Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 History MCQ Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ (খৃঃ ৮ম শতিকাৰ পৰা ১৮শ শতিকালৈ)

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক বুৰঞ্জী (ইতিহাস) বিষয়ৰ দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ (খৃঃ ৮ম শতিকাৰ পৰা ১৮শ শতিকালৈ), পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 History MCQ Chapter 7 ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ (খৃঃ ৮ম শতিকাৰ পৰা ১৮শ শতিকালৈ)

খ- অংশ: মধ্যযুগৰ ভাৰত বুৰঞ্জী

অধ্যায়-৭

ভক্তি আৰু চুফী পৰম্পৰা, ধার্মিক বিশ্বাসৰ পৰিৱৰ্তন আৰু ধর্মীয় গ্রন্থ (খৃঃ ৮ম শতিকাৰ পৰা ১৮শ শতিকালৈ)

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ ‘জগন্নাথ’ শব্দৰ অৰ্থ কি?
(ক) জগতৰ দাতা
(খ) জগতৰ ধ্বংসকাৰী
(গ) সমগ্ৰ বিশ্বৰ স্বামী
(ঘ) আকাশৰ অধিপতি
উঃ (গ) সমগ্ৰ বিশ্বৰ স্বামী
হয়? প্ৰঃ বিষ্ণুৰ স্ত্রী ৰূপে কোন দেৱীক পূজা কৰা
(ক) পার্বতী
(খ) লক্ষ্মী
(গ) সৰস্বতী
(ঘ) কালী
উঃ (খ) লক্ষ্মী
প্রঃ শিৱৰ স্ত্রী ৰূপে কোন দেৱীক মান্য কৰা হয়?
(ক) লক্ষ্মী
(খ) কালী
(গ) পার্বতী
(ঘ) সৰস্বতী
উঃ (গ) পার্বতী
প্রঃ দেৱী আৰাধনা পদ্ধতিক কি বুলি জনা যায়?
(ক) যোগ পদ্ধতি
(খ) তান্ত্রিক পদ্ধতি
(গ) বৈষ্ণৱ পদ্ধতি
(ঘ) স্মার্ত পদ্ধতি
উঃ (খ) তান্ত্রিক পদ্ধতি
প্রঃ আদি বৈদিক যুগৰ তিনিটা প্রধান দেৱতা কোন?
(ক) ইন্দ্র, অগ্নি, সোম

(খ) ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ
(গ) সূর্য, চন্দ্র, মঙ্গল
(ঘ) গণেশ, শিৱ, স্কন্দ
উঃ (ক) ইন্দ্র, অগ্নি, সোম
প্রঃ তামিলনাডুৰ আলৱাৰসকল কোন দেৱতাৰ ভক্ত?
(ক) শিৱ
(খ) বিষ্ণু
(গ) কালী
(ঘ) সূর্য
উঃ (খ) বিষ্ণু
প্রঃ নয়নাৰসকল কোন দেৱতাৰ ভক্ত?
(ক) শিৱ
(খ) বিষ্ণু
(গ) গণেশ
(ঘ) সূর্য
উঃ (ক) শিৱ
প্রঃ কোনখন কাব্য সংকলনক ‘তামিল বৈদ’ বুলি কোৱা হয়?
(ক) গীতগোবিন্দ
(খ) নালায়িৰাদিব‍্য প্ৰৱন্ধনম
(গ) ৰামায়ণ
(ঘ) মহাভাৰত
উঃ (খ) নালায়িৰাদিব‍্য প্রৱন্ধনম
প্ৰঃ দক্ষিণ ভাৰতৰ ভক্তি আন্দোলনৰ লগত জড়িত এজনী মহিলা ভক্তৰ নাম কি?
(ক) মীৰাবাঈ
(খ) লালদেদ
(গ) আন্দাল
(ঘ) সন্ত কবীৰ
উঃ (গ) আন্দাল
প্রঃ কোনবছৰত মহমদ বিন কাচিমে সিন্ধু দেশ জয় কৰিছিল?
(ক) ৭১১ খৃঃ
(খ) ৮০৫ খৃঃ
(গ) ৯৬৫ খৃঃ
(ঘ) ১০২৫ খৃঃ
উঃ (ক) ৭১১ খৃঃ
প্রঃ ‘জিযিয়া’ শব্দৰ অৰ্থ কি?
(ক) কৰ
(খ) দণ্ড
(গ) উপহাৰ
(ঘ) শান্তিচুক্তি
উঃ (ক) কৰ

প্রঃ কোনজন মোগল সম্রাটে খৃষ্টান পাদুৰীসকলক গীর্জা নিৰ্মাণৰ অনুমতি দিছিল?
(ক) বাবৰ
(খ) আকবৰ
(গ) ঔৰংজেব
(ঘ) ছাহজাহান
উঃ (খ) আকবৰ
প্রঃ ইছলাম সমাজত চুফী ‘ছিলছিলা’ কেতিয়া গঠন হৈছিল?
(ক) ৮ম শতিকাত
(খ) ১০ম শতিকাত
(গ) ১২শ শতিকাত
(ঘ) ১৪শ শতিকাত
উঃ (গ) ১২শ শতিকাত
প্ৰঃ ‘উৰচ’ শব্দৰ অর্থ কি?
(ক) সমাধি
(খ) বিবাহ বা মিলন
(গ) যুদ্ধ
(ঘ) কৰ
উঃ (খ) বিবাহ বা মিলন
প্রঃ ‘কছফ-উল-মহজুব’ গ্রন্থখন কোনে লিখিছিল?
(ক) হাছান-আল-হুজুৰি
(খ) আল বেৰুনি
(গ) আবুল ফজল
(ঘ) ফিৰদৌছি
উঃ (ক) হাছান-আল-হুজুৰি
প্ৰঃ কবীৰ কোনজন সন্তৰ শিষ্য আছিল?
(ক) ৰামানন্দ
(খ) তুলসীদাস
(গ) নানক
(ঘ) চৈতন্য মহাপ্রভু
উঃ (ক) ৰামানন্দ
যায়? প্ৰঃ কবীৰৰ সংকলিত বাণীসমূহক কি বুলি জনা
(ক) কবীৰ দোহা
(খ) কবীৰ বীজ
(গ) কবীৰ উপদেশ
(ঘ) কবীৰ পৱিত্ৰ কাব্য
উঃ (খ) কবীৰ বীজ
প্রঃ গুৰু নানকৰ জন্ম ক’ত হৈছিল?
(ক) দিল্লী
(খ) লাহোৰ

(গ) নানক নগৰ
(ঘ) অমৃতসৰ
উঃ (গ) নানক চাহিব
প্রঃ লিংগায়তসকল কোন দেৱতাৰ উপাসক?
(ক) বিষ্ণু
(খ) গণেশ
(গ) শিৱ
(ঘ) সূর্য
উঃ (গ) শির
প্রঃ খানকাহ কি?
(ক) যুজ্ঞ স্থান
(খ) হিন্দু উপাসনালয়
(গ) মুছলমান ধৰ্মগুৰুৰ আশ্রম
(ঘ) যুদ্ধক্ষেত্র
উঃ (গ) মুছলমান ধর্মগুৰুৰ আশ্রম
প্রঃ ‘ছিলছিলা’ শব্দৰ অৰ্থ কি?
(ক) শিকলি
(খ) যুদ্ধ
(গ) প্রেম
(ঘ) জ্ঞান
উঃ (ক) শিকলি
প্রঃ শিখসকলৰ ধৰ্ম গ্ৰন্থখনৰ নাম কি?
(ক) গীতা
(খ) কোৰান
(গ) গ্রন্থ চাহিব
(ঘ) বুদ্ধ চৰিত
উঃ (গ) গ্রন্থ চাহিব
প্রঃ ‘আইন-ই-আকবৰী’ কোনে ৰচনা কৰিছিল?
(ক) আবুল ফজল
(খ) বীৰবল
(গ) তানসেন
(ঘ) বাবৰ
উঃ (ক) আবুল ফজল
প্রঃ ভক্তি আন্দোলনৰ মূল নীতি কি আছিল?
(ক) জাতিভেদ মানি চলা
(খ) এক ঈশ্বৰবাদ
(গ) বহুদেরবাদ
(ঘ) বৈষ্ণৱ ধৰ্ম প্ৰচাৰ
উঃ (খ) এক ঈশ্বৰবাদ
প্রঃ ভক্তি আন্দোলনৰ অগ্রণী মহিলা সন্ত কোন আছিল?
(ক) মীৰাবাঈ
(গ) ৰজনী
(খ) লাল দেবী
(ঘ) চৈতন্য মহাপ্রভু

উঃ (ক) মীৰাবাঈ
প্রঃ শংকৰাচাৰ্য কোন ধৰ্মৰ প্ৰচাৰ কৰিছিল?
(ক) শৈর ধর্ম
(খ) বৈদান্তিক ধর্ম
(গ) বৈষ্ণৱ ধর্ম
(ঘ) শিখ ধর্ম
উঃ (খ) বৈদান্তিক ধর্ম
প্রঃ চৈতন্য মহাপ্রভুরে কোন দেৱতাৰ উপাসনা প্ৰচাৰ কৰিছিল?
(ক) শিৱ
(খ) বিষ্ণু
(গ) গণেশ
(ঘ) সূর্য
উঃ (খ) বিষ্ণু
প্রঃ ‘গুৰু গ্রন্থ চাহিব’ত কিমান গুৰুৰ বানী সন্নিবিষ্ট আছে?
(ক) ৫
(খ) ৬
(গ) ১০
(ঘ) ১১
উঃ (ঘ) ১১
প্রঃ ভক্তি আন্দোলনৰ প্ৰভাবত কোনটো নতুন ধর্ম উদ্ভৱ হৈছিল?
(ক) শিখ ধর্ম
(খ) বৌদ্ধ ধর্ম
(গ) জৈন ধর্ম
(ঘ) ইছলাম
উঃ (ক) শিখ ধর্ম
প্রঃ ‘ভক্তি’ শব্দৰ অর্থ কি?
(ক) ত্যাগ
(খ) ঈশ্বৰৰ প্ৰতি গভীৰ প্ৰেম
(গ) উপবাস
(ঘ) যজ্ঞ
উঃ (খ) ঈশ্বৰৰ প্ৰতি গভীৰ প্ৰেম
প্রঃ শিখ ধৰ্মৰ প্রতিষ্ঠাতা কোন?
(ক) গুৰু নানক
(খ) আকবৰ
(গ) কবীৰ
(ঘ) ৰামানন্দ
উঃ (ক) গুৰু নানক
প্রঃ শিখ ধৰ্মৰ শেষ গুৰু কোন আছিল?
(ক) গুৰু অঙ্গদ
(খ) গুৰু গোবিন্দ সিং
(গ) গুৰু অমৰ দাস
(ঘ) গুৰু অর্জুন
উঃ (খ) গুৰু গোবিন্দ সিং

প্রঃ কোন ভক্ত কবিয়ে ‘নিঃসর্বভক্তি’ৰ উপদেশ দিছিল?
(ক) কবীৰ
(খ) তুলসীদাস
(গ) ৰবিদাস
(ঘ) বিদ্যাসাগৰ
উঃ (ক) কবীৰ
প্রঃ তুলসীদাস কোন মহাকাব্যৰ ৰচক?
(ক) মহাভাৰত
(খ) ৰামচৰিত মানস
(গ) ভাগৱত গীতা
(ঘ) ৰামায়ণ
উঃ (খ) ৰামচৰিতমানস
প্রঃ মোগল সম্রাট আকবৰে কোনটো নতুন ধর্ম প্ৰচাৰ কৰিছিল?
(ক) শিখ ধর্ম
(খ) দীনে-ই-ইলাহি
(গ) সুফী ধর্ম
(ঘ) শৈর ধর্ম
উঃ (খ) দীনে-ই-ইলাহি
প্ৰঃ ‘নামঘৰ’ৰ প্ৰতিষ্ঠাতা কোন?
(ক) শংকৰদেৱ
(খ) মাধৱদেৱ
(গ) চৈতন্য মহাপ্রভু
(ঘ) কবীৰ
উঃ (ক) শংকৰদেৱ
প্রঃ অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মূল ব্যক্তি কোন?
(ক) শংকৰদেৱ
(খ) মাধৱদেৱ
(গ) কবীৰ
(ঘ) ৰবিদাস
উঃ (ক) শংকৰদেৱ
প্রঃ বৈষ্ণৱ ধৰ্মত কোনটো উপাসনা পদ্ধতি প্রধান?
(ক) যোগ সাধনা
(খ) নাম-কীর্তন
(গ) যজ্ঞ
(ঘ) প্রার্থনা
উঃ (খ) নাম-কীর্তন
প্রঃ ভক্তি আন্দোলনৰ সময়ত নিচলানন্দ কোন আছিল?
(ক) এক জন সুফী সাধু
(খ) এক জন শৈৱ সাধু
(গ) বৈষ্ণব সাধু
(ঘ) মোগল সম্রাট
উঃ (গ) বৈষ্ণৱ সাধু

প্রঃ শংকৰদেৱে কোন দেৱতাৰ উপাসনা প্ৰচাৰ কৰিছিল?
(ক) শিৱ
(খ) কৃষ্ণ
(গ) সূর্য
(ঘ) চন্দ্র
উঃ (খ) বিষ্ণু
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ভক্তি আন্দোলনৰ অগ্ৰণী মহিলা সন্ত কোন আছিল?
উঃ মীৰাবাঈ।
প্রঃ শংকৰাচাৰ্য কোন ধৰ্মৰ প্ৰচাৰ কৰিছিল?
উঃ বৈদান্তিক ধর্ম।
প্রঃ চৈতন্য মহাপ্রভুৱে কোন দেৱতাৰ উপাসনা প্ৰচাৰ কৰিছিল?
উঃ বিষ্ণু/কৃষ্ণ।
প্রঃ গুৰু গ্রন্থ চাহিবত কিমান গুৰুৰ বানী সন্নিৱিষ্ট আছে?
উঃ ১১ জন।
প্রঃ ভক্তি আন্দোলনৰ প্ৰভাবত কোনটো নতুন ধর্ম উদ্ভৱ হৈছিল?
উঃ শিখ ধর্ম।
প্ৰঃ ‘ভক্তি’ শব্দৰ অর্থ কি?
উঃ ঈশ্বৰৰ প্ৰতি গভীৰ প্ৰেম।
প্রঃ শিখ ধৰ্মৰ প্রতিষ্ঠাতা কোন?
উঃ গুৰু নানক।
প্রঃ শখ ধৰ্মৰ শেষ গুৰু কোন আছিল?
উঃ গুৰু গোবিন্দ সিং।
প্রঃ কোন ভক্ত কবিয়ে ‘নিঃসর্বভক্তি’ৰ উপদেশ দিছিল?
উঃ কবীৰ।
প্রঃ তুলসীদাস কোন মহাকাব্যৰ ৰচক?
উঃ ৰামচৰিতমানস।
প্ৰঃ মোগল সম্রাট আকবৰে কোনটো নতুন ধর্ম প্ৰচাৰ কৰিছিল?

উঃ দীনে-ই-ইলাহি।
প্ৰঃ ‘নামঘৰ’ৰ প্ৰতিষ্ঠাতা কোন?
উঃ শংকৰদেৱ।
প্ৰঃ অসমত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ মূল ব্যক্তি কোন?
উঃ শংকৰদেৱ।
প্রঃ বৈষ্ণৱ ধৰ্মত কোনটো উপাসনা পদ্ধতি প্রধান?
উঃ নাম-কীর্তন।
প্রঃ ভক্তি আন্দোলনৰ সময়ত নিচলানন্দ কোন আছিল?
উঃ বৈষ্ণব সাধু।
প্রঃ শংকৰদেৱে কোন দেৱতাৰ উপাসনা প্ৰচাৰ কৰিছিল?
উঃ কৃষ্ণ।
প্রঃ শংকৰাচাৰ্য কোনটো দৰ্শনৰ প্ৰসাৰ কৰিছিল?
উঃ অদ্বৈতবাদ।
প্রঃ কবীৰৰ প্ৰধান ধর্মীয় শিক্ষা কি আছিল?
উঃ সাম্যবাদ।
প্রঃ মীৰাবাঈ কোন দেৱতাৰ উপাসক আছিল?
উঃ শ্রীকৃষ্ণ।
প্রঃ ভক্তি আন্দোলনৰ প্রধান বৈশিষ্ট্য কি?
উঃ ঈশ্বৰৰ প্রতি নিঃস্বার্থ ভক্তি।
প্রঃ শিখ ধৰ্মৰ পৱিত্ৰ গ্ৰন্থখনৰ নাম কি?
উঃ গুৰু গ্ৰন্থ চাহিব।
প্রঃ কোন শিখ গুৰুৰ সময়ত শিখ ধৰ্মৰ সামৰিকীকৰণ হৈছিল?
উঃ গুৰু গোবিন্দ সিং।
প্রঃ শংকৰদেৱে কোন ভাষাত ভাগৱত ধৰ্ম প্ৰচাৰ কৰিছিল?
উঃ অসমীয়া।
প্রঃ মাধৱদেৱে কোন মহাকাব্য ৰচনা কৰিছিল?
উঃ নামঘোষা।
প্ৰঃ বৈষ্ণৱ ধৰ্মৰ প্ৰধান উদ্দেশ্য কি?
উঃ একেশ্বৰতাবাদ।

প্রঃ কবীৰে কোন ভাষাত তেওঁৰ ৰচনা লিখিছিল?
উঃ অর্ধ-হিন্দী।
প্রঃ গুরু নানকে শিখ ধৰ্মৰ প্ৰচাৰৰ বাবে কি স্থাপন কৰিছিল?
উঃ লংগৰ প্ৰথা।
প্রঃ চৈতন্য মহাপ্রভু কোন ঠাইত জন্মগ্রহণ কৰিছিল?
উঃ নরদ্বীপ।
প্রঃ শংকৰাচাৰ্যৰ জন্মস্থান ক’ত?
উঃ কেৰালাত।
প্রঃ শিখ ধর্মত কিমান গুৰু আছিল?
উঃ ১০ জন।
প্রঃ আকবৰে কোনটো ধর্মীয় সভা আৰম্ভকৰিছিল?
উঃ ইবাদতখানা।
প্রঃ শিখ ধৰ্মৰ গুৰু গোবিন্দ সিঙে কি সৃষ্টি কৰিছিল?
উঃ খালসা।
প্রঃ শংকৰদেৱৰ অন্যতম অনুগামী কোন আছিল?
উঃ মাধবদের।
প্রঃ কবীৰ কোনটো ধৰ্মৰ লোক আছিল?
উঃ তেওঁ ধর্মীয় ভেদাভেদ মানি নাছিল।
প্ৰঃ চৈতন্য মহাপ্ৰভুৰ দ্বাৰা প্ৰচাৰিত ধৰ্মটো কি আছিল?
উঃ গৌড়ীয় বৈষ্ণৱ ধর্ম।
প্রঃ তুলসীদাস কোন যুগৰ কবি আছিল?
উঃ মধ্যযুগ।
প্ৰঃ আকবৰ কোনটো ৰাজনৈতিক নীতি গ্রহণ কৰিছিল?
উঃ ধর্মীয় সহনশীলতা।
প্রঃ বৈষ্ণৱ ধৰ্মত কৃত্য কি?
উঃ হৰিনাম সংকীর্তন।

প্রঃ শিখ ধৰ্মৰ পৱিত্ৰ স্থান কোনটো?
উঃ অমৃতসৰ (গোল্ডেন টেম্পল)।
প্রঃ শংকৰাচাৰ্যৰ দ্বাৰা প্ৰতিষ্ঠিত চাৰি মঠৰ নাম কি?
উঃ জোশীমঠ, দ্বাৰকা, পুৰী, শৃঙ্গেৰী।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment