Join WhatsApp

Join Now

Join Telegram

Join Now

Class 12 History MCQ Chapter 2 ৰজা, কৃষক আৰু নগৰসমূহ, প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা খৃঃ পূঃ ৬০০ খৃঃ ৬০০

By Rabbi Masrur

Published On:

আপুনি যদি উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিক বুৰঞ্জী (ইতিহাস) বিষয়ৰ দ্বাদশ শ্ৰেণীৰ Class 12 History MCQ Chapter 2 ৰজা, কৃষক আৰু নগৰসমূহ, প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা খৃঃ পূঃ ৬০০ খৃঃ ৬০০, পাঠটিৰ নোট বা সহায়িকা বিচাৰি আছে, তেন্তে এই লিখনি আপোনাৰ বাবে। ইয়াত পাঠভিত্তিকক পশ্নসমূহৰ সমাধানৰ লগতে সম্ভাব্য অতিৰিক্ত প্ৰশ্নৰো সমাধান দিয়া হৈছে।

Class 12 History MCQ Chapter 2 ৰজা, কৃষক আৰু নগৰসমূহ, প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা খৃঃ পূঃ ৬০০ খৃঃ ৬০০

ক-অংশ: প্রত্নতত্ত্ব, প্রাচীন ভাৰত বৰ্ষৰ স্থাপত্য, ভাস্কৰ্য আৰু অসম

অধ্যায়-২

ৰজা, কৃষক আৰু নগৰসমূহ, প্ৰাৰম্ভিক ৰাজ্য আৰু অৰ্থব্যৱস্থা খৃঃ পূঃ ৬০০ খৃঃ ৬০০

বহু বিকল্পধর্মী প্রশ্নোত্তৰ (MCQ)

প্রঃ’অর্থশাস্ত্র’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
(ক) চাণক্য
(খ) মেগাস্থেনিছ
(গ) কৌটিল্য
(ঘ) অশোক
উঃ (গ) কৌটিল্য
প্ৰঃ মগধৰ প্ৰাৰম্ভিক ৰাজধানীখন কি আছিল?
(ক) পাটলিপুত্র
(খ) ৰাজগৃহ
(গ) তক্ষশিলা
(ঘ) কোশল
উঃ (খ) ৰাজগৃহ

প্রঃ ‘ইণ্ডিকা’ গ্রন্থখন কোনে লিখিছিল?
(ক) প্লুটার্ক
(খ) হেৰোডোটাছ
(গ) মেগাস্থেনিছ
(ঘ) স্ট্রাবো
উঃ (গ) মেগাস্থেনিছ
প্ৰঃ ভাৰতৰ প্ৰাচীন ইতিহাস অধ্যয়নৰ অন্যতম মূল উৎস কি?
(ক) ভাস্কর্য
(খ) লিপি
(গ) গ্রন্থ
(ঘ) মুদ্রা
উঃ (খ) লিপি
প্রঃ ক’ত পিয়াদর্শ উপাধি লাভ কৰা ৰজা আছিল?
(ক) চন্দ্রগুপ্ত মৌর্য
(খ) অশোক
(গ) সমুদ্রগুপ্ত
(ঘ) কনিষ্ক
উঃ (খ) অশোক
প্রঃ ‘মেগালিথ’ মানে কি?
(ক) এটা শিলৰ নিৰ্মাণ
(খ) বহল শিলৰ গাঁথনি
(গ) এটি ৰাজকীয় স্তম্ভ
(ঘ) প্রাচীন নগৰ
উঃ (খ) বহল শিলৰ গাঁথনি
প্রঃ কোনে সুদর্শন হ’দ নিৰ্মাণ কৰিছিল?
(ক) মৌর্য যুগৰ এজন প্রশাসকে
(খ) অশোক
(গ) চন্দ্রগুপ্ত মৌর্য
(ঘ) ৰুদ্র দমন
উঃ (ক) মৌর্য যুগৰ এজন প্রশাসকে
প্রঃ অশোকৰ অধিকাংশ লিপি কোন ভাষাত লিখা হৈছিল?
(ক) সংস্কৃত
(খ) পালি
(গ) প্রাকৃত
(ঘ) তামিল
উঃ (গ) প্রাকৃত
প্রঃ ‘পেৰিপ্লাছ অৱ দ্য ইৰিথ্রিয়ান’ গ্রন্থখন কোনে লিখিছিল?
(ক) এক গ্রীক নাৱিক

