আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক বুৰঞ্জী (ইতিহাস) বিষয়ৰ দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Chapter 3 বন্ধুত্ব, জাতি আৰু শ্রেণী, প্ৰাৰম্ভিক সমাজ (খৃঃ পুঃ ৬০০-খৃঃ- ৬০০লৈ), পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।
Class 12 History MCQ Chapter 3 বন্ধুত্ব, জাতি আৰু শ্রেণী, প্ৰাৰম্ভিক সমাজ (খৃঃ পুঃ ৬০০-খৃঃ- ৬০০লৈ)
ক-অংশ: প্রত্নতত্ত্ব, প্রাচীন ভাৰত বৰ্ষৰ স্থাপত্য, ভাস্কৰ্য আৰু অসম
অধ্যায়-৩
বন্ধুত্ব, জাতি আৰু শ্রেণী, প্ৰাৰম্ভিক সমাজ (খৃঃ পুঃ ৬০০-খৃঃ- ৬০০লৈ)
বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)
প্ৰঃ মহাভাৰতৰ সমালোচনাত্মক সংস্কৰণ কাৰ
নেতৃত্বত আৰম্ভ হৈছিল?
(ক) পাণিনি
(খ) বিশাখাদত্ত
(গ) ভি. এচ. সুকথাঙ্কৰ
(ঘ) কালিদাস
উঃ (গ) ভি. এচ. সুকথাঙ্কৰ
প্ৰঃ মহাভাৰতৰ সমালোচনাত্মক সংস্কৰণ সম্পূর্ণ হ’বলৈ কিমান বছৰ লাগিছিল?
(ক) ৩০ বছৰ
(খ) ৪৭ বছৰ
(গ) ৫০ বছৰ
(ঘ) ২৫ বছৰ
উঃ (খ) ৪৭ বছৰ
প্রঃ ‘স্বজনীয়তা’ মানে কি?
(ক) আত্মীয়ৰ মাজৰ বন্ধন
(খ) ৰাজনৈতিক সম্পর্ক
(গ) বৈষ্ণৱ ধৰ্ম
(ঘ) বৌদ্ধ ধর্ম
উঃ (ক) আত্মীয়ৰ মাজৰ বন্ধন
প্রঃ ‘বর্হিৰিৱাহ’ শব্দৰ অৰ্থ কি?
(ক) নিজ গোত্ৰৰ ভিতৰত বিবাহ
(খ) পৰিয়ালৰ ভিতৰত বিবাহ
(গ) নিজ গোত্ৰৰ বাহিৰত বিবাহ
(ঘ) বৈষ্ণৱ বিবাহ
উঃ (গ) নিজ গোত্ৰৰ বাহিৰত বিবাহ
প্রঃ ‘মনুস্মৃতি’ কেতিয়া ৰচিত হৈছিল?
(ক) খ্রীঃ পূঃ ২০০ খ্রীঃ ২০০
(খ) খ্রীঃ পূঃ ৫০০ খ্রীঃ ১০০
(গ) খ্রীঃ পূঃ ১০০০ খ্রীঃ ৫০০
(ঘ) খ্রীঃ ২০০ খ্রীঃ ৫০০
উঃ (ক) খ্রীঃ পূঃ ২০০ – খ্রীঃ ২০০
প্রঃ ‘অর্চ বিবাহ’ মানে কি?
(ক) ৰাজনৈতিক বিবাহ
(খ) ধনৰ বিনিময় বিবাহ
(গ) সু-পুত্র লাভৰ বাবে কন্যা দান কৰা বিবাহ
(ঘ) গন্ধর্ব বিবাহ
উঃ (গ) সু-পুত্ৰ লাভৰ বাবে কন্যা দান কৰা বিবাহ
প্রঃ ভাৰতত গোত্র পদ্ধতি কেতিয়া আৰম্ভহৈছিল?
(ক) খ্রীঃ পূঃ ১০০০ মানৰ পৰা
(খ) খ্ৰীঃ পূঃ ৫০০ মানৰ পৰা
(গ) খ্ৰীঃ পূঃ ২০০০ মানৰ পৰা
(ঘ) খ্রীঃ পূঃ ১৫০০ মানৰ পৰা
উঃ (ক) খ্রীঃ পূঃ ১০০০ মানৰ পৰা
প্রঃ ‘পুতা’ শব্দৰ অৰ্থ কি?
