আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক বুৰঞ্জী (ইতিহাস) বিষয়ৰ দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Chapter 9 কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্যঃ খৃঃ ১৬শ-১৭ শ শতিকালৈ), পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 History MCQ Chapter 9 কৃষক জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্যঃ খৃঃ ১৬শ-১৭ শ শতিকালৈ)
খ- অংশ: মধ্যযুগৰ ভাৰত বুৰঞ্জী
অধ্যায়-৯
কৃষক, জমিদাৰ আৰু ৰাজ্য (কৃষক সমাজ আৰু মোগল সাম্রাজ্যঃ খৃঃ ১৬শ-১৭ শ শতিকালৈ)
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্ৰঃ আকবৰৰ ৰাজসভাৰ ইতিহাসবিদ কোন আছিল?
(ক) টোডৰমল
(খ) আবুল ফজল
(গ) বাবৰ
(ঘ) জাহাঙ্গীৰ
উঃ (খ) আবুল ফজল
প্রঃ আইনী-ই-আকবৰী গ্রন্থখন কোনে ৰচনা কৰিছিল?
(ক) টোডৰমল
(খ) জাহাঙ্গীৰ
(গ) আবুল ফজল
(ঘ) বাবৰ
উঃ (গ) আবুল ফজল
প্ৰঃ ভাৰতত ধপাতৰ খেতি কেতিয়া আৰম্ভহৈছিল?
(ক) ১৫ শ শতিকাৰ শেষৰ ভাগত
(খ) ১৭ শ শতিকাৰ প্ৰথম ভাগত
(গ) ১৬ শ শতিকাৰ মাজভাগত
(ঘ) ১৮ শ শতিকাৰ আৰম্ভণিতে
উঃ (খ) ১৭ শ শতিকাৰ প্ৰথম ভাগত
প্রঃ মোগল সম্রাট জাহাঙ্গীৰে কি নিষিদ্ধ কৰিছিল?
(ক) ধানৰ খেতি
(খ) ধপাতৰ ব্যৱহাৰ
(গ) বাণিজ্য
(ঘ) মুঠো শস্য
উঃ (খ) ধপাতৰ ব্যৱহাৰ
প্ৰঃ আকবৰৰ সময়ত ভূমি জৰীপ কাৰক কোন আছিল?
(ক) টোডৰমল
(খ) বাবৰ
(গ) ছাহজাহান
(ঘ) আবুল ফজল
উঃ (ক) টোডৰমল
প্রঃ আকবৰনামা গ্ৰন্থখনৰ ৰচক কোন?
(ক) বাবৰ
(খ) টোডৰমল
(গ) আবুল ফজল
(ঘ) মুল্লাহ দোপিয়াজা
উঃ (গ) আবুল ফজল
প্রঃ মোগল যুগত কৃষকক কি বুলি কোৱা হৈছিল?
(ক) বায়ত
(খ) জংঘলী
(গ) মজুৰ
(ঘ) ৰাজপুত
উঃ (ক) ৰায়ত
প্রঃ মোগল যুগত মুদ্রা সলনি কৰা লোকক কি কোৱা হৈছিল?
(ক) নাওৱাৰ
(খ) মণ্ডল
(গ) সৰাফ
(ঘ) মজুৰ
উঃ (গ) সৰাফ
প্রঃ আইনী-ই-আকবৰী গ্ৰন্থখন সম্পাদনা কৰি ইংৰাজীলৈ অনুবাদ কোনে কৰিছিল?
(ক) হেনৰী বেভাৰেজ
(খ) এইচ এছ জেৰেট
(গ) হেনৰী বেভাৰেজ আৰু এইচ এছ জেৰেট
(ঘ) আবুল ফজল
উঃ (গ) হেনৰী বেভাৰেজ আৰু এইচ এছ জেৰেট
প্রঃ মুক্কদম বুলিলে কাক বুজোৱা হৈছিল?
(ক) কৃষক
(খ) পঞ্চায়তৰ সভাপতি
(গ) জমিদাৰ
(ঘ) মজুৰ
উঃ (খ) পঞ্চায়তৰ সভাপতি
প্ৰঃ আকবৰৰ ৰাজহ নীতিৰ সংস্কাৰ কোনে কৰিছিল?
(ক) টোডৰমল
(খ) আবুল ফজল
(গ) জাহাঙ্গীৰ
(ঘ) বাবৰ
উঃ (ক) টোডৰমল
প্ৰঃ বাবৰৰ আত্মজীৱনীমূলক গ্রন্থখনৰ নাম কি?