(খ) প্লুটো
(গ) জেমছ প্রিন্সেপ
(ঘ) কৌটিল্য
উঃ (ক) এক গ্রীক নাৱিক
প্ৰঃ খাৰোষ্ঠী লিপিৰ পাঠোদ্ধাৰ কোনে কৰিছিল?
(ক) ফাহিয়েন
(খ) হিউৱেন চাঙ
(গ) মেগাস্থেনিছ
(ঘ) জেমছ প্রিন্সেপ
উঃ (ঘ) জেমছ প্রিন্সেপ
প্রঃ ব্রাহ্মী লিপিৰ পাঠোদ্ধাৰ কোনে কৰিছিল?
(ক) জেমছ প্রিন্সেপ
(খ) আলবেনি
(গ) কলহন
(ঘ) বানভট্ট
উঃ (ক) জেমছ প্রিন্সেপ
প্রঃ কোন ৰাজবংশে প্রথম সোণৰ মুদ্ৰাৰ প্ৰচলন কৰিছিল?
(ক) মৌর্য
(খ) গুপ্ত
(গ) কুশান
(ঘ) পাল
উঃ (গ) কুশান
প্রঃ মৌর্য সাম্রাজ্য কিমান বছৰ স্থায়ী হৈছিল?
(ক) ১০০ বছৰ
(খ) ১৫০ বছৰ
(গ) ২০০ বছৰ
উঃ (খ) ১৫০ বছৰ
(ঘ) ২৫০ বছৰ
প্রঃ ‘দেৱতাৰ সজাতি’ উপাধি কোনে গ্রহণ কৰিছিল?
(ক) অশোক
(খ) চন্দ্রগুপ্ত মৌর্য
(গ) কনিষ্ক
(ঘ) সমুদ্রগুপ্ত
উঃ (গ) কনিষ্ক
প্রঃ পাটলিপুত্র নগৰখন কেনেদৰে গঠিত হৈছিল?
(ক) এটি সৰু গাঁওৰ পৰা
(খ) এটি প্রাচীন ৰাজধানী
(গ) এটি সাম্রাজ্যিক দূর্গ
(ঘ) এক গ্রীক উপনিবেশ
উঃ (ক) এটি সৰু গাঁওৰ পৰা
প্রঃ দ্বিতীয় চন্দ্ৰগুপ্তৰ কন্যাৰ নাম কি?

(ক) কৌটিল্যা
(খ) প্রভাৱতী গুপ্তা
(গ) কৌশাম্বী
(ঘ) যশোধর্মা
উঃ (খ) প্রভাৱতী গুপ্তা
প্রঃ মৌর্য সাম্রাজ্য কেতিয়া পতন হৈছিল?
(ক) খ্রীষ্টপূর্ব ২০০
(খ) খ্রীষ্টপূর্ব ১৮৫
(গ) খ্রীষ্টপূর্ব ১৫০
(ঘ) খ্রীষ্টপূর্ব ১০০
উঃ (খ) খ্রীষ্টপূর্ব ১৮৫
প্রঃ গুপ্ত সাম্রাজ্য কোন বছৰত স্থাপন হৈছিল?
(ক) ২০০ খ্রীঃ
(খ) ৩২০ খ্রীঃ
(গ) ৪০০ খ্রীঃ
(ঘ) ৫০০ খ্রীঃ
উঃ (খ) ৩২০ খ্রীঃ
প্রঃ ষোল্লখন মহাজনপদৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাজ্যখন কোন আছিল?
(ক) কোশল
(খ) মগধ
(গ) পাঞ্চাল
(ঘ) অবন্তী
উঃ (খ) মগধ
প্ৰঃ মৌৰ্যসকলৰ পাছত কোন দুটি ৰাজবংশ ক্ষমতালাভ কৰিছিল?
(ক) শুংগ আৰু কাম্ব
(খ) পাল আৰু সেন
(গ) গুপ্ত আৰু সাতৱাহন
(ঘ) কুশান আৰু শক
উঃ (ক) শুংগ আৰু কাম্ব
প্রঃ মৌৰ্যসকলৰ সিংহাসন কেৱল পৰিয়ালৰ ভিতৰত থাকিব বুলি ক’ত লিখা আছে?
(ক) অর্থশাস্ত্র
(খ) ইণ্ডিকা
(গ) মহাভাৰত
(ঘ) মনুস্মৃতি
উঃ (ঘ) মনুস্মৃতি
প্ৰঃ পাটলিপুত্ৰ নগৰৰ ৰাজনৈতিক সুৰক্ষা কি দৰে আছিল?
(ক) প্রাকৃতিক পাহাৰেৰে
(খ) পানীখেৰণেৰে
(গ) সৈন্য বাহিনীৰ প্ৰহৰাৰে
(ঘ) উচ্চ প্রাচীৰেৰে