(ক) আত্মীয়
(খ) দাস
(গ) পুত্র
(ঘ) পিতৃ
উঃ (গ) পুত্র
প্রঃ ‘জাতি’ শব্দটো কোনে প্রথম ব্যৱহাৰ কৰিছিল?
(ক) ইংৰাজসকলে
(খ) পাচীসকলে
(গ) পর্তুগীজসকলে
(ঘ) মুঘলসকলে
উঃ (গ) পর্তুগীজসকলে
প্রঃ মৌর্য শাসকসকলক ব্রাহ্মণ্য সাহিত্যত কি বংশজাত বুলি উল্লেখ কৰা হৈছে?
(ক) উচ্চ বংশজাত
(খ) সাধাৰণ বা নিম্ন বংশজাত
(গ) ক্ষত্রিয় বংশজাত
(ঘ) শূদ্র বংশজাত
উঃ (খ) সাধাৰণ বা নিম্ন বংশজাত
প্ৰঃ মধ্য এচিয়াৰ পৰা অহা শকসকলক কি জাতি বুলি ব্রাহ্মণসকলে নামাকৰণ কৰিছিল?
(ক) ক্ষত্রিয়
(খ) দাস
(গ) ম্লেছ (বৰ্বৰ বা বিদেশী)
(ঘ) বৈশ্য
উঃ (গ) ম্লেছ (বৰ্বৰ বা বিদেশী)
প্ৰঃ ‘মৃচ্ছকটিকা’ গ্ৰন্থখনৰ ৰচক কোন?
(ক) কালিদাস
(খ) শূদ্রক
(গ) বিশাখাদত্ত
(ঘ) ভাস
উঃ (খ) শূদ্রক
প্রঃ হিড়িম্বাক কোনে বিয়া কৰাইছিল?
(ক) অর্জুন
(খ) ভীম
(গ) যুধিষ্ঠিৰ
(ঘ) দ্রোণাচার্য
উঃ (খ) ভীম
প্রঃ ব্রাহ্মণ্য গ্রন্থ অনুসৰি ‘ৰাক্ষস’ বুলিলে কাক কোৱা হৈছিল?
(ক) যোদ্ধাসকল
(খ) ধর্মগুৰুসকল
(গ) বৰ্ণ ব্যবস্থাৰ বাহিৰৰ লোকসকল
(ঘ) ৰাজকীয় পৰিয়ালৰ লোকসকল
উঃ (গ) বৰ্ণ ব্যবস্থাৰ বাহিৰৰ লোকসকল
প্রঃ ‘মনুস্মৃতি’ অনুসৰি কোনসকল ব্যক্তিক ‘চণ্ডাল’ বুলি কোৱা হৈছিল?
(ক) ৰাজকীয় পৰিয়ালৰ সদস্য
(খ) মৃতদেহ সৎকাৰ কৰা লোকসকল
(গ) ব্রাহ্মণসকল
(ঘ) যোদ্ধাসকল
উঃ (খ) মৃতদেহ সৎকাৰ কৰা লোকসকল
প্রঃ দ্রৌপদী কোন আছিল?
(ক) কৌৰৱসকলৰ মাতৃ
(খ) যুধিষ্ঠিৰৰ একমাত্ৰ পত্নী
(গ) দ্রুপদৰ কন্যা, যাক পঞ্চপাণ্ডবে বিয়া কৰিছিল
(ঘ) কৃষ্ণৰ ভগ্নী
উঃ (গ) দ্রুপদৰ কন্যা, যাক পঞ্চপাণ্ডবে বিয়া কৰিছিল
প্রঃ বহুপতি গ্ৰহণ কৰা প্রথা এতিয়াও ক’ত চলিত আছে?
(ক) দক্ষিণ ভাৰতত
(খ) হিমালয় অঞ্চলৰ কিছু অংশত
(গ) পশ্চিম ভাৰতত
(ঘ) বাংলাদেশত
উঃ (খ) হিমালয় অঞ্চলৰ কিছু অংশত
প্রঃ ‘অষ্টাধ্যায়ী’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
(ক) কালিদাস
(খ) ভাস
(গ) পাণিনি
(ঘ) বিশাখাদত্ত
উঃ (গ) পাণিনি
প্রঃ ‘সুশ্রুত সংহিতা’ কেতিয়া ৰচিত হৈছিল?
(ক) ১০০ খ্রীঃ পূঃ
(খ) ৫০০ খ্রীঃ পূঃ
(গ) ২০০ খ্রীঃ পূঃ
(ঘ) ১০০ খ্রীঃ
উঃ (ক) ১০০ খ্রীঃ পূঃ
প্রঃ মহাভাৰতত কিমান শ্লোক আছে?
(ক) ৫০,০০০
(খ) ১,০০,০০০
(গ) ৭৫,০০০
(ঘ) ২৫,০০০
উঃ (খ) ১,০০,০০০ প্রঃ দ্রোণাচার্য কোন আছিল?
(ক) একলব্যৰ পিতা
(খ) পাণ্ডৱ আৰু কৌৰৱসকলৰ শিক্ষা গুৰু
(গ) মহাভাৰতৰ সেনাপতি
(ঘ) অশ্বত্থামাৰ পিতা
উঃ (খ) পাণ্ডৱ আৰু কৌৰৱসকলৰ শিক্ষা গুৰু প্রঃ একলব্য কোন আছিল?
(ক) দ্রোণাচাৰ্যৰ শিষ্য
(খ) এজন ব্যাধৰ পুত্র
(গ) ভীমৰ ভাতৃ
(ঘ) অশ্বত্থামাৰ বন্ধু
উঃ (খ) এজন ব্যাধৰ পুত্ৰ
প্রঃ ঘটোৎকচ কোন আছিল?
(ক) কৃপাচাৰ্যৰ পুত্ৰ
(খ) যুধিষ্ঠিৰৰ পুত্ৰ
(গ) ভীম আৰু হিড়িম্বাৰ পুত্ৰ
(ঘ) কৰ্ণৰ পুত্ৰ
উঃ (গ) ভীম আৰু হিড়িম্বাৰ পুত্ৰ
প্রঃ মাতঙ্গ কোন আছিল?
(ক) এজন বৈশ্য
(খ) এজন চণ্ডালৰ পুত্ৰ
(গ) অশ্বত্থামাৰ সহোদৰ
(ঘ) কৃষ্ণৰ শিষ্য
উঃ (খ) এজন চণ্ডালৰ পুত্ৰ
প্ৰঃ চণ্ডালসকলৰ মূল দায়িত্ব কি আছিল?
(ক) পূজা-অর্চনা কৰা
(খ) যুদ্ধ কৰা
(গ) অন্তেষ্টিক্রিয়া সম্পন্ন কৰা
(ঘ) কৃষিকার্য কৰা
উঃ (গ) অন্তেষ্টিক্রিয়া সম্পন্ন কৰা
প্রঃ ‘স্ত্রীধন’ মানে কি?
(ক) মহিলাৰ উপার্জিত ধন
(খ) বিবাহৰ সময়ত উপহাৰ স্বৰূপে পোৱা ধন
(গ) ৰাজকোষৰ ধন
(ঘ) কৃষকৰ মজুৰি
উঃ (খ) বিবাহৰ সময়ত উপহাৰ স্বৰূপে পোৱা
ধন
প্রঃ মহাভাৰতৰ কাহিনী মূলত কিমান ভাগত ভাগ কৰা হয়?
(ক) এটি
(খ) তিনি
(গ) চাৰি
(ঘ) দুই
উঃ (ঘ) দুই
প্রঃ অশ্বত্থামা কোন আছিল?
(ক) কৃপাচাৰ্যৰ পুত্ৰ
(খ) কৰ্ণৰ শিষ্য
(গ) যুধিষ্ঠিৰৰ পুত্ৰ
(ঘ) ভগৱান কৃষ্ণৰ সেনাপতি
উঃ (ক) কৃপাচাৰ্যৰ পুত্ৰ
প্রঃ ব্রাহ্মাণসকলৰ মূল দায়িত্ব কি আছিল?
(ক) যুদ্ধ কৰা
(খ) ধর্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰা
(গ) বাণিজ্য কৰা
(ঘ) ৰাজনীতি কৰা
উঃ (খ) ধর্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰা
প্রঃব্রাহ্মণসকলে সমাজত কিদৰে নিজকে স্থাপন কৰিছিল?
