ নিয়ত পূর্ববর্তী ঘটনা হ’বলৈ কি শর্ত আছে?
উঃ কাৰণ কাৰ্যৰ আগত সংঘটিত হ’ব লাগিব।
প্ৰঃ কাৰণৰ পৰিমাণগত লক্ষণৰ মূলনীতি কি?
উঃ কাৰণ আৰু কাৰ্যৰ পৰিমাণ সমান।
প্রঃ শক্তি হ্রাস-বৃদ্ধি হয়নে?
উঃ নহয়।
প্রঃ নানা কাৰণবাদৰ মূল বক্তব্য কি?
হয়। উঃ একেটা কার্য একাধিক কাৰণৰ দ্বাৰা সৃষ্টি
প্রঃ কাৰণ সমন্বয়ত কি হয়?
উঃ একাধিক কাৰণ একেলগে কার্য সৃষ্টি কৰে।
কি? প্ৰঃ কাৰণ আৰু উপকাৰণৰ মাজৰ প্ৰধান পার্থক্য
উঃ উপকাৰণ কাৰণৰ অন্তৰ্গত।
প্রঃ উপকাৰণ কাক বোলে?
উঃ যি কাৰণৰ অপৰিহাৰ্য অংশ।
প্রঃ কার্য সংমিশ্রণ কি?
উঃ একাধিক কাৰণৰ মিলিত প্ৰভাৱ।
প্রঃ সমজাতীয় কার্য সংমিশ্ৰণৰ উদাহৰণ কি?
উঃ এটা কোঠাত একেলগে পাঁচডাল মমবাতি জ্বলা।
প্রঃ সক্রিয় উপকাৰণ কাক বোলে?
উঃ যিয়ে কার্য উদ্দীপিত কৰে।
প্রঃ নিষ্ক্রিয় উপকাৰণ কি?
উঃ যি সক্রিয় উপকাৰণৰ সহায়ক।
প্রঃ এৰিষ্ট’টলৰ মতে কাৰণ কিমান প্ৰকাৰৰ?
উঃ চাৰি।
প্রঃ উপাদান কাৰণৰ উদাহৰণ কি?
উঃ মাটিৰ এটা মূর্তি।
প্ৰঃ আকাৰগত কাৰণ কি?
উঃবস্তু এটাক বিশেষ ৰূপ প্রদান কৰা।
প্রঃ নিমিত্ত কাৰণ কাক বোলে?
উঃ কাৰ্য উৎপন্ন কৰিবলৈ প্রয়োজনীয় শক্তি।
প্রঃ পৰিণাম কাৰণ কাক বোলে?
উঃ যি উদ্দেশ্য পূৰণৰ বাবে কাৰ্য সংঘটিত হয়।
প্রঃ কাৰণ সমন্বয় ক’ত দেখা যায়?
উঃ এখন ফুটবল খেলত দলীয় জয়।
প্রঃ কার্য সংমিশ্রণ কি?
উঃ চাহ পাত, গাখীৰ, চেনী মিহলাই চাহ বনোৱা।
প্ৰঃ প্ৰকৃতিৰ একৰূপতা বিধি অনুসৰি প্ৰকৃতিয়ে কেনেকৈ আচৰণ কৰে?
উঃ সদায় একেদৰে।
প্রঃ কার্যকাৰণ বিধি অনুসৰি প্ৰতিটো ঘটনাৰ কি থাকে?
উঃ কাৰণ।
প্ৰঃ কাৰ্যকাৰণ বিধি কি ধৰণৰ আগমন অনুমানৰ ভিত্তি?
উঃ বৈজ্ঞানিক।
প্রঃ প্রকৃতিৰ একৰূপতা বিধি কেনেধৰণৰ নীতি?
উঃ স্বতঃসিদ্ধ মৌলিক নীতি।
প্রঃ কাৰ্যকাৰণ বিধিৰ প্ৰয়োগক্ষেত্র কেনেকুৱা?
উঃ সীমিত।
প্রঃ বৌদ্ধ দর্শনত কার্যকাৰণ নিয়মক কি বুলি কোৱা হয়?
উঃ প্রতীত্যসমুৎপাদ।
প্রঃ ‘প্রতীত্য’ শব্দটোৰ অৰ্থ কি?
উঃ পোৱা।
প্ৰঃ বুদ্ধৰ মতে জগতত কিবা বিনা কাৰণে ঘটিব নোৱাৰে, কিয়?
