আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক বুৰঞ্জী (ইতিহাস) বিষয়ৰ দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Chapter 8 এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয়নগৰ (খৃঃ ১৪ – ১৬ শ শতিকালৈ), পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 History MCQ Chapter 8 এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয়নগৰ (খৃঃ ১৪ – ১৬ শ শতিকালৈ)
খ- অংশ: মধ্যযুগৰ ভাৰত বুৰঞ্জী
অধ্যায়-৮
এখন সাম্ৰাজ্যৰ ৰাজধানী বিজয়নগৰ (খৃঃ ১৪ – ১৬ শ শতিকালৈ)
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্রঃ বিজয় নগৰ সাম্রাজ্য কোনে স্থাপন কৰিছিল?
(ক) কৃষ্ণদের ৰায়
(খ) হৰিহৰ আৰু বুক্ক
(গ) ৰাজা কৃষ্ণদের
(ঘ) ৰাজা হৰিশ্চন্দ্ৰ
উঃ (খ) হৰিহৰ আৰু বুক্ক
প্রঃ বিজয় নগৰ কেতিয়া স্থাপন হয়?
(ক) ১৩৩৬ খ্রীঃ
(খ) ১২৩৬ খ্রীঃ
(গ) ১৪৩৬ খ্রীঃ
(ঘ) ১৫৩৬ খ্রীঃ
উঃ (ক) ১৩৩৬ খ্রীঃ
প্ৰঃ বিজয় নগৰ ৰাজ্যৰ আন এটি নাম কি আছিল?
(ক) হাম্পী
(খ) পম্পা
(গ) কর্ণাটক
(ঘ) কলিঙ্গ
উঃ (ক) হাম্পী
প্রঃ পম্পা কাক উপাস্য দেবী হিচাপে মানা হৈছিল?
(ক) লক্ষ্মী
(খ) কালী
(গ) পম্পা
(ঘ) সৰস্বতী
উঃ (গ) পম্পা
প্রঃ কৃষ্ণদেৱ ৰায় কোন বংশৰ ৰজা আছিল?
(ক) চালুভা বংশ
(খ) তুলুভা বংশ
(গ) অৰবিন্দু বংশ
(ঘ) সংগম বংশ
উঃ (খ) তুলুভা বংশ
প্রঃ ‘অমৰ নায়ক’ৰ ‘অমৰ’ শব্দটো ক’ৰ পৰা আহিছে?
(ক) সমৰ
(খ) অমৃত
(গ) নায়ক
(ঘ) গোপুৰম
উঃ (ক) সমৰ
প্ৰঃ ‘বিজয় নগৰ’ শব্দৰ অৰ্থ কি?
(ক) বিজয় কৰা নগৰ
(খ) পৰিত্যক্ত নগৰ
(গ) শান্ত নগৰ
(ঘ) প্রতিষ্ঠিত নগৰ
উঃ (ক) বিজয় কৰা নগৰ
প্রঃ কুতাগৰশালা কি আছিল?
(ক) ৰাজকীয় প্রাসাদ
(খ) আশ্রয় লোৱা জুপুৰি
(গ) ধর্মীয় স্থান
(ঘ) সৈন্য শিবিৰ
উঃ (খ) আশ্রয় লোৱা জুপুৰি
প্ৰঃ গুৰু নানকৰ জন্ম ক’ত হৈছিল?
(ক) দিল্লী
(খ) লাহোৰ
(গ) নানকচাহিব
(ঘ) পাটিয়ালা
উঃ (গ) নানকচাহিব
প্রঃ ‘মিলকিয়াত’ শব্দৰ অৰ্থ কি?
(ক) প্রকৃতি
(খ) সামগ্ৰীৰ মালিক
(গ) ধাতু
(ঘ) খাদ্য
উঃ (খ) সামগ্ৰীৰ মালিক
প্রঃ হাম্পী কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
(ক) কলিন মেকেঞ্জী, ১৮০০ চনত
(খ) জাৰ্ণেল আর্থাৰ, ১৮২০ চনত
(গ) ৰবাৰ্ট ক্লাইভ, ১৭৫৭ চনত
(ঘ) উইলিয়াম জোনছ, ১৭৮৪ চনত
উঃ (ক) কলিন মেকেঞ্জী, ১৮০০ চনত
প্ৰঃ বিজয় নগৰৰ প্ৰথমটো ৰাজবংশৰ নাম কি আছিল?