উঃ (ঘ) উচ্চ প্রাচীৰেৰে
প্রঃ গুপ্ত সম্রাট সমুদ্রগুপ্তৰ ৰাজসভাৰ কবিজন কোন আছিল?
(ক) কৌটিল্য
(খ) বাণভট্ট
(গ) হৰিসেন
(ঘ) কালিদাস
উঃ (গ) হৰিসেন
প্রঃ ‘মৃচ্ছকটিকা’ গ্রন্থখন কোনে লিখিছিল?
(ক) শূদ্রক
(খ) কালীদাস
(গ) বনভট্ট
(ঘ) বিষ্ণুগুপ্ত
উঃ (ক) শূদ্রক
প্রঃ এলাহাবাদ শিলালিপি কোনৰ বিষয়ে লিখা?
(ক) সমুদ্রগুপ্ত
(খ) অশোক
(গ) বিক্রমাদিত্য
(ঘ) হর্ষবর্ধন
উঃ (ক) সমুদ্রগুপ্ত
প্রঃ যোল্লখন মহাজনপদৰ ভিতৰত গণসংঘীয় ৰাজ্য কোনখন আছিল?
(ক) মল্ল
(খ) মগধ
(গ) কোশল
(ঘ) অবন্তী
উঃ (ক) মল্ল
প্রঃ ‘সংগম সাহিত্য’ কোন ৰাজ্যৰ লগত জড়িত?
(ক) উত্তৰ ভাৰত
(খ) দাক্ষিণাত্য
(গ) পশ্চিম ভাৰত
(ঘ) মধ্য ভাৰত
উঃ (খ) দাক্ষিণাত্য
প্রঃ ‘পিয়দাসী’ মানে কি?
(ক) বিজয়ী ৰজা
(খ) সর্বশ্রেষ্ঠ সম্রাট
(গ) দেৱতাৰ প্ৰিয়
(ঘ) নীতি-নিয়ন্ত্রক
উঃ (গ) দেৱতাৰ প্ৰিয়
প্রঃ মৌর্য সাম্ৰাজ্যৰ পতনৰ পিছত কোনটো ৰাজ্য শক্তিশালী হৈছিল?
(ক) গুপ্ত সাম্রাজ্য
(খ) শক সাম্রাজ্য
(গ) কুশান সাম্রাজ্য
(ঘ) শুংগ সাম্রাজ্য
উঃ (ঘ) শুংগ সাম্রাজ্য
প্রঃ মৌর্য সাম্রাজ্যৰ অৰ্থনৈতিক উন্নতিৰ এক গুৰুত্বপূৰ্ণ কাৰণ কি আছিল?
(ক) কৃষি আৰু বাণিজ্য
(খ) শাসকৰ কঠোৰ নীতি
(গ) বিদেশী হস্তক্ষেপ
(ঘ) যুদ্ধবিগ্রহ
উঃ (ক) কৃষি আৰু বাণিজ্য
প্রঃ মৌর্য যুগত ‘গীল্ড’ কি আছিল?
(ক) সৈন্য বাহিনী
(খ) বনিকসকলৰ সংঘ
(গ) ধর্মীয় দল
(ঘ) ৰাজকীয় গুপ্তচৰ
উঃ (খ) বনিকসকলৰ সংঘ
প্রঃ মহাজনপদবোৰৰ ভিতৰত মগধ কিয় শক্তিশালী হৈছিল?
(ক) সুসজ্জিত সেনা বাহিনীৰ বাবে
(খ) ধাতু আৰু খনিজ সম্পদৰ বাবে
(গ) উৰ্বৰ কৃষিভূমিৰ বাবে
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্ৰঃ ‘মনুস্মৃতি’ কি ধৰণৰ গ্ৰন্থ?
(ক) ধর্মীয় গ্রন্থ
(খ) ৰাজনৈতিক গ্রন্থ
(গ) আইন গ্রন্থ
(ঘ) ঐতিহাসিক গ্রন্থ
উঃ (গ) আইন গ্রন্থ
প্রঃ হৰ্ষ চৰিত গ্ৰন্থখন কোনে লিখিছিল?
(ক) বাণভট্ট
(খ) কলহন
(গ) হৰিসেন
(ঘ) কালীদাস
উঃ (ক) বাণভট্ট
প্রঃ এলাহাবাদ শিলালিপিটোত সমুদ্রগুপ্তক কি উপাধি দিয়া হৈছে?
(ক) দ্বিতীয় অশোক
(খ) কবিৰাজ
(গ) মহান যোদ্ধা
(ঘ) দেরপুত্র
উঃ (খ) কবিৰাজ

প্ৰঃ মৌর্য সাম্ৰাজ্যৰ ৰাজধানী ক’ত আছিল?
(ক) ৰাজগৃহ
(খ) কৌশাম্বী
(গ) পাটলিপুত্র
(ঘ) অবন্তী
উঃ (গ) পাটলিপুত্র
প্রঃ মৌর্য সাম্ৰাজ্যৰ পতনৰ মূল কাৰণ আছিল?
(ক) দূর্বল পৰৱৰ্তী শাসকসকল
(খ) বিদ্রোহ আৰু অভ্যন্তৰীণ সংকট
(গ) গ্রীকসকলৰ আক্রমণ
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্রঃ খাৰোষ্ঠী লিপি ক’ত ব্যৱহাৰ কৰা হৈছিল?
(ক) উত্তৰ-পূব ভাৰতত
(খ) উত্তৰ-পশ্চিম ভাৰতত
(গ) দক্ষিণ ভাৰতত
(ঘ) মধ্য ভাৰতত
উঃ (খ) উত্তৰ-পশ্চিম ভাৰতত
প্ৰঃ মৌৰ্যসকলৰ ৰাজনৈতিক প্রতিষ্ঠানৰ কেন্দ্ৰীয় সংগঠন কি আছিল?
(ক) ৰাজসভা
(খ) ৰাজপৰিষদ
(গ) সেনাবিভাগ
(ঘ) আইনসভা
উঃ (খ) ৰাজপৰিষদ
প্রঃ মৌৰ্যসকলৰ সৈন্য বাহিনীৰ মূল উপাদান কি আছিল?
(ক) পদাতিক, অশ্বাৰোহী, হাতীবাহিনী, ৰথবাহিনী
(খ) পদাতিক আৰু ৰথবাহিনী
(গ) অশ্বাৰোহী আৰু পদাতিক
(ঘ) ওপৰৰ কোনো নাই
উঃ (ক) পদাতিক, অশ্বাৰোহী, হাতীবাহিনী, ৰথবাহিনী
প্রঃ গুপ্ত শাসন ব্যৱস্থাত স্থানীয় শাসন কোনে চলাইছিল?
(ক) ৰাজপৰিষদ
(খ) নগৰ পৰিষদ

