Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 History MCQ Chapter 4 চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য সাংস্কৃতিক বিকাশ খৃঃ পূঃ ৬০০-খৃঃ ৬০০

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক বুৰঞ্জী (ইতিহাস) বিষয়ৰ দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Chapter 4 চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য সাংস্কৃতিক বিকাশ খৃঃ পূঃ ৬০০-খৃঃ ৬০০, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 History MCQ Chapter 4 চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য সাংস্কৃতিক বিকাশ খৃঃ পূঃ ৬০০-খৃঃ ৬০০

ক-অংশ: প্রত্নতত্ত্ব, প্রাচীন ভাৰত বৰ্ষৰ স্থাপত্য, ভাস্কৰ্য আৰু অসম

অধ্যায়-৪

চিন্তাবিদসকল, বিশ্বাস আৰু স্থাপত্য সাংস্কৃতিক বিকাশ খৃঃ পূঃ ৬০০-খৃঃ ৬০০

বহু বিকল্পীধর্মী প্রশ্নোত্তৰ (MCQs)

প্ৰঃ বৌদ্ধ ধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি?
(ক) বেদ
(খ) মহাভাৰত
(গ) ত্রিপিটক (ঘ) ৰামায়ণ
উঃ (গ) ত্রিপিটক
প্রঃ ‘ত্রিপিটক’ শব্দৰ অৰ্থ কি?
(ক) তিনিটা পাত্র
(খ) তিনিটা পাঁচি
(গ) তিনিটা গ্রন্থ
(ঘ) তিনিটা দর্শন
উঃ (খ) তিনিটা পাঁচি
প্রঃ সাঁচিস্তূপ ক’ত অৱস্থিত?
(ক) দিল্লী
(খ) সাঁচী
(গ) অযোধ্যা
(ঘ) বৰানসি

উঃ (খ) সাঁচী
প্রঃ ত্রিপিটক কেইখন?
(ক) দুটা
(খ) চাৰি
(গ) তিনিখন
(ঘ) পাঁচখন
উঃ (গ) তিনিখন
প্রঃ সূত্র পিটকৰ মূল বিষয়বস্তু কি?
(ক) বুদ্ধদেৱৰ শিকনি
(খ) ধর্মীয় অনুশাসন
(গ) ৰাজনীতি
(ঘ) যুদ্ধনীতি
উঃ (ক) বুদ্ধদেৱৰ শিকনি
প্ৰঃ দুটা জটিল যজ্ঞৰ নাম কি?
(ক) অশ্বমেধ যজ্ঞ আৰু ৰাজসূয় যজ্ঞ
(খ) অগ্নিহোত্ৰ আৰু পুৰোহিত যজ্ঞ
(গ) ৰাজসূয় আৰু গণপতি যজ্ঞ
(ঘ) নৰমেধ আৰু বৰুণ যজ্ঞ
উঃ (ক) অশ্বমেধ যজ্ঞ আৰু ৰাজসূয় যজ্ঞ
প্রঃ অভিধর্ম পিটকৰ বিষয় কি?
(ক) সমাজতত্ত্ব
(খ) দার্শনিক তত্ত্ব
(গ) ৰাজনীতি
(ঘ) যুদ্ধ বিজ্ঞান
উঃ (খ) দার্শনিক তত্ত্ব
প্রঃ কৈলাশনাথ মন্দিৰ কাৰ নামত উছৰ্গিত?
(ক) বিষ্ণু
(খ) শির
(গ) বুদ্ধ
(ঘ) গণেশ
উঃ (খ) শির
প্রঃ সাঁচীস্তূপ সংৰক্ষণৰ বাবে কোনে অনুদান আগবঢ়াইছিল?
(ক) সম্রাট অশোক
(খ) চাহজাহান বেগম আৰু জেহান বেগম
(গ) আকবৰ
(ঘ) হিউৱেনচাং
উঃ (খ) চাহজাহান বেগম আৰু জেহান বেগম