(ক) আকবৰনামা
(খ) বাবৰনামা
(গ) আইন-ই-আকবৰী
(ঘ) মুঘলনামা
উঃ (খ) বাববনামা
প্রঃ মোগল যুগত খেতি পথাৰত পানী যোগান ধৰা পদ্ধতিৰ নাম কি আছিল?
(ক) কুঁৱা চকা
(খ) পার্টীয়ান চকা
(গ) মজুৰ চকা
(ঘ) ৰাজ চকা
উঃ (খ) পার্টীয়ান চকা
প্ৰঃ খাৰিফ শস্যৰ উদাহৰণ কি?
(ক) ধান
(খ) গোম
(গ) বিলাহী
(ঘ) জলকীয়া
উঃ (ক) ধান
প্রঃ কোনজন মোগল সম্রাটে ঝাৰোখা দৰ্শনৰ প্রথা আৰম্ভ কৰিছিল?
(ক) আকবৰ
(খ) বাবৰ
(গ) ছাহজাহান
(ঘ) ঔৰঙজেব
উঃ (ক) আকবৰ
প্রঃ মোগল যুগত মহিলাসকলে কেনেদৰে পুৰুষসকলক সহায় কৰিছিল?
(ক) খেতি পথাৰ ৰখা
(খ) শস্য সিঁচা, চেপাৱা, ছাফা কৰা
(গ) মাটিৰ পৰীক্ষা
(ঘ) ৰাজহ সংগ্ৰহ
উঃ (খ) শস্য সিঁচা, চেপাৱা, ছাফা কৰা
প্রঃ মোগল সম্রাট শাহজাহানৰ সময়ত পঞ্জাৱত কি খন্দা হৈছিল?
(ক) নীল খন্দা
(খ) ছাহ নাহাৰ নলী
(গ) ৰাজ পথ
(ঘ) কুঁৱা
উঃ (খ) ছাহ নাহাৰ নলী
প্ৰঃ চিৰস্থায়ী বন্দোৱস্ত কোনে প্ৰৱৰ্তন কৰিছিল?
(ক) আকবৰ
(খ) লর্ড কর্ণৱালিচ
(গ) বাবৰ
(ঘ) টোডৰমল
উঃ (খ) লর্ড কর্ণৱালিচ
প্ৰঃ আকবৰৰ ৰাজসভাত কেৱল মুছলমান বিষয়াববীয়াই আছিল নে?
(ক) হয়
(খ) নহয়
(গ) সন্দেহজনক
(ঘ) কোনো উত্তৰ নাই
উঃ (খ) নহয়
প্রঃ জমা বুলিলে কি বুজা হয়?
(ক) ৰাজহ সংগ্ৰহ
(খ) ৰাজহ ধাৰ্য কৰা
(গ) মাটিৰ পৰীক্ষা
(ঘ) শস্য কটা
উঃ (খ) ৰাজহ ধাৰ্য কৰা
প্রঃ মোগল যুগত জমা আৰু হাচিলৰ মাজত কি পার্থক্য আছিল?
(ক) জমা অৰ্থ ৰাজহ সংগ্ৰহ কৰা, হাচিল অর্থ খৰচ কৰা
(খ) জমা অৰ্থ ৰাজহ ধাৰ্য কৰা, হাচিল অর্থ সংগৃহীত ৰাজহ
বিক্রী (গ) জমা অর্থ শস্য উৎপাদন, হাচিল অর্থ শস্য
(ঘ) জমা অর্থ খেতি পদ্ধতি, হাচিল অর্থ জলসিঞ্চন
উঃ (খ) জমা অৰ্থ ৰাজহ ধাৰ্য কৰা, হাচিল অর্থ সংগৃহীত ৰাজহ
প্রঃ মোগল যুগত ধনী কৃষকসকলৰ ভূমি কিমান একৰ আছিল?
(ক) ৫ একৰ
(খ) ১০ একৰ
(গ) ১৫ একৰ
(ঘ) ২০ একৰ
উঃ (খ) ১০ একৰ
প্রঃ কোন শস্যসমূহ মোগল যুগত বাণিজ্যিক শস্য আছিল?
(ক) ধান আৰু গোম
(খ) কপাহ, ৰেচম আৰু নীল
(গ) মকাই আৰু জলকীয়া
(ঘ) সৰিয়হ আৰু কুঁহিয়াৰ
উঃ (খ) কপাহ, ৰেচম আৰু নীল
প্রঃ কোনে মনসবদাৰী প্ৰথা উদ্ভাৱন কৰিছিল?
(ক) আকবৰ
(খ) বাবৰ
(গ) জাহাঙ্গীৰ
(ঘ) ঔৰঙজেৱ
উঃ (ক) আকবৰ
প্রঃ আইনী-ই-আকবৰী গ্ৰন্থখন কোন বছৰত সম্পূর্ণ হৈছিল?
(ক) ১৫৯০ খ্রীঃ
(গ) ১৬০২ খ্রীঃ
(খ) ১৫৯৮ খ্রীঃ
(ঘ) ১৫৮৫ খ্রীঃ
উঃ (খ) ১৫৯৮ খ্রীঃ
প্ৰঃ জমিদাৰৰ ব্যক্তিগত মাটিক কি বুলি কোৱা হৈছিল?
(ক) মুক্ত মাটি
(খ) মিল্কিয়ত
(গ) হাচিল
(ঘ) বঞ্জৰ
উঃ (খ) মিল্কিয়ত
প্রঃ মোগল যুগত ক’ত ৰেচমৰ খেতি প্রচলিত আছিল?
(ক) পঞ্জার
(খ) বংগ
(গ) ৰাজস্থান
(ঘ) বিহাৰ
উঃ (খ) বংগ
প্রঃ ভাৰতত ৰেল সেৱা কোন বছৰত আৰম্ভহৈছিল?
(ক) ১৮৫৩ চনৰ ১৬ এপ্রিল
(খ) ১৮৬০ চনৰ ২০ মার্চ
(গ) ১৮৭০ চনৰ ২৫ ডিচেম্বৰ
(ঘ) ১৮৫৭ চনৰ ১০ মে’
উঃ (ক) ১৮৫৩ চনৰ ১৬ এপ্রিল
প্রঃ কোন জনে মহাত্মা গান্ধীক হত্যা কৰিছিল?
(ক) লর্ড কর্ণৱালিচ
(খ) চৌধুৰী ৰহমত আলি
(গ) নাথুৰাম গডছে
(ঘ) হেনৰী বেভাৰেজ
উঃ (গ) নাথুৰাম গডছে
প্রঃ ‘তামিলাকম’ শব্দৰ অৰ্থ কি?
(ক) প্রাচীন ভাৰত
(খ) প্রাচীন তামিলনাডু
(গ) মোগল সাম্রাজ্য
(ঘ) দক্ষিণ ভাৰত
উঃ (খ) প্রাচীন তামিলনাডু
প্রঃ মোগল যুগত কোনবোৰ শস্যক ‘সর্বোৎকৃষ্ট ফচল’ (জিন্স-ই-কামিল) বুলিছিল?
(ক) ধান আৰু গোম
(খ) কপাহ আৰু কুঁহিয়াৰ
(গ) মকাই আৰু কাজুবাদাম
(ঘ) সৰিয়হ আৰু তিল
উঃ (খ) কপাহ আৰু কুঁহিয়াৰ
প্রঃ মোগল যুগত শস্যক কোন দুটা ভাগত বিভক্ত কৰা হৈছিল?
(ক) খাৰিফ আৰু ৰবি
(খ) মকাই আৰু ধান
(গ) পৰাউতি আৰু পালেজ
(ঘ) কুঁহিয়াৰ আৰু তিল
উঃ (ক) খাৰিফ আৰু ৰবি
প্ৰঃ মোগল যুগৰ পঞ্চায়তৰ সভাপতিক কি বুলি কোৱা হৈছিল?
(ক) ৰাজা
(খ) মুক্কদম
(গ) বায়ত
(ঘ) চৌধুৰী
উঃ (খ) মুক্কদম
প্ৰঃ ভাৰতত গোমধানৰ খেতি ক’ৰ পৰা আমদানি কৰা হৈছিল?
(ক) আফ্রিকা আৰু স্পেইন
(খ) চীন আৰু জাপান
(গ) মিশৰ আৰু গ্ৰীচ
(ঘ) ফ্রান্স আৰু ইংলেণ্ড
উঃ (ক) আফ্রিকা আৰু স্পেইন
প্রঃ মোগল সম্রাট আকবৰে কোন নগৰ নির্মাণ কৰিছিল?
(ক) আগ্রা
(খ) দিল্লী
(গ) ফটেহপুৰ চিক্ৰী
(ঘ) মথুৰা
উঃ (গ) ফটেহপুৰ চিক্রী
প্রঃ কাণকুট পদ্ধতিৰ উদ্দেশ্য কি আছিল?
(ক) শস্য বেচা
(খ) মাটিৰ পৰীক্ষা
(গ) ৰাজহ ধাৰ্য
(ঘ) খেতি ৰখা
উঃ (গ) ৰাজহ ধার্য
প্রঃ চাওতাল বিদ্ৰোহৰ অন্যতম কাৰণ কি আছিল?
(ক) ৰাজহ বৃদ্ধি
(খ) জমিদাৰৰ শোষণ
(গ) খৰাং
(ঘ) যুদ্ধ
উঃ (খ) জমিদাৰৰ শোষণ
প্রঃ মোগল যুগত ‘কাচবাহ’ বুলিলে কি বুজোৱা হৈছিল?
(ক) নগৰীয়া অঞ্চল
(খ) খেতি পথাৰ
(গ) পানী সিঞ্চন প্রকল্প
(ঘ) জমিদাৰৰ ঘৰ
উঃ (ক) নগৰীয়া অঞ্চল
প্ৰঃ আকবৰৰ ৰাজসভাত ধর্ম আলোচনা হোৱা স্থানক কি বুলি কোৱা হৈছিল?
(ক) এবাদতখানা
(খ) ঝাৰোখা
(গ) ফটেহখানা
(ঘ) মনচবখানা
উঃ (ক) এবাদতখানা
প্রঃ মোগল যুগত কোন দুটা ভাগৰ মাটি সকলোতকৈ লাভজনক আছিল?
(ক) পৰাউতি আৰু বঞ্জৰ
(খ) পালেজ আৰু উৎপাদক
(গ) চাচৰ আৰু পৰাউতি
(ঘ) পালেজ আৰু উৎপাদন শক্তিসম্পন্ন
উঃ (ঘ) পালেজ আৰু উৎপাদন শক্তিসম্পন্ন
অতি চমু প্রশ্নোত্তৰ (VSA)
প্ৰঃ আকবৰৰ ৰাজসভাৰ ইতিহাসবিদ কোন আছিল?
উঃ আবুল ফজল।
প্রঃ আইনী-ই-আকবৰী গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উঃ আবুল ফজল।
প্ৰঃ ভাৰতত ধপাতৰ খেতি কেতিয়া আৰম্ভহৈছিল?
উত্তৰ: ১৭ শ শতিকাৰ প্ৰথম ভাগত।
প্রঃ মোগল সম্রাট জাহাঙ্গীৰে কি নিষিদ্ধ কৰিছিল?
উঃ ধপাতৰ ব্যৱহাৰ।
প্ৰঃ আকবৰৰ সময়ত ভূমি জৰীপ কাৰক কোন আছিল?
উঃ টোডৰমল।
প্রঃ আকবৰনামা গ্ৰন্থখনৰ ৰচক কোন?
উঃ আবুল ফজল।
প্রঃ মোগল যুগত কৃষকক কি বুলি কোৱা হৈছিল?
উঃ ৰায়ত।
প্রঃ মোগল যুগত মুদ্রা সলনি কৰা লোকক কি বুলি কোৱা হৈছিল।
উঃ সৰাফ।
প্রঃ আইনী-ই-আকবৰী গ্ৰন্থখন সম্পাদনা কৰি ইংৰাজীলৈ অনুবাদ কোনে কৰিছিল?
উঃ হেনৰী বেভাৰেজ আৰু এইচ এছ জেৰেট।
প্রঃ মুক্কদম বুলিলে কাক বুজোৱা হৈছিল?
উঃ পঞ্চায়তৰ সভাপতি।
প্ৰঃ আকবৰৰ ৰাজহ নীতিৰ সংস্কাৰ কোনে কৰিছিল?
উঃ টোডৰমল।
প্ৰঃ বাবৰৰ আত্মজীৱনীমূলক গ্ৰন্থখনৰ নাম কি?
উঃ বাবৰনামা।
প্রঃ মোগল যুগত খেতি পথাৰত পানী যোগান ধৰা পদ্ধতিৰ নাম কি আছিল?
উঃ পার্টীয়ান চকা।
প্রঃ খাৰিফ শস্যৰ উদাহৰণ কি?
উঃ ধান।
প্রঃ কোনজন মোগল সম্রাটে ঝাৰোখা দৰ্শনৰ প্রথা আৰম্ভ কৰিছিল?
