আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক তর্কবিজ্ঞান আৰু দৰ্শন (Logic & Philosophy) বিষয়ৰ Class 12 Logic & Philosophy MCQ Chapter 2 (ক) আগমনৰ ভিত্তি, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 Logic & Philosophy MCQ Chapter 2 (ক) আগমনৰ ভিত্তি
অধ্যায়-২(ক)
আগমনৰ ভিত্তি
বহু বিকল্পধর্ম প্রশ্নোত্তৰ (MCQ)
প্রঃ আগমনৰ ভিত্তি কিমান প্ৰকাৰৰ?
(ক) এটা
(খ) দুটা
(গ) তিনি
(ঘ) চাৰি
উঃ (খ) দুটা
প্রঃ আগমনৰ আকাৰগত ভিত্তি কিমান প্ৰকাৰৰ?
(ক) এটা
(খ) দুটা
(গ) তিনি
(ঘ) চাৰি
উঃ (খ) দুটা
প্রঃ আগমনৰ বস্তুগত ভিত্তি কিমান প্ৰকাৰৰ?
(ক) এটা
(খ) দুটা
(গ) তিনি
(ঘ) চাৰি
উঃ (খ) দুটা
প্রঃ তলৰ কোনটো আগমনৰ আকাৰগত ভিত্তি?
(ক) পৰীক্ষণ
(খ) কাৰ্যকাৰণ বিধি
(গ) নিৰীক্ষণ
(ঘ) উপৰিউক্ত সকলো
উঃ (খ) কাৰ্যকাৰণ বিধি
প্ৰঃ আগমনৰ বস্তুগত ভিত্তি কি?
(ক) প্রকৃতিৰ একৰূপতা বিধি
(খ) কাৰ্যকাৰণ বিধি
(গ) নিৰীক্ষণ আৰু পৰীক্ষণ
(ঘ) মিলৰ সূত্র
উঃ (গ) নিৰীক্ষণ আৰু পৰীক্ষণ
প্রঃ ‘সকলো মানুহ ধার্মিক’ — এইটো সংশ্লেষক নে বিশ্লেষক?
(ক) সংশ্লেষক
(খ) বিশ্লেষক
(গ) অৱশ্য স্বীকার্য
(ঘ) অপ্রমাণিত
উঃ (ক) সংশ্লেষক
প্রঃ কাৰ্যকাৰণ বিধি বুজায় যে —
(ক) সকলো ঘটনাৰ কাৰণ আছে
(খ) কাৰণ নোহোৱাকৈ কিছুমান ঘটনা ঘটে
(গ) কাৰ্য কাৰণৰ ওপৰত নিৰ্ভৰ নকৰে
(ঘ) কাৰ্য কাৰণৰ সৈতে জড়িত নহয়
উঃ (ক) সকলো ঘটনাৰ কাৰণ আছে
প্রঃ আগমনৰ বস্তুগত ভিত্তিৰ দুটা শাখা কি?
(ক) পৰীক্ষণ আৰু নিৰীক্ষণ
(খ) বিশ্লেষণ আৰু সংশ্লেষণ
(গ) কাৰ্য আৰু কাৰণ
(ঘ) সিদ্ধান্ত আৰু অনুমান
উঃ (ক) পৰীক্ষণ আৰু নিৰীক্ষণ
প্ৰঃ আগমনৰ আকাৰগত ভিত্তিৰ অন্যতম বিধি কোনটো?
(ক) কাৰ্যকাৰণ বিধি
(খ) পৰীক্ষণ
(গ) নিৰীক্ষণ
(ঘ) পর্যবেক্ষণ
উঃ (ক) কাৰ্যকাৰণ বিধি
প্ৰঃ আগমনৰ বিৰোধাভাষ কি?
(ক) প্রকৃতিৰ একৰূপতা নীতিৰ পৰস্পৰ বিৰোধী মত
(খ) কাৰ্য কাৰণ সম্বন্ধ
(গ) নিৰীক্ষণ প্রক্রিয়া
(ঘ) পৰীক্ষণ নীতি
উঃ (ক) প্ৰকৃতিৰ একৰূপতা নীতিৰ পৰস্পৰ বিৰোধী মত
প্রঃ আগমন অনুমানৰ প্ৰধান উদ্দেশ্য কি?
(ক) বস্তুগত সত্যতা প্রতিষ্ঠা কৰা
(খ) আকাৰগত সত্যতা প্রতিষ্ঠা কৰা
(গ) উভয় সত্যতা প্রতিষ্ঠা কৰা
(ঘ) অজ্ঞাত বিষয় জানিবলৈ চেষ্টা কৰা
উঃ (গ) উভয় সত্যতা প্রতিষ্ঠা কৰা
প্রঃ কাৰ্য কাৰণ বিধি কাক কোৱা হয়?
(ক) যি ঘটনা ঘটে, তাৰ কাৰণ থাকে
(খ) কাৰণ নোহোৱাকৈ কার্য ঘটে
(গ) কাৰ্য কাৰণৰ লগত সম্পর্ক নাথাকে
(ঘ) কাৰ্যকাৰণ বিধি অযৌক্তিক
উঃ (ক) যি ঘটনা ঘটে, তাৰ কাৰণ থাকে
প্রঃ আগমনৰ আকাৰগত ভিত্তি কেনেদৰে নিৰূপণ কৰা হয়?
(ক) পৰীক্ষণৰ দ্বাৰা
(খ) নিৰীক্ষণৰ দ্বাৰা
(গ) প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য কাৰণ বিধিৰ সহায়ত
(ঘ) অভিজ্ঞতাৰ সহায়ত
উঃ (গ) প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য কাৰণ বিধিৰ সহায়ত
প্রঃ আগমনৰ ফল কি?
(ক) সিদ্ধান্ত
(খ) অনুমান
(গ) অভিজ্ঞতা
(ঘ) পৰীক্ষণ
উঃ (ক) সিদ্ধান্ত
প্রঃ কাৰ্য কাৰণ বিধি কোনজন তর্কবিজ্ঞানীয়ে ব্যক্ত কৰিছিল?
(ক) কনাড
(খ) বেইন
(গ) মিল
(ঘ) সকলোৱে
উঃ (ঘ) সকলোৱে
প্রঃ বস্তুগত ভিত্তি কোনখন জগতৰ পৰা তথ্য সংগ্ৰহ কৰে?
(ক) কল্পনাৰ পৰা
(খ) বাস্তৱ জগতৰ পৰা
(গ) অনুমানৰ পৰা
(ঘ) যুক্তিত্তিক সিদ্ধান্তৰ পৰা
উঃ (খ) বাস্তৱ জগতৰ পৰা
প্ৰঃ তলৰ কোনটো আগমনৰ ভিত্তি নহয়?
(ক) নিৰীক্ষণ
(খ) পৰীক্ষণ
(গ) অনুমান
(ঘ) কাৰ্য কাৰণ বিধি
উঃ (গ) অনুমান
প্রঃ কাৰ্য কাৰণ সম্বন্ধ কেনেকৈ নিৰ্ণয় কৰা হয়?
(ক) অপসৰণৰ সূত্ৰৰ সহায়ত
(খ) অনুমানৰ সহায়ত
(গ) পৰীক্ষাৰ সহায়ত
(ঘ) পর্যবেক্ষণৰ সহায়ত
উঃ (ক) অপসৰণৰ সূত্ৰৰ সহায়ত
প্ৰঃ আগমনৰ আকাৰ কি?
(ক) সামান্য বচন
(খ) অনুমান
(গ) সিদ্ধান্ত
(ঘ) পৰীক্ষণ
উঃ (ক) সামান্য বচন
প্রঃ আগমনৰ প্ৰধান উদ্দেশ্য কি?
(ক) অনুমান কৰা
(খ) যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা
(গ) অনুমান শুদ্ধ কৰা
(ঘ) তর্ক শুদ্ধ কৰা
উঃ (খ) যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা
প্ৰঃ আগমনৰ বিৰোধাভাষৰ মূল সমস্যা কি?
(ক) চক্রক দোষ
(খ) অনুমান ভুল
(গ) পৰীক্ষণৰ অভাৱ
(ঘ) পর্যবেক্ষণৰ অভাৱ
উঃ (ক) চক্রক দোষ
প্ৰঃ পৰীক্ষণৰ দ্বাৰা কোনবোৰ বস্তুগত ভিত্তিৰ অন্তর্ভুক্ত?
(ক) গেছ
(খ) তৰল
(গ) ধাতু
(ঘ) উপৰিউক্ত সকলো
উঃ (ঘ) উপৰিউক্ত সকলো
প্রঃ আগমন অনুমানৰ সিদ্ধান্ত কেনেকৈ প্রমাণিত হয়?
(ক) পৰীক্ষণৰ দ্বাৰা
(খ) কাৰ্য কাৰণ বিধিৰ সহায়ত
(গ) নিৰীক্ষণৰ সহায়ত
(ঘ) অনুমানৰ সহায়ত
উঃ (খ) কাৰ্য কাৰণ বিধিৰ সহায়ত
প্রঃ আগমনৰ আশ্রয় বাক্য কি?
(ক) বস্তুগত ভিত্তিৰ তথ্য
(খ) অনুমান
(গ) সিদ্ধান্ত
(ঘ) অভিজ্ঞতা
উঃ (ক) বস্তুগত ভিত্তিৰ তথ্য
প্রঃ আগমনৰ সিদ্ধান্তত বিশেষৰ পৰা ক’লৈ গতি হয়?
(ক) বিশেষলৈ
(খ) সামান্যলৈ
(গ) অনুমানলৈ
(ঘ) পৰীক্ষণলৈ
উঃ (খ) সামান্যলৈ
প্রঃ কাৰ্য কাৰণ বিধি কি নিৰূপণ কৰে?
(ক) আগমনৰ ভিত্তি
(খ) আকাৰগত সত্যতা
(গ) বস্তুগত সত্যতা
(ঘ) নিৰীক্ষণ
উঃ (খ) আকাৰগত সত্যতা
প্রঃ আগমনৰ বিৰোধাভাস কি?
(ক) আগমনৰ ভিত্তি
(খ) আগমনৰ ফলাফল
(গ) পৰস্পৰ বিৰোধী মতবাদ
(ঘ) কাৰ্য-কাৰণ বিধি
উঃ (গ) পৰস্পৰ বিৰোধী মতবাদ
প্রঃ আগমনৰ আকাৰগত ভিত্তি কিমান প্ৰকাৰৰ?
(ক) তিনি
(খ) দুটা
(গ) এটা
(ঘ) চাৰি
উঃ (খ) দুটা
প্ৰঃ তলৰ কোনটো আগমনৰ আকাৰগত ভিত্তিৰ অংশ?
(ক) কাৰ্য-কাৰণ বিধি
(খ) অনুমান বিধি
(গ) তত্ত্ব বিধি
(ঘ) অভিজ্ঞতা বিধি
উঃ (ক) কাৰ্য-কাৰণ বিধি
প্রঃ আগমনৰ আকাৰগত ভিত্তিৰ অন্তৰ্গত বিধি দুটা কি?
(ক) অনুমান বিধি আৰু অভিজ্ঞতা বিধি
(খ) কাৰ্য-কাৰণ বিধি আৰু অনুমান বিধি
(গ) কাৰ্য-কাৰণ বিধি আৰু প্ৰকৃতিৰ একৰূপতা
বিধি
(ঘ) তত্ত্ব বিধি আৰু অভিজ্ঞতা বিধি
উঃ (গ) কাৰ্য-কাৰণ বিধি আৰু প্ৰকৃতিৰ একৰূপতা বিধি
প্ৰঃ প্ৰকৃতিৰ একৰূপতা বিধি অনুসৰি প্ৰকৃতিৰ স্বভাৱ কেনেকুৱা?
(ক) পৰিৱৰ্তনশীল
(খ) একরূপী
(গ) বিশৃংখল
(ঘ) অনিশ্চিত
উঃ (খ) একৰূপী
প্রঃ প্ৰকৃতিৰ একৰূপতা বিধি বিজ্ঞানৰ কোনটো মৌলিক নীতি?
(ক) অনুমান নীতি
(খ) একাকাৰতা নীতি
(গ) বিশৃংখলা নীতি
(ঘ) পৰিবৰ্তনশীল নীতি
উঃ (খ) একাকাৰতা নীতি
প্ৰঃ আগমনৰ আকাৰগত ভিত্তিৰ অন্তৰ্গত নহয় তেনে বিধি ক’নটো?
(ক) কাৰ্য-কাৰণ বিধি
(খ) প্রকৃতিৰ একৰূপতা বিধি
(গ) অনুমান বিধি
(ঘ) উভয় (ক) আৰু (খ)
উঃ (গ) অনুমান বিধি
প্ৰঃ আগমনৰ সিদ্ধান্ত গঠনৰ ক্ষেত্ৰত প্ৰকৃতিৰ একৰূপতা বিধি কিয় প্রয়োজনীয়?
(ক) যিহেতু ই অনুমানক দৃঢ় কৰে
(খ) যিহেতু ই অভিজ্ঞতাৰ ওপৰত নিৰ্ভৰ কৰে
(গ) যিহেতু ই পৰীক্ষাৰ ফলাফল নির্ণয় কৰে
(ঘ) যিহেতু ই তথ্য সংগ্রহত সহায় কৰে
উঃ (ক) যিহেতু ই অনুমানক দৃঢ় কৰে
প্রঃ কাৰ্য-কাৰণ বিধি অনুসৰি কি বুজোৱা হয়?
(ক) সকলো ঘটনাৰ কাৰণ থাকে
(খ) সকলো ঘটনা আকস্মিকভাবে ঘটে
(গ) কাৰণ নাথাকিলেও ক্রিয়া সম্ভব
(ঘ) আগমনে অনুমান কৰে
উঃ (ক) সকলো ঘটনাৰ কাৰণ থাকে
প্রঃ প্ৰকৃতিৰ একৰূপতা বিধিৰ অন্তৰ্গত তলৰ কোনটো বৈশিষ্ট্য?
(ক) বিশৃংখলতা
(খ) স্থিৰতা
(গ) আকস্মিকতা
(ঘ) পৰিৱৰ্তনশীলতা
উঃ (খ) স্থিৰতা
প্ৰঃ আগমনৰ বিৰোধাভাস কিয় সৃষ্টি হয়?
(ক) যিহেতু আগমন অনিশ্চিত
(খ) যিহেতু আগমনে একে বস্তুক একেলগে
“পূর্বস্বীকাষ’ আৰু ‘সিদ্ধান্ত’ হিচাপে লয়
(গ) যিহেতু আগমনে কাৰ্য-কাৰণ সম্পৰ্ক অস্বীকাৰ কৰে
(ঘ) যিহেতু আগমন বিজ্ঞানৰ নিয়ম ভংগ কৰে
উঃ (খ) যিহেতু আগমনে একে বস্তুক একেলগে
‘পূর্বস্বীকার্য’ আৰু ‘সিদ্ধান্ত’ হিচাপে লয়
প্ৰঃ আগমনৰ আকাৰগত ভিত্তি কি ৰূপত আৱশ্যক?
(ক) সিদ্ধান্ত স্থাপন কৰিবলৈ
(খ) অনুমান বিচাৰ কৰিবলৈ
(গ) পৰীক্ষা কৰিবলে
(ঘ) অভিজ্ঞতা লাভ কৰিবলৈ
উঃ (ক) সিদ্ধান্ত স্থাপন কৰিবলৈ
প্রঃ কাৰ্য-কাৰণ বিধিৰ অন্যতম বৈশিষ্ট্য কি?