উঃ সকলো কিছুৰ কাৰণ থাকে।
প্রঃ “কাৰণ হৈছে সদর্থক বা অনুকূল আৰু নঞর্থক বা প্রতিকূল উপকাৰণৰ সমষ্টি” উক্তিটো কোনে কৰিছিল? এই
উঃ কাৰভেথৰীড।
প্রঃ কাৰ্য আৰু কাৰণ একে সময়তে সংঘটিত হয় নে?
উঃ নহয়।
প্রঃ পূর্বস্থাপিত শৃংখলা মতবাদ কোনে আগবঢ়াইছিল?
উঃ লাইবনিজ।
প্রঃ বাস্তব কাৰণ কি?
উঃ যি কাৰ্য ঘটাব পাবে।
প্রঃ কাৰ্য এটাৰ এটাতকৈ বেছি কাৰণ থাকিব পাৰেনে?
উঃ নহয়।
উঃ প্রতীত্যসমুৎপাদ মতে জগতৰ সকলো ঘটনা কিবা এটা ক’ৰ অবলম্ব কৰি উৎপন্ন হয়?
উঃ কাৰণ।
প্রঃ বৈজ্ঞানিক আগমন অনুমানৰ মূল ভিত্তি কি?
উঃ প্ৰকৃতিৰ একৰূপতা বিধি।
প্রঃ প্রতীত্যসমূৎপাদৰ অৰ্থ কি?
উঃ অন্য কিবা এটাক অবলম্বন কৰি উদ্ভৱ হোৱা।
প্ৰঃ “কাৰ্যটো কাৰণৰ অনিৱাৰ্য ফল” এই মতবাদ কোনটো?
উঃ কাৰ্যকাৰণ বিধি।
প্ৰঃ “প্রকৃতিৰ একৰূপতা বিধি” কেনেধৰণৰ নিয়ম?
উঃ অৱশ্য-স্বীকার্য।
প্ৰঃ কাৰ্য কাৰণৰ দ্বাৰা নিৰ্ধাৰিত হোৱাত প্রকাশ পায়?
উঃ নিয়মবদ্ধতা।
প্রঃ কাৰ্যকাৰণ বিধিৰ বৈশিষ্ট্য কি?
উঃ সম্পূর্ণ নিশ্চিত।
প্রঃ সক্রিয় উপকাৰণৰ উদাহৰণ কি?
উঃ জ্বলন্ত জুই শিখা খেৰৰ দমত পেলাই দিলে খেৰৰ দমটো জ্বলি উঠিল।
প্ৰঃ নিষ্ক্রিয় উপকাৰণৰ উদাহৰণ কি?
উঃ জ্বলন্ত দিয়াচলিৰ কাঠি শুকান খেৰত পেলাই দিলে খেৰটো জ্বলি উঠিল।
প্রঃ কার্য সংমিশ্রণ কেনেকৈ সৃষ্টি হয়?
উঃ একাধিক কাৰণ লগ হৈ এটা মিশ্র কার্য সৃষ্টি কৰে।
প্ৰঃ কাৰণ আৰু উপকাৰণৰ মূল তফাৎ কি?
উঃ উপকাৰণ কাৰণৰ অন্তৰ্গত।
প্ৰঃ পৰিণাম কাৰণৰ প্ৰধান লক্ষ্য কি?
উঃ কাৰ্যৰ উদ্দেশ্য পূৰণ কৰা।
প্ৰঃ কাৰণ সমন্বয়ৰ উদাহৰণ কি?
উঃ ফুটবল খেলত দলীয় সহযোগিতা।
প্রঃ বিজাতীয় কার্য সংমিশ্ৰণৰ উদাহৰণ কি?
উঃ হাইড্রজেন আৰু অক্সিজেন মিহলাই পানী সৃষ্টি কৰা।
প্রঃ নিম্নলিখিত কোনটো কার্য সংমিশ্রণ নহয়?
উঃ এটা পাখি উৰিবলৈ ডেউকা মেলিছে।
প্রঃ সমজাতীয় কার্য সংমিশ্ৰণৰ বৈশিষ্ট্য কি?
উঃ কাৰণবোৰৰ প্ৰত্যেকে একেই ধৰণৰ কাৰ্য সৃষ্টি কৰে।