(ক) যুদ্ধ বিজয় কৰি
(খ) শাসকসকলৰ সহায় লই
(গ) ধর্মীয় গ্রন্থ ৰচনা কৰি
(ঘ) কৃষি আৰু ব্যৱসায় কৰি
উঃ (গ) ধর্মীয় গ্রন্থ ৰচনা কৰি
প্ৰঃ ‘মনুস্মৃতি’ৰ মতে ৰজাৰ মৃত্যুৰ পিছত সম্পত্তি কেনেদৰে ভাগ হয়?
(ক) ৰাজকোষত জমা হয়
(খ) সকলোৱে সমানে পায়
(গ) জ্যেষ্ঠ পুত্রই সন্মানজনক ভাগ অধিক পায়
(ঘ) কন্যা সন্তানহে পায়
উঃ (গ) জ্যেষ্ঠ পুত্রই সন্মানজনক ভাগ অধিক
পায়
প্রঃ যজ্ঞ কেনেদৰে পালন কৰা হৈছিল?
(ক) সকলো মিলি খাদ্য গ্রহণ কৰি
(খ) এক বিশেষ বৈদিক আচাৰ-অনুষ্ঠান কৰি
(গ) যুদ্ধৰ পূৰ্বে সেনাসকলৰ প্ৰশিক্ষণ দি
(ঘ) ৰাজসভাত বিতৰ্ক কৰি
উঃ (খ) এক বিশেষ বৈদিক আচাৰ-অনুষ্ঠান কৰি
প্রঃ গৌতম বুদ্ধৰ মতে অষ্টমাৰ্গৰ ভিতৰত কোনটো নাই?
(ক) সৎ বাক্য
(খ) সৎ দর্শন
(গ) সৎ ধন
(ঘ) সৎ প্রতিজ্ঞা
উঃ (গ) সৎ ধন
প্ৰঃ মহাবীৰৰ অন্যতম বাণী কি?
(ক) দান কৰা উচিত
(খ) সত্য কথা কোৱা
(গ) যুদ্ধে জয়লাভ কৰিব লাগিব
(ঘ) ধন-সম্পত্তি আহৰণ কৰা উচিত
উঃ (খ) সত্য কথা কোৱা
প্রঃ মহাভাৰত এজন লিখকে লিখিছিল নে?
(ক) হয়
(খ) নহয়
(গ) নিশ্চিত নহয়
(ঘ) কোনো তথ্য নাই
উঃ (খ) নহয়
প্রঃ চীনা যাত্ৰীৰ মতে ভাৰতত চণ্ডালসকলৰ অৱস্থা কেনেকুৱা আছিল?
(ক) উচ্চবৰ্ণৰ সমান
(খ) সমাজৰ নিম্ন শ্রেণী
(গ) ৰাজসন্তানৰ নিচিনা
(ঘ) ৰাজনৈতিক নেতাৰ নিচিনা
উঃ (খ) সমাজৰ নিম্ন শ্রেণী
প্রঃ ভাৰতীয় ধর্মসূত্ৰসমূহে কিমান বৰ্ণৰ আদৰ্শ নিদ্ধাৰণ কৰিছিল?
(ক) দুই
(খ) চাৰি
(গ) পাঁচ
(ঘ) তিনি
উঃ (খ) চাৰি
প্ৰঃ মনুস্মৃতি অনুসৰি নাৰীয়ে সম্পত্তি কেনেকৈ লাভ কৰিছিল?
(ক) নিজে উপাৰ্জন কৰি
(খ) পিতৃ, ভাতৃ, স্বামীৰ পৰা
(গ) ৰাজসাহায্য পায়
(ঘ) যুদ্ধত জয়ী হৈ
উঃ (খ) পিতৃ, ভাতৃ, স্বামীৰ পৰা
প্রঃ বুৰঞ্জী বুলিলে কি বুজা?
(ক) ধর্মীয় গ্রন্থ
(খ) ক্রমিকভাৱে লিখা ইতিহাস
(গ) যাত্রাসংক্রান্ত কিতাপ
(ঘ) ৰাজনীতিবিদৰ কিতাপ
উঃ (খ) ক্রমিকভাবে লিখা ইতিহাস
প্রঃ মনুস্মৃতি অনুসৰি শূদ্ৰসকলৰ দায়িত্ব কি আছিল?