(ক) কাৰণ বিহীন ঘটনা সম্ভৱ
(খ) কাৰ্যৰ সৈতে কাৰণ সংলগ্ন
(গ) কাৰ্য-কাৰণ সম্পর্ক অনিশ্চিত
(ঘ) কার্য-কাৰণ সম্পর্ক সন্দেহজনক
উঃ (খ) কাৰ্যৰ সৈতে কাৰণ সংলগ্ন
প্রঃ আগমন অনুমানৰ আকাৰগত ভিত্তিৰ ওপৰত কিয় নিৰ্ভৰ কৰে?
(ক) বিজ্ঞানৰ বিকাশৰ বাবে
(খ) পৰীক্ষাৰ ফলাফল জানিবলৈ
(গ) অভিজ্ঞতা লাভ কৰিবলৈ
(ঘ) অনুমান স্থাপন কৰিবলৈ
উঃ (ঘ) অনুমান স্থাপন কৰিবলৈ
প্ৰঃ আগমনৰ ফলাফল কি হয়?
(ক) নিশ্চিত জ্ঞান
(খ) অনুমান
(গ) সন্দেহ
(ঘ) অনিশ্চয়তা
উঃ (খ) অনুমান
কি? প্রঃ আগমনৰ বিৰোধাভাসত মূল সমস্যাটো
(ক) সিদ্ধান্ত লোৱাত সমস্যা
(খ) পূর্বস্বীকাৰ্যৰ দ্বন্দ্ব
(গ) তথ্যৰ অভাৱ
(ঘ) পৰীক্ষাৰ অভাৱ
উঃ (খ) পূর্বস্বীকাৰ্যৰ দ্বন্দ্ব
প্রঃ আগমন কেনেকৈ সিদ্ধান্ত গঠন কৰে?
(ক) পৰীক্ষাৰ মাধ্যমে
(খ) অভিজ্ঞতাৰ ভিত্তিত
(গ) অনুমানৰ সহায়ত
(ঘ) নিয়ম অনুসৰি
উঃ (গ) অনুমানৰ সহায়ত
প্রঃ কাৰ্য-কাৰণ বিধি আৰু আগমনৰ একে সম্পর্ক কি?
(ক) আগমনৰ ভিত্তি
(খ) আগমনৰ ফলাফল
(গ) আগমনৰ অনুমান
(ঘ) আগমনৰ দ্বন্দ্ব
উঃ (ক) আগমনৰ ভিত্তি
প্রঃ আগমনৰ বিৰোধাভাস কোনজন তর্কবিদে ব্যাখ্যা কৰিছিল?
(ক) কাল্ট
(গ) মিল
(খ) এৰিষ্টটল
উঃ (গ) মিল
(ঘ) প্লেটো
প্রঃ আগমন অনুমানৰ আকাৰগত ভিত্তিৰ বাবে কোনটো অত্যাৱশ্যকীয়?
(ক) অভিজ্ঞতা
(খ) কার্য-কাৰণ বিধি
(গ) অনুমান
(ঘ) তথ্য সংগ্রহ
উঃ (খ) কাৰ্য-কাৰণ বিধি
প্রঃ আগমনৰ বিৰোধাভাস কোনটো সমস্যাৰ সৃষ্টি কৰে?
(ক) সিদ্ধান্ত স্থাপন
(খ) পৰীক্ষাৰ ফলাফল
(গ) অভিজ্ঞতা বিকাশ
(ঘ) অনুমানৰ সংগ্ৰহ
উঃ (ক) সিদ্ধান্ত স্থাপন
প্রঃ প্ৰকৃতিৰ একৰূপতা বিধিৰ অন্তৰ্গত কাৰ্য-কাৰণ বিধি কেনে ধৰণৰ?
(ক) বিজ্ঞানত স্থিৰ আৰু সঠিক
(খ) অনুমান ভিত্তিক
(গ) পৰীক্ষাৰ দ্বাৰা পৰীক্ষিত
(ঘ) অনিশ্চিত
উঃ (ক) বিজ্ঞানত স্থিৰ আৰু সঠিক
প্রঃ আগমনৰ আকাৰগত ভিত্তি কেনেকৈ প্রমাণিত হয়?
(ক) অভিজ্ঞতাৰ সহায়ত
(খ) অনুমানৰ সহায়ত
(গ) কাৰ্য-কাৰণ সম্পৰ্কৰ সহায়ত
(ঘ) পৰীক্ষাৰ দ্বাৰা
উঃ (গ) কার্য-কাৰণ সম্পৰ্কৰ সহায়ত
প্রঃ আগমনৰ সিদ্ধান্ত কোনটো বিষয়ত সন্দেহজনক?
(ক) নিশ্চিত জ্ঞান লাভ
(খ) কাৰ্য-কাৰণ সম্পর্ক
(গ) আগমন অনুমান
(ঘ) বিজ্ঞানৰ নিয়ম
উঃ (গ) আগমন অনুমান
প্রঃ আগমনে মূলত ক’ত ব্যৱহাৰ হয়?
(ক) পৰীক্ষাগাৰত
(খ) বিজ্ঞানত
(গ) দৈনন্দিন জীৱনত
(ঘ) সকলোতে
উঃ (ঘ) সকলোতে
প্রঃ প্রকৃতিৰ একৰূপতা বিধি অনুসৰি বিজ্ঞানৰ কিহে সম্ভব?
(ক) পৰীক্ষা
(গ) ভবিষ্যদ্বাণী
(খ) অনুমান
(ঘ) সিদ্ধান্ত
উঃ (গ) ভবিষ্যদ্বাণী
প্রঃ আগমনৰ বিৰোধাভাসৰ সমস্যাটো কিয় সৃষ্টি হয়?
(ক) অভিজ্ঞতাৰ অভাৱত
(খ) তথ্যৰ অভাৱত
(গ) একে বস্তু একেলগে ‘পূর্বস্বীকার্য’ আৰু ‘সিদ্ধান্ত’ হ’ব নোৱাৰাত
(ঘ) পৰীক্ষাৰ অভাৱত
উঃ (গ) একে বস্তু একেলগে ‘পূর্বস্বীকার্য’ আৰু ‘সিদ্ধান্ত’ হ’ব নোৱাৰাত
প্রঃ আগমনে সিদ্ধান্ত স্থাপন কৰিবলৈ কি প্রয়োজন?
(ক) তথ্য সংগ্রহ
(খ) অভিজ্ঞতা
(গ) অনুমান
(ঘ) উপযুক্ত সকলো
উঃ (ঘ) উপর্যুক্ত সকলো
প্রঃ প্ৰকৃতিৰ একৰূপতা বিধিৰ ওপৰত ভিত্তি কৰি কোনটো বিজ্ঞান গঠিত হৈছে?
(ক) পদার্থ বিজ্ঞান
(খ) জীৱ বিজ্ঞান
(গ) গণিত
(ঘ) সমাজ বিজ্ঞান
উঃ (ক) পদার্থ বিজ্ঞান
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ আগমনৰ প্ৰধান দুটা ভিত্তি কি?
উঃ আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তি।
প্রঃ আগমনৰ আকাৰগত ভিত্তি কিমান প্ৰকাৰৰ?
উঃ দুটা।
প্রঃ আগমনৰ বস্তুগত ভিত্তি কিমান প্ৰকাৰৰ?
উঃ দুটা।
প্রঃ কার্য-কাৰণ বিধি কি?
উঃ সকলো ঘটনাৰ কাৰণ থাকে।
প্ৰঃ আগমনৰ বস্তুগত ভিত্তিৰ শাখাদুটি কি?
উঃ পৰীক্ষণ আৰু নিৰীক্ষণ।
কি? প্ৰঃ আগমনৰ আকাৰগত ভিত্তিৰ অন্যতম বিধি
উঃ কাৰ্য-কাৰণ বিধি।
প্রঃ আগমনৰ বিৰোধাভাস কি?
মত। উঃপ্রকৃতিৰ একৰূপতা নীতিৰ পৰস্পৰ বিৰোধী
প্রঃ আগমন অনুমানৰ প্ৰধান উদ্দেশ্য কি?
উঃ উভয় সত্যতা প্রতিষ্ঠা কৰা।
প্রঃ আগমনৰ ফল কি?
উঃ সিদ্ধান্ত।
প্রঃ বস্তুগত ভিত্তি কোনখন জগতৰ পৰা তথ্য সংগ্ৰহ কৰে?
উঃ বাস্তৱ জগতৰ পৰা।
প্রঃ কার্য-কাৰণ বিধি কোনজন তর্কবিজ্ঞানীয়ে ব্যক্ত কৰিছিল?
উঃ মিল।
প্রঃ আগমনৰ সিদ্ধান্ত ক’ত পৰিবৰ্তিত হয়?
উঃ সামান্য বচনত।
প্রঃ আগমনৰ প্ৰধান উদ্দেশ্য কি?
উঃ যথার্থ সামান্য বচন প্রতিষ্ঠা কৰা।
প্ৰঃ আগমনৰ বিৰোধাভাসৰ মূল সমস্যা কি?
উঃ চক্রক দোষ।
প্রঃ আগমনৰ অনুমান কেনেকৈ প্রমাণিত হয়?
উঃ কাৰ্য-কাৰণ বিধিৰ সহায়ত।
প্রঃ আগমনৰ আশ্রয় বাক্য কি?
উঃ বস্তুগত ভিত্তিৰ তথ্য।
প্রঃ আগমনৰ সিদ্ধান্তত বিশেষৰ পৰা ক’লৈ গতি হয়?
উঃ সামান্যলৈ।
প্রঃ কার্য-কাৰণ বিধি কি নিৰূপণ কৰে?
উঃ আকাৰগত সত্যতা।
প্ৰঃ আগমনৰ আকাৰৰ্গত ভিত্তিৰ অন্তৰ্গত বিধি দুটা কি?
উঃ কাৰ্য-কাৰণ বিধি আৰু প্ৰকৃতিৰ একৰূপতা বিধি।
প্রঃ প্রকৃতিৰ একৰূপতা বিধি অনুসৰি প্ৰকৃতিৰ স্বভাৱ কেনেকুৱা?
উঃ একৰূপী।
প্ৰঃ আগমনৰ সিদ্ধান্ত কেনেকৈ গঠিত হয়?
উঃ অনুমানৰ সহায়ত।
প্রঃ আগমনৰ বিৰোধাভাস কিয় সৃষ্টি হয়?
উঃ আগমনে একে বস্তু একেলগে ‘পূর্বস্বীকার্য’ আৰু ‘সিদ্ধান্ত’ হিচাপে লয়।
প্রঃ আগমনৰ আকাৰগত ভিত্তি কি ৰূপত আৱশ্যক?
উঃ সিদ্ধান্ত স্থাপন কৰিবলৈ।
প্রঃ কাৰ্য-কাৰণ বিধিৰ অন্যতম বৈশিষ্ট্য কি?
উঃ কাৰ্যৰ সৈতে কাৰণ সংলগ্ন।
প্রঃ আগমন অনুমানৰ আকাৰগত ভিত্তিৰ ওপৰত কিয় নিৰ্ভৰ কৰে?
উঃ অনুমান স্থাপন কৰিবলৈ।
প্রঃ আগমনৰ ফলাফল কি?
উঃ অনুমান।
কি? প্রঃ আগমনৰ বিৰোধাভাসত মূল সমস্যাটো
উঃ পূৰ্বস্বীকাৰ্যৰ দ্বন্দ্ব।
প্রঃ আগমন কেনেকৈ সিদ্ধান্ত গঠন কৰে?
উঃ অনুমানৰ সহায়ত।
কি? প্রঃ কাৰ্য-কাৰণ বিধি আৰু আগমনৰ সম্পর্ক
উঃ আগমনৰ ভিত্তি।
প্ৰঃ আগমনৰ বিৰোধাভাস কোনজন তর্কবিদে ব্যাখ্যা কৰিছিল?