(গ) গাঁও পঞ্চায়ত
(ঘ) ৰাজকীয় গুপ্তচৰ
উঃ (গ) গাঁও পঞ্চায়ত
প্ৰঃ গুজৰাটৰ গিৰিণা বা সুদৰ্শন হ’দৰ পুনৰ সংস্কাৰ কোনে কৰিছিল?
(ক) মৌর্য প্রশাসক
(খ) ৰুদ্র দমন
(গ) কনিষ্ক
(ঘ) দ্বিতীয় চন্দ্রগুপ্ত
উঃ (খ) ৰুদ্র দমন
প্রঃ মৌৰ্যসকলৰ ৰাজস্ব সংগ্ৰহৰ মূল উৎস কি আছিল?
(ক) কৰ
(খ) দাস ব্যবসায়
(গ) ৰাজকোষ
(ঘ) যুদ্ধ লুণ্ঠন
উঃ (ক) কৰ
প্রঃ কোন সম্রাটক ‘দ্বিতীয় অশোক’ বুলি জনা যায়?
(ক) সমুদ্রগুপ্ত
(খ) হর্ষবর্ধন
(গ) চন্দ্রগুপ্ত মৌর্য
(ঘ) দ্বিতীয় চন্দ্রগুপ্ত
উঃ (খ) হর্ষবর্ধন
প্রঃ মৌৰ্যসকলৰ সময়ত ব্যৱহাৰ কৰা গুপ্তচৰ ব্যৱস্থাটোক কি কোৱা হৈছিল?
(ক) ৰাষ্ট্রগুপ্ত
(খ) গুপ্তবৃত্তি
(গ) গুপ্তসেনা
(ঘ) ৰাজচৰ
উঃ (খ) গুপ্তবৃত্তি
প্রঃ অশোকৰ সময়ত খোদিত কৰা স্তম্ভসমূহ কি উদ্দেশ্যে নিৰ্মাণ কৰা হৈছিল?
(ক) ৰাজনৈতিক শক্তি প্ৰদৰ্শনৰ বাবে
(খ) ধৰ্ম প্ৰচাৰৰ বাবে
(গ) বিদেশীসকলৰ মনোযোগ আকৰ্ষণৰ বাবে
(ঘ) যুদ্ধ বিজয় উদযাপনৰ বাবে
উঃ (খ) ধৰ্ম প্ৰচাৰৰ বাবে
প্রঃ মৌৰ্যসকলৰ সময়ত প্রধান সৈন্য বাহিনীৰ শাখা কিমান আছিল?
(ক) ২
(খ) ৪
(গ) ৬
(ঘ) ৮
উঃ (গ) ৬

প্রঃ মৌৰ্যসকলৰ ৰাজনৈতিক সঁজুলিৰ অংশ কি আছিল?
(ক) শক্তিশালী ৰাজকীয় সেনাবাহিনী
(খ) গুপ্তচৰ ব্যৱস্থা
(গ) ৰাজস্ব সংগ্ৰহ
(ঘ) ওপৰৰ সকলো
উঃ (ঘ) ওপৰৰ সকলো
প্রঃ মৌৰ্যসকলৰ সাম্রাজ্য কোন নদীৰ পাৰতে বেছিভাগ গঠিত হৈছিল?
(ক) গঙ্গা
(খ) সিন্ধু
(গ) যমুনা
(ঘ) ব্রহ্মহ্মপুত্র
উঃ (ক) গঙ্গা
প্রঃ মৌৰ্যসকলৰ যুগত প্রধান কাৰিকৰী গোষ্ঠীবোৰ কি আছিল?
(ক) কামাৰ আৰু বস্ত্ৰকাৰ
(খ) শাসক আৰু প্ৰজা
(গ) তামোলী আৰু ধোপা
(ঘ) যোদ্ধা আৰু বনিক
উঃ (ক) কামাৰ আৰু বস্ত্ৰকাৰ
অতি চমু প্রশ্নোত্তৰ (VSA)
প্রঃ ‘অর্থশাস্ত্র’ গ্রন্থখন কোনে ৰচনা কৰিছিল?
উঃ কৌটিল্য (চাণক্য)।
প্ৰঃ মগধৰ প্ৰথম ৰাজধানী কি আছিল?
উঃ ৰাজগৃহ।
প্রঃ ‘ইণ্ডিকা’ গ্রন্থখন কোনে লিখিছিল?
উঃ মেগাস্থেনিছ।
প্ৰঃ ভাৰতৰ প্ৰাচীন ইতিহাসৰ অধ্যয়নৰ অন্যতম উৎস কি?
উঃ লিপি।
প্রঃ কোন সম্রাটে ‘পিয়দাসী’ উপাধি লাভকৰিছিল?
উঃ অশোক।
প্রঃ ‘মেগালিথ’ মানে কি?