উঃ আকবৰ।
প্রঃ মোগল যুগত মহিলাসকলে পুৰুষসকলক কেনেদৰে সহায় কৰিছিল?
উঃ শস্য সিঁচা, চেপাৱা আৰু ছাফা কৰি।
প্রঃ মোগল সম্রাট ছাহজাহানৰ সময়ত পঞ্জাৱত কি খন্দা হৈছিল?
উঃ ছাহ নাহাৰ নলী।
প্ৰঃ চিৰস্থায়ী বন্দোৱস্ত কোনে প্রবর্তন কৰিছিল?
উঃ লর্ড কর্ণৱালিচ।
প্রঃ আকবৰৰ ৰাজসভাত কেৱল মুছলমান বিষয়াববীয়াই আছিল নেকি?
উঃ নহয়।
প্রঃ জমা বুলিলে কি বুজা হয়?
উঃ ৰাজহ ধাৰ্য কৰা।
প্রঃ মোগল যুগত জমা আৰু হাচিলৰ মাজত কি পার্থক্য আছিল?
উঃ জমা অৰ্থ ৰাজহ ধাৰ্য কৰা আৰু হাচিল অর্থ সংগৃহীত ৰাজহ।
প্রঃ মোগল যুগত ধনী কৃষকসকলৰ ভূমি কিমান একৰ আছিল?
উঃ ১০ একৰ।
প্রঃ কোন শস্যসমূহ মোগল যুগত বাণিজ্যিক শস্য আছিল?
উঃ কপাহ, ৰেচম আৰু নীল।
প্রঃ কোনে মনসৱদাৰী প্ৰথা উদ্ভাৱন কৰিছিল?
উঃ আকবৰ।
প্রঃ আইনী-ই-আকবৰী গ্ৰন্থখন কোন বছৰত সম্পূর্ণ হৈছিল?
উঃ ১৫৯৮ খ্রীষ্টাব্দত।
প্ৰঃ জমিদাৰৰ ব্যক্তিগত মাটিক কি বুলি কোৱা হৈছিল?
উঃ মিল্কিয়ত।
প্রঃ মোগল যুগত ক’ত ৰেচমৰ খেতি প্রচলিত আছিল?
উঃ বংগত।
প্রঃ ভাৰতত বেল সেৱা কোন বছৰত আৰম্ভহৈছিল?
উঃ ১৮৫৩ চনৰ ১৬ এপ্রিলত।
প্রঃ কোনে মহাত্মা গান্ধীক হত্যা কৰিছিল?
উত্তৰ: নাথুৰাম গডছে।
প্রঃ ‘তামিলাকম’ শব্দৰ অৰ্থ কি?
উঃ প্রাচীন তামিলনাডু।
প্রঃ মোগল যুগত কোনবোৰ শস্যক ‘সর্বোৎকৃষ্ট ফচল’ বুলিছিল?
উঃ কপাহ আৰু কুঁহিয়াৰ।
প্রঃ মোগল যুগত শস্যক কোন দুটা ভাগত বিভক্ত কৰা হৈছিল?
উঃ খাৰিফ আৰু ৰবি।
প্ৰঃ মোগল যুগৰ পঞ্চায়তৰ সভাপতিক কি বুলি কোৱা হৈছিল?
উঃ মুক্কদম।
প্ৰঃ ভাৰতত গোমধানৰ খেতি ক’ৰ পৰা আমদানি কৰা হৈছিল?
উঃ আফ্রিকা আৰু স্পেইন।
প্রঃ মোগল সম্রাট আকবৰে কোন নগৰ নির্মাণ কৰিছিল?
উঃ ফটেহপুৰ চিক্ৰী।
প্রঃ কাণকুট পদ্ধতিৰ উদ্দেশ্য কি আছিল?
উঃ ৰাজহ ধাৰ্য কৰা।
প্রঃ চাওতাল বিদ্রোহৰ অন্যতম কাৰণ কি আছিল?
উঃ জমিদাৰৰ শোষণ।
প্রঃ মোগল যুগত ‘কাচবাহ’ বুলিলে কি বুজোৱা হৈছিল?
উঃ নগৰীয়া অঞ্চল।
প্ৰঃ আকবৰৰ ৰাজসভাত ধর্ম আলোচনা হোৱা স্থানক কি বুলি কোৱা হৈছিল?
উঃ এবাদতখানা।