প্রঃ বস্তুবাদ কাক কোৱা হয়?
(ক) আত্মাৰ ওপৰত বিশ্বাস
(খ) পাৰ্থিৱ বস্তুৰ ওপৰত গুৰুত্ব
(গ) কর্মত বিশ্বাস
(ঘ) ধর্মত বিশ্বাস
উঃ (খ) পার্থির বস্তুৰ ওপৰত গুৰুত্ব
প্রঃ নিয়তিবাদ বুলিলে কি বুজায়?
(ক) সকলো বস্তু নিৰ্ধাৰিত নহয়
(খ) সকলো ঘটনা পূর্বনির্ধাৰিত
(গ) ভাগ্যৰ কোনো প্রভাব নাই
(ঘ) কর্মই সকলো নিৰ্ধাৰণ কৰে
উঃ (খ) সকলো ঘটনা পূর্বনির্ধাৰিত
প্রঃ ‘দ্বীপবংশ’ পুথিখন কিহৰ ওপৰত লিখিত?
(ক) ভাৰতৰ ইতিহাস
(খ) শ্রীলংকাৰ ইতিহাস
(গ) চীন দেশৰ ইতিহাস
(ঘ) নেপালৰ ইতিহাস
উঃ (খ) শ্রীলংকাৰ ইতিহাস
প্রঃ জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন?
(ক) মহাবীৰ
(খ) বিষভ
(গ) বুদ্ধ
(ঘ) গৌতম
উঃ (খ) বিষভ
প্রঃ ‘তীর্থংকৰ’ কাক কোৱা হয়?
(ক) বৌদ্ধ ভিক্ষুকসকলক
(খ) জৈন ধৰ্মৰ প্ৰচাৰকসকলক
(গ) হিন্দু সাধুসকলক
(ঘ) আর্য সমাজৰ গুৰুসকলক
উঃ (খ) জৈন ধৰ্মৰ প্ৰচাৰকসকলক
প্ৰঃ মহাবীৰৰ জন্ম নাম কি?
(ক) সিদ্ধার্থ
(খ) বর্ধমান
(গ) ৰামানন্দ
(ঘ) আনন্দ
উঃ (খ) বর্ধমান
প্রঃ বৌদ্ধ ধৰ্মৰ কেইটা প্রধান শাখা আছে?
(ক) দুটি
(খ) চাৰি

(গ) পাঁচটা
(ঘ) তিনিটা
উঃ (ঘ) তিনিটা
প্রঃ মহাবীৰ কিমান নম্বৰ তীৰ্থংকৰ?
(ক) ২১ তম
(খ) ২৪ তম
(গ) ১৯ তম
(ঘ) ২২ তম
উঃ (খ) ২৪ তম
প্রঃ হিউৱেনচাং কিমান চনত ভাৰতলৈ আহিছিল?
(ক) ৬৩০ খ্রীষ্টাব্দ
(খ) ৭১০ খ্রীষ্টাব্দ
(গ) ৫২০ খ্রীষ্টাব্দ
(ঘ) ৮২০ খ্রীষ্টাব্দ
উঃ (ক) ৬৩০ খ্রীষ্টাব্দ
প্ৰঃ বুদ্ধদেৱৰ শৈশৱৰ নাম কি আছিল?
(ক) মহাবীৰ
(খ) ৰামানন্দ
(গ) সিদ্ধার্থ
(ঘ) আনন্দ
উঃ (গ) সিদ্ধার্থ
প্রঃ ‘বুদ্ধ’ শব্দৰ অৰ্থ কি?
(ক) মহাজ্ঞানী
(খ) মুনি
(গ) সাধু
(ঘ) গৃহস্থ
উঃ (ক) মহাজ্ঞানী
প্রঃ ‘নির্বাণ’ মানে কি?
(ক) স্বর্গ
(খ) পুনর্জন্ম
(গ) মুক্তি
(ঘ) ত্যাগ
উঃ (গ) মুক্তি
প্রঃ ‘থেৰী’ কাক কোৱা হৈছিল?
(ক) নৱবৌদ্ধক
(খ) সাধুসকলক
(গ) নির্বাণ লাভ কৰা মহিলাক
(ঘ) সংঘৰ প্ৰধানক
উঃ (গ) নির্বাণ লাভ কৰা মহিলাক
প্রঃ গর্ভগৃহ কাক বোলে?
(ক) ৰাজ্যসভাৰ ঠাই
(খ) ৰাজসভাৰ পৰা নির্দেশ প্রদানৰ স্থান
(গ) মন্দিৰৰ ভিতৰৰ পবিত্ৰ কোঠা
(ঘ) সন্ন্যাসীসকলৰ আশ্রম