উঃ বহল শিলৰ গাঁথনি।
প্রঃ কোনে সুদর্শন হ’দ নির্মাণ কৰিছিল?
উঃ মৌর্য যুগৰ এজন প্ৰশাসকে।
প্রঃ অশোকৰ অধিকাংশ লিপি কোন ভাষাত লিখা হৈছিল?
উঃ প্রাকৃত ভাষাত।
প্ৰঃ ‘পেৰিপ্লাছ অৱ দ্য ইৰিথ্রিয়ান’ গ্রন্থখন কোনে লিখিছিল?
উঃ এক গ্রীক নারিকে।
প্ৰঃ খাৰোষ্ঠী লিপিৰ পাঠোদ্ধাৰ কোনে কৰিছিল?
উঃ জেমছ প্রিন্সেপ।
প্রঃ ব্রাহ্মী লিপিৰ পাঠোদ্ধাৰ কোনে কৰিছিল?
উঃ জেমছ প্রিন্সেপ।
প্রঃ কোন ৰাজবংশে প্রথম সোণৰ মুদ্রাৰ প্ৰচলন কৰিছিল?
উঃ কুশান ৰাজবংশে।
প্রঃ মৌর্য সাম্রাজ্য কিমান বছৰ স্থায়ী আছিল?
উঃ ১৫০ বছৰ।
প্রঃ ‘দেৱতাৰ সজাতি’ উপাধি কোনে গ্রহণ কৰিছিল?
উঃ কনিষ্ক।
প্রঃ পাটলিপুত্র নগৰখন কেনেদৰে গঠিত হৈছিল?
উঃ এটি সৰু গাঁওৰ পৰা।
প্রঃ দ্বিতীয় চন্দ্ৰগুপ্তৰ কন্যাৰ নাম কি?
উঃ প্রভাৱতী গুপ্তা।
প্রঃ মৌর্য সাম্রাজ্য কেতিয়া পতন হৈছিল?
উঃ খ্রীষ্টপূর্ব ১৮৫ ৩।
প্রঃ গুপ্ত সাম্রাজ্য কেতিয়া স্থাপন হৈছিল?
উঃ ৩২০ খ্রীষ্টাব্দত।
প্রঃ মহাজনপদবোৰৰ ভিতৰত আটাইতকৈ শক্তিশালী ৰাজ্য কোন আছিল?
উঃ মগধ।
প্ৰঃ মৌৰ্যসকলৰ পাছত কোন দুটি ৰাজবংশ ক্ষমতালাভ কৰিছিল?
উঃ শুংগ আৰু কাল্ফ।
প্ৰঃ মনুস্মৃতি কি ধৰণৰ গ্ৰন্থ?
উঃ আইন গ্রন্থ।
প্রঃ এলাহাবাদ শিলালিপি কোন সম্রাটৰ বিষয়ে লিখা হৈছে?
উঃ সমুদ্রগুপ্ত।
প্রঃ গুপ্ত সম্রাট সমুদ্রগুপ্তৰ ৰাজসভাৰ কবিজন কোন আছিল?
উঃ হৰিসেন।
প্রঃ ‘মৃচ্ছকটিকা’ গ্রন্থখন কোনে লিখিছিল?
উঃ শূদ্রক।
প্রঃ মৌৰ্যসকলৰ ৰাজধানী কি আছিল?
উঃ পাটলিপুত্র।
প্ৰঃ মৌৰ্যসকলৰ পতনৰ মূল কাৰণ কি আছিল?
উঃ দূর্বল পৰৱৰ্তী শাসকসকল।
প্রঃ খাবোষ্ঠী লিপি ক’ত ব্যৱহাৰ কৰা হৈছিল?
উঃ উত্তৰ-পশ্চিম ভাৰতত।
প্ৰঃ মৌৰ্যসকলৰ ৰাজনৈতিক প্রতিষ্ঠানৰ কেন্দ্ৰীয় সংগঠন কি আছিল?
উঃ ৰাজপৰিষদ।
প্রঃ মৌর্যসকলৰ সৈন্য বাহিনীৰ মূল উপাদান কি আছিল?
উঃ পদাতিক, অশ্বাৰোহী, হাতীবাহিনী, ৰথবাহিনী।
প্রঃ মৌৰ্যসকলৰ সময়ত স্থানীয় শাসন কোনে চলাইছিল?
উঃ গাঁও পঞ্চায়ত।
প্ৰঃ গুজৰাটৰ গিৰিণা বা সুদৰ্শন হ’দৰ পুনৰ সংস্কাৰ কোনে কৰিছিল?
উঃ ৰুদ্র দমন।
প্ৰঃ মৌৰ্যসকলৰ ৰাজস্ব সংগ্ৰহৰ মূল উৎস কি আছিল?
উঃ কৰ।

প্রঃ কোন সম্রাটক ‘দ্বিতীয় অশোক’ বুলি জনা যায়?
উঃ হর্ষবর্ধন।
প্ৰঃ মৌৰ্যসকলৰ গুপ্তচৰ ব্যৱস্থাটোক কি কোৱা হৈছিল?
উঃ গুপ্তবৃত্তি।
প্রঃ অশোকৰ শিলালিপি কেনেবাকৈ লিখা হৈছিল?
উঃ প্রাকৃত ভাষাত ব্রাহ্মী আৰু খাৰোষ্ঠী লিপিত।
প্রঃ অশোকৰ স্তম্ভসমূহ কেনেবাকৈ নিৰ্মাণ কৰা হৈছিল?
উঃ প’লিচ কৰা শিলৰ পৰা।
প্রঃ মৌৰ্যসকলৰ সাম্রাজ্য কোন নদীৰ পাৰতে বেছিভাগ গঠিত হৈছিল?
উঃ গঙ্গা নদীৰ পাৰতে।
প্রঃ মৌৰ্যসকলৰ সময়ত প্রধান কাৰিকৰী গোষ্ঠীবোৰ কি আছিল?
উঃ কামাৰ আৰু বস্ত্ৰকাৰ।
প্রঃ মৌর্য সাম্রাজ্য কেনেকৈ সুৰক্ষিত আছিল?
উঃ উচ্চ প্রাচীৰ আৰু গড়খাৱৈৰে।
প্রঃ মৌৰ্যসকলৰ সাম্রাজ্য কিমান ভাগত বিভক্ত আছিল?
উঃ কেইবাটাও প্রদেশত।
প্ৰঃ মৌৰ্যসকলৰ ৰাজনৈতিক শাসনৰ কেন্দ্ৰ ক’ত আছিল?
উঃ পাটলিপুত্রত।
প্রঃ মৌৰ্যসকলৰ ৰাজসভাত কিমানজন সদস্য আছিল?
উঃ ছয়জন সদস্য।
প্রঃ মৌৰ্যসকলৰ সময়ত প্রধান কৰ কি আছিল?
উঃ ভূমি কৰ।
প্ৰঃ মৌৰ্যসকলৰ গুপ্তচৰ ব্যৱস্থাৰ অন্যতম কাম কি আছিল?
উঃ ৰাজ্যৰ অভ্যন্তৰীণ তথ্য সংগ্ৰহ কৰা।

প্ৰঃ মৌৰ্যসকলৰ ৰাজধানী পাটলিপুত্র কেনেকৈ সুৰক্ষিত আছিল?
উঃ প্রাচীৰ আৰু গড়খাৱৈৰে।
প্রঃ মৌৰ্যসকলৰ সৈন্য বাহিনীৰ সংখ্যা কেনে আছিল?
উঃ অত্যন্ত বৃহৎ আৰু সংগঠিত।
প্রঃ মৌৰ্যসকলৰ শাসনকালেৰ অন্যতম বৈশিষ্ট্য কি আছিল?
উঃ কেন্দ্রীয় শাসনব্যবস্থা।
প্রঃ মৌৰ্যসকলৰ শাসনৰ সময়ত প্রধান ধর্ম কি আছিল?
উঃ বৌদ্ধ ধর্ম।
প্ৰঃ মৌৰ্যসকলৰ ৰাজনৈতিক নীতিৰ অন্যতম লক্ষ্য কি আছিল?
উঃ সাম্রাজ্য বিস্তাৰ আৰু স্থায়ী শাসন।
প্রঃ মৌৰ্যসকলৰ শাসনকালে প্রধান প্রশাসনিক বিভাগ ক’ত আছিল?
উঃ ৰাজসভা আৰু ৰাজপৰিষদ।

Rabbi Masrur

A Thinker, Writer & Speaker.

 

Leave a Comment