(ক) চালুভা
(খ) সংগম
(গ) অৰবিন্দু
(ঘ) তুলুভা
উঃ (খ) সংগম
প্রঃ ‘পেছকচ’ কি আছিল?
(ক) বণিক
(খ) ৰাজা
(গ) অনুচৰ
(ঘ) প্রজা
উঃ (গ) অনুচৰ
প্ৰঃ কোন চনত বৃটিছ চৰকাৰে সতীদাহ প্রথা বিলুপ্ত কৰিছিল?
(ক) ১৮০০ চনত
(খ) ১৮২৯ চনত
(গ) ১৮১৫ চনত
(ঘ) ১৮৩৫ চনত
উঃ (খ) ১৮২৯ চনত
প্রঃ মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল?
(ক) বাল গঙ্গাধৰ তিলক
(খ) জৱাহৰলাল নেহৰু
(গ) গোপাল কৃষ্ণ গোখলে
(ঘ) ভগৎ সিং
উঃ (গ) গোপাল কৃষ্ণ গোখলে
প্রঃ কোন চনত মুছলিম লীগ প্রতিষ্ঠা হৈছিল?
(ক) ১৯০৫ চনত
(খ) ১৯০৬ চনত
(গ) ১৯১১ চনত
(ঘ) ১৯২০ চনত
উঃ (খ) ১৯০৬ চনত
প্রঃ সংবিধান সভাৰ কাৰ্যবিধি কোনে উত্থাপন কৰিছিল?
(ক) মহাত্মা গান্ধী
(খ) সৰ্দাৰ পটেল
(গ) জৱাহৰলাল নেহৰু
(ঘ) বি. আৰ. আম্বেদকাৰ
উঃ (গ) জৱাহৰলাল নেহৰু
প্রঃ ‘গপুৰম’ মানে কি?
(ক) ৰাজকীয় প্রবেশ পথ
(খ) শস্য ক্ষেত্র
(গ) যুদ্ধভূমি
(ঘ) নদী
উঃ (ক) ৰাজকীয় প্রবেশ পথ
প্রঃ বিজয় নগৰৰ সমসাময়িক ৰাজবংশ কোনবিলাক?
(ক) গজপতি আৰু চুলতান বংশ
(খ) চালুভা আৰু তুলুভা
(গ) পাণ্ড্য আৰু চোল
(ঘ) আহোম আৰু কুচবিহাৰ
উঃ (ক) গজপতি আৰু চুলতান বংশ
প্রঃ ‘হাম্পী’ শব্দটো ক’ৰ পৰা আহিছে?
(ক) কৃষ্ণা নদীৰ পৰা
(খ) স্থানীয় দেৱী পম্পাৰ পৰা
(গ) সংগম বংশৰ পৰা
(ঘ) হিন্দু মহাসাগৰৰ পৰা
উঃ (খ) স্থানীয় দেরী পম্পাৰ পৰা
প্রঃ ‘অমৰা নায়ক ‘সকলৰ মূল দায়িত্ব কি আছিল?
(ক) ৰাজহ আদায়
(খ) যুদ্ধ
(গ) ধর্মীয় কার্য
(ঘ) বাণিজ্য
উঃ (ক) ৰাজহ আদায়
প্রঃ বিজয় নগৰ সাম্রাজ্যত বিকশিত হোৱা মন্দিৰ স্থাপত্যৰ বৈশিষ্ট্য কি আছিল?
(ক) গম্বুজ আৰু গপুৰম
(খ) অট্টালিকা
(গ) জলাশয়
(ঘ) ৰাজপথ
উঃ (ক) গম্বুজ আৰু গপুৰম
প্ৰঃ বিজয় নগৰৰ প্ৰধান সভামঞ্চৰ নাম কি?
(ক) মহাৰাজা সভামঞ্চ
(খ) মহানবমী সভামণ্ডপ
(গ) ধর্মসভা
(ঘ) বিজয় সভা
উঃ (খ) মহানবমী সভামণ্ডপ
প্রঃ বিজয় নগৰত পানীৰ সমস্যা কেনেকৈ সমাধান কৰা হৈছিল?
(ক) কুপ খন্দন
(খ) জলাশয় আৰু বান্ধ নির্মাণ
(গ) নদী সংযোগ
(ঘ) বৰষুণৰ পানী সঞ্চয়
উঃ (খ) জলাশয় আৰু বান্ধ নির্মাণ
প্রঃ ভিথালা মন্দিৰ কেনে মন্দিৰ আছিল? গ্ধগ্ধ
(ক) শিৱ মন্দিৰ
(খ) বিষ্ণু মন্দিৰ
(গ) দেৱী মন্দিৰ
(ঘ) বুদ্ধ মন্দিৰ
উঃ (খ) বিষ্ণু মন্দিৰ
প্রঃ বিজয় নগৰ সাম্ৰাজ্যৰ সুৰক্ষিত প্ৰৱেশ দ্বাৰৰ বৈশিষ্ট্য কি আছিল?
(ক) পাথৰৰ প্ৰাচীৰ
(খ) চেমেন্ট ব্যৱহাৰ
(গ) বৃক্ষৰ বেষ্টনী
(ঘ) কাঠৰ গেট
উঃ (ক) পাথৰৰ প্ৰাচীৰ
প্রঃ কোন বিদেশী পর্যটকে বিজয় নগৰ ভ্ৰমণ কৰিছিল?
(ক) ইবেন বাটুটা
(খ) আব্দুৰ ৰাজ্জাক
(গ) মার্ক’ প’ল’
(ঘ) আল বাৰুণী
উঃ (খ) আব্দুৰ ৰাজ্জাক
প্রঃ ‘কমলপুৰম জলাশয়’ কি উদ্দেশ্যে ব্যৱহাৰ হৈছিল?
(ক) পৰ্যটনৰ বাবে
(খ) খেতি পথাৰত পানী যোগান
(গ) মাছ পালন
(ঘ) ৰাজসভাৰ বাবে
উঃ (খ) খেতি পথাৰত পানী যোগান
কি? প্রঃ বিজয় নগৰ সাম্ৰাজ্যৰ ৰাজকীয় কেন্দ্ৰৰ নাম
(ক) ৰাজসভা
(খ) সভামণ্ডপ
(গ) কাম্পল
(ঘ) পাণ্ড্য মণ্ডপ
উঃ (খ) সভামণ্ডপ
প্রঃ ‘বিৰূপাক্ষ মন্দিৰ’ কোন দেৱতাৰ প্ৰতি উৎসর্গিত?
(ক) বিষ্ণু
(গ) ব্রহ্মা
(ঘ) গণেশ
(খ) শির
উঃ (খ) শির
প্রঃ ৰাজস্থান আৰু দক্ষিণ ভাৰতৰ হৰপ্পা সভ্যতাই কোন ধাতু সংগ্ৰহ কৰিছিল?
(ক) তামা আৰু সোণ
(খ) সোণ আৰু সীহ
(গ) ৰূপ আৰু লোহা
(ঘ) পিতল আৰু কাচ
উঃ (খ) সোণ আৰু সীহ
প্রঃ ‘সুদর্শন হ্রদ’ কোন ৰাজ্যত আছে?
(ক) মধ্য প্রদেশ
(খ) মহাৰাষ্ট্ৰ
(গ) গুজৰাট
(ঘ) পাঞ্জার
উঃ (গ) গুজৰাট
প্ৰঃ কোনে হাম্পী চহৰৰ ধ্বংসাবশেষ আৱিষ্কাৰ কৰিছিল?
(ক) কলিন মেকেঞ্জী
(খ) আব্দুৰ ৰাজ্জাক
(গ) ডমিনিক পায়েছে
(ঘ) নিকলকাল্টি
উঃ (ক) কলিন মেকেঞ্জী
প্রঃ সমসাময়িক কালত স্থানীয় লোকে বিজয় নগৰ সাম্রাজ্যক কি বুলি কৈছিল?
(ক) কর্ণাটক সাম্রাজ্য
(খ) ৰাজপুত সাম্রাজ্য
(গ) মুঘল সাম্রাজ্য
(ঘ) অমৰ সাম্রাজ্য
উঃ (ক) কর্ণাটক সাম্রাজ্য
প্ৰঃ বিজয় নগৰৰ ৰজাসকলে নিজকে কি বুলি কৈছিল?
(ক) চুলতান
(খ) মহাৰাজা
(গ) বায়
উঃ (গ) বায়
(ঘ) নায়ক
প্রঃ ‘গজপতি’ শব্দৰ অৰ্থ কি?
(ক) হাতীৰ মালিক
(খ) ৰথচালক
(গ) সৈন্য
(ঘ) ৰাজকুমাৰ
উঃ (ক) হাতীৰ মালিক
প্ৰঃ বিজয় নগৰ সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল?
(ক) হৰিহৰ
(খ) কৃষ্ণদেৱ ৰায়
(গ) বুক্ক
(ঘ) ৰামৰায়
উঃ (খ) কৃষ্ণদেৱ ৰায়
প্রঃ বিজয় নগৰ ৰাজ্য শাসন কৰা প্ৰপ্রথম ৰাজবংশৰ নাম কি আছিল?
(ক) সংগম বংশ
(খ) চোল বংশ
(গ) চালুভা বংশ
(ঘ) তুলুভা বংশ
উঃ (ক) সংগম বংশ
কি? প্রঃ কৃষ্ণদেৱ ৰায়ে ৰচনা কৰা এখন গ্ৰন্থৰ নাম
(ক) ৰামায়ণ
(খ) মহাভাৰত
(গ) অমুক্তমাল্যদা
(ঘ) তুলসীদাস
উঃ (গ) অমুক্তমাল্যদা
প্ৰঃ কৃষ্ণদেৱ ৰায়ে মাকৰ স্মৃতিৰ্থে নিৰ্মাণ কৰা নগৰখনৰ নাম কি?
(ক) নগলপুৰম
(খ) বিজয়নগৰ
(গ) ৰায়গড়
(ঘ) হাম্পী
উঃ (ক) নগলপুৰম
প্রঃ ‘টেলিকোটৰ যুদ্ধ’ কিমান চনত হৈছিল?
(ক) ১৫৬৫ খ্রীঃ
(খ) ১৫৭৫ খ্রীঃ
(গ) ১৫৫৫ খ্রীঃ
(ঘ) ১৫৮৫ খ্রীঃ
উঃ (ক) ১৫৬৫ খ্রীঃ
প্রঃ ‘টেলিকোটৰ যুদ্ধ’ক স্থানীয় কি নামেৰে জনা যায়?
(ক) ‘হাম্পী যুদ্ধ’
(খ) ‘ৰাক্ষস তং গাড়ি’ যুদ্ধ
(গ) ‘কার্নাটিক যুদ্ধ’
(ঘ) ‘চোল-মুঘল যুদ্ধ’
উঃ (খ) ‘ৰাক্ষস তং গাড়ি’ যুদ্ধ
প্ৰঃ বিজয় নগৰ ৰাজ্যৰ সেনাধিনায়কসকলক কি বুলি জনা গৈছিল?
(ক) সমন্ত
(খ) চৌধুৰী
(গ) নায়ক
(ঘ) গাজী
উঃ (গ) নায়ক
প্রঃ কোনজন পর্তুগীজ পৰিব্ৰাজকে বিজয় নগৰক ৰোমৰ লগত তুলনা কৰিছিল?
(ক) আব্দুৰ ৰাজ্জাক
(খ) ডমিনিক পায়েছে
(গ) কলিন মেকেঞ্জী
(ঘ) নিকলকাল্টি
উঃ (খ) ডমিনিক পায়েছে
প্রঃ বিজয় নগৰ ভ্ৰমণ কৰা এজন পাৰস্যৰ পৰিব্ৰাজকৰ নাম কি?
(ক) আব্দুৰ ৰাজ্জাক
(খ) ডমিনিক পায়েছে
(গ) কলিন মেকেঞ্জী
(ঘ) নিকলকাল্টি
উঃ (ক) আব্দুৰ ৰাজ্জাক
প্ৰঃ বিৰুপাক্ষ মন্দিৰৰ প্ৰধান দেৱতা কোন আছিল?
(ক) বিষ্ণু
(খ) গণেশ
(গ) শির
(ঘ) ৰাম
উঃ (গ) শিৱ
প্রঃ পর্তুগীজসকলে কেতিয়া গোৱা অধিকাৰ কৰিছিল?
(ক) ১৫১০ খ্রীঃ
(খ) ১৫৫০ খ্রীঃ
(গ) ১৫২৫ খ্রীঃ
(ঘ) ১৪৯৮ খ্রীঃ
উঃ (ক) ১৫১০ খ্রীঃ
প্রঃ কোন চনত হাম্পীক ৰাজনৈতিক ঐতিহ্য স্থান হিচাপে ঘোষণা কৰা হয়?
(ক) ১৯৭৬ চনত
(খ) ১৯৮৬ চনত
(গ) ১৯৯৬ চনত
(ঘ) ২০০০ চনত
উঃ (ক) ১৯৭৬ চনত
প্রঃ কোন চনত হাম্পীক ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য কেন্দ্র হিচাপে ঘোষণা কৰা হয়?
(ক) ১৯৮৬ খ্রীঃ
(খ) ১৯৭৬ খ্রীঃ
(গ) ১৯৯৬ খ্রীঃ
(ঘ) ২০০০ খ্রীঃ
উঃ (ক) ১৯৮৬ খ্রীঃ
প্রঃ টেলিকোটাৰ যুদ্ধৰ ফলাফল কি হৈছিল?
(ক) বিজয় নগৰৰ পতন
(খ) মুঘল সাম্রাজ্যৰ প্ৰতিষ্ঠা
(গ) চোল সাম্ৰাজ্যৰ স্থাপন
(ঘ) আহোম সাম্ৰাজ্যৰ বৃদ্ধি
উঃ (ক) বিজয় নগৰৰ পতন
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ বিজয় নগৰ সাম্রাজ্য কোনে স্থাপন কৰিছিল?
উঃ হৰিহৰ আৰু বুক্ক
প্রঃ বিজয় নগৰ কেতিয়া স্থাপন হয়?
উঃ ১৩৩৬ খ্রীঃ
প্রঃ বিজয় নগৰ ৰাজ্যৰ আন এটা নাম কি আছিল?
উঃ হাম্পী
প্রঃ পম্পা কাক উপাস্য দেবী হিচাপে মানা হৈছিল?
উঃ পম্পা
প্রঃ কৃষ্ণদেৱ ৰায় কোন বংশৰ ৰজা আছিল?
উঃ তুলুভা বংশ
প্রঃ ‘অমৰ নায়ক’ৰ ‘অমৰ’ শব্দটো ক’ৰ পৰা আহিছে?
উঃ সমৰ
প্ৰঃ ‘বিজয় নগৰ’ শব্দৰ অৰ্থ কি?
উঃ বিজয় কৰা নগৰ
প্রঃ কুতাগৰশালা কি আছিল?
উঃ আশ্রয় লোৱা জুপুৰি
প্রঃ ‘মিলকিয়াত’ শব্দৰ অৰ্থ কি?
উঃ সামগ্ৰীৰ মালিক
প্রঃ হাম্পী কোনে আৰু কেতিয়া আৱিষ্কাৰ কৰিছিল?
উঃ কলিন মেকেঞ্জী, ১৮০০ চনত
প্ৰঃ বিজয় নগৰৰ প্ৰথম ৰাজবংশৰ নাম আছিল?
উঃ সংগম বংশ
প্রঃ ‘পেছকচ’ কি আছিল?
উঃ অনুচৰ
প্রঃ কোন চনত বৃটিছ চৰকাৰে সতীদাহ প্রথা বিলুপ্ত কৰিছিল?
উঃ ১৮২৯ চনত
প্রঃ মহাত্মা গান্ধীৰ ৰাজনৈতিক উপদেশক কোন আছিল?
উঃ গোপাল কৃষ্ণ গোখলে
প্রঃ কোন চনত মুছলিম লীগ প্রতিষ্ঠা হৈছিল?
উঃ ১৯০৬ চনত
প্রঃ সংবিধান সভাৰ কাৰ্যবিধি কোনে উত্থাপন কৰিছিল?
উঃ জৱাহৰলাল নেহৰু
প্রঃ ‘গপুৰম’ মানে কি?
উঃ ৰাজকীয় প্রবেশ পথ
প্রঃ বিজয় নগৰৰ সমসাময়িক ৰাজবংশ কোনবিলাক?
উঃ গজপতি আৰু চুলতান বংশ
প্রঃ ‘হাম্পী’ শব্দটো ক’ৰ পৰা আহিছে?
উঃ স্থানীয় দেৱী পম্পাৰ পৰা
প্রঃ ‘অমৰা নায়ক ‘সকলৰ মূল দায়িত্ব কি আছিল?
উঃ ৰাজহ আদায়
প্রঃ বিজয় নগৰ সাম্রাজ্যত বিকশিত হোৱা মন্দিৰ স্থাপত্যৰ বৈশিষ্ট্য কি আছিল?
উঃ গম্বুজ আৰু গপুৰম
প্ৰঃ বিজয় নগৰৰ প্ৰধান সভামঞ্চৰ নাম কি?
উঃ মহানৱমী সভামণ্ডপ
প্রঃ বিজয় নগৰত পানীৰ সমস্যা কেনেকৈ সমাধান কৰা হৈছিল?
উঃ জলাশয় আৰু বান্ধ নির্মাণ
প্রঃ ভিথালা মন্দিৰ কেনে মন্দিৰ আছিল?
উঃ বিষ্ণু মন্দিৰ
প্ৰঃ বিজয় নগৰ সাম্ৰাজ্যৰ সুৰক্ষিত প্ৰৱেশ দ্বাৰৰ বৈশিষ্ট্য কি আছিল?
উঃ পাথৰৰ প্ৰাচীৰ
প্রঃ কোন বিদেশী পর্যটকে বিজয় নগৰ ভ্ৰমণ কৰিছিল?
উঃ আব্দুৰ ৰাজ্জাক
প্রঃ ‘কমলপুৰম জলাশয়’ কি উদ্দেশ্যে ব্যৱহাৰ হৈছিল?
উঃ খেতি পথাৰত পানী যোগান
কি? প্ৰঃ বিজয় নগৰ সাম্ৰাজ্যৰ ৰাজকীয় কেন্দ্ৰৰ নাম
উঃ সভামণ্ডপ
প্ৰঃ ‘বিৰূপাক্ষ মন্দিৰ’ কোন দেৱতাৰ প্ৰতি উৎসর্গিত?
উঃ শির
প্ৰঃ ৰাজস্থান আৰু দক্ষিণ ভাৰতৰ হৰপ্পা সভ্যতাই কোন ধাতু সংগ্ৰহ কৰিছিল?
উঃ সোণ আৰু সীহ
প্রঃ ‘সুদর্শন হ্রদ’ কোন ৰাজ্যত আছে?
উঃ গুজৰাট
প্রঃ কোনে হাম্পী চহৰৰ ধ্বংসাবশেষ আৱিষ্কাৰ কৰিছিল?
উঃ কলিন মেকেঞ্জী
প্রঃ সমসাময়িক কালত স্থানীয় লোকে বিজয় নগৰ সাম্রাজ্যক কি বুলি কৈছিল?
উঃ কর্ণাটক সাম্রাজ্য
প্ৰঃ বিজয় নগৰৰ ৰজাসকলে নিজকে কি বুলি কৈছিল?
উঃ ৰায়
প্রঃ ‘গজপতি’ শব্দৰ অৰ্থ কি?
উঃ হাতীৰ মালিক
প্ৰঃ বিজয় নগৰ সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি আছিল?
উঃ কৃষ্ণদেৱ ৰায়
প্রঃ বিজয় নগৰ ৰাজ্য শাসন কৰা প্ৰথম ৰাজবংশৰ নাম কি আছিল?
উঃ সংগম বংশ
কি? প্রঃ কৃষ্ণদেৱ ৰায়ে ৰচনা কৰা এখন গ্ৰন্থৰ নাম
উঃ অমুক্তমাল্যদা
প্ৰঃ টেলিকোটাৰ যুদ্ধৰ ফলাফল কি হৈছিল?
উঃ বিজয় নগৰৰ পতন।