উঃ মিল।
প্রঃ আগমন অনুমানৰ আকাৰৰ্গত ভিত্তিৰ বাবে কি অত্যাৱশ্যকীয়?
উঃ কার্য-কাৰণ বিধি।
প্ৰঃ আগমনৰ বিৰোধাভাস কোনটো সমস্যাৰ সৃষ্টি কৰে?
উঃ সিদ্ধান্ত স্থাপন।
প্রঃ আগমনৰ সিদ্ধান্ত কোনটো বিষয়ত সন্দেহজনক?
উঃ আগমন অনুমান।
প্রঃ আগমনে মূলত ক’ত ব্যৱহাৰ হয়?
উঃ সকলোতে।
প্ৰঃ আগমনৰ বিৰোধাভাসৰ সমস্যাটো কিয় সৃষ্টি হয়?
উঃ একে বস্তু একেলগে ‘পূর্বস্বীকার্য’ আৰু ‘সিদ্ধান্ত’ হ’ব নোৱাৰাত।
প্রঃ আগমনে সিদ্ধান্ত স্থাপন কৰিবলৈ কি প্রয়োজন?
উঃ তথ্য সংগ্রহ, অভিজ্ঞতা আৰু অনুমান।
প্রঃ আগমনৰ ভিত্তি কি?
উঃ আকাৰগত ভিত্তি আৰু বস্তুগত ভিত্তি।
প্রঃ আগমনৰ আকাৰগত ভিত্তি কেনেকৈ নিৰূপণ কৰা হয়?
উঃ প্ৰকৃতিৰ একৰূপতা বিধি আৰু কাৰ্য-কাৰণ বিধিৰ সহায়ত।
প্ৰঃ আগমনৰ বিৰোধাভাস কেনেকৈ সমাধান কৰিব পাৰি?
উঃ অভিজ্ঞতা আৰু পৰীক্ষাৰ সহায়ত।
প্রঃ কার্য-কাৰণ বিধি অনুসৰি কি বুজোৱা হয়?
উঃ সকলো ঘটনাৰ কাৰণ থাকে।
প্ৰঃ আগমনৰ আকাৰ কি?
উঃ সামান্য বচন।
প্রঃ আগমনৰ ফলাফল কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উঃ অনুমান আৰু পৰীক্ষণৰ ওপৰত।
প্রঃ আগমনৰ প্ৰধান বৈশিষ্ট্য কি?
উঃ অভিজ্ঞতা আৰু অনুমানৰ সহায়ত সিদ্ধান্ত গঠন কৰা।
প্রঃ আগমনৰ অনুমান কেনেকৈ শুদ্ধ কৰা হয়?
উঃ পৰীক্ষণ আৰু অভিজ্ঞতাৰ দ্বাৰা।
প্ৰঃ আগমনৰ আকাৰগত ভিত্তিৰ অন্তৰ্গত নহয় তেনে বিধি ক’নটো?
উঃ অনুমান বিধি।
প্রঃ আগমনৰ সিদ্ধান্ত কি প্ৰমাণ কৰে?
উঃ বস্তুগত আৰু আকাৰগত সত্যতা।
প্ৰঃ আগমনৰ অনুমান কিহৰ দ্বাৰা নিৰূপিত হয়?
উঃ কাৰ্য-কাৰণ বিধিৰ দ্বাৰা।
প্রঃ আগমনে কেনেকৈ তথ্য সংগ্ৰহ কৰে?
উঃ পৰীক্ষণ আৰু নিৰীক্ষণৰ মাধ্যমে।
প্ৰঃ আগমনৰ সিদ্ধান্ত কিয় অনিশ্চিত হয়?
উঃ অনুমান ভিত্তিক হোৱাৰ বাবে।
প্রঃ আগমনৰ ভিত্তিত কোনটো বিজ্ঞান গঠিত হৈছে?
উঃপদার্থ বিজ্ঞান।