(ক) ৰাজনীতি কৰা
(খ) ব্রাহ্মণসকলৰ সেৱা কৰা
(গ) যুদ্ধত যোগদান কৰা
(ঘ) ব্যাবসা কৰা
উঃ (খ) ব্রাহ্মণসকলৰ সেৱা কৰা
প্ৰঃ ধৰ্মসূত্ৰৰ মতে ক্ষত্রিয়সকলৰ মূল কৰ্তব্য কি আছিল?
(ক) যজ্ঞ সম্পন্ন কৰা
(খ) শাসন আৰু যুদ্ধ
(গ) পশুপালন
(ঘ) বাণিজ্য কৰা
উঃ (খ) শাসন আৰু যুদ্ধ
প্ৰঃ মহাভাৰতত প্ৰাৰম্ভিক শ্লোকৰ সংখ্যা কিমান আছিল?
(ক) ১০,০০০
(খ) ৫০,০০০
(গ) ১,০০,০০০
(ঘ) ৫,০০০
উঃ (ক) ১০,০০০
প্রঃ ফাহিয়েন কোন আছিল?
(ক) এজন চীনা পর্যটক
(খ) মহাভাৰতৰ লেখক
(গ) এজন ভাৰতীয় সম্রাট
(ঘ) অশোকৰ পুত্ৰ
উঃ (ক) এজন চীনা পর্যটক
অতি চমু প্রশ্নোত্তৰ (VSA)
প্ৰঃ মহাভাৰতৰ সমালোচনাত্মক সংস্কৰণ কাৰ নেতৃত্বত আৰম্ভ হৈছিল?
উঃ ভি. এচ. সুকথাঙ্কৰ।
প্ৰঃ মহাভাৰতৰ সমালোচনাত্মক সংস্কৰণ সম্পূর্ণ হ’বলৈ কিমান বছৰ লাগিছিল?
উঃ ৪৭ বছৰ।
প্রঃ ‘স্বজনীয়তা’ মানে কি?
উঃ আত্মীয়ৰ মাজৰ বন্ধন।
প্রঃ ‘বর্হিৰিৱাহ’ শব্দৰ অৰ্থ কি?
উঃ নিজ গোত্ৰৰ বাহিৰত বিবাহ।
প্রঃ ‘মনুস্মৃতি’ কেতিয়া ৰচিত হৈছিল?
উঃ খ্রীঃ পূঃ ২০০ – খ্রীঃ ২০০।
প্রঃ ‘অর্চ বিবাহ’ মানে কি?
উঃ সু-পুত্ৰ লাভৰ বাবে কন্যা দান কৰা বিবাহ।
প্রঃ ভাৰতত গোত্র পদ্ধতি কেতিয়া আৰম্ভহৈছিল?
উঃ খ্রীঃ পূঃ ১০০০ মানৰ পৰা।
প্রঃ ‘পুতা’ শব্দৰ অৰ্থ কি?
উঃ পুত্র।
প্রঃ ‘জাতি’ শব্দটো কোনে প্রথম ব্যৱহাৰ কৰিছিল?
উঃ পর্তুগীজসকলে।
প্রঃ মৌর্য শাসকসকলক ব্রাহ্মণ্য সাহিত্যত কি বংশজাত বুলি উল্লেখ কৰা হৈছে?
উঃ সাধাৰণ বা নিম্ন বংশজাত।
প্ৰঃ মধ্য এচিয়াৰ পৰা অহা শকসকলক কি জাতি বুলি ব্রাহ্মণসকলে নামাকৰণ কৰিছিল?
উঃ স্লেছ (বৰ্বৰ বা বিদেশী)।
প্রঃ ‘মৃচ্ছকটিকা’ গ্ৰন্থখনৰ ৰচক কোন?
উঃ শূদ্রক।
প্রঃ হিড়িম্বাক কোনে বিয়া কৰাইছিল?
উঃ ভীম।
প্ৰঃ ব্রাহ্মণ্য গ্রন্থ অনুসৰি ‘ৰাক্ষস’ বুলিলে কাক কোৱা হৈছিল?
উঃ বৰ্ণ ব্যবস্থাৰ বাহিৰৰ লোকসকল।
প্রঃ ‘মনুস্মৃতি’ অনুসৰি কোনসকল ব্যক্তিক ‘চণ্ডাল’ বুলি কোৱা হৈছিল?
উঃ মৃতদেহ সৎকাৰ কৰা লোকসকল।
প্রঃ দ্রৌপদী কোন আছিল?
উঃ দ্রুপদৰ কন্যা, যাক পঞ্চপাণ্ডবে বিয়া কৰিছিল।
প্রঃ বহুপতি গ্ৰহণ কৰা প্রথা এতিয়াও ক’ত চলিত আছে?
উঃ হিমালয় অঞ্চলৰ কিছু অংশত।
প্রঃ ‘অষ্টাধ্যায়ী’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
উঃ পাণিনি।
প্রঃ ‘সুশ্রুত সংহিতা’ কেতিয়া ৰচিত হৈছিল?
উঃ ১০০ খ্রীঃ পূঃ।
প্রঃ মহাভাৰতত কিমান শ্লোক আছে?
উঃ ১,০০,০০০।
প্রঃ দ্রোণাচার্য কোন আছিল?
উঃ পাণ্ডৱ আৰু কৌৰৱসকলৰ শিক্ষা গুৰু।
প্রঃ একলব্য কোন আছিল?
উঃ এজন ব্যাধৰ পুত্র।
প্রঃ ঘটোৎকচ কোন আছিল?
উঃ ভীম আৰু হিড়িম্বাৰ পুত্র।
প্রঃ মাতঙ্গ কোন আছিল?
উঃ এজন চণ্ডালৰ পুত্র।
প্ৰঃ চণ্ডালসকলৰ মূল দায়িত্ব কি আছিল?
উঃ অন্তেষ্টিক্রিয়া সম্পন্ন কৰা।
প্রঃ ‘স্ত্রীধন’ মানে কি?
উঃ বিবাহৰ সময়ত উপহাৰ ৰূপে পোৱা ধন।
প্ৰঃ মহাভাৰতৰ কাহিনী মূলত কিমান ভাগত ভাগ কৰা হয়?
উঃ দুই।
প্রঃ অশ্বত্থামা কোন আছিল?
উঃ কৃপাচাৰ্যৰ পুত্র।
প্ৰঃ ব্রাহ্মণসকলৰ মূল দায়িত্ব কি আছিল?
উঃ ধর্মীয় আচাৰ-অনুষ্ঠান সম্পন্ন কৰা।
প্রঃব্রাহ্মণসকলে সমাজত কিদৰে নিজকে স্থাপন কৰিছিল?
উঃ ধৰ্মীয় গ্রন্থ ৰচনা কৰি।
প্ৰঃ ‘মনুস্মৃতি’ৰ মতে ৰজাৰ মৃত্যুৰ পিছত সম্পত্তি কেনেদৰে ভাগ হয়?
উঃ জ্যেষ্ঠ পুত্রই সন্মানজনক ভাগ অধিক পায়।
প্রঃ যজ্ঞ কেনেদৰে পালন কৰা হৈছিল?
উঃ এক বিশেষ বৈদিক আচাৰ-অনুষ্ঠান কৰি।
প্রঃ গৌতম বুদ্ধৰ মতে অষ্টমাৰ্গৰ ভিতৰত কোনটো নাই?
উঃ সৎ ধন।
প্ৰঃ মহাবীৰৰ অন্যতম বাণী কি?
উঃ সত্য কথা কোৱা।
প্রঃ মহাভাৰত এজন লিখকে লিখিছিল নে?
উঃ নহয়।
প্রঃ চীনা যাত্ৰীৰ মতে ভাৰতত চণ্ডালসকলৰ অবস্থা কেনেকুৱা আছিল?
উঃ সমাজৰ নিম্ন শ্রেণী।
প্রঃ ভাৰতীয় ধর্মসূত্ৰসমূহে কিমান বৰ্ণৰ আদৰ্শ নিদ্ধাৰণ কৰিছিল?
উঃ চাৰি।
প্রঃ মনুস্মৃতি অনুসৰি নাৰীয়ে সম্পত্তি কেনেকৈ লাভ কৰিছিল?
উঃ পিতৃ, ভাতৃ, স্বামীৰ পৰা।
প্রঃ বুৰঞ্জী বুলিলে কি বুজা?
উঃ ক্রমিকভাবে লিখা ইতিহাস।
প্রঃ ‘গন্ধর্ব বিবাহ’ মানে কি?
উঃ পৰস্পৰৰ স্বীকৃতিৰ ভিত্তিত বিবাহ।