উঃ (গ) মন্দিৰৰ ভিতৰৰ পবিত্ৰ কোঠা
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ বৌদ্ধ ধৰ্মৰ মূল গ্রন্থখন কি?
উঃ ত্রিপিটক।
প্রঃ ‘ত্রিপিটক’ শব্দৰ অৰ্থ কি?
উঃ তিনিটা গ্রন্থ।
প্রঃ সাঁচিস্তূপ ক’ত অৱস্থিত?
উঃ সাঁচীত।
প্রঃ ত্রিপিটক কেইখন?
উঃ তিনিখন।
প্ৰঃ সূত্র পিটকৰ মূল বিষয়বস্তু কি?
উঃ বুদ্ধদেৱৰ শিকনি।
প্রঃ দুটা জটিল যজ্ঞৰ নাম কি?
উঃ অশ্বমেধ যজ্ঞ আৰু ৰাজসূয় যজ্ঞ।
প্রঃ অভিধর্ম পিটকৰ বিষয় কি?
উঃ দার্শনিক তত্ত্ব।
প্রঃ কৈলাশনাথ মন্দিৰ কাৰ নামত উছৰ্গিত?
উঃ শির।
প্ৰঃ সাঁচীস্তূপ সংৰক্ষণৰ বাবে কোনে অনুদান আগবঢ়াইছিল?
উঃ চাহজাহান বেগম আৰু জেহান বেগম।
প্রঃ বস্তুবাদ কাক কোৱা হয়?
উঃ পার্থির বস্তুৰ ওপৰত গুৰুত্ব দিয়া ধাৰণা।
প্রঃ নিয়তিবাদ বুলিলে কি বুজায়?
উঃ সকলো ঘটনা পূর্বনির্ধাৰিত।
প্রঃ ‘দ্বীপবংশ’ পুথিখন কিহৰ ওপৰত লিখিত?
উঃ শ্রীলংকাৰ ইতিহাস।
প্রঃ জৈন ধৰ্মৰ প্ৰতিষ্ঠাপক কোন?
উঃ বিষভ।
প্রঃ ‘তীর্থংকৰ’ কাক কোৱা হয়?
উঃ জৈন ধৰ্মৰ প্ৰচাৰকসকলক।
প্ৰঃ মহাবীৰৰ জন্ম নাম কি?
উঃ বর্ধমান।

প্রঃ বৌদ্ধ ধৰ্মৰ কেইটা প্রধান শাখা আছে?
উঃ তিনিটা।
প্রঃ মহাবীৰ কিমান নম্বৰ তীৰ্থংকৰ?
উঃ ২৪ তম।
প্রঃ হিউৱেনচাং কিমান চনত ভাৰতলৈ আহিছিল?
উঃ ৬৩০ খ্রীষ্টাব্দ।
প্ৰঃ বুদ্ধদেৱৰ শৈশৱৰ নাম কি আছিল?
উঃ সিদ্ধার্থ।
প্রঃ ‘বুদ্ধ’ শব্দৰ অৰ্থ কি?
উঃ মহাজ্ঞানী।
প্রঃ ‘নির্বাণ’ মানে কি?
উঃ মুক্তি।
প্রঃ ‘থেৰী’ কাক কোৱা হৈছিল?
উঃ নির্বাণ লাভ কৰা মহিলাক।
প্রঃ গর্ভগৃহ কাক বোলে?
উঃ মন্দিৰৰ ভিতৰৰ পবিত্ৰ কোঠা।
প্রঃ বুদ্ধদেৱৰ জন্মস্থান ক’ত?
উঃ লুম্বিনী।
প্রঃ মহাবীৰ ক’ত মোক্ষ প্রাপ্ত কৰিছিল?
উঃ পাৱা নামে ঠাইত।
প্রঃ অশোক কোন বংশৰ সম্রাট আছিল?
উঃ মৌর্য বংশ।
প্রঃ মহাবীৰৰ প্ৰধান শিক্ষা কি আছিল?
উঃ অহিংসা।
প্রঃ ‘বিনয় পিটক’ত কি সন্নিবিষ্ট আছে?
উঃ ধর্মীয় অনুশাসন।
প্রঃ ‘মহাযান’ বৌদ্ধ ধৰ্মৰ কোন শাখা?
উঃ বৃহৎ শাখা।
প্রঃ ‘সাঁচীস্তূপ’ কোনে নিৰ্মাণ কৰিছিল?
উঃ সম্রাট অশোক।
প্ৰঃ বুদ্ধদেৱ কোন ৰাজবংশৰ অন্তৰ্গত আছিল?
উঃ শাক্য বংশ।
প্রঃ বৌদ্ধ সংঘত প্ৰৱেশৰ বাবে মূল চর্ত কি?

উঃ সংসাৰৰ মোহ ত্যাগ।
প্রঃ ‘মহাপৰিনির্বাণ’ বুলিলে কি বুজায়?
উঃ বুদ্ধদেৱৰ দেহাৱসান।
প্রঃ ‘ধম্মপদ’ কি?
উঃ বুদ্ধৰ উপদেশৰ সংকলন।
প্রঃ ‘বৈশাখী পূর্ণিমা’ কিয় গুৰুত্বপূর্ণ?
উঃ এই দিনাই বুদ্ধৰ জন্ম, নির্বাণ আৰু বোধিলাভহৈছিল।
প্রঃ ‘সংঘ’ শব্দৰ অৰ্থর্থ কি?
উঃ বৌদ্ধ ভিক্ষুসকলৰ সংগঠন।
প্রঃ জৈন ধর্মত কিমান ‘তপস্যা’ বিদ্যমান?
উঃ দ্বাদশ।
প্রঃ জৈন ধর্মত কিমান মূল নীতি আছে?
উঃ পাঁচটা।
প্রঃ ‘অহিংসা পৰম ধর্ম’ কোন ধৰ্মৰ মূলনীতি?
উঃ জৈন ধর্ম।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment